Difference between revisions of "Moodle-Learning-Management-System/C2/Course-Administration-in-Moodle/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 | '''Time''' | '''Narration''' |- | 00:01 | '''Moodle''' ত '''Course Administration '''স্প’কেন টিউট’ৰিয়েলটোলৈ স...")
 
 
Line 169: Line 169:
 
|-  
 
|-  
 
|  04:46
 
|  04:46
| যথোচিত ফিল্দত '''author''' আৰু '''license''' সবিশেষ সূচীত কৰক ।  
+
| যথোচিত ফিল্দত '''author''' আৰু '''license''' সবিশেষ সূচীত কৰক ।
  
শেষত, তলত '''Upload this file '''বুটামত ক্লিক কৰক  
+
শেষত, তলত '''Upload this file '''বুটামত ক্লিক কৰক  
  
 
|-  
 
|-  

Latest revision as of 09:53, 3 October 2019

Time Narration
00:01 MoodleCourse Administration স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলত, আমি শিকিম: MoodleCourse Administration

কৌৰ্চ এটাত Activities আৰু Resources

00:17 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04
00:24 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা
00:33 Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ
00:40 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে । তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:52 এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ এটা Moodle website চেতাপ কৰিলে আৰু আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে
01:03 এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Moodle ত এটা teacher login থাকিব লাগিব
01:09 administrator এ তেওঁলোকক অতিকমেওঁ এটা কৌৰ্চত নিয়োগ কৰিব লাগিব

তেওঁলোকৰ সংগত কৌৰ্চৰ বাবে কিছু কৌৰ্চ মেতেৰিয়েল আপল’দ কৰিব লাগিব

01:19 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:26 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতটো খোলক
01:31 আপোনাৰ শিক্ষকৰ ইউজাৰনেম আৰু পাচৱৰ্দ সবিশেষ ব্যৱ্হাৰ কৰি ল’গিন কৰক ।

মই ইতিমধ্যে শিক্ষক Rebecca Raymond হিচাবে ল’গিন কৰিছো

01:41 আমি এতিয়া শিক্ষকৰ ড্যাচব’ৰ্দত আছো
01:44 বাওঁফালে navigation মেনুত, My Courses ৰ ভিতৰত Calculus মন কৰক
01:51 মনত ৰাখিব আপুনি এজন শিক্ষক বা ষ্টুদেন্ত হিচাবে নিয়োজিত হোৱা সকলো কৌৰ্চ ইয়াত তালিকাভুক্ত হ’ব
01:59 Calculus course ক্লিক কৰক
02:02 আমি আগৰ টিউট’ৰিয়েলত course topics আৰু summaries আপদেত কৰিছিলো
02:09 যদি আপুনি তেনে নকৰে, আগৰ টিউট’ৰিয়েলৰ অনুশিলনী চাওঁক
02:16 আমি এতিয়া কিছু দৰকাৰি কৌৰ্চ চেতিংগচৰ বিষয়ে শিকিম
02:21 চেকচনৰ ওপৰত সোঁফালে গিয়েৰ আইকণত ক্লিক কৰক
02:26 Edit Settings ক্লিক কৰক । তেতিয়া সোঁফালে Expand All ক্লিক কৰক, সকলো চেকচনক প্ৰসাৰিত কৰিবলৈ
02:36 ইয়াত দেখা চেতিংগচক, এই কৌৰ্চ বনাওঁতে, administrator এ সূচীত কৰিছিল
02:44 General section ত, আমাৰ Course full name আছে ।

এই নামটো course page ৰ শীৰ্ষত দৰ্শিত হয়

02:54 Course short name হৈছে course navigation আৰু কৌৰ্চ সংগত emails ত দৰ্শিত হোৱা নাম
03:03 Course category ইতিমধ্যে এদমিনে চেত কৰিলে
03:08 আমি নিজৰ প্ৰয়োজন অনুসৰি Course start date, Course end date আৰু Course ID number সলাব পাৰো
03:21 Description section ৰ ভিতৰত, Course Summary টেকস্তবক্সটো চাওঁক ।

মই উপলদ্ধ কন্তেন্ত দিলিত কৰিম আৰু নিম্নখিনি লিখিম

03:31 মোৰ ষ্টুদেন্তে ইয়াক মোৰ কৌৰ্চৰ প্ৰথম পৃষ্ঠাত দেখিব
03:37 পাছৰটো হৈছে Course summary files ফিল্দ ।

এইবোৰ হৈছে ফাইলচ যি Course summary ৰ সৈতে ষ্টুদেন্তলৈ দৰ্শিত হ’ব

03:47 দিফল্টভাবে, Course summary ফাইলচ হিচাবে মাত্ৰ jpg, gif আৰু png file types অনুমতি দিয়া হয়
03:56 ফাইল এটা আপল’দ কৰাৰ ৩টা পদ্ধতি আছে: ফাইলটোক বক্সত দ্ৰাগ আৰু দ্ৰপ কৰা
04:03 ওপৰত বাওঁফালে Upload বা Add আইকণত ক্লিক কৰা ।

তলৰ এৰ’ত ক্লিক কৰা

04:11 যদি আপুনি Upload বা Add আইকণত বা তলৰ এৰ’ত ক্লিক কৰে, File picker দাইল’গ বক্স আহে
04:21 বাওঁফালৰ মেনুত Upload a file অপচনত ক্লিক কৰক
04:26 Browse বা Choose File বুটামত ক্লিক কৰক ।

তেতিয়া আপোনাৰ মেচিনৰ পৰা পচন্দৰ ফাইলটো বাচক

04:34 মই মোৰ চিষ্টেমৰ পৰা calculus.jpg বাচিম
04:40 আপুনি ইয়াক এটা বেলেগ নাম দিব পাৰে Save as ফিল্দত লিখি
04:46 যথোচিত ফিল্দত author আৰু license সবিশেষ সূচীত কৰক ।

শেষত, তলত Upload this file বুটামত ক্লিক কৰক

04:58 গতিকে এনেদৰেই আমি Course summary ফাইলচ আপল’দ কৰিব পাৰো
05:02 পাছত আহে Course formatCourse format হৈছে ষ্টুদেন্তৰ বাবে resources আৰু activities পৰিচালনা কৰা পদ্ধতি
05:12 Format দ্ৰপদাউনত ৪টা অপচন আছে -

Single Activity Format, Social Format , Topics Format আৰু Weekly Format

05:26 আমাৰ এদমিনে Topics format বাচিছে । আমি ইয়াক এনেদৰেই থাকিব দিম
05:33 পাছৰ চেতিংগ হৈছে Hidden sections ৰ বাবে ।

এইবোৰ মূলত হৈছে কৌৰ্চ এটাৰ টপিকচ যাক ষ্টুদেন্তৰ পৰা লুকুৱাই ৰাখিব পাৰি

05:44 ই সহায়ক হ’ব পাৰে যেতিয়া এটা নিৰ্দিষ্ট টপিক থাকে, যি শিক্ষকৰ দ্বাৰা সম্পূৰ্ণ হোৱা নাই ।

এই চেতিঙে নিৰ্ধাৰিত কৰে ষ্টুদেন্তলৈ Hidden sections কেনেকৈ প্ৰদৰ্শিত হ’ব

05:57 এই অপচনক বাচিলে কন্তেন্তটো ষ্টুদেন্তলৈ পতিত ফৰ্মত দৰ্শিত হ’ব
06:04 এই অপচনক বাচিলে কন্তেন্তটো ষ্টুদেন্তৰ পৰা লুকাই থাকিব
06:09 আমি এতিয়াৰ বাবে ইয়াক এনেদৰেই থাকিব দিম
06:13 পাছৰ দ্ৰপ-দাউন হৈছে Course Layout । ইয়াত ক্লিক কৰক
06:19 এই অপচনক নিৰ্বাচিত কৰি, আমি সকলো চেকচনক এটা পৃষ্ঠাত দেখুৱাব পাৰো
06:25 ইয়াত আন এটা অপচন হৈছে Show one section per page

ই চেকচনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি, কৌৰ্চটোক বহুতো পৃষ্ঠাত ভগাব

06:37 আমি এতিয়াৰ বাবে ইয়াক Show all sections in one page হিচাবে থাকিব দিম
06:43 পাছৰটো হৈছে Appearance চেকচন
06:46 Show gradebook to students অপচনক লক্ষ্য কৰক ।

কৌৰ্চত বহুতো ক্ৰিয়াকলাপে শিক্ষকক গ্ৰেদচ দিবলৈ অনুমতি দিয়ে

06:57 এই অপচনে নিৰ্ধাৰিত কৰে যে ষ্টুদেন্ত এজনে সেই গ্ৰেদচ চাব পাৰিবনে নোৱাৰে ।

দিফল্টভাবে, এই অপচন Yes লৈ চেত হয় । আমি ইয়াক এনেদৰেই থাকিব দিম

07:10 আমি Show activity reports Yes লৈ সলাম, যদি ইতিমধ্যে দিফল্টভাবে নিৰ্বাচিত হোৱা নাই
07:18 ই নিশ্বিত কৰিব যে ষ্টুদেন্ত এজনে তেওঁৰ/তাইৰ profile page ৰ পৰা activity reports চাব পাৰে
07:27 আমি এই কৌৰ্চৰ বাবে আপল’দ কৰিব পৰা ফাইলৰ সৰ্বাধিক চাইজক চেত কৰিব পাৰো
07:34 ফাইলচ আপল’দ কৰিব পাৰি additional materials, assignments, ইত্যাদিৰ বাবে
07:41 আমাৰ এদমিনে ইয়াক 128MB লৈ চেত কৰিছে, যি হৈছে ফাইলৰ সৰ্বাধিক চাইজ । আহক চাইজক এনেদৰেই ৰাখো
07:52 আমি আন সকলো চেতিংগচ সিহঁতৰ দিফল্ট মানত থাকিব দিম
07:58 তললৈ স্ক্ৰ’ল কৰক আৰু Save and display বুটামত ক্লিক কৰক ।

আমাক কৌৰ্চ পৃষ্ঠাটোলৈ অনা হ’ল

08:06 টপিক নামৰ ওপৰত Announcements লিংক লক্ষ্য কৰক
08:11 ই ষ্টুদেন্তক বাধ্যতামূলক তথ্য, সর্বশেষ খবৰ, ঘোষণা ইত্যাদি সম্পর্কে জানিবলৈ দিব
08:20 পৃষ্ঠাটোৰ ওপৰত সোঁফালে গিয়েৰ আইকণত ক্লিক কৰক আৰু তেতিয়া Turn Editing On
08:28 ন’ত: কৌৰ্চত কোনো পৰিবর্তন কৰিবলৈ, আপুনি Editing On আৰম্ভ কৰিব লাগিব
08:35 এতিয়া, Announcements ৰ সোঁফালে, Edit আৰু পাছত Edit Settings ক্লিক কৰক
08:44 আৰু Description ত মই নিম্ন টেকস্ত লিখিম ।

“Please check the announcements regularly”

08:52 Display description on course page চেক কৰক । ই লিংকৰ ঠিক তলতে বিৱৰণক দেখুৱাব
09:01 আন সকলো চেতিংগচ তেনেদৰেই এৰক
09:05 তললৈ স্ক্ৰ’ল কৰক আৰু Save and return to course বুটামত ক্লিক কৰক । আমি কৌৰ্চ পৃষ্ঠাটোলৈ ঘূৰি আহিলো
09:15 অধিক announcements যোগ কৰিবলৈ, Announcements টাইটলত ক্লিক কৰক
09:21 এতিয়া Add a new topic বুটামত ক্লিক কৰক । চাবজেক্ত Minimum requirements হিচাবে লিখক
09:31 বাৰ্তাটো লিখক “This course requires you to submit a minimum of 3 assignments and attempt 5 quizzes to pass”
09:43 মন কৰক যে চেকবক্স Discussion subscription চেক কৰা হৈছে আৰু এদিত কৰিব নোৱাৰি ।

ইয়াৰ কাৰণ হৈছে কৌৰ্চত নিয়োজিত হোৱা প্ৰত্যেকেই ইয়াক বাধ্যতামূলকভাবে চাবস্ক্ৰাইব কৰিছে

09:59 পাছৰটো হৈছে Attachments । আপুনি ইয়াত সংগত ফাইলচ দ্ৰাগ আৰু দ্ৰপ বা আপল’দ কৰিব পাৰে
10:08 যদি আপুনি ঘোষণাসমূহ forum ৰ শীৰ্ষত দৰ্শিত হোৱাটো বিচাৰিছে, Pinned চেকবক্সত ক্লিক কৰক । মই ইয়াত টিক কৰিম
10:18 লগতে পাছৰ চেকবক্সটো টিক কৰক । ই লগে লগেই এই ফ’ৰামক চাবস্ক্ৰাইব কৰা সকলোলৈ এটা notification পঠাব
10:29 পাছৰ চেকচন Display period প্ৰসাৰিত কৰক ।

ইয়াত এই চেতিংগচে নিৰ্ধাৰিত কৰে এই forum post টো এটা তাৰিখৰ সীমাত দৰ্শিত হ’বনে নাই

10:41 দিফল্টভাবে, এইবোৰ নিস্ক্ৰিয় হয় । ই বুজায় প’ষ্টসমূহ সদায় দৰ্শিত হৈ থাকিব ।

আমি দিফল্ট চেতিংগচ থাকিবলৈ দিম

10:52 তললৈ স্ক্ৰ’ল কৰক আৰু Post to forum বুটামত ক্লিক কৰক
10:57 সফলতা বাৰ্তা এটা দৰ্শিত হৈছে । Post authors ৰ ওচৰত ৩০ মিনিট আছে প’ষ্টত কিবা সালসলনি কৰিবলৈ
11:08 মই breadcrumbCalculus লিংকত ক্লিক কৰিম
11:13 মই এতিয়া এই চেকচনত বিতংকৈ চিলেবাচৰ সৈতে পৃষ্ঠা এটা যোগ কৰিম
11:19 General section ৰ সোঁফালে তলত Add an activity or resource লিংকত ক্লিক কৰক

ৰিচৌৰ্চসমূহৰ তালিকাৰ পৰা, Page বাচক

11:32 আপুনি পচন্দ কৰাৰ সময়ত ইয়াত প্ৰদৰ্শিত এই কাৰ্যকলাপৰ বিৱৰণক পঢ়ক
11:39 তেতিয়া তলত Add বুটামত ক্লিক কৰক । আমাক এটা নতুন পৃষ্ঠালৈ অনা হ’ল
11:47 Name ফিল্দত, লিখক Detailed syllabus
11:52 মই Description টেকস্তবক্সক খালি এৰিম কাৰণ টাইটলটো হৈছে স্ব-ব্যাখ্যামূলক
11:59 মই Page Content টেকস্তবক্সত এই Calculus কৌৰ্চৰ বিতংকৈ চিলেবাচ ভৰাম
12:07 এই কন্তেন্ত টিউট’ৰিয়েলৰ Code Files লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি অভ্যাস কৰোতে ব্যৱ্হাৰ কৰিব পাৰে
12:18 তললৈ স্ক্ৰ’ল কৰক আৰু Save and return to course বুটামত ক্লিক কৰক । আমি কৌৰ্চ পৃষ্ঠাটোলৈ পুনৰ আহিলো
12:27 আমি এতিয়া আমাৰ একাউন্টৰ পৰা logout কৰিম । তাক কৰিবলৈ, ওপৰত সোঁফালে ইউজাৰ আইকণত ক্লিক কৰক । এতিয়া Log out অপচন বাচক
12:39 মই আপোনাক দেখুৱাম ষ্টুদেন্ত এজনলৈ এই পৃষ্ঠাটো কেনেকৈ দৰ্শিত হ’ব
12:45 মোৰ লগত এটা student ID Priya Sinha আছে ।

এই ষ্টুদেন্তক লগতে এদমিনে Calculus কৌৰ্চত নিয়োগ কৰিছে

12:55 মই ষ্টুদেন্ত Priya Sinha হিচাবে ল’গিন কৰিছো । এতিয়া মই বাওঁফালে Calculus ক্লিক কৰিম
13:04 ষ্টুদেন্ত এজনে এই পৃষ্ঠাটো এনেদৰেই দেখিব । মন কৰিব পৃষ্ঠাটোৰ ওপৰত সোঁফালে কোনো গিয়েৰে আইকণ নাই
13:14 কাৰণ ষ্টুদেন্তে কৌৰ্চৰ কোনো অংশক এদিত কৰিব নোৱাৰে
13:20 আমি এতিয়া student id ৰ পৰা ল’গ আউত কৰিম
13:24 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
13:30 এই টিউট’ৰিয়েলত, আমি শিকিলো: MoodleCourse Administration

কৌৰ্চ এটাত Activities আৰু Resources

13:40 আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।

কৌৰ্চৰ ফলাফল বৰ্ণনা সহ এটা নতুন পৃষ্ঠাৰ ৰিচৌৰ্চ যোগ কৰক । সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Assignment লিংক চাওঁক

13:53 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
14:02 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
14:13 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
14:17 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
14:31 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9