Geogebra/C3/Tangents-to-a-circle/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ, "জীয়োজেব্রাত বৃত্তৰ স্পর্শকৰ (Tangents to a circle) উপৰত এই টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো।
00:06 এই টিউটোৰিয়েলৰ শেষত আপোনি বৃত্তৰ স্পর্শক আঁকা, স্পর্শকৰ বৈশিষ্ট্য বুঝিবলৈ সক্ষম হৈ যাব।
00:17 আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে।
00:22 যদি নাই, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট http://spoken-tutorial.org পৰিদর্শন কৰক।
00:27 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি লিনাক্স অপাৰেটিং সিস্টেমৰ উবুন্টু সংস্কৰণ 11.10, জীয়োজেব্রা সংস্কৰণ 3.2.47.0 ব্যবহাৰ কৰিছো।
00:41 আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম।

.Tangents,

.Perpendicular Bisector,

.Intersect two Objects,

.Compass,

.Polygon &

.Circle with Center and Radius.

00:58 নতুন জীয়োজেব্রা উইন্ডো খোলক।
01:01 dash home আৰু Media Applicationsৰ উপৰত টিপক। Typeৰ অধিনত Education আৰু Geogebra চয়ন কৰক।
01:13 বৃত্তত স্পর্শকবোৰ (tangents) সংজ্ঞায়িত কৰো।
01:16 স্পর্শক এটা ৰেখা হয় যি বৃত্তক কেবল এটা বিন্দুত স্পর্শ কৰে।
01:22 যোগাযোগ বিন্দুক "স্পর্শকিত বিন্দু" ("point of tangency") বোলা হয়।
01:27 এই টিউটোৰিয়েলৰ বাবে আমি "Axes" ৰ পৰিবর্তে "Grid" বিন্যাস (লেআউট) ব্যবহাৰ কৰিম, অঙ্কন প্যাডত ৰাইট ক্লিক কৰক।
01:35 "Axes" ক আনচেক কৰক, "Grid" নির্বাচন কৰক।
01:39 বৃত্তত স্পর্শক আঁকো।
01:42 প্ৰথমে এটা বৃত্ত আঁকো।
01:45 টুলবাৰ পৰা “Circle with Center and Radius” টুল নির্বাচন কৰক।
01:49 অঙ্কন প্যাডত বিন্দু 'A' চিহ্নিত কৰক।
01:52 এটা ডায়লগ বাক্স প্ৰর্দশিত হব।
01:53 ব্যাসার্ধৰ বাবে মান '3' টিপক, OK টিপক।
01:58 কেন্দ্ৰ 'A' আৰু ব্যাসার্ধ '3' সেন্তিমিতাৰ সৈতে এটা বৃত্ত আঁকা হৈ গৈছে।
02:04 বিন্দু 'A'ক  স্হানান্তৰ কৰা যাওক আৰু চাওক যে বৃত্তত একেই ব্যাসার্ধ  আছে।
02:09 "New point" টুলত টিপক, বৃত্তৰ বাহিৰত এটা বিন্দু 'B'ক চিহ্নিত কৰক।
02:15 "Segment between two points" টুল নির্বাচন কৰক। বিন্দু 'A' আৰু 'B'ক যুক্ত কৰক। এটা ৰেখাংশ AB আঁকা হৈ গৈছে।
02:25 "Perpendicular Bisector" টুল নির্বাচন কৰক, বিন্দু 'A' আৰু 'B' ত টিপক। ৰেখাংশ ABত উল্লম্ব দ্বিখণ্ডক(Perpendicular bisector) আঁকা হৈ গৈছে।
02:37 ৰেখাংশ 'AB' আৰু উল্লম্ব দ্বিখণ্ডয়ে এটা বিন্দুত ছেদ কৰে, "Intersect two objects" টুলত টিপক।
02:44 ছেদ বিন্দুক 'C' হিসাবে চিহ্নিত কৰক, বিন্দু 'B' আৰু 'C' ক স্থানান্তৰিত কৰক। উল্লম্ব দ্বিখণ্ডক আৰু বিন্দু 'C'ক 'B'ৰ সৈতে কিভাবে স্থানান্তৰিত কৰিব।
02:59 কিভাবে প্ৰশিক্ষন কৰিব 'C' 'AB'ৰ মধ্যবিন্দু?
03:02 "Distance" টুলৰ উপৰত টিপক। বিন্দু 'A' , 'C', 'C' ,'B' ত টিপক। লক্ষ্য কৰক যে 'AC' = 'CB' অর্থাত 'C' 'AB'ৰ মধ্যবিন্দু।
03:20 টুল বাৰ পৰা"Compass" ​​টুল নির্বাচন কৰক, বিন্দু 'C', 'B' ত আৰু চিত্ৰ সম্পূর্ণ কৰাৰ বাবে আকৌ এবাৰ 'C' ত টিপক।
03:30 দুটা বৃত্তয়ে দুটা বিন্দুত ছেদ কৰে।
03:33 "Intersect two objects" টুলৰ উপৰত টিপক। 'D' আৰু 'E' ক ছেদবিন্দু হিসাবে চিহ্নিত কৰক।
03:42 "Segment between two points" টুল নির্বাচন কৰক।
03:45 বিন্দু 'B', 'D' আৰু 'B' , 'E' ক যুক্ত কৰক।
03:53 ৰেখাংশ 'BD' আৰু 'BE' বৃত্ত 'c'ত স্পর্শক(tangents) কৰে।
03:59 বৃত্তত স্পর্শকৰ কিছু বৈশিষ্ট্য অন্বেষণ কৰা যাওক।
04:05 "Segment between two points" টুল নির্বাচন কৰক।
04:08 বিন্দু 'A', 'D' আৰু 'A', 'E' ক যুক্ত কৰক।
04:14 ত্রিভুজ 'ADB' আৰু 'ABE' ত, ৰেখাংশ 'AD' = ৰেখাংশ 'AE' (বৃত্ত 'c'ৰ ব্যাসার্ধ). বীজগণিত ভিউ পৰা চাওক যে ৰেখাংশ 'AD' = ৰেখাংশ 'AE'.
04:34 '∠ ADB' = '∠ BEA' বৃত্ত 'D'ৰ অর্ধবৃত্তৰ কোণ। "Angle" পৰিমাপ কৰো।
04:48 "Angle" টুলৰ উপৰত টিপক। বিন্দু 'A', 'D', 'B' আৰু 'B', 'E', 'A' ত টিপক। কোণবোৰ সমান।
05:03 ৰেখাংশ 'AB' উভয় ত্রিভুজৰ বাবে সমান, সেয়ে "SAS rule of congruency" দ্বাৰা '△ADB' '≅' '△ABE" হয়.
05:20 ইয়াৰ পৰা বোঝা যায় যে স্পর্শক 'BD' আৰু 'BE' সমান।
05:26 বীজগণিত ভিউ( Algebra View) পৰা, আমি পাব পাৰো যে স্পর্শক 'BD' আৰু 'BE' সমান।
05:33 দয়া কৰি লক্ষ্য কৰক যে, স্পর্শক সদায়ে বৃত্তৰ ব্যাসার্ধত সমকোণ হয়, যেতিয়া স্পর্শ কৰে, বিন্দু 'B' আৰু 'C' ক স্থানান্তৰিত কৰো, বিন্দু 'B' সহ স্পর্শক কীভাবে স্থানান্তৰিত কৰে।
05:50 এতিয়া ফাইলটো সংৰক্ষণ কৰো। “File”>> "Save As" টিপক।
05:54 আমি ফাইলৰ নাম "Tangent-circle" লিখিম আৰু "save" বাটনত টিপক।
06:08 এটা উপপাদ্যৰ( theorem) বর্ণনা কৰা যাওক।
06:11 "স্পর্শকিত বিন্দুত স্পর্শক আৰু জ্যাতৰ মধ্যবর্তী কোণ, একেই জ্যাতৰ দ্বাৰা অন্তৰিত অন্তর্লিখিত কোণৰ সমান হয়"। স্পর্শক আৰু জ্যাতৰ(chord) মধ্যবর্তী কোণ DFB = জ্যা (chord) BFৰ অন্তর্লিখিত কোণ FCB.
06:34 উপপাদ্য প্ৰশিক্ষন কৰা যাওক;
06:38 এটা নতুন জীয়োজেব্রা উইন্ডো খোলক। “File”>> "Save As" টিপক। এটা বৃত্ত আঁকক।
06:48 টুল বাৰ পৰা "Circle with center through point" টুলত টিপক। কেন্দ্ৰ হিসাবে বিন্দু 'A' চিহ্নিত কৰক আৰু 'B' পোৱাৰ বাবে আকৌ এবাৰ টিপক।
06:59 "New point" টুল নির্বাচন কৰক। পৰিসীমাত বিন্দু 'C আৰু বৃত্তৰ বাহিৰত বিন্দু 'D' নির্বাচন কৰক।
07:06 টুল বাৰ পৰা "Tangents" টুল নির্বাচন কৰক। বিন্দু 'D'ত টিপক আৰু পৰিসীমাত(circumference) টিপক।
07:14 বৃত্তত দুটা স্পর্শক আঁকা হৈ গৈছে।
07:16 স্পর্শক বৃত্তৰ উপৰত দুটা বিন্দুত মিলিত হয়।
07:20 "Intersect two objects" টুলত টিপক। যোগাযোগ বিন্দু হিসাবে 'E' আৰু 'F' চিহ্নিত কৰক।
07:28 এটা ত্রিভুজ আঁকো। "Polygon" টুলত টিপক।
07:31 বিন্দু 'B' 'C' 'F'ত আৰু চিত্ৰ সম্পূর্ণ কৰাৰ বাবে 'B' ত আকৌ এবাৰ টিপক।
07:41 চিত্রত 'BF' হল বৃত্ত 'c'ৰ জ্যা।
07:45 '∠FCB' বৃত্ত 'c'ত জ্যাতৰ দ্বাৰা অন্তর্লিখিত কোণ।
07:53 '∠ DFB' বৃত্ত 'c'ত স্পর্শক আৰু জ্যাতৰ মধ্যবর্তী কোণ।
08:01 কোণবোৰ মাপ কৰা যাওক, "Angle" টুলত টিপক, বিন্দু D' 'F' 'B' আৰু 'F' 'C' 'B' ত টিপক।
08:14 লক্ষ্য কৰক যে '∠DFB' = '∠FCB'. বিন্দু 'D' আৰু 'C' ক স্থানান্তৰিত কৰক যি স্পর্শক আৰু জ্যা বিন্দু 'D'ৰ সৈতে স্থানান্তৰিত হয়।
08:31 এতিয়া ফাইলটো সংৰক্ষণ কৰো। “File”>> "Save As" টিপক।
08:36 আমি ফাইলৰ নাম "Tangent-angle" লিখিম আৰু "save" বাটনত টিপক। ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:50 সংক্ষেপে, এই টিউটোৰিয়েলত, আমি প্ৰশিক্ষন কৰা শিকিছো যে;
08:57 "এটা বহিস্থিত(external) বিন্দুৰ পৰা আঁকা দুটা স্পর্শক সমান হয"।
09:01 "বৃত্তৰ স্পর্শক আৰু ব্যাসার্ধৰ মধ্যবর্তী কোণ 90^0 হয়"।
09:07 "স্পর্শক আৰু জ্যাতৰ মধ্যবর্তী কোণ, জ্যাতৰ দ্বাৰা অন্তৰিত অন্তর্লিখিত কোণৰ সমান হয়"।
09:14 নির্দেশিত কাম হিসাবে আপোনি প্ৰশিক্ষন কৰক যে :
09:17 "বৃত্তত অঙ্কিত স্পর্শকৰ মধ্যবর্তী কোণ, ৰেখাংশ দ্বাৰা অন্তৰিত কোণৰ অনুপূৰক(supplementary) যি কেন্দ্রত যোগাযোগ বিন্দুত যুক্ত হয়"।
09:30 প্ৰশিক্ষন কৰাৰ বাবে,এটা বৃত্ত আঁকক। বহিস্থিত বিন্দুৰ পৰা স্পর্শক আঁকক।
09:37 স্পর্শকৰ যোগাযোগৰ বিন্দু চিহ্নিত কৰক। বৃত্তৰ কেন্দ্ৰ যোগাযোগ বিন্দুৰ সৈতে যুক্ত কৰক।
09:44 কেন্দ্রৰ কোণ পৰিমাপ কৰক, স্পর্শকৰ মধ্যবর্তী কোণ পৰিমাপ কৰক।
09:49 দুটা কোণৰ সমষ্টি কত? কেন্দ্ৰ আৰু বহিস্থিত(external) বিন্দু যুক্ত কৰক।
09:55 ৰেখাংশয়ে কি কেন্দ্ৰত কোণক দুভাগত ভাগ(bisect) কৰে? ইঙ্গিত - এঙ্গেল বাইসেক্টৰ(Angle Bisector) টুল ব্যবহাৰ কৰক।
10:05 আউটপুট এইৰকমে দেখাত হোৱা উচিত,
10:08 কোণৰ যোগফল = 180^0। ৰেখাংশয়ে কোণক দুভাগত ভাগ কৰে।
10:16 এই url http://spoken-tutorial.org/ ত উপলব্ধ ভিডিওটো চাওক।
10:19 এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিবৰণ কৰে। যদি আপোনাৰ উচৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও চাব পাৰে।
10:27 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
10:32 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়।
10:35 আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত লিখক।
10:42 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশবিশেষ।
10:47 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
10:54 আপোনি এই সম্বন্ধে আৰু তথ্য http://spoken-tutorial.org/NMEICT-Intro এই ওয়েবসাইটত দেখিব পাৰে।
10:59 এই টিউটোৰিয়েল-টো অনামিকা মেধীৰ দ্বাৰা অনুবাদিত।
11:04 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi