Difference between revisions of "Java-Business-Application/C2/Creating-and-viewing-inventories/Assamese"
From Script | Spoken-Tutorial
(→Java-Business-Application/C2/Creating-and-viewing-inventories/English-timed) |
|||
| Line 443: | Line 443: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:10 | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:10 | ||
| − | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এটা চৰ্ত অনুযায়ী যে ব্যৱহাৰকাৰী জনৰ নাম আৰু লগ্দইন হৈ থকা | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এটা চৰ্ত অনুযায়ী যে ব্যৱহাৰকাৰী জনৰ নাম আৰু লগ্দইন হৈ থকা জনৰ নাম একেই হয় |
|- | |- | ||
Revision as of 13:33, 6 February 2015
Java-Business-Application/C2/Creating-and-viewing-inventories/English-timed
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Inventories সৃস্টি আৰু প্ৰদৰ্শনৰ স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম । |
| 00:07 | এই টিউটৰিয়েলত আমি শিকিম : |
| 00:09 | ল'গিনৰ পাঠ কিদৰে পৰিৱৰ্তন কৰি এদমিনৰ পাঠলৈ ৰিদাইৰেক্ট কৰা |
| 00:14 | সকলো কিতাপৰ তথ্য আহৰণ কৰিবলৈ |
| 00:17 | ধাৰত লোৱা কিতাপ সমূহৰ তথ্য আহৰণ কৰিবলৈ |
| 00:20 | লগ্দইন ব্যৱহাৰকাৰীৰ দ্ৱাৰা ধাৰত লোৱা কিতাপ সমূহ প্ৰদৰ্শন কৰিবলৈ |
| 00:25 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
| 00:27 | ""উবুন্তু ভাৰ্চন 12.04"" |
| 00:29 | নেটবীন্চ IDE 7.3 |
| 00:32 | JDK 1.7 |
| 00:34 | ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 21.0 |
| 00:38 | নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে । |
| 00:42 | এই টিওটৰিয়েল বুজিবলৈ, আপুনাৰ |
| 00:45 | Java Servlet আৰু JSP ৰ বিষয়ত |
| 00:50 | ডাটাবেছ আৰু ফিল্দ ভেলিদেচন ৰ বিষয়ত সামান্য জ্ঞান থকা উচিত । |
| 00:53 | যদিহে নাই, তেন্তে প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক । |
| 00:57 | এতিয়া নেটবীন্চ IDE লৈ যাও আহক । |
| 01:01 | মই Books tableবুলি এখন টেব্ল সৃষ্টি কৰিলো। |
| 01:04 | আপুনি টেব্ল খনত বিভিন্ন ফিল্দ দেখা পাব । |
| 01:08 | মই এই টেব্ল খনত ১০খন কিতাপ ভৰাইছো |
| 01:12 | ধাৰত লোৱা কিতাপ সমূহৰ তথ্য সংৰক্ষণ কৰিবলৈ Checkout বুলি এখন টেব্ল সৃষ্টি কৰিলো |
| 01:18 | মই Checkout টেব্ল খনত ৫টা এন্ট্ৰী কৰিলো |
| 01:24 | Book আৰু Checkoutৰ বাবে মই এটা মদেল সৃষ্টি কৰিলো |
| 01:29 | Book.java হৈছে কিতাপৰ মদেল |
| 01:32 | আৰু Checkout.java হৈছে চেকআউতৰ মদেল |
| 01:37 | এতিয়া ব্ৰাউচাৰলৈ যাও আহক |
| 01:40 | Admin বুলি ল'গিন কৰো আহক |
| 01:43 | তাৰ বাবে মই ব্যৱহাৰকাৰীৰ নাম আৰু পাছৱৰ্দ Admin বুলি টাইপ কৰিম । তাৰ পাছত মই Sign Inত ক্লিক কৰিম |
| 01:51 | আমি দেখা পাও যে আমি Admin Section Pageত উপনীত হৈছোহি |
| 01:55 | আমি এই পাঠলৈ ঘূৰি আহিম । এতিয়া নেটবীন্চ IDEলৈ যাও আহক |
| 02:02 | আমি চাম যে কিদৰে আমি GreetingServlet পৰিবৰ্তন কৰি তাক Admin Pageলৈ নিৰ্দেশ দিম |
| 02:08 | GreetingServlet.java চাও আহক |
| 02:13 | ইয়াত আমি username আৰু password admin হয় নে নহয় পৰীক্ষা কৰিম |
| 02:19 | যদি হয় আমি adminsection.jspলৈ নিৰ্দেশ দিম |
| 02:25 | আমি আগতে দেখিলো কিদৰে RequestDispatcherৰ সহায়ত আন এটা পাঠলৈ যাব পাৰি |
| 02:32 | এতিয়া ব্ৰাউচাৰলৈ যাও আহক |
| 02:35 | ইয়াত দুটা অপচন আছে |
| 02:37 | List Booksৰ বাবে আমি ৰেডিঅ' বাটন ক্লিক কৰিম |
| 02:41 | তাৰ পাছত আমি চাবমিট বাটনত ক্লিক কৰিম |
| 02:44 | আমি সকলো খিনি কিতাপৰ লিষ্ট খন দেখা পাম |
| 02:49 | ইয়াত সকলো তথ্য পাব পাৰি যেনে Book Id, BookName,Author Name, ISBN, Publisher, Total Copies আৰু Available copies |
| 02:59 | আহক আপুনাক দেখুৱাও ইয়াক কি দৰে কৰা হয় |
| 03:03 | IDEলৈ ঘূৰি যাও আহক |
| 03:05 | এতিয়া adminsection.jspলৈ যাও আহক |
| 03:10 | ইয়াত আমাৰ দুটা ৰেডিঅ' বাটন আছে |
| 03:14 | প্ৰথমটো সকলো খিনি কিতাপৰ লিষ্ট দেখুৱাবলৈ |
| 03:19 | আমি দেখা পাম যে adminsection.jspত আমৰ ফৰ্ম একচন খন AdminSectionলৈ নিৰ্ধাৰণ কৰা আছে |
| 03:28 | এতিয়া AdminSection.java খোলক |
| 03:32 | ইয়াত আমি ক্লিক কৰা অপচনটো পৰীক্ষা কৰে |
| 03:36 | আমি List Booksত ক্লিক কৰিলো |
| 03:39 | সেইবাবে কোৱেৰীৰ এই অংশতো এক্সিকিউত হ'ব |
| 03:44 | Books tableৰ পৰা কিতাপ সমূহ সংগ্ৰহ কৰিবলৈ আমি কোৱেৰী এক্সিকিউত কৰো |
| 03:49 | তাৰ পাছত আমি কিতাপৰ তথ্য সংৰক্ষণ কৰিবলৈ ArrayList সৃষ্টি কৰো |
| 03:55 | তাৰ পাছত আমি resultৰ মাজেৰে পূনৰাবৃত্তি কৰো |
| 03:59 | আমি Book বুলি অবজেক্ট সৃষ্টি কৰিলো |
| 04:03 | Book অবজেক্টত আমি BookId ধাৰ্য্য কৰিছো |
| 04:08 | একেদৰে আমি কিতাপৰ বিভিন্ন এট্ৰিবীউত সমূহ Book অবজেক্টত ধাৰ্য্য কৰিছো |
| 04:16 | তাৰ পাছত আমি books লিষ্টত Book অবজেক্টত যোগ দিছো । |
| 04:21 | তাৰ পাছত আমি ArrayList books, requestলৈ ধাৰ্য্য কৰিলো |
| 04:26 | আৰু তাৰ পাছত আমি RequestDispatcher ব্যৱহাৰ কৰি requestতো listBooks.jspলৈ আগোৱাই দিও |
| 04:33 | এতিয়া আমি listBooks.jspলৈ যাও আহক |
| 04:38 | এই পাঠত adminয়ে কিতাপৰ লিষ্ট সমূহ চাবলৈ সক্ষম হ'ব |
| 04:43 | ইয়াত প্ৰথমে আমি requestৰ সহায়ত কিতাপ সমূহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো |
| 04:48 | HTML table এখনে কিতাপ সমূহৰ তথ্য প্ৰদৰ্শন কৰিব |
| 04:54 | সেইবাবে আমি কিতাপৰ লিষ্টৰ মাজেৰে পূনৰাবৃত্তি কৰিম |
| 04:58 | ইয়াত আমি কিতাপৰ BookId প্ৰদৰ্শন কৰো |
| 05:02 | একেদৰে আমি কিতাপৰ আৰু বিভিন্ন এট্ৰিবীউত সমূহ প্ৰদৰ্শন কৰো |
| 05:07 | এইদৰে আমি কিতাপৰ লিষ্ট সমূহ প্ৰদৰ্শন কৰো |
| 05:11 | এতিয়া ব্ৰাউচাৰলৈ ঘূৰি যাও আহক |
| 05:14 | List Borrowed Booksত ক্লিক কৰিব |
| 05:17 | আৰু চাবমিট বাটনত ক্লিক কৰিব |
| 05:20 | ইছো কৰা সকলো কিতাপৰ লিষ্ট দেখা পাম |
| 05:24 | ইয়াত এই সমূহ তথ্য থাকিব Transaction Id, Book Id আৰু Username |
| 05:29 | IDEলৈ ঘূৰি যাও আহক |
| 05:32 | ওপৰত হোৱা কাৰ্য্যৰ বাবে ক'ড খিনি দেখুৱাও আহক |
| 05:35 | AdminSection.javaলৈ যাওক |
| 05:38 | List Borrowed Booksত ক্লিক কৰিলো |
| 05:42 | সেইবাবে menuSelection আৰু List Borrowed books সমান হৈছে |
| 05:47 | List Booksৰ বাবে কৰা পদ্ধতিৰে সৈতে একেয় |
| 05:53 | Checkout tableৰ পৰা কিতাপৰ তথ্য সংগ্ৰহ কৰিবলৈ আমি কোৱেৰী এক্সিকিউত কৰিছো |
| 05:59 | তাৰ পাছত আমি ধাৰত লোৱা কিতাপ সমূহৰে পূণৰাবৃত্তি কৰিম |
| 06:02 | আৰু ইয়াক requestত checkout এট্ৰিবীউত হিচাপে ধাৰ্য্য কৰিছো |
| 06:07 | listBorrowedBooks.jspলৈ যাও আহক |
| 06:12 | ইয়াত আমি requestৰ পৰা checkout সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো |
| 06:17 | আমি Checkout লিষ্ট খনৰ মাজেৰে পূণৰাবৃত্তি কৰিম |
| 06:20 | ইয়াত আমি Checkoutৰ এট্ৰিবীউত সমূহ প্ৰদৰ্শন কৰো |
| 06:25 | এই দৰে আমি Borrowed Books সমূহ প্ৰদৰ্শন কৰো |
| 06:28 | এতিয়া ব্ৰাউচাৰলৈ ঘূৰি যাও আহক |
| 06:30 | Borrowed Books বুলা পাঠত আৰু এখন লিষ্ট আছে |
| 06:36 | ইছো কৰা কিতাপৰ লিষ্ট যেতিয়া বৰ্তমানৰ তাৰিখ ঘূৰাই দিব লগা তাৰিখত কৈ বেছি হয় |
| 06:43 | ক'ড খিনি চাবলৈ IDEলৈ ঘূৰি যাও আহক |
| 06:46 | Borrowed Booksৰ বাবে কৰা পদ্ধতিৰে সৈতে একেয় |
| 06:50 | পাৰ্থক্য আছে মাথো SQL queryত |
| 06:56 | কোৱেৰীত আমি এই কন্দিচন দিও যে return_date less than now() order by transaction_Id |
| 07:05 | এতিয়া মই আপুনাক সামান্য ব্যৱহাৰকাৰীৰ বাবে তৈয়াৰী এখন ইনটাৰফেচ দেখুৱাম |
| 07:10 | সেইবাবে ব্ৰাউচাৰলৈ ঘূৰি যাও আহক |
| 07:12 | ল'গিন পাঠলৈ ঘূৰি যাও আহক |
| 07:15 | মই mdhusein বুলি ল'গিন কৰিম |
| 07:20 | পাছৱৰ্দটো welcome বুলি টাইপ কৰিব |
| 07:22 | আৰু Sign Inত ক্লিক কৰিব |
| 07:25 | আমি এখন Success Greeting পাঠ পাম |
| 07:28 | ইয়াত user যনে ধাৰত লোৱা কিতাপ সমূহৰ বিষয়ে থাকিব |
| 07:32 | ইয়াত এই সমূহ তথ্য থাকিব যেনে Transaction Id, User Name, Book Id আৰু Return Date |
| 07:39 | IDEলৈ ঘূৰি যাও আহক |
| 07:43 | GreetingServlet.javaলৈ যাও আহক |
| 07:47 | Adminৰ বাবে কৰা পদ্ধতিৰে আমি ইছো হোৱা কিতাপ সমূহ প্ৰদৰ্শন কৰিম |
| 07:53 | ইয়াত পাৰ্থক্য এয়ে যে আমি লগ্দইন হৈ থকা ব্যৱহাৰকাৰী জনৰ বাবে কিতাপ সমূহ প্ৰদৰ্শন কৰিব লাগিব |
| 08:02 | আমি ব্যৱহাৰকাৰী জনৰ নাম এই শাৰীৰ পৰা পাম |
| 08:05 | তাৰ পাছত আমি ধাৰত লোৱা কিতাপ সমূহৰ তথ্য সংগ্ৰহ কৰো |
| 08:10 | এটা চৰ্ত অনুযায়ী যে ব্যৱহাৰকাৰী জনৰ নাম আৰু লগ্দইন হৈ থকা জনৰ নাম একেই হয় |
| 08:14 | আমি সেই ব্যৱহাৰকাৰী জনৰ নামত ইছো হোৱা কিতাপৰ লিষ্ট পাবলৈ সক্ষম হও |
| 08:20 | তাৰ পাছত successGreeting.jspত আমি লিষ্ট খন প্ৰদৰ্শন কৰিম |
| 08:27 | আপুনাৰ successGreeting.jspখন দেখাত এনে ধৰণৰ হ'ব |
| 08:32 | এই টিওটৰিয়েলত আমি শিকিলো: |
| 08:35 | ল'গিন পাঠ পৰিবৰ্তন কৰি কিদৰে তাক এদমিন পাঠলৈ নিৰ্দেশ দিব পাৰি |
| 08:39 | কিতাপৰ তথ্য সংগ্ৰহ কৰিবলৈ |
| 08:42 | ধাৰত লোৱা কিতাপৰ তথ্য সংগ্ৰহ কৰিবলৈ |
| 08:45 | আৰু লগ্দইন ব্যৱহাৰকাৰী জনৰ দ্বাৰা ধাৰত লোৱা কিতাপ সমূহ প্ৰদৰ্শন কৰিবলৈ |
| 08:50 | স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
| 08:56 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 08:59 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 09:04 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
| 09:06 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
| 09:09 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 09:13 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
| 09:20 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 09:24 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 09:30 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken-tutorial.org/NMEICT-intro |
| 09:40 | Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে |
| 09:49 | তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে । |
| 09:53 | এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । |
| 09:57 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |