PHP-and-MySQL/C4/File-Upload-Part-2/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 স্বাগতম । এই টিউট’ৰিয়েলটোৰ প্ৰথম অংশত, মই আপোনাক কেনেকৈ আমাৰ আপল’দ কৰা ফাইলৰ বিশেষ বৈশিষ্ট্য ইয়াত এই ফৰ্ম (form) ব্যৱ্হাৰ কৰি উলিওৱা হয় দেখুৱালো
00:10 এতিয়া মই আপোনাক কেনেকৈ এই ফাইল আপল’দ কৰা হয় আৰু ইয়াত এই আপল’দেদ ("uploaded") ফ’ল্দাৰলৈ নিয়া হয় দেখুৱাম যি বৰ্ত্তমান খালী
00:18 যদি আপুনি পুনৰ মাতে, আমি এটা অস্থায়ী ঠাইলৈ পঠাম যি আমাৰ ওৱেব-চাৰ্ভাৰ (web-server)ত জমা হৈ আছে
00:25 এইটো বৰ্ত্তমান বেছি ব্যৱ্হাৰ নহয়
00:29 আমাৰ সকলো বৈশিষ্ট্য ইয়াত আছে, গতিকে মই ক’ম প্ৰপাৰতিচ অফ দ আপল’দেদ ফাইল ("properties of the uploaded file"), যাতে আমি কি কৰি আছো জানো
00:34 আমাৰ সকলো বিশেষ বৈশিষ্ট্য ইয়াত আছে
00:38 মই সিহতৰ সকলোকে সহজে মনত থকা ভেৰিয়েবল নাম দিছো; যাতে আমি সিহতৰ প্ৰত্যেককে পৃথককৈ কমেন্ত কৰিব নালাগে
00:46 আমি কৰিব লগা প্ৰথম বস্তুটো হৈছে, কিবা ভুল আছে নেকী চাবলৈ ইফ (if) ষ্টেতমেন্ত এটা বনোৱাতো
00:53 ইয়াত, যদি এৰ’ৰ ক’ড (error code)টো শূণ্যতকৈ ডাঙৰ হয় সি বুজায় ই এটা এৰ’ৰ ক’ডৰ দ্বাৰা জাৰী হৈছে তেন্তে মই ক’ম দাই ('die')
01:03 আৰু মই এটা ভুল বাৰ্তা দিম "ফাইল (File) couldn't..."
01:11 বা "এৰ’ৰ (Error) আপল’দিং (uploading) ফাইল (file)! ক’ড (code) এৰ’ৰ ($error")
01:20 ই উপভোক্তাক এটা এৰ’ৰ ক’ড দিব
01:23 এতিয়া এলচ (else) অংশটো
01:25 মই তাক সৰল আৰু এটা একক শাৰীত ৰাখিবলৈ এই মাজু বন্ধনী যোগ কৰিম
01:29 গতিকে এলচ (else), মই ম’ভ_আপল’দেদ_ফাইল() ('move_uploaded_file()') নামৰ ফাংচন এটা ব্যৱ্হাৰ কৰিব বিচাৰিছো
01:39 তাৰপাছত আমি অস্থায়ী নাম টেম্প ('temp')টো ল’ম যি হৈছে এই ফাংচনটোৰ প্ৰথম পাৰামিটাৰ আৰু দ্বিতীয় পাৰামিটাৰটো হৈছে উৎস যি হৈছে আপল’দেদ ফ’ল্দাৰ ('uploaded folder')
01:51 গতিকে, মই লিখিম আপল’দেদ ('uploaded') আৰু এটা ফ’ৰৱাৰ্দ শ্লাচ
01:59 আৰু তাৰ শেষত আমি ফাইলটোৰ নামটো কনকাতিনেত (concatenate) কৰিম যি আমি আপল’দ কৰিছো
02:07 গতিকে, ইয়াত ই মাত্ৰ নেম ('$name') হ’ব
02:10 ই উপভোক্তাক ইয়াত মাত্ৰ অন্তৱৰ্তী ভেৰিয়েবলচ যোগ কৰি দেখুৱায়
02:15 অন্যথা আমি এইবোৰ লিখিব লাগিব, উদাহৰণস্বৰূপে - টেম্প_নেম ("temp_name")
02:19 তাৰপাছত ইয়ালৈ যাওঁক আৰু এনেদৰে থওঁক
02:22 ই কিছু খেলিমেলি আৰু পঢ়িবলৈ কঠিন হয়
02:25 গতিকে, এই ভেৰিয়েবলবোৰক ইয়াত ৰাখিবলৈ সহজ
02:33 ঠিক আছে, গতিকে এতিয়া মই এইবোৰৰ পৰা পৰিত্ৰাণ পাম বা অন্যথা মই ইহঁতক ৰাখিম
02:37 আৰু শেষত আপল’দ কমপ্লিত ("Upload complete!") বুলি এটা বাৰ্তা একৌ (echo) কৰিম
02:41 আহক ইয়াক চেষ্টা কৰো
02:47 মই আমাৰ পৃষ্ঠাত ল’গঅন (logon) কৰো আৰু আমাৰ ফাইল লওঁ - 'ইনট্ৰ’ (intro) তু (to) avi'
02:51 মই আপল’দত টিপিম আৰু আমি চাব পাৰো যে আপল’দ ইজ কমপ্লিত ("Upload is complete!")
02:55 আহক মোৰ ফাইলটো চাওঁ
02:57 আপল’দ ফ’ল্দাৰ আৰু মোৰ আপল’দেদ ("uploaded") চাব দাইৰেক্তৰীত টিপো, আপুনি দেখিছে যে ফাইলটো ইয়াত আছে কিন্তু আগতে ই মোৰ ওৱেব-চাৰ্ভাৰৰ (web-server) অস্থায়ী দাইৰেক্তৰীত জমা হৈ আছিলে
03:08 গতিকে আমি আমাৰ ফাইলটো সফলভাবে ইয়াত আপল’দ কৰিলো
03:13 আৰু কিছু বস্তু আছে যি আমি কৰিব লাগিব
03:15 আনদু (Undo) অন্যএটা ইফ (if) ষ্টেতমেন্ত বা আনদু এই ইফ (if) ষ্টেতমেন্ত
03:20 আমি বিশেষ ফাইল প্ৰকাৰৰ বাবে পৰীক্ষা কৰিম যি আমি আপল’দ কৰিব নিবিচাৰো
03:24 গতিকে উদাহৰণস্বৰূপে ধৰক, মই 'avi' ফাইলচ আপল’দ হোৱাটো নিবিচাৰো
03:30 মই ইয়াত যি কৰিব পাৰো সেইয়া হৈছে, ধৰক - যদি ভুলটো শূণ্যতকৈ ডাঙৰ হয়, ফাইলচ আপল’দ নকৰিব
03:37 অন্যথা মই এলচ (else)ৰ ভিতৰত এটা নতুন ইফ (if) ষ্টেতমেন্ত আৰম্ভ কৰিম
03:41 আৰু মই ইয়াত এটা ব্লক (block) বনাম
03:47 আৰু এইবোৰ হৈছে ফাইলটোৰ বাবে চৰ্তসমূহ (conditions)
03:51 মই ক’ম - যদি ফাইলৰ প্ৰকাৰটো - যি হৈছে আমাৰ টাইপ ($type) ভেৰিয়েবল, টাইপ (t-y-p-e), দুটা সমান চিহ্ন, সমান ভিদিঅ (video) শ্লাচ (slash) avi
04:09 যিদৰে আপুনি ইয়াৰ প্ৰথম অংশত দেখিছিলে, মই ইয়াক একৌ কৰোতে, ই ভিদিঅ (video) শ্লাচ (slash) aviৰ সমান আছিলে
04:19 আৰু তাৰপাছত আমি কৈছো যে যদি ই ভিদিঅ (video) শ্লাচ (slash) aviৰ সমান হয় তেন্তে ফাইলটো আপল’দ কৰক
04:28 মই ইয়াক ইয়াৰ তললৈ নিম আৰু মই তাক এলচ (else) ব্লকটোত থ’ম
04:32 গতিকে এতিয়া মোৰ আছে - যদি ভিদিঅটো aviৰ সমান হয় তেন্তে দাই (die) আৰু বাৰ্তাটো হৈছে দেত ফৰ্মেত ইজ নট এলাওদ ("That format is not allowed!")
04:44 ঠিক আছে, গতিকে এতিয়া মই ইয়াক আমাৰ আপল’দেদ দাইৰেক্তৰীৰ পৰা নাইকীয়া কৰিম আৰু মই মোৰ প্ৰাৰম্ভিক আপল’দেদ ফাইলটোলৈ ঘূৰি আহিম
04:54 মই 'ইনট্ৰ’ (intro) দত (dot) avi' বাচিম আৰু যেতিয়া মই আপল’দ (Upload)ত টিপো, ই কয় যে দেত ফৰ্মেত ইজ নট এলাওদ ("That format is not allowed!")
05:01 আৰু যদি আপুনি মোৰ আপল’দেদ ('uploaded') দাইৰেক্তৰীলৈ যায়, আপুনি চাব পাৰে যে ফ’ল্দাৰটো খালী
05:06 একো আপল’দ হোৱা নাই
05:08 এতিয়া 'avi'ৰ পৰিৱৰ্তে ধৰক মই 'png' এক্সটেনচনৰ ইমেজবোৰ বাতিল কৰিব বিচাৰিছো
05:15 মই ইয়াত সলাম আৰু মোৰ ফাইলটো পুনৰ আপল’দ কৰিম
05:23 আপুনি চাব পাৰে যে যিহেতু ই এটা গৃহীত ফাইল ফৰ্মেত, আমি আপল’দ কমপ্লিত ("Upload complete!") বাৰ্তাটো পাওঁ আৰু ই মোৰ আপল’দেদ ('uploaded') ফ’ল্দাৰলৈ স্থানান্তৰ হ’ল
05:33 তাক পুনৰ নাইকীয়া কৰো । মই ইয়াক কেনচেল কৰিলো । আহক তাক পুনৰ নাইকীয়া কৰো
05:42 ঠিক আছে । গতিকে আমি ইয়াত যি দেখিলো সেইয়া হৈছে কেনেকৈ এটা নিৰ্দিষ্ট প্ৰকাৰক নিৰ্ধাৰিত কৰা হয়
05:47 আমি লগতে যি কৰিব পাৰো সেইয়া হৈছে এটা নিৰ্দিষ্ট ফাইল আকাৰক নিৰ্ধাৰিত কৰাটো
05:51 মই এই অৰ (or) অপাৰেতৰটো ব্যৱ্হাৰ কৰি ক’ম অৰ আৰু মই ক’ম অৰ (or) চাইজ ($size)টো এক মেগাবাইতৰ আধাতকৈ ডাঙৰ
06:04 এইটো এক মেগাবাইতৰ আধা যি হৈছে পাচ শ হাজাৰ বিতচ, ক্ষমা কৰিব বাইতচ । মই ভাবো মই এটা ভুল কৰিলো আৰু বাইতচৰ পৰিৱৰ্তে বিতচ ক’লো
06:14 গতিকে সেইটো পাচ শ হাজাৰ বাইতচ যি 0 পইন্ট 4 মেগাবাইতচৰ সমান । মই এতিয়াৰ বাবে এক মেগাবাইতৰ আধা বুলি ক’ম
06:29 ই আকাৰটো পৰীক্ষা কৰিব আৰু ধৰক ই এক মেগাবাইতৰ আধাতকৈ ডাঙৰ
06:38 তাৰপাছত ই ক’ব ফৰ্মেত ইজ নত এলাওদ ("Format is not allowed")
06:43 গতিকে মই এই বাৰ্তাটো ফৰ্মেত নত এলাওদ অৰ ফাইল চাইজ তু বিগ ("Format not allowed or file size too big")লৈ সলাম
06:56 গতিকে, আপুনি এইবোৰৰ প্ৰত্যেকৰ বাবে এটা ইফ (if) ষ্টেতমেন্ত বনাব পাৰে যি আপোনাৰ টাইপ ($type) আৰু চাইজ ($size) পৰীক্ষা কৰিবৰ বাবে
07:03 আপুনি মাত্ৰ এই চৰ্ত (condition)টো ল’ব লাগিব আৰু ইয়াক আনএটা ইফ (if) ষ্টেতমেন্তত থ’ব লাগিব
07:09 গতিকে, মই ইয়ালৈ ঘূৰি যাম আৰু মই মোৰ ফাইলটো পুনৰ নিৰ্বাচিত কৰিম
07:12 মাত্ৰ ই তাত থকাটো নিশ্বিত কৰক
07:14 আপল’দ (Upload)ত টিপক আৰু মই ক’ম ফৰ্মেত নত এলাওদ...("Format not allowed...")
07:19 এতিয়া যদি আপুনি আমাৰ ক’ডলৈ ঘূৰি যায়, ই 'png' ফৰ্মেতত নাই কিন্তু ই আকাৰৰ সীমাতকৈ অধিক
07:25 আহক ইয়াক 2 মিলিয়নলৈ সলাওঁ যি হৈছে 2 মেগাবাইত
07:31 ৰিফ্ৰেছ আৰু তাক পঠাওক
07:33 আমি চাব পাৰো যে আমাৰ আপল’দ সম্পূৰ্ণ হ’ল কাৰণ ই আকাৰত মাত্ৰ এক মেগাবাইত
07:39 এইয়াই হৈছে এতিয়া মোৰ ফাইল আপল’দ (File Upload)ৰ বাবে থকা সকলো
07:44 এইয়াই হৈছে আপুনি জানিব লগা সকলো যাতে ইয়াক ব্যৱ্হাৰ কৰি নিৰ্দিষ্ট ফাইল প্ৰকাৰ আৰু ফাইল আকাৰক বাহিৰ কৰিব পাৰে যি আপোনাৰ ওৱেব-চাৰ্ভাৰৰ (web-server) বাবে অতি ডাঙৰ
07:54 যদি আপুনি আপোনাৰ ওৱেব চাৰ্ভাৰত ডাঙৰ ফাইলচ নিবিচাৰে, তাক নিয়ন্ত্ৰণ কৰিবলৈ এইটো এটা ভাল পদ্ধতি
07:58 এইটো বনাবলৈ অতি সহজ যি আপুনি দেখিছে
08:01 ইয়াক অভ্যাস কৰক আৰু আপুনি যথেষ্ট সন্তোষ্ট হ’ব ই কিমান দৰকাৰী হ’ব পাৰে দেখি
08:05 যদি আপোনাৰ কিবা প্ৰশ্ন থাকে অনুগ্ৰহ কৰি সুধিবলৈ লাজ নকৰিব
08:08 লগতে অনুগ্ৰহ কৰি চাবস্ক্ৰাইব (subscribe) কৰক, যদি আপুনি যিকোনো আপদেত কৰা ভিদিঅচ বা নতুন ভিদিঅচৰ খবৰ পাব বিচাৰে
08:15 দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । বিদায়

Contributors and Content Editors

Mausamh9