Difference between revisions of "Scilab/C4/ODE-Euler-methods/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|Border=1 |'''Time''' |'''Narration''' |- |00:01 |নমস্কাৰ। |- |00:02 |Euler Methods ব্যবহাৰ কৰি ODEs সমাধান কৰাৰ...")
 
 
Line 6: Line 6:
 
|-
 
|-
 
|00:01
 
|00:01
|নমস্কাৰ।
+
|নমস্কাৰ। Euler Methods ব্যবহাৰ কৰি ODEs সমাধান কৰাৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
 
+
|-
+
|00:02
+
|Euler Methods ব্যবহাৰ কৰি ODEs সমাধান কৰাৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
+
  
 
|-
 
|-
Line 65: Line 61:
  
 
|-
 
|-
 
 
|01:08
 
|01:08
 
 
|Euler মেথড ব্যবহাৰ কৰি এটা উদাহৰণ সমাধান কৰো।
 
|Euler মেথড ব্যবহাৰ কৰি এটা উদাহৰণ সমাধান কৰো।
  
 
|-
 
|-
 
 
|01:12
 
|01:12
 
|আমাক এটা ইনিশিয়েল ভ্যালু প্রবলেম দিয়া হৈছে -
 
|আমাক এটা ইনিশিয়েল ভ্যালু প্রবলেম দিয়া হৈছে -
  
 
|-
 
|-
 
 
|01:15
 
|01:15
 
 
|y ড্যাশ ইস ইকুয়েল টু মাইনাস 2 t মাইনাস y.
 
|y ড্যাশ ইস ইকুয়েল টু মাইনাস 2 t মাইনাস y.
  
 
|-
 
|-
 
 
|01:20
 
|01:20
 
||y এৰ ইনিশিয়েল ভ্যালু মাইনাস 1 দিয়া হৈছে।
 
||y এৰ ইনিশিয়েল ভ্যালু মাইনাস 1 দিয়া হৈছে।
  
 
|-
 
|-
 
 
|01:25
 
|01:25
 
 
||আৰু স্টেপ লেনথ জিৰো পয়েন্ট 1 দিয়া হৈছে।
 
||আৰু স্টেপ লেনথ জিৰো পয়েন্ট 1 দিয়া হৈছে।
 
|-
 
|-
 
 
|01:29
 
|01:29
 
 
|আমি সময় t ইকুয়েল টু জিৰো পয়েন্ট 5ত y এৰ ভ্যালু নির্ণয় কৰিব লাগিব।
 
|আমি সময় t ইকুয়েল টু জিৰো পয়েন্ট 5ত y এৰ ভ্যালু নির্ণয় কৰিব লাগিব।
  
Line 102: Line 88:
  
 
|-
 
|-
 
 
|01:39
 
|01:39
 
 
|Scilab এডিটৰত Euler আন্ডাৰস্কোৰ o d e ডট sci খুলক।
 
|Scilab এডিটৰত Euler আন্ডাৰস্কোৰ o d e ডট sci খুলক।
  
 
|-
 
|-
 
 
|01:47
 
|01:47
 
 
||আমি f, t init, y init, h আৰু N আর্গুমেন্টৰ সৈতে Euler আন্ডাৰস্কোৰ o d e ফাংশন সংজ্ঞায়িত কৰো।
 
||আমি f, t init, y init, h আৰু N আর্গুমেন্টৰ সৈতে Euler আন্ডাৰস্কোৰ o d e ফাংশন সংজ্ঞায়িত কৰো।
  
Line 118: Line 100:
  
 
|-
 
|-
 
 
|02:01
 
|02:01
 
|t init সময় t এৰ ইনিশিয়েল ভ্যালু।
 
|t init সময় t এৰ ইনিশিয়েল ভ্যালু।

Latest revision as of 10:45, 11 September 2017

Time Narration
00:01 নমস্কাৰ। Euler Methods ব্যবহাৰ কৰি ODEs সমাধান কৰাৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:09 এই টিউটোৰিয়েলত আপোনি শিকিব:
00:12 Scilab ত Euler আৰু Modified Euler মেথড ব্যবহাৰ কৰি ODEs সমাধান কৰা।
00:18 ODEs সমাধান কৰিবলৈ Scilab কোড বিকাশিত কৰা।
00:22 এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো:
00:25 উবুন্টু 12.04 অপাৰেটিং সিস্টেম,
00:28 আৰু Scilab সংস্কৰণ 5.3.3.
00:32 এই টিউটোৰিয়েলটো অনুশীলন কৰিবলৈ
00:34 আপোনাৰ Scilab এৰ মৌলিক জ্ঞান
00:37 আৰু ODEs সমাধান কৰা সম্পর্কে জানা উচিত।
00:40 Scilab শিকিবলৈ দয়া কৰি স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত উপলব্ধ প্রাসঙ্গিক টিউটোৰিয়েল চাওক।
00:48 Euler মেথডত, আমি ODE এৰ সঠিকভাবে আনুমানিক সমাধান পাও।
00:55 এইটো ইনিশিয়েল ভ্যালু প্রবলেমক সমাধানৰ বাবে ব্যবহৃত হয় যত ডিফাৰেনশিয়েল ইকুয়েশনৰ প্রাথমিক ভ্যালু দিয়া থাকে।
01:03 এইটো কন্টিনিউয়াস ফাংশন সমাধান কৰিবলৈ ব্যবহাৰ কৰা যাব পাৰে।
01:08 Euler মেথড ব্যবহাৰ কৰি এটা উদাহৰণ সমাধান কৰো।
01:12 আমাক এটা ইনিশিয়েল ভ্যালু প্রবলেম দিয়া হৈছে -
01:15 y ড্যাশ ইস ইকুয়েল টু মাইনাস 2 t মাইনাস y.
01:20 y এৰ ইনিশিয়েল ভ্যালু মাইনাস 1 দিয়া হৈছে।
01:25 আৰু স্টেপ লেনথ জিৰো পয়েন্ট 1 দিয়া হৈছে।
01:29 আমি সময় t ইকুয়েল টু জিৰো পয়েন্ট 5ত y এৰ ভ্যালু নির্ণয় কৰিব লাগিব।
01:36 Euler মেথডৰ বাবে কোড চাও।
01:39 Scilab এডিটৰত Euler আন্ডাৰস্কোৰ o d e ডট sci খুলক।
01:47 আমি f, t init, y init, h আৰু N আর্গুমেন্টৰ সৈতে Euler আন্ডাৰস্কোৰ o d e ফাংশন সংজ্ঞায়িত কৰো।
01:58 যত: f সমাধান কৰাৰ ফাংশনক উল্লেখ কৰে।
02:01 t init সময় t এৰ ইনিশিয়েল ভ্যালু।
02:05 y init y এৰ ইনিশিয়েল ভ্যালু।
02:09 h হল স্টেপ লেনথ আৰু n হল ইটাৰেশন্সৰ সংখ্যা।
02:14 তাৰপিছত আমি t আৰু y এৰ ভ্যালুক জিৰোজৰ ভেক্টৰত ইনিসিয়েলাইজ কৰো।
02:21 আমি t আৰু y এৰ ইনিশিয়েল ভ্যালুক যথাক্রমে t অফ 1 আৰু y অফ 1 ত ৰাখো।
02:29 তাৰপিছত y এৰ ভ্যালুক পাবলৈ 1ৰ পৰা N পর্যন্ত ইটাৰেট কৰো।
02:33 ইয়াত y এৰ ভ্যালু পাবলৈ Euler মেথড প্রয়োগ কৰো।
02:39 অবশেষত আমি ফাংশন শেষ কৰো।
02:42 Euler আন্ডাৰস্কোৰ o d e ডট sci ফাইলটো সংৰক্ষণ আৰু এক্সিকিউট কৰক।
02:49 উদাহৰণৰ সমস্যা সমাধান কৰিবলৈ Scilab কনসোলত যাওক।
02:54 আমি ফাংশন নির্ধাৰিত কৰিবলৈ লিখো:
02:56 d e f f বন্ধনী খুলক একক উদ্ধৃতি খুলক বর্গাকাৰ বন্ধনী খুলক y ডট বর্গাকাৰ বন্ধনী বন্ধ কৰক ইকুয়েল টু f অফ t কমা y একক উদ্ধৃতি বন্ধ কৰক কমা একক উদ্ধৃতি খুলক y ডট ইকুয়েল টু প্রথম বন্ধনী খুলক মাইনাস দুটা এস্টেৰিস্ক t প্রথম বন্ধনী বন্ধ কৰক মাইনাস y একক উদ্ধৃতি বন্ধ কৰক প্রথম বন্ধনী বন্ধ কৰক।
03:26 Enter টিপক।
03:28 তাৰপিছত লিখক: t init ইস ইকুয়েল টু 0.
03:31 Enter টিপক।
03:33 লিখক: y init ইস ইকুয়েল টু -1.
03:38 Enter টিপক।
03:40 লিখক: স্টেপ লেনথ h ইস ইকুয়েল টু 0.1.
03:44 Enter টিপক।
03:46 স্টেপ লেনথ হল 0.1 আৰু আমি 0.5 ত y এৰ ভ্যালু নির্ণয় কৰিব লাগিব।
03:53 সেয়ে, ইটাৰেশনৰ সংখ্যা 5 হোৱা উচিত।
03:59 প্রতিটো ইটাৰেশনত, t এৰ ভ্যালু 0.1 দ্বাৰা বৃদ্ধি পাব।
04:05 সেয়ে লিখক ডাঙৰ হাতৰ N ইস ইকুয়েল টু 5 (N=5).
04:09 আৰু Enter টিপক।
04:11 ফাংশনক কল কৰিবলৈ লিখক:
04:14 বর্গাকাৰ বন্ধনী খুলক t কমা y বর্গাকাৰ বন্ধনী বন্ধ কৰক ইকুয়েল টু Euler আন্ডাৰস্কোৰ o d e প্রথম বন্ধনী খুলক f কমা t init কমা y init কমা h কমা বড়হাতেৰ N প্রথম বন্ধনী বন্ধ কৰক।
04:33 Enter টিপক।
04:35 t ইকুয়েল টু 0.5 ত y এৰ ভ্যালু প্রদর্শিত হয়।
04:41 এতিয়া Modified Euler মেথড চাও।
04:45 এইটো এটা সেকেন্ড অর্ডাৰ মেথড আৰু এটা স্থিতিশীল টু স্টেপ মেথড।
04:51 আমি টাইম স্টেপৰ আৰম্ভনিত আৰু শেষলৈ ফাংশনৰ গড় নির্ণয় কৰো।
04:56 এই উদাহৰণ Modified Euler মেথড ব্যবহাৰ কৰি সমাধান কৰো।
05:02 আমাক এটা ফাংশন দিয়া হৈছে y ড্যাশ ইস ইকুয়েল টু t প্লাস y প্লাস t y.
05:08 y এৰ প্রাৰম্ভিক ভ্যালু হল 1
05:12 আৰু স্টেপ লেনথ হল 0.01.
05:16 আমি Modified Euler's মেথড ব্যবহাৰ কৰি সময় t ইকুয়েল টু 0.01 ত y এৰ ভ্যালু গনণা কৰিব লাগিব।
05:25 Scilab এডিটৰত Modified Euler মেথডৰ বাবে কোড চাও।
05:31 আমি আর্গুমেন্ট f, t init, y init, h আৰু n এৰ সৈতে ফাংশন নির্ধাৰিত কৰো।
05:39 যত: f হল সমাধান কৰাৰ ফাংশন,
05:42 t init হল ইনিশিয়েল টাইম ভ্যালু।
05:45 y init হল y এৰ ইনিশিয়েল ভ্যালু।
05:49 h হল স্টেপ লেনথ আৰু
05:51 N হল ইটাৰেশনৰ সংখ্যা।
05:54 তাৰপিছত y আৰু t এৰ বাবে অ্যাৰক ইনিসিয়েলাইজ কৰো।
05:58 আমি t আৰু y এৰ ইনিশিয়েল ভ্যালুক যথাক্রমে t অফ 1 আৰু y অফ 1 ত ৰাখো।
06:07 ইয়াত আমি Modified Euler মেথড ব্যবহাৰ কৰো।
06:11 ইয়াত টাইম স্টেপৰ আৰম্ভত আৰু শেষলৈ y এৰ গড় ভ্যালু গনণা কৰো।
06:17 Modi Euler আন্ডাৰস্কোৰ o d e ডট sci ফাইলটো সেভ আৰু এক্সিকিউট কৰক।
06:23 Scilab কনসোলত যাওক।
06:26 c l c লিখি স্ক্রীন পৰিস্কাৰ কৰক।
06:30 Enter টিপক।
06:32 ফাংশন সংজ্ঞায়িত কৰিবলৈ লিখক: d e f f প্রথম বন্ধনী খুলক একক উদ্ধৃতি খুলক বর্গাকাৰ বন্ধনী খুলক y ডট বর্গাকাৰ বন্ধনী বন্ধ কৰক ইকুয়েল টু f অফ t কমা y একক উদ্ধৃতি বন্ধ কৰক কমা একক উদ্ধৃতি খুলক y ডট ইকুয়েল টু t প্লাস y প্লাস t এস্টেৰিস্ক y একক উদ্ধৃতি বন্ধ কৰক প্রথম বন্ধনী কৰক।
07:01 Enter টিপক।
07:03 তাৰপিছত লিখক: t init ইকুয়েল টু 0, Enter টিপক।
07:08 লিখক: y init ইকুয়েল টু 1 আৰু Enter টিপক।
07:12 তাৰপিছত লিখক: h ইকুয়েল টু 0.01. Enter টিপক।
07:19 লিখক: ডাঙৰ হাতৰ N ইকুয়েল টু 10.
07:22 যিহেতু ইটাৰেশনৰ সংখ্যা 10 হোৱা উচিত, সময় t ক 0.1 আৰু স্টেপ লেনথ 0.01 হব লাগিব।
07:34 Enter টিপক।
07:36 তাৰপিছত Modi Euler আন্ডাৰস্কোৰ o d e ফাংশন কল কৰিবলৈ লিখক:
07:41 বর্গাকাৰ বন্ধনী খুলক t কমা y বর্গাকাৰ বন্ধনী বন্ধ কৰক ইকুয়েল টু Modi Euler আন্ডাৰস্কোৰ o d e বন্ধনী খুলক f কমা t init কমা y কমা h কমা বড়হাতেৰ N বন্ধনী বন্ধ কৰক।
08:03 Enter টিপক।
08:05 t ইকুয়েল টু 0.1 ত y এৰ ভ্যালু প্রদর্শিত হয়।
08:10 এই টিউটোৰিয়েলটো সংক্ষিপ্তকৰণ কৰো।
08:14 এই টিউটোৰিয়েলত Euler আৰু modified Euler মেথডৰ Scilab কোড বিকাশিত কৰা শিকিছো।
08:21 আমি এয়াও শিকিছো যে Scilab ত এই মেথডবোৰ ব্যবহাৰ কৰি ODEs সমাধান কৰা।
08:28 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
08:32 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
08:35 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
08:40 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
08:42 টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
08:45 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
08:49 বিস্তাৰিত তথ্যৰ বাবে contact [at] spoken-tutorial.org ত ইমেল কৰক।
08:55 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
09:00 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
09:07 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro
09:13 আই আই টী বোম্বে পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
09:15 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya