Difference between revisions of "BOSS-Linux/C2/Basics-of-System-Administration/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 13: | Line 13: | ||
|- | |- | ||
|00:13 | |00:13 | ||
− | |adduser | + | |adduser, su |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|00:16 | |00:16 | ||
− | |usermod | + | |usermod, userdel |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|00:18 | |00:18 | ||
− | |id | + | |id, du, df |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 77: | Line 61: | ||
|- | |- | ||
|01:27 | |01:27 | ||
− | |আহক আমি | + | |আহক আমি '''New User''' কেনেকৈ বনাই শিকো৷ |
− | + | ||
|- | |- | ||
|01:32 | |01:32 | ||
− | |মই আগতেই | + | |মই আগতেই '''Terminal''' খুলি থৈছো |
|- | |- |
Revision as of 17:05, 23 February 2017
Time | Narration |
00:02 | নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে |
00:09 | এই tutorial’ত আমি শিকিম- |
00:13 | adduser, su |
00:16 | usermod, userdel |
00:18 | id, du, df |
00:22 | মই এই tutorial’ত Linux Operating System ব্যৱহাৰ কৰিছো |
00:27 | অনুগ্ৰহ কৰি প্ৰথম “General Purpose Utilities in Linux”’ৰ ওপৰত থকা spoken tutorial চাই আহক। যিটো এই website’ত পোৱা যায়। |
00:39 | এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ |
00:47 | আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব |
00:53 | “adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে |
01:01 | আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত |
01:06 | আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও |
01:11 | Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে |
01:19 | Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই tutorialটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম |
01:27 | আহক আমি New User কেনেকৈ বনাই শিকো৷ |
01:32 | মই আগতেই Terminal খুলি থৈছো |
01:36 | ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক |
01:45 | আপোনাক password খোজিব |
01:48 | মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম |
01:54 | Terminal’ত type কৰা password দেখা নেপায় |
01:58 | সেই কাৰণে password সাৱধানে type কৰিব |
02:03 | এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব |
02:14 | ব’লক আমি এজন নতুন user বনাও “duck” নাম দি |
02:21 | Command type কৰক |
02:23 | sudo space adduser space duck, আৰু Enter টিপক. |
02:33 | আমি “duck” নামৰ নতুন user এটা বনালো |
02:36 | নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয় |
02:46 | অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব |
02:52 | আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter তিপিম |
03:04 | অনু্ৰহ কৰি নতুন password আকৌ type কৰক |
03:07 | Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ |
03:13 | এতিয়া আমাৰ নতুন user’ৰ password update হ’ল |
03:18 | আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব |
03:22 | কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম |
03:33 | Enter. |
03:34 | মই নিশ্বিত কৰিম “y” টিপি |
03:39 | এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয় |
03:43 | ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই |
03:48 | এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক |
03:51 | “ls space /(slash) home” |
03:56 | আৰু Enter টিপক |
03:58 | Home folder’ৰ user’ৰ list দেখোৱাবলৈ “ls” command ব্যৱহাৰ কৰা হয় |
04:05 | আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user |
04:10 | ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও |
04:13 | এতিয়া পাছৰ command’তো হ’ল “su” |
04:18 | “su” মানে “Switch User”. |
04:21 | এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে |
04:26 | ব’লক আমি এতিয়া Terminal যাও |
04:30 | Command enter কৰক. “Terminal”ত “su space hyphen space duck” type কৰক আৰু Enter টিপক |
04:41 | আপোনাক password খোজা হ’ব |
04:44 | মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে |
04:51 | অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয় |
05:02 | Logout কৰিবলৈ type কৰক “logout” আৰু Enter টিপক |
05:10 | এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত “vinhai” হয় |
05:18 | ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো |
05:23 | “usermod” command’এ |
05:24 | super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে |
05:33 | Password নাইকিয়া কৰা |
05:37 | Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা |
05:42 | ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ |
05:44 | মই terminal’লৈ গৈ লও |
05:46 | User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক |
05:52 | এতিয়া command prompt’ত, লিখক |
05:56 | sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck |
06:21 | আৰু Enter টিপক |
06:25 | User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত |
06:34 | আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে |
06:39 | ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো |
06:45 | “id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে |
06:51 | User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো |
07:00 | Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)g” ব্যৱহাৰ কৰো |
07:08 | এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো |
07:10 | Terminal’ত type কৰক “id” আৰু Enter টিপক |
07:17 | এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো |
07:25 | অকল user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো |
07:30 | ব’লক আমি type কৰো, “id space -(hyphen)u” |
07:36 | আৰু enter টিপো |
07:38 | এতিয়া আমি অকল userবোৰৰ id দেখা পাম |
07:42 | কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া? |
07:47 | সেয়া ওলিয়াবলৈ, আমি type কৰিম |
07:50 | “id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম |
08:00 | এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম |
08:08 | ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো |
08:12 | Type কৰক “ id space -(hyphen)g”. |
08:17 | য়াতো আমি group idবোৰ দেখা পাম |
08:20 | যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক |
08:26 | “id space -(hyphen) (capital)G” আৰু Enter টিপক |
08:32 | অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো |
08:38 | আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক |
08:40 | এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে |
08:44 | ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো |
08:48 | “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো |
08:54 | ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো |
08:56 | ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”. |
09:09 | মই -(hyphen)r option ব্যৱহাৰ কৰিছো |
09:12 | এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয় |
09:17 | ব’লক Enter টিপি চাও্ঁ কি হয় |
09:21 | এতিয়া user “duck” কাট খাই গ’ল |
09:25 | Type কৰি পৰীক্ষন কৰক |
09:28 | “ls space /(slash)home” আৰু Enter টিপক |
09:35 | আমি গম পাম যে user account “duck” কাট খালে |
09:40 | ব’লক আমি slides’লৈ ঘুৰি যাও |
09:43 | Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল “df” আৰু “du” |
09:50 | “df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে |
09:55 | আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে |
10:00 | অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক |
10:06 | ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও |
10:13 | অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক |
10:20 | ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই |
10:25 | ই human readable formatঅত কিমান খিনই space mounted হইচে সেইখিনিউ দেখাই |
10:34 | ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো |
10:37 | এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে |
10:44 | যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ tutorial চাওঁকগৈ |
10:51 | মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো |
10:58 | “home folder” যাবলৈ terminal’ত type কৰক |
11:03 | “cd space /(slash) home” আৰু Enter টিপক |
11:07 | তাৰ পাছত type কৰক du space -(hyphen)s space * (astrix dot) txt আৰু enter টিপক |
11:21 | এই কমানদেই আপুনাক দাইৰেকতৰীত থকা তেকসত ফাইলচ আৰু ইয়াৰ ফাইল চাইজৰ উপৰত এতা ৰিপৰত দিব |
11:30 | Assignment হিছাপে, command prompt’ত type কৰক |
11:35 | “du space -(hyphen)ch space *(astrix dot)txt” আৰু চাওক কি হয় |
11:46 | ব’লক আমি slides বুৰলৈ ঘূৰি যাও |
11:48 | চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো: |
11:51 | “adduser” command’এ নতুন user নায় |
11:53 | “su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে |
11:56 | “usermod” command’এ user account settings পৰিবৰ্তন কৰে |
12:00 | “userdel” command’এ user account delete কৰে |
12:03 | id command ’এ user ids and group ids ৰ বিষয়ে জাননী দিয়ে |
12:07 | “df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায় |
12:11 | “du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায় |
12:15 | ইয়াতে আমাৰ “Basics of system administration” tutorial-অৰ কথন প্ৰশিক্ষণৰ সামৰণি মাৰিছোঁ |
12.20 | url’ত থকা video’এ |
12:24 | Spoken Tutorial project’ সাৰাংশ দিয়ে |
12:27 | আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে |
12:31 | আমি spoken tutorial ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব |
12:41 | Spoken Tutorial “Talk to a Teacher” project’ৰ এটা ভাগ. ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত |
12:50 | এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ |
12.55 | এই টিউট’ৰিয়েলত বৰঙনি যোগালে প্ৰগয়ান বেজবৰুৱায়ে , মই মৌচুমি মেধি চাইন অফ কৰিচু. অংশ গ্ৰহণৰ বাবে ধন্যবাদ |