Difference between revisions of "Geogebra/C3/Tangents-to-a-circle/Assamese"
From Script | Spoken-Tutorial
Line 190: | Line 190: | ||
|- | |- | ||
| style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 05:33 | | style="border-top:1.5pt double #000000;border-bottom:1.5pt double #000000;border-left:1.5pt double #000000;border-right:none;padding:0.049cm;"| 05:33 | ||
− | | style="border:1.5pt double #000000;padding:0.049cm;"| দয়া কৰি লক্ষ্য কৰক যে, স্পর্শক সদায়ে বৃত্তৰ ব্যাসার্ধত সমকোণ হয়, যেতিয়া স্পর্শ কৰে, | + | | style="border:1.5pt double #000000;padding:0.049cm;"| দয়া কৰি লক্ষ্য কৰক যে, স্পর্শক সদায়ে বৃত্তৰ ব্যাসার্ধত সমকোণ হয়, যেতিয়া স্পর্শ কৰে, বিন্দু 'B' আৰু 'C' ক স্থানান্তৰিত কৰো, বিন্দু 'B' সহ স্পর্শক কীভাবে স্থানান্তৰিত কৰে। |
− | বিন্দু 'B' আৰু 'C' ক স্থানান্তৰিত কৰো, বিন্দু 'B' সহ স্পর্শক কীভাবে স্থানান্তৰিত কৰে। | + | |
|- | |- |
Revision as of 16:07, 25 May 2015
Time | Narration |
00:00 | নমস্কাৰ, "জীয়োজেব্রাত বৃত্তৰ স্পর্শকৰ (Tangents to a circle) উপৰত এই টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো। |
00:06 | এই টিউটোৰিয়েলৰ শেষত আপোনি বৃত্তৰ স্পর্শক আঁকা, স্পর্শকৰ বৈশিষ্ট্য বুঝিবলৈ সক্ষম হৈ যাব। |
00:17 | আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে। |
00:22 | যদি নাই, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট http://spoken-tutorial.org পৰিদর্শন কৰক। |
00:27 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 11.10, জীয়োজেব্রা সংস্কৰণ 3.2.47.0 ব্যবহাৰ কৰিছো। |
00:41 | আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম।
.Tangents, .Perpendicular Bisector, .Intersect two Objects, .Compass, .Polygon & .Circle with Center and Radius. |
00:58 | নতুন জীয়োজেব্রা উইন্ডো খোলক। |
01:01 | dash home আৰু Media Applicationsৰ উপৰত টিপক। Typeৰ অধিনত Education আৰু Geogebra চয়ন কৰক। |
01:13 | বৃত্তত স্পর্শকবোৰ (tangents) সংজ্ঞায়িত কৰো। |
01:16 | স্পর্শক এটা ৰেখা হয় যি বৃত্তক কেবল এটা বিন্দুত স্পর্শ কৰে। |
01:22 | যোগাযোগ বিন্দুক "স্পর্শকিত বিন্দু" ("point of tangency") বোলা হয়। |
01:27 | এই টিউটোৰিয়েলৰ বাবে আমি "Axes" ৰ পৰিবর্তে "Grid" বিন্যাস (লেআউট) ব্যবহাৰ কৰিম, অঙ্কন প্যাডত ৰাইট ক্লিক কৰক। |
01:35 | "Axes" ক আনচেক কৰক, "Grid" নির্বাচন কৰক। |
01:39 | বৃত্তত স্পর্শক আঁকো। |
01:42 | প্ৰথমে এটা বৃত্ত আঁকো। |
01:45 | টুলবাৰ পৰা “Circle with Center and Radius” টুল নির্বাচন কৰক। |
01:49 | অঙ্কন প্যাডত বিন্দু 'A' চিহ্নিত কৰক। |
01:52 | এটা ডায়লগ বাক্স প্ৰর্দশিত হব। |
01:53 | ব্যাসার্ধৰ বাবে মান '3' টিপক, OK টিপক। |
01:58 | কেন্দ্ৰ 'A' আৰু ব্যাসার্ধ '3' সেন্তিমিতাৰ সৈতে এটা বৃত্ত আঁকা হৈ গৈছে। |
02:04 | বিন্দু 'A'ক স্হানান্তৰ কৰা যাওক আৰু চাওক যে বৃত্তত একেই ব্যাসার্ধ আছে। |
02:09 | "New point" টুলত টিপক, বৃত্তৰ বাহিৰত এটা বিন্দু 'B'ক চিহ্নিত কৰক। |
02:15 | "Segment between two points" টুল নির্বাচন কৰক। বিন্দু 'A' আৰু 'B'ক যুক্ত কৰক। এটা ৰেখাংশ AB আঁকা হৈ গৈছে। |
02:25 | "Perpendicular Bisector" টুল নির্বাচন কৰক, বিন্দু 'A' আৰু 'B' ত টিপক। ৰেখাংশ ABত উল্লম্ব দ্বিখণ্ডক(Perpendicular bisector) আঁকা হৈ গৈছে। |
02:37 | ৰেখাংশ 'AB' আৰু উল্লম্ব দ্বিখণ্ডয়ে এটা বিন্দুত ছেদ কৰে, "Intersect two objects" টুলত টিপক। |
02:44 | ছেদ বিন্দুক 'C' হিসাবে চিহ্নিত কৰক, বিন্দু 'B' আৰু 'C' ক স্থানান্তৰিত কৰক। উল্লম্ব দ্বিখণ্ডক আৰু বিন্দু 'C'ক 'B'ৰ সৈতে কিভাবে স্থানান্তৰিত কৰিব। |
02:59 | কিভাবে প্ৰশিক্ষন কৰিব 'C' 'AB'ৰ মধ্যবিন্দু? |
03:02 | "Distance" টুলৰ উপৰত টিপক। বিন্দু 'A' , 'C', 'C' ,'B' ত টিপক। লক্ষ্য কৰক যে 'AC' = 'CB' অর্থাত 'C' 'AB'ৰ মধ্যবিন্দু। |
03:20 | টুল বাৰ পৰা"Compass" টুল নির্বাচন কৰক, বিন্দু 'C', 'B' ত আৰু চিত্ৰ সম্পূর্ণ কৰাৰ বাবে আকৌ এবাৰ 'C' ত টিপক। |
03:30 | দুটা বৃত্তয়ে দুটা বিন্দুত ছেদ কৰে। |
03:33 | "Intersect two objects" টুলৰ উপৰত টিপক। 'D' আৰু 'E' ক ছেদবিন্দু হিসাবে চিহ্নিত কৰক। |
03:42 | "Segment between two points" টুল নির্বাচন কৰক। |
03:45 | বিন্দু 'B', 'D' আৰু 'B' , 'E' ক যুক্ত কৰক। |
03:53 | ৰেখাংশ 'BD' আৰু 'BE' বৃত্ত 'c'ত স্পর্শক(tangents) কৰে। |
03:59 | বৃত্তত স্পর্শকৰ কিছু বৈশিষ্ট্য অন্বেষণ কৰা যাওক। |
04:05 | "Segment between two points" টুল নির্বাচন কৰক। |
04:08 | বিন্দু 'A', 'D' আৰু 'A', 'E' ক যুক্ত কৰক। |
04:14 | ত্রিভুজ 'ADB' আৰু 'ABE' ত, ৰেখাংশ 'AD' = ৰেখাংশ 'AE' (বৃত্ত 'c'ৰ ব্যাসার্ধ). বীজগণিত ভিউ পৰা চাওক যে ৰেখাংশ 'AD' = ৰেখাংশ 'AE'. |
04:34 | '∠ ADB' = '∠ BEA' বৃত্ত 'D'ৰ অর্ধবৃত্তৰ কোণ। "Angle" পৰিমাপ কৰো। |
04:48 | "Angle" টুলৰ উপৰত টিপক। বিন্দু 'A', 'D', 'B' আৰু 'B', 'E', 'A' ত টিপক। কোণবোৰ সমান। |
05:03 | ৰেখাংশ 'AB' উভয় ত্রিভুজৰ বাবে সমান, সেয়ে "SAS rule of congruency" দ্বাৰা '△ADB' '≅' '△ABE" হয়. |
05:20 | ইয়াৰ পৰা বোঝা যায় যে স্পর্শক 'BD' আৰু 'BE' সমান। |
05:26 | বীজগণিত ভিউ( Algebra View) পৰা, আমি পাব পাৰো যে স্পর্শক 'BD' আৰু 'BE' সমান। |
05:33 | দয়া কৰি লক্ষ্য কৰক যে, স্পর্শক সদায়ে বৃত্তৰ ব্যাসার্ধত সমকোণ হয়, যেতিয়া স্পর্শ কৰে, বিন্দু 'B' আৰু 'C' ক স্থানান্তৰিত কৰো, বিন্দু 'B' সহ স্পর্শক কীভাবে স্থানান্তৰিত কৰে। |
05:50 | এতিয়া ফাইলটো সংৰক্ষণ কৰো। “File”>> "Save As" টিপক। |
05:54 | আমি ফাইলৰ নাম "Tangent-circle" লিখিম আৰু "save" বাটনত টিপক। |
06:08 | এটা উপপাদ্যৰ( theorem) বর্ণনা কৰা যাওক। |
06:11 | "স্পর্শকিত বিন্দুত স্পর্শক আৰু জ্যাতৰ মধ্যবর্তী কোণ, একেই জ্যাতৰ দ্বাৰা অন্তৰিত অন্তর্লিখিত কোণৰ সমান হয়"। স্পর্শক আৰু জ্যাতৰ(chord) মধ্যবর্তী কোণ DFB = জ্যা (chord) BFৰ অন্তর্লিখিত কোণ FCB. |
06:34 | উপপাদ্য প্ৰশিক্ষন কৰা যাওক; |
06:38 | এটা নতুন জীয়োজেব্রা উইন্ডো খোলক। “File”>> "Save As" টিপক। এটা বৃত্ত আঁকক। |
06:48 | টুল বাৰ পৰা "Circle with center through point" টুলত টিপক। কেন্দ্ৰ হিসাবে বিন্দু 'A' চিহ্নিত কৰক আৰু 'B' পোৱাৰ বাবে আকৌ এবাৰ টিপক। |
06:59 | "New point" টুল নির্বাচন কৰক। পৰিসীমাত বিন্দু 'C আৰু বৃত্তৰ বাহিৰত বিন্দু 'D' নির্বাচন কৰক। |
07:06 | টুল বাৰ পৰা "Tangents" টুল নির্বাচন কৰক। বিন্দু 'D'ত টিপক আৰু পৰিসীমাত(circumference) টিপক। |
07:14 | বৃত্তত দুটা স্পর্শক আঁকা হৈ গৈছে। |
07:16 | স্পর্শক বৃত্তৰ উপৰত দুটা বিন্দুত মিলিত হয়। |
07:20 | "Intersect two objects" টুলত টিপক। যোগাযোগ বিন্দু হিসাবে 'E' আৰু 'F' চিহ্নিত কৰক। |
07:28 | এটা ত্রিভুজ আঁকো। "Polygon" টুলত টিপক। |
07:31 | বিন্দু 'B' 'C' 'F'ত আৰু চিত্ৰ সম্পূর্ণ কৰাৰ বাবে 'B' ত আকৌ এবাৰ টিপক। |
07:41 | চিত্রত 'BF' হল বৃত্ত 'c'ৰ জ্যা। |
07:45 | '∠FCB' বৃত্ত 'c'ত জ্যাতৰ দ্বাৰা অন্তর্লিখিত কোণ। |
07:53 | '∠ DFB' বৃত্ত 'c'ত স্পর্শক আৰু জ্যাতৰ মধ্যবর্তী কোণ। |
08:01 | কোণবোৰ মাপ কৰা যাওক, "Angle" টুলত টিপক, বিন্দু D' 'F' 'B' আৰু 'F' 'C' 'B' ত টিপক। |
08:14 | লক্ষ্য কৰক যে '∠DFB' = '∠FCB'. বিন্দু 'D' আৰু 'C' ক স্থানান্তৰিত কৰক যি স্পর্শক আৰু জ্যা বিন্দু 'D'ৰ সৈতে স্থানান্তৰিত হয়। |
08:31 | এতিয়া ফাইলটো সংৰক্ষণ কৰো। “File”>> "Save As" টিপক। |
08:36 | আমি ফাইলৰ নাম "Tangent-angle" লিখিম আৰু "save" বাটনত টিপক। ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
08:50 | সংক্ষেপে, এই টিউটোৰিয়েলত, আমি প্ৰশিক্ষন কৰা শিকিছো যে; |
08:57 | "এটা বহিস্থিত(external) বিন্দুৰ পৰা আঁকা দুটা স্পর্শক সমান হয"। |
09:01 | "বৃত্তৰ স্পর্শক আৰু ব্যাসার্ধৰ মধ্যবর্তী কোণ 90^0 হয়"। |
09:07 | "স্পর্শক আৰু জ্যাতৰ মধ্যবর্তী কোণ, জ্যাতৰ দ্বাৰা অন্তৰিত অন্তর্লিখিত কোণৰ সমান হয়"। |
09:14 | নির্দেশিত কাম হিসাবে আপোনি প্ৰশিক্ষন কৰক যে : |
09:17 | "বৃত্তত অঙ্কিত স্পর্শকৰ মধ্যবর্তী কোণ, ৰেখাংশ দ্বাৰা অন্তৰিত কোণৰ অনুপূৰক(supplementary) যি কেন্দ্রত যোগাযোগ বিন্দুত যুক্ত হয়"। |
09:30 | প্ৰশিক্ষন কৰাৰ বাবে,এটা বৃত্ত আঁকক। বহিস্থিত বিন্দুৰ পৰা স্পর্শক আঁকক। |
09:37 | স্পর্শকৰ যোগাযোগৰ বিন্দু চিহ্নিত কৰক। বৃত্তৰ কেন্দ্ৰ যোগাযোগ বিন্দুৰ সৈতে যুক্ত কৰক। |
09:44 | কেন্দ্রৰ কোণ পৰিমাপ কৰক, স্পর্শকৰ মধ্যবর্তী কোণ পৰিমাপ কৰক। |
09:49 | দুটা কোণৰ সমষ্টি কত? কেন্দ্ৰ আৰু বহিস্থিত(external) বিন্দু যুক্ত কৰক। |
09:55 | ৰেখাংশয়ে কি কেন্দ্ৰত কোণক দুভাগত ভাগ(bisect) কৰে? ইঙ্গিত - এঙ্গেল বাইসেক্টৰ(Angle Bisector) টুল ব্যবহাৰ কৰক। |
10:05 | আউটপুট এইৰকমে দেখাত হোৱা উচিত, |
10:08 | কোণৰ যোগফল = 180^0। ৰেখাংশয়ে কোণক দুভাগত ভাগ কৰে। |
10:16 | এই url http://spoken-tutorial.org/ ত উপলব্ধ ভিডিওটো চাওক। |
10:19 | এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে। যদি আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
10:27 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
10:32 | যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়। |
10:35 | আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত লিখক। |
10:42 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ। |
10:47 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
10:54 | আপোনি এই সম্বন্ধে আৰু তথ্য http://spoken-tutorial.org/NMEICT-Intro এই ওয়েবসাইটত দেখিব পাৰে। |
10:59 | এই টিউটোৰিয়েল-টো অনামিকা মেধীৰ দ্বাৰা অনুবাদিত। |
11:04 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ। |