Difference between revisions of "Koha-Library-Management-System/C2/Create-a-SuperLibrarian/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border =1 | <center>'''Time'''</center> | <center>'''Narration'''</center> |- | 00:01 | কেনেকৈ '''Superlibrarian''' এটা বনোৱা হয় তা...") |
|||
Line 30: | Line 30: | ||
|- | |- | ||
− | | 00: | + | | 00:35 |
| এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ '''Library Science''' ৰ জ্ঞান থাকিব লাগিব | | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ '''Library Science''' ৰ জ্ঞান থাকিব লাগিব | ||
|- | |- | ||
− | | 00: | + | | 00:42 |
| এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত '''Koha''' ইনষ্টল থাকিব লাগিব | | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত '''Koha''' ইনষ্টল থাকিব লাগিব | ||
|- | |- | ||
− | | 00: | + | | 00:48 |
| আৰু, আপোনাৰ লগতে '''Koha''' ত '''Admin''' এক্সেচ থাকিব লাগিব | | আৰু, আপোনাৰ লগতে '''Koha''' ত '''Admin''' এক্সেচ থাকিব লাগিব | ||
|- | |- | ||
− | | 00: | + | | 00:53 |
| অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত '''Koha Spoken Tutorial''' চিৰিজ চাওঁক | | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত '''Koha Spoken Tutorial''' চিৰিজ চাওঁক | ||
|- | |- | ||
− | | | + | | 01:00 |
| আহক '''Patron category''' এটা যোগ কৰিবলৈ শিকি আৰম্ভ কৰো | | আহক '''Patron category''' এটা যোগ কৰিবলৈ শিকি আৰম্ভ কৰো | ||
|- | |- | ||
− | | 01: | + | | 01:05 |
| '''database administrator username''' আৰু '''password''' ব্যৱ্হাৰ কৰি '''Koha''' ত ল’গিন কৰক | | '''database administrator username''' আৰু '''password''' ব্যৱ্হাৰ কৰি '''Koha''' ত ল’গিন কৰক | ||
|- | |- | ||
− | | 01: | + | | 01:13 |
| '''Koha Administration''' ত ক্লিক কৰক | | '''Koha Administration''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 01: | + | | 01:18 |
| '''Patrons and circulation''' ৰ ভিতৰত, '''Patron categories''' ত ক্লিক কৰক | | '''Patrons and circulation''' ৰ ভিতৰত, '''Patron categories''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 01: | + | | 01:24 |
| এটা নতুন পৃষ্ঠা '''Patron categories''' খুলিছে | | এটা নতুন পৃষ্ঠা '''Patron categories''' খুলিছে | ||
|- | |- | ||
− | | 01: | + | | 01:28 |
| '''New Category''' ত ক্লিক কৰক | | '''New Category''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 01: | + | | 01:31 |
| এটা নতুন পৃষ্ঠা, '''New category''' খুলিছে, আমাক কিছু সবিশেষ ভৰাবলৈ সুধি | | এটা নতুন পৃষ্ঠা, '''New category''' খুলিছে, আমাক কিছু সবিশেষ ভৰাবলৈ সুধি | ||
|- | |- | ||
− | | 01: | + | | 01:38 |
| আগতে উল্লেখ কৰাৰ দৰে, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা ফিল্দসমূহ বাধ্যতামূলক | | আগতে উল্লেখ কৰাৰ দৰে, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা ফিল্দসমূহ বাধ্যতামূলক | ||
|- | |- | ||
− | | 01: | + | | 01:45 |
| মই ইয়াত কিছু সবিশেষ ভৰাইছো । তেনেদৰে কৰক | | মই ইয়াত কিছু সবিশেষ ভৰাইছো । তেনেদৰে কৰক | ||
|- | |- | ||
− | | 01: | + | | 01:51 |
| '''Category type:''' ৰ বাবে দ্ৰপ-দাউন লিষ্টৰ পৰা '''Staff''' বাচক | | '''Category type:''' ৰ বাবে দ্ৰপ-দাউন লিষ্টৰ পৰা '''Staff''' বাচক | ||
|- | |- | ||
− | | 01: | + | | 01:57 |
| '''Branches limitation:''' ৰ বাবে '''All Branches''' বাচক | | '''Branches limitation:''' ৰ বাবে '''All Branches''' বাচক | ||
|- | |- | ||
− | | | + | | 02:02 |
| পাছত, পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক | | পাছত, পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 02: | + | | 02:07 |
| আমি ভৰোৱা '''category''' নামটো, '''Patron categories''' পৃষ্ঠাটোত দৰ্শিত হৈছে | | আমি ভৰোৱা '''category''' নামটো, '''Patron categories''' পৃষ্ঠাটোত দৰ্শিত হৈছে | ||
|- | |- | ||
− | | 02: | + | | 02:14 |
| মোৰ ক্ষেত্ৰত, ই কয় '''Library Staff''' | | মোৰ ক্ষেত্ৰত, ই কয় '''Library Staff''' | ||
|- | |- | ||
− | | 02: | + | | 02:19 |
| ইয়াৰ সৈতে, '''Patron Category''' এটা বনিলে | | ইয়াৰ সৈতে, '''Patron Category''' এটা বনিলে | ||
|- | |- | ||
− | | 02: | + | | 02:23 |
| পাছত, আমি '''Patron''' এটা যোগ কৰিবলৈ শিকিম | | পাছত, আমি '''Patron''' এটা যোগ কৰিবলৈ শিকিম | ||
|- | |- | ||
− | | 02: | + | | 02:28 |
| ওপৰত বাওঁফালে চুকত '''Home''' ত ক্লিক কৰক | | ওপৰত বাওঁফালে চুকত '''Home''' ত ক্লিক কৰক | ||
|- | |- | ||
− | |02: | + | |02:32 |
|'''Koha homepage''' দাইল’গ বক্স এটাৰ সৈতে খুলিছে যি আমাক '''Create a Patron''' কয় | |'''Koha homepage''' দাইল’গ বক্স এটাৰ সৈতে খুলিছে যি আমাক '''Create a Patron''' কয় | ||
|- | |- | ||
− | |02: | + | |02:39 |
|'''Patron''' এটা বনোৱাতো বাধ্যতামূলক । অন্যথা '''database administrator''' ৰোলত, '''Koha''' ৰ কিছু অংশই কাম নকৰিব | |'''Patron''' এটা বনোৱাতো বাধ্যতামূলক । অন্যথা '''database administrator''' ৰোলত, '''Koha''' ৰ কিছু অংশই কাম নকৰিব | ||
|- | |- | ||
− | |02: | + | |02:50 |
|দাইল’গ- বক্সত সোধাৰ দৰে, '''Create Patron''' ত ক্লিক কৰক | |দাইল’গ- বক্সত সোধাৰ দৰে, '''Create Patron''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 02: | + | | 02:56 |
| বিকল্পভাবে, আপুনি '''Koha home page''' ত '''Patrons''' ত ক্লিক কৰিব পাৰে | | বিকল্পভাবে, আপুনি '''Koha home page''' ত '''Patrons''' ত ক্লিক কৰিব পাৰে | ||
|- | |- | ||
− | | | + | |03:02 |
|মই '''Create Patron''' ত ক্লিক কৰিম | |মই '''Create Patron''' ত ক্লিক কৰিম | ||
|- | |- | ||
− | | | + | |03:06 |
|নতুন পৃষ্ঠা এটা খুলিছে । '''New Patron''' টেবত ক্লিক কৰক | |নতুন পৃষ্ঠা এটা খুলিছে । '''New Patron''' টেবত ক্লিক কৰক | ||
|- | |- | ||
− | | 03: | + | | 03:12 |
| দ্ৰপ-দাউনৰ পৰা, মই '''Library Staff''' বাচিম | | দ্ৰপ-দাউনৰ পৰা, মই '''Library Staff''' বাচিম | ||
|- | |- | ||
− | | 03: | + | | 03:17 |
| এটা নতুন পৃষ্ঠা - '''Add patron (Library Staff)''', খুলিছে | | এটা নতুন পৃষ্ঠা - '''Add patron (Library Staff)''', খুলিছে | ||
|- | |- | ||
− | | 03: | + | | 03:22 |
| এতিয়া, বিভিন্ন চেকচনৰ ভিতৰত দৰকাৰী সবিশেষ ভৰাওঁক যেনে: | | এতিয়া, বিভিন্ন চেকচনৰ ভিতৰত দৰকাৰী সবিশেষ ভৰাওঁক যেনে: | ||
Line 156: | Line 156: | ||
|- | |- | ||
− | |03: | + | |03:34 |
| মই ইয়াত দৰ্শিত ধৰণে কিছু সবিশেষ ভৰাইছো | | মই ইয়াত দৰ্শিত ধৰণে কিছু সবিশেষ ভৰাইছো | ||
|- | |- | ||
− | | 03: | + | | 03:39 |
| যদি আপোনাৰ ইয়াৰ যিকোনো ফিল্দৰ তথ্য নাই, তেন্তে তাক খালি ৰাখক | | যদি আপোনাৰ ইয়াৰ যিকোনো ফিল্দৰ তথ্য নাই, তেন্তে তাক খালি ৰাখক | ||
|- | |- | ||
− | | 03: | + | | 03:47 |
| ভিদিঅ’টো ৰখাওঁক আৰু সকলো সবিশেষ ভৰাই পুনৰ চলাওঁক | | ভিদিঅ’টো ৰখাওঁক আৰু সকলো সবিশেষ ভৰাই পুনৰ চলাওঁক | ||
|- | |- | ||
− | |03: | + | |03:53 |
|'''Library management''' চেকচনৰ ভিতৰত, '''Card Number''' ফিল্দটো বিচাৰক | |'''Library management''' চেকচনৰ ভিতৰত, '''Card Number''' ফিল্দটো বিচাৰক | ||
|- | |- | ||
− | | | + | | 04:01 |
| মন কৰিব যে নাম্বাৰ '''1''' টো '''Koha''' ৰ দ্বাৰা স্ব-উৎপন্ন হৈছে | | মন কৰিব যে নাম্বাৰ '''1''' টো '''Koha''' ৰ দ্বাৰা স্ব-উৎপন্ন হৈছে | ||
|- | |- | ||
− | | | + | | 04:07 |
| গতিকে, আপোনাৰ '''Koha interface''' ত এটা বেলেগ নাম্বাৰ দেখিব | | গতিকে, আপোনাৰ '''Koha interface''' ত এটা বেলেগ নাম্বাৰ দেখিব | ||
|- | |- | ||
− | | 04: | + | | 04:13 |
|পাছৰটো হৈছে '''Library''' | |পাছৰটো হৈছে '''Library''' | ||
|- | |- | ||
− | | 04: | + | | 04:16 |
| দ্ৰপ-দাউনৰ পৰা, মই '''Spoken Tutorial Library''' বাচিম | | দ্ৰপ-দাউনৰ পৰা, মই '''Spoken Tutorial Library''' বাচিম | ||
|- | |- | ||
− | | 04: | + | | 04:21 |
| মনত ৰাখিব: '''Spoken Tutorial Library''' এই চিৰিজত আগতে বনোৱা হৈছিল | | মনত ৰাখিব: '''Spoken Tutorial Library''' এই চিৰিজত আগতে বনোৱা হৈছিল | ||
|- | |- | ||
− | | 04: | + | | 04:28 |
| যদি আপুনি এটা বেলেগ নাম দিছে, তেন্তে ইয়াত সেই নামটো বাচক | | যদি আপুনি এটা বেলেগ নাম দিছে, তেন্তে ইয়াত সেই নামটো বাচক | ||
|- | |- | ||
− | |04: | + | |04:34 |
|'''Category''' ৰ বাবে, মই দ্ৰপ-দাউনৰ পৰা '''Library Staff''' বাচিম | |'''Category''' ৰ বাবে, মই দ্ৰপ-দাউনৰ পৰা '''Library Staff''' বাচিম | ||
|- | |- | ||
− | |04: | + | |04:40 |
|'''OPAC/Staff login''' চেকচনৰ ভিতৰত, '''Username''' আৰু '''Password''' দিয়ক | |'''OPAC/Staff login''' চেকচনৰ ভিতৰত, '''Username''' আৰু '''Password''' দিয়ক | ||
|- | |- | ||
− | | 04: | + | | 04:47 |
| প্ৰতিটো নতুন ইউজাৰে এটা নতুন '''Username''' আৰু '''Password''' বনোৱা উচিত | | প্ৰতিটো নতুন ইউজাৰে এটা নতুন '''Username''' আৰু '''Password''' বনোৱা উচিত | ||
|- | |- | ||
− | | 04: | + | | 04:53 |
| মই '''Username''' দিম '''Bella''' হিচাবে, | | মই '''Username''' দিম '''Bella''' হিচাবে, | ||
|- | |- | ||
− | | 04: | + | | 04:57 |
| '''Password''' '''library''' হিচাবে | | '''Password''' '''library''' হিচাবে | ||
|- | |- | ||
− | | | + | |05:00 |
|পুনৰ, '''Confirm password:''' ফিল্দত একেটা পাচৱৰ্দ দিয়ক | |পুনৰ, '''Confirm password:''' ফিল্দত একেটা পাচৱৰ্দ দিয়ক | ||
|- | |- | ||
− | | | + | |05:06 |
|এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব | |এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব | ||
|- | |- | ||
− | | | + | |05:10 |
| ই কিছু সময়ৰ পাছত '''Staff''' ক অধিকাৰ/অনুমতি দিবলৈ ব্যৱহৃত হ’ব | | ই কিছু সময়ৰ পাছত '''Staff''' ক অধিকাৰ/অনুমতি দিবলৈ ব্যৱহৃত হ’ব | ||
|- | |- | ||
− | |05: | + | |05:17 |
|সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰলৈ গৈ '''Save''' ত ক্লিক কৰক | |সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰলৈ গৈ '''Save''' ত ক্লিক কৰক | ||
|- | |- | ||
− | |05: | + | |05:25 |
|'''Patron''' আৰু '''card number''' নামৰ নতুন পৃষ্ঠা এটা খুলিছে | |'''Patron''' আৰু '''card number''' নামৰ নতুন পৃষ্ঠা এটা খুলিছে | ||
|- | |- | ||
− | | 05: | + | |05:31 |
| এই ক্ষেত্ৰত, আগতে ভৰোৱাৰ দৰে, পৃষ্ঠাটোত '''card number 1''' ৰ সৈতে '''Ms Bella Tony''' হিচাবে '''Patron''' আছে | | এই ক্ষেত্ৰত, আগতে ভৰোৱাৰ দৰে, পৃষ্ঠাটোত '''card number 1''' ৰ সৈতে '''Ms Bella Tony''' হিচাবে '''Patron''' আছে | ||
|- | |- | ||
− | |05: | + | |05:41 |
|চেকচনসমূহ এদিত কৰিবলৈ, '''Edit''' টেবত ক্লিক কৰক, যি উক্ত চেকচনৰ তলত অৱস্থিত | |চেকচনসমূহ এদিত কৰিবলৈ, '''Edit''' টেবত ক্লিক কৰক, যি উক্ত চেকচনৰ তলত অৱস্থিত | ||
|- | |- | ||
− | |05: | + | |05:49 |
|এতিয়া আমি '''Patrons''' ক অনুমতি দিবলৈ শিকিম | |এতিয়া আমি '''Patrons''' ক অনুমতি দিবলৈ শিকিম | ||
|- | |- | ||
− | |05: | + | |05:55 |
|একেটা পৃষ্ঠাত, '''More''' টেবটো বিচাৰক আৰু '''Set Permissions''' ত ক্লিক কৰক | |একেটা পৃষ্ঠাত, '''More''' টেবটো বিচাৰক আৰু '''Set Permissions''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | |06:03 |
|'''Set permissions for Bella Tony''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে | |'''Set permissions for Bella Tony''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে | ||
|- | |- | ||
− | | | + | |06:09 |
|'''(superlibrarian) Access to all librarian functions''' চেক-বক্সত ক্লিক কৰক | |'''(superlibrarian) Access to all librarian functions''' চেক-বক্সত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | |06:16 |
|পাছত পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক | |পাছত পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক | ||
|- | |- | ||
− | |06: | + | |06:21 |
|এতিয়া, '''Superlibrarian Ms Bella Tony''' এ সকলো '''library function''' ৰ এক্সেচ পালে | |এতিয়া, '''Superlibrarian Ms Bella Tony''' এ সকলো '''library function''' ৰ এক্সেচ পালে | ||
|- | |- | ||
− | |06: | + | |06:30 |
|এই '''superlibrarian''' একাউন্টৰ সৈতে, আমি '''Staff''' ক অনুমতি দিব পাৰো | |এই '''superlibrarian''' একাউন্টৰ সৈতে, আমি '''Staff''' ক অনুমতি দিব পাৰো | ||
|- | |- | ||
− | | 06: | + | | 06:37 |
| গতিকে, ই '''Koha Library Management System''' ত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা হয় | | গতিকে, ই '''Koha Library Management System''' ত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা হয় | ||
|- | |- | ||
− | |06: | + | |06:43 |
|এতিয়া আহক শিকো এটা বিশেষ '''module''' ৰ বাবে '''Staff''' ক কেনেকৈ এক্সেচ দিয়া হয় | |এতিয়া আহক শিকো এটা বিশেষ '''module''' ৰ বাবে '''Staff''' ক কেনেকৈ এক্সেচ দিয়া হয় | ||
|- | |- | ||
− | |06: | + | |06:50 |
|আপোনাৰ বৰ্তমান চেচনৰ পৰা '''Database administrative user''' হিচাবে ল’গ-আউত কৰক | |আপোনাৰ বৰ্তমান চেচনৰ পৰা '''Database administrative user''' হিচাবে ল’গ-আউত কৰক | ||
|- | |- | ||
− | | 06: | + | | 06:56 |
| তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু '''No Library Set''' ত ক্লিক কৰক | | তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু '''No Library Set''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | | 07:03 |
| দ্ৰপ-দাউনৰ পৰা, '''Log out''' ত ক্লিক কৰক | | দ্ৰপ-দাউনৰ পৰা, '''Log out''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | |07:08 |
|এতিয়া, '''Superlibrarian account''' ৰে ল’গিন কৰক | |এতিয়া, '''Superlibrarian account''' ৰে ল’গিন কৰক | ||
|- | |- | ||
− | | | + | |07:13 |
|'''Superlibrarian''' এ কোনো '''Staff''' ক অন্য কিবা '''module''' এক্সেচ কৰিবলৈ অধিকাৰ বা অনুমতি দিব পাৰে | |'''Superlibrarian''' এ কোনো '''Staff''' ক অন্য কিবা '''module''' এক্সেচ কৰিবলৈ অধিকাৰ বা অনুমতি দিব পাৰে | ||
|- | |- | ||
− | | 07: | + | | 07:22 |
| উদাহৰণস্বৰূপে - '''Cataloging module''', '''Circulation module''', | | উদাহৰণস্বৰূপে - '''Cataloging module''', '''Circulation module''', | ||
|- | |- | ||
− | | 07: | + | | 07:27 |
| '''Serial Control''', '''Acquisition''' ইত্যাদি | | '''Serial Control''', '''Acquisition''' ইত্যাদি | ||
|- | |- | ||
− | |07: | + | |07:32 |
|আগতে দৰ্শোৱা ধৰণে '''Patron''' এটা বনাওঁক | |আগতে দৰ্শোৱা ধৰণে '''Patron''' এটা বনাওঁক | ||
|- | |- | ||
− | | 07: | + | | 07:36 |
| '''New Patron''' টেবত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, '''Library Staff''' বাচক | | '''New Patron''' টেবত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, '''Library Staff''' বাচক | ||
|- | |- | ||
− | | 07: | + | | 07:43 |
| '''Salutation''' ত '''Ms''' বাচক । '''Surname''' ত '''Samruddhi''' দিয়ক | | '''Salutation''' ত '''Ms''' বাচক । '''Surname''' ত '''Samruddhi''' দিয়ক | ||
|- | |- | ||
− | |07: | + | |07:51 |
|'''Category''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Library Staff''' বাচক | |'''Category''' ৰ বাবে, দ্ৰপ-দাউনৰ পৰা '''Library Staff''' বাচক | ||
|- | |- | ||
− | | 07: | + | | 07:57 |
| অন্য কোনো অপচন নাবাচিব | | অন্য কোনো অপচন নাবাচিব | ||
|- | |- | ||
− | | | + | |08:01 |
− | |'''OPAC/Staff login''' চেকচনৰ ভিতৰত | + | |'''OPAC/Staff login''' চেকচনৰ ভিতৰত, ইউজাৰনেমত '''Samruddhi''' আৰু পাচৱৰ্দত '''patron''' দিয়ক |
|- | |- | ||
− | | | + | |08:13 |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|পুনৰ, '''Confirm password''' ফিল্দত একেটা পাচৱৰ্দ দিয়ক | |পুনৰ, '''Confirm password''' ফিল্দত একেটা পাচৱৰ্দ দিয়ক | ||
|- | |- | ||
− | | | + | |08:19 |
|এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব যিহেতু '''staff''' হিচাবে পাছত ল’গিন কৰিবলৈ ই ব্যৱহৃত হ’ব | |এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব যিহেতু '''staff''' হিচাবে পাছত ল’গিন কৰিবলৈ ই ব্যৱহৃত হ’ব | ||
|- | |- | ||
− | |08: | + | |08:27 |
|সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰত '''Save''' ত ক্লিক কৰক | |সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰত '''Save''' ত ক্লিক কৰক | ||
|- | |- | ||
− | |08: | + | |08:34 |
|এতিয়া, এই বিশেষ '''Patron''' ক অনুমতি দিয়ক | |এতিয়া, এই বিশেষ '''Patron''' ক অনুমতি দিয়ক | ||
|- | |- | ||
− | |08: | + | |08:39 |
|'''More''' টেবলৈ যাওঁক আৰু '''Set Permissions''' ত ক্লিক কৰক | |'''More''' টেবলৈ যাওঁক আৰু '''Set Permissions''' ত ক্লিক কৰক | ||
|- | |- | ||
− | |08: | + | |08:45 |
|'''Set permissions for Samruddhi''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে | |'''Set permissions for Samruddhi''' টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে | ||
|- | |- | ||
− | | 08: | + | | 08:52 |
| এইটো হৈছে আমি বনোৱা '''Patron''' টোৰ নাম | | এইটো হৈছে আমি বনোৱা '''Patron''' টোৰ নাম | ||
|- | |- | ||
− | |08: | + | |08:57 |
|'''(circulate) Check out and check in items''' চেক-বক্সটোত ক্লিক কৰক | |'''(circulate) Check out and check in items''' চেক-বক্সটোত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | |09:04 |
|পাছত '''(catalogue) Required for staff login''' চেক-বক্সটোত ক্লিক কৰক | |পাছত '''(catalogue) Required for staff login''' চেক-বক্সটোত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | |09:12 |
|লগতে '''(borrowers) Add, modify and view patron information''' তো ক্লিক কৰক | |লগতে '''(borrowers) Add, modify and view patron information''' তো ক্লিক কৰক | ||
|- | |- | ||
− | | | + | |09:19 |
|পাছত, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক | |পাছত, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | | 09:24 |
| '''reserveforothers Place and modify holds for patrons''' ত ক্লিক কৰক | | '''reserveforothers Place and modify holds for patrons''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | 09: | + | | 09:31 |
| পাছত, '''Edit catalog''' টেবটোলৈ আহক | | পাছত, '''Edit catalog''' টেবটোলৈ আহক | ||
|- | |- | ||
− | | 09: | + | | 09:35 |
| প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(editcatalogue) Edit catalog (Modify bibliographic/holdings data)''' ত ক্লিক কৰক | | প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(editcatalogue) Edit catalog (Modify bibliographic/holdings data)''' ত ক্লিক কৰক | ||
|- | |- | ||
− | |09: | + | |09:46 |
|পাছত, '''Acquisition''' টেবটোলৈ আহক । প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(acquisition) Acquisition and/or suggestion management''' ত ক্লিক কৰক | |পাছত, '''Acquisition''' টেবটোলৈ আহক । প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(acquisition) Acquisition and/or suggestion management''' ত ক্লিক কৰক | ||
|- | |- | ||
− | |09: | + | |09:59 |
|পাছত, '''tool''' টেবৰ বাবে, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক | |পাছত, '''tool''' টেবৰ বাবে, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | | 10:05 |
| আৰু '''(batch_upload_patron_images) Upload patron images in a batch or one at a time''' ত ক্লিক কৰক | | আৰু '''(batch_upload_patron_images) Upload patron images in a batch or one at a time''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | |10:16 |
|পাছত, '''(edit_patrons) Perform batch modification of patrons''' ত ক্লিক কৰক | |পাছত, '''(edit_patrons) Perform batch modification of patrons''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | |10:24 |
|লগতে, '''(import_patrons) Import patron data''' বাচক | |লগতে, '''(import_patrons) Import patron data''' বাচক | ||
|- | |- | ||
− | |10: | + | |10:30 |
|পাছত, লগতে '''Edit authorities''' ত ক্লিক কৰক | |পাছত, লগতে '''Edit authorities''' ত ক্লিক কৰক | ||
|- | |- | ||
− | |10: | + | |10:36 |
|পাছত, '''(reports), Allow access to the reports module''' টেবটোলৈ আহক | |পাছত, '''(reports), Allow access to the reports module''' টেবটোলৈ আহক | ||
|- | |- | ||
− | | 10: | + | | 10:43 |
|প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(execute _reports) Execute SQL reports''' বাচক | |প্লাচ চিহ্নত ক্লিক কৰক আৰু '''(execute _reports) Execute SQL reports''' বাচক | ||
|- | |- | ||
− | |10: | + | |10:52 |
|পাছত পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক | |পাছত পৃষ্ঠাটোৰ তলত '''Save''' ত ক্লিক কৰক | ||
|- | |- | ||
− | |10: | + | |10:57 |
|ইয়াৰ সৈতে আমি '''Ms. Samruddhi''' নামৰ '''Library Staff''' ক সকলো দৰকাৰী অধিকাৰ দিলো | |ইয়াৰ সৈতে আমি '''Ms. Samruddhi''' নামৰ '''Library Staff''' ক সকলো দৰকাৰী অধিকাৰ দিলো | ||
|- | |- | ||
− | | | + | |11:06 |
|এতিয়া, '''superlibrarian''' একাউন্টৰ পৰা ল’গ-আউত কৰক | |এতিয়া, '''superlibrarian''' একাউন্টৰ পৰা ল’গ-আউত কৰক | ||
|- | |- | ||
− | | | + | | 11:11 |
| তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক । '''spoken tutorial library''' ত ক্লিক কৰক, দ্ৰপ-দাউনৰ পৰা '''Log out''' ত ক্লিক কৰক | | তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক । '''spoken tutorial library''' ত ক্লিক কৰক, দ্ৰপ-দাউনৰ পৰা '''Log out''' ত ক্লিক কৰক | ||
|- | |- | ||
− | | | + | |11:23 |
|ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি | |ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি | ||
|- | |- | ||
− | | | + | |11:27 |
|আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো : | |আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো : | ||
|- | |- | ||
− | | 11: | + | | 11:33 |
| '''Patron category''' এটা যোগ কৰিবলৈ, | | '''Patron category''' এটা যোগ কৰিবলৈ, | ||
Line 454: | Line 450: | ||
|- | |- | ||
− | | 11: | + | | 11:39 |
| '''Superlibrarian''' এটা বনাবলৈ, বিশিষ্ট '''module''' এটাৰ বাবে '''Staff''' ক এক্সেচ দিবলৈ | | '''Superlibrarian''' এটা বনাবলৈ, বিশিষ্ট '''module''' এটাৰ বাবে '''Staff''' ক এক্সেচ দিবলৈ | ||
|- | |- | ||
− | |11: | + | |11:47 |
|অনুশিলনীৰ বাবে - এটা নতুন '''Patron Category- 'Research Scholar’''' যোগ কৰক | |অনুশিলনীৰ বাবে - এটা নতুন '''Patron Category- 'Research Scholar’''' যোগ কৰক | ||
|- | |- | ||
− | |11: | + | |11:54 |
|'''Superlibrarian''' ৰ বাবে অনুশিলনী: তলৰ ভুমিকাৰ বাবে নতুন '''Staff''' এটা যোগ কৰক- | |'''Superlibrarian''' ৰ বাবে অনুশিলনী: তলৰ ভুমিকাৰ বাবে নতুন '''Staff''' এটা যোগ কৰক- | ||
|- | |- | ||
− | | | + | | 12:01 |
|সকলো '''Cataloging rights''' অন্তৰ্ভুক্ত কৰক, | |সকলো '''Cataloging rights''' অন্তৰ্ভুক্ত কৰক, | ||
Line 472: | Line 468: | ||
|- | |- | ||
− | | | + | | 12:09 |
|তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক | |তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল ('''Spoken Tutorial''') প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক | ||
|- | |- | ||
− | | | + | | 12:17 |
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক | | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক | ||
|- | |- | ||
− | | | + | |12:28 |
| অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক | | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক | ||
|- | |- | ||
− | | 12: | + | | 12:32 |
| স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ | | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প '''NMEICT, MHRD,''' ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ | ||
|- | |- | ||
− | |12: | + | |12:45 |
|মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ | |মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ | ||
|} | |} |
Latest revision as of 18:27, 22 February 2019
|
|
00:01 | কেনেকৈ Superlibrarian এটা বনোৱা হয় তাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - Patron category এটা যোগ কৰিবলৈ, |
00:11 | Patron এটা বনাবলৈ, |
00:14 | Superlibrarian এটা বনাবলৈ আৰু |
00:17 | এটা নিৰ্দিষ্ট ম’দিউলৰ বাবে Staff এটাক এক্সেচ দিবলৈ |
00:22 | এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো :
Ubuntu Linux OS 16.04 আৰু Koha ভাৰ্চন 16.05 |
00:35 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, শিক্ষাৰ্থীৰ Library Science ৰ জ্ঞান থাকিব লাগিব |
00:42 | এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ, আপোনাৰ চিষ্টেমত Koha ইনষ্টল থাকিব লাগিব |
00:48 | আৰু, আপোনাৰ লগতে Koha ত Admin এক্সেচ থাকিব লাগিব |
00:53 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি এই ওৱেবচাইতত Koha Spoken Tutorial চিৰিজ চাওঁক |
01:00 | আহক Patron category এটা যোগ কৰিবলৈ শিকি আৰম্ভ কৰো |
01:05 | database administrator username আৰু password ব্যৱ্হাৰ কৰি Koha ত ল’গিন কৰক |
01:13 | Koha Administration ত ক্লিক কৰক |
01:18 | Patrons and circulation ৰ ভিতৰত, Patron categories ত ক্লিক কৰক |
01:24 | এটা নতুন পৃষ্ঠা Patron categories খুলিছে |
01:28 | New Category ত ক্লিক কৰক |
01:31 | এটা নতুন পৃষ্ঠা, New category খুলিছে, আমাক কিছু সবিশেষ ভৰাবলৈ সুধি |
01:38 | আগতে উল্লেখ কৰাৰ দৰে, মন কৰিব যে ৰঙাকৈ মাৰ্ক কৰা ফিল্দসমূহ বাধ্যতামূলক |
01:45 | মই ইয়াত কিছু সবিশেষ ভৰাইছো । তেনেদৰে কৰক |
01:51 | Category type: ৰ বাবে দ্ৰপ-দাউন লিষ্টৰ পৰা Staff বাচক |
01:57 | Branches limitation: ৰ বাবে All Branches বাচক |
02:02 | পাছত, পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক |
02:07 | আমি ভৰোৱা category নামটো, Patron categories পৃষ্ঠাটোত দৰ্শিত হৈছে |
02:14 | মোৰ ক্ষেত্ৰত, ই কয় Library Staff |
02:19 | ইয়াৰ সৈতে, Patron Category এটা বনিলে |
02:23 | পাছত, আমি Patron এটা যোগ কৰিবলৈ শিকিম |
02:28 | ওপৰত বাওঁফালে চুকত Home ত ক্লিক কৰক |
02:32 | Koha homepage দাইল’গ বক্স এটাৰ সৈতে খুলিছে যি আমাক Create a Patron কয় |
02:39 | Patron এটা বনোৱাতো বাধ্যতামূলক । অন্যথা database administrator ৰোলত, Koha ৰ কিছু অংশই কাম নকৰিব |
02:50 | দাইল’গ- বক্সত সোধাৰ দৰে, Create Patron ত ক্লিক কৰক |
02:56 | বিকল্পভাবে, আপুনি Koha home page ত Patrons ত ক্লিক কৰিব পাৰে |
03:02 | মই Create Patron ত ক্লিক কৰিম |
03:06 | নতুন পৃষ্ঠা এটা খুলিছে । New Patron টেবত ক্লিক কৰক |
03:12 | দ্ৰপ-দাউনৰ পৰা, মই Library Staff বাচিম |
03:17 | এটা নতুন পৃষ্ঠা - Add patron (Library Staff), খুলিছে |
03:22 | এতিয়া, বিভিন্ন চেকচনৰ ভিতৰত দৰকাৰী সবিশেষ ভৰাওঁক যেনে:
Patron identity, Main address, Contact ইত্যাদি |
03:34 | মই ইয়াত দৰ্শিত ধৰণে কিছু সবিশেষ ভৰাইছো |
03:39 | যদি আপোনাৰ ইয়াৰ যিকোনো ফিল্দৰ তথ্য নাই, তেন্তে তাক খালি ৰাখক |
03:47 | ভিদিঅ’টো ৰখাওঁক আৰু সকলো সবিশেষ ভৰাই পুনৰ চলাওঁক |
03:53 | Library management চেকচনৰ ভিতৰত, Card Number ফিল্দটো বিচাৰক |
04:01 | মন কৰিব যে নাম্বাৰ 1 টো Koha ৰ দ্বাৰা স্ব-উৎপন্ন হৈছে |
04:07 | গতিকে, আপোনাৰ Koha interface ত এটা বেলেগ নাম্বাৰ দেখিব |
04:13 | পাছৰটো হৈছে Library |
04:16 | দ্ৰপ-দাউনৰ পৰা, মই Spoken Tutorial Library বাচিম |
04:21 | মনত ৰাখিব: Spoken Tutorial Library এই চিৰিজত আগতে বনোৱা হৈছিল |
04:28 | যদি আপুনি এটা বেলেগ নাম দিছে, তেন্তে ইয়াত সেই নামটো বাচক |
04:34 | Category ৰ বাবে, মই দ্ৰপ-দাউনৰ পৰা Library Staff বাচিম |
04:40 | OPAC/Staff login চেকচনৰ ভিতৰত, Username আৰু Password দিয়ক |
04:47 | প্ৰতিটো নতুন ইউজাৰে এটা নতুন Username আৰু Password বনোৱা উচিত |
04:53 | মই Username দিম Bella হিচাবে, |
04:57 | Password library হিচাবে |
05:00 | পুনৰ, Confirm password: ফিল্দত একেটা পাচৱৰ্দ দিয়ক |
05:06 | এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব |
05:10 | ই কিছু সময়ৰ পাছত Staff ক অধিকাৰ/অনুমতি দিবলৈ ব্যৱহৃত হ’ব |
05:17 | সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰলৈ গৈ Save ত ক্লিক কৰক |
05:25 | Patron আৰু card number নামৰ নতুন পৃষ্ঠা এটা খুলিছে |
05:31 | এই ক্ষেত্ৰত, আগতে ভৰোৱাৰ দৰে, পৃষ্ঠাটোত card number 1 ৰ সৈতে Ms Bella Tony হিচাবে Patron আছে |
05:41 | চেকচনসমূহ এদিত কৰিবলৈ, Edit টেবত ক্লিক কৰক, যি উক্ত চেকচনৰ তলত অৱস্থিত |
05:49 | এতিয়া আমি Patrons ক অনুমতি দিবলৈ শিকিম |
05:55 | একেটা পৃষ্ঠাত, More টেবটো বিচাৰক আৰু Set Permissions ত ক্লিক কৰক |
06:03 | Set permissions for Bella Tony টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে |
06:09 | (superlibrarian) Access to all librarian functions চেক-বক্সত ক্লিক কৰক |
06:16 | পাছত পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক |
06:21 | এতিয়া, Superlibrarian Ms Bella Tony এ সকলো library function ৰ এক্সেচ পালে |
06:30 | এই superlibrarian একাউন্টৰ সৈতে, আমি Staff ক অনুমতি দিব পাৰো |
06:37 | গতিকে, ই Koha Library Management System ত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা হয় |
06:43 | এতিয়া আহক শিকো এটা বিশেষ module ৰ বাবে Staff ক কেনেকৈ এক্সেচ দিয়া হয় |
06:50 | আপোনাৰ বৰ্তমান চেচনৰ পৰা Database administrative user হিচাবে ল’গ-আউত কৰক |
06:56 | তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক আৰু No Library Set ত ক্লিক কৰক |
07:03 | দ্ৰপ-দাউনৰ পৰা, Log out ত ক্লিক কৰক |
07:08 | এতিয়া, Superlibrarian account ৰে ল’গিন কৰক |
07:13 | Superlibrarian এ কোনো Staff ক অন্য কিবা module এক্সেচ কৰিবলৈ অধিকাৰ বা অনুমতি দিব পাৰে |
07:22 | উদাহৰণস্বৰূপে - Cataloging module, Circulation module, |
07:27 | Serial Control, Acquisition ইত্যাদি |
07:32 | আগতে দৰ্শোৱা ধৰণে Patron এটা বনাওঁক |
07:36 | New Patron টেবত ক্লিক কৰক । দ্ৰপ-দাউনৰ পৰা, Library Staff বাচক |
07:43 | Salutation ত Ms বাচক । Surname ত Samruddhi দিয়ক |
07:51 | Category ৰ বাবে, দ্ৰপ-দাউনৰ পৰা Library Staff বাচক |
07:57 | অন্য কোনো অপচন নাবাচিব |
08:01 | OPAC/Staff login চেকচনৰ ভিতৰত, ইউজাৰনেমত Samruddhi আৰু পাচৱৰ্দত patron দিয়ক |
08:13 | পুনৰ, Confirm password ফিল্দত একেটা পাচৱৰ্দ দিয়ক |
08:19 | এই ইউজাৰনেম আৰু পাচৱৰ্দ মনত ৰাখিব যিহেতু staff হিচাবে পাছত ল’গিন কৰিবলৈ ই ব্যৱহৃত হ’ব |
08:27 | সকলো সবিশেষ ভৰোৱাৰ পাছত, পৃষ্ঠাটোৰ ওপৰত Save ত ক্লিক কৰক |
08:34 | এতিয়া, এই বিশেষ Patron ক অনুমতি দিয়ক |
08:39 | More টেবলৈ যাওঁক আৰু Set Permissions ত ক্লিক কৰক |
08:45 | Set permissions for Samruddhi টাইটলৰ সৈতে নতুন পৃষ্ঠা এটা খুলিছে |
08:52 | এইটো হৈছে আমি বনোৱা Patron টোৰ নাম |
08:57 | (circulate) Check out and check in items চেক-বক্সটোত ক্লিক কৰক |
09:04 | পাছত (catalogue) Required for staff login চেক-বক্সটোত ক্লিক কৰক |
09:12 | লগতে (borrowers) Add, modify and view patron information তো ক্লিক কৰক |
09:19 | পাছত, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক |
09:24 | reserveforothers Place and modify holds for patrons ত ক্লিক কৰক |
09:31 | পাছত, Edit catalog টেবটোলৈ আহক |
09:35 | প্লাচ চিহ্নত ক্লিক কৰক আৰু (editcatalogue) Edit catalog (Modify bibliographic/holdings data) ত ক্লিক কৰক |
09:46 | পাছত, Acquisition টেবটোলৈ আহক । প্লাচ চিহ্নত ক্লিক কৰক আৰু (acquisition) Acquisition and/or suggestion management ত ক্লিক কৰক |
09:59 | পাছত, tool টেবৰ বাবে, ইয়াত প্লাচ চিহ্নত ক্লিক কৰক |
10:05 | আৰু (batch_upload_patron_images) Upload patron images in a batch or one at a time ত ক্লিক কৰক |
10:16 | পাছত, (edit_patrons) Perform batch modification of patrons ত ক্লিক কৰক |
10:24 | লগতে, (import_patrons) Import patron data বাচক |
10:30 | পাছত, লগতে Edit authorities ত ক্লিক কৰক |
10:36 | পাছত, (reports), Allow access to the reports module টেবটোলৈ আহক |
10:43 | প্লাচ চিহ্নত ক্লিক কৰক আৰু (execute _reports) Execute SQL reports বাচক |
10:52 | পাছত পৃষ্ঠাটোৰ তলত Save ত ক্লিক কৰক |
10:57 | ইয়াৰ সৈতে আমি Ms. Samruddhi নামৰ Library Staff ক সকলো দৰকাৰী অধিকাৰ দিলো |
11:06 | এতিয়া, superlibrarian একাউন্টৰ পৰা ল’গ-আউত কৰক |
11:11 | তাক কৰিবলৈ, ওপৰত সোফালে চুকলৈ যাওঁক । spoken tutorial library ত ক্লিক কৰক, দ্ৰপ-দাউনৰ পৰা Log out ত ক্লিক কৰক |
11:23 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
11:27 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো : |
11:33 | Patron category এটা যোগ কৰিবলৈ,
Patron এটা বনাবলৈ, |
11:39 | Superlibrarian এটা বনাবলৈ, বিশিষ্ট module এটাৰ বাবে Staff ক এক্সেচ দিবলৈ |
11:47 | অনুশিলনীৰ বাবে - এটা নতুন Patron Category- 'Research Scholar’ যোগ কৰক |
11:54 | Superlibrarian ৰ বাবে অনুশিলনী: তলৰ ভুমিকাৰ বাবে নতুন Staff এটা যোগ কৰক- |
12:01 | সকলো Cataloging rights অন্তৰ্ভুক্ত কৰক,
আৰু সকলো Acquisition rights যোগ কৰক |
12:09 | তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক |
12:17 | অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক |
12:28 | অনুগ্ৰহ কৰি সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফৰামত প’ষ্ট কৰক |
12:32 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ |
12:45 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |