Drupal/C3/Styling-a-Page-using-Themes/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Styling a Page using Themes এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম:themes ৰ পৰিচয়, themes বিছৰা আৰু মৌলিক theme ইনস্টল কৰা।
00:16 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি অাপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
00:30 আগেই উল্লেখ কৰিছো যে আমি যেনে বিছাৰো Drupal সাইট তেনে দেখাত হব পাৰে।
00:36 ইয়াত বিভিন্ন Drupal সাইটৰ পৰা বিভিন্ন ৰুপ আৰু ধৰণ আছে।
00:42 লক্ষ্য কৰক যে সেইবোৰ সম্পূর্ণ ভিন্ন।
00:45 এইটো Themes এৰ উপৰত নির্ভৰ ।
00:48 আপোনি যেনে বিছাৰে Themesএ ড্রুপালৰ সাইটক তেনে বনাব পাৰে।
00:51 Themes সম্পর্কে কিছু বিষয় মনত ৰাখিব লাগিব.
00:55 আমি কিছু ভিন্ন স্থানৰ পৰা Themes পাব পাৰি drupal.org ত বিনামূল্যৰ Themes আছে যাক Contributed Themes বোলে বা বিভিন্ন বিক্রতা পৰাও Theme কিনিব পাৰি।
01:11 বা আমি নিজস্ব Theme বনাব পাৰো যেনে Artisteer.com পৰা Artisteer যি স্ক্যাচৰ পৰা নির্মিত।
01:19 Contributed Themes, drupal.org/project/themes ত উপলব্ধ।
01:26 Block Regions, Theme দ্বাৰা নির্ধাৰিত হয়।
01:29 ওয়েবসাইটত কত Blocks ৰাখিব পাৰে, সেইতো theming প্রক্রিয়াৰ অংশ।
01:36 ইয়াত সঠিক স্থান নাথাকলে এইটো Theme ইস্যু Block ইস্যু নহয়।
01:42 এতিয়া Themesক অলপ ভালকে বুঝো।
01:46 drupal.org পৰা বিনামূল্যে কিছু চমত্কাৰ Themes পাব পাৰি।
01:51 drupal.org/projects/themes ত যাওক।
01:56 এতিয়া Drupal ত উপলব্ধ কিছু Themes দেখো।
02:01 Modules টিউটোৰিয়েল চাওক। আমি ব্যবহৃত Drupal সংস্কৰণৰ Core compatibility দ্বাৰা ফিল্টাৰ কৰিব লাগিব।
02:10 ইয়াত 2205 টা Themes আছে। Drupal 8 ত টিপিলে ইয়াৰ সংখ্যা অলপ কমি যায়।
02:18 টিউটোৰিয়েলটো ৰেকর্ডৰ পিছত নতুন থিম যোগ কৰি আপোনি অধিক সংখ্যা দেখিব পাৰে।
02:25 এতিয়া Themes বিছৰা আৰু মূল্যায়ন সম্পর্কে কও।
02:30 এইটো Modules এৰ অনুৰুপ।
02:33 আমি drupal.org ত আৰম্ভ কৰিম।
02:36 Core compatibility দ্বাৰা ফিল্টাৰ কৰিলে সিহত নিজেই Most Installed দ্বাৰা সৰ্ট হয়।
02:43 এই সময়ত Adaptive Theme হল এটা নম্বৰ।
02:46 আৰু Bootstrap হল দুই নম্বৰ।
02:50 Bootstrap ত টিপক।
02:53 Module টিউটোৰিয়েলৰ পৰা DMV চিত্রণ আকৌ এবাৰ কল কৰো? ইয়াত এইটো একেই বিষয়।
02:59 আগেই documentation পড়িব লাগিব।
03:02 তাৰপিছত Maintainers ত টিপক।
03:05 versions আৰু project informations চাওক।
03:08 ৰেকর্ডিং এৰ সমযত, এই বিশেষ Theme, Drupal 8 x 3.0 alpha 1 সংস্কৰণত থাকে।
03:16 তাতে development version ও আছে।
03:20 পিছত ইয়াত সেউজীয়া ৰঙত, Theme এৰ Drupal 8 সংস্কৰণ হব।
03:27 Contributed Theme এৰ বিভিন্ন ফ্লেভাৰ থাকিব পাৰে. তাতে 3 ধৰণৰ Themes আছে।
03:34 ইয়াত simple Contributed Theme থাকিব পাৰে যাক আপোনি কনফিগাৰ কৰিব পাৰে।
03:40 Bootstrap বা Zen এৰ মতে Starter Themes থাকিব পাৰে।
03:46 এইটোৱে আপোনাক ভিতৰত CSS ৰাখিবলৈ মাত্র এটা খালি স্ক্রিন আৰু গৌণ ফ্রেমওয়ার্ক দিয়ে।
03:52 বা Base Theme থাকিব পাৰে। এইটো Adaptive Theme এৰ মতে ইয়াৰ উপৰত থাকা অন্যান্য Sub-Themes ৰখা হয়।
04:02 কিন্তু ইয়াত সকলো নিয়ম একেই।
04:05 documentation চাওক। Maintainers আৰু versions ত চাওক।
04:11 এতিয়া Contributed Theme ইনস্টল কৰিম।
04:13 drupal.org/projects/zircon ত যাওক।
04:20 তলত স্ক্রোল কৰক। এইটো ভাল Theme, যাক বিশেষভাবে Drupal 7 আৰু 8 এৰ বাবে ডেভেলপ কৰা হৈছে।
04:28 এইটো বেশী সাইটত ব্যবহাৰ কৰা হোৱা নাই।
04:31 আমি এই থিম ব্যবহাৰ কৰিম কাৰণ এইটো বর্তমানে Drupal 8 এৰ বাবে প্রস্তুত।
04:37 tar.gz ত সো ক্লিক কৰি লিঙ্ক কপি কৰক। এইটো Modules ইনস্টল কৰাৰ অনুৰুপ। সাইটত উভতি যাও।
04:47 Appearance আৰু Install new theme ত টিপক।
04:52 আকৌ এবাৰ Modules এৰ মতে একেই প্রক্রিয়া।
04:56 URL পেস্ট কৰি Installত টিপক।
05:00 Theme ওয়েব সার্ভাৰত ডাউনলোড কৰা হয় আৰু এতিয়া এইটো ON কৰিবলৈ সক্ষম।
05:06 Install newly added themes ত টিপক।
05:09 তলত স্ক্রোল কৰক।
05:12 আপোনি Zircon দেখিব। A flexible, recolorable theme with many regions and a responsive mobile first layout.
05:21 Install and set as default ত টিপক।
05:25 এতিয়া এই পৰিচয়ৰ ভিডিওত শিকিছো যে -এক নম্বৰ নতুন Themes এৰ সংস্থাপন কন্টেন্টক নসলায় আৰু দুই নম্বৰ: Blocks এৰ স্থান সলাব লাগিব পাৰে।
05:38 এতিয়া settings ত দেখো।
05:42 Settings শব্দত টিপক।
05:45 Zircon ত নৰম্যাল TOGGLE DISPLAY আছে।
05:49 আৰু shortcut আইকন।
05:51 লোগো আপডেট কৰিব বিছাৰিলে Global settings ত যাওক।
05:56 LOGO IMAGE SETTINGS
05:59 Save টিপক।
06:02 সাইটত উভতি যাও।
06:04 এইটো Zircon - Drupal এৰ বাবে ফ্লেক্সিবল, ৰোবাস্ট আৰু বিশ্বব্যাপী বন্ধুত্বপূর্ণ Theme.
06:11 Structure আৰু Blocks ত যাওক।
06:15 Demonstrate block regions for Zircon ত টিপক।
06:19 ইয়াত কিছু Block regions দেখিম।
06:22 এটা Header region. Main menu , Main menu Block Region ত যাব লাগিব কাৰণ এইটো যথাযথ ফৰম্যাটিং পায়।
06:32 তাৰপিছত Slideshow region. যদি ইয়াত আপোনি View Slideshow ব্যবহাৰ কৰিছে।
06:37 এটা Featured block region,
06:39 Help, Sidebar First, Sidebar Second, Content
06:44 Panel First, Panel Second ক 1, 2, 3 আৰু 4 বোলে আৰু তাৰপিছত Footer region.
06:53 আমাৰ ডিফল্ট Theme পৰা কিছু regions উপলব্ধ নাই।
07:00 ইয়াত কি কৰিব লাগিব তাক চাও।
07:03 Header region ত অনেক বিষয় আছে। Footer region ত নির্ধাৰিত Powered by Drupal আৰু নাই।
07:14 আমি সেইটো Footer ত ৰাখিম।
07:17 এইটো অবিলম্বে Header পৰা মুছি যাব।
07:20 Header পৰা Status message অতৰুৱাই আৰু ম্যাসেজত ৰাখো।
07:26 আকৌ এবাৰ Footer ত গৈ Footer menu ৰাখো।
07:30 আমি Search, Site branding আৰু User account menu ক একেইভাবে এৰি দিও।
07:36 Primary menu ভুল জাগাত আছে কিন্তু এতিয়া এইটো দেখো।
07:42 Save blocks টিপক।
07:44 সাইটত উভতি যাও।
07:47 আমি দেখো যে Main menuক কতোও নাপাও. কাৰণ Primary menu এই Themeত বিদ্যমান নহয়।
07:55 সেয়ে আমি Main navigation লৈ Main menu ত পৰিবর্তন কৰো।
08:01 তলত স্ক্রোল কৰক। এইটো এবাৰ চাও।
08:05 Content এলাকাত, Help block আছে।
08:09 এইটোক Help ব্লকত ৰাখো।
08:12 Page title, Primary admin actions আৰু Page Tabs সকলো ঠিক আছে।
08:18 Sidebar first, Welcome to Drupalville, Book navigation, Recent Events Added আৰু Tools.
08:26 Tools menu লৈ Sidebar second ত ৰাখো। এইটোক আগতে কৰা নাছিলো।
08:34 ইয়াত চাৰিটা Panel region আছে যত আমি বিছৰা কিছু ৰাখিব পাৰো।
08:39 Save ত টিপক।
08:41 আমি কি কৰিছো তাক চাও।
08:44 এইটো এতিয়া বেশ ভাল।
08:47 menu ক Main menu block region ত ৰাখা হৈছে। CSS লৈ কিছু শেডিং আৰু কালাৰিং সহ এইটোক ভাল in-line menu বানোৱা হৈছে।
08:58 বাওফালে BOOK NAVIGATION, RECENTLY ADDED EVENTS
09:03 TOOLS হল সো ফালে, আকৌ এবাৰ Sidebar first আৰু Sidebar second.
09:10 আৰু সকলো কন্টেন্ট মাঝত।
09:12 কিছু বিষয় লক্ষ্য কৰক।
09:15 আমি themes সলাইছো। সকলো কিছু সলোৱা গৈছে মাত্ৰ কন্টেন্টৰ বাহিৰে।
09:20 আমি নতুন fonts, নতুন font styles, নতুন H3 tags, নতুন Block regions, layouts আৰু নতুন Footer area পাইছো।
09:31 ইয়াত মাত্ৰ কন্টেন্ট আৰু কন্টেন্টৰ layout পৰিবর্তন নহয়।
09:37 এইটোক সলাবলৈ, Panels বা Display fields ব্যবহাৰ কৰিব লাগিব। drupal.org পৰা add-on Modules পাব পাৰি।
09:48 Themes হল চমৎকাৰ. এইটো সচায়েই সহজ theme. আমি Drupal পৰা আৰো কিছু খুব জটিল themes পাব পাৰো।
09:58 drupal.org/projects/themes ত উভতি যাওক. ইয়াত উপলব্ধ কিছু Drupal 8 themes চাওক।
10:08 কিছু পছন্দৰ themes বিছাৰি তাক ইনস্টল কৰি আৰু ব্যবহাৰ কৰক।
10:13 সাইটত themes এৰ প্রভাব সম্পর্কে শিকাৰ এইটো এটা ভাল উপায়। ইয়াত পছন্দৰ ডিসাইন পাব পাৰে।
10:21 ইয়াৰ  সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ অাহিছো।
10:24 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো-themes এৰ পৰিচয়, themes বিছৰা আৰু মৌলিক theme ইনস্টল কৰা।
10:45 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
10:54 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
11:00 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
11:08 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
11:19 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi