Difference between revisions of "Avogadro/C3/General-Features-in-Avogadro/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|border=1 |'''Time''' |'''Narration''' |- |00:01 |নমস্কাৰ ! '''General Features in Avogadro''' এৰ এই টিউটোৰিয়েলত স্বা...") |
|||
| Line 357: | Line 357: | ||
|- | |- | ||
|10:17 | |10:17 | ||
| − | |''' | + | |'''Select Color''' ডায়লগ বাক্স খোলে । |
|- | |- | ||
|10:21 | |10:21 | ||
Latest revision as of 11:35, 20 June 2019
| Time | Narration |
| 00:01 | নমস্কাৰ ! General Features in Avogadro এৰ এই টিউটোৰিয়েলত স্বাগতম। |
| 00:08 | এই টিউটোৰিয়েলত আমি শিকিম:pH values পৰিবৰ্তন কৰি যৌগত Proton transfer কৰা |
| 00:16 | স্ফটোক গঠন লোড কৰা |
| 00:19 | বিভিন্ন Miller planes দেখা |
| 00:22 | সুপাৰ কোষ তৈয়াৰ কৰা |
| 00:24 | coordination যৌগেৰ জ্যামিত্যবোৰ দেখা আৰু nanotubes তৈয়াৰ কৰা |
| 00:31 | ইয়াতে মই ব্যবহাৰ কৰিছো 'উবুন্টু লিনাক্স' OS সংস্কৰণ 14.04 |
| 00:37 | Avogadro সংস্কৰণ 1.1.1। |
| 00:41 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Avogadro 'ইন্টাৰফেস-এৰ সৈতে পৰিচিত হোৱা উচিত । |
| 00:47 | যদি নাই, প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইট চাওক। |
| 00:52 | এই টিউটোৰিয়েলৰ বাবে ব্যবহৃত ফাইল ফাইলবোৰ কোড ফাইল হিসাবে প্ৰদান কৰা হৈছে। |
| 00:58 | মই এটা নতুন Avogadro উইন্ডো খুলিছো। |
| 01:01 | মই pH values পৰিবৰ্তন কৰি' যৌগত proton transfer প্ৰদৰ্শন কৰিম । |
| 01:07 | ইয়াৰ বাবে, মই Fragment library পৰা amino acids লোড কৰিম । |
| 01:12 | বিল্ডমেনু ব্যবহাৰ কৰি,ফ্ৰ্যাগমেন্ট লাইব্ৰেৰি ত যাওক । |
| 01:16 | ফ্ৰ্যাগমেন্ট লাইব্ৰেৰিত, amino acids ফোল্ডাৰত ডাবল ক্লিক কৰক'। |
| 01:21 | D-alanine.cml নিৰ্বাচন কৰক আৰুInsert ত ক্লিক কৰক। |
| 01:26 | Insert Fragment ডায়ালগ বাক্সটো বন্ধ কৰক। |
| 01:30 | গঠন অনিৰ্বাচন কৰাৰ বাবে CTRL, SHIFT আৰু A টিপক। |
| 01:34 | ন্যাভিগেশন টুল ব্যবহাৰ কৰি সঠিক অবস্থানৰ বাবে গঠনটোক ঘোৰাওক। |
| 01:39 | মই পিএইচ পৰিবৰ্তন কৰি এমিনো এসিড' -ত প্ৰোটন ট্ৰান্সফাৰ প্ৰদৰ্শন কৰিম । |
| 01:46 | বিল্ড মেনুত যাওক আৰু Add Hydrogens for pH নিৰ্বাচন কৰক। |
| 01:51 | Add Hydrogens for pH টেক্সট বক্সটো খোলে যত ডিফল্ট মান 7.4 আছে |
| 01:57 | টেক্সট বাক্সত pH value পৰিবৰ্তন কৰি 7.0 কৰক। OK ক্লিক কৰক। |
| 02:04 | গঠনটো চাওক। Carboxylic group(COOH) , Carboxylate ionত ৰূপান্তৰিত হৈছে' |
| 02:11 | Amino group(NH2), protonated(NH3+) হৈ যায় |
| 02:15 | বিল্ড মেনুত যাওক আৰু Add Hydrogens for pH নিৰ্বাচন কৰক। |
| 02:20 | টেক্সট বক্সত, pH পৰিবৰ্তন কৰি 2.0 কৰক আৰু ওকে ক্লিক কৰক। |
| 02:26 | কাৰ্বক্সিলেট আয়ন, কাৰ্বক্সিলিক গ্ৰুপ'ত ৰূপান্তৰিত হৈছে' । |
| 02:31 | বিল্ড মেনুত যাওক আৰু Add Hydrogens for pH নিৰ্বাচন কৰক। |
| 02:35 | টেক্সট বক্সত, pH 10.0 ত পৰিবৰ্তন কৰক আৰু ওকে ক্লিক কৰক। |
| 02:41 | কাৰ্সবক্সিলিক গ্ৰুপ কাৰ্বক্সিলেট আয়ন ৰূপত ৰূপান্তৰিত হৈছে। |
| 02:46 | Amino group(NH2), deprotonated হৈ গৈছে । |
| 02:49 | গঠনটো মুছি পেলাবৰ বাবে Delete টিপক। |
| 02:52 | এতিয়া মই pH পৰিবৰ্তন কৰি, aminesত প্ৰোটন ট্ৰান্সফাৰ প্ৰদৰ্শন কৰিম |
| 02:58 | এইটোৰ বাবে মই ফ্ৰ্যাগমেন্ট লাইব্ৰেৰী পৰা ethylamine গঠন লোড কৰিম । |
| 03:05 | Insert Fragment ডায়ালগ বাক্সটো বন্ধ কৰক। |
| 03:09 | গঠন অনিৰ্বাচন কৰাৰ বাবে CTRL, SHIFT আৰু A টিপক। |
| 03:13 | ন্যাভিগেশন টুল ব্যবহাৰ কৰি, সঠিক অবস্থানৰ বাবে গঠনক ঘোৰাওক। |
| 03:18 | বিল্ড মেনুত যাওক, 'Add Hydrogens for pH. ক্লিক কৰক। |
| 03:23 | Add Hydrogens for pH টেক্সট বাক্স খোলে। |
| 03:27 | টেক্সট বক্সত, পিএইচ মানক 7.0 লৈ পৰিবৰ্তন কৰক। OK ক্লিক কৰক। |
| 03:34 | গঠন পৰ্যবেক্ষণ কৰক । Amino group, protonated হৈ গৈছে |
| 03:39 | বিল্ড মেনুত যাওক, Add Hydrogens for pH ক্লিক কৰক। |
| 03:43 | টেক্সট বক্সত, 'pH 'পৰিবৰ্তন কৰি 2.0 কৰক আৰু ওকে ক্লিক কৰক |
| 03:49 | ইয়াতে মই গঠনৰ কোনো পৰিবৰ্তন নেদেখো। |
| 03:53 | কাৰণ, ethylamine এ, মাত্ৰ মৌলিক মাধ্যমত হে proton transfer দেখায় । |
| 03:59 | বিল্ড মেনুত যাওক, Add Hydrogens for pH ত ক্লিক কৰক। |
| 04:03 | টেক্সট বক্সত, পিএইচ' 10.0 ত পৰিবৰ্তন কৰক আৰু ওকে ক্লিক কৰক |
| 04:09 | Amino group, deprotonated হৈ গৈছে । |
| 04:12 | এতিয়া মই প্ৰদৰ্শন কৰিম:Crystal Library পৰা Crystal structures লোড কৰা আৰু কিছু Crystal properties । |
| 04:20 | নতুন উইন্ডো খুলিবলৈ টুলবাৰত New আইকনত ক্লিক কৰক। |
| 04:25 | File মেনুত যাওক, Importত নেভিগেট কৰক আৰু Crystal নিৰ্বাচন কৰক । |
| 04:30 | Insert Crystal ডায়ালগ বক্সটো খোলে। |
| 04:34 | ইয়াতে মই বিভিন্ন ফোল্ডাৰ দেখা পাও । |
| 04:37 | halides ফোল্ডাৰত ডবল ক্লিক কৰক। |
| 04:40 | NaCl-Halite.cif ফাইল নিৰ্বাচন কৰক আৰু Insert ত ক্লিক কৰক। |
| 04:47 | Insert Crystal ডায়ালগ বাক্সটো বন্ধ কৰক। |
| 04:51 | ইয়াতে মই সঠিককৈ দেখিবলৈ Tool Settings আৰু Display Settings বন্ধ কৰিম। |
| 04:58 | সোডিয়াম ক্লোৰাইড-এৰ ক্ৰিস্টাল গঠন প্যানেল ত প্ৰদৰ্শিত হৈছে । |
| 05:02 | গঠনৰ লগতে তাৰ Cell Parameters ও প্ৰদৰ্শিত হয়। |
| 05:07 | প্যানেল-এৰ শীৰ্ষ-বাও ফালে আপোনি চাব পাৰে:
Lattice Type Spacegroupআৰু sodium chloride crystal-এৰ Unit cell volume । |
| 05:18 | এতিয়া মই crystal-এৰ বাবে Miller planes দেখোৱাম । |
| 05:22 | তাৰ আগত মই Miller indices সম্পৰ্কে এটা সংক্ষিপ্ত ভূমিকা প্ৰদান কৰিম। |
| 05:28 | Miller indicesত তিনটা সংখ্যাৰ এটা সেট আছে (hkl)। |
| 05:34 | সিহতক স্ফটিক সিস্টেম ত নিৰ্দেশ আৰু অভ্যন্তৰীণ 'প্লেন' উল্লেখ কৰাত ব্যবহৃত হয়। |
| 05:41 | এতিয়া sodium chloride crystal' ত Miller planes । |
| 05:45 | View মেনুত যাওক আৰু Crystal View Options ক্লিক কৰক । |
| 05:51 | Crystal View Options মেনু, সোফালে লোড হৈ যায় । |
| 05:56 | Miller Indices ৰেডিও বোতামত ক্লিক কৰক। |
| 06:00 | মই 'h', 'k', 'l' এৰ মান 2, 3, 2ত পৰিবৰ্তন কৰিম। |
| 06:07 | 'ক্ৰিস্টালত, atoms -এৰ planes আৰু অবস্থানৰ পৰিবৰ্তন লক্ষ্য ৰাখক। |
| 06:13 | এতিয়া মই এটা সুপাৰ সেল নিৰ্মাণ কৰাৰ পদ্ধতি ব্যাখ্যা কৰিম। |
| 06:17 | বিল্ড মেনুত যাওক আৰু Super Cell Builder নিৰ্বাচন কৰক । |
| 06:22 | Super Cell Parameters ডায়ালগ বক্স খোলে। |
| 06:26 | Super Cell Options,এৰ অধীনত, মই ইউনিট সেল পৰামিতাৰ্চ 'A', 'B' আৰু 'C'ক পৰিবৰ্তন কৰিব পাৰো। |
| 06:34 | মই 'A', 'B' আৰু 'C' ক্ষেত্ৰৰ মান '2', '2', '2' ত পৰিবৰ্তন কৰিম। |
| 06:43 | তাৰপিছত Generate cell ক্লিক কৰক। ডায়ালগ বক্সটো বন্ধ কৰিবলৈ Close ত ক্লিক কৰক। |
| 06:50 | সঠিকভাবে দেখিবলৈ গঠনটো প্ৰয়োজনমতে জুম কৰক। |
| 06:55 | Crystal lattice প্যানেলত প্ৰদৰ্শিত হৈছে । |
| 06:59 | এতিয়া মই Miller Indices 3, 2, 3 ত পৰিবৰ্তন কৰিম। |
| 07:05 | ন্যাভিগেশন টুল ব্যবহাৰ কৰি কোষ ঘোৰাওক। |
| 07:09 | ইয়াতে বিন্দুক্ত আকৃতিটোৱে plane ক দেখায়। |
| 07:13 | আপোনি 'h', 'k', 'l' মানবোৰ পৰিবৰ্তন কৰি বিভিন্ন প্লেন বোৰ চাব পাৰে। |
| 07:20 | এতিয়া মই Hexamminecobalt(III) এৰ বাবে octahedral জ্যামিতি তৈয়াৰ কৰিম |
| 07:26 | নতুন উইন্ডো খুলিবলৈ টুলবাৰত New আইকনত ক্লিক কৰক |
| 07:31 | Hexammine cobalt(III) আঁকিবলৈ, ড্ৰ টুল আইকনত ক্লিক কৰক। |
| 07:37 | এলিমেন্টড্ৰপ ডাউনত, নিৰ্বাচন কৰক Other |
| 07:41 | Periodic tableউইন্ডো খোলে |
| 07:44 | টেবোলৰ পৰা কোবাল্ট নিৰ্বাচন কৰক। |
| 07:47 | Periodic table উইন্ডো বন্ধ কৰক। |
| 07:50 | প্যানেল ত ক্লিক কৰক। এলিমেন্ট ড্ৰপ ডাউন পৰা নাইট্ৰোজেন নিৰ্বাচন কৰক। |
| 07:56 | cobalt atomত ছটা বন্ড আঁকিবলৈ ক্লিক কৰক আৰু টানক । |
| 08:03 | লক্ষ্য কৰক যে প্ৰতিটো নাইট্ৰোজেনত দুটা হাইড্ৰোজেন সংযুক্ত আছে । |
| 08:08 | 'hexamminecobalt(III) গঠনত, প্ৰতিটো নাইট্ৰোজেনত' তিনটা হাইড্ৰোজেন সংযুক্ত আছে । |
| 08:15 | এলিমেন্ট ড্ৰপ ডাউন' পৰা হাইড্ৰোজেন নিৰ্বাচন কৰক। |
| 08:19 | সমস্ত Nitrogen atoms এৰ উপৰত ক্লিক কৰক আৰু টানক । |
| 08:25 | Hexamminecobalt(III) গঠনটো প্যানেলত আঁকা হৈছে। |
| 08:29 | Display Settings মেনু খুলিবলৈ Display Settings বোতামটো ক্লিক কৰক। |
| 08:36 | এতিয়া মই Hexamminecobalt(III) গঠনৰ octahedral geometry দেখোৱাম । |
| 08:42 | ইয়াৰ বাবে, মই Polygon Display Type ব্যবহাৰ কৰিম। |
| 08:46 | যদি Polygon Display Type সক্ৰিয় নাথাকে, তেনেহলে Add বোতামটো ব্যবহাৰ কৰি সক্ৰিয় কৰক। |
| 08:52 | Polygon Display Type চেকবক্সত ক্লিক কৰক। |
| 08:56 | অপটিমাইজ কৰিবলৈ, টুলবাৰত 'Auto Optimization Toolত ক্লিক কৰক। |
| 09:01 | Force Field ড্ৰপ ডাউনত, UFF নিৰ্বাচন কৰক। |
| 09:06 | অপ্টিমাইজ কৰিবলৈ স্টাৰ্ট বোতামত ক্লিক কৰক। |
| 09:11 | অটো অপ্টিমাইজেশান প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ স্টপ ত ক্লিক কৰক। |
| 09:16 | ন্যাভিগেশন টুল ব্যবহাৰ কৰি, octahedral geometry চাবলৈ গঠনটোক ঘোৰাওক । |
| 09:22 | একেইভাবে, এইটো iodine heptafluoride'-এৰ pentagonal bipyramidal geometry হয় । |
| 09:29 | এতিয়া মই বিল্ড মেনুৰ আৰু এটা বৈশিষ্ট্য দেখোৱাম যি হৈছে - Nanotube builder। |
| 09:35 | এটা Nanotube হল nanometer-scale tube এৰ নিচিনা গঠন। |
| 09:40 | বিভিন্ন ধৰনৰ Nanotube -এৰ উদাহৰণ হল:'Boron carbon nitrogen, Boron carbon আৰু Carbon |
| 09:50 | এটা carbon nanotube এটা ক্ষুদ্ৰ নলাকাৰ carbon structure হয় যাৰ প্ৰান্তবোৰত ষড়ভুজী graphite molecules সংযুক্ত থাকে । |
| 10:01 | নতুন উইন্ডো খুলিবলৈ টুলবাৰত New আইকনত ক্লিক কৰক |
| 10:06 | nanotube ক ভালকে চাবলৈ, মই ব্যাকগ্ৰাউন্ডৰ ৰং নীলা ৰঙত পৰিবৰ্তন কৰিম। |
| 10:12 | View ত যাওক আৰু Set Background Color ত যাওক । |
| 10:17 | Select Color ডায়লগ বাক্স খোলে । |
| 10:21 | বাক্সত, নীলা ৰঙ নিৰ্বাচন কৰক আৰু Ok ক্লিক কৰক। |
| 10:26 | Build মেনুত যাওক আৰু Nanotube Builder. নিৰ্বাচন কৰক । |
| 10:30 | Nanotube Builder. মেনুটো প্যানেলএৰ তলত খোলে। |
| 10:35 | মই Nanotube Builder মেনু চাবলৈ Avogadro উইন্ডোৰ আকাৰ পৰিবৰ্তন কৰিম |
| 10:40 | আপোনি chirality indexes n, m সেট কৰি nanotube এৰ প্ৰকাৰ নিৰ্ধাৰণ কৰিব পাৰে। |
| 10:47 | মই index values n আৰু mক 4 আৰু 4 সেট কৰিম |
| 10:53 | Length 4.00লৈ (চাৰ দশমিক শূন্য আৰু শূন্য) পৰিবৰ্তন কৰক । |
| 10:57 | Unit ক্ষেত্ৰটো Periodic units ত সেট কৰক। |
| 11:01 | nanotube ত ডবল বন্ডক দেখোৱাবৰ বাবে Find double bonds চেকবক্সত ক্লিক কৰক। |
| 11:08 | তাৰপিছত বিল্ড ত ক্লিক কৰক। |
| 11:10 | গঠনটো অনিৰ্বাচন কৰিবলৈ CTRL + SHIFT + A 'টিপক। |
| 11:15 | সঠিকভাবে দেখাবলৈ, ন্যাভিগেশন টুলটো ব্যবহাৰ কৰি nanotubeক ঘোৰাওক আৰু জুম কৰাওক । |
| 11:21 | ইয়াৰ পিছত মই 6,6 index values দি এটা nanotube তৈয়াৰ কৰিম। |
| 11:27 | বিল্ড মেনুত যাওক আৰু' Nanotube Builder নিৰ্বাচন কৰক । |
| 11:31 | 'n আৰু m এৰ মানবোৰক 6 আৰু 6 ত পৰিবৰ্তন কৰক। তাৰপিছত বিল্ড ত ক্লিক কৰক। |
| 11:40 | দুটা অধিক্ৰমণ nanotubes লক্ষ্য কৰক । |
| 11:44 | nanotubes অপটিমাইজ কৰাৰ বাবে, অটো অপ্টিমাইজেশান টুলত ক্লিক কৰক। |
| 11:50 | ফোৰ্স ফিল্ড 'ড্ৰপ ডাউন-ত,MMFF94 নিৰ্বাচন কৰক। |
| 11:56 | অপ্টিমাইজ কৰিবলৈ স্টাৰ্ট বোতামত ক্লিক কৰক। |
| 12:02 | অটো অপ্টিমাইজেশান প্ৰক্ৰিয়াটো বন্ধ কৰাৰ বাবে স্টপ ত ক্লিক কৰক । |
| 12:07 | গঠনটো অনিৰ্বাচন কৰিবলৈ CTRL + SHIFT + A 'টিপক। |
| 12:11 | এটা ডবল বেৰ থকা nanotube 'প্যানেল-ত প্ৰদৰ্শিত হয়। |
| 12:16 | ন্যাভিগেশন টুল ব্যবহাৰ কৰি, ভালকে দেখিবলৈ nanotubeক ঘোৰাওক। |
| 12:21 | এতিয়া মই nanotube ত carbon hexagon rings দেখোৱাম। |
| 12:26 | Display Types মেনুত, Ring চেকবক্স নিৰ্বাচন কৰক। |
| 12:31 | ন্যাভিগেশন টুল ব্যবহাৰ কৰি carbon hexagons চাবলৈ 'nanotube ঘোড়াওক । |
| 12:38 | ইয়াৰ সংক্ষিপ্ত বিবৰণ |
| 12:40 | এই টিউটোৰিয়েলত আমি শিকিছো: |
| 12:43 | pH values পৰিবৰ্তন কৰি' যৌগত Proton transfer কৰা |
| 12:48 | crystal library পৰা crystal structures লোড কৰা |
| 12:51 | বিভিন্ন Miller planes দেখাওক |
| 12:54 | সুপাৰ কোষ তৈয়াৰ কৰা |
| 12:56 | coordination যৌগত জ্যামিত্যবোৰ চোৱা আৰু nanotubes তৌয়াৰ কৰা |
| 13:03 | এটা অনুশীলনী
silver chloride(AgCl) crystal structure লোড কৰক আৰু সেইটোক Miller planes-ত দেখোৱাওক । |
| 13:09 | coordination লাইব্ৰেৰি পৰা গঠন লোড কৰক আৰু জ্যামিতিবোৰ দেখোৱাওক। |
| 13:14 | chirality index 9,9 দি nanotube তৈয়াৰ কৰক । |
| 13:19 | এই ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায়। আপোনাৰ উচৰত যদি ভাল ব্যান্ডউইথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাব পাৰে । |
| 13:27 | আমি টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি ওয়াৰ্কশপ পৰিচালনা কৰো আৰু সাৰ্টিফিকেটবোৰ দিয়ো । আমাৰ সৈতে যোগাযোগ কৰক. |
| 13:34 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়। |
| 13:41 | অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।
যোগদান কৰাৰ বাবে ধন্যবাদ। |