Difference between revisions of "BASH/C2/Globbing-and-Export-statement/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 14: | Line 14: | ||
|- | |- | ||
| 00:08 | | 00:08 | ||
− | | '''Globbing'''(গ্ল’বিংগ) | + | | '''Globbing'''(গ্ল’বিংগ), '''export command'''(এক্সপ’ৰ্ত কমান্ড) |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 62: | Line 58: | ||
|- | |- | ||
| 01:02 | | 01:02 | ||
− | | | + | | '''(asterix)(এচতেৰিক্স)'''আৰু '''? (প্ৰ্শ্নবোধক চিহ্ন)(Question mark)''' |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- |
Latest revision as of 11:58, 22 February 2017
Time | Narration |
---|---|
00:01 | Globbing and Export command(গ্ল’বিংগ এন্ড এক্সপ’ৰ্ত কমান্ড)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:06 | এই টিউটৰিয়েলটোত,আমি শিকিম |
00:08 | Globbing(গ্ল’বিংগ), export command(এক্সপ’ৰ্ত কমান্ড) |
00:11 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ,আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে জ্ঞাত হ’ব লাগিব |
00:18 | যদি নহয়,তেন্তে সংগত টিউট’ৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেব্চাইট(website) পৰিদৰ্শন কৰক |
00:24 | এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
00:27 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS আৰু |
00:31 | GNU Bash(বেচ) তাঙৰণ 4.1.10 |
00:35 | অনুগ্ৰহ কৰি লক্ষ্য কৰক GNU bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউটৰিয়েলটো অভ্যাসৰ বাবে |
00:43 | আহক আমি Globbing(গ্ল’বিংগ)ৰ এটা পৰিচয়ৰে আৰম্ভ কৰো |
00:46 | BASH(বেচ)য়ে কঢ়িওৱা Filename(ফাইলনেম) বা pathname(পাথনেম) সম্প্ৰসাৰণকেই(expansion) Globbing(গ্ল’বিংগ)হিচাবে জনা যায় |
00:52 | Globbing(গ্ল’বিংগ)এ wildcards(ওৱাইলদকাৰ্ডচ)ক চিহ্নিত(recognizes) আৰু সম্প্ৰসাৰিত(expands) কৰে |
00:57 | ই লগতে উন্নত মানৰ wildcards(ওৱাইলদকাৰ্ডচ) কেৰেক্তাৰসমূহ্ক(characters) ব্যাখ্যা কৰে(interprets) যেনে |
01:02 | (asterix)(এচতেৰিক্স)আৰু ? (প্ৰ্শ্নবোধক চিহ্ন)(Question mark) |
01:05 | আহক আমি এইটো এটা উদাহৰণৰ সহায়েৰে বুজো |
01:09 | আপোনাৰ কীবৰ্ডত Ctrl+Alt+T কীছ( keys)একেলগে টিপি তাৰমিনেল উইন্দ’(terminal window) খোলক |
01:18 | তাৰমিনেলত(Terminal)লিখক ,ls স্পেছ(space) asterix(এচতেৰিক্স) dot sh Enter(এন্টাৰ)টিপক |
01:27 | ই বৰ্ত্তমান দাইৰেক্তৰিত(directory) .sh extension(এক্সতেনচ’ন)থকা সকলো ফাইলসমূহ সমকক্ষতা(matches) কৰিব |
01:34 | ইয়াত আমি দেখিছো যে সকলো sh ফাইলসমূহ তালিকাবদ্ধ হৈছে |
01:40 | মই প্ৰমপ্তটো(prompt) খালী কৰিম,এতিয়া লিখক, ls স্পেছ(space) s asterix(এচতেৰিক্স) dot sh Enter(এন্টাৰ)টিপক |
01:51 | আমি দেখিছো যে s asterix(এচতেৰিক্স) dot shয়ে sকেৰেক্তাৰৰে(character) আৰম্ভ হোৱা আৰু sh extension (এক্সতেনচ’ন)হিচাবে থকা সকলো ফাইলসমূহ সমকক্ষতা(matches) কৰিছে |
02:02 | আহক আগবাহি যাওঁ, |
02:04 | এতিয়া লিখক, ls স্পেছ(space) আৰম্ভণি বৰবন্ধনী (opening square bracket) a hyphen(হাইফেন) c সামৰণি বৰবন্ধনী(closing square bracket) asterix(এচতেৰিক্স) dot sh Enter(এন্টাৰ)টিপক |
02:19 | ই আক্ষৰ a বা b বা cৰে আৰম্ভ হোৱা ফাইলসমূহ সমকক্ষতা(matches)আৰু দৰ্শিত কৰিব |
02:26 | আউতপুটটো নিৰীক্ষণ কৰক |
02:28 | আমি আক্ষৰ a বা b বা cৰে আৰম্ভ হোৱা সকলো ফাইলসমূহৰ এখন তালিকা দেখিম |
02:35 | আৰু এই ফাইলসমূহৰ sh extension(এক্সতেনচ’ন) আছে |
02:39 | এতিয়া, আহক আগবাহি যাওঁ আৰু লিখকls স্পেছ(space) আৰম্ভণি বৰবন্ধনী (opening square bracket) কেৰেত চিহ্ন(caret sign) a hyphen(হাইফেন) c সামৰণি বৰবন্ধনী(closing square bracket) asterix(এচতেৰিক্স) dot sh Enter(এন্টাৰ)টিপক |
02:55 | ই sh extension(এক্সতেনচ’ন)থকা সকলো ফাইলনামসমূহ সমকক্ষতা(matches) কৰিব |
03:00 | কিন্তু 'a' বা 'b' বা 'c' কেৰেক্তাৰৰে(character) আৰম্ভ হোৱা সমূহক উপেক্ষা(omit) কৰিব |
03:07 | আউতপুটটো নিৰীক্ষণ কৰক । আপুনি লক্ষ্য কৰিব যে ফাইলনেমসমূহ কেৰেক্তাৰ(character)'a' , 'b' বা 'c'ৰে আৰম্ভ হোৱা নাই |
03:16 | মই প্ৰমপ্তটো(prompt) খালী কৰিম, |
03:19 | এতিয়া লিখক, ls স্পেছ(space) আৰম্ভণি বৰবন্ধনী (opening square bracket) বৰফলা(capital) 'A' সৰুফলা(small) 'a' সামৰণি বৰবন্ধনী(closing square bracket) এচতেৰিক্স চিহ্ন(asterix sign) dot sh Enter(এন্টাৰ)টিপক |
03:34 | ই আক্ষৰ 'A'ৰ বৰফলা আৰু সৰুফলাৰে আৰম্ভ হোৱা সকলো ফাইলনেমসমূহ সমকক্ষতা(matches) কৰিব |
03:40 | আউতপুটটো চাওক । আক্ষৰ 'A'ৰ বৰফলা আৰু সৰুফলাৰে আৰম্ভ হোৱা সকলো ফাইলনেমসমূহ আৰু extension(এক্সতেনচ’ন)shসমূহ তালিকাবদ্ধ হৈছে |
03:49 | এতিয়া আহক BASH(বেচ)ত Export command(এক্সপ’ৰ্ত কমান্ড)টো চাওঁ |
03:53 | শ্লাইডসমূহলৈ(slides) যাওঁ |
03:55 | Bash(বেচ)ত, ভেৰিয়েবলসমূহ(variables)সিহতৰ নিজস্ব Shell(চেল)লৈ local(ল’কেল) হয় |
04:00 | Local variables(ল’কেল ভেৰিয়েবল)সমূহ একেShell(চেল)বা বৰ্ত্তমানShell(চেল)টোৰদ্বাৰা ব্যৱহৃত হ’ব পাৰে |
04:06 | Export command(এক্সপ’ৰ্ত কমান্ড)এ এটা ভেৰিয়েবল(variable) বা এটা ফাংচন(function) সকলো চাইল্ড প্ৰচেচসমূহৰ(child processes) এনভাইৰনমেন্তলৈ(environment) ৰপ্তানি(Exports) কৰে |
04:15 | আপুনি লগতে এটা local(ল’কেল) ভেৰিয়েবলক এটা global(গ্ল’বেল) ভেৰিয়েবললৈ সলনি কৰিব পাৰে |
04:20 | আমি এইটো এটা উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰিম |
04:24 | তাৰমিনেল(Terminal)লৈ যাওঁক লিখক, myvar সমান চিহ্ন(equal to sign) lion(লায়ন) Enter(এন্টাৰ)টিপক |
04:34 | এতিয়া লিখক, echo স্পেছ(space)ডলাৰ চিহ্ন(dollar sign) myvar Enter(এন্টাৰ)টিপক |
04:41 | lion(লায়ন) ছপা হৈছে |
04:44 | এইটো variable(ভেৰিয়েবল) myvarলৈ নিৰ্ধাৰিত মান |
04:48 | এতিয়া,আহক এটা নতুন Shell(চেল)লৈ যাওঁ |
04:51 | এটা নতুন Shell(চেল)লৈ যাবলৈ,আমি হয়তো এখন নতুন তাৰমিনেল(Terminal) খুলিব পাৰো বা লিখক , slash(শ্লাচ) bin(বিন) slash(শ্লাচ) bash(বেচ) Enter(এন্টাৰ)টিপক |
05:03 | আতিয়া আহক ভেৰিয়েবল myvarত মান পৰীক্ষা কৰো |
05:07 | লিখক, echo স্পেছ(space) ডলাৰ চিহ্ন(dollar sign) myvar Enter(এন্টাৰ)টিপক |
05:15 | এটা খালী শাৰী ছপা হৈছে |
05:17 | ই বুজায় যে ভেৰিয়েবল myvarত সংযুক্ত মানসমূহ এই Shell(চেল)টোলৈ স্থানান্তৰিত ন’হল |
05:24 | লগতে, ভেৰিয়েবল myvarটো মাত্ৰ আগৰ Shell(চেল)টোলৈহে local(ল’কেল) আৰু বৰ্ত্তমান Shell(চেল)টোলৈ নহয় |
05:32 | আমি exitলিখিম আমাৰ আগৰ Shell(চেল)টোলৈ ঘূৰি আহিবলৈ |
05:36 | গতিকে, ভেৰিয়েবলসমূহক globally(গ্ল’বেলি)ঘোষণা(declare) কৰিবলৈ,আমি export command(এক্সপ’ৰ্ত কমান্ড)টো ব্যৱহাৰ কৰিব লাগিব |
05:43 | আহক শিকো কেনেকৈ |
05:46 | লিখক, export(এক্সপ’ৰ্ত) স্পেছ(space)myvar সমান চিহ্ন(equal to sign) lion(লায়ন) Enter(এন্টাৰ)টিপক |
05:55 | এতিয়া লিখক, echo স্পেছ(space) ডলাৰ চিহ্ন(dollar sign) myvar Enter(এন্টাৰ)টিপক |
06:02 | lion(লায়ন) দৰ্শিত হৈছে |
06:05 | আহক আন এটা Shell(চেল)লৈ যাওঁ, লিখক,slash(শ্লাচ) bin(বিন) slash(শ্লাচ) bash(বেচ) Enter(এন্টাৰ)টিপক |
06:13 | মই প্ৰমপ্তটো(prompt) খালী কৰিম |
06:15 | এতিয়া লিখক, echo স্পেছ(space) ডলাৰ চিহ্ন(dollar sign) myvar |
06:22 | lion(লায়ন) দৰ্শিত হৈছে |
06:25 | এইটো এইকাৰণে যে আমি export command(এক্সপ’ৰ্ত কমান্ড)টো ব্যৱহাৰ কৰি ভেৰিয়েবল myvarটোক globally(গ্ল’বেলি)ঘোষণা(declare) কৰিছো |
06:33 | ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:36 | আহক আমি মূলভাৱ চাওঁ। আমাৰ শ্লাইডসমূহলৈ ঘুৰি যাওঁ |
06:39 | এই টিউট’ৰিয়েলটোত আমি শিকিলো, |
06:41 | Globbing(গ্ল’বিংগ) |
06:42 | export command(এক্সপ’ৰ্ত কমান্ড) |
06:44 | এটা অনুশিলনী হিচাবে |
06:45 | globbing(গ্ল’বিংগ)ত আলোচিত সকলোবিলাক অপাৰেচনচ(operations) কৰিবলৈ এটা Bash script(বেচ স্ক্ৰিপ্ত) লিখক |
06:51 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
06:54 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
06:57 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
07:02 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
07:05 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
07:08 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
07:12 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
07:20 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
07:24 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
07:31 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
07:37 | স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান(contributed) দিছে |
07:42 | মই মৌচম হাজৰিকা |
07:47 | সংযোগ কৰাৰ বাবে ধন্যবাদ |