Ruby/C3/Object-Oriented-Programming-Methods/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Ruby ত Object Oriented Programming Methods এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |
| 00:07 | এই টিউটৰিয়েলত আমি ব্যবহাৰ কৰা শিকিম: |
| 00:09 | ইনস্ট্যান্স মেথড |
| 00:11 | ক্লাস মেথড |
| 00:14 | অ্যাক্সেসৰ মেথড |
| 00:15 | ইয়াত আমি ব্যবহৃত কৰিছো উবুন্টু সংস্কৰণ 12.04 |
| 00:19 | Ruby1.9.3 |
| 00:22 | টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ কার্যকৰ ইন্টাৰনেট সংযোগ প্রয়োজন। |
| 00:27 | আপোনি লিনাক্স কমান্ড, টার্মিনাল আৰু টেক্সট এডিটৰ সম্পর্কে জানা দৰকাৰ। |
| 00:31 | নহলে প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক। |
| 00:36 | আৰম্ভ কৰাৰ পূর্বে, পূর্বে নির্মিত “ttt” ডাইৰেক্টৰি পুনৰায় কল কৰো। |
| 00:41 | সেই ডাইৰেক্টৰিত যাও। |
| 00:44 | তাৰপিছত ৰুবি টিউটৰিয়েলত। |
| 00:47 | oop-methods নামৰ এটা ডাইৰেক্টৰি তৈয়াৰ কৰক আৰু এইটোত cd ৰাখক। |
| 00:54 | ইনস্ট্যান্স মেথড কি? |
| 00:56 | ইনস্ট্যান্স মেথড সেই মেথড হয় যি ক্লাসৰ সকলো ইনস্ট্যান্সত উপলব্ধ। |
| 01:03 | পূর্বে আমি শিকিছো যে ক্লাসৰ অবজেক্ট বা ইনস্ট্যান্স কিভাবে তৈয়াৰ কৰে। |
| 01:09 | বেসিক লেভেল ৰুবি টিউটৰিয়েলত প্রদর্শিত geditত এটা নতুন ফাইল তৈয়াৰ কৰক। |
| 01:14 | ইয়াৰ নাম দিয়ক instance_methods.rb |
| 01:19 | আমাৰ উচৰত ইনস্ট্যান্স মেথড বাস্তবায়নৰ এটা উদাহৰণ আছে। |
| 01:24 | আপোনি টিউটৰিয়েল ৰখাব পাৰে আৰু পিছত কোড লিখিব পাৰে। |
| 01:29 | আমি এই উদাহৰণত Product নামৰ ক্লাস সঙ্গায়িত কৰিছো। |
| 01:33 | মই ইনস্ট্যান্স ভ্যাৰিয়েবল "name" আৰু "price" ইনিসিয়েলাইজ কৰিবলৈ initialize মেথড কল কৰো। |
| 01:41 | লগতে "name" আৰু "price" নামৰ ইনস্ট্যান্স মেথড সঙ্গায়িত কৰিছো। |
| 01:47 | তাৰ প্রত্যেকটো যথাক্রমে "name" আৰু "price" ইনস্ট্যান্স ভ্যাৰিয়েবলক উভতাই দিয়ে। |
| 01:54 | ইনস্ট্যান্স মেথড এটা স্বাভাবিক মেথডৰ নিচিনা সংজ্ঞায়িত হৈছে। |
| 01:58 | ইয়াৰ আগত আমি ৰুবিত methods তৈয়াৰ কৰা শিকিছো। |
| 02:02 | শীঘ্রেই, এই মেথডত সকলো ইনস্ট্যান্সত কিভাবে উপলব্ধ তাক চাও। |
| 02:07 | এতিয়া আমাৰ উচৰত থকা যুক্তি(logic) সম্পাদন কৰো। |
| 02:11 | ইয়াত, মই এটা প্রোডাক্ট অবজেক্টক ইনিসিয়েলাইজ কৰি তাৰ নাম product_object_1 দিছো. |
| 02:18 | মই এইটোক name ভ্যালু দি আৰু price ভ্যালু হিসাবে ইনিসিয়েলাইজ কৰিছো। |
| 02:24 | ইনিসিয়েলাইজৰ ব্লকে ভ্যালুক ইনস্ট্যান্স ভ্যাৰিয়েবল @name আৰু @price ত পাস কৰে। |
| 02:31 | এতিয়া, এই প্রোডাক্ট ইনস্ট্যান্স বা অবজেক্টে ইনস্ট্যান্স মেথড name আৰু price ব্যবহাৰ কৰিব পাৰে। |
| 02:37 | এই পদ্ধতিক ইন্ভোক কৰাত, আমি ইনস্ট্যান্স ভ্যাৰিয়েবলত সংৰক্ষিত মান পাও। |
| 02:43 | এতিয়া এই কোডটোক এক্সিকিউট কৰো। |
| 02:46 | টার্মিনেলত যাওক আৰু লিখক ruby instance_methods.rb আৰু আউটপুট চাবলৈ এন্টাৰ টিপক। |
| 02:56 | আপোনি দেখিব পাৰে যে এইটোৱে অবজেক্টৰ সৈতে ইনিসিয়েলায়জ কৰা মানক প্রিন্ট কৰিব। |
| 03:02 | যেনে, ল্যাপটপ আৰু 35,000. |
| 03:07 | ইয়াৰপিছত, অন্য ইনস্ট্যান্স বা অবজেক্টক ইনিসিয়েলাইজ কৰক। |
| 03:12 | এই অবজেক্টৰ নাম দিয়ক product_object_2. |
| 03:18 | এইবাৰ, name আৰু price ৰ বাবে ভিন্ন সেটৰ মান দিয়ক। |
| 03:23 | এতিয়া এই অবজেক্টৰ বাবে "name" আৰু "price" ইনস্ট্যান্স মেথড কল কৰো। |
| 03:35 | ইয়াৰ পিছত টার্মিনেললৈ উভতি যাও আৰু আগৰ মতেই কোড এক্সিকিউট কৰো। |
| 03:41 | আপোনি লক্ষ্য কৰিব যে এইটোৱে সফলভাবে এক্সিকিউট কৰে আৰু এইটোৱে নতুন মানক প্রিন্ট কৰে। |
| 03:48 | এইটোৱে প্রমান কৰে যে ইনস্ট্যান্স মেথড ক্লাস প্রোডাক্টৰ সকলো অবজেক্টত উপলব্ধ আছে। |
| 03:55 | এতিয়া আপোনি নিজৰ ইনস্ট্যান্স মেথড লিখিবলৈ সক্ষম হোৱা উচিত। |
| 03:59 | ইয়াৰপিছত চাও যে ক্লাস মেথড কি। |
| 04:04 | Class মেথডস হল সেই মেথড যি মাত্র ক্লাসত উপলব্ধ হয়। |
| 04:09 | এই মেথডসবোৰ ক্লাসৰ ইনস্ট্যান্সত উপলব্ধ নহয়। |
| 04:14 | আপোনি ক্লাস মেথডসক ভিন্ন উপায়েৰে সঙ্গায়িত কৰিব পাৰে। |
| 04:16 | এটা উদাহৰণ চাও। |
| 04:18 | বেসিক লেভেল ৰুবি টিউটৰিয়েলত প্রদর্শিত gedit ত এটা নতুন ফাইল তৈয়াৰ কৰক। |
| 04:24 | ইয়াৰ নাম দিয়ক class_methods.rb |
| 04:28 | মোৰ উচৰত ক্লাস মেথডসৰ কার্য উদাহৰণ আছে। |
| 04:32 | আপোনি টিউটৰিয়েলটো ৰখাই এই কোডটো লিখিব পাৰে। |
| 04:36 | মই আগৰ মতেই এটা প্রোডাক্ট ক্লাস সঙ্গায়িত কৰিছো। |
| 04:40 | মই আগৰ মতেই এটা ইনিসিয়েলাইজৰক কল কৰিছো। |
| 04:44 | যদিও, এই সময়ত মই description নামৰ এটা অতিৰিক্ত আর্গুমেন্ট যোগ কৰিছো। |
| 04:48 | মই ইনস্ট্যান্স ভ্যাৰিয়েবলৰ নিচিনা ভ্যালুক ধৰি ৰাখিবলৈ আগৰ ক্লাস ভ্যাৰিয়েবলও ব্যবহাৰ কৰিছো। |
| 04:55 | এই ক্লাসে আপোনাক ক্লাস মেথড সঙ্গায়িত কৰাৰ 3 টা বিভিন্ন উপায় প্রদর্শন কৰিব। |
| 05:01 | name ৰ বাবে ক্লাস মেথড ডিক্লাৰেশন চাওক। |
| 05:06 | ইয়াত, এইটোক ক্লাস নেম Product ব্যবহাৰ কৰি সংজ্ঞায়িত কৰা হৈছে। |
| 05:10 | তাৰপিছত, দ্বিতীয় ক্লাস মেথড ডিক্লাৰেশন চাওক। |
| 05:14 | ইয়াত মই self কীওয়ার্ড ব্যবহাৰ কৰিছো। |
| 05:18 | ইয়াৰ পিছত, ক্লাস মেথডস সঙ্গায়িত কৰাৰ তৃতীয় উপায় চাওক। |
| 05:23 | এতিয়া এই ক্লাস মেথডস সম্পাদন কৰো। |
| 05:27 | প্রথমে আগৰ মতে Product এৰ অবজেক্ট এটা ইনিসিয়েলাইজ কৰো। |
| 05:32 | এই সময়ত আমি বর্ণনৰ(description) বাবে এটা মান ও প্রদান কৰিছো। |
| 05:37 | এতিয়া ইয়াত দেখোৱাৰ দৰে ক্লাস মেথডস ইন্ভোক কৰো। |
| 05:42 | এতিয়া, কোডক এক্সিকিউট কৰি আৰু আউটপুট চাও। |
| 05:47 | টার্মিনেলত যাওক আৰু আগৰ মতেই কোডক এক্সিকিউট কৰক। |
| 05:54 | আপোনি লক্ষ্য কৰিব যে এইটোৱে নাম, প্রাইস আৰু ডেসক্রিপশনৰ মান প্রিন্ট কৰে। |
| 05:59 | এতিয়া আপোনি আপোনাৰ নিজৰ ক্লাস মেথডস লিখিবলৈ সক্ষম হব। |
| 06:03 | ইয়াৰ পিছত আমি accessor মেথডস কি চাম। |
| 06:07 | ৰুবিয়ে ক্লাসত সংজ্ঞায়িত ডেটা অ্যাক্সেস কৰিবলৈ accessor মেথডস ব্যবহাৰ কৰে। |
| 06:13 | accessor মেথডস, setter মেথডস আৰু getter মেথডস দ্বাৰা নির্মিত। |
| 06:18 | setter মেথডসে ভ্যালু সেট কৰে। |
| 06:22 | Getter methodএ সেই ভ্যালুক প্রাপ্ত কৰে। |
| 06:24 | ৰুবিয়ে এই মেথড ঘোষিত কৰিবলৈ attr_accessor শব্দ ব্যবহাৰ কৰে। |
| 06:31 | এতিয়া accessor মেথডস এৰ উদাহৰণ চাও। |
| 06:35 | বেসিক লেভেল ৰুবি টিউটৰিয়েলত প্রদর্শিত geditত এটা নতুন ফাইল তৈয়াৰ কৰক। |
| 06:39 | ইয়াৰ নাম দিয়ক accessor_methods.rb |
| 06:43 | মোৰ উচৰত accessor মেথডস সম্পাদনৰ কার্যৰত উদাহৰণ আছে। |
| 06:47 | আপোনি টিউটৰিয়েল ৰখাই কোড লিখি যাব পাৰে। |
| 06:52 | মই এই উদাহৰণত, Product নামৰ এটা ক্লাস সঙ্গায়িত কৰিছো। |
| 06:56 | মই name আৰু price এৰ বাবে attr_accessor ঘোষিত কৰিছো। |
| 07:01 | এইটোৱে যি এই ধৰনৰ মেথডস ব্যবহাৰ কৰাৰ প্রয়োজনীয় উপায় হয়। |
| 07:05 | এতিয়া এইটোক ক্রিয়াত কৰা যাওক। |
| 07:07 | মই এটা Product অবজেক্ট ইনিসিয়েলাইজ কৰিছো। |
| 07:10 | তাৰপিছত, মই Product অবজেক্টৰ নাম আৰু প্রাইস সেট কৰিছো। |
| 07:14 | এইটো সম্ভব কাৰণ Attr_declaration, ডিফল্টৰুপে, মান নির্ধাৰণৰ বাবে মেথডস তৈয়াৰ কৰে। |
| 07:22 | name আৰু price এৰ বাবে getter মেথডস ব্যবহাৰ কৰি তাৰপিছত মান প্রিন্ট কৰাৰ চেষ্টা কৰিছো। |
| 07:28 | এই getter মেথডস ও attr_accessor ঘোষিত কৰি উত্পন্ন কৰা হৈছে। |
| 07:35 | এতিয়া আগৰ মতেই কোড এক্সিকিউট কৰো। |
| 07:40 | আপোনি লক্ষ্য কৰিব যে এইটোৱে সেট কৰা মানক প্রিন্ট কৰে। |
| 07:44 | এতিয়া, আপোনি আপোনাৰ নিজৰ accessor মেথড লিখিবলৈ সক্ষম হব। |
| 07:50 | উল্লেখ্য যে accessor মেথড ডিফল্টৰুপে ইনস্ট্যান্স মেথডস হয়। |
| 07:55 | এইভাবে সেইবোৰ Product ক্লাসৰ ভিন্ন ইনস্ট্যান্সৰ দ্বাৰা এক্সেস কৰা যাব পাৰে। |
| 08:00 | এই টিউটৰিয়েলত আমি শিকিছো: ইনস্ট্যান্স মেথডস, ক্লাস মেথডস আৰু অ্যাক্সেসৰ মেথডস। |
| 08:06 | নির্দেশিত কাম হিসাবে: Temperature নামৰ ক্লাসক সঙ্গায়িত কৰক। |
| 08:10 | ৰুবিৰ অ্যাক্সেসৰ মেথড সিনট্যাক্স ব্যবহাৰ কৰি এটা ইনস্ট্যান্স মেথড লিখক । |
| 08:15 | এই মেথডে প্রদত্ত ফাৰেনহাইটৰ বাবে সেলসিয়াস নিৰুপণ কৰা উচিত। |
| 08:20 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 08:23 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
| 08:26 | ভাল ব্যান্ডউইডথ না থাকলে ভিডিওটি ডাউনলোড কৰেচাওক। |
| 08:30 | স্পোকেন টিউটৰিয়েল প্রকল্প দল |
| 08:31 | কর্মশালাৰ আয়োজন কৰে। |
| 08:34 | অনলাইন পরীক্ষা পাস কৰলে প্রশংসাপত্র দেয়। |
| 08:38 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org তে ইমেল কৰক। |
| 08:44 | স্পোকেন টিউটৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পেৰ অংশবিশেষ। |
| 08:48 | এটি ভাৰত সৰকাৰেৰ ICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
| 08:55 | এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কে প্রাপ্তিসাধ্য, spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
| 09:03 | আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |