BOSS-Linux/C2/Basics-of-System-Administration/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে
00:09 এই tutorial’ত আমি শিকিম-
00:13 adduser, su
00:16 usermod, userdel
00:18 id, du, df
00:22 মই এই tutorial’ত Linux Operating System ব্যৱহাৰ কৰিছো
00:27 অনুগ্ৰহ কৰি প্ৰথম “General Purpose Utilities in Linux”’ৰ ওপৰত থকা spoken tutorial চাই আহক। যিটো এই website’ত পোৱা যায়।
00:39 এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ
00:47 আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব
00:53 “adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে
01:01 আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত
01:06 আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও
01:11 Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে
01:19 Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই tutorialটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম
01:27 আহক আমি New User কেনেকৈ বনাই শিকো৷
01:32 মই আগতেই Terminal খুলি থৈছো
01:36 ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক
01:45 আপোনাক password খোজিব
01:48 মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম
01:54 Terminal’ত type কৰা password দেখা নেপায়
01:58 সেই কাৰণে password সাৱধানে type কৰিব
02:03 এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব
02:14 ব’লক আমি এজন নতুন user বনাও “duck” নাম দি
02:21 Command type কৰক
02:23 sudo space adduser space duck, আৰু Enter টিপক.
02:33 আমি “duck” নামৰ নতুন user এটা বনালো
02:36 নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়
02:46 অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব
02:52 আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter তিপিম
03:04 অনু্ৰহ কৰি নতুন password আকৌ type কৰক
03:07 Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ
03:13 এতিয়া আমাৰ নতুন user’ৰ password update হ’ল
03:18 আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব
03:22 কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম
03:33 Enter, মই নিশ্বিত কৰিম “y” টিপি
03:39 এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়
03:43 ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই
03:48 এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক
03:51 “ls space /(slash) home”
03:56 আৰু Enter টিপক
03:58 Home folder’ৰ user’ৰ list দেখোৱাবলৈ “ls” command ব্যৱহাৰ কৰা হয়
04:05 আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user
04:10 ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও
04:13 এতিয়া পাছৰ command’তো হ’ল “su”
04:18 “su” মানে “Switch User”.
04:21 এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে
04:26 ব’লক আমি এতিয়া Terminal যাও
04:30 Command enter কৰক. “Terminal”ত “su space hyphen space duck” type কৰক আৰু Enter টিপক
04:41 আপোনাক password খোজা হ’ব
04:44 মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে
04:51 অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়
05:02 Logout কৰিবলৈ type কৰক “logout” আৰু Enter টিপক
05:10 এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত “vinhai” হয়
05:18 ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো
05:23 “usermod” command’এ
05:24 super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে
05:33 Password নাইকিয়া কৰা
05:37 Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা
05:42 ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ
05:44 মই terminal’লৈ গৈ লও
05:46 User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক
05:52 এতিয়া command prompt’ত, লিখক
05:56 sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck
06:21 আৰু Enter টিপক
06:25 User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত
06:34 আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে
06:39 ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো
06:45 “id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে
06:51 User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
07:00 Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)g” ব্যৱহাৰ কৰো
07:08 এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো
07:10 Terminal’ত type কৰক “id” আৰু Enter টিপক
07:17 এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো
07:25 অকল user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো
07:30 ব’লক আমি type কৰো, “id space -(hyphen)u”
07:36 আৰু enter টিপো
07:38 এতিয়া আমি অকল userবোৰৰ id দেখা পাম
07:42 কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া?
07:47 সেয়া ওলিয়াবলৈ, আমি type কৰিম
07:50 “id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম
08:00 এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম
08:08 ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো
08:12 Type কৰক “ id space -(hyphen)g”.
08:17 য়াতো আমি group idবোৰ দেখা পাম
08:20 যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক
08:26 “id space -(hyphen) (capital)G” আৰু Enter টিপক
08:32 অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো
08:38 আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক
08:40 এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে
08:44 ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো
08:48 “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো
08:54 ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো
08:56 ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”.
09:09 মই -(hyphen)r option ব্যৱহাৰ কৰিছো
09:12 এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়
09:17 ব’লক Enter টিপি চাও্ঁ কি হয়
09:21 এতিয়া user “duck” কাট খাই গ’ল
09:25 Type কৰি পৰীক্ষন কৰক
09:28 “ls space /(slash)home” আৰু Enter টিপক
09:35 আমি গম পাম যে user account “duck” কাট খালে
09:40 ব’লক আমি slides’লৈ ঘুৰি যাও
09:43 Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল “df” আৰু “du”
09:50 “df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে
09:55 আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে
10:00 অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক
10:06 ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও
10:13 অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক
10:20 ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই
10:25 ই human readable formatঅত কিমান খিনই space mounted হইচে সেইখিনিউ দেখাই
10:34 ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো
10:37 এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে
10:44 যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ tutorial চাওঁকগৈ
10:51 মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো
10:58 “home folder” যাবলৈ terminal’ত type কৰক
11:03 “cd space /(slash) home” আৰু Enter টিপক
11:07 তাৰ পাছত type কৰক du space -(hyphen)s space * (astrix dot) txt আৰু enter টিপক
11:21 এই কমানদেই আপুনাক দাইৰেকতৰীত থকা তেকসত ফাইলচ আৰু ইয়াৰ ফাইল চাইজৰ উপৰত এতা ৰিপৰত দিব
11:30 Assignment হিছাপে, command prompt’ত type কৰক
11:35 “du space -(hyphen)ch space *(astrix dot)txt” আৰু চাওক কি হয়
11:46 ব’লক আমি slides বুৰলৈ ঘূৰি যাও
11:48 চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো:
11:51 “adduser” command’এ নতুন user নায়
11:53 “su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে
11:56 “usermod” command’এ user account settings পৰিবৰ্তন কৰে
12:00 “userdel” command’এ user account delete কৰে
12:03 id command ’এ user ids and group ids ৰ বিষয়ে জাননী দিয়ে
12:07 “df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়
12:11 “du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়
12:15 ইয়াতে আমাৰ “Basics of system administration” tutorial-অৰ কথন প্ৰশিক্ষণৰ সামৰণি মাৰিছোঁ
12.20 url’ত থকা video’এ
12:24 Spoken Tutorial project’ সাৰাংশ দিয়ে
12:27 আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে
12:31 আমি spoken tutorial ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব
12:41 Spoken Tutorial “Talk to a Teacher” project’ৰ এটা ভাগ. ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
12:50 এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
12.55 এই টিউট’ৰিয়েলত বৰঙনি যোগালে প্ৰগয়ান বেজবৰুৱায়ে , মই মৌচুমি মেধি চাইন অফ কৰিচু. অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble