Java-Business-Application/C2/Creating-and-viewing-inventories/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Java-Business-Application/C2/Creating-and-viewing-inventories/English-timed

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Inventories সৃস্টি আৰু প্ৰদৰ্শনৰ স্পৌকেন টিউটৰিয়েললৈ স্ৱাগতম ।
00:07 এই টিউটৰিয়েলত আমি শিকিম :
00:09 ল'গিনৰ পাঠ কিদৰে পৰিৱৰ্তন কৰি এদমিনৰ পাঠলৈ ৰিদাইৰেক্ট কৰা
00:14 সকলো কিতাপৰ তথ্য আহৰণ কৰিবলৈ
00:17 ধাৰত লোৱা কিতাপ সমূহৰ তথ্য আহৰণ কৰিবলৈ
00:20 লগ্দইন ব্যৱহাৰকাৰীৰ দ্ৱাৰা ধাৰত লোৱা কিতাপ সমূহ প্ৰদৰ্শন কৰিবলৈ
00:25 ইয়াত আমি ব্যৱহাৰ কৰিছো
00:27 ""উবুন্তু ভাৰ্চন 12.04""
00:29 নেটবীন্চ IDE 7.3
00:32 JDK 1.7
00:34 ফায়াৰফক্স ৱেব ব্ৰাউচাৰ 21.0
00:38 নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে ।
00:42 এই টিওটৰিয়েল বুজিবলৈ, আপুনাৰ
00:45 Java Servlet আৰু JSP ৰ বিষয়ত
00:50 ডাটাবেছ আৰু ফিল্দ ভেলিদেচন ৰ বিষয়ত সামান্য জ্ঞান থকা উচিত ।
00:53 যদিহে নাই, তেন্তে প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক ।
00:57 এতিয়া নেটবীন্চ IDE লৈ যাও আহক ।
01:01 মই Books tableবুলি এখন টেব্ল সৃষ্টি কৰিলো।
01:04 আপুনি টেব্ল খনত বিভিন্ন ফিল্দ দেখা পাব ।
01:08 মই এই টেব্ল খনত ১০খন কিতাপ ভৰাইছো
01:12 ধাৰত লোৱা কিতাপ সমূহৰ তথ্য সংৰক্ষণ কৰিবলৈ Checkout বুলি এখন টেব্ল সৃষ্টি কৰিলো
01:18 মই Checkout টেব্ল খনত ৫টা এন্ট্ৰী কৰিলো
01:24 Book আৰু Checkoutৰ বাবে মই এটা মদেল সৃষ্টি কৰিলো
01:29 Book.java হৈছে কিতাপৰ মদেল
01:32 আৰু Checkout.java হৈছে চেকআউতৰ মদেল
01:37 এতিয়া ব্ৰাউচাৰলৈ যাও আহক
01:40 Admin বুলি ল'গিন কৰো আহক
01:43 তাৰ বাবে মই ব্যৱহাৰকাৰীৰ নাম আৰু পাছৱৰ্দ Admin বুলি টাইপ কৰিম । তাৰ পাছত মই Sign Inত ক্লিক কৰিম
01:51 আমি দেখা পাও যে আমি Admin Section Pageত উপনীত হৈছোহি
01:55 আমি এই পাঠলৈ ঘূৰি আহিম । এতিয়া নেটবীন্চ IDEলৈ যাও আহক
02:02 আমি চাম যে কিদৰে আমি GreetingServlet পৰিবৰ্তন কৰি তাক Admin Pageলৈ নিৰ্দেশ দিম
02:08 GreetingServlet.java চাও আহক
02:13 ইয়াত আমি username আৰু password admin হয় নে নহয় পৰীক্ষা কৰিম
02:19 যদি হয় আমি adminsection.jspলৈ নিৰ্দেশ দিম
02:25 আমি আগতে দেখিলো কিদৰে RequestDispatcherৰ সহায়ত আন এটা পাঠলৈ যাব পাৰি
02:32 এতিয়া ব্ৰাউচাৰলৈ যাও আহক
02:35 ইয়াত দুটা অপচন আছে
02:37 List Booksৰ বাবে আমি ৰেডিঅ' বাটন ক্লিক কৰিম
02:41 তাৰ পাছত আমি চাবমিট বাটনত ক্লিক কৰিম
02:44 আমি সকলো খিনি কিতাপৰ লিষ্ট খন দেখা পাম
02:49 ইয়াত সকলো তথ্য পাব পাৰি যেনে Book Id, BookName,Author Name, ISBN, Publisher, Total Copies আৰু Available copies
02:59 আহক আপুনাক দেখুৱাও ইয়াক কি দৰে কৰা হয়
03:03 IDEলৈ ঘূৰি যাও আহক
03:05 এতিয়া adminsection.jspলৈ যাও আহক
03:10 ইয়াত আমাৰ দুটা ৰেডিঅ' বাটন আছে
03:14 প্ৰথমটো সকলো খিনি কিতাপৰ লিষ্ট দেখুৱাবলৈ
03:19 আমি দেখা পাম যে adminsection.jspত আমৰ ফৰ্ম একচন খন AdminSectionলৈ নিৰ্ধাৰণ কৰা আছে
03:28 এতিয়া AdminSection.java খোলক
03:32 ইয়াত আমি ক্লিক কৰা অপচনটো পৰীক্ষা কৰে
03:36 আমি List Booksত ক্লিক কৰিলো
03:39 সেইবাবে কোৱেৰীৰ এই অংশতো এক্সিকিউত হ'ব
03:44 Books tableৰ পৰা কিতাপ সমূহ সংগ্ৰহ কৰিবলৈ আমি কোৱেৰী এক্সিকিউত কৰো
03:49 তাৰ পাছত আমি কিতাপৰ তথ্য সংৰক্ষণ কৰিবলৈ ArrayList সৃষ্টি কৰো
03:55 তাৰ পাছত আমি resultৰ মাজেৰে পূনৰাবৃত্তি কৰো
03:59 আমি Book বুলি অবজেক্ট সৃষ্টি কৰিলো
04:03 Book অবজেক্টত আমি BookId ধাৰ্য্য কৰিছো
04:08 একেদৰে আমি কিতাপৰ বিভিন্ন এট্ৰিবীউত সমূহ Book অবজেক্টত ধাৰ্য্য কৰিছো
04:16 তাৰ পাছত আমি books লিষ্টত Book অবজেক্টত যোগ দিছো ।
04:21 তাৰ পাছত আমি ArrayList books, requestলৈ ধাৰ্য্য কৰিলো
04:26 আৰু তাৰ পাছত আমি RequestDispatcher ব্যৱহাৰ কৰি requestতো listBooks.jspলৈ আগোৱাই দিও
04:33 এতিয়া আমি listBooks.jspলৈ যাও আহক
04:38 এই পাঠত adminয়ে কিতাপৰ লিষ্ট সমূহ চাবলৈ সক্ষম হ'
04:43 ইয়াত প্ৰথমে আমি requestৰ সহায়ত কিতাপ সমূহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো
04:48 HTML table এখনে কিতাপ সমূহৰ তথ্য প্ৰদৰ্শন কৰিব
04:54 সেইবাবে আমি কিতাপৰ লিষ্টৰ মাজেৰে পূনৰাবৃত্তি কৰিম
04:58 ইয়াত আমি কিতাপৰ BookId প্ৰদৰ্শন কৰো
05:02 একেদৰে আমি কিতাপৰ আৰু বিভিন্ন এট্ৰিবীউত সমূহ প্ৰদৰ্শন কৰো
05:07 এইদৰে আমি কিতাপৰ লিষ্ট সমূহ প্ৰদৰ্শন কৰো
05:11 এতিয়া ব্ৰাউচাৰলৈ ঘূৰি যাও আহক
05:14 List Borrowed Booksত ক্লিক কৰিব
05:17 আৰু চাবমিট বাটনত ক্লিক কৰিব
05:20 ইছো কৰা সকলো কিতাপৰ লিষ্ট দেখা পাম
05:24 ইয়াত এই সমূহ তথ্য থাকিব Transaction Id, Book Id আৰু Username
05:29 IDEলৈ ঘূৰি যাও আহক
05:32 ওপৰত হোৱা কাৰ্য্যৰ বাবে ক'ড খিনি দেখুৱাও আহক
05:35 AdminSection.javaলৈ যাওক
05:38 List Borrowed Booksত ক্লিক কৰিলো
05:42 সেইবাবে menuSelection আৰু List Borrowed books সমান হৈছে
05:47 List Booksৰ বাবে কৰা পদ্ধতিৰে সৈতে একেয়
05:53 Checkout tableৰ পৰা কিতাপৰ তথ্য সংগ্ৰহ কৰিবলৈ আমি কোৱেৰী এক্সিকিউত কৰিছো
05:59 তাৰ পাছত আমি ধাৰত লোৱা কিতাপ সমূহৰে পূণৰাবৃত্তি কৰিম
06:02 আৰু ইয়াক requestত checkout এট্ৰিবীউত হিচাপে ধাৰ্য্য কৰিছো
06:07 listBorrowedBooks.jspলৈ যাও আহক
06:12 ইয়াত আমি requestৰ পৰা checkout সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো
06:17 আমি Checkout লিষ্ট খনৰ মাজেৰে পূণৰাবৃত্তি কৰিম
06:20 ইয়াত আমি Checkoutৰ এট্ৰিবীউত সমূহ প্ৰদৰ্শন কৰো
06:25 এই দৰে আমি Borrowed Books সমূহ প্ৰদৰ্শন কৰো
06:28 এতিয়া ব্ৰাউচাৰলৈ ঘূৰি যাও আহক
06:30 Borrowed Books বুলা পাঠত আৰু এখন লিষ্ট আছে
06:36 ইছো কৰা কিতাপৰ লিষ্ট যেতিয়া বৰ্তমানৰ তাৰিখ ঘূৰাই দিব লগা তাৰিখত কৈ বেছি হয়
06:43 ক'ড খিনি চাবলৈ IDEলৈ ঘূৰি যাও আহক
06:46 Borrowed Booksৰ বাবে কৰা পদ্ধতিৰে সৈতে একেয়
06:50 পাৰ্থক্য আছে মাথো SQL queryত
06:56 কোৱেৰীত আমি এই কন্দিচন দিও যে return_date less than now() order by transaction_Id
07:05 এতিয়া মই আপুনাক সামান্য ব্যৱহাৰকাৰীৰ বাবে তৈয়াৰী এখন ইনটাৰফেচ দেখুৱাম
07:10 সেইবাবে ব্ৰাউচাৰলৈ ঘূৰি যাও আহক
07:12 ল'গিন পাঠলৈ ঘূৰি যাও আহক
07:15 মই mdhusein বুলি ল'গিন কৰিম
07:20 পাছৱৰ্দটো welcome বুলি টাইপ কৰিব
07:22 আৰু Sign Inত ক্লিক কৰিব
07:25 আমি এখন Success Greeting পাঠ পাম
07:28 ইয়াত user যনে ধাৰত লোৱা কিতাপ সমূহৰ বিষয়ে থাকিব
07:32 ইয়াত এই সমূহ তথ্য থাকিব যেনে Transaction Id, User Name, Book Id আৰু Return Date
07:39 IDEলৈ ঘূৰি যাও আহক
07:43 GreetingServlet.javaলৈ যাও আহক
07:47 Adminৰ বাবে কৰা পদ্ধতিৰে আমি ইছো হোৱা কিতাপ সমূহ প্ৰদৰ্শন কৰিম
07:53 ইয়াত পাৰ্থক্য এয়ে যে আমি লগ্দইন হৈ থকা ব্যৱহাৰকাৰী জনৰ বাবে কিতাপ সমূহ প্ৰদৰ্শন কৰিব লাগিব
08:02 আমি ব্যৱহাৰকাৰী জনৰ নাম এই শাৰীৰ পৰা পাম
08:05 তাৰ পাছত আমি ধাৰত লোৱা কিতাপ সমূহৰ তথ্য সংগ্ৰহ কৰো
08:10 এটা চৰ্ত অনুযায়ী যে ব্যৱহাৰকাৰী জনৰ নাম আৰু লগ্দইন হৈ থকা জনৰ নাম একেই হয়
08:14 আমি সেই ব্যৱহাৰকাৰী জনৰ নামত ইছো হোৱা কিতাপৰ লিষ্ট পাবলৈ সক্ষম হও
08:20 তাৰ পাছত successGreeting.jspত আমি লিষ্ট খন প্ৰদৰ্শন কৰিম
08:27 আপুনাৰ successGreeting.jspখন দেখাত এনে ধৰণৰ হ'
08:32 এই টিওটৰিয়েলত আমি শিকিলো:
08:35 ল'গিন পাঠ পৰিবৰ্তন কৰি কিদৰে তাক এদমিন পাঠলৈ নিৰ্দেশ দিব পাৰি
08:39 কিতাপৰ তথ্য সংগ্ৰহ কৰিবলৈ
08:42 ধাৰত লোৱা কিতাপৰ তথ্য সংগ্ৰহ কৰিবলৈ
08:45 আৰু লগ্দইন ব্যৱহাৰকাৰী জনৰ দ্বাৰা ধাৰত লোৱা কিতাপ সমূহ প্ৰদৰ্শন কৰিবলৈ
08:50 স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
08:56 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
08:59 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09:04 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
09:06 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09:09 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09:13 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
09:20 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
09:24 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
09:30 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken-tutorial.org/NMEICT-intro
09:40 Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে
09:49 তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে ।
09:53 এই পাঠটি অম্লান শইকীয়াৰ দ্বাৰা যোগদান কৰা হৈছে. মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো ।
09:57 যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya