Avogadro/C3/General-Features-in-Avogadro/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ ! General Features in Avogadro এৰ এই টিউটোৰিয়েলত স্বাগতম।
00:08 এই টিউটোৰিয়েলত আমি শিকিম:pH values পৰিবৰ্তন কৰি যৌগত Proton transfer কৰা
00:16 স্ফটোক গঠন লোড কৰা
00:19 বিভিন্ন Miller planes দেখা
00:22 সুপাৰ কোষ তৈয়াৰ কৰা
00:24 coordination যৌগেৰ জ্যামিত্যবোৰ দেখা আৰু nanotubes তৈয়াৰ কৰা
00:31 ইয়াতে মই ব্যবহাৰ কৰিছো 'উবুন্টু লিনাক্স' OS সংস্কৰণ 14.04
00:37 Avogadro সংস্কৰণ 1.1.1।
00:41 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Avogadro 'ইন্টাৰফেস-এৰ সৈতে পৰিচিত হোৱা উচিত ।
00:47 যদি নাই, প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওয়েবসাইট চাওক।
00:52 এই টিউটোৰিয়েলৰ বাবে ব্যবহৃত ফাইল ফাইলবোৰ কোড ফাইল হিসাবে প্ৰদান কৰা হৈছে।
00:58 মই এটা নতুন Avogadro উইন্ডো খুলিছো।
01:01 মই pH values পৰিবৰ্তন কৰি' যৌগত proton transfer প্ৰদৰ্শন কৰিম ।
01:07 ইয়াৰ বাবে, মই Fragment library পৰা amino acids লোড কৰিম ।
01:12 বিল্ডমেনু ব্যবহাৰ কৰি,ফ্ৰ্যাগমেন্ট লাইব্ৰেৰি ত যাওক ।
01:16 ফ্ৰ্যাগমেন্ট লাইব্ৰেৰিত, amino acids ফোল্ডাৰত ডাবল ক্লিক কৰক'।
01:21 D-alanine.cml নিৰ্বাচন কৰক আৰুInsert ত ক্লিক কৰক।
01:26 Insert Fragment ডায়ালগ বাক্সটো বন্ধ কৰক।
01:30 গঠন অনিৰ্বাচন কৰাৰ বাবে CTRL, SHIFT আৰু A টিপক।
01:34 ন্যাভিগেশন টুল ব্যবহাৰ কৰি সঠিক অবস্থানৰ বাবে গঠনটোক ঘোৰাওক।
01:39 মই পিএইচ পৰিবৰ্তন কৰি এমিনো এসিড' -ত প্ৰোটন ট্ৰান্সফাৰ প্ৰদৰ্শন কৰিম ।
01:46 বিল্ড মেনুত যাওক আৰু Add Hydrogens for pH নিৰ্বাচন কৰক।
01:51 Add Hydrogens for pH টেক্সট বক্সটো খোলে যত ডিফল্ট মান 7.4 আছে
01:57 টেক্সট বাক্সত pH value পৰিবৰ্তন কৰি 7.0 কৰক। OK ক্লিক কৰক।
02:04 গঠনটো চাওক। Carboxylic group(COOH) , Carboxylate ionত ৰূপান্তৰিত হৈছে'
02:11 Amino group(NH2), protonated(NH3+) হৈ যায়
02:15 বিল্ড মেনুত যাওক আৰু Add Hydrogens for pH নিৰ্বাচন কৰক।
02:20 টেক্সট বক্সত, pH পৰিবৰ্তন কৰি 2.0 কৰক আৰু ওকে ক্লিক কৰক।
02:26 কাৰ্বক্সিলেট আয়ন, কাৰ্বক্সিলিক গ্ৰুপ'ত ৰূপান্তৰিত হৈছে' ।
02:31 বিল্ড মেনুত যাওক আৰু Add Hydrogens for pH নিৰ্বাচন কৰক।
02:35 টেক্সট বক্সত, pH 10.0 ত পৰিবৰ্তন কৰক আৰু ওকে ক্লিক কৰক।
02:41 কাৰ্সবক্সিলিক গ্ৰুপ কাৰ্বক্সিলেট আয়ন ৰূপত ৰূপান্তৰিত হৈছে।
02:46 Amino group(NH2), deprotonated হৈ গৈছে ।
02:49 গঠনটো মুছি পেলাবৰ বাবে Delete টিপক।
02:52 এতিয়া মই pH পৰিবৰ্তন কৰি, aminesপ্ৰোটন ট্ৰান্সফাৰ প্ৰদৰ্শন কৰিম
02:58 এইটোৰ বাবে মই ফ্ৰ্যাগমেন্ট লাইব্ৰেৰী পৰা ethylamine গঠন লোড কৰিম ।
03:05 Insert Fragment ডায়ালগ বাক্সটো বন্ধ কৰক।
03:09 গঠন অনিৰ্বাচন কৰাৰ বাবে CTRL, SHIFT আৰু A টিপক।
03:13 ন্যাভিগেশন টুল ব্যবহাৰ কৰি, সঠিক অবস্থানৰ বাবে গঠনক ঘোৰাওক।
03:18 বিল্ড মেনুত যাওক, 'Add Hydrogens for pH. ক্লিক কৰক।
03:23 Add Hydrogens for pH টেক্সট বাক্স খোলে।
03:27 টেক্সট বক্সত, পিএইচ মানক 7.0 লৈ পৰিবৰ্তন কৰক। OK ক্লিক কৰক।
03:34 গঠন পৰ্যবেক্ষণ কৰক । Amino group, protonated হৈ গৈছে
03:39 বিল্ড মেনুত যাওক, Add Hydrogens for pH ক্লিক কৰক।
03:43 টেক্সট বক্সত, 'pH 'পৰিবৰ্তন কৰি 2.0 কৰক আৰু ওকে ক্লিক কৰক
03:49 ইয়াতে মই গঠনৰ কোনো পৰিবৰ্তন নেদেখো।
03:53 কাৰণ, ethylamine এ, মাত্ৰ মৌলিক মাধ্যমত হে proton transfer দেখায় ।
03:59 বিল্ড মেনুত যাওক, Add Hydrogens for pH ত ক্লিক কৰক।
04:03 টেক্সট বক্সত, পিএইচ' 10.0 ত পৰিবৰ্তন কৰক আৰু ওকে ক্লিক কৰক
04:09 Amino group, deprotonated হৈ গৈছে ।
04:12 এতিয়া মই প্ৰদৰ্শন কৰিম:Crystal Library পৰা Crystal structures লোড কৰা আৰু কিছু Crystal properties
04:20 নতুন উইন্ডো খুলিবলৈ টুলবাৰত New আইকনত ক্লিক কৰক।
04:25 File মেনুত যাওক, Importত নেভিগেট কৰক আৰু Crystal নিৰ্বাচন কৰক ।
04:30 Insert Crystal ডায়ালগ বক্সটো খোলে।
04:34 ইয়াতে মই বিভিন্ন ফোল্ডাৰ দেখা পাও ।
04:37 halides ফোল্ডাৰত ডবল ক্লিক কৰক।
04:40 NaCl-Halite.cif ফাইল নিৰ্বাচন কৰক আৰু Insert ত ক্লিক কৰক।
04:47 Insert Crystal ডায়ালগ বাক্সটো বন্ধ কৰক।
04:51 ইয়াতে মই সঠিককৈ দেখিবলৈ Tool Settings আৰু Display Settings বন্ধ কৰিম।
04:58 সোডিয়াম ক্লোৰাইড-এৰ ক্ৰিস্টাল গঠন প্যানেল ত প্ৰদৰ্শিত হৈছে ।
05:02 গঠনৰ লগতে তাৰ Cell Parameters ও প্ৰদৰ্শিত হয়।
05:07 প্যানেল-এৰ শীৰ্ষ-বাও ফালে আপোনি চাব পাৰে:

Lattice Type

Spacegroupআৰু sodium chloride crystal-এৰ Unit cell volume

05:18 এতিয়া মই crystal-এৰ বাবে Miller planes দেখোৱাম ।
05:22 তাৰ আগত মই Miller indices সম্পৰ্কে এটা সংক্ষিপ্ত ভূমিকা প্ৰদান কৰিম।
05:28 Miller indicesত তিনটা সংখ্যাৰ এটা সেট আছে (hkl)।
05:34 সিহতক স্ফটিক সিস্টেম ত নিৰ্দেশ আৰু অভ্যন্তৰীণ 'প্লেন' উল্লেখ কৰাত ব্যবহৃত হয়।
05:41 এতিয়া sodium chloride crystal'Miller planes
05:45 View মেনুত যাওক আৰু Crystal View Options ক্লিক কৰক ।
05:51 Crystal View Options মেনু, সোফালে লোড হৈ যায় ।
05:56 Miller Indices ৰেডিও বোতামত ক্লিক কৰক।
06:00 মই 'h', 'k', 'l' এৰ মান 2, 3, 2ত পৰিবৰ্তন কৰিম।
06:07 'ক্ৰিস্টালত, atoms -এৰ planes আৰু অবস্থানৰ পৰিবৰ্তন লক্ষ্য ৰাখক।
06:13 এতিয়া মই এটা সুপাৰ সেল নিৰ্মাণ কৰাৰ পদ্ধতি ব্যাখ্যা কৰিম।
06:17 বিল্ড মেনুত যাওক আৰু Super Cell Builder নিৰ্বাচন কৰক ।
06:22 Super Cell Parameters ডায়ালগ বক্স খোলে।
06:26 Super Cell Options,এৰ অধীনত, মই ইউনিট সেল পৰামিতাৰ্চ 'A', 'B' আৰু 'C'ক পৰিবৰ্তন কৰিব পাৰো।
06:34 মই 'A', 'B' আৰু 'C' ক্ষেত্ৰৰ মান '2', '2', '2' ত পৰিবৰ্তন কৰিম।
06:43 তাৰপিছত Generate cell ক্লিক কৰক। ডায়ালগ বক্সটো বন্ধ কৰিবলৈ Close ত ক্লিক কৰক।
06:50 সঠিকভাবে দেখিবলৈ গঠনটো প্ৰয়োজনমতে জুম কৰক।
06:55 Crystal lattice প্যানেলত প্ৰদৰ্শিত হৈছে ।
06:59 এতিয়া মই Miller Indices 3, 2, 3 ত পৰিবৰ্তন কৰিম।
07:05 ন্যাভিগেশন টুল ব্যবহাৰ কৰি কোষ ঘোৰাওক।
07:09 ইয়াতে বিন্দুক্ত আকৃতিটোৱে plane ক দেখায়।
07:13 আপোনি 'h', 'k', 'l' মানবোৰ পৰিবৰ্তন কৰি বিভিন্ন প্লেন বোৰ চাব পাৰে।
07:20 এতিয়া মই Hexamminecobalt(III) এৰ বাবে octahedral জ্যামিতি তৈয়াৰ কৰিম
07:26 নতুন উইন্ডো খুলিবলৈ টুলবাৰত New আইকনত ক্লিক কৰক
07:31 Hexammine cobalt(III) আঁকিবলৈ, ড্ৰ টুল আইকনত ক্লিক কৰক।
07:37 এলিমেন্টড্ৰপ ডাউনত, নিৰ্বাচন কৰক Other
07:41 Periodic tableউইন্ডো খোলে
07:44 টেবোলৰ পৰা কোবাল্ট নিৰ্বাচন কৰক।
07:47 Periodic table উইন্ডো বন্ধ কৰক।
07:50 প্যানেল ত ক্লিক কৰক। এলিমেন্ট ড্ৰপ ডাউন পৰা নাইট্ৰোজেন নিৰ্বাচন কৰক।
07:56 cobalt atomত ছটা  বন্ড আঁকিবলৈ ক্লিক কৰক আৰু টানক ।
08:03 লক্ষ্য কৰক যে প্ৰতিটো নাইট্ৰোজেনত দুটা হাইড্ৰোজেন সংযুক্ত আছে ।
08:08 'hexamminecobalt(III) গঠনত, প্ৰতিটো নাইট্ৰোজেনত' তিনটা হাইড্ৰোজেন সংযুক্ত আছে ।
08:15 এলিমেন্ট ড্ৰপ ডাউন' পৰা হাইড্ৰোজেন নিৰ্বাচন কৰক।
08:19 সমস্ত Nitrogen atoms এৰ উপৰত ক্লিক কৰক আৰু টানক ।
08:25 Hexamminecobalt(III) গঠনটো প্যানেলত আঁকা হৈছে।
08:29 Display Settings মেনু খুলিবলৈ Display Settings বোতামটো ক্লিক কৰক।
08:36 এতিয়া মই Hexamminecobalt(III) গঠনৰ octahedral geometry দেখোৱাম ।
08:42 ইয়াৰ বাবে, মই Polygon Display Type ব্যবহাৰ কৰিম।
08:46 যদি Polygon Display Type সক্ৰিয় নাথাকে, তেনেহলে Add বোতামটো ব্যবহাৰ কৰি সক্ৰিয় কৰক।
08:52 Polygon Display Type চেকবক্সত ক্লিক কৰক।
08:56 অপটিমাইজ কৰিবলৈ, টুলবাৰত 'Auto Optimization Toolত ক্লিক কৰক।
09:01 Force Field ড্ৰপ ডাউনত, UFF নিৰ্বাচন কৰক।
09:06 অপ্টিমাইজ কৰিবলৈ স্টাৰ্ট বোতামত ক্লিক কৰক।
09:11 অটো অপ্টিমাইজেশান প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ স্টপ ত ক্লিক কৰক।
09:16 ন্যাভিগেশন টুল ব্যবহাৰ কৰি, octahedral geometry চাবলৈ গঠনটোক ঘোৰাওক ।
09:22 একেইভাবে, এইটো iodine heptafluoride'-এৰ pentagonal bipyramidal geometry হয় ।
09:29 এতিয়া মই বিল্ড মেনুৰ আৰু এটা বৈশিষ্ট্য দেখোৱাম যি হৈছে - Nanotube builder
09:35 এটা Nanotube হল nanometer-scale tube এৰ নিচিনা গঠন।
09:40 বিভিন্ন ধৰনৰ Nanotube -এৰ উদাহৰণ হল:'Boron carbon nitrogen, Boron carbon আৰু Carbon
09:50 এটা carbon nanotube এটা ক্ষুদ্ৰ নলাকাৰ carbon structure হয় যাৰ প্ৰান্তবোৰত ষড়ভুজী graphite molecules সংযুক্ত থাকে ।
10:01 নতুন উইন্ডো খুলিবলৈ টুলবাৰত New আইকনত ক্লিক কৰক
10:06 nanotube ক ভালকে চাবলৈ, মই ব্যাকগ্ৰাউন্ডৰ ৰং নীলা ৰঙত পৰিবৰ্তন কৰিম।
10:12 View ত যাওক আৰু Set Background Color ত যাওক ।
10:17 Select Color ডায়লগ বাক্স খোলে ।
10:21 বাক্সত, নীলা ৰঙ নিৰ্বাচন কৰক আৰু Ok ক্লিক কৰক।
10:26 Build মেনুত যাওক আৰু Nanotube Builder. নিৰ্বাচন কৰক ।
10:30 Nanotube Builder. মেনুটো প্যানেলএৰ তলত খোলে।
10:35 মই Nanotube Builder মেনু চাবলৈ Avogadro উইন্ডোৰ আকাৰ পৰিবৰ্তন কৰিম 
10:40 আপোনি chirality indexes n, m সেট কৰি nanotube এৰ প্ৰকাৰ নিৰ্ধাৰণ কৰিব পাৰে।
10:47 মই index values n আৰু mক 4 আৰু 4 সেট কৰিম
10:53 Length 4.00লৈ (চাৰ দশমিক শূন্য আৰু শূন্য) পৰিবৰ্তন কৰক ।
10:57 Unit ক্ষেত্ৰটো Periodic units ত সেট কৰক।
11:01 nanotube ত ডবল বন্ডক দেখোৱাবৰ বাবে Find double bonds চেকবক্সত ক্লিক কৰক।
11:08 তাৰপিছত বিল্ড ত ক্লিক কৰক।
11:10 গঠনটো অনিৰ্বাচন কৰিবলৈ CTRL + SHIFT + A 'টিপক।
11:15 সঠিকভাবে দেখাবলৈ, ন্যাভিগেশন টুলটো ব্যবহাৰ কৰি nanotubeক ঘোৰাওক আৰু জুম কৰাওক ।
11:21 ইয়াৰ পিছত মই 6,6 index values দি এটা nanotube তৈয়াৰ কৰিম।
11:27 বিল্ড মেনুত যাওক আৰু' Nanotube Builder নিৰ্বাচন কৰক ।
11:31 'n আৰু m এৰ মানবোৰক 6 আৰু 6 ত পৰিবৰ্তন কৰক। তাৰপিছত বিল্ড ত ক্লিক কৰক।
11:40 দুটা অধিক্ৰমণ nanotubes লক্ষ্য কৰক ।
11:44 nanotubes অপটিমাইজ কৰাৰ বাবে, অটো অপ্টিমাইজেশান টুলত ক্লিক কৰক।
11:50 ফোৰ্স ফিল্ড 'ড্ৰপ ডাউন-ত,MMFF94 নিৰ্বাচন কৰক।
11:56 অপ্টিমাইজ কৰিবলৈ স্টাৰ্ট বোতামত ক্লিক কৰক।
12:02 অটো অপ্টিমাইজেশান প্ৰক্ৰিয়াটো বন্ধ কৰাৰ বাবে স্টপ ত ক্লিক কৰক ।
12:07 গঠনটো অনিৰ্বাচন কৰিবলৈ CTRL + SHIFT + A 'টিপক।
12:11 এটা ডবল বেৰ থকা nanotube 'প্যানেল-ত প্ৰদৰ্শিত হয়।
12:16 ন্যাভিগেশন টুল ব্যবহাৰ কৰি, ভালকে দেখিবলৈ nanotubeঘোৰাওক।
12:21 এতিয়া মই nanotubecarbon hexagon rings দেখোৱাম।
12:26 Display Types মেনুত, Ring চেকবক্স নিৰ্বাচন কৰক।
12:31 ন্যাভিগেশন টুল ব্যবহাৰ কৰি carbon hexagons চাবলৈ 'nanotube ঘোড়াওক ।
12:38 ইয়াৰ সংক্ষিপ্ত বিবৰণ
12:40 এই টিউটোৰিয়েলত আমি শিকিছো:
12:43 pH values পৰিবৰ্তন কৰি' যৌগত Proton transfer কৰা
12:48 crystal library পৰা crystal structures লোড কৰা
12:51 বিভিন্ন Miller planes দেখাওক
12:54 সুপাৰ কোষ তৈয়াৰ কৰা
12:56 coordination যৌগত জ্যামিত্যবোৰ চোৱা আৰু nanotubes তৌয়াৰ কৰা
13:03 এটা অনুশীলনী

silver chloride(AgCl) crystal structure লোড কৰক আৰু সেইটোক Miller planes-ত দেখোৱাওক ।

13:09 coordination লাইব্ৰেৰি পৰা গঠন লোড কৰক আৰু জ্যামিতিবোৰ দেখোৱাওক।
13:14 chirality index 9,9 দি nanotube তৈয়াৰ কৰক ।
13:19 এই ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰসংক্ষেপে দেখায়। আপোনাৰ উচৰত যদি ভাল ব্যান্ডউইথ নাই, তেনেহলে আপোনি এইটোক ডাউনলোড কৰি চাব পাৰে ।
13:27 আমি টিউটোৰিয়েলবোৰ ব্যবহাৰ কৰি ওয়াৰ্কশপ পৰিচালনা কৰো আৰু সাৰ্টিফিকেটবোৰ দিয়ো । আমাৰ সৈতে যোগাযোগ কৰক.
13:34 স্পোকেন টিউটোৰিয়েল প্ৰকল্পটো ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা পৰিচালিত হয়।
13:41 অাই আই টি বম্বোৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ।

যোগদান কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi