Difference between revisions of "Inkscape/C3/Create-a-3-fold-brochure/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 12: Line 12:
  
 
|-
 
|-
| 00.08
+
| 00:08
 
| নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা।
 
| নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা।
  
Line 72: Line 72:
 
|-
 
|-
 
| 00:59
 
| 00:59
| এইবোৰ পৰিবর্তন কৰক:  
+
| এইবোৰ পৰিবর্তন কৰক: Default units to mm
  
 
|-
 
|-
|01.00
+
| 01:00
|* Default units to mm
+
|-
+
|01.03
+
|* Page Size to A4
+
|-
+
|01.05
+
|* Orientation to Landscape
+
|-
+
|01.07
+
|* Custom Size Units to mm.
+
 
+
|-
+
| 01.00
+
 
| ডিফল্ট ইউনিটক '''mm''' ত।
 
| ডিফল্ট ইউনিটক '''mm''' ত।
 
|-
 
|-
| 01.03
+
| 01:03
 
| পৃষ্ঠাৰ আকাৰক '''A4''' ত।
 
| পৃষ্ঠাৰ আকাৰক '''A4''' ত।
 
|-
 
|-
| 01.05
+
| 01:05
 
| বিন্যাসকক '''Landscape''' ত।
 
| বিন্যাসকক '''Landscape''' ত।
 
|-
 
|-
| 01.07
+
| 01:07
 
| কাস্টম সাইজ ইউনিটক '''mm''' ত।
 
| কাস্টম সাইজ ইউনিটক '''mm''' ত।
  
 
|-
 
|-
| 01.11
+
| 01:11
 
| আমি ক্যানভাসক '''3''' টা ফোল্ডত ভাগ কৰিম।
 
| আমি ক্যানভাসক '''3''' টা ফোল্ডত ভাগ কৰিম।
 
 
|-
 
|-
| 01.14
+
| 01:14
 
| ইয়াৰবাবে, লক্ষ্য কৰক যে ক্যানভাসৰ প্রস্থ হল '''297'''.  
 
| ইয়াৰবাবে, লক্ষ্য কৰক যে ক্যানভাসৰ প্রস্থ হল '''297'''.  
  
 
|-
 
|-
| 01.18  
+
| 01:18  
 
| সেয়ে আমি '''297''' ক তিনটা ভাগত ভাগ কৰিলে হব যিতিনটা বিভাগৰ প্রতিটোৰ বাবে '''99'''.
 
| সেয়ে আমি '''297''' ক তিনটা ভাগত ভাগ কৰিলে হব যিতিনটা বিভাগৰ প্রতিটোৰ বাবে '''99'''.
  
 
|-
 
|-
| 01.27
+
| 01:27
 
| '''Document Properties''' ডায়ালগ বাক্স বন্ধ কৰক।
 
| '''Document Properties''' ডায়ালগ বাক্স বন্ধ কৰক।
  
 
|-
 
|-
| 01.30
+
| 01:30
 
| ক্যানভাসত বাও ফালৰ পৰা এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক।
 
| ক্যানভাসত বাও ফালৰ পৰা এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক।
  
 
|-
 
|-
| 01.35
+
| 01:35
 
| গাইডলাইনত দুইবাৰ টিপক।
 
| গাইডলাইনত দুইবাৰ টিপক।
  
 
|-
 
|-
| 01.37
+
| 01:37
 
| এটা ডায়লগ বাক্স খোলে।
 
| এটা ডায়লগ বাক্স খোলে।
  
 
|-
 
|-
| 01.41
+
| 01:41
 
| X এৰ মান '''99''' ত কৰে '''OK''' ত টিপক।
 
| X এৰ মান '''99''' ত কৰে '''OK''' ত টিপক।
  
 
|-
 
|-
| 01.45
+
| 01:45
 
| ক্যানভাসত বাও ফালৰ পৰা আৰু এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক।
 
| ক্যানভাসত বাও ফালৰ পৰা আৰু এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক।
  
 
|-
 
|-
| 01.50
+
| 01:50
 
| ডায়লগ বাক্স খুলিবলৈ এইটোত দুইবাৰ টিপক।
 
| ডায়লগ বাক্স খুলিবলৈ এইটোত দুইবাৰ টিপক।
  
 
|-
 
|-
| 01.53
+
| 01:53
 
| ইয়াত '''X''' এৰ মান '''198''' লৈ সলাওক।  
 
| ইয়াত '''X''' এৰ মান '''198''' লৈ সলাওক।  
  
 
|-
 
|-
| 01.56
+
| 01:56
 
| এতিয়া আমাৰ ক্যানভাস '''3''' টা সমান বিভাগত বিভক্ত হৈছে।
 
| এতিয়া আমাৰ ক্যানভাস '''3''' টা সমান বিভাগত বিভক্ত হৈছে।
  
 
|-
 
|-
| 02.01
+
| 02:01
 
| এই নির্দেশিকায়ে আমাক কয় যে কোত প্রতিটা ফোল্ডাৰ আৰম্ভ আৰু শেষ হয়।
 
| এই নির্দেশিকায়ে আমাক কয় যে কোত প্রতিটা ফোল্ডাৰ আৰম্ভ আৰু শেষ হয়।
  
 
|-
 
|-
| 02.06
+
| 02:06
 
| এই ফাইলক দুইবাৰ সংৰক্ষণ কৰো:  
 
| এই ফাইলক দুইবাৰ সংৰক্ষণ কৰো:  
  
 
|-
 
|-
| 02.08
+
| 02:08
 
| এটা ব্রোসাৰৰ ভিতৰ ফালৰ বাবে
 
| এটা ব্রোসাৰৰ ভিতৰ ফালৰ বাবে
  
 
|-
 
|-
| 02.11
+
| 02:11
 
| আৰু অনয়টো বাহিৰৰ ফালৰ বাবে।
 
| আৰু অনয়টো বাহিৰৰ ফালৰ বাবে।
  
 
|-
 
|-
| 02.13
+
| 02:13
 
| '''File''' ত যাওক আৰু '''Save as''' ত টিপক।
 
| '''File''' ত যাওক আৰু '''Save as''' ত টিপক।
  
 
|-
 
|-
| 02.16
+
| 02:16
 
| আমি '''Brochure-OUT.svg''' নামেৰে আমাৰ ডেস্কটপত ফাইলটা সংৰক্ষণ কৰিম।
 
| আমি '''Brochure-OUT.svg''' নামেৰে আমাৰ ডেস্কটপত ফাইলটা সংৰক্ষণ কৰিম।
  
 
|-
 
|-
| 02.22
+
| 02:22
 
| আৰু এবাৰ '''File''' ত যাওক আৰু '''Save as''' ত টিপক।
 
| আৰু এবাৰ '''File''' ত যাওক আৰু '''Save as''' ত টিপক।
  
 
|-
 
|-
| 02.26
+
| 02:26
 
| এইবাৰ মই নাম '''Brochure-IN.svg''' দিও আৰু '''Save''' ত টিপিম।
 
| এইবাৰ মই নাম '''Brochure-IN.svg''' দিও আৰু '''Save''' ত টিপিম।
  
 
|-
 
|-
| 02.33
+
| 02:33
 
| সেয়ে এতিয়া '''2''' টা ফাইল আছে, এটা ভিতৰৰ ভাগৰ বাবে আৰু অনয়টো বাহিৰৰ ভাগৰ বাবে।
 
| সেয়ে এতিয়া '''2''' টা ফাইল আছে, এটা ভিতৰৰ ভাগৰ বাবে আৰু অনয়টো বাহিৰৰ ভাগৰ বাবে।
  
 
|-
 
|-
| 02.39
+
| 02:39
 
| '''Brochure-IN.svg''' দি আৰম্ভ কৰো।
 
| '''Brochure-IN.svg''' দি আৰম্ভ কৰো।
  
 
|-
 
|-
| 02.43
+
| 02:43
 
| আমি এই ব্রোসাৰ তৈয়াৰ কৰাৰ সময়ত বিভিন্ন উপাদানৰ বাবে বিভিন্ন স্তৰ ব্যবহাৰ কৰা বাঞ্ছনীয়।
 
| আমি এই ব্রোসাৰ তৈয়াৰ কৰাৰ সময়ত বিভিন্ন উপাদানৰ বাবে বিভিন্ন স্তৰ ব্যবহাৰ কৰা বাঞ্ছনীয়।
  
 
|-
 
|-
| 02.50
+
| 02:50
 
| এই টাউটোৰিয়েলৰ শেষৰ ফালে, আমি এইটো কৰাৰ সুবিধা দেখিম।  
 
| এই টাউটোৰিয়েলৰ শেষৰ ফালে, আমি এইটো কৰাৰ সুবিধা দেখিম।  
  
 
|-
 
|-
| 02.54
+
| 02:54
 
| প্রথমে ব্রোসাৰৰ ভিতৰৰ ভাগ ডিসাইন কৰি অর্থাৎ বিভাগ '''2, 3''' আৰু '''4'''.
 
| প্রথমে ব্রোসাৰৰ ভিতৰৰ ভাগ ডিসাইন কৰি অর্থাৎ বিভাগ '''2, 3''' আৰু '''4'''.
  
 
|-
 
|-
| 03.00
+
| 03:00
 
| '''Bezier''' টুলটো ব্যবহাৰ কৰি ক্যানভাসৰ মাঝত এটা গ্রাফিক চিত্রণ আঁকক। ইয়াৰ ৰঙ নীলা কৰক।
 
| '''Bezier''' টুলটো ব্যবহাৰ কৰি ক্যানভাসৰ মাঝত এটা গ্রাফিক চিত্রণ আঁকক। ইয়াৰ ৰঙ নীলা কৰক।
  
 
|-
 
|-
| 03.09
+
| 03:09
 
| স্ট্রোক অতৰুৱাওক।
 
| স্ট্রোক অতৰুৱাওক।
  
 
|-
 
|-
| 03.14
+
| 03:14
 
| এটা নতুন লেয়াৰ বনায় আপোনাৰ পছন্দমতে ইয়াৰ নাম দিয়ক।
 
| এটা নতুন লেয়াৰ বনায় আপোনাৰ পছন্দমতে ইয়াৰ নাম দিয়ক।
  
 
|-
 
|-
| 03.19
+
| 03:19
 
| '''150x150''' পিক্সেলৰ এটা বৃত্ত আঁকক।
 
| '''150x150''' পিক্সেলৰ এটা বৃত্ত আঁকক।
  
 
|-
 
|-
| 03.26
+
| 03:26
 
| ইয়াৰ ৰঙ সেউজীয়া কৰক।
 
| ইয়াৰ ৰঙ সেউজীয়া কৰক।
  
 
|-
 
|-
| 03.28
+
| 03:28
 
| বৃত্তৰ নকল তৈয়াৰ কৰক আৰু ইয়াতে প্রদর্শিত বিভিন্ন আকাৰৰ '''5''' টা বৃত্ত আঁকক।
 
| বৃত্তৰ নকল তৈয়াৰ কৰক আৰু ইয়াতে প্রদর্শিত বিভিন্ন আকাৰৰ '''5''' টা বৃত্ত আঁকক।
  
 
|-
 
|-
| 03.36
+
| 03:36
 
| বর্ণন হিসাবে এটা গ্রাফিক চিত্রণক উছৰা উছৰি ৰাখক।
 
| বর্ণন হিসাবে এটা গ্রাফিক চিত্রণক উছৰা উছৰি ৰাখক।
  
 
|-
 
|-
| 03.40
+
| 03:40
 
| এই বৃত্তৰ ভিতৰত, আমি কিছু চিত্র ৰাখিম।
 
| এই বৃত্তৰ ভিতৰত, আমি কিছু চিত্র ৰাখিম।
  
 
|-
 
|-
| 03.44
+
| 03:44
 
| আমি ইতিমধ্যে বৃত্তাকাৰ আকাৰত ইমেজ এডিট কৰি মাই ডকুমেন্ট ফোল্ডাৰত সংৰক্ষণ কৰিছো।  
 
| আমি ইতিমধ্যে বৃত্তাকাৰ আকাৰত ইমেজ এডিট কৰি মাই ডকুমেন্ট ফোল্ডাৰত সংৰক্ষণ কৰিছো।  
  
 
|-  
 
|-  
| 03.50
+
| 03:50
 
| আপোনাৰ সুবিধাৰ বাবে, এই ইমেজ, কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে।
 
| আপোনাৰ সুবিধাৰ বাবে, এই ইমেজ, কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে।
  
 
|-
 
|-
| 03.56
+
| 03:56
 
| টিউটোৰিয়েলটো ৰখাওক, লিঙ্কত টিপক আৰু পছন্দৰ স্থানত এই ইমেজ সংৰক্ষণ কৰক।
 
| টিউটোৰিয়েলটো ৰখাওক, লিঙ্কত টিপক আৰু পছন্দৰ স্থানত এই ইমেজ সংৰক্ষণ কৰক।
  
 
|-
 
|-
| 04.02
+
| 04:02
 
| ইয়াৰ পিছত টিউটোৰিয়েল পুনৰায় আৰম্ভ কৰক।
 
| ইয়াৰ পিছত টিউটোৰিয়েল পুনৰায় আৰম্ভ কৰক।
  
 
|-
 
|-
| 04.04
+
| 04:04
 
| '''File''' ত যাওক, '''Import''' ত টিপক আৰু তাৰপিছত '''Image1''' ত।
 
| '''File''' ত যাওক, '''Import''' ত টিপক আৰু তাৰপিছত '''Image1''' ত।
  
 
|-
 
|-
| 04.09
+
| 04:09
 
| এইটোক প্রথম বৃত্তৰ উপৰত ৰাখক।
 
| এইটোক প্রথম বৃত্তৰ উপৰত ৰাখক।
  
 
|-
 
|-
| 04.12
+
| 04:12
 
| একেইভাবে, অন্যান্য '''5''' টা ইমেজৰ বাবে এটা পুনৰাবৃত্তি কৰক।
 
| একেইভাবে, অন্যান্য '''5''' টা ইমেজৰ বাবে এটা পুনৰাবৃত্তি কৰক।
  
 
|-
 
|-
| 04.17
+
| 04:17
 
| '''Align and Distribute''' বিকল্প ব্যবহাৰ কৰি এটা সাৰিবদ্ধ কৰক।
 
| '''Align and Distribute''' বিকল্প ব্যবহাৰ কৰি এটা সাৰিবদ্ধ কৰক।
  
 
|-
 
|-
| 04.20
+
| 04:20
 
| এতিয়া, আপোনাৰ ক্যানভাস এই ৰকমে হোৱা উচিত।  
 
| এতিয়া, আপোনাৰ ক্যানভাস এই ৰকমে হোৱা উচিত।  
  
 
|-
 
|-
| 04.25
+
| 04:25
 
| ইয়াৰ পিছত এটা নতুন লেয়াৰ তৈয়াৰ কৰক।
 
| ইয়াৰ পিছত এটা নতুন লেয়াৰ তৈয়াৰ কৰক।
  
 
|-
 
|-
| 04.28
+
| 04:28
 
| '''Bezier''' টুল নির্বাচন কৰক আৰু এটা অ্যাৰো আঁকক।
 
| '''Bezier''' টুল নির্বাচন কৰক আৰু এটা অ্যাৰো আঁকক।
  
 
|-
 
|-
| 04.34  
+
| 04:34  
 
| ইয়াৰ ৰঙ ধূসৰ কৰক।  
 
| ইয়াৰ ৰঙ ধূসৰ কৰক।  
  
 
|-
 
|-
| 04.38
+
| 04:38
 
| স্ট্রোক অতৰুৱাওক।
 
| স্ট্রোক অতৰুৱাওক।
  
 
|-
 
|-
| 04.41  
+
| 04:41  
 
| '''Filters''' মেনুত যাওক। '''Shadows and Glows''' নির্বাচন কৰক আৰু তাৰপিছত '''Drop Shadow''' ত টিপক।
 
| '''Filters''' মেনুত যাওক। '''Shadows and Glows''' নির্বাচন কৰক আৰু তাৰপিছত '''Drop Shadow''' ত টিপক।
  
 
|-
 
|-
| 04.47
+
| 04:47
 
| প্রভাব চাবলৈ '''Preview''' বাক্স নির্বাচন কৰক।
 
| প্রভাব চাবলৈ '''Preview''' বাক্স নির্বাচন কৰক।
  
 
|-
 
|-
| 04.50
+
| 04:50
 
| এতিয়া '''Apply''' ত টিপক। ডায়ালগ বাক্স বন্ধ কৰক।
 
| এতিয়া '''Apply''' ত টিপক। ডায়ালগ বাক্স বন্ধ কৰক।
  
 
|-
 
|-
| 04.55
+
| 04:55
 
| প্রদর্শিত, এটা ওভাৰল্যাপিং পদ্ধতিত, ইয়াক এটা প্রথম বৃত্তৰ উপৰত ৰাখক।
 
| প্রদর্শিত, এটা ওভাৰল্যাপিং পদ্ধতিত, ইয়াক এটা প্রথম বৃত্তৰ উপৰত ৰাখক।
  
 
|-
 
|-
| 05.01
+
| 05:01
 
| আৰো '''2''' টা অ্যাৰো আঁকিবলৈ এই অ্যাৰো দুইবাৰ নকল কৰক।
 
| আৰো '''2''' টা অ্যাৰো আঁকিবলৈ এই অ্যাৰো দুইবাৰ নকল কৰক।
  
 
|-
 
|-
| 05.05
+
| 05:05
 
| প্রদর্শন হিসাবে এইটোক যথাক্রমে দ্বিতীয় আৰু তৃতীয় বৃত্তত ৰাখক।  
 
| প্রদর্শন হিসাবে এইটোক যথাক্রমে দ্বিতীয় আৰু তৃতীয় বৃত্তত ৰাখক।  
  
 
|-
 
|-
| 05.10
+
| 05:10
 
| এতিয়া সকলো গ্রাফিক এলিমেন্ট হৈ গৈছে।
 
| এতিয়া সকলো গ্রাফিক এলিমেন্ট হৈ গৈছে।
  
 
|-
 
|-
| 05.13
+
| 05:13
 
| আমি এতিয়া প্রাসঙ্গিক টেক্সট সন্নিবেশ কৰিম।
 
| আমি এতিয়া প্রাসঙ্গিক টেক্সট সন্নিবেশ কৰিম।
  
 
|-
 
|-
| 05.15
+
| 05:15
 
| নতুন লেয়াৰত, প্রথম ৰো ত '''Introduction''' লিখক।
 
| নতুন লেয়াৰত, প্রথম ৰো ত '''Introduction''' লিখক।
  
 
|-
 
|-
| 05.20
+
| 05:20
 
| দ্বিতীয় ৰোত '''Features''' লিখক।  
 
| দ্বিতীয় ৰোত '''Features''' লিখক।  
  
 
|-
 
|-
| 05.24
+
| 05:24
 
| তৃতীয় ৰো ত '''Usage''' লিখক।
 
| তৃতীয় ৰো ত '''Usage''' লিখক।
  
 
|-
 
|-
| 05.28
+
| 05:28
 
| এতিয়া আমাৰ সকলো বিভাগত এই টেক্সট সন্নিবেশ কৰিবলৈ হব।
 
| এতিয়া আমাৰ সকলো বিভাগত এই টেক্সট সন্নিবেশ কৰিবলৈ হব।
  
 
|-
 
|-
| 05.33
+
| 05:33
 
| মই ইতিমধ্যে সংৰক্ষণ কৰা '''LibreOffice Writer''' ফাইলৰ পৰা টেক্সট কপি আৰু পেস্ট কৰিম।
 
| মই ইতিমধ্যে সংৰক্ষণ কৰা '''LibreOffice Writer''' ফাইলৰ পৰা টেক্সট কপি আৰু পেস্ট কৰিম।
  
 
|-
 
|-
| 05.40
+
| 05:40
 
| এই ফাইলটা আপোনাৰ সংৰক্ষিত ফোল্ডাৰত উপলব্ধ।
 
| এই ফাইলটা আপোনাৰ সংৰক্ষিত ফোল্ডাৰত উপলব্ধ।
 
|-
 
|-
| 05.43
+
| 05:43
 
| এইটোক সিনাক্ত কৰক আৰু ইয়াৰ পৰা টেক্সট কপি কৰক।  
 
| এইটোক সিনাক্ত কৰক আৰু ইয়াৰ পৰা টেক্সট কপি কৰক।  
 
|-
 
|-
| 05.47
+
| 05:47
 
| আৰু তাত দেখোৱাৰ দৰে এইটোক নতুন লেয়াৰত পেস্ট কৰক।
 
| আৰু তাত দেখোৱাৰ দৰে এইটোক নতুন লেয়াৰত পেস্ট কৰক।
  
 
|-
 
|-
| 05.50
+
| 05:50
 
| ফন্টৰ আকাৰ '''15''' লৈ হ্রাস কৰক আৰু '''Text and Font''' বিকল্প ব্যবহাৰ কৰি তাক সাৰিবদ্ধ কৰক।
 
| ফন্টৰ আকাৰ '''15''' লৈ হ্রাস কৰক আৰু '''Text and Font''' বিকল্প ব্যবহাৰ কৰি তাক সাৰিবদ্ধ কৰক।
  
 
|-
 
|-
| 05.55
+
| 05:55
 
| '''ellipse''' টুল ব্যবহাৰ কৰি হালকা সেউজীয়া ৰঙৰ এটা বুলেট তৈয়াৰ কৰক।
 
| '''ellipse''' টুল ব্যবহাৰ কৰি হালকা সেউজীয়া ৰঙৰ এটা বুলেট তৈয়াৰ কৰক।
  
 
|-
 
|-
| 05.59
+
| 05:59
 
| এইটোক প্রথম বাক্যৰ সোফালে ৰাখক।
 
| এইটোক প্রথম বাক্যৰ সোফালে ৰাখক।
  
 
|-
 
|-
| 06.02
+
| 06:02
 
| সকলো ব্যাক্যৰ বাবে একেই পদ্ধতি পুনৰাবৃত্তি কৰক।
 
| সকলো ব্যাক্যৰ বাবে একেই পদ্ধতি পুনৰাবৃত্তি কৰক।
  
 
|-
 
|-
| 06.05
+
| 06:05
 
| এতিয়া ব্রোসাৰৰ ভিতৰৰ ভাগ প্রস্তুত।
 
| এতিয়া ব্রোসাৰৰ ভিতৰৰ ভাগ প্রস্তুত।
  
 
|-
 
|-
| 06.08
+
| 06:08
 
| আমাৰ '''SVG''' ফাইল সংৰক্ষণ কৰিবলৈ '''CTRL + S''' টিপক।  
 
| আমাৰ '''SVG''' ফাইল সংৰক্ষণ কৰিবলৈ '''CTRL + S''' টিপক।  
  
 
|-
 
|-
| 06.12
+
| 06:12
 
| আপোনি অন্তিম ব্রোসাৰত যি লেয়াৰ বিছাৰে আপোনি তাক লুকাবলৈ বা প্রদর্শন কৰিবলৈ পাৰে।
 
| আপোনি অন্তিম ব্রোসাৰত যি লেয়াৰ বিছাৰে আপোনি তাক লুকাবলৈ বা প্রদর্শন কৰিবলৈ পাৰে।
  
 
|-
 
|-
| 06.18
+
| 06:18
 
| এতিয়া '''PDF''' ত একেই ফাইলটোক সংৰক্ষণ কৰো।
 
| এতিয়া '''PDF''' ত একেই ফাইলটোক সংৰক্ষণ কৰো।
  
 
|-
 
|-
| 06.21
+
| 06:21
 
| '''File''' ত যাওক আৰু '''Save As''' ত টিপক।
 
| '''File''' ত যাওক আৰু '''Save As''' ত টিপক।
  
 
|-
 
|-
| 06.24
+
| 06:24
 
| ফাইল এক্সটেনশনক '''PDF''' ত সলাওক।
 
| ফাইল এক্সটেনশনক '''PDF''' ত সলাওক।
  
 
|-
 
|-
| 06.29
+
| 06:29
 
| '''Save''' ত টিপক।
 
| '''Save''' ত টিপক।
  
 
|-
 
|-
| 06.31
+
| 06:31
 
| এটা নতুন ডায়লগ বাক্স খোলে।  
 
| এটা নতুন ডায়লগ বাক্স খোলে।  
  
 
|-
 
|-
| 06.34
+
| 06:34
 
| প্রিন্টিং এৰ বাবে, ৰেজল্যুশন '''300''' হব।
 
| প্রিন্টিং এৰ বাবে, ৰেজল্যুশন '''300''' হব।
  
 
|-
 
|-
| 06.37
+
| 06:37
 
| ওয়েবৰ বাবে, এইটো '''72''' হব পাৰে।
 
| ওয়েবৰ বাবে, এইটো '''72''' হব পাৰে।
  
 
|-
 
|-
| 06.40
+
| 06:40
 
| ইয়াক '''300''' হিসাবে ৰাখো।
 
| ইয়াক '''300''' হিসাবে ৰাখো।
  
 
|-
 
|-
| 06.42
+
| 06:42
 
| এতিয়া '''OK''' ত টিপক।
 
| এতিয়া '''OK''' ত টিপক।
  
 
|-
 
|-
| 06.44
+
| 06:44
 
| এতিয়া অ্যাৰোৰ অস্বচ্ছতা পৰিবর্তন কৰো।
 
| এতিয়া অ্যাৰোৰ অস্বচ্ছতা পৰিবর্তন কৰো।
  
 
|-
 
|-
| 06.47
+
| 06:47
 
| অ্যাৰো লেয়াৰত যাওক আৰু লেয়াৰৰ অস্বচ্ছতা '''70''' ত সলাওক।
 
| অ্যাৰো লেয়াৰত যাওক আৰু লেয়াৰৰ অস্বচ্ছতা '''70''' ত সলাওক।
  
 
|-
 
|-
| 06.52
+
| 06:52
 
| আমি ইঙ্ক-ব্লটৰ সৈতে এটা নতুন লেয়াৰ যোগ কৰিছো।  
 
| আমি ইঙ্ক-ব্লটৰ সৈতে এটা নতুন লেয়াৰ যোগ কৰিছো।  
  
 
|-
 
|-
| 06.58
+
| 06:58
 
| '''SVG''' আৰু '''PDF''' ফৰম্যাটত ফাইল সংৰক্ষণ কৰক।
 
| '''SVG''' আৰু '''PDF''' ফৰম্যাটত ফাইল সংৰক্ষণ কৰক।
  
 
|-
 
|-
| 07.04
+
| 07:04
 
| পার্থক্য বুঝাবলৈ '''2''' টা '''PDF''' ফাইল তুলনা কৰক।
 
| পার্থক্য বুঝাবলৈ '''2''' টা '''PDF''' ফাইল তুলনা কৰক।
  
 
|-
 
|-
| 07.08
+
| 07:08
 
| এতিয়া ব্রোসাৰৰ বাহিৰত অংশ তৈয়াৰ কৰো।  
 
| এতিয়া ব্রোসাৰৰ বাহিৰত অংশ তৈয়াৰ কৰো।  
  
 
|-
 
|-
| 07.12
+
| 07:12
 
| '''File''' ত যাওক, '''Open''' ত টিপক।
 
| '''File''' ত যাওক, '''Open''' ত টিপক।
  
 
|-
 
|-
| 07.14
+
| 07:14
 
| '''Brochure-OUT.svg''' নির্বাচন কৰক।
 
| '''Brochure-OUT.svg''' নির্বাচন কৰক।
  
 
|-
 
|-
| 07.18
+
| 07:18
 
| এতিয়া আমি প্রথম, চতুর্থও পঞ্চম বিভাগ ডিসাইন কৰিব লাগিব।
 
| এতিয়া আমি প্রথম, চতুর্থও পঞ্চম বিভাগ ডিসাইন কৰিব লাগিব।
  
 
|-
 
|-
| 07.22
+
| 07:22
 
| আৰু এবাৰ, বিভিন্ন এলিমেন্টৰ বাবে বিভিন্ন লেয়াৰ ব্যবহাৰ কৰিবলৈ নাপাহৰিব।
 
| আৰু এবাৰ, বিভিন্ন এলিমেন্টৰ বাবে বিভিন্ন লেয়াৰ ব্যবহাৰ কৰিবলৈ নাপাহৰিব।
  
 
|-
 
|-
| 07.28
+
| 07:28
 
| প্রদর্শিত '''Bezier''' টুল ব্যবহাৰ কৰি বাও ফালে উপৰত এটা গ্রাফিক চিত্রণ আঁকক।
 
| প্রদর্শিত '''Bezier''' টুল ব্যবহাৰ কৰি বাও ফালে উপৰত এটা গ্রাফিক চিত্রণ আঁকক।
  
 
|-
 
|-
| 07.33
+
| 07:33
 
| এইটোক নীলা ৰঙত সলাওক. স্ট্রোক অতৰুৱাওক।
 
| এইটোক নীলা ৰঙত সলাওক. স্ট্রোক অতৰুৱাওক।
  
 
|-
 
|-
| 07.36
+
| 07:36
 
| আপোনাৰ সংৰক্ষিত ফোল্ডাৰত থাকা '''Spoken Tutorial''' লোগোক ইম্পোর্ট কৰক।
 
| আপোনাৰ সংৰক্ষিত ফোল্ডাৰত থাকা '''Spoken Tutorial''' লোগোক ইম্পোর্ট কৰক।
  
 
|-
 
|-
| 07.40
+
| 07:40
 
| আকাৰক হ্রাস কৰক আৰু এইটোক প্রথম অধ্যায়ৰ উপৰত বাঁফালৰ অংশত ৰাখক।
 
| আকাৰক হ্রাস কৰক আৰু এইটোক প্রথম অধ্যায়ৰ উপৰত বাঁফালৰ অংশত ৰাখক।
  
 
|-
 
|-
| 07.46
+
| 07:46
 
| লিখক '''Spoken Tutorial''' আৰু এইটোক লোগোৰ সোফালে সাৰিবদ্ধ কৰক।  
 
| লিখক '''Spoken Tutorial''' আৰু এইটোক লোগোৰ সোফালে সাৰিবদ্ধ কৰক।  
  
 
|-
 
|-
| 07.51
+
| 07:51
 
| ফন্টৰ আকাৰ '''25''' ত সলাওক।
 
| ফন্টৰ আকাৰ '''25''' ত সলাওক।
  
 
|-
 
|-
| 07.54
+
| 07:54
 
| টেক্সটৰ তলত এটা বৃত্ত আঁকক আৰু ইয়াৰ ৰঙ হালধীয়া কৰক।
 
| টেক্সটৰ তলত এটা বৃত্ত আঁকক আৰু ইয়াৰ ৰঙ হালধীয়া কৰক।
  
 
|-
 
|-
| 07.58
+
| 07:58
 
| '''Inkscape''' লোগোক ইম্পোর্ট কৰক।
 
| '''Inkscape''' লোগোক ইম্পোর্ট কৰক।
  
 
|-
 
|-
| 08.00
+
| 08:00
 
| এটা হালধীয়া বৃত্তৰ উপৰত পেস্ট কৰক।
 
| এটা হালধীয়া বৃত্তৰ উপৰত পেস্ট কৰক।
  
 
|-
 
|-
| 08.03
+
| 08:03
 
| লোগোৰ তলত '''Inkscape''' লিখক। ফন্টৰ আকাৰ '''45''' ত সলাওক।
 
| লোগোৰ তলত '''Inkscape''' লিখক। ফন্টৰ আকাৰ '''45''' ত সলাওক।
  
 
|-
 
|-
| 08.09
+
| 08:09
 
| আমি স্পোকেন টাউটোৰিয়েল প্রকল্প সম্পর্কে বিস্তাৰিত তথ্য আৰু প্রাসঙ্গিক লোগো ইয়াত যুক্ত কৰিছো।
 
| আমি স্পোকেন টাউটোৰিয়েল প্রকল্প সম্পর্কে বিস্তাৰিত তথ্য আৰু প্রাসঙ্গিক লোগো ইয়াত যুক্ত কৰিছো।
  
 
|-
 
|-
| 08.15
+
| 08:15
 
| এইটোক এইভাবেই কৰক।  
 
| এইটোক এইভাবেই কৰক।  
  
 
|-
 
|-
| 08.17
+
| 08:17
 
| আমি সকলো এলিমেন্ট এইভাবে সাৰিবদ্ধ কৰিছো:
 
| আমি সকলো এলিমেন্ট এইভাবে সাৰিবদ্ধ কৰিছো:
  
 
|-
 
|-
| 08.19
+
| 08:19
 
| '''Text and font'''
 
| '''Text and font'''
  
 
|-
 
|-
| 08.21
+
| 08:21
 
| আৰু '''Align and Distribute''' বিকল্প।
 
| আৰু '''Align and Distribute''' বিকল্প।
  
 
|-
 
|-
| 08.24
+
| 08:24
 
| এতিয়া ব্রোসাৰৰ বাহিৰ ফাল প্রস্তুত।  
 
| এতিয়া ব্রোসাৰৰ বাহিৰ ফাল প্রস্তুত।  
  
 
|-
 
|-
| 08.28
+
| 08:28
| '''File''' ত যাওক।
+
| '''File''' ত যাওক। '''Save As'''ত টিপক।
  
 
|-
 
|-
| 08.29
+
| 08:31
| '''Save As'''ত টিপক।
+
 
+
|-
+
| 08.31
+
 
| ইয়াৰ ফৰম্যাট '''SVG''' ত সলাওক আৰু '''Save''' ত টিপক।
 
| ইয়াৰ ফৰম্যাট '''SVG''' ত সলাওক আৰু '''Save''' ত টিপক।
  
 
|-
 
|-
| 08.37
+
| 08:37
 
| একেই পদ্ধতি পুনৰাবৃত্তি কৰক।
 
| একেই পদ্ধতি পুনৰাবৃত্তি কৰক।
  
 
|-
 
|-
| 08.39
+
| 08:39
 
| এক্সটেনশন '''PDF''' ত সলাওক।
 
| এক্সটেনশন '''PDF''' ত সলাওক।
  
 
|-
 
|-
| 08.41
+
| 08:41
 
| '''Save''' ত টিপক।  
 
| '''Save''' ত টিপক।  
  
 
|-
 
|-
| 08.43
+
| 08:43
 
| এইটো আমাৰ প্রস্তুত ব্রোসাৰ।  
 
| এইটো আমাৰ প্রস্তুত ব্রোসাৰ।  
  
 
|-
 
|-
| 08.46
+
| 08:46
 
| আপোনি বিভিন্ন এলিমেন্টৰ বাবে লেয়াৰ ব্যবহাৰ কৰি থাকিলে আপোনি সুবিধামতে ৰঙ আৰু অস্বচ্ছতা সলাব পাৰে।
 
| আপোনি বিভিন্ন এলিমেন্টৰ বাবে লেয়াৰ ব্যবহাৰ কৰি থাকিলে আপোনি সুবিধামতে ৰঙ আৰু অস্বচ্ছতা সলাব পাৰে।
  
 
|-
 
|-
| 08.54
+
| 08:54
 
| ইয়াতে আৰো '''2''' টা কালাৰ স্কিম আছে যি আমি এটা ব্রোসাৰত তৈয়াৰ কৰিছো।
 
| ইয়াতে আৰো '''2''' টা কালাৰ স্কিম আছে যি আমি এটা ব্রোসাৰত তৈয়াৰ কৰিছো।
  
 
|-
 
|-
| 09.00
+
| 09:00
 
| সংক্ষিপ্তকৰণ কৰো।
 
| সংক্ষিপ্তকৰণ কৰো।
  
 
|-
 
|-
| 09.02
+
| 09:02
 
| এই টিউটোৰিয়েলত আমি শিকিছো:
 
| এই টিউটোৰিয়েলত আমি শিকিছো:
  
 
|-
 
|-
| 09.04
+
| 09:04
 
| নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা।
 
| নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা।
  
 
|-
 
|-
| 09.07
+
| 09:07
 
| '''3-fold''' ব্রোসৰৰ বাবে সেটিং কৰা।
 
| '''3-fold''' ব্রোসৰৰ বাবে সেটিং কৰা।
  
 
|-
 
|-
| 09.09
+
| 09:09
 
| '''3-fold''' ব্রোসৰ ডিজাইন কৰা।
 
| '''3-fold''' ব্রোসৰ ডিজাইন কৰা।
  
 
|-
 
|-
| 09.11
+
| 09:11
| আমি এয়াও শিকিছো:
+
| আমি এয়াও শিকিছো: লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতা।
 
+
|-
+
| 09.12
+
| লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতা।
+
  
 
|-
 
|-
| 09.14
+
| 09:14
 
| আৰু বিভিন্ন কলৰ স্কিমত একেই ব্রোসাৰ পোৱা।
 
| আৰু বিভিন্ন কলৰ স্কিমত একেই ব্রোসাৰ পোৱা।
  
 
|-
 
|-
| 09.18
+
| 09:18
 
| আপোনাৰ বাবে নির্দেশিত কাম আছে।
 
| আপোনাৰ বাবে নির্দেশিত কাম আছে।
  
 
|-
 
|-
| 09.20
+
| 09:20
 
| স্পোকেন টাউটোৰিয়েল প্রকল্পৰ বাবে এটা '''3-fold''' ব্রোসৰ তৈয়াৰ কৰক।
 
| স্পোকেন টাউটোৰিয়েল প্রকল্পৰ বাবে এটা '''3-fold''' ব্রোসৰ তৈয়াৰ কৰক।
  
 
|-
 
|-
| 09.24
+
| 09:24
 
| আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত।
 
| আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত।
  
 
|-
 
|-
| 09.29
+
| 09:29
 
| এই লিঙ্কত উপলব্ধ ভিডিওটাৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক।
 
| এই লিঙ্কত উপলব্ধ ভিডিওটাৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক।
  
 
|-
 
|-
| 09.35
+
| 09:35
 
| স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে।
 
| স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে।
  
 
|-  
 
|-  
| 09.42
+
| 09:42
 
| বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক।
 
| বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক।
  
 
|-
 
|-
| 09.45
+
| 09:45
 
| স্পোকেন টাউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ '''NMEICT, MHRD''' দ্বাৰা সমর্থিত।
 
| স্পোকেন টাউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ '''NMEICT, MHRD''' দ্বাৰা সমর্থিত।
  
 
|-
 
|-
| 09.50
+
| 09:50
 
| এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
 
| এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
  
 
|-
 
|-
| 09.54
+
| 09:54
 
| আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
 
| আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
  
 
|-
 
|-
| 09.57
+
| 09:57
 
| মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।
 
| মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Latest revision as of 18:26, 22 February 2017

Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. Create a 3-fold brochure ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:05 এই টিউটোৰিয়েলত আমি শিকিম:
00:08 নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা।
00:10 3-fold ব্রোসৰৰ বাবে সেটিং কৰা।
00:12 3-fold ব্রোসৰ ডিজাইন কৰা।
00:15 আমি লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতাও শিকিম ।
00:18 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো:
00:21 উবুন্টু লিনাক্স 12.04 OS
00:24 Inkscape সংস্কৰণ 0.48.4
00:28 এইটো 3 fold ব্রোসাৰৰ এটা নমুনা। আমি যেতিয়াই এইটো খুলো আমি 3 টা ভাঁজ চাব পাৰো।
00:34 সেয়ে ইয়াত মোট 6 টা ভাগ আছে।
00:37 বাহিৰৰ ভাগত আছে 1, 5 আৰু 6.
00:42 ব্রোসাৰৰ ভিতৰত ভাগ আছে 2, 3 আৰু 4.
00:46 এতিয়া এই ৰকমে এটা ব্রোসাৰ তৈয়াৰ কৰা শিকিম।
00:51 Inkscape খুলক।
00:53 File ত টিপক আৰু Document Properties ত যাওক।
00:56 প্রথমে কিছু মৌলিক সেটিং কৰক।
00:59 এইবোৰ পৰিবর্তন কৰক: Default units to mm
01:00 ডিফল্ট ইউনিটক mm ত।
01:03 পৃষ্ঠাৰ আকাৰক A4 ত।
01:05 বিন্যাসকক Landscape ত।
01:07 কাস্টম সাইজ ইউনিটক mm ত।
01:11 আমি ক্যানভাসক 3 টা ফোল্ডত ভাগ কৰিম।
01:14 ইয়াৰবাবে, লক্ষ্য কৰক যে ক্যানভাসৰ প্রস্থ হল 297.
01:18 সেয়ে আমি 297 ক তিনটা ভাগত ভাগ কৰিলে হব যিতিনটা বিভাগৰ প্রতিটোৰ বাবে 99.
01:27 Document Properties ডায়ালগ বাক্স বন্ধ কৰক।
01:30 ক্যানভাসত বাও ফালৰ পৰা এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক।
01:35 গাইডলাইনত দুইবাৰ টিপক।
01:37 এটা ডায়লগ বাক্স খোলে।
01:41 X এৰ মান 99 ত কৰে OK ত টিপক।
01:45 ক্যানভাসত বাও ফালৰ পৰা আৰু এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক।
01:50 ডায়লগ বাক্স খুলিবলৈ এইটোত দুইবাৰ টিপক।
01:53 ইয়াত X এৰ মান 198 লৈ সলাওক।
01:56 এতিয়া আমাৰ ক্যানভাস 3 টা সমান বিভাগত বিভক্ত হৈছে।
02:01 এই নির্দেশিকায়ে আমাক কয় যে কোত প্রতিটা ফোল্ডাৰ আৰম্ভ আৰু শেষ হয়।
02:06 এই ফাইলক দুইবাৰ সংৰক্ষণ কৰো:
02:08 এটা ব্রোসাৰৰ ভিতৰ ফালৰ বাবে
02:11 আৰু অনয়টো বাহিৰৰ ফালৰ বাবে।
02:13 File ত যাওক আৰু Save as ত টিপক।
02:16 আমি Brochure-OUT.svg নামেৰে আমাৰ ডেস্কটপত ফাইলটা সংৰক্ষণ কৰিম।
02:22 আৰু এবাৰ File ত যাওক আৰু Save as ত টিপক।
02:26 এইবাৰ মই নাম Brochure-IN.svg দিও আৰু Save ত টিপিম।
02:33 সেয়ে এতিয়া 2 টা ফাইল আছে, এটা ভিতৰৰ ভাগৰ বাবে আৰু অনয়টো বাহিৰৰ ভাগৰ বাবে।
02:39 Brochure-IN.svg দি আৰম্ভ কৰো।
02:43 আমি এই ব্রোসাৰ তৈয়াৰ কৰাৰ সময়ত বিভিন্ন উপাদানৰ বাবে বিভিন্ন স্তৰ ব্যবহাৰ কৰা বাঞ্ছনীয়।
02:50 এই টাউটোৰিয়েলৰ শেষৰ ফালে, আমি এইটো কৰাৰ সুবিধা দেখিম।
02:54 প্রথমে ব্রোসাৰৰ ভিতৰৰ ভাগ ডিসাইন কৰি অর্থাৎ বিভাগ 2, 3 আৰু 4.
03:00 Bezier টুলটো ব্যবহাৰ কৰি ক্যানভাসৰ মাঝত এটা গ্রাফিক চিত্রণ আঁকক। ইয়াৰ ৰঙ নীলা কৰক।
03:09 স্ট্রোক অতৰুৱাওক।
03:14 এটা নতুন লেয়াৰ বনায় আপোনাৰ পছন্দমতে ইয়াৰ নাম দিয়ক।
03:19 150x150 পিক্সেলৰ এটা বৃত্ত আঁকক।
03:26 ইয়াৰ ৰঙ সেউজীয়া কৰক।
03:28 বৃত্তৰ নকল তৈয়াৰ কৰক আৰু ইয়াতে প্রদর্শিত বিভিন্ন আকাৰৰ 5 টা বৃত্ত আঁকক।
03:36 বর্ণন হিসাবে এটা গ্রাফিক চিত্রণক উছৰা উছৰি ৰাখক।
03:40 এই বৃত্তৰ ভিতৰত, আমি কিছু চিত্র ৰাখিম।
03:44 আমি ইতিমধ্যে বৃত্তাকাৰ আকাৰত ইমেজ এডিট কৰি মাই ডকুমেন্ট ফোল্ডাৰত সংৰক্ষণ কৰিছো।
03:50 আপোনাৰ সুবিধাৰ বাবে, এই ইমেজ, কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে।
03:56 টিউটোৰিয়েলটো ৰখাওক, লিঙ্কত টিপক আৰু পছন্দৰ স্থানত এই ইমেজ সংৰক্ষণ কৰক।
04:02 ইয়াৰ পিছত টিউটোৰিয়েল পুনৰায় আৰম্ভ কৰক।
04:04 File ত যাওক, Import ত টিপক আৰু তাৰপিছত Image1 ত।
04:09 এইটোক প্রথম বৃত্তৰ উপৰত ৰাখক।
04:12 একেইভাবে, অন্যান্য 5 টা ইমেজৰ বাবে এটা পুনৰাবৃত্তি কৰক।
04:17 Align and Distribute বিকল্প ব্যবহাৰ কৰি এটা সাৰিবদ্ধ কৰক।
04:20 এতিয়া, আপোনাৰ ক্যানভাস এই ৰকমে হোৱা উচিত।
04:25 ইয়াৰ পিছত এটা নতুন লেয়াৰ তৈয়াৰ কৰক।
04:28 Bezier টুল নির্বাচন কৰক আৰু এটা অ্যাৰো আঁকক।
04:34 ইয়াৰ ৰঙ ধূসৰ কৰক।
04:38 স্ট্রোক অতৰুৱাওক।
04:41 Filters মেনুত যাওক। Shadows and Glows নির্বাচন কৰক আৰু তাৰপিছত Drop Shadow ত টিপক।
04:47 প্রভাব চাবলৈ Preview বাক্স নির্বাচন কৰক।
04:50 এতিয়া Apply ত টিপক। ডায়ালগ বাক্স বন্ধ কৰক।
04:55 প্রদর্শিত, এটা ওভাৰল্যাপিং পদ্ধতিত, ইয়াক এটা প্রথম বৃত্তৰ উপৰত ৰাখক।
05:01 আৰো 2 টা অ্যাৰো আঁকিবলৈ এই অ্যাৰো দুইবাৰ নকল কৰক।
05:05 প্রদর্শন হিসাবে এইটোক যথাক্রমে দ্বিতীয় আৰু তৃতীয় বৃত্তত ৰাখক।
05:10 এতিয়া সকলো গ্রাফিক এলিমেন্ট হৈ গৈছে।
05:13 আমি এতিয়া প্রাসঙ্গিক টেক্সট সন্নিবেশ কৰিম।
05:15 নতুন লেয়াৰত, প্রথম ৰো ত Introduction লিখক।
05:20 দ্বিতীয় ৰোত Features লিখক।
05:24 তৃতীয় ৰো ত Usage লিখক।
05:28 এতিয়া আমাৰ সকলো বিভাগত এই টেক্সট সন্নিবেশ কৰিবলৈ হব।
05:33 মই ইতিমধ্যে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা টেক্সট কপি আৰু পেস্ট কৰিম।
05:40 এই ফাইলটা আপোনাৰ সংৰক্ষিত ফোল্ডাৰত উপলব্ধ।
05:43 এইটোক সিনাক্ত কৰক আৰু ইয়াৰ পৰা টেক্সট কপি কৰক।
05:47 আৰু তাত দেখোৱাৰ দৰে এইটোক নতুন লেয়াৰত পেস্ট কৰক।
05:50 ফন্টৰ আকাৰ 15 লৈ হ্রাস কৰক আৰু Text and Font বিকল্প ব্যবহাৰ কৰি তাক সাৰিবদ্ধ কৰক।
05:55 ellipse টুল ব্যবহাৰ কৰি হালকা সেউজীয়া ৰঙৰ এটা বুলেট তৈয়াৰ কৰক।
05:59 এইটোক প্রথম বাক্যৰ সোফালে ৰাখক।
06:02 সকলো ব্যাক্যৰ বাবে একেই পদ্ধতি পুনৰাবৃত্তি কৰক।
06:05 এতিয়া ব্রোসাৰৰ ভিতৰৰ ভাগ প্রস্তুত।
06:08 আমাৰ SVG ফাইল সংৰক্ষণ কৰিবলৈ CTRL + S টিপক।
06:12 আপোনি অন্তিম ব্রোসাৰত যি লেয়াৰ বিছাৰে আপোনি তাক লুকাবলৈ বা প্রদর্শন কৰিবলৈ পাৰে।
06:18 এতিয়া PDF ত একেই ফাইলটোক সংৰক্ষণ কৰো।
06:21 File ত যাওক আৰু Save As ত টিপক।
06:24 ফাইল এক্সটেনশনক PDF ত সলাওক।
06:29 Save ত টিপক।
06:31 এটা নতুন ডায়লগ বাক্স খোলে।
06:34 প্রিন্টিং এৰ বাবে, ৰেজল্যুশন 300 হব।
06:37 ওয়েবৰ বাবে, এইটো 72 হব পাৰে।
06:40 ইয়াক 300 হিসাবে ৰাখো।
06:42 এতিয়া OK ত টিপক।
06:44 এতিয়া অ্যাৰোৰ অস্বচ্ছতা পৰিবর্তন কৰো।
06:47 অ্যাৰো লেয়াৰত যাওক আৰু লেয়াৰৰ অস্বচ্ছতা 70 ত সলাওক।
06:52 আমি ইঙ্ক-ব্লটৰ সৈতে এটা নতুন লেয়াৰ যোগ কৰিছো।
06:58 SVG আৰু PDF ফৰম্যাটত ফাইল সংৰক্ষণ কৰক।
07:04 পার্থক্য বুঝাবলৈ 2 টা PDF ফাইল তুলনা কৰক।
07:08 এতিয়া ব্রোসাৰৰ বাহিৰত অংশ তৈয়াৰ কৰো।
07:12 File ত যাওক, Open ত টিপক।
07:14 Brochure-OUT.svg নির্বাচন কৰক।
07:18 এতিয়া আমি প্রথম, চতুর্থও পঞ্চম বিভাগ ডিসাইন কৰিব লাগিব।
07:22 আৰু এবাৰ, বিভিন্ন এলিমেন্টৰ বাবে বিভিন্ন লেয়াৰ ব্যবহাৰ কৰিবলৈ নাপাহৰিব।
07:28 প্রদর্শিত Bezier টুল ব্যবহাৰ কৰি বাও ফালে উপৰত এটা গ্রাফিক চিত্রণ আঁকক।
07:33 এইটোক নীলা ৰঙত সলাওক. স্ট্রোক অতৰুৱাওক।
07:36 আপোনাৰ সংৰক্ষিত ফোল্ডাৰত থাকা Spoken Tutorial লোগোক ইম্পোর্ট কৰক।
07:40 আকাৰক হ্রাস কৰক আৰু এইটোক প্রথম অধ্যায়ৰ উপৰত বাঁফালৰ অংশত ৰাখক।
07:46 লিখক Spoken Tutorial আৰু এইটোক লোগোৰ সোফালে সাৰিবদ্ধ কৰক।
07:51 ফন্টৰ আকাৰ 25 ত সলাওক।
07:54 টেক্সটৰ তলত এটা বৃত্ত আঁকক আৰু ইয়াৰ ৰঙ হালধীয়া কৰক।
07:58 Inkscape লোগোক ইম্পোর্ট কৰক।
08:00 এটা হালধীয়া বৃত্তৰ উপৰত পেস্ট কৰক।
08:03 লোগোৰ তলত Inkscape লিখক। ফন্টৰ আকাৰ 45 ত সলাওক।
08:09 আমি স্পোকেন টাউটোৰিয়েল প্রকল্প সম্পর্কে বিস্তাৰিত তথ্য আৰু প্রাসঙ্গিক লোগো ইয়াত যুক্ত কৰিছো।
08:15 এইটোক এইভাবেই কৰক।
08:17 আমি সকলো এলিমেন্ট এইভাবে সাৰিবদ্ধ কৰিছো:
08:19 Text and font
08:21 আৰু Align and Distribute বিকল্প।
08:24 এতিয়া ব্রোসাৰৰ বাহিৰ ফাল প্রস্তুত।
08:28 File ত যাওক। Save Asত টিপক।
08:31 ইয়াৰ ফৰম্যাট SVG ত সলাওক আৰু Save ত টিপক।
08:37 একেই পদ্ধতি পুনৰাবৃত্তি কৰক।
08:39 এক্সটেনশন PDF ত সলাওক।
08:41 Save ত টিপক।
08:43 এইটো আমাৰ প্রস্তুত ব্রোসাৰ।
08:46 আপোনি বিভিন্ন এলিমেন্টৰ বাবে লেয়াৰ ব্যবহাৰ কৰি থাকিলে আপোনি সুবিধামতে ৰঙ আৰু অস্বচ্ছতা সলাব পাৰে।
08:54 ইয়াতে আৰো 2 টা কালাৰ স্কিম আছে যি আমি এটা ব্রোসাৰত তৈয়াৰ কৰিছো।
09:00 সংক্ষিপ্তকৰণ কৰো।
09:02 এই টিউটোৰিয়েলত আমি শিকিছো:
09:04 নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা।
09:07 3-fold ব্রোসৰৰ বাবে সেটিং কৰা।
09:09 3-fold ব্রোসৰ ডিজাইন কৰা।
09:11 আমি এয়াও শিকিছো: লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতা।
09:14 আৰু বিভিন্ন কলৰ স্কিমত একেই ব্রোসাৰ পোৱা।
09:18 আপোনাৰ বাবে নির্দেশিত কাম আছে।
09:20 স্পোকেন টাউটোৰিয়েল প্রকল্পৰ বাবে এটা 3-fold ব্রোসৰ তৈয়াৰ কৰক।
09:24 আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত।
09:29 এই লিঙ্কত উপলব্ধ ভিডিওটাৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক।
09:35 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে।
09:42 বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক।
09:45 স্পোকেন টাউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
09:50 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
09:54 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
09:57 মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya