Moodle-Learning-Management-System/C2/Course-Administration-in-Moodle/Assamese
| Time | Narration |
| 00:01 | Moodle ত Course Administration স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলত, আমি শিকিম: Moodle ত Course Administration
কৌৰ্চ এটাত Activities আৰু Resources |
| 00:17 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04 |
| 00:24 | Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা |
| 00:33 | Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ |
| 00:40 | আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে । তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায় |
| 00:52 | এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ এটা Moodle website চেতাপ কৰিলে আৰু আপোনাক এজন শিক্ষক হিচাবে পঞ্জীয়ণ কৰিছে |
| 01:03 | এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Moodle ত এটা teacher login থাকিব লাগিব |
| 01:09 | administrator এ তেওঁলোকক অতিকমেওঁ এটা কৌৰ্চত নিয়োগ কৰিব লাগিব
তেওঁলোকৰ সংগত কৌৰ্চৰ বাবে কিছু কৌৰ্চ মেতেৰিয়েল আপল’দ কৰিব লাগিব |
| 01:19 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক |
| 01:26 | ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ moodle চাইতটো খোলক |
| 01:31 | আপোনাৰ শিক্ষকৰ ইউজাৰনেম আৰু পাচৱৰ্দ সবিশেষ ব্যৱ্হাৰ কৰি ল’গিন কৰক ।
মই ইতিমধ্যে শিক্ষক Rebecca Raymond হিচাবে ল’গিন কৰিছো |
| 01:41 | আমি এতিয়া শিক্ষকৰ ড্যাচব’ৰ্দত আছো |
| 01:44 | বাওঁফালে navigation মেনুত, My Courses ৰ ভিতৰত Calculus মন কৰক |
| 01:51 | মনত ৰাখিব আপুনি এজন শিক্ষক বা ষ্টুদেন্ত হিচাবে নিয়োজিত হোৱা সকলো কৌৰ্চ ইয়াত তালিকাভুক্ত হ’ব |
| 01:59 | Calculus course ক্লিক কৰক |
| 02:02 | আমি আগৰ টিউট’ৰিয়েলত course topics আৰু summaries আপদেত কৰিছিলো |
| 02:09 | যদি আপুনি তেনে নকৰে, আগৰ টিউট’ৰিয়েলৰ অনুশিলনী চাওঁক |
| 02:16 | আমি এতিয়া কিছু দৰকাৰি কৌৰ্চ চেতিংগচৰ বিষয়ে শিকিম |
| 02:21 | চেকচনৰ ওপৰত সোঁফালে গিয়েৰ আইকণত ক্লিক কৰক |
| 02:26 | Edit Settings ক্লিক কৰক । তেতিয়া সোঁফালে Expand All ক্লিক কৰক, সকলো চেকচনক প্ৰসাৰিত কৰিবলৈ |
| 02:36 | ইয়াত দেখা চেতিংগচক, এই কৌৰ্চ বনাওঁতে, administrator এ সূচীত কৰিছিল |
| 02:44 | General section ত, আমাৰ Course full name আছে ।
এই নামটো course page ৰ শীৰ্ষত দৰ্শিত হয় |
| 02:54 | Course short name হৈছে course navigation আৰু কৌৰ্চ সংগত emails ত দৰ্শিত হোৱা নাম |
| 03:03 | Course category ইতিমধ্যে এদমিনে চেত কৰিলে |
| 03:08 | আমি নিজৰ প্ৰয়োজন অনুসৰি Course start date, Course end date আৰু Course ID number সলাব পাৰো |
| 03:21 | Description section ৰ ভিতৰত, Course Summary টেকস্তবক্সটো চাওঁক ।
মই উপলদ্ধ কন্তেন্ত দিলিত কৰিম আৰু নিম্নখিনি লিখিম |
| 03:31 | মোৰ ষ্টুদেন্তে ইয়াক মোৰ কৌৰ্চৰ প্ৰথম পৃষ্ঠাত দেখিব |
| 03:37 | পাছৰটো হৈছে Course summary files ফিল্দ ।
এইবোৰ হৈছে ফাইলচ যি Course summary ৰ সৈতে ষ্টুদেন্তলৈ দৰ্শিত হ’ব |
| 03:47 | দিফল্টভাবে, Course summary ফাইলচ হিচাবে মাত্ৰ jpg, gif আৰু png file types অনুমতি দিয়া হয় |
| 03:56 | ফাইল এটা আপল’দ কৰাৰ ৩টা পদ্ধতি আছে: ফাইলটোক বক্সত দ্ৰাগ আৰু দ্ৰপ কৰা |
| 04:03 | ওপৰত বাওঁফালে Upload বা Add আইকণত ক্লিক কৰা ।
তলৰ এৰ’ত ক্লিক কৰা |
| 04:11 | যদি আপুনি Upload বা Add আইকণত বা তলৰ এৰ’ত ক্লিক কৰে, File picker দাইল’গ বক্স আহে |
| 04:21 | বাওঁফালৰ মেনুত Upload a file অপচনত ক্লিক কৰক |
| 04:26 | Browse বা Choose File বুটামত ক্লিক কৰক ।
তেতিয়া আপোনাৰ মেচিনৰ পৰা পচন্দৰ ফাইলটো বাচক |
| 04:34 | মই মোৰ চিষ্টেমৰ পৰা calculus.jpg বাচিম |
| 04:40 | আপুনি ইয়াক এটা বেলেগ নাম দিব পাৰে Save as ফিল্দত লিখি |
| 04:46 | যথোচিত ফিল্দত author আৰু license সবিশেষ সূচীত কৰক ।
শেষত, তলত Upload this file বুটামত ক্লিক কৰক |
| 04:58 | গতিকে এনেদৰেই আমি Course summary ফাইলচ আপল’দ কৰিব পাৰো |
| 05:02 | পাছত আহে Course format । Course format হৈছে ষ্টুদেন্তৰ বাবে resources আৰু activities পৰিচালনা কৰা পদ্ধতি |
| 05:12 | Format দ্ৰপদাউনত ৪টা অপচন আছে -
Single Activity Format, Social Format , Topics Format আৰু Weekly Format |
| 05:26 | আমাৰ এদমিনে Topics format বাচিছে । আমি ইয়াক এনেদৰেই থাকিব দিম |
| 05:33 | পাছৰ চেতিংগ হৈছে Hidden sections ৰ বাবে ।
এইবোৰ মূলত হৈছে কৌৰ্চ এটাৰ টপিকচ যাক ষ্টুদেন্তৰ পৰা লুকুৱাই ৰাখিব পাৰি |
| 05:44 | ই সহায়ক হ’ব পাৰে যেতিয়া এটা নিৰ্দিষ্ট টপিক থাকে, যি শিক্ষকৰ দ্বাৰা সম্পূৰ্ণ হোৱা নাই ।
এই চেতিঙে নিৰ্ধাৰিত কৰে ষ্টুদেন্তলৈ Hidden sections কেনেকৈ প্ৰদৰ্শিত হ’ব |
| 05:57 | এই অপচনক বাচিলে কন্তেন্তটো ষ্টুদেন্তলৈ পতিত ফৰ্মত দৰ্শিত হ’ব |
| 06:04 | এই অপচনক বাচিলে কন্তেন্তটো ষ্টুদেন্তৰ পৰা লুকাই থাকিব |
| 06:09 | আমি এতিয়াৰ বাবে ইয়াক এনেদৰেই থাকিব দিম |
| 06:13 | পাছৰ দ্ৰপ-দাউন হৈছে Course Layout । ইয়াত ক্লিক কৰক |
| 06:19 | এই অপচনক নিৰ্বাচিত কৰি, আমি সকলো চেকচনক এটা পৃষ্ঠাত দেখুৱাব পাৰো |
| 06:25 | ইয়াত আন এটা অপচন হৈছে Show one section per page ।
ই চেকচনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি, কৌৰ্চটোক বহুতো পৃষ্ঠাত ভগাব |
| 06:37 | আমি এতিয়াৰ বাবে ইয়াক Show all sections in one page হিচাবে থাকিব দিম |
| 06:43 | পাছৰটো হৈছে Appearance চেকচন |
| 06:46 | Show gradebook to students অপচনক লক্ষ্য কৰক ।
কৌৰ্চত বহুতো ক্ৰিয়াকলাপে শিক্ষকক গ্ৰেদচ দিবলৈ অনুমতি দিয়ে |
| 06:57 | এই অপচনে নিৰ্ধাৰিত কৰে যে ষ্টুদেন্ত এজনে সেই গ্ৰেদচ চাব পাৰিবনে নোৱাৰে ।
দিফল্টভাবে, এই অপচন Yes লৈ চেত হয় । আমি ইয়াক এনেদৰেই থাকিব দিম |
| 07:10 | আমি Show activity reports Yes লৈ সলাম, যদি ইতিমধ্যে দিফল্টভাবে নিৰ্বাচিত হোৱা নাই |
| 07:18 | ই নিশ্বিত কৰিব যে ষ্টুদেন্ত এজনে তেওঁৰ/তাইৰ profile page ৰ পৰা activity reports চাব পাৰে |
| 07:27 | আমি এই কৌৰ্চৰ বাবে আপল’দ কৰিব পৰা ফাইলৰ সৰ্বাধিক চাইজক চেত কৰিব পাৰো |
| 07:34 | ফাইলচ আপল’দ কৰিব পাৰি additional materials, assignments, ইত্যাদিৰ বাবে |
| 07:41 | আমাৰ এদমিনে ইয়াক 128MB লৈ চেত কৰিছে, যি হৈছে ফাইলৰ সৰ্বাধিক চাইজ । আহক চাইজক এনেদৰেই ৰাখো |
| 07:52 | আমি আন সকলো চেতিংগচ সিহঁতৰ দিফল্ট মানত থাকিব দিম |
| 07:58 | তললৈ স্ক্ৰ’ল কৰক আৰু Save and display বুটামত ক্লিক কৰক ।
আমাক কৌৰ্চ পৃষ্ঠাটোলৈ অনা হ’ল |
| 08:06 | টপিক নামৰ ওপৰত Announcements লিংক লক্ষ্য কৰক |
| 08:11 | ই ষ্টুদেন্তক বাধ্যতামূলক তথ্য, সর্বশেষ খবৰ, ঘোষণা ইত্যাদি সম্পর্কে জানিবলৈ দিব |
| 08:20 | পৃষ্ঠাটোৰ ওপৰত সোঁফালে গিয়েৰ আইকণত ক্লিক কৰক আৰু তেতিয়া Turn Editing On |
| 08:28 | ন’ত: কৌৰ্চত কোনো পৰিবর্তন কৰিবলৈ, আপুনি Editing On আৰম্ভ কৰিব লাগিব |
| 08:35 | এতিয়া, Announcements ৰ সোঁফালে, Edit আৰু পাছত Edit Settings ক্লিক কৰক |
| 08:44 | আৰু Description ত মই নিম্ন টেকস্ত লিখিম ।
“Please check the announcements regularly” |
| 08:52 | Display description on course page চেক কৰক । ই লিংকৰ ঠিক তলতে বিৱৰণক দেখুৱাব |
| 09:01 | আন সকলো চেতিংগচ তেনেদৰেই এৰক |
| 09:05 | তললৈ স্ক্ৰ’ল কৰক আৰু Save and return to course বুটামত ক্লিক কৰক । আমি কৌৰ্চ পৃষ্ঠাটোলৈ ঘূৰি আহিলো |
| 09:15 | অধিক announcements যোগ কৰিবলৈ, Announcements টাইটলত ক্লিক কৰক |
| 09:21 | এতিয়া Add a new topic বুটামত ক্লিক কৰক । চাবজেক্ত Minimum requirements হিচাবে লিখক |
| 09:31 | বাৰ্তাটো লিখক “This course requires you to submit a minimum of 3 assignments and attempt 5 quizzes to pass” |
| 09:43 | মন কৰক যে চেকবক্স Discussion subscription চেক কৰা হৈছে আৰু এদিত কৰিব নোৱাৰি ।
ইয়াৰ কাৰণ হৈছে কৌৰ্চত নিয়োজিত হোৱা প্ৰত্যেকেই ইয়াক বাধ্যতামূলকভাবে চাবস্ক্ৰাইব কৰিছে |
| 09:59 | পাছৰটো হৈছে Attachments । আপুনি ইয়াত সংগত ফাইলচ দ্ৰাগ আৰু দ্ৰপ বা আপল’দ কৰিব পাৰে |
| 10:08 | যদি আপুনি ঘোষণাসমূহ forum ৰ শীৰ্ষত দৰ্শিত হোৱাটো বিচাৰিছে, Pinned চেকবক্সত ক্লিক কৰক । মই ইয়াত টিক কৰিম |
| 10:18 | লগতে পাছৰ চেকবক্সটো টিক কৰক । ই লগে লগেই এই ফ’ৰামক চাবস্ক্ৰাইব কৰা সকলোলৈ এটা notification পঠাব |
| 10:29 | পাছৰ চেকচন Display period প্ৰসাৰিত কৰক ।
ইয়াত এই চেতিংগচে নিৰ্ধাৰিত কৰে এই forum post টো এটা তাৰিখৰ সীমাত দৰ্শিত হ’বনে নাই |
| 10:41 | দিফল্টভাবে, এইবোৰ নিস্ক্ৰিয় হয় । ই বুজায় প’ষ্টসমূহ সদায় দৰ্শিত হৈ থাকিব ।
আমি দিফল্ট চেতিংগচ থাকিবলৈ দিম |
| 10:52 | তললৈ স্ক্ৰ’ল কৰক আৰু Post to forum বুটামত ক্লিক কৰক |
| 10:57 | সফলতা বাৰ্তা এটা দৰ্শিত হৈছে । Post authors ৰ ওচৰত ৩০ মিনিট আছে প’ষ্টত কিবা সালসলনি কৰিবলৈ |
| 11:08 | মই breadcrumb ত Calculus লিংকত ক্লিক কৰিম |
| 11:13 | মই এতিয়া এই চেকচনত বিতংকৈ চিলেবাচৰ সৈতে পৃষ্ঠা এটা যোগ কৰিম |
| 11:19 | General section ৰ সোঁফালে তলত Add an activity or resource লিংকত ক্লিক কৰক
ৰিচৌৰ্চসমূহৰ তালিকাৰ পৰা, Page বাচক |
| 11:32 | আপুনি পচন্দ কৰাৰ সময়ত ইয়াত প্ৰদৰ্শিত এই কাৰ্যকলাপৰ বিৱৰণক পঢ়ক |
| 11:39 | তেতিয়া তলত Add বুটামত ক্লিক কৰক । আমাক এটা নতুন পৃষ্ঠালৈ অনা হ’ল |
| 11:47 | Name ফিল্দত, লিখক Detailed syllabus |
| 11:52 | মই Description টেকস্তবক্সক খালি এৰিম কাৰণ টাইটলটো হৈছে স্ব-ব্যাখ্যামূলক |
| 11:59 | মই Page Content টেকস্তবক্সত এই Calculus কৌৰ্চৰ বিতংকৈ চিলেবাচ ভৰাম |
| 12:07 | এই কন্তেন্ত টিউট’ৰিয়েলৰ Code Files লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি অভ্যাস কৰোতে ব্যৱ্হাৰ কৰিব পাৰে |
| 12:18 | তললৈ স্ক্ৰ’ল কৰক আৰু Save and return to course বুটামত ক্লিক কৰক । আমি কৌৰ্চ পৃষ্ঠাটোলৈ পুনৰ আহিলো |
| 12:27 | আমি এতিয়া আমাৰ একাউন্টৰ পৰা logout কৰিম । তাক কৰিবলৈ, ওপৰত সোঁফালে ইউজাৰ আইকণত ক্লিক কৰক । এতিয়া Log out অপচন বাচক |
| 12:39 | মই আপোনাক দেখুৱাম ষ্টুদেন্ত এজনলৈ এই পৃষ্ঠাটো কেনেকৈ দৰ্শিত হ’ব |
| 12:45 | মোৰ লগত এটা student ID Priya Sinha আছে ।
এই ষ্টুদেন্তক লগতে এদমিনে Calculus কৌৰ্চত নিয়োগ কৰিছে |
| 12:55 | মই ষ্টুদেন্ত Priya Sinha হিচাবে ল’গিন কৰিছো । এতিয়া মই বাওঁফালে Calculus ক্লিক কৰিম |
| 13:04 | ষ্টুদেন্ত এজনে এই পৃষ্ঠাটো এনেদৰেই দেখিব । মন কৰিব পৃষ্ঠাটোৰ ওপৰত সোঁফালে কোনো গিয়েৰে আইকণ নাই |
| 13:14 | কাৰণ ষ্টুদেন্তে কৌৰ্চৰ কোনো অংশক এদিত কৰিব নোৱাৰে |
| 13:20 | আমি এতিয়া student id ৰ পৰা ল’গ আউত কৰিম |
| 13:24 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 13:30 | এই টিউট’ৰিয়েলত, আমি শিকিলো: Moodle ত Course Administration
কৌৰ্চ এটাত Activities আৰু Resources |
| 13:40 | আপোনাৰ বাবে এটা সৰু অনুশিলনী হৈছে ।
কৌৰ্চৰ ফলাফল বৰ্ণনা সহ এটা নতুন পৃষ্ঠাৰ ৰিচৌৰ্চ যোগ কৰক । সবিশেষৰ বাবে এই টিউট’ৰিয়েলত Assignment লিংক চাওঁক |
| 13:53 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
| 14:02 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 14:13 | সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক |
| 14:17 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
| 14:31 | এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ |