Difference between revisions of "Koha-Library-Management-System/C2/OPAC/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 |'''How to use OPAC''' স্প’কেন টিউট’ৰিয়েলটো...") |
|||
Line 58: | Line 58: | ||
|- | |- | ||
− | | 01: | + | | 01:39 |
|এই '''URL''' টো ইনষ্টলেচনৰ সময়ত দিয়া '''port number''' আৰু '''domain''' নামৰ ওপৰত আধাৰিত | |এই '''URL''' টো ইনষ্টলেচনৰ সময়ত দিয়া '''port number''' আৰু '''domain''' নামৰ ওপৰত আধাৰিত | ||
|- | |- | ||
− | | 01: | + | | 01:47 |
| অনুগ্ৰহ কৰি আপুনি উল্লেখ কৰা ধৰণে লিখক । এতিয়া, '''Enter''' টিপক | | অনুগ্ৰহ কৰি আপুনি উল্লেখ কৰা ধৰণে লিখক । এতিয়া, '''Enter''' টিপক | ||
|- | |- | ||
− | |01: | + | |01:54 |
|'''Welcome to Spoken Tutorial Library''' হ’মপেজটো খুলিছে | |'''Welcome to Spoken Tutorial Library''' হ’মপেজটো খুলিছে | ||
|- | |- | ||
− | | 02: | + | | 02:00 |
− | | ওপৰত বাওঁফালে ''' | + | | ওপৰত বাওঁফালে '''Library catalog''' পৰা দ্ৰপ-দাউনত, আমি তলৰ অপচনচ চাৰ্চ কৰিব পাৰো: |
|- | |- | ||
− | |02: | + | | 02:09 |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
| '''Title''', '''Author ''', '''Subject''', '''ISBN ''', '''Series''' আৰু '''Call number''' | | '''Title''', '''Author ''', '''Subject''', '''ISBN ''', '''Series''' আৰু '''Call number''' | ||
|- | |- | ||
− | | 02: | + | | 02:22 |
− | | মই '''Search''' ফিল্দত '''Microbiology''' লিখিম | + | | মই '''Search''' ফিল্দত '''Microbiology''' লিখিম আৰু, ফিল্দৰ সোফালে ''' Go ''' ত ক্লিক কৰক |
|- | |- | ||
| 02:33 | | 02:33 | ||
− | |||
− | |||
− | |||
− | |||
| '''Microbiology''' শব্দটো থকা সকলো '''Library items''' ফলাফলত তালিকাবদ্ধ হৈছে | | '''Microbiology''' শব্দটো থকা সকলো '''Library items''' ফলাফলত তালিকাবদ্ধ হৈছে | ||
|- | |- | ||
− | |02: | + | |02:40 |
|চাৰ্চ ওৱৰ্দৰ সৈতে তালিকাবদ্ধ হোৱা '''items''', পাছত ইউজাৰৰ পচন্দ অনুসৰি চ’ৰ্ত কৰিব পাৰি | |চাৰ্চ ওৱৰ্দৰ সৈতে তালিকাবদ্ধ হোৱা '''items''', পাছত ইউজাৰৰ পচন্দ অনুসৰি চ’ৰ্ত কৰিব পাৰি | ||
|- | |- | ||
− | | 02: | + | | 02:47 |
| তাক কৰিবলৈ, তালিকাখনৰ সোফালে যাওঁক আৰু '''Relevance''' টেবত ক্লিক কৰক | | তাক কৰিবলৈ, তালিকাখনৰ সোফালে যাওঁক আৰু '''Relevance''' টেবত ক্লিক কৰক | ||
|- | |- | ||
− | | 02: | + | | 02:54 |
|দ্ৰপ-দাউনৰ পৰা, মই '''Author (A-Z)''' বাচিম | |দ্ৰপ-দাউনৰ পৰা, মই '''Author (A-Z)''' বাচিম | ||
|- | |- | ||
− | | 03: | + | | 03:00 |
|আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো অপচন বাচিব পাৰে | |আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো অপচন বাচিব পাৰে | ||
|- | |- | ||
− | | 03: | + | | 03:06 |
| '''Author (A-Z)''' নিৰ্বাচিত কৰিলে, '''Authors''' ৰ এখন তালিকা বৰ্ণৰ ক্ৰমত দৰ্শিত হয় | | '''Author (A-Z)''' নিৰ্বাচিত কৰিলে, '''Authors''' ৰ এখন তালিকা বৰ্ণৰ ক্ৰমত দৰ্শিত হয় | ||
|- | |- | ||
− | | 03: | + | | 03:14 |
| তালিকাবদ্ধ '''items''' ৰ টাইটলৰ তলত চাওঁক । ইয়াত, আমি সেই বিশেষ আইতেমৰ উপলদ্ধতাক সকলো লাইব্ৰেৰীত চাব পাৰো | | তালিকাবদ্ধ '''items''' ৰ টাইটলৰ তলত চাওঁক । ইয়াত, আমি সেই বিশেষ আইতেমৰ উপলদ্ধতাক সকলো লাইব্ৰেৰীত চাব পাৰো | ||
|- | |- | ||
− | | 03: | + | | 03:26 |
| গতিকে, কেনেকৈ আমি আমাৰ চাৰ্চক উন্নত ফলাফলৰ বাবে শুধৰাব পাৰো ? | | গতিকে, কেনেকৈ আমি আমাৰ চাৰ্চক উন্নত ফলাফলৰ বাবে শুধৰাব পাৰো ? | ||
|- | |- | ||
− | | 03: | + | | 03:31 |
|আমি বাওঁফালে '''‘Refine Your Search'''' টেবত ক্লিক কৰি তাক কৰিব পাৰো | |আমি বাওঁফালে '''‘Refine Your Search'''' টেবত ক্লিক কৰি তাক কৰিব পাৰো | ||
|- | |- | ||
− | | 03: | + | | 03:39 |
|পাছত নিম্ন চেকচনৰ ভিতৰত বিভিন্ন টেবলৈ যাওঁক: '''Availability''', '''Authors''', '''Item Types''' আৰু '''Topics''' | |পাছত নিম্ন চেকচনৰ ভিতৰত বিভিন্ন টেবলৈ যাওঁক: '''Availability''', '''Authors''', '''Item Types''' আৰু '''Topics''' | ||
|- | |- | ||
− | | 03: | + | | 03:52 |
| এতিয়া, আহক চাওঁ যদি প্ৰয়োজনীয় সামগ্ৰীটো সাধাৰণ চাৰ্চৰ দ্বাৰা পোৱা নগ’লে কি কৰিব লাগে | | এতিয়া, আহক চাওঁ যদি প্ৰয়োজনীয় সামগ্ৰীটো সাধাৰণ চাৰ্চৰ দ্বাৰা পোৱা নগ’লে কি কৰিব লাগে | ||
|- | |- | ||
− | | 04: | + | | 04:01 |
| '''Search Catalog''' পৃষ্ঠাটোত, '''Advanced Search''' লিংকত ক্লিক কৰক | | '''Search Catalog''' পৃষ্ঠাটোত, '''Advanced Search''' লিংকত ক্লিক কৰক | ||
|- | |- | ||
− | | 04: | + | | 04:07 |
| '''Search for''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে | | '''Search for''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে | ||
|- | |- | ||
− | | 04: | + | | 04:13 |
|একাধিক দ্ৰপ-দাউন অপচন ব্যৱ্হাৰ কৰি, আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমাৰ চাৰ্চক ৰিফাইন কৰিব পাৰো | |একাধিক দ্ৰপ-দাউন অপচন ব্যৱ্হাৰ কৰি, আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমাৰ চাৰ্চক ৰিফাইন কৰিব পাৰো | ||
|- | |- | ||
− | | 04: | + | | 04:21 |
| বাওঁফালে দ্ৰপ-দাউনৰ পৰা, উপযুক্ত অপচনটো বাচক যেনে: | | বাওঁফালে দ্ৰপ-দাউনৰ পৰা, উপযুক্ত অপচনটো বাচক যেনে: | ||
Line 152: | Line 144: | ||
|- | |- | ||
− | | 04: | + | | 04:40 |
− | | মই '''Subject''' বাচিম | + | | মই '''Subject''' বাচিম আৰু সোফালৰ ফিল্দত, বাওঁফালৰ দ্ৰপ-দাউনৰ পৰা বচা অপচনটোৰ সবিশেষ লিখক |
|- | |- | ||
− | | 04: | + | | 04:51 |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
| মই ইয়াত '''Microbiology''' লিখিম | | মই ইয়াত '''Microbiology''' লিখিম | ||
|- | |- | ||
− | | | + | | 04:55 |
| দ্বিতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই '''Author''' ত '''Patel''' বাচিম | | দ্বিতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই '''Author''' ত '''Patel''' বাচিম | ||
|- | |- | ||
− | | 05: | + | | 05:03 |
| তৃতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই '''Publisher''' ত '''Pearson''' বাচিম | | তৃতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই '''Publisher''' ত '''Pearson''' বাচিম | ||
|- | |- | ||
− | | 05: | + | | 05:11 |
| একেটা পৃষ্ঠাত, '''Item Type''' চেকচনৰ ভিতৰত অন্য অপচনচ মন কৰক- | | একেটা পৃষ্ঠাত, '''Item Type''' চেকচনৰ ভিতৰত অন্য অপচনচ মন কৰক- | ||
|- | |- | ||
− | | 05: | + | | 05:18 |
− | | '''Book''', | + | | '''Book''', '''Reference''' আৰু '''Serial''' |
|- | |- | ||
− | | 05: | + | | 05:23 |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
| অপচনচৰ সৈতে যেনে - '''Publication date range''', '''Language''' আৰু '''Sorting''' | | অপচনচৰ সৈতে যেনে - '''Publication date range''', '''Language''' আৰু '''Sorting''' | ||
|- | |- | ||
− | | 05: | + | | 05:34 |
| গতিকে, '''Item Type''' চেকচনৰ ভিতৰত, মই '''Books''' ৰ বাবে ৰেদিঅ’ বুটামত ক্লিক কৰিম | | গতিকে, '''Item Type''' চেকচনৰ ভিতৰত, মই '''Books''' ৰ বাবে ৰেদিঅ’ বুটামত ক্লিক কৰিম | ||
|- | |- | ||
− | | 05: | + | | 05:41 |
| মই '''Publication date range''' খালি ৰাখিম | | মই '''Publication date range''' খালি ৰাখিম | ||
|- | |- | ||
− | | 05: | + | | 05:46 |
| ''' Language ''' ৰ বাবে দ্ৰপ-দাউনৰ পৰা ''' English ''' বাচক | | ''' Language ''' ৰ বাবে দ্ৰপ-দাউনৰ পৰা ''' English ''' বাচক | ||
|- | |- | ||
− | | 05: | + | | 05:52 |
| '''Sorting''' চেকচনত, '''Sort by:''' ৰ বাবে মই '''Author (A-Z)''' বাচিম | | '''Sorting''' চেকচনত, '''Sort by:''' ৰ বাবে মই '''Author (A-Z)''' বাচিম | ||
|- | |- | ||
− | | 06: | + | | 06:00 |
| সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত '''Search''' ত ক্লিক কৰক | | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত '''Search''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 06: | + | | 06:07 |
|এই পৃষ্ঠাটোত নিম্নলিখিত ধৰণে সকলো আইতেমৰ তালিকা এখন থাকিব: | |এই পৃষ্ঠাটোত নিম্নলিখিত ধৰণে সকলো আইতেমৰ তালিকা এখন থাকিব: | ||
Line 218: | Line 198: | ||
|- | |- | ||
− | | 06: | + | | 06:16 |
|'''Author ''' ত ''' Patel Arvind H.''', | |'''Author ''' ত ''' Patel Arvind H.''', | ||
|- | |- | ||
− | | 06: | + | | 06:20 |
| '''Publisher''' ত '''Pearson''' | | '''Publisher''' ত '''Pearson''' | ||
|- | |- | ||
− | | 06: | + | | 06:23 |
| এতিয়া,আহক '''Advanced Search''' পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু '''Search for:''' চেকচনৰ তলত '''More Options''' বুটামত ক্লিক কৰো | | এতিয়া,আহক '''Advanced Search''' পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু '''Search for:''' চেকচনৰ তলত '''More Options''' বুটামত ক্লিক কৰো | ||
|- | |- | ||
− | | 06: | + | | 06:36 |
|তেনে কৰিলে, '''Advanced search''' পৃষ্ঠাটোৰ লেআউত সলনি হয় | |তেনে কৰিলে, '''Advanced search''' পৃষ্ঠাটোৰ লেআউত সলনি হয় | ||
|- | |- | ||
− | | 06: | + | | 06:42 |
| পুনৰ এবাৰ, প্ৰথম দ্ৰপ-দাউনত, মই '''Subject''' বাচিম | | পুনৰ এবাৰ, প্ৰথম দ্ৰপ-দাউনত, মই '''Subject''' বাচিম | ||
|- | |- | ||
− | | 06: | + | | 06:48 |
|পাছত মই লিখিম '''Microbiology''' | |পাছত মই লিখিম '''Microbiology''' | ||
|- | |- | ||
− | |06: | + | |06:52 |
| এতিয়া অপচনচৰ দ্বিতীয় ৰৌ টোলৈ আহক | | এতিয়া অপচনচৰ দ্বিতীয় ৰৌ টোলৈ আহক | ||
|- | |- | ||
− | | | + | | 06:56 |
|প্ৰথম দ্ৰপ-দাউনত, মই '''“and”''' অপচনক এনেদৰেই ৰাখিম | |প্ৰথম দ্ৰপ-দাউনত, মই '''“and”''' অপচনক এনেদৰেই ৰাখিম | ||
|- | |- | ||
− | | 07: | + | | 07:03 |
| আৰু, সোফালে দ্ৰপ-দাউনত, মই '''“Author”''' বাচিম | | আৰু, সোফালে দ্ৰপ-দাউনত, মই '''“Author”''' বাচিম | ||
|- | |- | ||
− | | 07: | + | | 07:08 |
| পাছত ইয়াৰ সোফালে, মই লিখিম '''“Patel”''' | | পাছত ইয়াৰ সোফালে, মই লিখিম '''“Patel”''' | ||
|- | |- | ||
− | | 07: | + | | 07:13 |
| পাছত, অপচনচৰ তৃতীয় ৰৌ টোলৈ আহক । প্ৰথম দ্ৰপ-দাউনত, মই '''“or”''' অপচনটো বাচিম | | পাছত, অপচনচৰ তৃতীয় ৰৌ টোলৈ আহক । প্ৰথম দ্ৰপ-দাউনত, মই '''“or”''' অপচনটো বাচিম | ||
|- | |- | ||
− | |07: | + | |07:22 |
| আৰু, সোফালে দ্ৰপ-দাউনত, মই '''“Author”''' বাচিম | | আৰু, সোফালে দ্ৰপ-দাউনত, মই '''“Author”''' বাচিম | ||
|- | |- | ||
− | |07: | + | |07:28 |
| পাছত ইয়াৰ সোফালে, মই লিখিম '''“Heritage”''' | | পাছত ইয়াৰ সোফালে, মই লিখিম '''“Heritage”''' | ||
|- | |- | ||
− | | 07: | + | | 07:33 |
− | | | + | | যদি প্ৰয়োজন হয়, আপুনি '''Item type''' চেকচনৰ ভিতৰত '''search''' অপচনচ বা বাকী থকা অপচনচ ব্যৱ্হাৰ কৰি চাৰ্চক পাছলৈ বিস্তৃত কৰিব পাৰে |
|- | |- | ||
− | | 07: | + | | 07:45 |
− | | | + | | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, চেকচনটোৰ তলত '''Search''' বুটামত ক্লিক কৰক |
|- | |- | ||
− | | 07: | + | | 07:52 |
| এনেদৰেই আমি '''OPAC''' ব্যৱ্হাৰ কৰি লাইব্ৰেৰীত আইতেমচ চাৰ্চ কৰিব পাৰো | | এনেদৰেই আমি '''OPAC''' ব্যৱ্হাৰ কৰি লাইব্ৰেৰীত আইতেমচ চাৰ্চ কৰিব পাৰো | ||
|- | |- | ||
− | | | + | |07:58 |
| এই টিউট’ৰিয়েলটোৰ সৈতে, আপুনি এতিয়া ইউজাৰ এজনে কেনেকৈ সহজে লাইব্ৰেৰী আইতেম এটাৰ বাবে চাৰ্চ কৰিব পাৰে শিকিলে | | এই টিউট’ৰিয়েলটোৰ সৈতে, আপুনি এতিয়া ইউজাৰ এজনে কেনেকৈ সহজে লাইব্ৰেৰী আইতেম এটাৰ বাবে চাৰ্চ কৰিব পাৰে শিকিলে | ||
|- | |- | ||
− | | 08: | + | | 08:05 |
| ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি | | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি | ||
|- | |- | ||
− | | 08: | + | | 08:08 |
| আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো '''Search''' ব্যৱ্হাৰ কৰি '''item''' এটা বিচাৰিবলৈ | | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো '''Search''' ব্যৱ্হাৰ কৰি '''item''' এটা বিচাৰিবলৈ | ||
|- | |- | ||
− | | 08: | + | | 08:17 |
| আৰু '''Advance Search''' ব্যৱ্হাৰ কৰি '''item''' এটা বিচাৰিবলৈ | | আৰু '''Advance Search''' ব্যৱ্হাৰ কৰি '''item''' এটা বিচাৰিবলৈ | ||
|- | |- | ||
− | | 08: | + | | 08:22 |
| অনুশিলনীৰ বাবে- | | অনুশিলনীৰ বাবে- | ||
Line 304: | Line 284: | ||
|- | |- | ||
− | | 08: | + | | 08:30 |
|তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক | |তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক | ||
|- | |- | ||
− | | 08: | + | | 08:37 |
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক | | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক | ||
|- | |- | ||
− | | 08: | + | | 08:47 |
| অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক | | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক | ||
|- | |- | ||
− | | 08: | + | | 08:51 |
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ | | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ | ||
|- | |- | ||
− | | 09: | + | | 09:03 |
| মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ | | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ | ||
|} | |} |
Latest revision as of 19:18, 22 February 2019
|
|
00:01 | How to use OPAC স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম: Search ব্যৱ্হাৰ কৰি item এটা কেনেকৈ বিচৰা হয় |
00:13 | আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ |
00:18 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
00:32 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:38 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:44 | আৰু, আপোনাৰ Koha ত কামকৰা জ্ঞান থাকিব লাগিব |
00:49 | যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
00:56 | আৰম্ভ কৰিবলৈ, মই Microbiology ত দুখন কিতাপ বেছিকৈ যোগ কৰিলো |
01:02 | এখন লেখক Powar and Daginawala আৰু আনখন লেখক Heritage ৰ সৈতে |
01:12 | মোৰ লাইব্ৰেৰীত মুঠতে তিনিখন কিতাপ আছে |
01:17 | আগবহাৰ আগতে, আগৰ টিউট’ৰিয়েলত বৰ্ণনা কৰাৰ দৰে আপোনাৰ লাইব্ৰেৰীত নিজৰ পচন্দৰ আৰু দুখন কিতাপ যোগ কৰক |
01:27 | আপোনাৰ Web Browser খোলক আৰু লিখক: http://127.0.1.1/8000 |
01:39 | এই URL টো ইনষ্টলেচনৰ সময়ত দিয়া port number আৰু domain নামৰ ওপৰত আধাৰিত |
01:47 | অনুগ্ৰহ কৰি আপুনি উল্লেখ কৰা ধৰণে লিখক । এতিয়া, Enter টিপক |
01:54 | Welcome to Spoken Tutorial Library হ’মপেজটো খুলিছে |
02:00 | ওপৰত বাওঁফালে Library catalog পৰা দ্ৰপ-দাউনত, আমি তলৰ অপচনচ চাৰ্চ কৰিব পাৰো: |
02:09 | Title, Author , Subject, ISBN , Series আৰু Call number |
02:22 | মই Search ফিল্দত Microbiology লিখিম আৰু, ফিল্দৰ সোফালে Go ত ক্লিক কৰক |
02:33 | Microbiology শব্দটো থকা সকলো Library items ফলাফলত তালিকাবদ্ধ হৈছে |
02:40 | চাৰ্চ ওৱৰ্দৰ সৈতে তালিকাবদ্ধ হোৱা items, পাছত ইউজাৰৰ পচন্দ অনুসৰি চ’ৰ্ত কৰিব পাৰি |
02:47 | তাক কৰিবলৈ, তালিকাখনৰ সোফালে যাওঁক আৰু Relevance টেবত ক্লিক কৰক |
02:54 | দ্ৰপ-দাউনৰ পৰা, মই Author (A-Z) বাচিম |
03:00 | আপুনি নিজৰ প্ৰয়োজন অনুসৰি আন যিকোনো অপচন বাচিব পাৰে |
03:06 | Author (A-Z) নিৰ্বাচিত কৰিলে, Authors ৰ এখন তালিকা বৰ্ণৰ ক্ৰমত দৰ্শিত হয় |
03:14 | তালিকাবদ্ধ items ৰ টাইটলৰ তলত চাওঁক । ইয়াত, আমি সেই বিশেষ আইতেমৰ উপলদ্ধতাক সকলো লাইব্ৰেৰীত চাব পাৰো |
03:26 | গতিকে, কেনেকৈ আমি আমাৰ চাৰ্চক উন্নত ফলাফলৰ বাবে শুধৰাব পাৰো ? |
03:31 | আমি বাওঁফালে ‘Refine Your Search' টেবত ক্লিক কৰি তাক কৰিব পাৰো |
03:39 | পাছত নিম্ন চেকচনৰ ভিতৰত বিভিন্ন টেবলৈ যাওঁক: Availability, Authors, Item Types আৰু Topics |
03:52 | এতিয়া, আহক চাওঁ যদি প্ৰয়োজনীয় সামগ্ৰীটো সাধাৰণ চাৰ্চৰ দ্বাৰা পোৱা নগ’লে কি কৰিব লাগে |
04:01 | Search Catalog পৃষ্ঠাটোত, Advanced Search লিংকত ক্লিক কৰক |
04:07 | Search for টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে |
04:13 | একাধিক দ্ৰপ-দাউন অপচন ব্যৱ্হাৰ কৰি, আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমাৰ চাৰ্চক ৰিফাইন কৰিব পাৰো |
04:21 | বাওঁফালে দ্ৰপ-দাউনৰ পৰা, উপযুক্ত অপচনটো বাচক যেনে:
Keyword, Subject , Title , Author , Publisher, Publisher Location, ISBN আৰু Barcode |
04:40 | মই Subject বাচিম আৰু সোফালৰ ফিল্দত, বাওঁফালৰ দ্ৰপ-দাউনৰ পৰা বচা অপচনটোৰ সবিশেষ লিখক |
04:51 | মই ইয়াত Microbiology লিখিম |
04:55 | দ্বিতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই Author ত Patel বাচিম |
05:03 | তৃতীয় দ্ৰপ-দাউন অপচনটো ব্যৱ্হাৰ কৰি, মই Publisher ত Pearson বাচিম |
05:11 | একেটা পৃষ্ঠাত, Item Type চেকচনৰ ভিতৰত অন্য অপচনচ মন কৰক- |
05:18 | Book, Reference আৰু Serial |
05:23 | অপচনচৰ সৈতে যেনে - Publication date range, Language আৰু Sorting |
05:34 | গতিকে, Item Type চেকচনৰ ভিতৰত, মই Books ৰ বাবে ৰেদিঅ’ বুটামত ক্লিক কৰিম |
05:41 | মই Publication date range খালি ৰাখিম |
05:46 | Language ৰ বাবে দ্ৰপ-দাউনৰ পৰা English বাচক |
05:52 | Sorting চেকচনত, Sort by: ৰ বাবে মই Author (A-Z) বাচিম |
06:00 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, পৃষ্ঠাটোৰ তলত Search ত ক্লিক কৰক |
06:07 | এই পৃষ্ঠাটোত নিম্নলিখিত ধৰণে সকলো আইতেমৰ তালিকা এখন থাকিব:
Subject ত Microbiology, |
06:16 | Author ত Patel Arvind H., |
06:20 | Publisher ত Pearson |
06:23 | এতিয়া,আহক Advanced Search পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু Search for: চেকচনৰ তলত More Options বুটামত ক্লিক কৰো |
06:36 | তেনে কৰিলে, Advanced search পৃষ্ঠাটোৰ লেআউত সলনি হয় |
06:42 | পুনৰ এবাৰ, প্ৰথম দ্ৰপ-দাউনত, মই Subject বাচিম |
06:48 | পাছত মই লিখিম Microbiology |
06:52 | এতিয়া অপচনচৰ দ্বিতীয় ৰৌ টোলৈ আহক |
06:56 | প্ৰথম দ্ৰপ-দাউনত, মই “and” অপচনক এনেদৰেই ৰাখিম |
07:03 | আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম |
07:08 | পাছত ইয়াৰ সোফালে, মই লিখিম “Patel” |
07:13 | পাছত, অপচনচৰ তৃতীয় ৰৌ টোলৈ আহক । প্ৰথম দ্ৰপ-দাউনত, মই “or” অপচনটো বাচিম |
07:22 | আৰু, সোফালে দ্ৰপ-দাউনত, মই “Author” বাচিম |
07:28 | পাছত ইয়াৰ সোফালে, মই লিখিম “Heritage” |
07:33 | যদি প্ৰয়োজন হয়, আপুনি Item type চেকচনৰ ভিতৰত search অপচনচ বা বাকী থকা অপচনচ ব্যৱ্হাৰ কৰি চাৰ্চক পাছলৈ বিস্তৃত কৰিব পাৰে |
07:45 | সকলো সবিশেষ ভৰ্ত্তি কৰাৰ পাছত, চেকচনটোৰ তলত Search বুটামত ক্লিক কৰক |
07:52 | এনেদৰেই আমি OPAC ব্যৱ্হাৰ কৰি লাইব্ৰেৰীত আইতেমচ চাৰ্চ কৰিব পাৰো |
07:58 | এই টিউট’ৰিয়েলটোৰ সৈতে, আপুনি এতিয়া ইউজাৰ এজনে কেনেকৈ সহজে লাইব্ৰেৰী আইতেম এটাৰ বাবে চাৰ্চ কৰিব পাৰে শিকিলে |
08:05 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
08:08 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ |
08:17 | আৰু Advance Search ব্যৱ্হাৰ কৰি item এটা বিচাৰিবলৈ |
08:22 | অনুশিলনীৰ বাবে-
Biology কীৱৰ্দ ব্যৱ্হাৰ কৰি, OPAC ত Journals ৰ তালিকা বিচাৰক |
08:30 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
08:37 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
08:47 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
08:51 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
09:03 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |