Difference between revisions of "LaTeX/C2/Bibliography/Assamese"
From Script | Spoken-Tutorial
(Created page with " {| border = 1 | Time | Narration |- |00:00 |নমস্কাৰ বন্ধুগণ, লেটেক আৰু বিবটেকৰ সাহায্যে ৰেফ...") |
|||
| Line 37: | Line 37: | ||
|- | |- | ||
|01:38 | |01:38 | ||
| − | | | + | |অবশেষত, লেটেকত কোনটো বিবলিওগ্রাফি স্টাইল ব্যবহাৰ কৰিব লাগে । |
|- | |- | ||
|01:44 | |01:44 | ||
| − | | | + | | সেইটো এই সোর্স ফাইলৰ উপৰত অন্তর্ভুক্ত কৰা আছে. কমান্ডটো হল |
|- | |- | ||
| Line 48: | Line 48: | ||
|- | |- | ||
|01:53 | |01:53 | ||
| − | | ধৰা যাওক, আমি ইয়াত plain style ব্যবহাৰ কৰিবলৈ বিছাৰো , সেইক্ষেত্রত plain styleত ৰেফৰেন্স্ তৈয়াৰ কৰাৰ বাবে পিছৰ কমান্ড-বোৰ পিছত ব্যবহাৰ কৰিবলৈ পাৰিব । | + | | ধৰা যাওক, আমি ইয়াত plain style ব্যবহাৰ কৰিবলৈ বিছাৰো, সেইক্ষেত্রত plain styleত ৰেফৰেন্স্ তৈয়াৰ কৰাৰ বাবে পিছৰ কমান্ড-বোৰ পিছত ব্যবহাৰ কৰিবলৈ পাৰিব । |
|- | |- | ||
| Line 83: | Line 83: | ||
|- | |- | ||
|03:13 | |03:13 | ||
| − | |ৰেফৰেন্স্ স্টাইল u-n-s-r-t প্লেন স্টাইল-ইয়াৰ মতে, | + | |ৰেফৰেন্স্ স্টাইল u-n-s-r-t প্লেন স্টাইল-ইয়াৰ মতে, এটা মাত্র পার্থ্যক্য আছে । |
|- | |- | ||
| Line 91: | Line 91: | ||
|- | |- | ||
|03:31 | |03:31 | ||
| − | |এই স্টাইলত সোর্স ফাইলত ৰেফৰেন্স্-বোৰ | + | |এই স্টাইলত সোর্স ফাইলত ৰেফৰেন্স্-বোৰ যি ক্রমত ব্যবহৃত হৈছে, তালিকাত়ও সেই ক্রমানুসাৰেই ৰেফৰেন্স-বোৰ দেখা যাব। |
|- | |- | ||
|03:36 | |03:36 | ||
| − | | তেনেহলে ইয়াত পৰিবর্তন কৰাৰ পিছত লেটেক্ও বিবটেক্ কৰাৰ প্রনালীটো সম্পন্ন কৰা যাওক । pdflatex ইয়াৰ দ্বাৰা সোর্স ফাইল লেটেক্ কৰা যাওক। ইয়াৰ পিছত সোর্স ফাইলটোক বিবটেক্ কৰা | + | | তেনেহলে ইয়াত পৰিবর্তন কৰাৰ পিছত লেটেক্ও বিবটেক্ কৰাৰ প্রনালীটো সম্পন্ন কৰা যাওক । pdflatex ইয়াৰ দ্বাৰা সোর্স ফাইল লেটেক্ কৰা যাওক। ইয়াৰ পিছত সোর্স ফাইলটোক বিবটেক্ কৰা যাওক। ইয়াৰ পিছত pdflatex কমান্ড -ইয়াৰ দ্বাৰা সোর্স ফাইলটোক |
|- | |- | ||
|04:07 | |04:07 | ||
| − | | আৰু দুইবাৰ কম্পাইল্ কৰা যাওক | + | | আৰু দুইবাৰ কম্পাইল্ কৰা যাওক. |
|- | |- | ||
| Line 106: | Line 106: | ||
|- | |- | ||
|04:20 | |04:20 | ||
| − | | ৰেফাৰেন্চ ২ হৈছে | + | | ৰেফাৰেন্চ ২ হৈছে চাইটদ ২ কাৰণ ইয়াক ইয়াত চাইট কৰা হৈছে |
|- | |- | ||
| Line 126: | Line 126: | ||
|- | |- | ||
|04:52 | |04:52 | ||
| − | | তেনেহলে এইটোক পৰিবর্তন কৰি alpha কৰা যাওক। | + | | তেনেহলে এইটোক পৰিবর্তন কৰি alpha কৰা যাওক। . |
|- | |- | ||
| Line 178: | Line 178: | ||
|- | |- | ||
|06:46 | |06:46 | ||
| − | |ৰেফৰেন্স্-ইয়াৰ তালিকাটো এতিয়া বর্ণানুক্রমিক ভাবে সজোৱা আছে , কিন্তু plain স্টাইলত যেনে নম্বৰ আছিল, ইয়াত কোনো নম্বৰ নাই । | + | |ৰেফৰেন্স্-ইয়াৰ তালিকাটো এতিয়া বর্ণানুক্রমিক ভাবে সজোৱা আছে, কিন্তু plain স্টাইলত যেনে নম্বৰ আছিল, ইয়াত কোনো নম্বৰ নাই । |
|- | |- | ||
| Line 186: | Line 186: | ||
|- | |- | ||
|07:00 | |07:00 | ||
| − | |লেখকৰ নাম আৰু বসৰ । এই স্টাইলত এটা বিশেষ কমান্ড আছে যিটোৰ নাম - cite-as- | + | |লেখকৰ নাম আৰু বসৰ । এই স্টাইলত এটা বিশেষ কমান্ড আছে যিটোৰ নাম - cite-as-noun। ইয়াৰ দ্বাৰা ব্যক্তিৰ নাম মূল টেক্সট-ইয়াৰ দ্বাৰা লিখা যায়, ব্র্যাকেট্-ইয়াৰ দ্বাৰা লিখা নহয়। |
|- | |- | ||
|07:15 | |07:15 | ||
| − | |লক্ষ্য কৰক আমি যেতিয়া cite কমান্ড-ইয়াৰ ব্যবহাৰ কৰিছো, তাতেই আমি ৰেফৰেন্স্-বোৰ ব্র্যাকেটত | + | |লক্ষ্য কৰক আমি যেতিয়া cite কমান্ড-ইয়াৰ ব্যবহাৰ কৰিছো, তাতেই আমি ৰেফৰেন্স্-বোৰ ব্র্যাকেটত পাইছো । |
|- | |- | ||
| Line 196: | Line 196: | ||
|- | |- | ||
|07:28 | |07:28 | ||
| − | |দ্বিতীয় প্যাৰাগ্রাফ্ বা দ্বিতীয় পৰিচ্ছেদ টো দেখা যাওক । the textbook by cite KMM07 । ইয়াত the textbook by -ইয়াৰ পিছৰ সম্পূর্ণ লিখাটো-ই ব্র্যাকেটত আছে | + | |দ্বিতীয় প্যাৰাগ্রাফ্ বা দ্বিতীয় পৰিচ্ছেদ টো দেখা যাওক । the textbook by cite KMM07 । ইয়াত the textbook by -ইয়াৰ পিছৰ সম্পূর্ণ লিখাটো-ই ব্র্যাকেটত আছে । এতিয়া এটা পৰিবর্তন কৰি cite-as-noun কৰা যাওক । |
|- | |- | ||
| Line 212: | Line 212: | ||
|- | |- | ||
|08:04 | |08:04 | ||
| − | | হয়তো প্রয়োজনীয় sty আৰু bst ফাইল টো অন্য | + | | হয়তো প্রয়োজনীয় sty আৰু bst ফাইল টো অন্য কোনোবাই অাগতেই লিখা আছে । |
|- | |- | ||
|08:10 | |08:10 | ||
| − | |ইয়াতেই এই টিউটোৰিয়াল্-ইয়াৰ সমাপ্তি হল । ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ । | + | |ইয়াতেই এই টিউটোৰিয়াল্-ইয়াৰ সমাপ্তি হল । ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ । এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |
Latest revision as of 12:54, 29 January 2016
| Time | Narration |
| 00:00 | নমস্কাৰ বন্ধুগণ, লেটেক আৰু বিবটেকৰ সাহায্যে ৰেফৰেন্স্ তৈয়াৰ কৰা সংক্রান্ত এই সংক্ষিপ্ত টিউটোৰিয়েলত আপোনাক স্বাগতম জনাইছো। |
| 00:09 | প্রথমেই, আপোনি এই ref.bib ফাইলৰ ন্যায় ৰেফৰেন্সৰ এটা ডেটাবেস (database) তৈয়াৰ কৰিব লাগিব |
| 00:23 | এই ফাইলৰ তলত আহা যাওক । আৰু এবাৰ ওপৰত যোৱা যাওক। |
| 00:30 | এই প্রত্যেকটো ৰেফৰেন্স্ এটা unique বা অনন্য keyword ৰ দ্বাৰা আৰম্ভ হৈছে।
উদাহৰণস্বৰুপে, এই ৰেফৰেন্সৰ keyword হল KMM07 । |
| 00:43 | আৰু এবাৰ লেটেক ফাইলটো খোলা যাওক। এই ফাইলত আপোনি যেতিয়া ৰেফৰেন্স্টো ব্যবহাৰ কৰিবলৈ চাব বিছাৰে, তাত আপোনালোকে cite key word -ৰ ব্যবহাৰ কৰিব লাগিব । |
| 01:00 | উদাহৰণসৰুপে cite key word, ইয়াত চাওক, cite KMM07 , ref.bib ফাইলত এটা-ই প্রথম ৰেফৰেন্স্ আছিল। |
| 01:15 | ইয়াৰপিছত, যি ফাইলত এই ৰেফৰেন্স্-বোৰ লিখা আছে, সেই ফাইলটোক সোর্স ফাইলত অন্তর্ভুক্ত কৰিব লাগিব । |
| 01:23 | ইয়াত আমি এইটোক ডকুমেন্টৰ শেষৰ ফাল অন্তর্ভুক্ত কৰিছো- bibliography ref । মনত কৰি চাওক, ৰেফৰেন্স্-বোৰ ref.bib নামৰ ফাইলত আছে। |
| 01:38 | অবশেষত, লেটেকত কোনটো বিবলিওগ্রাফি স্টাইল ব্যবহাৰ কৰিব লাগে । |
| 01:44 | সেইটো এই সোর্স ফাইলৰ উপৰত অন্তর্ভুক্ত কৰা আছে. কমান্ডটো হল |
| 01:48 | bibliography style plain । |
| 01:53 | ধৰা যাওক, আমি ইয়াত plain style ব্যবহাৰ কৰিবলৈ বিছাৰো, সেইক্ষেত্রত plain styleত ৰেফৰেন্স্ তৈয়াৰ কৰাৰ বাবে পিছৰ কমান্ড-বোৰ পিছত ব্যবহাৰ কৰিবলৈ পাৰিব । |
| 02:04 | প্রথমে pdflatex references এই কমান্ড ইয়াৰ দ্বাৰা সোর্স ফাইলটোক কম্পাইল্ কৰা যাওক । |
| 02:13 | ইয়াৰ পিছত ‘BibTeX references’ এই কমান্ডটো প্রয়োগ কৰা যাওক । |
| 02:23 | ইয়াৰ পিছত pdflatex references ইয়াৰ দ্বাৰা সোর্স ফাইলটোক পিছত দুইবাৰ কম্পাইল্ কৰা যাওক । |
| 02:31 | প্রথমবাৰ, দ্বিতীয়বাৰ । |
| 02:35 | এতিয়া ৰেফৰেন্স্ তৈয়াৰ হৈ গৈছে। সেইটো দেখা যাওক । |
| 02:40 | দ্বিতীয় পৃষ্ঠাত ইয়াত টেক্সট আছে আৰু ইয়াত ৰেফৰেন্স্-ইয়াৰ তালিকাটো দেখা গৈছে। আৰো তলত গৈ দেখা যাওক । |
| 02:58 | এই plain styleত ৰেফৰেন্স্-বোৰক বর্ণমালাৰ ক্রম অনুযায় তালিকাবদ্ধ কৰা হয় আৰু এই ৰেফৰেন্স-বোৰৰ নম্বৰও দিয়া হয় । |
| 03:07 | এই নম্বৰবোৰ মূল ফাইলতও ব্যবহাৰ কৰা হয় । |
| 03:13 | ৰেফৰেন্স্ স্টাইল u-n-s-r-t প্লেন স্টাইল-ইয়াৰ মতে, এটা মাত্র পার্থ্যক্য আছে । |
| 03:23 | ইয়াত এইটো পৰিবর্তন কৰি u-n-s-r-t লিখা যাওক । |
| 03:31 | এই স্টাইলত সোর্স ফাইলত ৰেফৰেন্স্-বোৰ যি ক্রমত ব্যবহৃত হৈছে, তালিকাত়ও সেই ক্রমানুসাৰেই ৰেফৰেন্স-বোৰ দেখা যাব। |
| 03:36 | তেনেহলে ইয়াত পৰিবর্তন কৰাৰ পিছত লেটেক্ও বিবটেক্ কৰাৰ প্রনালীটো সম্পন্ন কৰা যাওক । pdflatex ইয়াৰ দ্বাৰা সোর্স ফাইল লেটেক্ কৰা যাওক। ইয়াৰ পিছত সোর্স ফাইলটোক বিবটেক্ কৰা যাওক। ইয়াৰ পিছত pdflatex কমান্ড -ইয়াৰ দ্বাৰা সোর্স ফাইলটোক |
| 04:07 | আৰু দুইবাৰ কম্পাইল্ কৰা যাওক. |
| 04:09 | এতিয়া টেক্সটত এই ৰেফৰেন্স্-বোৰ যেই ক্রমানুসাৰে সাইট(cite) কৰা হৈছে, এই তালিকাতও সেই ক্রমানুসাৰে দেখা গৈছে। উদাহৰণস্বৰুপে, প্রথম ৰেফৰেন্স্টো ইয়াতও প্রথম সাইট(cite) কৰা হৈ আছিল । |
| 04:20 | ৰেফাৰেন্চ ২ হৈছে চাইটদ ২ কাৰণ ইয়াক ইয়াত চাইট কৰা হৈছে |
| 04:26 | এই ৰেফৰেন্সটো ইয়াত সাইট কৰাৰ বাবে এটা দ্বিতীয়স্থানত আছে । |
| 04:30 | এবাৰ তলত যোৱা যাওক । |
| 04:39 | ঠিক আছে । এতিয়াও পিছলৈ উভতি আহা যাওক । |
| 04:44 | কম্পিউটাৰ বৈজ্ঞানি কৰা যিভাবে এই ৰেফৰেন্স্ -ইয়াৰ তালিকাটো ব্যবহাৰ কৰে, সেইভাবে তালিকাবদ্ধ কৰিবলৈ হলে ইয়াত স্টাইল পৰিবর্তন কৰি alpha কৰিব লাগিব। |
| 04:52 | তেনেহলে এইটোক পৰিবর্তন কৰি alpha কৰা যাওক। . |
| 04:59 | সেভ্ কৰা যাওক আৰু লেটেক্ আৰু বিবটেক্ কৰাৰ পদ্ধতি পুনৰায় কৰা যাওক । যিটো হল, pdf Latex সোর্স ফাইল, ইয়াৰ পিছত bibtex references, ইয়াৰ পিছত দুইবাৰ pdf LaTeX references । ৰেফৰেন্স্-ইয়াৰ পৰিবর্তনটো লক্ষ্য কৰক । |
| 05:20 | তেনেহলে এতিয়া ৰেফৰেন্স্ কৰাৰ এই স্টাইলট পোৱা গৈছে । |
| 05:26 | এবাৰ তলত যোৱা যাওক আৰু দেখা যাওক । |
| 05:31 | ঠিক আছে। |
| 05:37 | ৰেফৰেন্স্ কৰাৰ আৰো অনেক স্টাইল আছে । আমি এতিয়া দুটা ফাইল ডাউনলোড কৰিছো Harvard.sty আৰু ifac.bst। |
| 05:48 | এবাৰ কিছু পৰিবর্তন কৰা যাওক । প্রথমতঃ, use package কমান্ড-ইয়াৰ Harvard প্যাকেজটো অন্তর্ভুক্ত কৰা যাওক। |
| 05:58 | এইটো কৰা হল । আৰু এবাৰ ইয়াত স্টাইলটো পৰিবর্তন কৰি ifac কৰা হল । |
| 06:08 | ফাইলটোক সেভ্ কৰা যাওক । |
| 06:13 | আৰু এবাৰ লেটেক্ আৰু বিবটেক্- ইয়াৰ প্রক্রিয়াটো পুনৰায় সম্পন্ন কৰা যাওক । |
| 06:18 | লেটেক্ , বিবটেক্ , প্রথমবাৰ লেটেক্ , দ্বিতীয়বাৰ লেটেক্ । |
| 06:31 | এতিয়া আমি pdf ফাইলত ৰেফৰেন্স্-ইয়াৰ তালিকাটিক দেখিব পাৰো । |
| 06:37 | এবাৰ তলত যোৱা যাওক। |
| 06:46 | ৰেফৰেন্স্-ইয়াৰ তালিকাটো এতিয়া বর্ণানুক্রমিক ভাবে সজোৱা আছে, কিন্তু plain স্টাইলত যেনে নম্বৰ আছিল, ইয়াত কোনো নম্বৰ নাই । |
| 06:52 | ইয়াত লিখকৰ নাম আৰু বসৰ অনুসাৰে ৰেফৰেন্স্ কৰা হৈছে । |
| 07:00 | লেখকৰ নাম আৰু বসৰ । এই স্টাইলত এটা বিশেষ কমান্ড আছে যিটোৰ নাম - cite-as-noun। ইয়াৰ দ্বাৰা ব্যক্তিৰ নাম মূল টেক্সট-ইয়াৰ দ্বাৰা লিখা যায়, ব্র্যাকেট্-ইয়াৰ দ্বাৰা লিখা নহয়। |
| 07:15 | লক্ষ্য কৰক আমি যেতিয়া cite কমান্ড-ইয়াৰ ব্যবহাৰ কৰিছো, তাতেই আমি ৰেফৰেন্স্-বোৰ ব্র্যাকেটত পাইছো । |
| 07:22 | উদাহৰণস্বৰুপে, |
| 07:28 | দ্বিতীয় প্যাৰাগ্রাফ্ বা দ্বিতীয় পৰিচ্ছেদ টো দেখা যাওক । the textbook by cite KMM07 । ইয়াত the textbook by -ইয়াৰ পিছৰ সম্পূর্ণ লিখাটো-ই ব্র্যাকেটত আছে । এতিয়া এটা পৰিবর্তন কৰি cite-as-noun কৰা যাওক । |
| 07:44 | এবাৰ সেভ্ কৰি কম্পাইল্ কৰা হল । |
| 07:50 | ইয়াৰ ফলত, Moudgalya শব্দটো এতিয়া ব্র্যাকেটৰ বাহিৰত মূল টেক্সটত দেখা গৈছে। |
| 07:59 | আপোনাৰ যদি আৰো অন্য কোনো ৰেফৰেন্স্ স্টাইলৰ প্রয়োজন হয়, তেনেহলে আপোনি ইন্টাৰনেটত সার্চ কৰক । |
| 08:04 | হয়তো প্রয়োজনীয় sty আৰু bst ফাইল টো অন্য কোনোবাই অাগতেই লিখা আছে । |
| 08:10 | ইয়াতেই এই টিউটোৰিয়াল্-ইয়াৰ সমাপ্তি হল । ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ । এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |