BASH/C2/Globbing-and-Export-statement/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Globbing and Export command(গ্ল’বিংগ এন্ড এক্সপ’ৰ্ত কমান্ড)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:06 এই টিউটৰিয়েলটোত,আমি শিকিম
00:08 Globbing(গ্ল’বিংগ), export command(এক্সপ’ৰ্ত কমান্ড)
00:11 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ,আপুনি লিনাক্স অপাৰেটিং চিষ্টেম(Linux Operating System)ৰ সৈতে জ্ঞাত হ’ব লাগিব
00:18 যদি নহয়,তেন্তে সংগত টিউট’ৰিয়েলৰ বাবে, অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেব্চাইট(website) পৰিদৰ্শন কৰক
00:24 এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:27 Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS আৰু
00:31 GNU Bash(বেচ) তাঙৰণ 4.1.10
00:35 অনুগ্ৰহ কৰি লক্ষ্য কৰক GNU bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউটৰিয়েলটো অভ্যাসৰ বাবে
00:43 আহক আমি Globbing(গ্ল’বিংগ)ৰ এটা পৰিচয়ৰে আৰম্ভ কৰো
00:46 BASH(বেচ)য়ে কঢ়িওৱা Filename(ফাইলনেম) বা pathname(পাথনেম) সম্প্ৰসাৰণকেই(expansion) Globbing(গ্ল’বিংগ)হিচাবে জনা যায়
00:52 Globbing(গ্ল’বিংগ)এ wildcards(ওৱাইলদকাৰ্ডচ)ক চিহ্নিত(recognizes) আৰু সম্প্ৰসাৰিত(expands) কৰে
00:57 ই লগতে উন্নত মানৰ wildcards(ওৱাইলদকাৰ্ডচ) কেৰেক্তাৰসমূহ্ক(characters) ব্যাখ্যা কৰে(interprets) যেনে
01:02 (asterix)(এচতেৰিক্স)আৰু ? (প্ৰ্শ্নবোধক চিহ্ন)(Question mark)
01:05 আহক আমি এইটো এটা উদাহৰণৰ সহায়েৰে বুজো
01:09 আপোনাৰ কীবৰ্ডত Ctrl+Alt+T কীছ( keys)একেলগে টিপি তাৰমিনেল উইন্দ’(terminal window) খোলক
01:18 তাৰমিনেলত(Terminal)লিখক ,ls স্পেছ(space) asterix(এচতেৰিক্স) dot sh Enter(এন্টাৰ)টিপক
01:27 ই বৰ্ত্তমান দাইৰেক্তৰিত(directory) .sh extension(এক্সতেনচ’ন)থকা সকলো ফাইলসমূহ সমকক্ষতা(matches) কৰিব
01:34 ইয়াত আমি দেখিছো যে সকলো sh ফাইলসমূহ তালিকাবদ্ধ হৈছে
01:40 মই প্ৰমপ্তটো(prompt) খালী কৰিম,এতিয়া লিখক, ls স্পেছ(space) s asterix(এচতেৰিক্স) dot sh Enter(এন্টাৰ)টিপক
01:51 আমি দেখিছো যে s asterix(এচতেৰিক্স) dot shয়ে sকেৰেক্তাৰৰে(character) আৰম্ভ হোৱা আৰু sh extension (এক্সতেনচ’ন)হিচাবে থকা সকলো ফাইলসমূহ সমকক্ষতা(matches) কৰিছে
02:02 আহক আগবাহি যাওঁ,
02:04 এতিয়া লিখক, ls স্পেছ(space) আৰম্ভণি বৰবন্ধনী (opening square bracket) a hyphen(হাইফেন) c সামৰণি বৰবন্ধনী(closing square bracket) asterix(এচতেৰিক্স) dot sh Enter(এন্টাৰ)টিপক
02:19 ই আক্ষৰ a বা b বা cৰে আৰম্ভ হোৱা ফাইলসমূহ সমকক্ষতা(matches)আৰু দৰ্শিত কৰিব
02:26 আউতপুটটো নিৰীক্ষণ কৰক
02:28 আমি আক্ষৰ a বা b বা cৰে আৰম্ভ হোৱা সকলো ফাইলসমূহৰ এখন তালিকা দেখিম
02:35 আৰু এই ফাইলসমূহৰ sh extension(এক্সতেনচ’ন) আছে
02:39 এতিয়া, আহক আগবাহি যাওঁ আৰু লিখকls স্পেছ(space) আৰম্ভণি বৰবন্ধনী (opening square bracket) কেৰেত চিহ্ন(caret sign) a hyphen(হাইফেন) c সামৰণি বৰবন্ধনী(closing square bracket) asterix(এচতেৰিক্স) dot sh Enter(এন্টাৰ)টিপক
02:55 sh extension(এক্সতেনচ’ন)থকা সকলো ফাইলনামসমূহ সমকক্ষতা(matches) কৰিব
03:00 কিন্তু 'a' বা 'b' বা 'c' কেৰেক্তাৰৰে(character) আৰম্ভ হোৱা সমূহক উপেক্ষা(omit) কৰিব
03:07 আউতপুটটো নিৰীক্ষণ কৰক । আপুনি লক্ষ্য কৰিব যে ফাইলনেমসমূহ কেৰেক্তাৰ(character)'a' , 'b' বা 'c'ৰে আৰম্ভ হোৱা নাই
03:16 মই প্ৰমপ্তটো(prompt) খালী কৰিম,
03:19 এতিয়া লিখক, ls স্পেছ(space) আৰম্ভণি বৰবন্ধনী (opening square bracket) বৰফলা(capital) 'A' সৰুফলা(small) 'a' সামৰণি বৰবন্ধনী(closing square bracket) এচতেৰিক্স চিহ্ন(asterix sign) dot sh Enter(এন্টাৰ)টিপক
03:34 ই আক্ষৰ 'A'ৰ বৰফলা আৰু সৰুফলাৰে আৰম্ভ হোৱা সকলো ফাইলনেমসমূহ সমকক্ষতা(matches) কৰিব
03:40 আউতপুটটো চাওক । আক্ষৰ 'A'ৰ বৰফলা আৰু সৰুফলাৰে আৰম্ভ হোৱা সকলো ফাইলনেমসমূহ আৰু extension(এক্সতেনচ’ন)shসমূহ তালিকাবদ্ধ হৈছে
03:49 এতিয়া আহক BASH(বেচ)Export command(এক্সপ’ৰ্ত কমান্ড)টো চাওঁ
03:53 শ্লাইডসমূহলৈ(slides) যাওঁ
03:55 Bash(বেচ)ত, ভেৰিয়েবলসমূহ(variables)সিহতৰ নিজস্ব Shell(চেল)লৈ local(ল’কেল) হয়
04:00 Local variables(ল’কেল ভেৰিয়েবল)সমূহ একেShell(চেল)বা বৰ্ত্তমানShell(চেল)টোৰদ্বাৰা ব্যৱহৃত হ’ব পাৰে
04:06 Export command(এক্সপ’ৰ্ত কমান্ড)এ এটা ভেৰিয়েবল(variable) বা এটা ফাংচন(function) সকলো চাইল্ড প্ৰচেচসমূহৰ(child processes) এনভাইৰনমেন্তলৈ(environment) ৰপ্তানি(Exports) কৰে
04:15 আপুনি লগতে এটা local(ল’কেল) ভেৰিয়েবলক এটা global(গ্ল’বেল) ভেৰিয়েবললৈ সলনি কৰিব পাৰে
04:20 আমি এইটো এটা উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰিম
04:24 তাৰমিনেল(Terminal)লৈ যাওঁক লিখক, myvar সমান চিহ্ন(equal to sign) lion(লায়ন) Enter(এন্টাৰ)টিপক
04:34 এতিয়া লিখক, echo স্পেছ(space)ডলাৰ চিহ্ন(dollar sign) myvar Enter(এন্টাৰ)টিপক
04:41 lion(লায়ন) ছপা হৈছে
04:44 এইটো variable(ভেৰিয়েবল) myvarলৈ নিৰ্ধাৰিত মান
04:48 এতিয়া,আহক এটা নতুন Shell(চেল)লৈ যাওঁ
04:51 এটা নতুন Shell(চেল)লৈ যাবলৈ,আমি হয়তো এখন নতুন তাৰমিনেল(Terminal) খুলিব পাৰো বা লিখক , slash(শ্লাচ) bin(বিন) slash(শ্লাচ) bash(বেচ) Enter(এন্টাৰ)টিপক
05:03 আতিয়া আহক ভেৰিয়েবল myvarত মান পৰীক্ষা কৰো
05:07 লিখক, echo স্পেছ(space) ডলাৰ চিহ্ন(dollar sign) myvar Enter(এন্টাৰ)টিপক
05:15 এটা খালী শাৰী ছপা হৈছে
05:17 ই বুজায় যে ভেৰিয়েবল myvarত সংযুক্ত মানসমূহ এই Shell(চেল)টোলৈ স্থানান্তৰিত ন’হল
05:24 লগতে, ভেৰিয়েবল myvarটো মাত্ৰ আগৰ Shell(চেল)টোলৈহে local(ল’কেল) আৰু বৰ্ত্তমান Shell(চেল)টোলৈ নহয়
05:32 আমি exitলিখিম আমাৰ আগৰ Shell(চেল)টোলৈ ঘূৰি আহিবলৈ
05:36 গতিকে, ভেৰিয়েবলসমূহক globally(গ্ল’বেলি)ঘোষণা(declare) কৰিবলৈ,আমি export command(এক্সপ’ৰ্ত কমান্ড)টো ব্যৱহাৰ কৰিব লাগিব
05:43 আহক শিকো কেনেকৈ
05:46 লিখক, export(এক্সপ’ৰ্ত) স্পেছ(space)myvar সমান চিহ্ন(equal to sign) lion(লায়ন) Enter(এন্টাৰ)টিপক
05:55 এতিয়া লিখক, echo স্পেছ(space) ডলাৰ চিহ্ন(dollar sign) myvar Enter(এন্টাৰ)টিপক
06:02 lion(লায়ন) দৰ্শিত হৈছে
06:05 আহক আন এটা Shell(চেল)লৈ যাওঁ, লিখক,slash(শ্লাচ) bin(বিন) slash(শ্লাচ) bash(বেচ) Enter(এন্টাৰ)টিপক
06:13 মই প্ৰমপ্তটো(prompt) খালী কৰিম
06:15 এতিয়া লিখক, echo স্পেছ(space) ডলাৰ চিহ্ন(dollar sign) myvar
06:22 lion(লায়ন) দৰ্শিত হৈছে
06:25 এইটো এইকাৰণে যে আমি export command(এক্সপ’ৰ্ত কমান্ড)টো ব্যৱহাৰ কৰি ভেৰিয়েবল myvarটোক globally(গ্ল’বেলি)ঘোষণা(declare) কৰিছো
06:33 ইয়াৰদ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:36 আহক আমি মূলভাৱ চাওঁ। আমাৰ শ্লাইডসমূহলৈ ঘুৰি যাওঁ
06:39 এই টিউট’ৰিয়েলটোত আমি শিকিলো,
06:41 Globbing(গ্ল’বিংগ)
06:42 export command(এক্সপ’ৰ্ত কমান্ড)
06:44 এটা অনুশিলনী হিচাবে
06:45 globbing(গ্ল’বিংগ)ত আলোচিত সকলোবিলাক অপাৰেচনচ(operations) কৰিবলৈ এটা Bash script(বেচ স্ক্ৰিপ্ত) লিখক
06:51 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
06:54 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
06:57 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
07:02 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
07:05 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07:08 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:12 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:20 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
07:24 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07:31 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
07:37 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান(contributed) দিছে
07:42 মই মৌচম হাজৰিকা
07:47 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi, PoojaMoolya