Difference between revisions of "GChemPaint/C2/Formation-of-molecules/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
{| border=1
+
{|border=1
 
|'''Time'''
 
|'''Time'''
 
|'''Narration'''
 
|'''Narration'''
|-
 
| 00: 01
 
| হ্যালো সবাই
 
  
 
|-
 
|-
| 00: 02
+
|00:01
| '' এ '' '' 'অণু গঠন' 'টিউটোৰিয়েল স্বাগতম' '' GChemPaint. '
+
|নমস্কাৰ দৰ্শক সকল।
  
 
|-
 
|-
| 00: 08
+
|00:02
| এই টিউটোৰিয়েল, আমি শিকাহয়
+
|'''GChemPaint''' ত '''Formation of molecules''' ৰ টিউটোৰিয়েল আপোনাক স্বাগতম।
  
 
|-
 
|-
| 00: 11
+
|00:08
| * যুক্ত কৰকআৰু যৌগ গঠন পৰিবর্তন
+
|এই টিউটোৰিয়েলত আমি শিকিম:
  
 
|-
 
|-
| 00: 14
+
|00:11
| * পৰিবর্তন বর্তমান উপাদান
+
|যৌগৰ গঠন যোগ কৰা আৰু সলোৱা।
  
 
|-
 
|-
| 00: 16
+
|00:14
| * Alkyl গ্রুপ যোগ কৰক
+
|বর্তমান এলিমেন্ট সলোৱা।current 
 
+
 
|-
 
|-
| 00: 18
+
|00:16
| * যুক্ত কৰকআৰু কার্বন চেইন পৰিবর্তন
+
|'''Alkyl''' গ্রুপ যোগ কৰা।
 
+
 
|-
 
|-
| 00: 21
+
|00:18
| এখানত আমি '' 'উবুন্টু লিনাক্স' '' অপাৰেটিং সিস্টেমেৰ সংস্কৰণ ব্যবহাৰ কৰছি. 12.04 '' 'GChemPaint' '' সংস্কৰণ 0.12.10
+
|কার্বন চেন যোগ কৰা আৰু সলোৱা।
  
 
|-
 
|-
| 00: 33
+
|00:21
| আপোনাৰ সাথে পৰিচিত হতে হয় এই টিউটোৰিয়েল অনুসৰণ কৰক
+
|ইয়াত আমি উবুন্টু লিনাক্স OS সংস্কৰণ '''12.04 GChemPaint''' সংস্কৰণ '''0.12.10''' ব্যবহাৰ কৰিছো।
  
 
|-
 
|-
| 00: 38
+
|00:33
| '' 'GChemPaint' '' ৰাসায়নিক গঠন সম্পাদক.
+
|এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ
  
 
|-
 
|-
| 00: 41
+
|00:38
|, প্রাসঙ্গিক টিউটোৰিয়েল বাবে, আমাৰ ওয়েবসাইট দেখাৰ বাবে দয়া কৰে না.
+
|আপোনি '''GChemPaint''' কেমিকাল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব।
  
 
|-
 
|-
| 00: 47
+
|00:41
| এখানত, ৰান্নাৰ প্রোপেন '' '' 'ও' '' '' Heptane 'ইয়াত কাঠামোৰ বাবে স্লাইড হয়.
+
|নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক।
  
 
|-
 
|-
| 00: 54
+
|00:47
| স্লাইড হিসাবে দেখানো হয়েছে আমি 'প্রোপেন' '' '' ৰান্নাৰ '' '' কাঠামো '' সৈতে নতুন '' 'GChemPaint' '' আবেদন খোলা আছে.
+
|এইটো হল '''Propane''' (প্রোপেন), '''Butane''' (বিউটেন) আৰু '''Heptane''' (হেপ্টেন) এৰ গঠনৰ স্লাইড।
  
 
|-
 
|-
| 01: 03
+
|00:54
| ইয়াত '' ৰান্নাৰ '' সৈতে 'গঠন' '' ক্লোৰিন '' 'পৰমাণু' টার্মিনাল '' 'কার্বন' '' পৰমাণু প্রতিস্থাপন কৰা যাওক.
+
|ইয়াত স্লাইডত প্রদর্শিত নিচিনা প্রোপেন আৰু বিউটেন গঠনৰ সৈতে নতুন '''GChemPaint''' অ্যাপ্লিকেশন খুলিছো।
  
 
|-
 
|-
| 01: 10
+
|01:03
| এই বাবে আমি '' 'পর্যায় সাৰণি কম্বো' '' বাটন ব্যবহাৰ কৰিব হয়.
+
|এতিয়া বিউটেন গঠনত থকা টার্মিনেল কার্বন পৰমাণু ক্লোৰিন পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰো।
  
 
|-
 
|-
| 01: 15
+
|01:10
| '' 'বর্তমান উপাদান' '' ড্রপ ডাউন তীৰ বাটন ক্লিক কৰক.
+
|এইটো কৰিবলৈ মই  Periodic table combo বোতাম ব্যবহাৰ কৰিম।
  
 
|-
 
|-
| 01: 19
+
|01:15
| এই বাটন 'পর্যায় সাৰণি কম্বো' '' বাটন '' হিসাবে পৰিচিত হয়.
+
|'''Current element''' ড্রপ ডাউন অ্যাৰোত টিপক।
 +
|-
 +
|01:19
 +
|এইটোক ''Periodic table combo বোতাম হিসাবে পৰিচিত হয়।
  
 
|-
 
|-
| 01: 23  
+
|01:23
| বিল্ট ইন '' 'আধুনিক পর্যায় সাৰণি' '' লক্ষ্য.
+
|সজ্জিত  Modern periodic table লক্ষ্য কৰক।
  
 
|-
 
|-
| 01: 27  
+
|01:27
| টেবিল পৰা '' 'Cl,' '' ক্লিক কৰক.
+
|টেবোলৰ পৰা '''Cl'''ত টিপক।
  
 
|-
 
|-
| 01: 30  
+
|01:30
| টুল বক্স '' 'Cl,' '' লক্ষ্য.
+
|টুল বাক্সত '''Cl''' চাওক।
  
 
|-
 
|-
| 01: 33  
+
|01:33
| উপৰ '' 'যোগ কৰকঅথবা এটা পৰমাণু পৰিবর্তন' '' টুল ক্লিক কৰক.
+
|'''Add or modify an atom''' টুলত টিপক।
  
 
|-
 
|-
| 01: 37  
+
|01:37
| '' সৈতে তাদেৰ প্রতিস্থাপন টার্মিনাল পৰমাণু উপৰ ক্লিক কৰকজেলাৰ (CL) '' পৰমাণু.
+
|টার্মিনালেৰ পৰমাণুত টিপি এইবোৰ ক্লোৰিন (Cl) পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক।
  
 
|-
 
|-
| 01: 43  
+
|01:43
| প্রাপ্ত নতুন কাঠামো হল '' '' '1,2-DICHLOROETHANE' ''.  
+
|প্রাপ্ত গঠনটো হল '''1,2-Dichloroethane'''.
  
 
|-
 
|-
| 01: 48  
+
|01:48
| ইয়াত গঠন নিচেৰ তাৰ নাম লিখক.
+
|এই গঠনৰতলত ইয়াৰ নাম লিখক।
  
 
|-
 
|-
| 01: 52  
+
|01:52
| উপৰ '' 'যোগ কৰকবা এটা পাঠ্য পৰিবর্তন' '' টুল ক্লিক কৰক.
+
|'''Add or modify a text''' টুলত টিপক।
  
 
|-
 
|-
| 01: 56  
+
|01:56
| শিরোনাম হাতিয়াৰ সম্পত্তি পৃষ্ঠা প্রর্দশিত হয়.
+
|Text  টুলৰ প্রোপার্টি পেজ খোলে।
  
 
|-
 
|-
| 01: 59  
+
|01:59
| কাঠামো নিচে '' 'প্রদর্শন এলাকা' '' ক্লিক কৰক.
+
|গঠনৰ তলত '''Display area''' ত টিপক।
  
 
|-
 
|-
| 02: 03  
+
|02:03
| আপনি এটা সবুজ বাক্সে ঘিৰা জ্বলজ্বলে কার্সাৰ চাব পাৰি.
+
|আপোনি সেউজীয়া বাক্সত জিলিকা থকা কার্সাৰ দেখিব পাৰিব।
  
 
|-
 
|-
| 02: 08  
+
|02:08
| বক্সে টাইপ কৰক'' '1,2-DICHLOROETHANE' ''.
+
|বাক্সত '''1,2-Dichloroethane''' লিখক।
  
 
|-
 
|-
| 02: 14  
+
|02:14
| টেক্সট টুল ইয়াত সম্পত্তি পৃষ্ঠা বন্ধ কৰিব, '' টুল 'এক বা ততোধিক বস্তু নির্বাচন কৰক' '' ক্লিক কৰক.
+
|'''Select one or more objects''' টুলত টিপি Text  টুলৰ প্রোপার্টি পেজ বন্ধ কৰক।
  
 
|-
 
|-
| 02: 21  
+
|02:21
| পৰবর্তী কেন্দ্রীয় '' 'কার্বন' 'প্রতিস্থাপন কৰা যাওক' '' 'প্রোপেন' 'সৈতে' গঠন '' 'অক্সিজেন' '' পৰমাণু 'ত পৰমাণু.
+
|এতিয়া প্রোপেন গঠনত থকা কার্বন পৰমাণুক অক্সিজেন পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক।
  
 
|-
 
|-
| 02: 28  
+
|02:28
| '' 'প্রোপেন' '' গঠন কেন্দ্রীয় পৰমাণু কাছাকাছি কার্সাৰ ৰাখক.
+
|প্রোপেন গঠনৰ কেন্দ্রীয় পৰমাণুৰ কাষত কার্সাৰ ৰাখক।
  
 
|-
 
|-
| 02: 33  
+
|02:33
| প্রেস ৰাজধানী '' 'হে' ''.
+
|ডাঙৰ আখৰ '''O''' টিপক।
  
 
|-
 
|-
| 02: 35  
+
|02:35
| এটা '' '' '' হে '' 'আৰু' '' অপাৰেটিং সিস্টেম 'সৈতে' সাব মেনু '' '' প্রর্দশিত হয়.
+
|'''O''' আৰু '''Os''' এৰ সৈতে এটা সাবমেনু খোলে
  
 
|-
 
|-
| 02: 39  
+
|02:39
| '' 'হে' '' নির্বাচন কৰক.
+
|'''O''' নির্বাচন কৰক।
  
 
|-
 
|-
| 02: 40  
+
|02:40
| '' 'কার্বন' '' ও '' 'হাইড্রোজেন' '' পৰমাণু '' 'অক্সিজেন' 'পৰমাণু' দ্বাৰা প্রতিস্থাপিত হয়.
+
|কার্বন আৰু হাইড্রোজেন পৰমাণু অক্সিজেন পৰমাণু দ্বাৰা প্রতিস্থাপিত হৈছে।
  
 
|-
 
|-
| 02: 46  
+
|02:46
| প্রাপ্ত নতুন কাঠামো '' Dimethylether. '' হয় ''  
+
|প্রাপ্ত গঠনটো হল '''Dimethyl ether'''.
  
 
|-
 
|-
| 02: 51  
+
|02:51
| ইয়াত গঠন নিচেৰ তাৰ নাম লিখক.
+
|এই গঠনৰ তলত ইয়াৰ নাম লিখক।
  
 
|-
 
|-
| 02: 54  
+
|02:54
| উপৰ '' 'যোগ কৰকবা এটা পাঠ্য পৰিবর্তন' '' টুল ক্লিক কৰক.
+
|'''Add or modify a text''' টুলত টিপক।
  
 
|-
 
|-
| 02: 58  
+
|02:58
| কাঠামো নিচে '' 'প্রদর্শন এলাকা' '' ক্লিক কৰক.
+
|গঠনৰ তলত '''Display area''' ত টিপক।
  
 
|-
 
|-
| 03: 01  
+
|03:01
| বক্সে টাইপ কৰক'' 'Dimethylether' ''.
+
|বাক্সত '''Dimethylether''' লিখক।
  
 
|-
 
|-
| 03: 06  
+
|03:06
| এতিয়া ফাইলটি সেভ কৰক.  
+
|ফাইলটো সংৰক্ষণ কৰো.
  
 
|-
 
|-
| 03: 08  
+
|03:08
| '' ক্লিক কৰকটুলবাৰে '' আইকন 'বর্তমান ফাইল সংৰক্ষণ কৰক'  
+
|টুলবাৰত '''Save the current file''' আইকনত টিপক।
  
 
|-
 
|-
| 03: 12  
+
|03:12
| '' 'সংৰক্ষণ কৰকহিসাবে' '' ডায়লগ বক্স প্রর্দশিত হয়.
+
|'''Save as''' ডায়ালগ বাক্স খোলে।
  
 
|-
 
|-
| 03: 15  
+
|03:15
| '' 'Chloroethane-থাৰ' '' হিসাবে ফাইলেৰ নাম লিখক.  
+
|ফাইলৰ নাম লিখক '''Chloroethane-ether'''.
  
 
|-
 
|-
| 03: 20  
+
|03:20
| '' 'সংৰক্ষণ কৰক' '' বাটনত ক্লিক কৰক.
+
|'''Save''' বোতামত টিপক।
  
 
|-
 
|-
| 03: 23  
+
|03:23
| ইয়াত জানালা বন্ধ কৰিব '' 'বন্ধ' '' বাটন ক্লিক কৰক.
+
|উইন্ডো বন্ধ কৰিবলৈ '''Close''' বোতামত টিপক।
  
 
|-
 
|-
| 03: 27  
+
|03:27
| এখানত এটা নিয়োগ হয়
+
|ইয়াত এটা নিয়োগ আছে
  
 
|-
 
|-
| 03: 29  
+
|03:29
| ড্র '' '' ইথেন '' 'আৰু' '' 'Pentane' কাঠামো '.
+
|'''Ethane''' (ইথেন) আৰু '''Pentane''' (পেন্টেন) এৰ গঠন আকক।
  
 
|-
 
|-
| 03: 32  
+
|03:32
| এক '' 'কার্বন' 'পৰিবর্তে' সৈতে '' '' ইথেন '' 'ইয়াত পৰমাণু' '' ব্রাউ '' '.
+
|ইথেনৰ এটা কার্বন পৰমাণু '''"Br"''' দ্বাৰা প্রতিস্থাপিত কৰক।
  
 
|-
 
|-
| 03: 36  
+
|03:36
| 'আমি' '' টার্মিনাল '' 'কার্বন' '' সৈতে '' 'Pentane' '' '' পৰমাণু প্রতিস্থাপন কৰক.
+
|পেন্টেনেৰ টাৰ্মিনেল কার্বন পৰমাণু '''"I"''' দ্বাৰা প্রতিস্থাপিত কৰক।
  
 
|-
 
|-
| 03: 41  
+
|03:41
| সমাপ্ত নিয়োগ ভালো হওয়া উচিত.
+
|আপোনাৰ নির্দেশিত কাম এনেধৰনৰ হোৱা উচিত।
  
 
|-
 
|-
| 03: 45  
+
|03:45
| এতিয়া আমি 'alkyl গ্রুপ' '' '' সম্পর্কে ব্যাখ্যা কৰবে.
+
|এতিয়া '''Alkyl''' গ্রুপক ব্যাখ্যা কৰক।
  
 
|-
 
|-
| 03: 49  
+
|03:49
| '' 'Alkyl গ্রুপ' '' '' 'Alkane' '' ইয়াত এটা টুকৰা.
+
|'''Alkyl''' গ্রুপ '''Alkane''' এৰ এটা ভাগ হয়।
  
 
|-
 
|-
| 03: 53  
+
|03:53
| উদাহৰণস্বৰুপ: '' মিথাইল ch3 '' '' '' '' 'মিথেন CH4' '' এটা টুকৰা
+
|উদাহৰণ স্বৰুপে: মিথাইল '''CH3''' হল মিথেন '''CH4''' এৰ এটা ভাগ হয়।
  
 
|-
 
|-
| 04: 00  
+
|04:00
| এটা '' 'alkyl গ্রুপ' উপর্যুপৰি সদস্য '' '' CH2 '' 'গ্রুপ দ্বাৰা পৃথক.
+
|'''Alkyl''' গ্রুপৰ ক্রমানুযায়ী সদস্য '''CH2''' গ্রুপ দ্বাৰা ভিন্ন হয়।
  
 
|-
 
|-
| 04: 06  
+
|04:06
| '' সিৰিজেৰ অন্তর্ভুক্ত '' 'alkyl গ্রুপ' ইয়াত Homologues,
+
|এই Alkyl গ্রুপ শৃঙ্খলাৰ অনুৰুপ গ্রুপ হল:
  
 
|-
 
|-
| 04: 10  
+
|04:10
| '' 'মিথাইল ch3' ''  
+
|'''Methyl''' (মিথাইল) '''CH3'''
  
 
|-
 
|-
| 04: 15  
+
|04:15
| '' 'Ethyl C2H5' ''  
+
|'''Ethyl''' (ইথাইল) '''C2H5'''
  
 
|-
 
|-
| 04: 20  
+
|04:20
| '' 'Propyl C3H7' ''  
+
|'''Propyl''' (প্রোপাইল) '''C3H7'''
  
 
|-
 
|-
| 04: 23  
+
|04:23
| '' 'ৰাসায়নিক যৌগ C4H9' '' ও তাই.
+
|'''Butyl''' (বিউটাইল) '''C4H9''' আৰু এইভাবে।
  
 
|-
 
|-
| 04: 29  
+
|04:29
| আমি এটা নতুন '' 'GChemPaint' 'সৈতে' আবেদন '' 'Heptane' '' গঠন খোলা আছে.
+
| '''Heptane''' (হেপ্টেন) এৰ গঠনৰ সৈতে এটা নতুন '''GChemPaint''' অ্যাপ্লিকেশন খুলিছো।
  
 
|-
 
|-
| 04: 35  
+
|04:35
| এতিয়া আমি কার্বন '' 'শৃঙ্খল' '' অবস্থানতৰ নম্বৰ কিভাবে প্রদর্শন কৰা হয়.
+
|এতিয়া কার্বন চেইনৰ অবস্থানৰ সংখ্যায়ন কৰা প্রদর্শন কৰিম।
  
 
|-
 
|-
| 04: 40  
+
|04:40
| সংখ্যায়ন '' 'শৃঙ্খল' '' অবস্থানতৰ চিহ্নিত কৰিব সাহায্য কৰে.
+
|এইটোৱে অবস্থান চিহ্নিত কৰিবলৈ সাহায্য কৰে।
  
 
|-
 
|-
| 04: 44  
+
|04:44
| উপৰ '' 'যোগ কৰকবা এটা পাঠ্য পৰিবর্তন' '' টুল ক্লিক কৰক.
+
|'''Add or modify a text''' টুলত টিপক।
  
 
|-
 
|-
| 04: 48  
+
|04:48
| প্রথম চেইন অবস্থান কাছাকাছি '' 'প্রদর্শন এলাকা' '' ক্লিক কৰক.
+
|প্রথম চেইনৰ কাষত থকা '''Display area''' ত টিপক।
  
 
|-
 
|-
| 04: 52  
+
|04:52
| সবুজ বাক্সে 1 দিন.
+
|সেউজীয়া বাক্সত '''1''' লিখক।
  
 
|-
 
|-
| 04: 55  
+
|04:55
| পৰবর্তী, দ্বিতীয় শৃঙ্খল অবস্থান কাছাকাছি ক্লিক কৰক.
+
|ইয়াৰ পিছত, দ্বিতীয় চেইনৰ কাষত টিপক।
  
 
|-
 
|-
| 04: 59  
+
|04:59
| বক্সেৰ ত 2 লিখক.
+
|বাক্সত '''2''' লিখক।
  
 
|-
 
|-
| 05: 02  
+
|05:02
| অনুৰুপভাবে আমি 3, 4, 5, 6 আৰু 7 অন্যান্য চেইন অবস্থানতৰ নম্বৰ হয়.
+
|একেইভাবে আমি অন্যান্য চেইনৰ স্থান হিসাবে '''3, 4, 5, 6''' আৰু '''7''' লিখিম।
  
 
|-
 
|-
| 05: 13  
+
|05:13
| এতিয়া আসুন শাখা '' '' 'alkyl গ্রুপ' ব্যবহাৰ কৰে 'Heptane' '' '' 'বিভিন্ন অবস্থানতৰ সময়ে.
+
|এতিয়া বিভিন্ন স্থানত '''Alkyl''' গ্রুপ ব্যবহাৰ কৰি '''Heptane'''ক (হেপ্টেন) বিভাগ কৰো।
  
 
|-
 
|-
| 05: 19  
+
|05:19
| আমাৰ তৃতীয় অবস্থান পৰা এটা '' 'মিথাইল গ্রুপ' '' যোগ কৰক.
+
| তৃতীয় স্থানত এটা মিথাইল (CH3) গ্রুপ যোগ কৰো।
  
 
|-
 
|-
| 05: 24  
+
|05:24
| 'ক্লিক কৰক' 'এটা বন্ড করো অথবা বিদ্যমান সংখ্যাধিক্য পৰিবর্তন' '' টুল.
+
|'''Add a bond or change the multiplicity of existing one''' টুলত টিপক।
  
 
|-
 
|-
| 05: 30  
+
|05:30
| অবস্থানতৰ উপৰ ক্লিক কৰক.
+
|নির্দিষ্ট স্থানত টিপক
  
 
|-
 
|-
| 05: 32  
+
|05:32
| পৰমাণু পৰিবর্তন লক্ষ্য.
+
|পৰমাণুত পৰিবর্তনবোৰ লক্ষ্য কৰক।
  
 
|-
 
|-
| 05: 36  
+
|05:36
| আমাৰ পঞ্চম স্থানত এটা '' 'Ethyl গ্রুপ' '' যোগ কৰক.
+
|পঞ্চম স্থানত '''Ethyl''' (ইথাইল) গ্রুপ এটা যোগ কৰো।
  
 
|-
 
|-
| 05: 40  
+
|05:40
| '' টুল 'এটা চেইন যোগ কৰক' '' ক্লিক কৰক.
+
|'''Add a chain''' টুলত টিপক।
  
 
|-
 
|-
| 05: 43  
+
|05:43
| অবস্থানতৰ উপৰ ক্লিক কৰক.
+
|নির্দিষ্ট স্থানত টিপক।
  
 
|-
 
|-
| 05: 46  
+
|05:46
| পৰবর্তী আমি সব অবস্থানতৰ উপৰ পৰমাণু প্রদর্শন কৰা হয়.
+
|ইয়াৰ পিছত আমি সকলো স্থানত পৰমাণু প্রদর্শন কৰিম।
  
 
|-
 
|-
| 05: 51  
+
|05:51
| অবস্থানতৰ উপৰ ৰাইট ক্লিক কৰক.
+
|ইয়াত সো ক্লিক কৰক
  
 
|-
 
|-
| 05: 53  
+
|05:53
| এটা '' 'সাবমেনু' '' প্রর্দশিত হয়
+
|এটা সাবমেনু খোলে।
  
 
|-
 
|-
| 05: 55  
+
|05:55
| '' 'এটম' '' নির্বাচন কৰকআৰু তাৰপৰ '' 'প্রদর্শন প্রতীক' '' এ ক্লিক কৰক.
+
| '''Atom''' নির্বাচন কৰি '''Display symbol''' ত টিপক।
  
 
|-
 
|-
| 05: 59  
+
|05:59
| অনুৰুপভাবে আমি অন্য অবস্থানতৰ সময়ে পৰমাণু প্রদর্শন কৰা হয়.
+
|একেইভাবে আমি অন্যান্য স্থানত পৰমাণু প্রদর্শন কৰিম।
  
 
|-
 
|-
| 06: 06  
+
|06:06
| আমি এক স্থান এ শাখায় বিভক্ত কৰিব পাৰিব কিভাবে অনতক বাৰ দেখুন.
+
|এতিয়া একেই স্থানত কেইবাৰ বিভাগ কৰিব পাৰো, চাওচোন।
  
 
|-
 
|-
| 06: 12  
+
|06:12
| 'ক্লিক কৰক' 'এটা বন্ড করো অথবা বিদ্যমান সংখ্যাধিক্য পৰিবর্তন' '' টুল.
+
|'''Add a bond or change the multiplicity of existing one''' টুলত টিপক।
  
 
|-
 
|-
| 06: 18  
+
|06:18
| চতুর্থ স্থান উপৰ ক্লিক কৰক.
+
|চতুর্থ স্থানত টিপক।
  
 
|-
 
|-
| 06: 21  
+
|06:21
| আবাৰ ক্লিক কৰক.
+
|আকৌ এবাৰ টিপক।
  
 
|-
 
|-
| 06: 23  
+
|06:23
| '' 'কার্বন' '' শৃঙ্খল শাখাবিন্যাস লক্ষ্য.
+
|কার্বন চেইনত বিভাগ কৰাখিনি লক্ষ্য কৰক।
  
 
|-
 
|-
| 06: 27  
+
|06:27
| তৃতীয় সময় বাবে ক্লিক কৰকচেষ্টা কৰক.
+
|আকৌ এবাৰ ক্লিক কৰাৰ চেষ্টা কৰক।
  
 
|-
 
|-
| 06: 30  
+
|06:30
| আমি শাখাবিন্যাস দেখতে না.
+
|আমি বিভাগ কৰাখিনি দেখা পোৱা নাই
  
 
|-
 
|-
| 06: 33  
+
|06:33
| যে শাখাবিন্যাসপ্রতিটো অবস্থান এ মাত্র দুবাৰ সম্ভব হয়.
+
|মন কৰক যে বিভাগ কৰা প্রতিট স্থানত মাত্র দুইবাৰ হে সম্ভব হব।
  
 
|-
 
|-
| 06: 39  
+
|06:39
| এটি '' 'কার্বন ইয়াত চাৰি যোজ্যতা' '' সন্তুষ্ট কাৰণ হল.
+
|কাৰণ এইটোৱে কার্বনৰ tetra valency সমর্থন কৰে।
  
 
|-
 
|-
| 06: 43  
+
|06:43
| ফাইল সংৰক্ষণ, প্রেস '' 'এবাৰ CTRL + এস' ''
+
|এতিয়া ফাইলটো সংৰক্ষণ কৰক। CTRL+ S টিপক
  
 
|-
 
|-
| 06: 47  
+
|06:47
| '' 'ডায়লগ বক্স হিসাবে সংৰক্ষণ কৰক,' '' প্রর্দশিত হয়.
+
|Save as ডায়লগ বাক্স খোলে।
  
 
|-
 
|-
| 06: 50  
+
|06:50
| '' 'Alkyl গ্রুপ' '' হিসাবে ফাইলেৰ নাম লিখক.
+
|ফাইলৰ নাম '''Alkyl Groups''' লিখক।
  
 
|-
 
|-
| 06: 53  
+
|06:53
| '' 'সংৰক্ষণ কৰক' '' বাটনত ক্লিক কৰক.
+
|'''Save''' বোতামত টিপক।
  
 
|-
 
|-
| 06: 57  
+
|06:57
| আমি শিখেছি কি সংক্ষেপ.
+
|সংক্ষেপে, আমি  কি শিকিলো।
  
 
|-
 
|-
| 07: 00  
+
|07:00
| আমি শিখেছি আছে এই টিউটোৰিয়েল,
+
|এই টিউটোৰিয়েলত শিকিছো:
  
 
|-
 
|-
| 07: 03  
+
|07:03
| * যুক্ত কৰকআৰু যৌগ গঠন পৰিবর্তন  
+
|যৌগৰ গঠন যোগ আৰু পৰিবর্তন কৰা।
  
 
|-
 
|-
| 07: 07  
+
|07:07
| * পৰিবর্তন বর্তমান উপাদান
+
|বর্তমান এলিমেন্ট সলোৱা।
  
 
|-
 
|-
| 07: 09  
+
|07:09
| * যুক্ত কৰক'' 'alkyl গ্রুপ' ''  
+
|'''Alkyl''' গ্রুপ যুক্ত কৰা।
  
 
|-
 
|-
| 07: 12  
+
|07:12
| * যুক্ত কৰকআৰু কার্বন চেইন পৰিবর্তন  
+
|কার্বন চেইন যুক্ত আৰু পৰিবর্তন কৰা।
  
 
|-
 
|-
| 07: 15  
+
|07:15
| এটা হিসাবে নিয়োগ,
+
|এতিয়া নিয়োগ হিচাবে
  
 
|-
 
|-
| 07: 16  
+
|07:16
| '' 'অকটেন' '' গঠন আঁকুন.
+
|'''Octane''' (অক্টেন) এৰ গঠন আকক।
  
 
|-
 
|-
| 07: 18  
+
|07:18
| চেইন চতুর্থ পঞ্চম অবস্থানত '' 'propyl' '' '' 'ৰাসায়নিক যৌগ' '' গ্রুপ যোগ কৰক.
+
|চেইনৰ চতুর্থ আৰু পঞ্চম স্থানত '''Propyl''' (প্রোপাইল) আৰু '''Butyl''' (বিউটাইল) গ্রুপ যোগ কৰক।
  
 
|-
 
|-
| 07: 25  
+
|07:25
| সমাপ্ত নিয়োগ ভালো হওয়া উচিত.
+
|আপোনি কৰা নির্দেশিত কাম এনেধৰনৰ হোৱা উচিত।
  
 
|-
 
|-
| 07: 29  
+
|07:29
| এই URL '' 'http://spoken-tutorial.org/What_is_a_Spoken_Tutorial' '' এ উপলব্ধ ভিডিও দেখুন
+
|স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
  
 
|-
 
|-
| 07: 33  
+
|07:33
| এটি কথ্য টিউটোৰিয়েল প্রকল্প সংক্ষিপ্ত বিবৰণ
+
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
| 07: 38  
+
|07:38
| যদি ভাল ব্যান্ডউইডথ না থাকে, তাহলে আপনি ডাউনলোড কৰে চাব পাৰি
+
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
| 07: 42  
+
|07:42
| স্পোকেন টিউটোৰিয়েল প্রকল্পৰ দল, কথ্য টিউটোৰিয়েল ব্যবহাৰ কৰে কর্মশালাৰ আয়োজন
+
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
  
 
|-
 
|-
| 07: 47  
+
|07:47
| এটা অনলাইন পৰীক্ষা পাস কৰে তাদেৰ সার্টিফিকেট দেয়
+
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
  
 
|-
 
|-
| 07: 51  
+
|07:51
| অধিক বিবৰণেৰ বাবে, 'contact@spoken-tutorial.org' '' '' লিখক
+
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
 
|-
 
|-
| 07: 57  
+
|07:57
| স্পোকেন টিউটোৰিয়েল প্রকল্পৰ এটা শিক্ষক প্রকল্পেৰ আলোচনা এটা অংশ
+
|স্পোকেন টিউটোৰিয়াল  প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
 
|08:02
 
|08:02
 
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 +
 
|-
 
|-
 
|08:09
 
|08:09
| এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
+
|মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 +
 
 
|-
 
|-
 
|08:15
 
|08:15
|ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
+
| আমি টিউটোৰিয়েলৰশেষে চলে এসেছি।
  
 
|-
 
|-
 
|08:19
 
|08:19
|অ্যানিমেশন '' কৰা হয় 'Udhaya বিদ্বেষপূর্ণ.' ''
+
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .  
  
 
|-
 
|-
 
|08:22
 
|08:22
|আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
+
|যোগদানৰ বাবে ধন্যবাদ।

Revision as of 13:06, 3 November 2014

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল।
00:02 GChemPaintFormation of molecules ৰ টিউটোৰিয়েল আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলত আমি শিকিম:
00:11 যৌগৰ গঠন যোগ কৰা আৰু সলোৱা।
00:14 বর্তমান এলিমেন্ট সলোৱা।current 
00:16 Alkyl গ্রুপ যোগ কৰা।
00:18 কার্বন চেন যোগ কৰা আৰু সলোৱা।
00:21 ইয়াত আমি উবুন্টু লিনাক্স OS সংস্কৰণ 12.04 GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো।
00:33 এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ
00:38 আপোনি GChemPaint কেমিকাল স্ট্রাকচাৰ এডিটৰ সম্পর্কে জানিব লাগিব।
00:41 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটলৈ যাওক।
00:47 এইটো হল Propane (প্রোপেন), Butane (বিউটেন) আৰু Heptane (হেপ্টেন) এৰ গঠনৰ স্লাইড।
00:54 ইয়াত স্লাইডত প্রদর্শিত নিচিনা প্রোপেন আৰু বিউটেন গঠনৰ সৈতে নতুন GChemPaint অ্যাপ্লিকেশন খুলিছো।
01:03 এতিয়া বিউটেন গঠনত থকা টার্মিনেল কার্বন পৰমাণু ক্লোৰিন পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰো।
01:10 এইটো কৰিবলৈ মই  Periodic table combo বোতাম ব্যবহাৰ কৰিম।
01:15 Current element ড্রপ ডাউন অ্যাৰোত টিপক।
01:19 এইটোক Periodic table combo বোতাম হিসাবে পৰিচিত হয়।
01:23 সজ্জিত  Modern periodic table লক্ষ্য কৰক।
01:27 টেবোলৰ পৰা Clত টিপক।
01:30 টুল বাক্সত Cl চাওক।
01:33 Add or modify an atom টুলত টিপক।
01:37 টার্মিনালেৰ পৰমাণুত টিপি এইবোৰ ক্লোৰিন (Cl) পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক।
01:43 প্রাপ্ত গঠনটো হল 1,2-Dichloroethane.
01:48 এই গঠনৰতলত ইয়াৰ নাম লিখক।
01:52 Add or modify a text টুলত টিপক।
01:56 Text  টুলৰ প্রোপার্টি পেজ খোলে।
01:59 গঠনৰ তলত Display area ত টিপক।
02:03 আপোনি সেউজীয়া বাক্সত জিলিকা থকা কার্সাৰ দেখিব পাৰিব।
02:08 বাক্সত 1,2-Dichloroethane লিখক।
02:14 Select one or more objects টুলত টিপি Text  টুলৰ প্রোপার্টি পেজ বন্ধ কৰক।
02:21 এতিয়া প্রোপেন গঠনত থকা কার্বন পৰমাণুক অক্সিজেন পৰমাণু দ্বাৰা প্রতিস্থাপিত কৰক।
02:28 প্রোপেন গঠনৰ কেন্দ্রীয় পৰমাণুৰ কাষত কার্সাৰ ৰাখক।
02:33 ডাঙৰ আখৰ O টিপক।
02:35 O আৰু Os এৰ সৈতে এটা সাবমেনু খোলে
02:39 O নির্বাচন কৰক।
02:40 কার্বন আৰু হাইড্রোজেন পৰমাণু অক্সিজেন পৰমাণু দ্বাৰা প্রতিস্থাপিত হৈছে।
02:46 প্রাপ্ত গঠনটো হল Dimethyl ether.
02:51 এই গঠনৰ তলত ইয়াৰ নাম লিখক।
02:54 Add or modify a text টুলত টিপক।
02:58 গঠনৰ তলত Display area ত টিপক।
03:01 বাক্সত Dimethylether লিখক।
03:06 ফাইলটো সংৰক্ষণ কৰো.
03:08 টুলবাৰত Save the current file আইকনত টিপক।
03:12 Save as ডায়ালগ বাক্স খোলে।
03:15 ফাইলৰ নাম লিখক Chloroethane-ether.
03:20 Save বোতামত টিপক।
03:23 উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক।
03:27 ইয়াত এটা নিয়োগ আছে
03:29 Ethane (ইথেন) আৰু Pentane (পেন্টেন) এৰ গঠন আকক।
03:32 ইথেনৰ এটা কার্বন পৰমাণু "Br" দ্বাৰা প্রতিস্থাপিত কৰক।
03:36 পেন্টেনেৰ টাৰ্মিনেল কার্বন পৰমাণু "I" দ্বাৰা প্রতিস্থাপিত কৰক।
03:41 আপোনাৰ নির্দেশিত কাম এনেধৰনৰ হোৱা উচিত।
03:45 এতিয়া Alkyl গ্রুপক ব্যাখ্যা কৰক।
03:49 Alkyl গ্রুপ Alkane এৰ এটা ভাগ হয়।
03:53 উদাহৰণ স্বৰুপে: মিথাইল CH3 হল মিথেন CH4 এৰ এটা ভাগ হয়।
04:00 Alkyl গ্রুপৰ ক্রমানুযায়ী সদস্য CH2 গ্রুপ দ্বাৰা ভিন্ন হয়।
04:06 এই Alkyl গ্রুপ শৃঙ্খলাৰ অনুৰুপ গ্রুপ হল:
04:10 Methyl (মিথাইল) CH3
04:15 Ethyl (ইথাইল) C2H5
04:20 Propyl (প্রোপাইল) C3H7
04:23 Butyl (বিউটাইল) C4H9 আৰু এইভাবে।
04:29 Heptane (হেপ্টেন) এৰ গঠনৰ সৈতে এটা নতুন GChemPaint অ্যাপ্লিকেশন খুলিছো।
04:35 এতিয়া কার্বন চেইনৰ অবস্থানৰ সংখ্যায়ন কৰা প্রদর্শন কৰিম।
04:40 এইটোৱে অবস্থান চিহ্নিত কৰিবলৈ সাহায্য কৰে।
04:44 Add or modify a text টুলত টিপক।
04:48 প্রথম চেইনৰ কাষত থকা Display area ত টিপক।
04:52 সেউজীয়া বাক্সত 1 লিখক।
04:55 ইয়াৰ পিছত, দ্বিতীয় চেইনৰ কাষত টিপক।
04:59 বাক্সত 2 লিখক।
05:02 একেইভাবে আমি অন্যান্য চেইনৰ স্থান হিসাবে 3, 4, 5, 6 আৰু 7 লিখিম।
05:13 এতিয়া বিভিন্ন স্থানত Alkyl গ্রুপ ব্যবহাৰ কৰি Heptaneক (হেপ্টেন) বিভাগ কৰো।
05:19 তৃতীয় স্থানত এটা মিথাইল (CH3) গ্রুপ যোগ কৰো।
05:24 Add a bond or change the multiplicity of existing one টুলত টিপক।
05:30 নির্দিষ্ট স্থানত টিপক
05:32 পৰমাণুত পৰিবর্তনবোৰ লক্ষ্য কৰক।
05:36 পঞ্চম স্থানত Ethyl (ইথাইল) গ্রুপ এটা যোগ কৰো।
05:40 Add a chain টুলত টিপক।
05:43 নির্দিষ্ট স্থানত টিপক।
05:46 ইয়াৰ পিছত আমি সকলো স্থানত পৰমাণু প্রদর্শন কৰিম।
05:51 ইয়াত সো ক্লিক কৰক
05:53 এটা সাবমেনু খোলে।
05:55 Atom নির্বাচন কৰি Display symbol ত টিপক।
05:59 একেইভাবে আমি অন্যান্য স্থানত পৰমাণু প্রদর্শন কৰিম।
06:06 এতিয়া একেই স্থানত কেইবাৰ বিভাগ কৰিব পাৰো, চাওচোন।
06:12 Add a bond or change the multiplicity of existing one টুলত টিপক।
06:18 চতুর্থ স্থানত টিপক।
06:21 আকৌ এবাৰ টিপক।
06:23 কার্বন চেইনত বিভাগ কৰাখিনি লক্ষ্য কৰক।
06:27 আকৌ এবাৰ ক্লিক কৰাৰ চেষ্টা কৰক।
06:30 আমি বিভাগ কৰাখিনি দেখা পোৱা নাই
06:33 মন কৰক যে বিভাগ কৰা প্রতিট স্থানত মাত্র দুইবাৰ হে সম্ভব হব।
06:39 কাৰণ এইটোৱে কার্বনৰ tetra valency সমর্থন কৰে।
06:43 এতিয়া ফাইলটো সংৰক্ষণ কৰক। CTRL+ S টিপক
06:47 Save as ডায়লগ বাক্স খোলে।
06:50 ফাইলৰ নাম Alkyl Groups লিখক।
06:53 Save বোতামত টিপক।
06:57 সংক্ষেপে, আমি  কি শিকিলো।
07:00 এই টিউটোৰিয়েলত শিকিছো:
07:03 যৌগৰ গঠন যোগ আৰু পৰিবর্তন কৰা।
07:07 বর্তমান এলিমেন্ট সলোৱা।
07:09 Alkyl গ্রুপ যুক্ত কৰা।
07:12 কার্বন চেইন যুক্ত আৰু পৰিবর্তন কৰা।
07:15 এতিয়া নিয়োগ হিচাবে
07:16 Octane (অক্টেন) এৰ গঠন আকক।
07:18 চেইনৰ চতুর্থ আৰু পঞ্চম স্থানত Propyl (প্রোপাইল) আৰু Butyl (বিউটাইল) গ্রুপ যোগ কৰক।
07:25 আপোনি কৰা নির্দেশিত কাম এনেধৰনৰ হোৱা উচিত।
07:29 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
07:33 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:38 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:42 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
07:47 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
07:51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:57 স্পোকেন টিউটোৰিয়াল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:02 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:09 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:15 আমি টিউটোৰিয়েলৰশেষে চলে এসেছি।
08:19 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
08:22 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya