Difference between revisions of "Ruby/C3/Object-Oriented-Programming-Methods/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|Border = 1 ||'''Time''' ||'''Narration''' |- ||00:01 ||Ruby ত Object Oriented Programming Methods এৰ টিউটৰিয়েলত আপোনাক স্বা...")
 
 
Line 5: Line 5:
 
|-
 
|-
 
||00:01
 
||00:01
||Ruby ত Object Oriented Programming Methods এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
+
||নমস্কাৰ দৰ্শক সকল. Ruby ত Object Oriented Programming Methods এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
  
 
|-  
 
|-  
Line 450: Line 450:
 
|-
 
|-
 
||09:03
 
||09:03
||আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।
+
||আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Latest revision as of 11:42, 17 August 2016

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Ruby ত Object Oriented Programming Methods এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটৰিয়েলত আমি ব্যবহাৰ কৰা শিকিম:
00:09 ইনস্ট্যান্স মেথড
00:11 ক্লাস মেথড
00:14 অ্যাক্সেসৰ মেথড
00:15 ইয়াত আমি ব্যবহৃত কৰিছো উবুন্টু সংস্কৰণ 12.04
00:19 Ruby1.9.3
00:22 টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ কার্যকৰ ইন্টাৰনেট সংযোগ প্রয়োজন।
00:27 আপোনি লিনাক্স কমান্ড, টার্মিনাল আৰু টেক্সট এডিটৰ সম্পর্কে জানা দৰকাৰ।
00:31 নহলে প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক।
00:36 আৰম্ভ কৰাৰ পূর্বে, পূর্বে নির্মিত “ttt” ডাইৰেক্টৰি পুনৰায় কল কৰো।
00:41 সেই ডাইৰেক্টৰিত যাও।
00:44 তাৰপিছত ৰুবি টিউটৰিয়েলত।
00:47 oop-methods নামৰ এটা ডাইৰেক্টৰি তৈয়াৰ কৰক আৰু এইটোত cd ৰাখক।
00:54 ইনস্ট্যান্স মেথড কি?
00:56 ইনস্ট্যান্স মেথড সেই মেথড হয় যি ক্লাসৰ সকলো ইনস্ট্যান্সত উপলব্ধ।
01:03 পূর্বে আমি শিকিছো যে ক্লাসৰ অবজেক্ট বা ইনস্ট্যান্স কিভাবে তৈয়াৰ কৰে।
01:09 বেসিক লেভেল ৰুবি টিউটৰিয়েলত প্রদর্শিত geditত এটা নতুন ফাইল তৈয়াৰ কৰক।
01:14 ইয়াৰ নাম দিয়ক instance_methods.rb
01:19 আমাৰ উচৰত ইনস্ট্যান্স মেথড বাস্তবায়নৰ এটা উদাহৰণ আছে।
01:24 আপোনি টিউটৰিয়েল ৰখাব পাৰে আৰু পিছত কোড লিখিব পাৰে।
01:29 আমি এই উদাহৰণত Product নামৰ ক্লাস সঙ্গায়িত কৰিছো।
01:33 মই ইনস্ট্যান্স ভ্যাৰিয়েবল "name" আৰু "price" ইনিসিয়েলাইজ কৰিবলৈ initialize মেথড কল কৰো।
01:41 লগতে "name" আৰু "price" নামৰ ইনস্ট্যান্স মেথড সঙ্গায়িত কৰিছো।
01:47 তাৰ প্রত্যেকটো যথাক্রমে "name" আৰু "price" ইনস্ট্যান্স ভ্যাৰিয়েবলক উভতাই দিয়ে।
01:54 ইনস্ট্যান্স মেথড এটা স্বাভাবিক মেথডৰ নিচিনা সংজ্ঞায়িত হৈছে।
01:58 ইয়াৰ আগত আমি ৰুবিত methods তৈয়াৰ কৰা শিকিছো।
02:02 শীঘ্রেই, এই মেথডত সকলো ইনস্ট্যান্সত কিভাবে উপলব্ধ তাক চাও।
02:07 এতিয়া আমাৰ উচৰত থকা যুক্তি(logic) সম্পাদন কৰো।
02:11 ইয়াত, মই এটা প্রোডাক্ট অবজেক্টক ইনিসিয়েলাইজ কৰি তাৰ নাম product_object_1 দিছো.
02:18 মই এইটোক name ভ্যালু দি  আৰু price ভ্যালু হিসাবে ইনিসিয়েলাইজ কৰিছো।
02:24 ইনিসিয়েলাইজৰ ব্লকে ভ্যালুক ইনস্ট্যান্স ভ্যাৰিয়েবল @name আৰু @price ত পাস কৰে।
02:31 এতিয়া, এই প্রোডাক্ট ইনস্ট্যান্স বা অবজেক্টে ইনস্ট্যান্স মেথড name আৰু price ব্যবহাৰ কৰিব পাৰে।
02:37 এই পদ্ধতিক ইন্ভোক কৰাত, আমি ইনস্ট্যান্স ভ্যাৰিয়েবলত সংৰক্ষিত মান পাও।
02:43 এতিয়া এই কোডটোক এক্সিকিউট কৰো।
02:46 টার্মিনেলত যাওক আৰু লিখক ruby instance_methods.rb আৰু আউটপুট চাবলৈ এন্টাৰ টিপক।
02:56 আপোনি দেখিব পাৰে যে এইটোৱে অবজেক্টৰ সৈতে ইনিসিয়েলায়জ কৰা মানক প্রিন্ট কৰিব।
03:02 যেনে, ল্যাপটপ আৰু 35,000.
03:07 ইয়াৰপিছত, অন্য ইনস্ট্যান্স বা অবজেক্টক ইনিসিয়েলাইজ কৰক।
03:12 এই অবজেক্টৰ নাম দিয়ক product_object_2.
03:18 এইবাৰ, name আৰু price ৰ বাবে ভিন্ন সেটৰ মান দিয়ক।
03:23 এতিয়া এই অবজেক্টৰ বাবে "name" আৰু "price"  ইনস্ট্যান্স মেথড কল কৰো।
03:35 ইয়াৰ পিছত টার্মিনেললৈ উভতি যাও আৰু আগৰ মতেই কোড এক্সিকিউট কৰো।
03:41 আপোনি লক্ষ্য কৰিব যে এইটোৱে সফলভাবে এক্সিকিউট কৰে আৰু এইটোৱে নতুন মানক প্রিন্ট কৰে।
03:48 এইটোৱে প্রমান কৰে যে ইনস্ট্যান্স মেথড ক্লাস প্রোডাক্টৰ সকলো অবজেক্টত উপলব্ধ আছে।
03:55 এতিয়া আপোনি নিজৰ ইনস্ট্যান্স মেথড লিখিবলৈ সক্ষম হোৱা উচিত।
03:59 ইয়াৰপিছত চাও যে ক্লাস মেথড কি।
04:04 Class মেথডস হল সেই মেথড যি মাত্র ক্লাসত উপলব্ধ হয়।
04:09 এই মেথডসবোৰ  ক্লাসৰ ইনস্ট্যান্সত উপলব্ধ নহয়।
04:14 আপোনি  ক্লাস মেথডসক ভিন্ন উপায়েৰে সঙ্গায়িত কৰিব পাৰে।
04:16 এটা উদাহৰণ চাও।
04:18 বেসিক লেভেল ৰুবি টিউটৰিয়েলত প্রদর্শিত gedit ত এটা নতুন ফাইল তৈয়াৰ কৰক।
04:24 ইয়াৰ নাম দিয়ক class_methods.rb
04:28 মোৰ উচৰত  ক্লাস মেথডসৰ কার্য উদাহৰণ আছে।
04:32 আপোনি টিউটৰিয়েলটো ৰখাই এই কোডটো লিখিব পাৰে।
04:36 মই আগৰ মতেই এটা প্রোডাক্ট ক্লাস সঙ্গায়িত কৰিছো।
04:40 মই আগৰ মতেই এটা ইনিসিয়েলাইজৰক কল কৰিছো।
04:44 যদিও, এই সময়ত মই description নামৰ এটা অতিৰিক্ত আর্গুমেন্ট যোগ কৰিছো।
04:48 মই ইনস্ট্যান্স ভ্যাৰিয়েবলৰ নিচিনা ভ্যালুক ধৰি ৰাখিবলৈ আগৰ ক্লাস ভ্যাৰিয়েবলও ব্যবহাৰ কৰিছো।
04:55 এই ক্লাসে আপোনাক ক্লাস মেথড সঙ্গায়িত কৰাৰ 3 টা বিভিন্ন উপায় প্রদর্শন কৰিব।
05:01 name ৰ বাবে ক্লাস মেথড ডিক্লাৰেশন চাওক।
05:06 ইয়াত, এইটোক  ক্লাস নেম Product ব্যবহাৰ কৰি সংজ্ঞায়িত কৰা হৈছে।
05:10 তাৰপিছত, দ্বিতীয়  ক্লাস মেথড ডিক্লাৰেশন চাওক।
05:14 ইয়াত মই self কীওয়ার্ড ব্যবহাৰ কৰিছো।
05:18 ইয়াৰ পিছত,  ক্লাস মেথডস সঙ্গায়িত কৰাৰ তৃতীয় উপায় চাওক।
05:23 এতিয়া এই ক্লাস মেথডস সম্পাদন কৰো।
05:27 প্রথমে আগৰ মতে Product এৰ অবজেক্ট এটা ইনিসিয়েলাইজ কৰো।
05:32 এই সময়ত আমি বর্ণনৰ(description) বাবে এটা মান ও প্রদান কৰিছো।
05:37 এতিয়া ইয়াত দেখোৱাৰ দৰে  ক্লাস মেথডস ইন্ভোক কৰো।
05:42 এতিয়া, কোডক এক্সিকিউট কৰি আৰু আউটপুট চাও।
05:47 টার্মিনেলত যাওক আৰু আগৰ মতেই কোডক এক্সিকিউট কৰক।
05:54 আপোনি লক্ষ্য কৰিব যে এইটোৱে নাম, প্রাইস আৰু ডেসক্রিপশনৰ মান প্রিন্ট কৰে।
05:59 এতিয়া আপোনি আপোনাৰ নিজৰ ক্লাস মেথডস লিখিবলৈ সক্ষম হব।
06:03 ইয়াৰ পিছত আমি accessor মেথডস কি চাম।
06:07 ৰুবিয়ে ক্লাসত সংজ্ঞায়িত ডেটা অ্যাক্সেস কৰিবলৈ accessor মেথডস ব্যবহাৰ কৰে।
06:13 accessor মেথডস, setter মেথডস আৰু getter মেথডস দ্বাৰা নির্মিত।
06:18 setter মেথডসে ভ্যালু সেট কৰে।
06:22 Getter methodএ সেই ভ্যালুক প্রাপ্ত কৰে।
06:24 ৰুবিয়ে এই মেথড ঘোষিত কৰিবলৈ attr_accessor শব্দ ব্যবহাৰ কৰে।
06:31 এতিয়া accessor মেথডস এৰ উদাহৰণ চাও।
06:35 বেসিক লেভেল ৰুবি টিউটৰিয়েলত প্রদর্শিত geditত এটা নতুন ফাইল তৈয়াৰ কৰক।
06:39 ইয়াৰ নাম দিয়ক accessor_methods.rb
06:43 মোৰ উচৰত accessor মেথডস সম্পাদনৰ কার্যৰত উদাহৰণ আছে।
06:47 আপোনি টিউটৰিয়েল ৰখাই কোড লিখি যাব পাৰে।
06:52 মই এই উদাহৰণত, Product নামৰ এটা ক্লাস সঙ্গায়িত কৰিছো।
06:56 মই name আৰু price এৰ বাবে attr_accessor ঘোষিত কৰিছো।
07:01 এইটোৱে যি এই ধৰনৰ মেথডস ব্যবহাৰ কৰাৰ প্রয়োজনীয় উপায় হয়।
07:05 এতিয়া এইটোক ক্রিয়াত কৰা যাওক।
07:07 মই এটা Product অবজেক্ট ইনিসিয়েলাইজ কৰিছো।
07:10 তাৰপিছত, মই Product অবজেক্টৰ নাম আৰু প্রাইস সেট কৰিছো।
07:14 এইটো সম্ভব কাৰণ Attr_declaration, ডিফল্টৰুপে, মান নির্ধাৰণৰ বাবে মেথডস তৈয়াৰ কৰে।
07:22 name আৰু price এৰ বাবে getter মেথডস ব্যবহাৰ কৰি তাৰপিছত মান প্রিন্ট কৰাৰ চেষ্টা কৰিছো।
07:28 এই getter মেথডস ও attr_accessor ঘোষিত কৰি উত্পন্ন কৰা হৈছে।
07:35 এতিয়া আগৰ মতেই কোড এক্সিকিউট কৰো।
07:40 আপোনি লক্ষ্য কৰিব যে এইটোৱে সেট কৰা মানক প্রিন্ট কৰে।
07:44 এতিয়া, আপোনি আপোনাৰ নিজৰ accessor মেথড লিখিবলৈ সক্ষম হব।
07:50 উল্লেখ্য যে accessor মেথড ডিফল্টৰুপে ইনস্ট্যান্স মেথডস হয়।
07:55 এইভাবে সেইবোৰ Product ক্লাসৰ ভিন্ন ইনস্ট্যান্সৰ দ্বাৰা এক্সেস কৰা যাব পাৰে।
08:00 এই টিউটৰিয়েলত আমি শিকিছো: ইনস্ট্যান্স মেথডস, ক্লাস মেথডস আৰু অ্যাক্সেসৰ মেথডস।
08:06 নির্দেশিত কাম হিসাবে: Temperature নামৰ ক্লাসক সঙ্গায়িত কৰক।
08:10 ৰুবিৰ অ্যাক্সেসৰ মেথড সিনট্যাক্স ব্যবহাৰ কৰি এটা ইনস্ট্যান্স মেথড লিখক ।
08:15 এই মেথডে প্রদত্ত ফাৰেনহাইটৰ বাবে সেলসিয়াস নিৰুপণ কৰা উচিত।
08:20 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
08:23 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
08:26 ভাল ব্যান্ডউইডথ না থাকলে ভিডিওটি ডাউনলোড কৰেচাওক।
08:30 স্পোকেন টিউটৰিয়েল প্রকল্প দল
08:31 কর্মশালাৰ আয়োজন কৰে।
08:34 অনলাইন পরীক্ষা পাস কৰলে প্রশংসাপত্র দেয়।
08:38 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org তে ইমেল কৰক।
08:44 স্পোকেন টিউটৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পেৰ অংশবিশেষ।
08:48 এটি ভাৰত সৰকাৰেৰ ICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
08:55 এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কে প্রাপ্তিসাধ্য, spoken hyphen tutorial dot org slash NMEICT hyphen Intro
09:03 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi