Difference between revisions of "Drupal/C2/User-group-and-Entity-Reference/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| Border =1 | <center>Time</center> | <center>Narration</center> |- | 00:01 | User Group and Entity Reference ইয়াৰ টিউটোৰিয়েলত আপো...") |
|||
Line 5: | Line 5: | ||
|- | |- | ||
| 00:01 | | 00:01 | ||
− | | User Group and Entity Reference ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। | + | | নমস্কাৰ দৰ্শক সকল. User Group and Entity Reference ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
|- | |- |
Revision as of 17:31, 6 September 2016
|
|
00:01 | নমস্কাৰ দৰ্শক সকল. User Group and Entity Reference ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত User Group Content type বনোৱা |
00:11 | User Group ফীল্ড জোড়া আৰু Entity reference ইয়াৰ সৈতে Content types সংযোগ কৰা শিকিম। |
00:18 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
|
00:27 | আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে। |
00:32 | Events Content type মনত ৰাখক, যি আগৰ টিউটোৰিয়েলত বানইছিলো। |
00:38 | আমি আগেই পাঁচটা fields বনাইছিলো যাক দেখোৱা হৈছে। |
00:42 | Event Sponsor ফীল্ডক বনাবলৈ, আমি User Groups Content type বনাব লাগিব। |
00:48 | User Groups হল মানুহৰ গ্রুপ যোনে ইভেন্ট আয়োজন কৰিবলৈ একেসৈতে আহে। |
00:54 | যেনে Cincinnati User group, Drupal Mumbai group, Bangalore Drupal group ইত্যাদি। |
01:03 | প্রথমে User Groups কাগজত বনাও। |
01:07 | গ্রুপত website, contact person, তাৰ email আৰু তাৰ experience level হব পাৰে। |
01:15 | Drupal ত URL আৰু Email ইয়াৰ বাবে ডিফল্ট ফীল্ড আছে। সেয়ে এই field types চয়ন কৰিছো। |
01:23 | ব্যক্তিৰ নাম Name field দ্বাৰা ক্যাপচাৰ কৰা যাব পাৰে। কিন্তু এতিয়া আমি Text (plain) প্রয়োগ কৰিম। |
01:31 | ইউসাৰৰ অভিজ্ঞ তাৰ ধৰণ Beginner, Intermediate বা Advanced হব পাৰে। |
01:39 | এইটো লাগু কৰিবলৈ List (text) field type চয়ন কৰিম। |
01:45 | ইয়াতে অন্তিম field, এই গ্রুপ দ্বাৰা স্পন্সৰ সকলো ইভেন্টক ক্যাপচাৰ কৰিম। |
01:51 | ইয়াৰ বাবে, উপস্থিত Events Content type লিঙ্কত কৰিবলৈ Entity reference field ব্যবহাৰ কৰো। |
02:01 | User Groups Content type সেট কৰক। |
02:05 | Add content type ত টিপক। ইয়াৰ নাম User Groups দিয়ক। |
02:11 | লক্ষ্য কৰক Machine name হল user underscore groups. |
02:16 | Description ত লিখক - This is where we track the Drupal groups from around the world |
02:23 | Title field label ত, এইটোক User Group Name নাম দিও। |
02:29 | Events Content type ইয়াৰ মতে এইটোক সেট কৰো। |
02:35 | Publishing options ট্যাবত টিপক। |
02:38 | Default options ত,
|
02:48 | Display settings ট্যাবত টিপক। |
02:52 | তাৰপিছত Display author and date information বাক্স আনচেক কৰক। |
02:58 | শেষত Menu settings ট্যাবত টিপক আৰু Main navigation বাক্স আনচেক কৰক। |
03:05 | এবাৰ সেইটোক সেট কৰি দিলে তাৰপিছত তলত Save and manage fields বোতামত টিপিব পাৰি। |
03:13 | আমি Manage fields পৃষ্ঠাত আহিছো। |
03:17 | ইয়াত Body ত Label সলাওক। |
03:21 | Operations কলমৰ তলত Edit বোতামত টিপক। |
03:26 | Label ফীল্ডত, User Group Description লিখক আৰু তাৰ পিছত তলত Save settings বোতামত টিপক। |
03:36 | আমি উপৰত সেউজীয়া ৰঙত সাফল্য বার্তা দেখো। |
03:40 | Content type ইয়াৰ বাবে, মাত্ৰ 5টা fields সেট কৰিম। |
03:46 | আমি আগেই এটা field বনাইছো। আৰু এটা বনাও। |
03:52 | Add field বোতামত টিপক। |
03:55 | এইক্ষেত্রত আমি Reuse an existing field ড্রপ-ডাউনত টিপিম। |
04:02 | Link: field_event_ website ফীল্ড উপলব্ধ। |
04:08 | আমি এইটোক আগেই Event website নাম দিছো। |
04:13 | field ইয়াৰ পুনৰায় ব্যবহাৰ Drupal database ত tableক পুনৰায় ব্যবহাৰৰ অনুমতি দিয়ে। |
04:20 | এইটোক একেই field ইয়াৰ বাবে ভিন্ন সেটিংসক ভালকৈ ৰাখি কৰা হয়। |
04:25 | এইক্ষেত্রত, নতুন fieldক সেট কৰিবলৈ এইটো অধিক বোঝায়। |
04:30 | Add a new field ড্রপ ডাউনত Link field type চয়ন কৰক। |
04:35 | Label ত লিখক Group Website. |
04:39 | Save and continue ত টিপি Save field settingsত টিপক। |
04:45 | এতিয়া External links only চয়ন কৰিম, কাৰণ কোনো User Groups ইয়াৰ Drupalville ত কোনো পৃষ্ঠা নাই। |
04:54 | Save settings বোতামত টিপক। |
04:57 | আকৌ এবাৰ Add field ত টিপক। |
05:01 | এতিয়া contact person’s ইয়াৰ নামৰ বাবে Text field ব্যবহাৰ কৰিম। |
05:07 | Add a new field ড্রপ ডাউনত টিপি field type Text (plain) চয়ন কৰক। |
05:14 | Label ক Group Contact নাম দিয়ক। |
05:18 | Save and continue ত টিপি Save field settings ত টিপক। |
05:24 | তাৰ পিছত Save settings বোতামত টিপক। |
05:28 | আকৌ এবাৰ Add field বোতামত টিপক। এতিয়া ড্রপ ডাউনত Email field চয়ন কৰক। |
05:37 | Label ক Contact Email নাম দিও। Save and continue বোতামত টিপক। |
05:44 | Allowed number of valuesত, মাত্ৰ 1 বিছাৰো। Save field settings ত টিপক। |
05:52 | ইয়াতে আৰো কোনো সেটিংস নাই। সেয়ে তলত Save settings ত টিপিম। |
05:59 | আকৌ এবাৰ Add field বোতামত টিপক। |
06:03 | এতিয়া Field type ড্রপ ডাউনত List (text) বিকল্প চয়ন কৰক। |
06:09 | Label field ত Group Experience লিখি Save and continue বোতামত টিপক। |
06:16 | এই Field type সম্পর্কে দৰকাৰী তথ্য এই ম্যাসেজত দিয়া হৈছে। |
06:23 | These settings impact the way the data is stored in the database and cannot be changed once data has been created. |
06:32 | ইয়াৰ কাৰণেই আমি প্লানিংত জোৰ দিছো। |
06:37 | ইয়াত ভ্যালু জুড়ক - Beginner, Intermediate, Advanced আৰু Expert |
06:44 | User Group খুব সহজে, একৰ অধিক ভ্যালু তাত প্রযোজ্য কৰিব পাৰে। |
06:51 | Allowed number of values ত Limited ক Unlimited ত সলায় Save field settings ত টিপক। |
07:01 | এতিয়া Save settings ত টিপক। |
07:04 | ইয়াতে জুড়িবলৈ আৰু এটা field আছে যি হল Entity reference field. |
07:10 | এতিয়া শিকিম যে Entity Reference কি আৰু এইটোক কিভাবে বনায়। |
07:17 | ওয়েবসাইটত এটা কাম কৰিব বিছাৰো যি Events, User Groups দ্বাৰা আৰু User Groups, Events দ্বাৰা স্পন্সৰ হয়। |
07:28 | website ত এইটো সাধাৰণ বিষয় হয় যত দুটা পৃথক কন্টেন্টক লিঙ্ক কৰিব বিছাৰে. |
07:35 | Events, User Groups দ্বাৰা স্পন্সৰ। সেয়ে User Group ইয়াৰ তথ্য প্রতিটো কন্টেন্টৰ বাবে উপলব্ধ কৰাব বিছাৰো. |
07:45 | এইটোক সেট কৰো. Add fieldত টিপক। |
07:49 | আপোনি ডেটাবেস পার্সন হলে, এইটো ডেটাত many to many relationship হিসাবে চিনিব। |
07:57 | Add a new field ড্রপ ডাউনত টিপক। Reference ইয়াৰ তলত Content চয়ন কৰক। |
08:04 | Label ফীল্ডত Events Sponsored লিখি Save and continue ত টিপক। |
08:12 | ইয়াৰপিছত Type of item to reference চয়ন কৰিবলৈ কয়। |
08:17 | আপোনি ইয়াত অনেকবোৰ বিকল্প দেখে। |
08:21 | এইটোক খুব সহজে ৰাখিম - Content চয়ন কৰক। |
08:26 | Allowed number of values ত Unlimited চয়ন কৰক। |
08:31 | Save field settings ত টিপক। |
08:34 | ইয়াতে Settings পৃষ্ঠাত আমি চয়ন কৰিম যি Content types User Groups দ্বাৰা ৰেফাৰেন্স কৰা হয়। |
08:42 | ইয়াতে Events Content type ৰেফাৰেন্স কৰিছো। |
08:46 | ইয়াতে এটা ইভেন্ট জুড়ালে, ইভেন্ট স্পষ্ট হব যেতিয়া Events title লেখা আৰম্ভ কৰিম। |
08:55 | এইভাবে, নিশ্চিত কৰিব লাগিব ইয়াতে সঠিক Content Type চয়ন কৰিছো। |
09:01 | Events চয়ন কৰি Save settings ত টিপক। |
09:05 | এতিয়া আমি Events Content type ত একেইভাবে কৰিব লাগিব। |
09:10 | Structure ত টিপক আৰু ইয়াতে bread crumbs ত Content types ত টিপক। |
09:16 | Events Content type ইয়াৰ বাবে Manage fields চয়ন কৰক। |
09:21 | আৰু এটা field জুড়ক। Add a new field ড্রপ ডাউনত Content চয়ন কৰক। |
09:28 | Label ফীল্ডত লিখক Event Sponsors |
09:32 | Save and continue ত টিপক। |
09:34 | Allowed number of values সলাওক। Unlimited চয়ন কৰক। |
09:39 | ইয়াৰ কাৰণ হল একৰ অধিক User Groupএ ইভেন্ট স্পন্সৰ কৰিব পাৰে। Save field settings ত টিপক। |
09:48 | REFERENCE TYPE ত User groups চয়ন কৰক। |
09:53 | এইটোক আকৌ এবাৰ কাৰণ Events Sponsors ফীল্ডৰ বাবে User Groups ৰেফাৰেন্স কৰিছো। |
09:59 | Save settings ত টিপক। |
10:01 | এতিয়া এইটোৱে সেই দুটা Content Type ক একেসৈতে many to many relationship ত লিঙ্ক কৰে। |
10:08 | এইটো events sponsors আৰু কোন User Group দ্বাৰা Eventsক স্পন্সৰ কৰা হৈছে তাৰ উপৰত নির্ভৰশীল। |
10:16 | ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষিপ্তকৰণ কৰো। |
10:22 | এই টিউটোৰিয়েলত User Group Content type বনোৱা |
10:28 | User Group ফীল্ডস জোড়া আৰু Entity reference ইয়াৰ সৈতে Content types সংযোগ কৰা শিকিছো। |
10:40 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
10:51 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
10:58 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
11:07 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
11:21 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |