Scilab/C4/ODE-Euler-methods/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ। Euler Methods ব্যবহাৰ কৰি ODEs সমাধান কৰাৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:09 | এই টিউটোৰিয়েলত আপোনি শিকিব: |
00:12 | Scilab ত Euler আৰু Modified Euler মেথড ব্যবহাৰ কৰি ODEs সমাধান কৰা। |
00:18 | ODEs সমাধান কৰিবলৈ Scilab কোড বিকাশিত কৰা। |
00:22 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো: |
00:25 | উবুন্টু 12.04 অপাৰেটিং সিস্টেম, |
00:28 | আৰু Scilab সংস্কৰণ 5.3.3. |
00:32 | এই টিউটোৰিয়েলটো অনুশীলন কৰিবলৈ |
00:34 | আপোনাৰ Scilab এৰ মৌলিক জ্ঞান |
00:37 | আৰু ODEs সমাধান কৰা সম্পর্কে জানা উচিত। |
00:40 | Scilab শিকিবলৈ দয়া কৰি স্পোকেন টিউটোৰিয়েল ওয়েবসাইটত উপলব্ধ প্রাসঙ্গিক টিউটোৰিয়েল চাওক। |
00:48 | Euler মেথডত, আমি ODE এৰ সঠিকভাবে আনুমানিক সমাধান পাও। |
00:55 | এইটো ইনিশিয়েল ভ্যালু প্রবলেমক সমাধানৰ বাবে ব্যবহৃত হয় যত ডিফাৰেনশিয়েল ইকুয়েশনৰ প্রাথমিক ভ্যালু দিয়া থাকে। |
01:03 | এইটো কন্টিনিউয়াস ফাংশন সমাধান কৰিবলৈ ব্যবহাৰ কৰা যাব পাৰে। |
01:08 | Euler মেথড ব্যবহাৰ কৰি এটা উদাহৰণ সমাধান কৰো। |
01:12 | আমাক এটা ইনিশিয়েল ভ্যালু প্রবলেম দিয়া হৈছে - |
01:15 | y ড্যাশ ইস ইকুয়েল টু মাইনাস 2 t মাইনাস y. |
01:20 | y এৰ ইনিশিয়েল ভ্যালু মাইনাস 1 দিয়া হৈছে। |
01:25 | আৰু স্টেপ লেনথ জিৰো পয়েন্ট 1 দিয়া হৈছে। |
01:29 | আমি সময় t ইকুয়েল টু জিৰো পয়েন্ট 5ত y এৰ ভ্যালু নির্ণয় কৰিব লাগিব। |
01:36 | Euler মেথডৰ বাবে কোড চাও। |
01:39 | Scilab এডিটৰত Euler আন্ডাৰস্কোৰ o d e ডট sci খুলক। |
01:47 | আমি f, t init, y init, h আৰু N আর্গুমেন্টৰ সৈতে Euler আন্ডাৰস্কোৰ o d e ফাংশন সংজ্ঞায়িত কৰো। |
01:58 | যত: f সমাধান কৰাৰ ফাংশনক উল্লেখ কৰে। |
02:01 | t init সময় t এৰ ইনিশিয়েল ভ্যালু। |
02:05 | y init y এৰ ইনিশিয়েল ভ্যালু। |
02:09 | h হল স্টেপ লেনথ আৰু n হল ইটাৰেশন্সৰ সংখ্যা। |
02:14 | তাৰপিছত আমি t আৰু y এৰ ভ্যালুক জিৰোজৰ ভেক্টৰত ইনিসিয়েলাইজ কৰো। |
02:21 | আমি t আৰু y এৰ ইনিশিয়েল ভ্যালুক যথাক্রমে t অফ 1 আৰু y অফ 1 ত ৰাখো। |
02:29 | তাৰপিছত y এৰ ভ্যালুক পাবলৈ 1ৰ পৰা N পর্যন্ত ইটাৰেট কৰো। |
02:33 | ইয়াত y এৰ ভ্যালু পাবলৈ Euler মেথড প্রয়োগ কৰো। |
02:39 | অবশেষত আমি ফাংশন শেষ কৰো। |
02:42 | Euler আন্ডাৰস্কোৰ o d e ডট sci ফাইলটো সংৰক্ষণ আৰু এক্সিকিউট কৰক। |
02:49 | উদাহৰণৰ সমস্যা সমাধান কৰিবলৈ Scilab কনসোলত যাওক। |
02:54 | আমি ফাংশন নির্ধাৰিত কৰিবলৈ লিখো: |
02:56 | d e f f বন্ধনী খুলক একক উদ্ধৃতি খুলক বর্গাকাৰ বন্ধনী খুলক y ডট বর্গাকাৰ বন্ধনী বন্ধ কৰক ইকুয়েল টু f অফ t কমা y একক উদ্ধৃতি বন্ধ কৰক কমা একক উদ্ধৃতি খুলক y ডট ইকুয়েল টু প্রথম বন্ধনী খুলক মাইনাস দুটা এস্টেৰিস্ক t প্রথম বন্ধনী বন্ধ কৰক মাইনাস y একক উদ্ধৃতি বন্ধ কৰক প্রথম বন্ধনী বন্ধ কৰক। |
03:26 | Enter টিপক। |
03:28 | তাৰপিছত লিখক: t init ইস ইকুয়েল টু 0. |
03:31 | Enter টিপক। |
03:33 | লিখক: y init ইস ইকুয়েল টু -1. |
03:38 | Enter টিপক। |
03:40 | লিখক: স্টেপ লেনথ h ইস ইকুয়েল টু 0.1. |
03:44 | Enter টিপক। |
03:46 | স্টেপ লেনথ হল 0.1 আৰু আমি 0.5 ত y এৰ ভ্যালু নির্ণয় কৰিব লাগিব। |
03:53 | সেয়ে, ইটাৰেশনৰ সংখ্যা 5 হোৱা উচিত। |
03:59 | প্রতিটো ইটাৰেশনত, t এৰ ভ্যালু 0.1 দ্বাৰা বৃদ্ধি পাব। |
04:05 | সেয়ে লিখক ডাঙৰ হাতৰ N ইস ইকুয়েল টু 5 (N=5). |
04:09 | আৰু Enter টিপক। |
04:11 | ফাংশনক কল কৰিবলৈ লিখক: |
04:14 | বর্গাকাৰ বন্ধনী খুলক t কমা y বর্গাকাৰ বন্ধনী বন্ধ কৰক ইকুয়েল টু Euler আন্ডাৰস্কোৰ o d e প্রথম বন্ধনী খুলক f কমা t init কমা y init কমা h কমা বড়হাতেৰ N প্রথম বন্ধনী বন্ধ কৰক। |
04:33 | Enter টিপক। |
04:35 | t ইকুয়েল টু 0.5 ত y এৰ ভ্যালু প্রদর্শিত হয়। |
04:41 | এতিয়া Modified Euler মেথড চাও। |
04:45 | এইটো এটা সেকেন্ড অর্ডাৰ মেথড আৰু এটা স্থিতিশীল টু স্টেপ মেথড। |
04:51 | আমি টাইম স্টেপৰ আৰম্ভনিত আৰু শেষলৈ ফাংশনৰ গড় নির্ণয় কৰো। |
04:56 | এই উদাহৰণ Modified Euler মেথড ব্যবহাৰ কৰি সমাধান কৰো। |
05:02 | আমাক এটা ফাংশন দিয়া হৈছে y ড্যাশ ইস ইকুয়েল টু t প্লাস y প্লাস t y. |
05:08 | y এৰ প্রাৰম্ভিক ভ্যালু হল 1 |
05:12 | আৰু স্টেপ লেনথ হল 0.01. |
05:16 | আমি Modified Euler's মেথড ব্যবহাৰ কৰি সময় t ইকুয়েল টু 0.01 ত y এৰ ভ্যালু গনণা কৰিব লাগিব। |
05:25 | Scilab এডিটৰত Modified Euler মেথডৰ বাবে কোড চাও। |
05:31 | আমি আর্গুমেন্ট f, t init, y init, h আৰু n এৰ সৈতে ফাংশন নির্ধাৰিত কৰো। |
05:39 | যত: f হল সমাধান কৰাৰ ফাংশন, |
05:42 | t init হল ইনিশিয়েল টাইম ভ্যালু। |
05:45 | y init হল y এৰ ইনিশিয়েল ভ্যালু। |
05:49 | h হল স্টেপ লেনথ আৰু |
05:51 | N হল ইটাৰেশনৰ সংখ্যা। |
05:54 | তাৰপিছত y আৰু t এৰ বাবে অ্যাৰক ইনিসিয়েলাইজ কৰো। |
05:58 | আমি t আৰু y এৰ ইনিশিয়েল ভ্যালুক যথাক্রমে t অফ 1 আৰু y অফ 1 ত ৰাখো। |
06:07 | ইয়াত আমি Modified Euler মেথড ব্যবহাৰ কৰো। |
06:11 | ইয়াত টাইম স্টেপৰ আৰম্ভত আৰু শেষলৈ y এৰ গড় ভ্যালু গনণা কৰো। |
06:17 | Modi Euler আন্ডাৰস্কোৰ o d e ডট sci ফাইলটো সেভ আৰু এক্সিকিউট কৰক। |
06:23 | Scilab কনসোলত যাওক। |
06:26 | c l c লিখি স্ক্রীন পৰিস্কাৰ কৰক। |
06:30 | Enter টিপক। |
06:32 | ফাংশন সংজ্ঞায়িত কৰিবলৈ লিখক: d e f f প্রথম বন্ধনী খুলক একক উদ্ধৃতি খুলক বর্গাকাৰ বন্ধনী খুলক y ডট বর্গাকাৰ বন্ধনী বন্ধ কৰক ইকুয়েল টু f অফ t কমা y একক উদ্ধৃতি বন্ধ কৰক কমা একক উদ্ধৃতি খুলক y ডট ইকুয়েল টু t প্লাস y প্লাস t এস্টেৰিস্ক y একক উদ্ধৃতি বন্ধ কৰক প্রথম বন্ধনী কৰক। |
07:01 | Enter টিপক। |
07:03 | তাৰপিছত লিখক: t init ইকুয়েল টু 0, Enter টিপক। |
07:08 | লিখক: y init ইকুয়েল টু 1 আৰু Enter টিপক। |
07:12 | তাৰপিছত লিখক: h ইকুয়েল টু 0.01. Enter টিপক। |
07:19 | লিখক: ডাঙৰ হাতৰ N ইকুয়েল টু 10. |
07:22 | যিহেতু ইটাৰেশনৰ সংখ্যা 10 হোৱা উচিত, সময় t ক 0.1 আৰু স্টেপ লেনথ 0.01 হব লাগিব। |
07:34 | Enter টিপক। |
07:36 | তাৰপিছত Modi Euler আন্ডাৰস্কোৰ o d e ফাংশন কল কৰিবলৈ লিখক: |
07:41 | বর্গাকাৰ বন্ধনী খুলক t কমা y বর্গাকাৰ বন্ধনী বন্ধ কৰক ইকুয়েল টু Modi Euler আন্ডাৰস্কোৰ o d e বন্ধনী খুলক f কমা t init কমা y কমা h কমা বড়হাতেৰ N বন্ধনী বন্ধ কৰক। |
08:03 | Enter টিপক। |
08:05 | t ইকুয়েল টু 0.1 ত y এৰ ভ্যালু প্রদর্শিত হয়। |
08:10 | এই টিউটোৰিয়েলটো সংক্ষিপ্তকৰণ কৰো। |
08:14 | এই টিউটোৰিয়েলত Euler আৰু modified Euler মেথডৰ Scilab কোড বিকাশিত কৰা শিকিছো। |
08:21 | আমি এয়াও শিকিছো যে Scilab ত এই মেথডবোৰ ব্যবহাৰ কৰি ODEs সমাধান কৰা। |
08:28 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
08:32 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
08:35 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
08:40 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, |
08:42 | টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
08:45 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
08:49 | বিস্তাৰিত তথ্যৰ বাবে contact [at] spoken-tutorial.org ত ইমেল কৰক। |
08:55 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
09:00 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
09:07 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro |
09:13 | আই আই টী বোম্বে পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
09:15 | অংশগ্রহনৰ বাবে ধন্যবাদ। |