Difference between revisions of "PHP-and-MySQL/C4/File-Upload-Part-2/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|Border=1 |'''Time''' |'''Narration''' |- |00:00 |স্বাগতম । এই টিউট’ৰিয়েলটোৰ প্ৰথম অংশত, মই আপো...") |
|||
Line 124: | Line 124: | ||
|- | |- | ||
|03:51 | |03:51 | ||
− | |মই ক’ম - যদি ফাইলৰ প্ৰকাৰটো - যি হৈছে আমাৰ টাইপ ('''$type''') ভেৰিয়েবল, টাইপ (t-y-p-e), দুটা সমান চিহ্ন, সমান | + | |মই ক’ম - যদি ফাইলৰ প্ৰকাৰটো - যি হৈছে আমাৰ টাইপ ('''$type''') ভেৰিয়েবল, টাইপ (t-y-p-e), দুটা সমান চিহ্ন, সমান '''ভিদিঅ (video) শ্লাচ (slash) avi''' |
|- | |- | ||
|04:09 | |04:09 | ||
− | |যিদৰে আপুনি ইয়াৰ প্ৰথম অংশত দেখিছিলে, মই ইয়াক একৌ কৰোতে, ই ভিদিঅ | + | |যিদৰে আপুনি ইয়াৰ প্ৰথম অংশত দেখিছিলে, মই ইয়াক একৌ কৰোতে, ই '''ভিদিঅ (video) শ্লাচ (slash) avi'''ৰ সমান আছিলে |
|- | |- | ||
|04:19 | |04:19 | ||
− | |আৰু তাৰপাছত আমি কৈছো যে যদি ই | + | |আৰু তাৰপাছত আমি কৈছো যে যদি ই '''ভিদিঅ (video) শ্লাচ (slash) avi'''ৰ সমান হয় তেন্তে ফাইলটো আপল’দ কৰক |
|- | |- | ||
|04:28 | |04:28 |
Latest revision as of 11:41, 2 December 2015
Time | Narration |
00:00 | স্বাগতম । এই টিউট’ৰিয়েলটোৰ প্ৰথম অংশত, মই আপোনাক কেনেকৈ আমাৰ আপল’দ কৰা ফাইলৰ বিশেষ বৈশিষ্ট্য ইয়াত এই ফৰ্ম (form) ব্যৱ্হাৰ কৰি উলিওৱা হয় দেখুৱালো |
00:10 | এতিয়া মই আপোনাক কেনেকৈ এই ফাইল আপল’দ কৰা হয় আৰু ইয়াত এই আপল’দেদ ("uploaded") ফ’ল্দাৰলৈ নিয়া হয় দেখুৱাম যি বৰ্ত্তমান খালী |
00:18 | যদি আপুনি পুনৰ মাতে, আমি এটা অস্থায়ী ঠাইলৈ পঠাম যি আমাৰ ওৱেব-চাৰ্ভাৰ (web-server)ত জমা হৈ আছে |
00:25 | এইটো বৰ্ত্তমান বেছি ব্যৱ্হাৰ নহয় |
00:29 | আমাৰ সকলো বৈশিষ্ট্য ইয়াত আছে, গতিকে মই ক’ম প্ৰপাৰতিচ অফ দ আপল’দেদ ফাইল ("properties of the uploaded file"), যাতে আমি কি কৰি আছো জানো |
00:34 | আমাৰ সকলো বিশেষ বৈশিষ্ট্য ইয়াত আছে |
00:38 | মই সিহতৰ সকলোকে সহজে মনত থকা ভেৰিয়েবল নাম দিছো; যাতে আমি সিহতৰ প্ৰত্যেককে পৃথককৈ কমেন্ত কৰিব নালাগে |
00:46 | আমি কৰিব লগা প্ৰথম বস্তুটো হৈছে, কিবা ভুল আছে নেকী চাবলৈ ইফ (if) ষ্টেতমেন্ত এটা বনোৱাতো |
00:53 | ইয়াত, যদি এৰ’ৰ ক’ড (error code)টো শূণ্যতকৈ ডাঙৰ হয় সি বুজায় ই এটা এৰ’ৰ ক’ডৰ দ্বাৰা জাৰী হৈছে তেন্তে মই ক’ম দাই ('die') |
01:03 | আৰু মই এটা ভুল বাৰ্তা দিম "ফাইল (File) couldn't..." |
01:11 | বা "এৰ’ৰ (Error) আপল’দিং (uploading) ফাইল (file)! ক’ড (code) এৰ’ৰ ($error") |
01:20 | ই উপভোক্তাক এটা এৰ’ৰ ক’ড দিব |
01:23 | এতিয়া এলচ (else) অংশটো |
01:25 | মই তাক সৰল আৰু এটা একক শাৰীত ৰাখিবলৈ এই মাজু বন্ধনী যোগ কৰিম |
01:29 | গতিকে এলচ (else), মই ম’ভ_আপল’দেদ_ফাইল() ('move_uploaded_file()') নামৰ ফাংচন এটা ব্যৱ্হাৰ কৰিব বিচাৰিছো |
01:39 | তাৰপাছত আমি অস্থায়ী নাম টেম্প ('temp')টো ল’ম যি হৈছে এই ফাংচনটোৰ প্ৰথম পাৰামিটাৰ আৰু দ্বিতীয় পাৰামিটাৰটো হৈছে উৎস যি হৈছে আপল’দেদ ফ’ল্দাৰ ('uploaded folder') |
01:51 | গতিকে, মই লিখিম আপল’দেদ ('uploaded') আৰু এটা ফ’ৰৱাৰ্দ শ্লাচ |
01:59 | আৰু তাৰ শেষত আমি ফাইলটোৰ নামটো কনকাতিনেত (concatenate) কৰিম যি আমি আপল’দ কৰিছো |
02:07 | গতিকে, ইয়াত ই মাত্ৰ নেম ('$name') হ’ব |
02:10 | ই উপভোক্তাক ইয়াত মাত্ৰ অন্তৱৰ্তী ভেৰিয়েবলচ যোগ কৰি দেখুৱায় |
02:15 | অন্যথা আমি এইবোৰ লিখিব লাগিব, উদাহৰণস্বৰূপে - টেম্প_নেম ("temp_name") |
02:19 | তাৰপাছত ইয়ালৈ যাওঁক আৰু এনেদৰে থওঁক |
02:22 | ই কিছু খেলিমেলি আৰু পঢ়িবলৈ কঠিন হয় |
02:25 | গতিকে, এই ভেৰিয়েবলবোৰক ইয়াত ৰাখিবলৈ সহজ |
02:33 | ঠিক আছে, গতিকে এতিয়া মই এইবোৰৰ পৰা পৰিত্ৰাণ পাম বা অন্যথা মই ইহঁতক ৰাখিম |
02:37 | আৰু শেষত আপল’দ কমপ্লিত ("Upload complete!") বুলি এটা বাৰ্তা একৌ (echo) কৰিম |
02:41 | আহক ইয়াক চেষ্টা কৰো |
02:47 | মই আমাৰ পৃষ্ঠাত ল’গঅন (logon) কৰো আৰু আমাৰ ফাইল লওঁ - 'ইনট্ৰ’ (intro) তু (to) avi' |
02:51 | মই আপল’দত টিপিম আৰু আমি চাব পাৰো যে আপল’দ ইজ কমপ্লিত ("Upload is complete!") |
02:55 | আহক মোৰ ফাইলটো চাওঁ |
02:57 | আপল’দ ফ’ল্দাৰ আৰু মোৰ আপল’দেদ ("uploaded") চাব দাইৰেক্তৰীত টিপো, আপুনি দেখিছে যে ফাইলটো ইয়াত আছে কিন্তু আগতে ই মোৰ ওৱেব-চাৰ্ভাৰৰ (web-server) অস্থায়ী দাইৰেক্তৰীত জমা হৈ আছিলে |
03:08 | গতিকে আমি আমাৰ ফাইলটো সফলভাবে ইয়াত আপল’দ কৰিলো |
03:13 | আৰু কিছু বস্তু আছে যি আমি কৰিব লাগিব |
03:15 | আনদু (Undo) অন্যএটা ইফ (if) ষ্টেতমেন্ত বা আনদু এই ইফ (if) ষ্টেতমেন্ত |
03:20 | আমি বিশেষ ফাইল প্ৰকাৰৰ বাবে পৰীক্ষা কৰিম যি আমি আপল’দ কৰিব নিবিচাৰো |
03:24 | গতিকে উদাহৰণস্বৰূপে ধৰক, মই 'avi' ফাইলচ আপল’দ হোৱাটো নিবিচাৰো |
03:30 | মই ইয়াত যি কৰিব পাৰো সেইয়া হৈছে, ধৰক - যদি ভুলটো শূণ্যতকৈ ডাঙৰ হয়, ফাইলচ আপল’দ নকৰিব |
03:37 | অন্যথা মই এলচ (else)ৰ ভিতৰত এটা নতুন ইফ (if) ষ্টেতমেন্ত আৰম্ভ কৰিম |
03:41 | আৰু মই ইয়াত এটা ব্লক (block) বনাম |
03:47 | আৰু এইবোৰ হৈছে ফাইলটোৰ বাবে চৰ্তসমূহ (conditions) |
03:51 | মই ক’ম - যদি ফাইলৰ প্ৰকাৰটো - যি হৈছে আমাৰ টাইপ ($type) ভেৰিয়েবল, টাইপ (t-y-p-e), দুটা সমান চিহ্ন, সমান ভিদিঅ (video) শ্লাচ (slash) avi |
04:09 | যিদৰে আপুনি ইয়াৰ প্ৰথম অংশত দেখিছিলে, মই ইয়াক একৌ কৰোতে, ই ভিদিঅ (video) শ্লাচ (slash) aviৰ সমান আছিলে |
04:19 | আৰু তাৰপাছত আমি কৈছো যে যদি ই ভিদিঅ (video) শ্লাচ (slash) aviৰ সমান হয় তেন্তে ফাইলটো আপল’দ কৰক |
04:28 | মই ইয়াক ইয়াৰ তললৈ নিম আৰু মই তাক এলচ (else) ব্লকটোত থ’ম |
04:32 | গতিকে এতিয়া মোৰ আছে - যদি ভিদিঅটো aviৰ সমান হয় তেন্তে দাই (die) আৰু বাৰ্তাটো হৈছে দেত ফৰ্মেত ইজ নট এলাওদ ("That format is not allowed!") |
04:44 | ঠিক আছে, গতিকে এতিয়া মই ইয়াক আমাৰ আপল’দেদ দাইৰেক্তৰীৰ পৰা নাইকীয়া কৰিম আৰু মই মোৰ প্ৰাৰম্ভিক আপল’দেদ ফাইলটোলৈ ঘূৰি আহিম |
04:54 | মই 'ইনট্ৰ’ (intro) দত (dot) avi' বাচিম আৰু যেতিয়া মই আপল’দ (Upload)ত টিপো, ই কয় যে দেত ফৰ্মেত ইজ নট এলাওদ ("That format is not allowed!") |
05:01 | আৰু যদি আপুনি মোৰ আপল’দেদ ('uploaded') দাইৰেক্তৰীলৈ যায়, আপুনি চাব পাৰে যে ফ’ল্দাৰটো খালী |
05:06 | একো আপল’দ হোৱা নাই |
05:08 | এতিয়া 'avi'ৰ পৰিৱৰ্তে ধৰক মই 'png' এক্সটেনচনৰ ইমেজবোৰ বাতিল কৰিব বিচাৰিছো |
05:15 | মই ইয়াত সলাম আৰু মোৰ ফাইলটো পুনৰ আপল’দ কৰিম |
05:23 | আপুনি চাব পাৰে যে যিহেতু ই এটা গৃহীত ফাইল ফৰ্মেত, আমি আপল’দ কমপ্লিত ("Upload complete!") বাৰ্তাটো পাওঁ আৰু ই মোৰ আপল’দেদ ('uploaded') ফ’ল্দাৰলৈ স্থানান্তৰ হ’ল |
05:33 | তাক পুনৰ নাইকীয়া কৰো । মই ইয়াক কেনচেল কৰিলো । আহক তাক পুনৰ নাইকীয়া কৰো |
05:42 | ঠিক আছে । গতিকে আমি ইয়াত যি দেখিলো সেইয়া হৈছে কেনেকৈ এটা নিৰ্দিষ্ট প্ৰকাৰক নিৰ্ধাৰিত কৰা হয় |
05:47 | আমি লগতে যি কৰিব পাৰো সেইয়া হৈছে এটা নিৰ্দিষ্ট ফাইল আকাৰক নিৰ্ধাৰিত কৰাটো |
05:51 | মই এই অৰ (or) অপাৰেতৰটো ব্যৱ্হাৰ কৰি ক’ম অৰ আৰু মই ক’ম অৰ (or) চাইজ ($size)টো এক মেগাবাইতৰ আধাতকৈ ডাঙৰ |
06:04 | এইটো এক মেগাবাইতৰ আধা যি হৈছে পাচ শ হাজাৰ বিতচ, ক্ষমা কৰিব বাইতচ । মই ভাবো মই এটা ভুল কৰিলো আৰু বাইতচৰ পৰিৱৰ্তে বিতচ ক’লো |
06:14 | গতিকে সেইটো পাচ শ হাজাৰ বাইতচ যি 0 পইন্ট 4 মেগাবাইতচৰ সমান । মই এতিয়াৰ বাবে এক মেগাবাইতৰ আধা বুলি ক’ম |
06:29 | ই আকাৰটো পৰীক্ষা কৰিব আৰু ধৰক ই এক মেগাবাইতৰ আধাতকৈ ডাঙৰ |
06:38 | তাৰপাছত ই ক’ব ফৰ্মেত ইজ নত এলাওদ ("Format is not allowed") |
06:43 | গতিকে মই এই বাৰ্তাটো ফৰ্মেত নত এলাওদ অৰ ফাইল চাইজ তু বিগ ("Format not allowed or file size too big")লৈ সলাম |
06:56 | গতিকে, আপুনি এইবোৰৰ প্ৰত্যেকৰ বাবে এটা ইফ (if) ষ্টেতমেন্ত বনাব পাৰে যি আপোনাৰ টাইপ ($type) আৰু চাইজ ($size) পৰীক্ষা কৰিবৰ বাবে |
07:03 | আপুনি মাত্ৰ এই চৰ্ত (condition)টো ল’ব লাগিব আৰু ইয়াক আনএটা ইফ (if) ষ্টেতমেন্তত থ’ব লাগিব |
07:09 | গতিকে, মই ইয়ালৈ ঘূৰি যাম আৰু মই মোৰ ফাইলটো পুনৰ নিৰ্বাচিত কৰিম |
07:12 | মাত্ৰ ই তাত থকাটো নিশ্বিত কৰক |
07:14 | আপল’দ (Upload)ত টিপক আৰু মই ক’ম ফৰ্মেত নত এলাওদ...("Format not allowed...") |
07:19 | এতিয়া যদি আপুনি আমাৰ ক’ডলৈ ঘূৰি যায়, ই 'png' ফৰ্মেতত নাই কিন্তু ই আকাৰৰ সীমাতকৈ অধিক |
07:25 | আহক ইয়াক 2 মিলিয়নলৈ সলাওঁ যি হৈছে 2 মেগাবাইত |
07:31 | ৰিফ্ৰেছ আৰু তাক পঠাওক |
07:33 | আমি চাব পাৰো যে আমাৰ আপল’দ সম্পূৰ্ণ হ’ল কাৰণ ই আকাৰত মাত্ৰ এক মেগাবাইত |
07:39 | এইয়াই হৈছে এতিয়া মোৰ ফাইল আপল’দ (File Upload)ৰ বাবে থকা সকলো |
07:44 | এইয়াই হৈছে আপুনি জানিব লগা সকলো যাতে ইয়াক ব্যৱ্হাৰ কৰি নিৰ্দিষ্ট ফাইল প্ৰকাৰ আৰু ফাইল আকাৰক বাহিৰ কৰিব পাৰে যি আপোনাৰ ওৱেব-চাৰ্ভাৰৰ (web-server) বাবে অতি ডাঙৰ |
07:54 | যদি আপুনি আপোনাৰ ওৱেব চাৰ্ভাৰত ডাঙৰ ফাইলচ নিবিচাৰে, তাক নিয়ন্ত্ৰণ কৰিবলৈ এইটো এটা ভাল পদ্ধতি |
07:58 | এইটো বনাবলৈ অতি সহজ যি আপুনি দেখিছে |
08:01 | ইয়াক অভ্যাস কৰক আৰু আপুনি যথেষ্ট সন্তোষ্ট হ’ব ই কিমান দৰকাৰী হ’ব পাৰে দেখি |
08:05 | যদি আপোনাৰ কিবা প্ৰশ্ন থাকে অনুগ্ৰহ কৰি সুধিবলৈ লাজ নকৰিব |
08:08 | লগতে অনুগ্ৰহ কৰি চাবস্ক্ৰাইব (subscribe) কৰক, যদি আপুনি যিকোনো আপদেত কৰা ভিদিঅচ বা নতুন ভিদিঅচৰ খবৰ পাব বিচাৰে |
08:15 | দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । বিদায় |