Difference between revisions of "GChemPaint/C2/Formation-of-molecules/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 9: Line 9:
 
|-
 
|-
 
|00:02
 
|00:02
|'''GChemPaint''' ত '''Formation of molecules''' ৰ টিউটোৰিয়েল আপোনাক স্বাগতম।
+
|'''GChemPaint''' ত '''Formation of molecules''' ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
  
 
|-
 
|-
Line 21: Line 21:
 
|-
 
|-
 
|00:14
 
|00:14
|বর্তমান এলিমেন্ট সলোৱা।current 
+
|বর্তমান এলিমেন্ট সলোৱা।
 
|-
 
|-
 
|00:16
 
|00:16
Line 27: Line 27:
 
|-
 
|-
 
|00:18
 
|00:18
|কার্বন চেন যোগ কৰা আৰু সলোৱা।
+
|কার্বন চেইন যোগ কৰা আৰু সলোৱা।
  
 
|-
 
|-
Line 39: Line 39:
 
|-
 
|-
 
|00:38
 
|00:38
|আপোনি '''GChemPaint''' কেমিকাল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব।
+
|আপোনি '''GChemPaint''' কেমিকেল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব।
  
 
|-
 
|-
Line 59: Line 59:
 
|-
 
|-
 
|01:10
 
|01:10
|এইটো কৰিবলৈ মই  Periodic table combo বোতাম ব্যবহাৰ কৰিম।
+
|এইটো কৰিবলৈ মই  Periodic table combo বোতাম ব্যবহাৰ কৰিম।
  
 
|-
 
|-
Line 66: Line 66:
 
|-
 
|-
 
|01:19
 
|01:19
|এইটোক ''Periodic table combo বোতাম হিসাবে পৰিচিত হয়।
+
|এইটোক ''Periodic table combo" বোতাম হিসাবে পৰিচিত হয়।
  
 
|-
 
|-
 
|01:23
 
|01:23
|সজ্জিত  Modern periodic table লক্ষ্য কৰক।
+
|সজ্জিত  Modern periodic table লক্ষ্য কৰক।
  
 
|-
 
|-
Line 86: Line 86:
 
|-
 
|-
 
|01:37
 
|01:37
|টার্মিনালেৰ পৰমাণুত টিপি এইবোৰ ক্লোৰিন (Cl) পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক।
+
|টার্মিনেলৰ পৰমাণুত টিপি এইবোৰ ক্লোৰিন (Cl) পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক।
  
 
|-
 
|-
Line 94: Line 94:
 
|-
 
|-
 
|01:48
 
|01:48
|এই গঠনৰতলত ইয়াৰ নাম লিখক।
+
|এই গঠনৰ তলত ইয়াৰ নাম লিখক।
  
 
|-
 
|-
 
|01:52
 
|01:52
|'''Add or modify a text''' টুলত টিপক।  
+
|'''Add or modify a text''' টুলত টিপক।
  
 
|-
 
|-
 
|01:56
 
|01:56
|Text  টুলৰ প্রোপার্টি পেজ খোলে।
+
|Text  টুলৰ প্রোপার্টি পেজ খোলে।
  
 
|-
 
|-
Line 110: Line 110:
 
|-
 
|-
 
|02:03
 
|02:03
|আপোনি সেউজীয়া বাক্সত জিলিকা থকা কার্সাৰ দেখিব পাৰিব।
+
|আপোনি সেউজীয়া বাক্সত জিলিকা থকা কার্সাৰ দেখিব পাৰিব।
  
 
|-
 
|-
Line 118: Line 118:
 
|-
 
|-
 
|02:14
 
|02:14
|'''Select one or more objects''' টুলত টিপি Text  টুলৰ প্রোপার্টি পেজ বন্ধ কৰক।
+
|'''Select one or more objects''' টুলত টিপি Text  টুলৰ প্রোপার্টি পেজ বন্ধ কৰক।
  
 
|-
 
|-
Line 126: Line 126:
 
|-
 
|-
 
|02:28
 
|02:28
|প্রোপেন গঠনৰ কেন্দ্রীয় পৰমাণুৰ কাষত কার্সাৰ ৰাখক।
+
|প্রোপেন গঠনৰ কেন্দ্রীয় পৰমাণুৰ কাষত কার্সাৰ ৰাখক।
  
 
|-
 
|-
Line 190: Line 190:
 
|-
 
|-
 
|03:27
 
|03:27
|ইয়াত এটা নিয়োগ আছে
+
|ইয়াত এটা নিয়োগ আছে.
  
 
|-
 
|-
Line 246: Line 246:
 
|-
 
|-
 
|04:29
 
|04:29
| '''Heptane''' (হেপ্টেন) এৰ গঠনৰ সৈতে এটা নতুন '''GChemPaint''' অ্যাপ্লিকেশন খুলিছো।
+
| '''Heptane''' (হেপ্টেন) এৰ গঠনৰ সৈতে এটা নতুন '''GChemPaint''' অ্যাপ্লিকেশন খুলিছো।
  
 
|-
 
|-
Line 270: Line 270:
 
|-
 
|-
 
|04:55
 
|04:55
|ইয়াৰ পিছত, দ্বিতীয় চেইনৰ কাষত টিপক।
+
|ইয়াৰ পিছত, দ্বিতীয় চেইনৰ কাষত টিপক।
  
 
|-
 
|-
Line 350: Line 350:
 
|-
 
|-
 
|06:23
 
|06:23
|কার্বন চেইনত বিভাগ কৰাখিনি লক্ষ্য কৰক।
+
|কার্বন চেইনত বিভাগ কৰা খিনি লক্ষ্য কৰক।
  
 
|-
 
|-
Line 358: Line 358:
 
|-
 
|-
 
|06:30
 
|06:30
|আমি বিভাগ কৰাখিনি দেখা পোৱা নাই
+
|আমি বিভাগ কৰাখিনি দেখা পোৱা নাই.
  
 
|-
 
|-
 
|06:33
 
|06:33
|মন কৰক যে বিভাগ কৰা প্রতিট স্থানত মাত্র দুইবাৰ হে সম্ভব হব।
+
|মন কৰক যে বিভাগ কৰা প্রতিটো স্থানত মাত্র দুইবাৰ হে সম্ভব হব।
  
 
|-
 
|-
Line 370: Line 370:
 
|-
 
|-
 
|06:43
 
|06:43
|এতিয়া ফাইলটো সংৰক্ষণ কৰক। CTRL+ S টিপক
+
|এতিয়া ফাইলটো সংৰক্ষণ কৰক। CTRL+ S টিপক.
  
 
|-
 
|-
Line 386: Line 386:
 
|-
 
|-
 
|06:57
 
|06:57
|সংক্ষেপে, আমি  কি শিকিলো।
+
|সংক্ষেপে, আমি  কি শিকিলো।
  
 
|-
 
|-
Line 410: Line 410:
 
|-
 
|-
 
|07:15
 
|07:15
|এতিয়া নিয়োগ হিচাবে  
+
|এতিয়া নিয়োগ হিচাবে
  
 
|-
 
|-
Line 430: Line 430:
 
|-
 
|-
 
|07:33
 
|07:33
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
+
|স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
Line 438: Line 438:
 
|-
 
|-
 
|07:42
 
|07:42
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
+
|স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
  
 
|-
 
|-
 
|07:47
 
|07:47
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
+
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
  
 
|-
 
|-
Line 450: Line 450:
 
|-
 
|-
 
|07:57
 
|07:57
|স্পোকেন টিউটোৰিয়াল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
|স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
Line 462: Line 462:
 
|-
 
|-
 
|08:15
 
|08:15
| আমি টিউটোৰিয়েলৰশেষে চলে এসেছি।
+
| আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো।
  
 
|-
 
|-
 
|08:19
 
|08:19
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .  
+
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
  
 
|-
 
|-
 
|08:22
 
|08:22
 
|যোগদানৰ বাবে ধন্যবাদ।
 
|যোগদানৰ বাবে ধন্যবাদ।

Revision as of 16:20, 14 November 2014

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল।
00:02 GChemPaintFormation of molecules ৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলত আমি শিকিম:
00:11 যৌগৰ গঠন যোগ কৰা আৰু সলোৱা।
00:14 বর্তমান এলিমেন্ট সলোৱা।
00:16 Alkyl গ্রুপ যোগ কৰা।
00:18 কার্বন চেইন যোগ কৰা আৰু সলোৱা।
00:21 ইয়াত আমি উবুন্টু লিনাক্স OS সংস্কৰণ 12.04 GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো।
00:33 এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ
00:38 আপোনি GChemPaint কেমিকেল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব।
00:41 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক।
00:47 এইটো হল Propane (প্রোপেন), Butane (বিউটেন) আৰু Heptane (হেপ্টেন) এৰ গঠনৰ স্লাইড।
00:54 ইয়াত স্লাইডত প্রদর্শিত নিচিনা প্রোপেন আৰু বিউটেন গঠনৰ সৈতে নতুন GChemPaint অ্যাপ্লিকেশন খুলিছো।
01:03 এতিয়া বিউটেন গঠনত থকা টার্মিনেল কার্বন পৰমাণু ক্লোৰিন পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰো।
01:10 এইটো কৰিবলৈ মই Periodic table combo বোতাম ব্যবহাৰ কৰিম।
01:15 Current element ড্রপ ডাউন অ্যাৰোত টিপক।
01:19 এইটোক Periodic table combo" বোতাম হিসাবে পৰিচিত হয়।
01:23 সজ্জিত Modern periodic table লক্ষ্য কৰক।
01:27 টেবোলৰ পৰা Clত টিপক।
01:30 টুল বাক্সত Cl চাওক।
01:33 Add or modify an atom টুলত টিপক।
01:37 টার্মিনেলৰ পৰমাণুত টিপি এইবোৰ ক্লোৰিন (Cl) পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক।
01:43 প্রাপ্ত গঠনটো হল 1,2-Dichloroethane.
01:48 এই গঠনৰ তলত ইয়াৰ নাম লিখক।
01:52 Add or modify a text টুলত টিপক।
01:56 Text টুলৰ প্রোপার্টি পেজ খোলে।
01:59 গঠনৰ তলত Display area ত টিপক।
02:03 আপোনি সেউজীয়া বাক্সত জিলিকা থকা কার্সাৰ দেখিব পাৰিব।
02:08 বাক্সত 1,2-Dichloroethane লিখক।
02:14 Select one or more objects টুলত টিপি Text টুলৰ প্রোপার্টি পেজ বন্ধ কৰক।
02:21 এতিয়া প্রোপেন গঠনত থকা কার্বন পৰমাণুক অক্সিজেন পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক।
02:28 প্রোপেন গঠনৰ কেন্দ্রীয় পৰমাণুৰ কাষত কার্সাৰ ৰাখক।
02:33 ডাঙৰ আখৰ O টিপক।
02:35 O আৰু Os এৰ সৈতে এটা সাবমেনু খোলে
02:39 O নির্বাচন কৰক।
02:40 কার্বন আৰু হাইড্রোজেন পৰমাণু অক্সিজেন পৰমাণু দ্বাৰা প্রতিস্থাপিত হৈছে।
02:46 প্রাপ্ত গঠনটো হল Dimethyl ether.
02:51 এই গঠনৰ তলত ইয়াৰ নাম লিখক।
02:54 Add or modify a text টুলত টিপক।
02:58 গঠনৰ তলত Display area ত টিপক।
03:01 বাক্সত Dimethylether লিখক।
03:06 ফাইলটো সংৰক্ষণ কৰো.
03:08 টুলবাৰত Save the current file আইকনত টিপক।
03:12 Save as ডায়ালগ বাক্স খোলে।
03:15 ফাইলৰ নাম লিখক Chloroethane-ether.
03:20 Save বোতামত টিপক।
03:23 উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক।
03:27 ইয়াত এটা নিয়োগ আছে.
03:29 Ethane (ইথেন) আৰু Pentane (পেন্টেন) এৰ গঠন আকক।
03:32 ইথেনৰ এটা কার্বন পৰমাণু "Br" দ্বাৰা প্রতিস্থাপিত কৰক।
03:36 পেন্টেনেৰ টাৰ্মিনেল কার্বন পৰমাণু "I" দ্বাৰা প্রতিস্থাপিত কৰক।
03:41 আপোনাৰ নির্দেশিত কাম এনেধৰনৰ হোৱা উচিত।
03:45 এতিয়া Alkyl গ্রুপক ব্যাখ্যা কৰক।
03:49 Alkyl গ্রুপ Alkane এৰ এটা ভাগ হয়।
03:53 উদাহৰণ স্বৰুপে: মিথাইল CH3 হল মিথেন CH4 এৰ এটা ভাগ হয়।
04:00 Alkyl গ্রুপৰ ক্রমানুযায়ী সদস্য CH2 গ্রুপ দ্বাৰা ভিন্ন হয়।
04:06 এই Alkyl গ্রুপ শৃঙ্খলাৰ অনুৰুপ গ্রুপ হল:
04:10 Methyl (মিথাইল) CH3
04:15 Ethyl (ইথাইল) C2H5
04:20 Propyl (প্রোপাইল) C3H7
04:23 Butyl (বিউটাইল) C4H9 আৰু এইভাবে।
04:29 Heptane (হেপ্টেন) এৰ গঠনৰ সৈতে এটা নতুন GChemPaint অ্যাপ্লিকেশন খুলিছো।
04:35 এতিয়া কার্বন চেইনৰ অবস্থানৰ সংখ্যায়ন কৰা প্রদর্শন কৰিম।
04:40 এইটোৱে অবস্থান চিহ্নিত কৰিবলৈ সাহায্য কৰে।
04:44 Add or modify a text টুলত টিপক।
04:48 প্রথম চেইনৰ কাষত থকা Display area ত টিপক।
04:52 সেউজীয়া বাক্সত 1 লিখক।
04:55 ইয়াৰ পিছত, দ্বিতীয় চেইনৰ কাষত টিপক।
04:59 বাক্সত 2 লিখক।
05:02 একেইভাবে আমি অন্যান্য চেইনৰ স্থান হিসাবে 3, 4, 5, 6 আৰু 7 লিখিম।
05:13 এতিয়া বিভিন্ন স্থানত Alkyl গ্রুপ ব্যবহাৰ কৰি Heptaneক (হেপ্টেন) বিভাগ কৰো।
05:19 তৃতীয় স্থানত এটা মিথাইল (CH3) গ্রুপ যোগ কৰো।
05:24 Add a bond or change the multiplicity of existing one টুলত টিপক।
05:30 নির্দিষ্ট স্থানত টিপক
05:32 পৰমাণুত পৰিবর্তনবোৰ লক্ষ্য কৰক।
05:36 পঞ্চম স্থানত Ethyl (ইথাইল) গ্রুপ এটা যোগ কৰো।
05:40 Add a chain টুলত টিপক।
05:43 নির্দিষ্ট স্থানত টিপক।
05:46 ইয়াৰ পিছত আমি সকলো স্থানত পৰমাণু প্রদর্শন কৰিম।
05:51 ইয়াত সো ক্লিক কৰক
05:53 এটা সাবমেনু খোলে।
05:55 Atom নির্বাচন কৰি Display symbol ত টিপক।
05:59 একেইভাবে আমি অন্যান্য স্থানত পৰমাণু প্রদর্শন কৰিম।
06:06 এতিয়া একেই স্থানত কেইবাৰ বিভাগ কৰিব পাৰো, চাওচোন।
06:12 Add a bond or change the multiplicity of existing one টুলত টিপক।
06:18 চতুর্থ স্থানত টিপক।
06:21 আকৌ এবাৰ টিপক।
06:23 কার্বন চেইনত বিভাগ কৰা খিনি লক্ষ্য কৰক।
06:27 আকৌ এবাৰ ক্লিক কৰাৰ চেষ্টা কৰক।
06:30 আমি বিভাগ কৰাখিনি দেখা পোৱা নাই.
06:33 মন কৰক যে বিভাগ কৰা প্রতিটো স্থানত মাত্র দুইবাৰ হে সম্ভব হব।
06:39 কাৰণ এইটোৱে কার্বনৰ tetra valency সমর্থন কৰে।
06:43 এতিয়া ফাইলটো সংৰক্ষণ কৰক। CTRL+ S টিপক.
06:47 Save as ডায়লগ বাক্স খোলে।
06:50 ফাইলৰ নাম Alkyl Groups লিখক।
06:53 Save বোতামত টিপক।
06:57 সংক্ষেপে, আমি কি শিকিলো।
07:00 এই টিউটোৰিয়েলত শিকিছো:
07:03 যৌগৰ গঠন যোগ আৰু পৰিবর্তন কৰা।
07:07 বর্তমান এলিমেন্ট সলোৱা।
07:09 Alkyl গ্রুপ যুক্ত কৰা।
07:12 কার্বন চেইন যুক্ত আৰু পৰিবর্তন কৰা।
07:15 এতিয়া নিয়োগ হিচাবে
07:16 Octane (অক্টেন) এৰ গঠন আকক।
07:18 চেইনৰ চতুর্থ আৰু পঞ্চম স্থানত Propyl (প্রোপাইল) আৰু Butyl (বিউটাইল) গ্রুপ যোগ কৰক।
07:25 আপোনি কৰা নির্দেশিত কাম এনেধৰনৰ হোৱা উচিত।
07:29 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
07:33 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:38 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:42 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
07:47 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
07:51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:57 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:02 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:09 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:15 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:19 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
08:22 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya