Difference between revisions of "C-and-Cpp/C2/First-C-Program/Assamese"
From Script | Spoken-Tutorial
Line 9: | Line 9: | ||

00.18 মই এই টিউট’ৰিয়েলতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ কৰিছো |
00.18 মই এই টিউট’ৰিয়েলতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ কৰিছো | ||

00.21 উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) ১১.১০(11.10) তাঙৰণ (version) আৰু উবুনটোত gcc কমপাইলাৰৰ( Compiler) ৪.৬.১(4.6.1) তাঙৰণ( version) |
00.21 উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) ১১.১০(11.10) তাঙৰণ (version) আৰু উবুনটোত gcc কমপাইলাৰৰ( Compiler) ৪.৬.১(4.6.1) তাঙৰণ( version) | ||
− | 00.31 এই টিউট’ৰিয়েলতো( tutorial) অভ্যাস কৰিবলৈ, | + |
00.31 এই টিউট’ৰিয়েলতো( tutorial) অভ্যাস কৰিবলৈ, |
− | 00.33 উবুনটো অপাৰেটিং ছিচটেম( Ubuntu Operating System) আৰু এটা এদিটৰ( Editor) বিষয়ে আপুনি জানিব লাগিব | + |
00.33 উবুনটো অপাৰেটিং ছিচটেম( Ubuntu Operating System) আৰু এটা এদিটৰ( Editor) বিষয়ে আপুনি জানিব লাগিব |
− | 00.38 কিছুমান এদিটৰ( Editor) হৈছে '''vim''' আৰু '''gedit''' | + |
00.38 কিছুমান এদিটৰ( Editor) হৈছে '''vim''' আৰু '''gedit''' |
− | 00.42 মই এইটো টিউট’ৰিয়েলত( tutorial) gedit ব্যৱহাৰ কৰিম | + |
00.42 মই এইটো টিউট’ৰিয়েলত( tutorial) gedit ব্যৱহাৰ কৰিম |
− | 00.45 সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি আমি দেখুওৱা ৱেবচাইত( website) পৰিদৰ্শন কৰক | + |
00.45 সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি আমি দেখুওৱা ৱেবচাইত( website) পৰিদৰ্শন কৰক |
− | 00.51 কেনেকৈ এটা C প্ৰোগ্ৰাম( program) লিখে মই এতিয়া উদাহৰণসহ বুজাবলৈ লৈছো | + |
00.51 কেনেকৈ এটা C প্ৰোগ্ৰাম( program) লিখে মই এতিয়া উদাহৰণসহ বুজাবলৈ লৈছো |
− | 00.55 তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ আপোনাৰ কিবৰ্ডত একেলগে '''Ctrl, Alt আৰু T ''কী( keys) টিপক | + |
00.55 তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ আপোনাৰ কিবৰ্ডত একেলগে '''Ctrl, Alt আৰু T ''কী( keys) টিপক |
− | 01.07 এতিয়া টেক্চট এদিটৰ( text editor) খোলক,প্রমতত( prompt) লিখক | + |
01.07 এতিয়া টেক্চট এদিটৰ( text editor) খোলক,প্রমতত( prompt) লিখক |
− | 01.12 '''“gedit”''' স্পেছ(space) '''“talk”''' dot '''“c”'''স্পেছ(space) “&”''' চিহ্ন(sign). | + |
01.12 '''“gedit”''' স্পেছ(space) '''“talk”''' dot '''“c”'''স্পেছ(space) “&”''' চিহ্ন(sign). |
− | 01.20 আমি প্রমত( prompt)খালি কৰিবলৈ এমপাৰচেণ্ড(&)ব্যৱহাৰ কৰোঁ | + |
01.20 আমি প্রমত( prompt)খালি কৰিবলৈ এমপাৰচেণ্ড(&)ব্যৱহাৰ কৰোঁ |
− | 01.24 মন কৰিব যে সকলো “C” ফাইল একষ্টেনচন( extension.C) দত “C” হৱ লাগিব | + |
01.24 মন কৰিব যে সকলো “C” ফাইল একষ্টেনচন( extension.C) দত “C” হৱ লাগিব |
− | 01.30 এতিয়া '''Enter''' টিপক | + |
01.30 এতিয়া '''Enter''' টিপক |
− | 01.32 টেক্চট এডিতৰ( text editor) খোলা গৈছে | + |
01.32 টেক্চট এডিতৰ( text editor) খোলা গৈছে |
− | 01.36 এতিয়া আমি এটা প্ৰোগ্ৰাম( program) লিখিবলৈ আৰম্ভ কৰিম | + |
01.36 এতিয়া আমি এটা প্ৰোগ্ৰাম( program) লিখিবলৈ আৰম্ভ কৰিম |
− | 01.39 দুটা চ্লেচ '''“//”''' আৰু স্পেছ(space)এৰি লিখক | + |
01.39 দুটা চ্লেচ '''“//”''' আৰু স্পেছ(space)এৰি লিখক |
− | 01.42 My first C program | + |
01.42 My first C program |
− | 01.48 ইয়াত এটা শাৰীত কমেন্ত( comment) কৰিবলৈ দুটা চ্লেচ( double slash) ব্যৱহাৰ কৰা হৈছে | + |
01.48 ইয়াত এটা শাৰীত কমেন্ত( comment) কৰিবলৈ দুটা চ্লেচ( double slash) ব্যৱহাৰ কৰা হৈছে |
− | 01.52 প্ৰোগ্ৰামটো(program) কেনেকৈ আগবাঢ়িছে বুজাবলৈ কমেন্ত( comment)দিয়া হৈছে | + |
01.52 প্ৰোগ্ৰামটো(program) কেনেকৈ আগবাঢ়িছে বুজাবলৈ কমেন্ত( comment)দিয়া হৈছে |
− | 01.56 ই ড’কোমেন্টেচনৰ(documentation) বাবে উপযোগী | + |
01.56 ই ড’কোমেন্টেচনৰ(documentation) বাবে উপযোগী |
− | 01.58 ই আমাক প্ৰোগ্ৰামটোৰ( program) বিষয়ে কয় | + |
01.58 ই আমাক প্ৰোগ্ৰামটোৰ( program) বিষয়ে কয় |
− | 02.01 দুটা চ্লেচে( double slash) এটা শাৰীৰ কমেন্ত( comment) বুজায় ৷ | + |
02.01 দুটা চ্লেচে( double slash) এটা শাৰীৰ কমেন্ত( comment) বুজায় ৷ |
− | 02.07 এতিয়া '''Enter''' টিপক | + |
02.07 এতিয়া '''Enter''' টিপক |
− | 02.09 “#include” স্পেছ( space) এৰি আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক | + |
02.09 “#include” স্পেছ( space) এৰি আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
− | 02.17 সদায় আগতিয়াকৈ বন্ধনী(bracket) দুটা লিখি পাচত সিহঁতৰ ভিতৰত লিখা এটা ভাল অভ্যাস হয় | + |
02.17 সদায় আগতিয়াকৈ বন্ধনী(bracket) দুটা লিখি পাচত সিহঁতৰ ভিতৰত লিখা এটা ভাল অভ্যাস হয় |
− | 02.24 এতিয়া বন্ধনীৰ(bracket) ভিতৰত '''“stdio”''' “(dot).” “'''h” ''' লিখক | + |
02.24 এতিয়া বন্ধনীৰ(bracket) ভিতৰত '''“stdio”''' “(dot).” “'''h” ''' লিখক |
− | 02.30 '''stdio.h''' হৈছে এটা হেদাৰ ফাইল('''header file''') | + |
02.30 '''stdio.h''' হৈছে এটা হেদাৰ ফাইল('''header file''') |
− | 02.33 যেতিয়া এটা প্ৰোগ্ৰামত('''program''') নিৰ্দ্ধাৰিত '''input/output functions''' ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াত হেদাৰ ফাইল( header file) থাকিবই লাগিব | + |
02.33 যেতিয়া এটা প্ৰোগ্ৰামত('''program''') নিৰ্দ্ধাৰিত '''input/output functions''' ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াত হেদাৰ ফাইল( header file) থাকিবই লাগিব |
− | 02.41 এতিয়া '''Enter''' টিপক | + |
02.41 এতিয়া '''Enter''' টিপক |
− | 02.43 “int” লিখি স্পেছ( space)এৰি''' “main” ''লিখি আৰম্ভনি বন্ধনী('''opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক | + |
02.43 “int” লিখি স্পেছ( space)এৰি''' “main” ''লিখি আৰম্ভনি বন্ধনী('''opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
− | 02.50 '''main''' এটা বিশেষ( special) ফাংচন(''function''')হয় | + |
02.50 '''main''' এটা বিশেষ( special) ফাংচন(''function''')হয় |
− | 02.52 ই এই শাৰীটোৰ পৰা এটা প্ৰোগ্ৰাম( program) কাৰ্যকৰী(execute) হোৱাটো বুজায় | + |
02.52 ই এই শাৰীটোৰ পৰা এটা প্ৰোগ্ৰাম( program) কাৰ্যকৰী(execute) হোৱাটো বুজায় |
− | 02.58 আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনীক( closing bracket) পেৰেন্ঠেছিচ(parenthesis) বোলে৷ | + |
02.58 আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনীক( closing bracket) পেৰেন্ঠেছিচ(parenthesis) বোলে৷ |
03.04 '''main'' ৰ পাচৰ পেৰেন্ঠেছিচ (Parenthesis)এ ই যে এটা '''main' ফাংচন('''function''') তাকে বুজায় | 03.04 '''main'' ৰ পাচৰ পেৰেন্ঠেছিচ (Parenthesis)এ ই যে এটা '''main' ফাংচন('''function''') তাকে বুজায় | ||
03.11 ইয়াত '''int''' '''main function'''য়ে কোনো আৰগুমেন্ত্চ('''arguments'') নলয় | 03.11 ইয়াত '''int''' '''main function'''য়ে কোনো আৰগুমেন্ত্চ('''arguments'') নলয় |