Drupal/C2/User-group-and-Entity-Reference/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ দৰ্শক সকল. User Group and Entity Reference ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত User Group Content type বনোৱা
00:11 User Group ফীল্ড জোড়া আৰু Entity reference ইয়াৰ সৈতে Content types সংযোগ কৰা শিকিম।
00:18 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো

উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।

00:27 আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
00:32 Events Content type মনত ৰাখক, যি আগৰ টিউটোৰিয়েলত বানইছিলো।
00:38 আমি আগেই পাঁচটা fields বনাইছিলো যাক দেখোৱা হৈছে।
00:42 Event Sponsor ফীল্ডক বনাবলৈ, আমি User Groups Content type বনাব লাগিব।
00:48 User Groups হল মানুহৰ গ্রুপ যোনে ইভেন্ট আয়োজন কৰিবলৈ একেসৈতে আহে।
00:54 যেনে Cincinnati User group, Drupal Mumbai group, Bangalore Drupal group ইত্যাদি।
01:03 প্রথমে User Groups কাগজত বনাও।
01:07 গ্রুপত website, contact person, তাৰ email আৰু তাৰ experience level হব পাৰে।
01:15 Drupal ত URL আৰু Email ইয়াৰ বাবে ডিফল্ট ফীল্ড আছে। সেয়ে এই field types চয়ন কৰিছো।
01:23 ব্যক্তিৰ নাম Name field দ্বাৰা ক্যাপচাৰ কৰা যাব পাৰে। কিন্তু এতিয়া আমি Text (plain) প্রয়োগ কৰিম।
01:31 ইউসাৰৰ অভিজ্ঞ তাৰ ধৰণ Beginner, Intermediate বা Advanced হব পাৰে।
01:39 এইটো লাগু কৰিবলৈ List (text) field type চয়ন কৰিম।
01:45 ইয়াতে অন্তিম field, এই গ্রুপ দ্বাৰা স্পন্সৰ সকলো ইভেন্টক ক্যাপচাৰ কৰিম।
01:51 ইয়াৰ বাবে, উপস্থিত Events Content type লিঙ্কত কৰিবলৈ Entity reference field ব্যবহাৰ কৰো।
02:01 User Groups Content type সেট কৰক।
02:05 Add content type ত টিপক। ইয়াৰ নাম User Groups দিয়ক।
02:11 লক্ষ্য কৰক Machine name হল user underscore groups.
02:16 Description ত লিখক - This is where we track the Drupal groups from around the world
02:23 Title field label ত, এইটোক User Group Name নাম দিও।
02:29 Events Content type ইয়াৰ মতে এইটোক সেট কৰো।
02:35 Publishing options ট্যাবত টিপক।
02:38 Default options ত,

Create new revision, Published আৰু Promoted to front page চেক কৰক।

02:48 Display settings ট্যাবত টিপক।
02:52 তাৰপিছত Display author and date information বাক্স আনচেক কৰক।
02:58 শেষত Menu settings ট্যাবত টিপক আৰু Main navigation বাক্স আনচেক কৰক।
03:05 এবাৰ সেইটোক সেট কৰি দিলে তাৰপিছত তলত Save and manage fields বোতামত টিপিব পাৰি।
03:13 আমি Manage fields পৃষ্ঠাত আহিছো।
03:17 ইয়াত Body ত Label সলাওক।
03:21 Operations কলমৰ তলত Edit বোতামত টিপক।
03:26 Label ফীল্ডত, User Group Description লিখক আৰু তাৰ পিছত তলত Save settings বোতামত টিপক।
03:36 আমি উপৰত সেউজীয়া ৰঙত সাফল্য বার্তা দেখো।
03:40 Content type ইয়াৰ বাবে, মাত্ৰ 5টা fields সেট কৰিম।
03:46 আমি আগেই এটা field বনাইছো। আৰু এটা বনাও।
03:52 Add field বোতামত টিপক।
03:55 এইক্ষেত্রত আমি Reuse an existing field ড্রপ-ডাউনত টিপিম।
04:02 Link: field_event_ website ফীল্ড উপলব্ধ।
04:08 আমি এইটোক আগেই Event website নাম দিছো।
04:13 field ইয়াৰ পুনৰায় ব্যবহাৰ Drupal database ত tableক পুনৰায় ব্যবহাৰৰ অনুমতি দিয়ে।
04:20 এইটোক একেই field ইয়াৰ বাবে ভিন্ন সেটিংসক ভালকৈ ৰাখি কৰা হয়।
04:25 এইক্ষেত্রত, নতুন fieldক সেট কৰিবলৈ এইটো অধিক বোঝায়।
04:30 Add a new field ড্রপ ডাউনত Link field type চয়ন কৰক।
04:35 Label ত লিখক Group Website.
04:39 Save and continue ত টিপি Save field settingsত টিপক।
04:45 এতিয়া External links only চয়ন কৰিম, কাৰণ কোনো User Groups ইয়াৰ Drupalville ত কোনো পৃষ্ঠা নাই।
04:54 Save settings বোতামত টিপক।
04:57 আকৌ এবাৰ Add field ত টিপক।
05:01 এতিয়া contact person’s ইয়াৰ নামৰ বাবে Text field ব্যবহাৰ কৰিম।
05:07 Add a new field ড্রপ ডাউনত টিপি field type Text (plain) চয়ন কৰক।
05:14 Label ক Group Contact নাম দিয়ক।
05:18 Save and continue ত টিপি Save field settings ত টিপক।
05:24 তাৰ পিছত Save settings বোতামত টিপক।
05:28 আকৌ এবাৰ Add field বোতামত টিপক। এতিয়া ড্রপ ডাউনত Email field চয়ন কৰক।
05:37 Label ক Contact Email নাম দিও। Save and continue বোতামত টিপক।
05:44 Allowed number of valuesত, মাত্ৰ 1 বিছাৰো। Save field settings ত টিপক।
05:52 ইয়াতে আৰো কোনো সেটিংস নাই। সেয়ে তলত Save settings ত টিপিম।
05:59 আকৌ এবাৰ Add field বোতামত টিপক।
06:03 এতিয়া Field type ড্রপ ডাউনত List (text) বিকল্প চয়ন কৰক।
06:09 Label field ত Group Experience লিখি Save and continue বোতামত টিপক।
06:16 এই Field type সম্পর্কে দৰকাৰী তথ্য এই ম্যাসেজত দিয়া হৈছে।
06:23 These settings impact the way the data is stored in the database and cannot be changed once data has been created.
06:32 ইয়াৰ কাৰণেই আমি প্লানিংত জোৰ দিছো।
06:37 ইয়াত ভ্যালু জুড়ক - Beginner, Intermediate, Advanced আৰু Expert
06:44 User Group খুব সহজে, একৰ অধিক ভ্যালু তাত প্রযোজ্য কৰিব পাৰে।
06:51 Allowed number of values ত Limited ক Unlimited ত সলায় Save field settings ত টিপক।
07:01 এতিয়া Save settings ত টিপক।
07:04 ইয়াতে জুড়িবলৈ আৰু এটা field আছে যি হল Entity reference field.
07:10 এতিয়া শিকিম যে Entity Reference কি আৰু এইটোক কিভাবে বনায়।
07:17 ওয়েবসাইটত এটা কাম কৰিব বিছাৰো যি Events, User Groups দ্বাৰা আৰু User Groups, Events দ্বাৰা স্পন্সৰ হয়।
07:28 website ত এইটো সাধাৰণ বিষয় হয় যত দুটা পৃথক কন্টেন্টক লিঙ্ক কৰিব বিছাৰে.
07:35 Events, User Groups দ্বাৰা স্পন্সৰ। সেয়ে User Group ইয়াৰ তথ্য প্রতিটো কন্টেন্টৰ বাবে উপলব্ধ কৰাব বিছাৰো.
07:45 এইটোক সেট কৰো. Add fieldত টিপক।
07:49 আপোনি ডেটাবেস পার্সন হলে, এইটো ডেটাত many to many relationship হিসাবে চিনিব।
07:57 Add a new field ড্রপ ডাউনত টিপক। Reference ইয়াৰ তলত Content চয়ন কৰক।
08:04 Label ফীল্ডত Events Sponsored লিখি Save and continue ত টিপক।
08:12 ইয়াৰপিছত Type of item to reference চয়ন কৰিবলৈ কয়।
08:17 আপোনি ইয়াত অনেকবোৰ বিকল্প দেখে।
08:21 এইটোক খুব সহজে ৰাখিম - Content চয়ন কৰক।
08:26 Allowed number of values ত Unlimited চয়ন কৰক।
08:31 Save field settings ত টিপক।
08:34 ইয়াতে Settings পৃষ্ঠাত আমি চয়ন কৰিম যি Content types User Groups দ্বাৰা ৰেফাৰেন্স কৰা হয়।
08:42 ইয়াতে Events Content type ৰেফাৰেন্স কৰিছো।
08:46 ইয়াতে এটা ইভেন্ট জুড়ালে, ইভেন্ট স্পষ্ট হব যেতিয়া Events title লেখা আৰম্ভ কৰিম।
08:55 এইভাবে, নিশ্চিত কৰিব লাগিব ইয়াতে সঠিক Content Type চয়ন কৰিছো।
09:01 Events চয়ন কৰি Save settings ত টিপক।
09:05 এতিয়া আমি Events Content type ত একেইভাবে কৰিব লাগিব।
09:10 Structure ত টিপক আৰু ইয়াতে bread crumbs ত Content types ত টিপক।
09:16 Events Content type ইয়াৰ বাবে Manage fields চয়ন কৰক।
09:21 আৰু এটা field জুড়ক। Add a new field ড্রপ ডাউনত Content চয়ন কৰক।
09:28 Label ফীল্ডত লিখক Event Sponsors
09:32 Save and continue ত টিপক।
09:34 Allowed number of values সলাওক। Unlimited চয়ন কৰক।
09:39 ইয়াৰ কাৰণ হল একৰ অধিক User Groupএ ইভেন্ট স্পন্সৰ কৰিব পাৰে। Save field settings ত টিপক।
09:48 REFERENCE TYPE ত User groups চয়ন কৰক।
09:53 এইটোক আকৌ এবাৰ কাৰণ Events Sponsors ফীল্ডৰ বাবে User Groups ৰেফাৰেন্স কৰিছো।
09:59 Save settings ত টিপক।
10:01 এতিয়া এইটোৱে সেই দুটা Content Type ক একেসৈতে many to many relationship ত লিঙ্ক কৰে।
10:08 এইটো events sponsors আৰু কোন User Group দ্বাৰা Eventsক স্পন্সৰ কৰা হৈছে তাৰ উপৰত নির্ভৰশীল।
10:16 ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষিপ্তকৰণ কৰো।
10:22 এই টিউটোৰিয়েলত User Group Content type বনোৱা
10:28 User Group ফীল্ডস জোড়া আৰু Entity reference ইয়াৰ সৈতে Content types সংযোগ কৰা শিকিছো।
10:40 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
10:51 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
10:58 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
11:07 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
11:21 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi