Difference between revisions of "Advanced-Cpp/C2/Friend-Function/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 1: Line 1:
 
{| border=1
 
{| border=1
| '''Time'''
+
| Time
| '''Narration'''
+
| Narration
 
|-
 
|-
 
| 00:01
 
| 00:01
'''C++''' ''friend''' 'ফাংছন ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
+
|  C++ ত friend ফাংছন ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
  
 
|-
 
|-
Line 12: Line 12:
 
|-
 
|-
 
| 00:08
 
| 00:08
| '''Friend function.'''
+
| Friend function.
  
 
|-
 
|-
Line 24: Line 24:
 
|-
 
|-
 
| 00:15
 
| 00:15
|'''Ubuntu OS '''v. 11.10
+
|Ubuntu OS v. 11.10
  
 
|-
 
|-
 
| 00:19
 
| 00:19
| 'g++ compiler '''v. 4.6.1
+
| g++ compiler v. 4.6.1
  
 
|-
 
|-
Line 40: Line 40:
 
|-
 
|-
 
| 00:33
 
| 00:33
| ব্যক্তিগত তথ্য উপলব্ধৰ বাবে আমি  '''friend function''' ব্যবহাৰ  কৰিছো.
+
| ব্যক্তিগত তথ্য উপলব্ধৰ বাবে আমি  friend function ব্যবহাৰ  কৰিছো.
  
 
|-
 
|-
Line 59: Line 59:
 
|-
 
|-
 
| 00:55
 
| 00:55
| '' ''''friend''' ' '' শব্দটো এটা  friend ফাংশন ঘোষণা (declare) কৰাত ব্যবহাৰ কৰা হয়.
+
| friend   শব্দটো এটা  friend ফাংশন ঘোষণা (declare) কৰাত ব্যবহাৰ কৰা হয়.
  
 
|-
 
|-
 
| 00:59
 
| 00:59
| তাৰপিছত আমি '' 'return_type' '' দিও.
+
| তাৰপিছত আমি return_type দিও.
  
 
|-
 
|-
 
| 01:02
 
| 01:02
| ' '''function_name'''' ফাংশনৰ নাম হয়.
+
| function_name ফাংশনৰ নাম হয়.
  
 
|-
 
|-
 
| 01:05
 
| 01:05
| তাৰপিছত আমি বর্গৰ '' 'class_name' '' আৰু বস্তু হিসাবে আর্গুমেন্ট পাস কৰো.  
+
| তাৰপিছত আমি বর্গৰ class_name আৰু বস্তু হিসাবে আর্গুমেন্ট পাস কৰো.  
  
 
|-
 
|-
Line 91: Line 91:
 
|-
 
|-
 
| 01:22
 
| 01:22
|মন কৰিব যে আমাৰ ফাইলৰ নাম '' frnd.cpp '' 'হয়
+
|মন কৰিব যে আমাৰ ফাইলৰ নাম frnd.cpp হয়
  
 
|-
 
|-
Line 99: Line 99:
 
|-
 
|-
 
| 01:30
 
| 01:30
| এইটো আমাৰ "''হেদাৰ ফাইল হয় " iostream.'''
+
| এইটো আমাৰ "হেদাৰ ফাইল হয় " iostream.
 
|-
 
|-
 
| 01:34
 
| 01:34
Line 106: Line 106:
 
|-
 
|-
 
| 01:37
 
| 01:37
| তাৰপিছত আমি এটা '''class frnd''' ঘোষণা (declare) কৰিছো.  
+
| তাৰপিছত আমি এটা class frnd ঘোষণা (declare) কৰিছো.  
  
 
|-
 
|-
 
| 01:41
 
| 01:41
| ইয়াত আমি ব্যক্তিগত হিসাবে ''a''' আৰু '''b ''' ভেৰিয়েবল  ঘোষণা (declare) কৰিছো
+
| ইয়াত আমি ব্যক্তিগত হিসাবে a আৰু b ভেৰিয়েবল  ঘোষণা (declare) কৰিছো
  
 
|-
 
|-
 
| 01:46
 
| 01:46
|ইয়াত আমি '''public''' হিসাবে '' এটা ফাংশন ইনপুট ঘোষণা (declare) কৰিছো
+
|ইয়াত আমি public হিসাবে এটা ফাংশন ইনপুট ঘোষণা (declare) কৰিছো
  
 
|-
 
|-
Line 122: Line 122:
 
|-
 
|-
 
| 01:55
 
| 01:55
| এইটো '' compute''' হিচাবে থকা ''friend function ''' হয়.
+
| এইটো compute হিচাবে থকা friend function হয়.
  
 
|-
 
|-
 
| 01:58
 
| 01:58
| ইয়াত আমি '' class f1'''ৰ '' 'class_name' '' ''frnd '' আৰু ''' object ''' হিসাবে আর্গুমেন্ট পাস কৰো.
+
| ইয়াত আমি class f1ৰ  class_name frnd আৰু object হিসাবে আর্গুমেন্ট পাস কৰো.
 
|-
 
|-
 
| 02:06
 
| 02:06
Line 145: Line 145:
 
|-
 
|-
 
| 02:23
 
| 02:23
| আমি ভেৰিয়েবল '' 'a আৰু b' '' যোগ কৰো
+
| আমি ভেৰিয়েবল a আৰু b যোগ কৰো
  
 
|-
 
|-
Line 153: Line 153:
 
|-
 
|-
 
| 02:28
 
| 02:28
| ইয়াতে আমি '''object f1''' ব্যবহাৰ কৰি অসদস্য(non-member ) ফাংশনত ব্যক্তিগত ভেৰিয়েবল অ্যাক্সেস কৰো
+
| ইয়াতে আমি object f1 ব্যবহাৰ কৰি অসদস্য(non-member ) ফাংশনত ব্যক্তিগত ভেৰিয়েবল অ্যাক্সেস কৰো
  
 
|-
 
|-
 
| 02:35
 
| 02:35
| এইটো আমাৰ '' ''''main''' '' ফাংশন হয়
+
| এইটো আমাৰ main ফাংশন হয়
  
 
|-
 
|-
 
| 02:38
 
| 02:38
| '' ইয়াত আমি 'frnd' '' '' শ্রেণীৰ এটা '' 'বস্তু' '' '''f''' হিচাবে তৈয়াৰ কৰিছো
+
| ইয়াত আমি frnd   শ্রেণীৰ এটা বস্তু f হিচাবে তৈয়াৰ কৰিছো
  
 
|-
 
|-
 
| 02:44
 
| 02:44
| তাৰপিছত আমি '' object f.''' ব্যবহাৰ  কৰি  '''function input ''' কল কৰো
+
| তাৰপিছত আমি object f. ব্যবহাৰ  কৰি  function input কল কৰো
 
|-
 
|-
 
| 02:48
 
| 02:48
| '' 'আৰু ইয়াতে আমি ফাংশন compute কল কৰো  আৰু '' f ' হিচাবে যুক্তি পাছ কৰো
+
| আৰু ইয়াতে আমি ফাংশন compute কল কৰো  আৰু f হিচাবে যুক্তি পাছ কৰো
  
 
|-
 
|-
 
| 02:54
 
| 02:54
| আমি ফাংশন কম্পিউটত '''f''' হিসাবে যুক্তিটো পাছ কৰো.
+
| আমি ফাংশন কম্পিউটত f হিসাবে যুক্তিটো পাছ কৰো.
  
 
|-
 
|-
 
| 02:58
 
| 02:58
| এইটো '''pass by value''' মেথদ ব্যবহাৰ কৰি কৰা হয়.
+
| এইটো pass by value মেথদ ব্যবহাৰ কৰি কৰা হয়.
  
 
|-
 
|-
 
| 03:03
 
| 03:03
|'''f1''' মানলৈ ''f''' প্রেৰণ কৰা হয়' '' .
+
|f1 মানলৈ f প্রেৰণ কৰা হয় .
 
|-
 
|-
 
| 03:06
 
| 03:06
Line 191: Line 191:
 
|-
 
|-
 
| 03:11
 
| 03:11
| আপোনাৰ কীবোর্ডত একেলগে '''Ctrl, Alt আৰু T ''' কি টিপি টার্মিনেল খুলক.
+
| আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt আৰু T কি টিপি টার্মিনেল খুলক.
  
 
|-
 
|-
Line 199: Line 199:
 
|-
 
|-
 
| 03:21
 
| 03:21
| ''''g++ স্পেচ frnd dot cpp স্পেচ hyphen o স্পেচ frnd'''.'' 'Enter টিপক' ''
+
| g++ স্পেচ frnd dot cpp স্পেচ hyphen o স্পেচ frnd. Enter টিপক  
  
 
|-
 
|-
 
| 03:32
 
| 03:32
| টাইপ কৰক'''dot slash frnd'''
+
| টাইপ কৰকdot slash frnd
 
|-
 
|-
 
| 03:36
 
| 03:36
| '' 'Enter টিপক' ''
+
| Enter টিপক  
  
 
|-
 
|-
 
| 03:38
 
| 03:38
| ইয়াত ইয়াক এনেধৰনে প্রদর্শন কৰা হয়:  '''Enter the value of a and b'''
+
| ইয়াত ইয়াক এনেধৰনে প্রদর্শন কৰা হয়:  Enter the value of a and b
  
 
|-
 
|-
 
| 03:41
 
| 03:41
| আমি  '8' '' আৰু '' '' '4' ''  আন্তৰ্ভুত্ত কৰিম
+
| আমি  8 আৰু   4   আন্তৰ্ভুত্ত কৰিম
  
 
|-
 
|-
Line 222: Line 222:
 
|-
 
|-
 
| 03:48
 
| 03:48
| '''The result is: 12'''
+
| The result is: 12
  
 
|-
 
|-
Line 238: Line 238:
 
|-
 
|-
 
| 03:57
 
| 03:57
| এই টিউটোৰিয়েলত আমি শিকিছো    '''Friend function'' ' যেনে '. friend int compute class name '''frnd''' আৰু object '''f1'''.
+
| এই টিউটোৰিয়েলত আমি শিকিছো    Friend function যেনে . friend int compute class name frnd আৰু object f1.
  
 
|-
 
|-

Latest revision as of 15:49, 20 February 2017

Time Narration
00:01 C++ ত friend ফাংছন ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:06 আমি এই টিউটোৰিয়েলত শিকিম,
00:08 Friend function.
00:10 আমি এটা উদাহৰণৰ সাহায্যে এই কামটো কৰিম.
00:13 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:15 Ubuntu OS v. 11.10
00:19 g++ compiler v. 4.6.1
00:24 আমি friend functionৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:27 আমি জানো, ব্যক্তিগত তথ্য ক্লাছৰ বাহিৰত উপলব্ধ নহয়.
00:33 ব্যক্তিগত তথ্য উপলব্ধৰ বাবে আমি friend function ব্যবহাৰ কৰিছো.
00:37 এটা friend ফাংশন শ্রেণীৰ সদস্য ফাংশন নহয়.
00:42 friend ফাংশনে এটা বস্তু ব্যবহাৰ নকৰাকে ইনভোক ( invoke) কৰাব পাৰে.
00:46 friend ফাংশনত পাস হোৱা যুক্তি, তাৰ বস্তু হিসাবে ব্যবহাৰ কৰা হয়.
00:51 আমি friend ফাংশনৰ ঘোষণা মানে declaration দেখিব পাৰো.
00:55 friend শব্দটো এটা friend ফাংশন ঘোষণা (declare) কৰাত ব্যবহাৰ কৰা হয়.
00:59 তাৰপিছত আমি return_type দিও.
01:02 function_name ফাংশনৰ নাম হয়.
01:05 তাৰপিছত আমি বর্গৰ class_name আৰু বস্তু হিসাবে আর্গুমেন্ট পাস কৰো.
01:11 আমি এটা উদাহৰণ চাও
01:13 আমি ইতিমধ্যে সম্পাদকত (editor)কোড টাইপ কৰিছো.
01:16 আমি ইয়াক খোলিম.
01:18 এই প্ৰগ্ৰামত আমি এদিছন অপাৰেশন (addition operation) সম্পাদন কৰিম.
01:22 মন কৰিব যে আমাৰ ফাইলৰ নাম frnd.cpp হয়
01:27 এতিয়া কোডটো ব্যাখ্যা কৰা যাওক.
01:30 এইটো আমাৰ "হেদাৰ ফাইল হয় " iostream.
01:34 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
01:37 তাৰপিছত আমি এটা class frnd ঘোষণা (declare) কৰিছো.
01:41 ইয়াত আমি ব্যক্তিগত হিসাবে a আৰু b ভেৰিয়েবল ঘোষণা (declare) কৰিছো
01:46 ইয়াত আমি public হিসাবে এটা ফাংশন ইনপুট ঘোষণা (declare) কৰিছো
01:52 ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা ইনপুট লও.
01:55 এইটো compute হিচাবে থকা friend function হয়.
01:58 ইয়াত আমি class f1ৰ class_name frnd আৰু object হিসাবে আর্গুমেন্ট পাস কৰো.
02:06 তাৰপিছত আমি class বন্ধ কৰো.
02:08 এতিয়া আমি friend ফাংশন ব্যবহাৰ কৰি ক্লাসৰ ব্যক্তিগত সদস্যবোৰ অ্যাক্সেস কৰিব পাৰো.
02:16 ইয়াত আমি compute পদ্ধতি ব্যবহাৰ কৰিছো.
02:19 ইয়াত আমি addition অপাৰেশন সম্পাদন কৰিম.
02:23 আমি ভেৰিয়েবল a আৰু b যোগ কৰো
02:26 আৰু তাৰপিছত মূল্যটো উভতাই দিয়ো.
02:28 ইয়াতে আমি object f1 ব্যবহাৰ কৰি অসদস্য(non-member ) ফাংশনত ব্যক্তিগত ভেৰিয়েবল অ্যাক্সেস কৰো
02:35 এইটো আমাৰ main ফাংশন হয়
02:38 ইয়াত আমি frnd শ্রেণীৰ এটা বস্তু f হিচাবে তৈয়াৰ কৰিছো
02:44 তাৰপিছত আমি object f. ব্যবহাৰ কৰি function input কল কৰো
02:48 আৰু ইয়াতে আমি ফাংশন compute কল কৰো আৰু f হিচাবে যুক্তি পাছ কৰো
02:54 আমি ফাংশন কম্পিউটত f হিসাবে যুক্তিটো পাছ কৰো.
02:58 এইটো pass by value মেথদ ব্যবহাৰ কৰি কৰা হয়.
03:03 f1 মানলৈ f প্রেৰণ কৰা হয় .
03:06 আৰু এইটো আমাৰ ৰিটাৰ্ন স্তেটমেন্ট হয় .
03:09 এতিয়া আমি প্রোগ্রামটো চলাও.
03:11 আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt আৰু T কি টিপি টার্মিনেল খুলক.
03:20 এতিয়া টাইপ কৰক:
03:21 g++ স্পেচ frnd dot cpp স্পেচ hyphen o স্পেচ frnd. Enter টিপক
03:32 টাইপ কৰকdot slash frnd
03:36 Enter টিপক
03:38 ইয়াত ইয়াক এনেধৰনে প্রদর্শন কৰা হয়: Enter the value of a and b
03:41 আমি 8 আৰু 4 আন্তৰ্ভুত্ত কৰিম
03:46 আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:
03:48 The result is: 12
03:51 ইয়াতে এই টিউটোৰিয়েল অন্ত পৰিছে.
03:54 আমি স্লাইডৰলৈ উভতি যাও.
03:56 সংক্ষেপ কৰা যাওক:
03:57 এই টিউটোৰিয়েলত আমি শিকিছো Friend function যেনে . friend int compute class name frnd আৰু object f1.
04:08 এটা নিয়োগ হিসাবে , এটা সংখ্যাৰ বর্গাকাৰ আৰু ঘনক বিছাৰিবলৈ এটা প্রোগ্রাম লিখক.
04:14 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
04:17 স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
04:20 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
04:24 স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটৰিয়েলে সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
04:30 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
04:33 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
04:40 স্পোকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
04:43 ইয়াক সহায় কৰিছে National Mission on Education through ICT MHRD ভাৰত চৰকাৰে
04:51 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
04:56 মই মৌচুমী মেধী আই. আই. টী বম্বেৰ পৰা এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi