Difference between revisions of "Drupal/C3/Styling-a-Page-using-Themes/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|border=1 |'''Time''' |'''Narration''' |- | 00:01 |Styling a Page using Themes এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |- |...") |
|||
Line 5: | Line 5: | ||
|- | |- | ||
| 00:01 | | 00:01 | ||
− | |Styling a Page using Themes এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। | + | |নমস্কাৰ দৰ্শক সকল. Styling a Page using Themes এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
|- | |- | ||
Line 51: | Line 51: | ||
| 00:55 | | 00:55 | ||
| আমি কিছু ভিন্ন স্থানৰ পৰা Themes পাব পাৰি | | আমি কিছু ভিন্ন স্থানৰ পৰা Themes পাব পাৰি | ||
− | |||
drupal.org ত বিনামূল্যৰ Themes আছে যাক Contributed Themes বোলে বা বিভিন্ন বিক্রতা পৰাও Theme কিনিব পাৰি। | drupal.org ত বিনামূল্যৰ Themes আছে যাক Contributed Themes বোলে বা বিভিন্ন বিক্রতা পৰাও Theme কিনিব পাৰি। | ||
|- | |- | ||
Line 451: | Line 450: | ||
| 09:37 | | 09:37 | ||
| এইটোক সলাবলৈ, Panels বা Display fields ব্যবহাৰ কৰিব লাগিব। | | এইটোক সলাবলৈ, Panels বা Display fields ব্যবহাৰ কৰিব লাগিব। | ||
− | |||
drupal.org পৰা add-on Modules পাব পাৰি। | drupal.org পৰা add-on Modules পাব পাৰি। | ||
Line 457: | Line 455: | ||
| 09:48 | | 09:48 | ||
| Themes হল চমৎকাৰ. এইটো সচায়েই সহজ theme. | | Themes হল চমৎকাৰ. এইটো সচায়েই সহজ theme. | ||
− | |||
আমি Drupal পৰা আৰো কিছু খুব জটিল themes পাব পাৰো। | আমি Drupal পৰা আৰো কিছু খুব জটিল themes পাব পাৰো। | ||
Revision as of 18:51, 8 September 2016
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Styling a Page using Themes এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম:
|
00:16 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
আপোনি অাপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে। |
00:30 | আগেই উল্লেখ কৰিছো যে আমি যেনে বিছাৰো Drupal সাইট তেনে দেখাত হব পাৰে। |
00:36 | ইয়াত বিভিন্ন Drupal সাইটৰ পৰা বিভিন্ন ৰুপ আৰু ধৰণ আছে। |
00:42 | লক্ষ্য কৰক যে সেইবোৰ সম্পূর্ণ ভিন্ন। |
00:45 | এইটো Themes এৰ উপৰত নির্ভৰ । |
00:48 | আপোনি যেনে বিছাৰে Themesএ ড্রুপালৰ সাইটক তেনে বনাব পাৰে। |
00:51 | Themes সম্পর্কে কিছু বিষয় মনত ৰাখিব লাগিব. |
00:55 | আমি কিছু ভিন্ন স্থানৰ পৰা Themes পাব পাৰি
drupal.org ত বিনামূল্যৰ Themes আছে যাক Contributed Themes বোলে বা বিভিন্ন বিক্রতা পৰাও Theme কিনিব পাৰি। |
01:11 | বা আমি নিজস্ব Theme বনাব পাৰো যেনে Artisteer.com পৰা Artisteer যি স্ক্যাচৰ পৰা নির্মিত। |
01:19 | Contributed Themes, drupal.org/project/themes ত উপলব্ধ। |
01:26 | Block Regions, Theme দ্বাৰা নির্ধাৰিত হয়। |
01:29 | ওয়েবসাইটত কত Blocks ৰাখিব পাৰে, সেইতো theming প্রক্রিয়াৰ অংশ। |
01:36 | ইয়াত সঠিক স্থান নাথাকলে এইটো Theme ইস্যু Block ইস্যু নহয়। |
01:42 | এতিয়া Themesক অলপ ভালকে বুঝো। |
01:46 | drupal.org পৰা বিনামূল্যে কিছু চমত্কাৰ Themes পাব পাৰি। |
01:51 | drupal.org/projects/themes ত যাওক। |
01:56 | এতিয়া Drupal ত উপলব্ধ কিছু Themes দেখো। |
02:01 | Modules টিউটোৰিয়েল চাওক। আমি ব্যবহৃত Drupal সংস্কৰণৰ Core compatibility দ্বাৰা ফিল্টাৰ কৰিব লাগিব। |
02:10 | ইয়াত 2205 টা Themes আছে। Drupal 8 ত টিপিলে ইয়াৰ সংখ্যা অলপ কমি যায়। |
02:18 | টিউটোৰিয়েলটো ৰেকর্ডৰ পিছত নতুন থিম যোগ কৰি আপোনি অধিক সংখ্যা দেখিব পাৰে। |
02:25 | এতিয়া Themes বিছৰা আৰু মূল্যায়ন সম্পর্কে কও। |
02:30 | এইটো Modules এৰ অনুৰুপ। |
02:33 | আমি drupal.org ত আৰম্ভ কৰিম। |
02:36 | Core compatibility দ্বাৰা ফিল্টাৰ কৰিলে সিহত নিজেই Most Installed দ্বাৰা সৰ্ট হয়। |
02:43 | এই সময়ত Adaptive Theme হল এটা নম্বৰ। |
02:46 | আৰু Bootstrap হল দুই নম্বৰ। |
02:50 | Bootstrap ত টিপক। |
02:53 | Module টিউটোৰিয়েলৰ পৰা DMV চিত্রণ আকৌ এবাৰ কল কৰো? ইয়াত এইটো একেই বিষয়। |
02:59 | আগেই documentation পড়িব লাগিব। |
03:02 | তাৰপিছত Maintainers ত টিপক। |
03:05 | versions আৰু project informations চাওক। |
03:08 | ৰেকর্ডিং এৰ সমযত, এই বিশেষ Theme, Drupal 8 x 3.0 alpha 1 সংস্কৰণত থাকে। |
03:16 | তাতে development version ও আছে। |
03:20 | পিছত ইয়াত সেউজীয়া ৰঙত, Theme এৰ Drupal 8 সংস্কৰণ হব। |
03:27 | Contributed Theme এৰ বিভিন্ন ফ্লেভাৰ থাকিব পাৰে. তাতে 3 ধৰণৰ Themes আছে। |
03:34 | ইয়াত simple Contributed Theme থাকিব পাৰে যাক আপোনি কনফিগাৰ কৰিব পাৰে। |
03:40 | Bootstrap বা Zen এৰ মতে Starter Themes থাকিব পাৰে। |
03:46 | এইটোৱে আপোনাক ভিতৰত CSS ৰাখিবলৈ মাত্র এটা খালি স্ক্রিন আৰু গৌণ ফ্রেমওয়ার্ক দিয়ে। |
03:52 | বা Base Theme থাকিব পাৰে। এইটো Adaptive Theme এৰ মতে ইয়াৰ উপৰত থাকা অন্যান্য Sub-Themes ৰখা হয়। |
04:02 | কিন্তু ইয়াত সকলো নিয়ম একেই। |
04:05 | documentation চাওক। Maintainers আৰু versions ত চাওক। |
04:11 | এতিয়া Contributed Theme ইনস্টল কৰিম। |
04:13 | drupal.org/projects/zircon ত যাওক। |
04:20 | তলত স্ক্রোল কৰক। এইটো ভাল Theme, যাক বিশেষভাবে Drupal 7 আৰু 8 এৰ বাবে ডেভেলপ কৰা হৈছে। |
04:28 | এইটো বেশী সাইটত ব্যবহাৰ কৰা হোৱা নাই। |
04:31 | আমি এই থিম ব্যবহাৰ কৰিম কাৰণ এইটো বর্তমানে Drupal 8 এৰ বাবে প্রস্তুত। |
04:37 | tar.gz ত সো ক্লিক কৰি লিঙ্ক কপি কৰক। এইটো Modules ইনস্টল কৰাৰ অনুৰুপ। সাইটত উভতি যাও। |
04:47 | Appearance আৰু Install new theme ত টিপক। |
04:52 | আকৌ এবাৰ Modules এৰ মতে একেই প্রক্রিয়া। |
04:56 | URL পেস্ট কৰি Installত টিপক। |
05:00 | Theme ওয়েব সার্ভাৰত ডাউনলোড কৰা হয় আৰু এতিয়া এইটো ON কৰিবলৈ সক্ষম। |
05:06 | Install newly added themes ত টিপক। |
05:09 | তলত স্ক্রোল কৰক। |
05:12 | আপোনি Zircon দেখিব। A flexible, recolorable theme with many regions and a responsive mobile first layout. |
05:21 | Install and set as default ত টিপক। |
05:25 | এতিয়া এই পৰিচয়ৰ ভিডিওত শিকিছো যে -
এক নম্বৰ নতুন Themes এৰ সংস্থাপন কন্টেন্টক নসলায় আৰু দুই নম্বৰ: Blocks এৰ স্থান সলাব লাগিব পাৰে। |
05:38 | এতিয়া settings ত দেখো। |
05:42 | Settings শব্দত টিপক। |
05:45 | Zircon ত নৰম্যাল TOGGLE DISPLAY আছে। |
05:49 | আৰু shortcut আইকন। |
05:51 | লোগো আপডেট কৰিব বিছাৰিলে Global settings ত যাওক। |
05:56 | LOGO IMAGE SETTINGS |
05:59 | Save টিপক। |
06:02 | সাইটত উভতি যাও। |
06:04 | এইটো Zircon - Drupal এৰ বাবে ফ্লেক্সিবল, ৰোবাস্ট আৰু বিশ্বব্যাপী বন্ধুত্বপূর্ণ Theme. |
06:11 | Structure আৰু Blocks ত যাওক। |
06:15 | Demonstrate block regions for Zircon ত টিপক। |
06:19 | ইয়াত কিছু Block regions দেখিম। |
06:22 | এটা Header region. Main menu , Main menu Block Region ত যাব লাগিব কাৰণ এইটো যথাযথ ফৰম্যাটিং পায়। |
06:32 | তাৰপিছত Slideshow region. যদি ইয়াত আপোনি View Slideshow ব্যবহাৰ কৰিছে। |
06:37 | এটা Featured block region, |
06:39 | Help,
Sidebar First, Sidebar Second, Content, |
06:44 | Panel First,
Panel Second ক 1, 2, 3 আৰু 4 বোলে আৰু তাৰপিছত Footer region. |
06:53 | আমাৰ ডিফল্ট Theme পৰা কিছু regions উপলব্ধ নাই। |
07:00 | ইয়াত কি কৰিব লাগিব তাক চাও। |
07:03 | Header region ত অনেক বিষয় আছে। Footer region ত নির্ধাৰিত Powered by Drupal আৰু নাই। |
07:14 | আমি সেইটো Footer ত ৰাখিম। |
07:17 | এইটো অবিলম্বে Header পৰা মুছি যাব। |
07:20 | Header পৰা Status message অতৰুৱাই আৰু ম্যাসেজত ৰাখো। |
07:26 | আকৌ এবাৰ Footer ত গৈ Footer menu ৰাখো। |
07:30 | আমি Search, Site branding আৰু User account menu ক একেইভাবে এৰি দিও। |
07:36 | Primary menu ভুল জাগাত আছে কিন্তু এতিয়া এইটো দেখো। |
07:42 | Save blocks টিপক। |
07:44 | সাইটত উভতি যাও। |
07:47 | আমি দেখো যে Main menuক কতোও নাপাও. কাৰণ Primary menu এই Themeত বিদ্যমান নহয়। |
07:55 | সেয়ে আমি Main navigation লৈ Main menu ত পৰিবর্তন কৰো। |
08:01 | তলত স্ক্রোল কৰক। এইটো এবাৰ চাও। |
08:05 | Content এলাকাত, Help block আছে। |
08:09 | এইটোক Help ব্লকত ৰাখো। |
08:12 | Page title, Primary admin actions আৰু Page Tabs সকলো ঠিক আছে। |
08:18 | Sidebar first, Welcome to Drupalville, Book navigation, Recent Events Added আৰু Tools. |
08:26 | Tools menu লৈ Sidebar second ত ৰাখো।
এইটোক আগতে কৰা নাছিলো। |
08:34 | ইয়াত চাৰিটা Panel region আছে যত আমি বিছৰা কিছু ৰাখিব পাৰো। |
08:39 | Save ত টিপক। |
08:41 | আমি কি কৰিছো তাক চাও। |
08:44 | এইটো এতিয়া বেশ ভাল। |
08:47 | menu ক Main menu block region ত ৰাখা হৈছে।
CSS লৈ কিছু শেডিং আৰু কালাৰিং সহ এইটোক ভাল in-line menu বানোৱা হৈছে। |
08:58 | বাওফালে BOOK NAVIGATION, RECENTLY ADDED EVENTS |
09:03 | TOOLS হল সো ফালে, আকৌ এবাৰ Sidebar first আৰু Sidebar second. |
09:10 | আৰু সকলো কন্টেন্ট মাঝত। |
09:12 | কিছু বিষয় লক্ষ্য কৰক। |
09:15 | আমি themes সলাইছো। সকলো কিছু সলোৱা গৈছে মাত্ৰ কন্টেন্টৰ বাহিৰে। |
09:20 | আমি নতুন fonts, নতুন font styles, নতুন H3 tags, নতুন Block regions, layouts আৰু নতুন Footer area পাইছো। |
09:31 | ইয়াত মাত্ৰ কন্টেন্ট আৰু কন্টেন্টৰ layout পৰিবর্তন নহয়। |
09:37 | এইটোক সলাবলৈ, Panels বা Display fields ব্যবহাৰ কৰিব লাগিব।
drupal.org পৰা add-on Modules পাব পাৰি। |
09:48 | Themes হল চমৎকাৰ. এইটো সচায়েই সহজ theme.
আমি Drupal পৰা আৰো কিছু খুব জটিল themes পাব পাৰো। |
09:58 | drupal.org/projects/themes ত উভতি যাওক. ইয়াত উপলব্ধ কিছু Drupal 8 themes চাওক। |
10:08 | কিছু পছন্দৰ themes বিছাৰি তাক ইনস্টল কৰি আৰু ব্যবহাৰ কৰক। |
10:13 | সাইটত themes এৰ প্রভাব সম্পর্কে শিকাৰ এইটো এটা ভাল উপায়। ইয়াত পছন্দৰ ডিসাইন পাব পাৰে। |
10:21 | ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ অাহিছো। |
10:24 | সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো
|
10:45 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
10:54 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
11:00 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
11:08 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
11: 19 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |