BASH/C2/Logical-Operators/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
|---|---|
| 00:01 | মৰমৰ বন্ধুসকল, ল’জিকেল অপাৰেটৰচ ইন বেচ(Logical Operators in Bash )ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:07 | এই টিউটৰিয়েলটোত, আমি শিকিম |
| 00:10 | ব্যৱহাৰ Logical AND(ল’জিকেল এন্দ)
Logical OR(ল’জিকেল অৰ) Logical NOT(ল’জিকেল নত) কিছু উদাহৰণ ব্যৱহাৰ কৰি |
| 00:19 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ জ্ঞান থাকিব লাগিব |
| 00:22 | if-else statement(ইফ-এলচ ষ্টেটমেন্ত),
command line arguments (কমান্ড লাইন আৰগুমেন্তচ) আৰু quoting in BASH(বেচত কোটিং কৰা) |
| 00:30 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক |
| 00:36 | এই টিউটৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
| 00:38 | Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 OS |
| 00:43 | GNU Bash(বেচ) তাঙৰণ 4.1.10 |
| 00:47 | GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
| 00:53 | আহক আমি ল’জিকেল অপাৰেটৰচ( Logical operators)ৰ ব্যৱ্হাৰ বুজো |
| 00:57 | ল’জিকেল অপাৰেটৰচ (Logical operators) সমূহ প্ৰধানকৈ প্ৰোগ্ৰামৰ গতিক নিয়ন্ত্ৰণ(control program flow) কৰিবলৈ ব্যৱ্হাৰ কৰা হয় |
| 01:02 | ল’জিকেল অপাৰেটৰচ (Logical operators) য়ে দুটা অভিব্যক্তি (expressions) বা চৰ্ত (conditions)ক সংযোগ কৰিবলৈ সহায় কৰে |
| 01:09 | সিহত if(ইফ), while(হোৱাইল), বা আন কিবা ক’ন্ট্ৰ’ল ষ্টেটমেন্তচৰ (control statements) এটা অংশ হ’ব পাৰে |
| 01:15 | আহক Logical AND (ল’জিকেল এন্দ)ৰ গাঠণিটো(syntax) চাওঁ |
| 01:19 | আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 1 space(স্পেছ) সামৰণি বৰবন্ধনী space(স্পেছ) এম্পাৰচেন্দ (ampersand) এম্পাৰচেন্দ (ampersand) space(স্পেছ) আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 2 space(স্পেছ) সামৰণি বৰবন্ধনী |
| 01:38 | বা আমি এই গাঠণিটো (syntax) ব্যৱ্হাৰ কৰিব পাৰো |
| 01:41 | আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 1 space(স্পেছ) হাইফেন(hyphen) a space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 2 space(স্পেছ) সামৰণি বৰবন্ধনী |
| 01:53 | Logical AND(ল’জিকেল এন্দ)য়ে ট্ৰু (true) ঘূৰাই দিয়ে যেতিয়া চৰ্ত (condition) 1 আৰু চৰ্ত (condition) 2 দু্য়োটা ট্ৰু (true) হয় |
| 02:00 | আহক আমি Logical OR (ল’জিকেল অৰ)ৰ গাঠণিটো(syntax) চাওঁ |
| 02:04 | আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 1 space(স্পেছ) সামৰণি বৰবন্ধনী space(স্পেছ) ভাৰ্টিকেল বাৰ (vertical bar) আকৌ ভাৰ্টিকেল বাৰ (vertical bar) space(স্পেছ) আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 2 space(স্পেছ) সামৰণি বৰবন্ধনী |
| 02:22 | বা আমি এই গাঠণিটো (syntax) ব্যৱ্হাৰ কৰিব পাৰো |
| 02:24 | আৰম্ভণি বৰবন্ধনী space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 1 space(স্পেছ) হাইফেন(hyphen) o space(স্পেছ) ডলাৰ চিহ্ন চৰ্ত (condition) 2 space(স্পেছ) সামৰণি বৰবন্ধনী |
| 02:36 | Logical OR(ল’জিকেল অৰ)য়ে ট্ৰু (true) ঘূৰাই দিয়ে যেতিয়া চৰ্ত (condition) 1 বা চৰ্ত (condition) 2 ৰ যিকোনো এটা ট্ৰু (true) হয় |
| 02:43 | আহক আমি Logical OR(ল’জিকেল অৰ) আৰু Logical AND(ল’জিকেল এন্দ)ৰ ব্যৱ্হাৰ এটা উদাহৰণ ব্যৱ্হাৰ কৰি শিকো |
| 02:50 | মই ইতিমধ্যে ক’ডটো logical(ল’জিকেল).sh নামৰ ফাইল এটাত লিখি থৈছো |
| 02:55 | টাৰ্মিনেল (terminal) খুলিবলৈ আপোনাৰ কীবৰ্ড (keyboard)ত একেলগে Ctrl Alt আৰু T কী টিপক |
| 03:04 | লিখক: gedit space(স্পেছ) logical(ল’জিকেল).sh space(স্পেছ) & চিহ্ন এন্টাৰ (Enter) টিপক |
| 03:12 | এতিয়া ইয়াত আপোনাৰ logical(ল’জিকেল).sh ফাইলত দৰ্শিত ধৰণে ক’ডটো লিখক |
| 03:18 | এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম |
| 03:21 | এইটো হৈছে চেনবেং শাৰী ( Shenbang line) |
| 03:25 | ৰিদ ক’মান্ডটোৱে (read command) ষ্টেনদাৰ্দ ইনপুট ( standard input)ৰ পৰা এশাৰী দাতা পঢ়ে |
| 03:29 | - (হাইফেন) pয়ে প্ৰমপ্ত্টো ('prompt) দৰ্শিত কৰে |
| 03:33 | ষ্ট্ৰিংগ (string) হৈছে এটা ভেৰিয়েবল (variable) যি কাৰ্যকৰনৰ সময়ত উপভোক্তাই এন্টাৰ কৰা আখৰসমূহ জমা কৰে |
| 03:39 | ইফ ষ্টেটমেন্ত (if statement)টোৱে এন্টাৰ কৰা ষ্ট্ৰিংগ (string) টো খালী (empty) নেকি পৰীক্ষা কৰে |
| 03:45 | - (হাইফেন) z য়ে ষ্ট্ৰিংগ (string) টোৰ দৈৰ্ঘ্য শূণ্য (zero) নেকি পৰীক্ষা কৰে |
| 03:50 | বিভিন্ন অন্য ষ্ট্ৰিংগ তুলনাসমূহৰ (string comparisons) বিশ্লেষণ ( explore) পৰীক্ষা কৰিবলৈ টাৰ্মিনেলত ( terminal) লিখক man(মেন) space(স্পেছ) |
| 03:57 | ইকৌ (echo) ষ্টেটমেন্তটোৱে (statement) এটা বাৰ্তা ছপা কৰিব যদি একো এন্টাৰ কৰা নহয় |
| 04:02 | যদি ষ্ট্ৰিংগটো (string) খালী নহয়, প্ৰোগ্ৰামটো প্ৰথম elif ষ্টেটমেন্ত(statement)টোলৈ গতি কৰিব |
| 04:08 | ইয়াত ই পৰীক্ষা কৰিব যে এন্টাৰ কৰা ষ্ট্ৰিংগ (string)টোত দুয়োটা শব্দ raj(ৰাজ) আৰু jit(জিত) আছেনে নাই |
| 04:16 | যদি হয়, তেন্তে ই এটা বাৰ্তা ইকৌ (echo) কৰিব |
| 04:20 | অনুগ্ৰহ কৰি মন কৰিব যে ইয়াত logical AND(ল’জিকেল এন্দ) ব্যৱ্হাৰ হৈছে |
| 04:24 | গতিকে, বাৰ্তাটো দৰ্শিত হ’ব মাত্ৰ যেতিয়া দুয়োটা চৰ্ত (conditions) সন্তুষ্ট(satisfied) হয় |
| 04:31 | যদি তেনে নহয়, তেন্তে প্ৰোগ্ৰামটো দ্বিতীয় elif ষ্টেটমেন্ত(statement)টোলৈ গতি কৰিব |
| 04:37 | ইয়াত ই পৰীক্ষা কৰিব যে এন্টাৰ কৰা ষ্ট্ৰিংগ (string)টোত raj(ৰাজ) বা jit(জিত) আছেনে নাই |
| 04:43 | যদি হয়, তেন্তে ই বাৰ্তাটো দৰ্শিত কৰিব |
| 04:47 | অনুগ্ৰহ কৰি মন কৰিব যে ইয়াত logical OR(ল’জিকেল অৰ) ব্যৱ্হাৰ হৈছে |
| 04:52 | বাৰ্তাটো দৰ্শিত হ’ব মাত্ৰ যেতিয়া যিকোনো এটা চৰ্ত (conditions) সন্তুষ্ট(satisfied) হ’ব |
| 04:59 | শেষত, আমাৰ ডিফল্ট (default) এলচ ষ্টেটমেন্তটো (else statement) আছে |
| 05:02 | যেতিয়া ওপৰৰ সকলো ষ্টেটমেন্ত (statement) ফলচ (false) হয়, তেতিয়া এই ষ্টেটমেন্তটো (statement) কাৰ্যকৰী হ’ব |
| 05:08 | fi হৈছে মাল্তিলেভেল ইফ-এলচ (multilevel if-else) লোপৰ (loop) শেষ |
| 05:12 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
| 05:15 | টাৰ্মিনেল(Terminal)টোলৈ ঘূৰি আহঁক |
| 05:17 | প্ৰথমে ফাইলটো এক্সিকিউটেব’ল (executable) বনাওক লিখি - chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) logical dot(ল’জিকেল দত) sh এন্টাৰ(Enter) টিপক |
| 05:30 | এতিয়া লিখক dot slash logical(দত শ্লাচ ল’জিকেল).sh এন্টাৰ(Enter) টিপক |
| 05:36 | প্ৰমপ্তটোৱে (prompt) দৰ্শাব Enter a word: |
| 05:38 | মই এন্টাৰ কৰিম jitinraj(জিত ইন ৰাজ) |
| 05:42 | আউতপুতটো হৈছে : jitinraj contains both the words raj and jit |
| 05:48 | ই বুজায় যে নিয়ন্ত্ৰণটো (control) দ্বিতীয় ষ্টেটমেন্ত(statement)টোলৈ পাৰহৈ গ’ল |
| 05:52 | আৰু যিহেতু দুয়োটা চৰ্ত (conditions) সন্তুষ্ট (satisfied) হৈছে, ই বাৰ্তাটো দৰ্শিত কৰিছে |
| 05:57 | এতিয়া আহক আমি স্ক্ৰিপ্তটো (script) আকৌ কাৰ্যকৰী কৰো |
| 06:00 | আপ এৰ’ কীটো (up arrow key) টিপক |
| 06:02 | ./logical(ল’জিকেল).shলৈ যাওঁক এন্টাৰ(Enter) টিপক |
| 06:07 | প্ৰমপ্তটোৱে (prompt) দৰ্শাব Enter a word: |
| 06:09 | এইবাৰ মই এন্টাৰ কৰিম abhijit(অভিজিত) |
| 06:13 | আউতপুতটো দৰ্শিত হৈছে যে : abhijit contains word 'raj' or 'jit' |
| 06:19 | অনুগ্ৰহ কৰি প্ৰোগ্ৰামটো বেলেগ ইনপুটচৰ (inputs) সৈতে কাৰ্যকৰী কৰি চেষ্টা কৰক আৰু আউতপুতটো নিৰীক্ষণ কৰক |
| 06:25 | আহক আমাৰ শ্লাইডসমূহলৈ ঘূৰি আহোঁ |
| 06:27 | আহক এবাৰ Logical NOT(ল’জিকেল নত) অপাৰেটৰ (operator) চাওঁ |
| 06:31 | ই এটা সমীকৰণৰ (expression) বুলিয়ান (boolean) মানটোক বিপৰীত কৰে |
| 06:35 | যি বুজায়, ই ট্ৰু (true) ঘূৰাই দিয়ে যদি সমীকৰণটো ফলচ (false) হয় |
| 06:40 | আৰু ফলচ (false) ঘূৰাই দিয়ে যদি সমীকৰণটো ট্ৰু (true) হয় |
| 06:44 | Logical NOT(ল’জিকেল নত) অপাৰেটৰৰ (operator) গাঠণিটো হৈছে |
| 06:48 | এক্সক্লেমেচন মাৰ্ক (Exclamation mark) space(স্পেছ) সমীকৰণ (expression) |
| 06:52 | বা আৰম্ভণি বৰবন্ধনী space(স্পেছ) এক্সক্লেমেচন মাৰ্ক (exclamation mark) space(স্পেছ) সমীকৰণ (expression) space(স্পেছ) সামৰণি বৰবন্ধনী |
| 07:00 | আহক আমি এটা উদাহৰণ চাওঁ |
| 07:03 | মই ইতিমধ্যে ক’ডটো ফাইল এটাত লিখি থৈছো |
| 07:05 | গতিকে, মই টাৰ্মিনেল(Terminal)টোলৈ যাম আৰু লিখিম gedit space(স্পেছ) ল’জিকেল নত (logicalNOT) dot(দত) sh space(স্পেছ) এম্পাৰচেন্দ চিহ্ন (ampersand sign) এন্টাৰ(Enter) টিপক |
| 07:18 | এতিয়া ইয়াত আপোনাৰ ল’জিকেল নত (logicalNOT) dot(দত) sh ফাইলত দৰ্শিত ধৰণে ক’ডটো লিখক |
| 07:24 | এইটো হৈছে আমি ইতিমধ্যে জনা চেনবেং শাৰী (Shenbang line) |
| 07:28 | $1 হৈছে স্ক্ৰিপ্ত(script)টোলৈ পঠিওৱা প্ৰথম ক’মান্ড লাইন আৰগুমেন্ত (command line argument) |
| 07:33 | - (হাইফেন) f য়ে পৰীক্ষা কৰে যে এটা আৰগুমেন্ত (argument) হিচাবে পঠোৱা নামটোৰ কিবা ফাইল উপলবদ্ধ নেকি |
| 07:41 | গতিকে, ই ট্ৰু (true) ঘূৰাই দিব যদি ফাইলটো উপলবদ্ধ আৰু ফলচ (false) ঘূৰাই দিব যদি ই নাই |
| 07:48 | এই নত অপাৰেটৰটোৱে (NOT operator) ইয়াত ঘূৰাই পঠোৱা মানটো বিপৰীত (inverse) কৰে |
| 07:52 | যি বুজায়, যদি সেই নামৰ এটা ফাইল উপলবদ্ধ, চৰ্তটো ট্ৰু (true) হ’ব |
| 07:58 | কিন্তু নত অপাৰেটৰটোৱে (NOT operator) ইয়াৰ মানটো ফলচ (false)লৈ বিপৰীত (inverse) কৰিব |
| 08:02 | আৰু ই বাৰ্তাটো দৰ্শিত কৰিব যে FILE does not exist |
| 08:07 | ইয়াত এলচ ষ্টেটমেন্ত (else statement)টোত, ই বাৰ্তাটো দৰ্শিত কৰে যে FILE exists |
| 08:13 | fi য়ে ইফ লোপৰ (if loop) শেষক সূচায় |
| 08:16 | এতিয়া, টাৰ্মিনেল (Terminal)টোলৈ যাওঁ |
| 08:18 | মই প্ৰমপ্ত (prompt)টো খালী কৰিম |
| 08:20 | আহক test.txt নামৰ এটা খালী ফাইল নিৰ্মাণ কৰো |
| 08:25 | লিখক : touch(টাচ) space(স্পেছ) test dot(টেষ্ট দত) txt এন্টাৰ (Enter) টিপক |
| 08:32 | তাৰপাছত, স্ক্ৰিপ্তটো (script) এক্সিকিউটেব’ল (executable) বনাওক লিখি :
chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) logicalNOT(ল’জিকেল নত) dot(দত) sh এন্টাৰ (Enter) টিপক |
| 08:45 | এতিয়া লিখক dot slash(দত শ্লাচ) logicalNOT(ল’জিকেল নত) dot(দত) sh space(স্পেছ) test(টেষ্ট) dot(দত) txt এন্টাৰ (Enter) টিপক |
| 08:55 | আমাৰ চেল স্ক্ৰিপ্ত (shell script)টোৱে পৰীক্ষা কৰিব যে ফাইলটো উপলবদ্ধ হয়নে |
| 09:00 | আমাৰ test(টেষ্ট) dot(দত) txt ফাইলটো উপলবদ্ধ গতিকে মানটো ট্ৰু (true) হ’ব |
| 09:07 | তেতিয়া ল’জিকেল নতটোৱে (logical NOT) সেই মানটো বিপৰীত (inverse) কৰিব আৰু ফলচ (false) ঘূৰাই দিব |
| 09:12 | সমীকৰণটো ফলচ (false) হোৱাৰ কাৰণে, এলচ ষ্টেটমেন্ত (else statement)টো সমাধিত (evaluated) হৈছে |
| 09:18 | আৰু বাৰ্তাটো দৰ্শিত হৈছে যে -File 'test.txt' exists |
| 09:23 | প্ৰোগ্ৰামটো আকৌ আৰগুমেন্ত (argument) test1.txtৰ সৈতে কাৰ্যকৰী কৰি চেষ্টা কৰক |
| 09:29 | আৰু আগতে বৰ্ণনা কৰাৰ দৰে নিয়ন্ত্ৰণৰ গতিটো (control flow) নিৰীক্ষণ (observe) কৰক |
| 09:33 | আমাৰ শ্লাইড সমূহলৈ ঘূৰি আহোঁ । আহক আমি মূলভাৱ চাওঁ |
| 09:37 | এই টিউট’ৰিয়েলটোত আমি ব্যৱ্হাৰ শিকিলো,
logical AND (ল’জিকেল এন্দ) logical OR (ল’জিকেল অৰ) আৰু logical NOT (ল’জিকেল নত)ৰ |
| 09:45 | এটা অনুশিলনী হিচাবে, |
| 09:47 | পৰীক্ষা কৰক ফাইলটো আছে নেকি |
| 09:49 | আৰু এক্সিকিউটেব’ল (executable) হয় |
| 09:51 | ল’জিকেল অপাৰেটৰচ ( logical operators) ব্যৱ্হাৰ কৰি এই টিউট’ৰিয়েলটোত বৰ্ণিত ধৰণে |
| 09:56 | (সংকেত: man(মেন) space(স্পেছ) test(টেষ্ট)) |
| 09:59 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
| 10:02 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 10:05 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
| 10:09 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
| 10:12 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 10:15 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 10:19 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 10:26 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
| 10:30 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 10:37 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
| 10:42 | স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েল দলে অৱ্দান(contributed) দিছে |
| 10:47 | মই মৌচম হাজৰিকা |
| 10:51 | সংযোগ কৰাৰ বাবে ধন্যবাদ |