Difference between revisions of "Drupal/C3/Installing-an-Advanced-Theme/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
| Line 14: | Line 14: | ||
| 00:11 | | 00:11 | ||
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো | | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো | ||
| − | + | উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম | |
| − | + | Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। | |
| − | + | ||
| − | + | ||
আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। | আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। | ||
| Line 175: | Line 173: | ||
| 03:08 | | 03:08 | ||
| Image Settings | | Image Settings | ||
| − | + | ARTICLE | |
| − | + | BOOK PAGE | |
| − | + | EVENTS ৰ বাবে। | |
| − | + | ||
|- | |- | ||
| 03:13 | | 03:13 | ||
Revision as of 17:26, 7 October 2016
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Installing an Advanced Theme এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:06 | এই টিউটোৰিয়েলত এটা advanced theme ইনস্টল কৰা শিকিম। |
| 00:11 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। |
| 00:26 | Adaptive theme আৰু Omega 2টা আশ্চর্যজনক Theme frameworks. |
| 00:32 | এতিয়া Adaptive theme চাও। |
| 00:35 | উল্লেখ্য যে Adaptive theme এটা বেসিক থিম। |
| 00:39 | Adaptive theme এৰ বাবে Sub-Theme প্রয়োগ কৰিব লাগিব। |
| 00:42 | Adaptive Theme সংস্থাপিত কৰো। |
| 00:46 | কেতিয়া ভিডিও চাই তাৰ উপৰত নির্ভৰ কৰি, উপৰত সেউজীয়া Drupal 8 চাব পাৰো। |
| 00:52 | সেউজীয়া থকা Drupal 8 লওক, ৰঙা নহয়। |
| 00:57 | tar.gz লিঙ্কত সো ক্লিক কৰক। |
| 01:01 | Copy link বিকল্প চয়ন কৰক। |
| 01:04 | website ত উভতি আহো। |
| 01:06 | Appearance আৰু Install new theme ত টিপক। |
| 01:11 | ইয়াতে লিঙ্ক পেস্ট কৰক Installত টিপক। |
| 01:15 | এতিয়া এইটোক চালু নকৰো কাৰণ Adaptive Theme হল Base Theme. |
| 01:21 | এতিয়া সাব-থিম Pixture Reloaded পাও। |
| 01:25 | তলত স্ক্রোল কৰি Drupal 8 সংস্কৰণ সিনাক্ত কৰক। |
| 01:29 | আপোনি এই টিউটোৰিয়েল দেখিলে এইটোক ইয়াতে সেউজীয়া অংশত হব। |
| 01:34 | tar.gz লিঙ্কত সো ক্লিক কৰক আৰু Copy লিঙ্ক চয়ন কৰক। |
| 01:40 | সাইটত উভতি যাওক। |
| 01:42 | Install new theme বোতামত টিপক। |
| 01:45 | লিঙ্ক ইয়াতে পেস্ট কৰক Installত টিপক। |
| 01:50 | এতিয়া Install newly added themes ত টিপক। |
| 01:55 | তলত স্ক্রোল কৰক। |
| 01:56 | আমি চাও যে Adaptive Generator আৰু Adaptive Sub-theme ক Pixture Reloaded বোলে। |
| 02:03 | Install and set as default ত টিপক। |
| 02:07 | Settings ত টিপক। |
| 02:09 | simple থিম আৰু base থিমৰ মাজত নিজস্ব sub-theme সহ এটা পার্থক্য আছে। |
| 02:15 | ইয়াতে সকলোকিছুৰ বাবেই সেটিংস আছে। |
| 02:19 | আমি সকলোকিছু সলাব পাৰো। |
| 02:22 | উদাহৰণস্বৰুপে, Responsive menus আছে। |
| 02:26 | Google or Typekitৰ পৰা Fonts |
| 02:30 | Titles এৰ বাবে stylesক পৃথক কৰক |
| 02:32 | Image alignment. |
| 02:35 | Shortcode CSS Classes. |
| 02:38 | Mobile Blocks - যিয়ে মোবাইলত ব্লক লুকোৱাৰ অনুমতি দিয়ে। |
| 02:42 | Slideshowsএ সমর্থন কৰে। |
| 02:45 | Touch icons, Custom CSS, অনেক Developer tools আৰু Legacy browser সেটিং IE 6 পৰা 8 এৰ বাবে। |
| 02:55 | এইবোৰক সাবধানেৰে ব্যবহাৰ কৰক। প্রয়োজন নহলে এইটোক সক্রিয় নকৰিব। |
| 03:01 | বাও প্যানেলত Extensionsত, Responsive menus, Fonts আছে। |
| 03:08 | Image Settings
ARTICLE BOOK PAGE EVENTS ৰ বাবে। |
| 03:13 | এইটোক সকলো Content types ৰ স্বীকৃতি দিয়ে। |
| 03:17 | EVENTS ত টিপো। |
| 03:20 | এইটোৱে ইমেজক Events Content type ত সাৰিবদ্ধ কৰিবলৈ দিয়ে। |
| 03:25 | উদাহৰণস্বৰুপে, ধৰক আমি সিহতক বাও বা সোফালে সর্বদা ফ্লোট কৰাবলৈ বিছাৰো। |
| 03:32 | বাও প্যানেলত উভতি আহক। Shortcodes আৰু Markup Overrides. |
| 03:37 | তলত আৰু বিকল্প আছে। |
| 03:40 | LAYOUTS ত টিপি PAGE (DEFAULT)ত টিপক। |
| 03:44 | এতিয়া WIDE বিকল্পত টিপক। |
| 03:47 | এইটোৱে সকলো layouts ক Block regions ৰ সৈতে সেট কৰিবলৈ দিয়ে। লগতে theme ত, ইয়াতে Media queriesক সংজ্ঞায়িত কৰে। |
| 03:56 | আমি এইটোক সঠিকভাবে সেট কৰিবলৈ কিছু সময় লম। |
| 04:01 | COLOR SCHEME ত টিপক। |
| 04:03 | ইয়াতে অনেক পূর্বনির্ধাৰিত কলৰ স্কিম আছে। |
| 04:07 | কিন্তু ইয়াৰ সৈতে আহা ৰঙ পছন্দ নহলে আপোনি নিজস্ব কলৰ স্কিম বনাব পাৰে। |
| 04:13 | শেষত ইয়াতে নৰমেল Basic settings আছে। |
| 04:17 | এইটো Drupal সাইটৰ বাবে এটা আশ্চর্যজনক base theme আৰু sub-theme. |
| 04:23 | আমি ইয়াতে কোনো পৰিবর্তন কৰা নাই। |
| 04:26 | এতিয়া উভতি গৈ আমাৰ Homepage চাও। |
| 04:30 | আমি Homepage এৰ নতুন চেহাৰা দেখো। |
| 04:33 | এতিয়া Structure ত গৈ Block layout যাক ছেক কৰিব লাগিব। |
| 04:38 | আমি সাব-থিম Pixture Reloaded ব্যবহাৰ কৰিছো। |
| 04:42 | ইয়াতে কোনো Sidebar regions নাই। |
| 04:45 | Pixture Reloaded ত সকলোকিছু এইভাবে তালিকাভুক্ত কৰিছে। |
| 04:50 | হয়তো এইটো বর্ণনৰ সবতচে ভাল চয়ন নহয়. কিন্তু আমি বুঝিব পাৰিছো এইটো কিমান শক্তিশালী। |
| 04:58 | আমি আগোৱাই গৈ এই advanced theming engine দ্বাৰা সকলো বিকল্প সেট কৰিবলৈ পাৰো। |
| 05:04 | এইটো হল theme framework – Adaptive theme আৰু Pixture Reloaded. |
| 05:10 | এইবোৰক ভালমতে বুঝিবলৈ এইটোক আকৌ এবাৰ চাব পাৰো। |
| 05:15 | ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 05:17 | সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত এটা advanced theme ইনস্টল কৰা শিকিছো। |
| 05:33 | এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত। |
| 05:42 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
| 05:49 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক। |
| 05:57 | স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত। |
| 06:08 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |