LaTeX/C2/Bibliography/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ বন্ধুগণ, লেটেক আৰু বিবটেকৰ সাহায্যে ৰেফৰেন্স্ তৈয়াৰ কৰা সংক্রান্ত এই সংক্ষিপ্ত টিউটোৰিয়েলত আপোনাক স্বাগতম জনাইছো।
00:09 প্রথমেই, আপোনি এই ref.bib ফাইলৰ ন্যায় ৰেফৰেন্সৰ এটা ডেটাবেস (database) তৈয়াৰ কৰিব লাগিব
00:23 এই ফাইলৰ তলত আহা যাওক । আৰু এবাৰ ওপৰত যোৱা যাওক।
00:30 এই প্রত্যেকটো ৰেফৰেন্স্ এটা unique বা অনন্য keyword ৰ দ্বাৰা আৰম্ভ হৈছে।

উদাহৰণস্বৰুপে, এই ৰেফৰেন্সৰ keyword হল KMM07 ।

00:43 আৰু এবাৰ লেটেক ফাইলটো খোলা যাওক। এই ফাইলত আপোনি যেতিয়া ৰেফৰেন্স্টো ব্যবহাৰ কৰিবলৈ চাব বিছাৰে, তাত আপোনালোকে cite key word -ৰ ব্যবহাৰ কৰিব লাগিব ।
01:00 উদাহৰণসৰুপে cite key word, ইয়াত চাওক, cite KMM07 , ref.bib ফাইলত এটা-ই প্রথম ৰেফৰেন্স্ আছিল।
01:15 ইয়াৰপিছত, যি ফাইলত এই ৰেফৰেন্স্-বোৰ লিখা আছে, সেই ফাইলটোক সোর্স ফাইলত অন্তর্ভুক্ত কৰিব লাগিব ।
01:23 ইয়াত আমি এইটোক ডকুমেন্টৰ শেষৰ ফাল অন্তর্ভুক্ত কৰিছো- bibliography ref । মনত কৰি চাওক, ৰেফৰেন্স্-বোৰ ref.bib নামৰ ফাইলত আছে।
01:38 অবশেষত, লেটেকত কোনটো বিবলিওগ্রাফি স্টাইল ব্যবহাৰ কৰিব লাগে ।
01:44 সেইটো এই সোর্স ফাইলৰ উপৰত অন্তর্ভুক্ত কৰা আছে. কমান্ডটো হল
01:48 bibliography style plain ।
01:53 ধৰা যাওক, আমি ইয়াত plain style ব্যবহাৰ কৰিবলৈ বিছাৰো, সেইক্ষেত্রত plain styleত ৰেফৰেন্স্ তৈয়াৰ কৰাৰ বাবে পিছৰ কমান্ড-বোৰ পিছত ব্যবহাৰ কৰিবলৈ পাৰিব ।
02:04 প্রথমে pdflatex references এই কমান্ড ইয়াৰ দ্বাৰা সোর্স ফাইলটোক কম্পাইল্ কৰা যাওক ।
02:13 ইয়াৰ পিছত ‘BibTeX references’ এই কমান্ডটো প্রয়োগ কৰা যাওক ।
02:23 ইয়াৰ পিছত pdflatex references ইয়াৰ দ্বাৰা সোর্স ফাইলটোক পিছত দুইবাৰ কম্পাইল্ কৰা যাওক ।
02:31 প্রথমবাৰ, দ্বিতীয়বাৰ ।
02:35 এতিয়া ৰেফৰেন্স্ তৈয়াৰ হৈ গৈছে। সেইটো দেখা যাওক ।
02:40 দ্বিতীয় পৃষ্ঠাত ইয়াত টেক্সট আছে আৰু ইয়াত ৰেফৰেন্স্-ইয়াৰ তালিকাটো দেখা গৈছে। আৰো তলত গৈ দেখা যাওক ।
02:58 এই plain styleত ৰেফৰেন্স্-বোৰক বর্ণমালাৰ ক্রম অনুযায় তালিকাবদ্ধ কৰা হয় আৰু এই ৰেফৰেন্স-বোৰৰ নম্বৰও দিয়া হয় ।
03:07 এই নম্বৰবোৰ মূল ফাইলতও ব্যবহাৰ কৰা হয় ।
03:13 ৰেফৰেন্স্ স্টাইল u-n-s-r-t প্লেন স্টাইল-ইয়াৰ মতে, এটা মাত্র পার্থ্যক্য আছে ।
03:23 ইয়াত এইটো পৰিবর্তন কৰি u-n-s-r-t লিখা যাওক ।
03:31 এই স্টাইলত সোর্স ফাইলত ৰেফৰেন্স্-বোৰ যি ক্রমত ব্যবহৃত হৈছে, তালিকাত়ও সেই ক্রমানুসাৰেই ৰেফৰেন্স-বোৰ দেখা যাব।
03:36 তেনেহলে ইয়াত পৰিবর্তন কৰাৰ পিছত লেটেক্ও বিবটেক্ কৰাৰ প্রনালীটো সম্পন্ন কৰা যাওক । pdflatex ইয়াৰ দ্বাৰা সোর্স ফাইল লেটেক্ কৰা যাওক। ইয়াৰ পিছত সোর্স ফাইলটোক বিবটেক্ কৰা যাওক। ইয়াৰ পিছত pdflatex কমান্ড -ইয়াৰ দ্বাৰা সোর্স ফাইলটোক
04:07 আৰু দুইবাৰ কম্পাইল্ কৰা যাওক.
04:09 এতিয়া টেক্সটত এই ৰেফৰেন্স্-বোৰ যেই ক্রমানুসাৰে সাইট(cite) কৰা হৈছে, এই তালিকাতও সেই ক্রমানুসাৰে দেখা গৈছে। উদাহৰণস্বৰুপে, প্রথম ৰেফৰেন্স্টো ইয়াতও প্রথম সাইট(cite) কৰা হৈ আছিল ।
04:20 ৰেফাৰেন্চ ২ হৈছে চাইটদ ২ কাৰণ ইয়াক ইয়াত চাইট কৰা হৈছে
04:26 এই ৰেফৰেন্সটো ইয়াত সাইট কৰাৰ বাবে এটা দ্বিতীয়স্থানত আছে ।
04:30 এবাৰ তলত যোৱা যাওক ।
04:39 ঠিক আছে । এতিয়াও পিছলৈ উভতি আহা যাওক ।
04:44 কম্পিউটাৰ বৈজ্ঞানি কৰা যিভাবে এই ৰেফৰেন্স্ -ইয়াৰ তালিকাটো ব্যবহাৰ কৰে, সেইভাবে তালিকাবদ্ধ কৰিবলৈ হলে ইয়াত স্টাইল পৰিবর্তন কৰি alpha কৰিব লাগিব।
04:52 তেনেহলে এইটোক পৰিবর্তন কৰি alpha কৰা যাওক। .
04:59 সেভ্ কৰা যাওক আৰু লেটেক্ আৰু বিবটেক্ কৰাৰ পদ্ধতি পুনৰায় কৰা যাওক । যিটো হল, pdf Latex সোর্স ফাইল, ইয়াৰ পিছত bibtex references, ইয়াৰ পিছত দুইবাৰ pdf LaTeX references । ৰেফৰেন্স্-ইয়াৰ পৰিবর্তনটো লক্ষ্য কৰক ।
05:20 তেনেহলে এতিয়া ৰেফৰেন্স্ কৰাৰ এই স্টাইলট পোৱা গৈছে ।
05:26 এবাৰ তলত যোৱা যাওক আৰু দেখা যাওক ।
05:31 ঠিক আছে।
05:37 ৰেফৰেন্স্ কৰাৰ আৰো অনেক স্টাইল আছে । আমি এতিয়া দুটা ফাইল ডাউনলোড কৰিছো Harvard.sty আৰু ifac.bst।
05:48 এবাৰ কিছু পৰিবর্তন কৰা যাওক । প্রথমতঃ, use package কমান্ড-ইয়াৰ Harvard প্যাকেজটো অন্তর্ভুক্ত কৰা যাওক।
05:58 এইটো কৰা হল । আৰু এবাৰ ইয়াত স্টাইলটো পৰিবর্তন কৰি ifac কৰা হল ।
06:08 ফাইলটোক সেভ্ কৰা যাওক ।
06:13 আৰু এবাৰ লেটেক্ আৰু বিবটেক্- ইয়াৰ প্রক্রিয়াটো পুনৰায় সম্পন্ন কৰা যাওক ।
06:18 লেটেক্ , বিবটেক্ , প্রথমবাৰ লেটেক্ , দ্বিতীয়বাৰ লেটেক্ ।
06:31 এতিয়া আমি pdf ফাইলত ৰেফৰেন্স্-ইয়াৰ তালিকাটিক দেখিব পাৰো ।
06:37 এবাৰ তলত যোৱা যাওক।
06:46 ৰেফৰেন্স্-ইয়াৰ তালিকাটো এতিয়া বর্ণানুক্রমিক ভাবে সজোৱা আছে, কিন্তু plain স্টাইলত যেনে নম্বৰ আছিল, ইয়াত কোনো নম্বৰ নাই ।
06:52 ইয়াত লিখকৰ নাম আৰু বসৰ অনুসাৰে ৰেফৰেন্স্ কৰা হৈছে ।
07:00 লেখকৰ নাম আৰু বসৰ । এই স্টাইলত এটা বিশেষ কমান্ড আছে যিটোৰ নাম - cite-as-noun। ইয়াৰ দ্বাৰা ব্যক্তিৰ নাম মূল টেক্সট-ইয়াৰ দ্বাৰা লিখা যায়, ব্র্যাকেট্-ইয়াৰ দ্বাৰা লিখা নহয়।
07:15 লক্ষ্য কৰক আমি যেতিয়া cite কমান্ড-ইয়াৰ ব্যবহাৰ কৰিছো, তাতেই আমি ৰেফৰেন্স্-বোৰ ব্র্যাকেটত পাইছো ।
07:22 উদাহৰণস্বৰুপে,
07:28 দ্বিতীয় প্যাৰাগ্রাফ্ বা দ্বিতীয় পৰিচ্ছেদ টো দেখা যাওক । the textbook by cite KMM07 । ইয়াত the textbook by -ইয়াৰ পিছৰ সম্পূর্ণ লিখাটো-ই ব্র্যাকেটত আছে । এতিয়া এটা পৰিবর্তন কৰি cite-as-noun কৰা যাওক ।
07:44 এবাৰ সেভ্ কৰি কম্পাইল্ কৰা হল ।
07:50 ইয়াৰ ফলত, Moudgalya শব্দটো এতিয়া ব্র্যাকেটৰ বাহিৰত মূল টেক্সটত দেখা গৈছে।
07:59 আপোনাৰ যদি আৰো অন্য কোনো ৰেফৰেন্স্ স্টাইলৰ প্রয়োজন হয়, তেনেহলে আপোনি ইন্টাৰনেটত সার্চ কৰক ।
08:04 হয়তো প্রয়োজনীয় sty আৰু bst ফাইল টো অন্য কোনোবাই অাগতেই লিখা আছে ।
08:10 ইয়াতেই এই টিউটোৰিয়াল্-ইয়াৰ সমাপ্তি হল । ইয়াত অংশগ্রহন কৰাৰ বাবে ধন্যবাদ । এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi