Difference between revisions of "BASH/C2/Logical-Operators/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 !Time !Narration |- | 00:01 | মৰমৰ বন্ধুসকল, ল’জিকেল অপাৰেটৰচ ইন বেচ('''Logical Operators in...")
 
Line 128: Line 128:
 
|-
 
|-
 
|  03:21   
 
|  03:21   
| এইটো হৈছে চিবেং শাৰী (''' Shenbang line''')
+
| এইটো হৈছে চেনবেং শাৰী (''' Shenbang line''')
  
 
|-
 
|-
Line 322: Line 322:
 
|-
 
|-
 
| 07:24  
 
| 07:24  
| এইটো হৈছে আমি ইতিমধ্যে জনা চিবেং শাৰী ('''Shenbang line''')
+
| এইটো হৈছে আমি ইতিমধ্যে জনা চেনবেং শাৰী ('''Shenbang line''')
  
 
|-
 
|-

Revision as of 18:57, 21 February 2015


Time Narration
00:01 মৰমৰ বন্ধুসকল, ল’জিকেল অপাৰেটৰচ ইন বেচ(Logical Operators in Bash )ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:07 এই টিউটৰিয়েলটোত, আমি শিকিম
00:10 * ব্যৱহাৰ Logical AND(ল’জিকেল এন্দ)
  • Logical OR(ল’জিকেল অৰ)
  • Logical NOT(ল’জিকেল নত)
  • কিছু উদাহৰণ ব্যৱহাৰ কৰি
00:19 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ জ্ঞান থাকিব লাগিব
00:22 * if-else statement(ইফ-এলচ ষ্টেটমেন্ত),
  • command line arguments (কমান্ড লাইন আৰগুমেন্তচ) আৰু
  • quoting in BASH(ক্যৌটিং ইন বেচ)ৰ
00:30 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক
00:36 এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:38 * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS
00:43 * GNU Bash(বেচ) তাঙৰণ 4.1.10
00:47 GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:53 আহক আমি ল’জিকেল অপাৰেটৰচ( Logical operators)ৰ ব্যৱ্হাৰ বুজো
00:57 * ল’জিকেল অপাৰেটৰচ (Logical operators) সমূহ প্ৰধানকৈ প্ৰোগ্ৰামৰ গতিক নিয়ন্ত্ৰণ(control program flow) কৰিবলৈ ব্যৱ্হাৰ কৰা হয়
01:02 * ল’জিকেল অপাৰেটৰচ (Logical operators) য়ে দুটা অভিব্যক্তি (expressions) বা চৰ্ত (conditions)ক সংযোগ কৰিবলৈ সহায় কৰে
01:09 * সিহত if(ইফ), while(হোৱাইল), বা আন কিবা ক’ন্ট্ৰ’ল ষ্টেটমেন্তচৰ (control statements) এটা অংশ হ’ব পাৰে
01:15 আহক Logical AND (ল’জিকেল এন্দ)ৰ গাঠণিটো(syntax) চাওঁ
01:19 * আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 1 space(স্পেছ) সামৰণি বৰবন্ধনী space(স্পেছ) এম্পাৰচেন্দ (ampersand) এম্পাৰচেন্দ (ampersand) space(স্পেছ) আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 2 space(স্পেছ) সামৰণি বৰবন্ধনী
01:38 * বা আমি এই গাঠণিটো (syntax) ব্যৱ্হাৰ কৰিব পাৰো
01:41 * আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 1 space(স্পেছ) হাইফেন(hyphen) a space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 2 space(স্পেছ) সামৰণি বৰবন্ধনী
01:53 * Logical AND(ল’জিকেল এন্দ)য়ে ট্ৰু (true) ঘূৰাই দিয়ে যেতিয়া চৰ্ত (condition) 1 আৰু চৰ্ত (condition) 2 দু্য়োটা ট্ৰু (true) হয়
02:00 আহক আমি Logical OR (ল’জিকেল অৰ)ৰ গাঠণিটো(syntax) চাওঁ
02:04 * আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 1 space(স্পেছ) সামৰণি বৰবন্ধনী space(স্পেছ) ভাৰ্টিকেল বাৰ (vertical bar) আকৌ ভাৰ্টিকেল বাৰ (vertical bar) space(স্পেছ) আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 2 space(স্পেছ) সামৰণি বৰবন্ধনী
02:22 * বা আমি এই গাঠণিটো (syntax) ব্যৱ্হাৰ কৰিব পাৰো
02:24 * আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 1 space(স্পেছ) হাইফেন(hyphen) o space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 2 space(স্পেছ) সামৰণি বৰবন্ধনী
02:36 * Logical OR(ল’জিকেল অৰ)য়ে ট্ৰু (true) ঘূৰাই দিয়ে যেতিয়া চৰ্ত (condition) 1 বা চৰ্ত (condition) 2 ৰ যিকোনো এটা ট্ৰু (true) হয়
02:43 আহক আমি Logical OR(ল’জিকেল অৰ) আৰু Logical AND(ল’জিকেল এন্দ)ৰ ব্যৱ্হাৰ এটা উদাহৰণ ব্যৱ্হাৰ কৰি শিকো
02:50 মই ইতিমধ্যে ক’ডটো logical(ল’জিকেল).sh নামৰ ফাইল এটাত লিখি থৈছো
02:55 টাৰ্মিনেল (terminal) খুলিবলৈ আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে Ctrl Alt আৰু T কী টিপক
03:04 লিখক: gedit space(স্পেছ) logical(ল’জিকেল).sh space(স্পেছ) & চিহ্ন এন্টাৰ (Enter) টিপক
03:12 এতিয়া ইয়াত আপোনাৰ logical(ল’জিকেল).sh ফাইলত দৰ্শিত ধৰণে ক’ডটো লিখক
03:18 এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম
03:21 এইটো হৈছে চেনবেং শাৰী ( Shenbang line)
03:25 ৰিদ ক’মান্ডটোৱে (read command) ষ্টেনদাৰ্দ ইনপুট ( standard input)ৰ পৰা এশাৰী দাতা পঢ়ে
03:29 - (হাইফেন) pয়ে প্ৰমপ্ত্টো ('prompt) দৰ্শিত কৰে
03:33 ষ্ট্ৰিংগ (string) হৈছে এটা ভেৰিয়েবল (variable) যি কাৰ্যকৰনৰ সময়ত উপভোক্তাই এন্টাৰ কৰা আখৰসমূহ জমা কৰে
03:39 ইফ ষ্টেটমেন্ত (if statement)টোৱে এন্টাৰ কৰা ষ্ট্ৰিংগ (string) টো খালী (empty) নেকি পৰীক্ষা কৰে
03:45 - (হাইফেন) z য়ে ষ্ট্ৰিংগ (string) টোৰ দৈৰ্ঘ্য শূণ্য (zero) নেকি পৰীক্ষা কৰে
03:50 বিভিন্ন অন্য ষ্ট্ৰিংগ তুলনাসমূহৰ (string comparisons) বিশ্লেষণ ( explore) পৰীক্ষা কৰিবলৈ টাৰ্মিনেলত ( terminal) লিখক man(মেন) space(স্পেছ)
03:57 ইকৌ (echo) ষ্টেটমেন্তটোৱে (statement) এটা বাৰ্তা ছপা কৰিব যদি একো এন্টাৰ কৰা নহয়
04:02 যদি ষ্ট্ৰিংগটো (string) খালী নহয়, প্ৰোগ্ৰামটো প্ৰথম elif ষ্টেটমেন্ত(statement)টোলৈ গতি কৰিব
04:08 ইয়াত ই পৰীক্ষা কৰিব যে এন্টাৰ কৰা ষ্ট্ৰিংগ (string)টোত দুয়োটা শব্দ raj(ৰাজ) আৰু jit(জিত) আছেনে নাই
04:16 যদি হয়, তেন্তে ই এটা বাৰ্তা ইকৌ (echo) কৰিব
04:20 অনুগ্ৰহ কৰি মন কৰিব যে ইয়াত logical AND(ল’জিকেল এন্দ) ব্যৱ্হাৰ হৈছে
04:24 গতিকে, বাৰ্তাটো দৰ্শিত হ’ব মাত্ৰ যেতিয়া দুয়োটা চৰ্ত (conditions) সন্তুষ্ট(satisfied) হয়
04:31 যদি তেনে নহয়, তেন্তে প্ৰোগ্ৰামটো দ্বিতীয় elif ষ্টেটমেন্ত(statement)টোলৈ গতি কৰিব
04:37 ইয়াত ই পৰীক্ষা কৰিব যে এন্টাৰ কৰা ষ্ট্ৰিংগ (string)টোত raj(ৰাজ) বা jit(জিত) আছেনে নাই
04:43 যদি হয়, তেন্তে ই বাৰ্তাটো দৰ্শিত কৰিব
04:47 অনুগ্ৰহ কৰি মন কৰিব যে ইয়াত logical OR(ল’জিকেল অৰ) ব্যৱ্হাৰ হৈছে
04:52 বাৰ্তাটো দৰ্শিত হ’ব মাত্ৰ যেতিয়া যিকোনো এটা চৰ্ত (conditions) সন্তুষ্ট(satisfied) হ’ব
04:59 শেষত, আমাৰ ডিফল্ট (default) এলচ ষ্টেটমেন্তটো (else statement) আছে
05:02 যেতিয়া ওপৰৰ সকলো ষ্টেটমেন্ত (statement) ফলচ (false) হয়, তেতিয়া এই ষ্টেটমেন্তটো (statement) কাৰ্যকৰী হ’ব
05:08 fi হৈছে মাল্তিলেভেল ইফ-এলচ (multilevel if-else) লোপৰ (loop) শেষ
05:12 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
05:15 টাৰ্মিনেল(Terminal)টোলৈ ঘূৰি আহঁক
05:17 প্ৰথমে ফাইলটো এক্সিকিউটেব’ল (executable) বনাওক লিখি - chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) logical dot(ল’জিকেল দত) sh এন্টাৰ(Enter) টিপক
05:30 এতিয়া লিখক dot slash logical(দত শ্লাচ ল’জিকেল).sh এন্টাৰ(Enter) টিপক
05:36 প্ৰমপ্তটোৱে (prompt) দৰ্শাব Enter a word:
05:38 মই এন্টাৰ কৰিম jitinraj(জিত ইন ৰাজ)
05:42 আউতপুতটো হৈছে : jitinraj contains both the words raj and jit
05:48 ই বুজায় যে নিয়ন্ত্ৰণটো (control) দ্বিতীয় ষ্টেটমেন্ত(statement)টোলৈ পাৰহৈ গ’ল
05:52 আৰু যিহেতু দুয়োটা চৰ্ত (conditions) সন্তুষ্ট (satisfied) হৈছে, ই বাৰ্তাটো দৰ্শিত কৰিছে
05:57 এতিয়া আহক আমি স্ক্ৰিপ্তটো (script) আকৌ কাৰ্যকৰী কৰো
06:00 আপ এৰ’ কীটো (up arrow key) টিপক
06:02 ./logical(ল’জিকেল).shলৈ যাওঁক এন্টাৰ(Enter) টিপক
06:07 প্ৰমপ্তটোৱে (prompt) দৰ্শাব Enter a word:
06:09 এইবাৰ মই এন্টাৰ কৰিম abhijit(অভিজিত)
06:13 আউতপুতটো দৰ্শিত হৈছে যে : abhijit contains word 'raj' or 'jit'
06:19 অনুগ্ৰহ কৰি প্ৰোগ্ৰামটো বেলেগ ইনপুটচৰ (inputs) সৈতে কাৰ্যকৰী কৰি চেষ্টা কৰক আৰু আউতপুতটো নিৰীক্ষণ কৰক
06:25 আহক আমাৰ শ্লাইডসমূহলৈ ঘূৰি আহোঁ
06:27 আহক এবাৰ Logical NOT(ল’জিকেল নত) অপাৰেটৰ (operator) চাওঁ
06:31 * ই এটা সমীকৰণৰ (expression) বুলিয়ান (boolean) মানটোক বিপৰীত কৰে
06:35 * যি বুজায়, ই ট্ৰু (true) ঘূৰাই দিয়ে যদি সমীকৰণটো ফলচ (false) হয়
06:40 * আৰু ফলচ (false) ঘূৰাই দিয়ে যদি সমীকৰণটো ট্ৰু (true) হয়
06:44 Logical NOT(ল’জিকেল নত) অপাৰেটৰৰ (operator) গাঠণিটো হৈছে
06:48 * এক্সক্লেমেচন মাৰ্ক (Exclamation mark) space(স্পেছ) সমীকৰণ (expression)
06:52 বা আৰম্ভণি বৰবন্ধনী space(স্পেছ) এক্সক্লেমেচন মাৰ্ক (exclamation mark) space(স্পেছ) সমীকৰণ (expression) space(স্পেছ) সামৰণি বৰবন্ধনী
07:00 আহক আমি এটা উদাহৰণ চাওঁ
07:03 মই ইতিমধ্যে ক’ডটো ফাইল এটাত লিখি থৈছো
07:05 গতিকে, মই টাৰ্মিনেল(Terminal)টোলৈ যাম আৰু লিখিম gedit space(স্পেছ) ল’জিকেল নত (logicalNOT) dot(দত) sh space(স্পেছ) এম্পাৰচেন্দ চিহ্ন (ampersand sign) এন্টাৰ(Enter) টিপক
07:18 এতিয়া ইয়াত আপোনাৰ ল’জিকেল নত (logicalNOT) dot(দত) sh ফাইলত দৰ্শিত ধৰণে ক’ডটো লিখক
07:24 এইটো হৈছে আমি ইতিমধ্যে জনা চেনবেং শাৰী (Shenbang line)
07:28 $1 হৈছে স্ক্ৰিপ্ত(script)টোলৈ পঠিওৱা প্ৰথম ক’মান্ড লাইন আৰগুমেন্ত (command line argument)
07:33 - (হাইফেন) f য়ে পৰীক্ষা কৰে যে এটা আৰগুমেন্ত (argument) হিচাবে পঠোৱা নামটোৰ কিবা ফাইল উপলবদ্ধ নেকি
07:41 গতিকে, ই ট্ৰু (true) ঘূৰাই দিব যদি ফাইলটো উপলবদ্ধ আৰু ফলচ (false) ঘূৰাই দিব যদি ই নাই
07:48 এই নত অপাৰেটৰটোৱে (NOT operator) ইয়াত ঘূৰাই পঠোৱা মানটো বিপৰীত (inverse) কৰে
07:52 যি বুজায়, যদি সেই নামৰ এটা ফাইল উপলবদ্ধ, চৰ্তটো ট্ৰু (true) হ’ব
07:58 কিন্তু নত অপাৰেটৰটোৱে (NOT operator) ইয়াৰ মানটো ফলচ (false)লৈ বিপৰীত (inverse) কৰিব
08:02 আৰু ই বাৰ্তাটো দৰ্শিত কৰিব যে FILE does not exist
08:07 ইয়াত এলচ ষ্টেটমেন্ত (else statement)টোত, ই বাৰ্তাটো দৰ্শিত কৰে যে FILE exists
08:13 fi য়ে ইফ লোপৰ (if loop) শেষক সূচায়
08:16 এতিয়া, টাৰ্মিনেল (Terminal)টোলৈ যাওঁ
08:18 মই প্ৰমপ্ত (prompt)টো খালী কৰিম
08:20 আহক test.txt নামৰ এটা খালী ফাইল নিৰ্মাণ কৰো
08:25 লিখক : touch(টাচ) space(স্পেছ) test dot(টেষ্ট দত) txt এন্টাৰ (Enter) টিপক
08:32 তাৰপাছত, স্ক্ৰিপ্তটো (script) এক্সিকিউটেব’ল (executable) বনাওক লিখি :

chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) logicalNOT(ল’জিকেল নত) dot(দত) sh এন্টাৰ (Enter) টিপক

08:45 এতিয়া লিখক dot slash(দত শ্লাচ) logicalNOT(ল’জিকেল নত) dot(দত) sh space(স্পেছ) test(টেষ্ট) dot(দত) txt এন্টাৰ (Enter) টিপক
08:55 আমাৰ চেল স্ক্ৰিপ্ত (shell script)টোৱে পৰীক্ষা কৰিব যে ফাইলটো উপলবদ্ধ হয়নে
09:00 আমাৰ test(টেষ্ট) dot(দত) txt ফাইলটো উপলবদ্ধ গতিকে মানটো ট্ৰু (true) হ’ব
09:07 তেতিয়া ল’জিকেল নতটোৱে (logical NOT) সেই মানটো বিপৰীত (inverse) কৰিব আৰু ফলচ (false) ঘূৰাই দিব
09:12 সমীকৰণটো ফলচ (false) হোৱাৰ কাৰণে, এলচ ষ্টেটমেন্ত (else statement)টো সমাধিত (evaluated) হৈছে
09:18 আৰু বাৰ্তাটো দৰ্শিত হৈছে যে -File 'test.txt' exists
09:23 প্ৰোগ্ৰামটো আকৌ আৰগুমেন্ত (argument) test1.txtৰ সৈতে কাৰ্যকৰী কৰি চেষ্টা কৰক
09:29 আৰু আগতে বৰ্ণনা কৰাৰ দৰে নিয়ন্ত্ৰণৰ গতিটো (control flow) নিৰীক্ষণ (observe) কৰক
09:33 আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহোঁ । আহক আমি মূলভাৱ চাওঁ
09:37 এই টিউট’ৰিয়েলটোত আমি ব্যৱ্হাৰ শিকিলো,
  • logical AND (ল’জিকেল এন্দ)
  • logical OR (ল’জিকেল অৰ) আৰু
  • logical NOT (ল’জিকেল নত)ৰ
09:45 এটা অনুশিলনী হিচাবে,
09:47 পৰীক্ষা কৰক ফাইলটো আছে নেকি
09:49 আৰু এক্সিকিউটেব’ল (executable) হয়
09:51 * ল’জিকেল অপাৰেটৰচ ( logical operators) ব্যৱ্হাৰ কৰি এই টিউট’ৰিয়েলটোত বৰ্ণিত ধৰণে
09:56 * (সংকেত: man(মেন) space(স্পেছ) test(টেষ্ট))
09:59 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
10:02 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
10:05 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
10:09 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
10:12 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
10:15 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
10:19 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
10:26 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
10:30 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
10:37 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
10:42 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান(contributed) দিছে
10:47 মই মৌচম হাজৰিকা
10:51 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi