C-and-Cpp/C2/First-C-Program/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00.01 প্রথম C প্ৰোগ্ৰামৰ( program)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো
00.05 এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম
00.08 এটা সাধাৰন C প্ৰোগ্ৰাম( program) কেনেকৈ লিখে
00.11 কেনেকৈ কমপাইল(compile) কৰে,
00.13 কেনেকৈ কাৰ্যকৰী(execute) কৰে
00.14 আমি কিছুমান সাধাৰন ভুল(error) আৰু সেইবোৰৰ সমাধানৰো( solutions) বিৱৰণ দিম
00.18 মই এই টিউট’ৰিয়েলতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ‍‌ কৰিছো
00.21 উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) ১১.১০(11.10) তাঙৰণ (version) আৰু উবুনটোত gcc কমপাইলাৰৰ( Compiler) ৪.৬.১(4.6.1) তাঙৰণ( version)
00.31 এই টিউট’ৰিয়েলতো( tutorial) অভ্যাস কৰিবলৈ,
00.33 উবুনটো অপাৰেটিং ছিচটেম( Ubuntu Operating System) আৰু এটা এদিটৰ( Editor) বিষয়ে আপুনি জানিব লাগিব
00.38 কিছুমান এদিটৰ( Editor) হৈছে vim আৰু gedit
00.42 মই এইটো টিউট’ৰিয়েলত( tutorial) gedit ব্যৱহাৰ কৰিম
00.45 সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি আমি দেখুওৱা ৱেবচাইত( website) পৰিদৰ্শন কৰক
00.51 কেনেকৈ এটা C প্ৰোগ্ৰাম( program) লিখে মই এতিয়া উদাহৰণসহ বুজাবলৈ লৈছো
00.55 তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ আপোনাৰ কিবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কী( keys) টিপক
01.07 এতিয়া টেক্চট এদিটৰ( text editor) খোলক,প্রমতত( prompt) লিখক
01.12 '“gedit” স্পেছ(space) “talk” dot “c”স্পেছ(space) “&” চিহ্ন(sign).
01.20 আমি প্রমত( prompt)খালি কৰিবলৈ এমপাৰচেণ্ড(&)ব্যৱহাৰ কৰোঁ
01.24 মন কৰিব যে সকলো “C” ফাইল একষ্টেনচন( extension.C) দত “C” হৱ লাগিব
01.30 এতিয়া Enter টিপক
01.32 টেক্চট এডিতৰ( text editor) খোলা গৈছে
01.36 এতিয়া আমি এটা প্ৰোগ্ৰাম( program) লিখিবলৈ আৰম্ভ কৰিম
01.39 দুটা চ্লেচ “//” আৰু স্পেছ(space)এৰি লিখক
01.42 “My first C program”.
01.48 ইয়াত এটা শাৰীত কমেন্ত( comment) কৰিবলৈ দুটা চ্লেচ( double slash) ব্যৱহাৰ কৰা হৈছে
01.52 প্ৰোগ্ৰামটো(program) কেনেকৈ আগবাঢ়িছে বুজাবলৈ কমেন্ত( comment)দিয়া হৈছে
01.56 ই ড’কোমেন্টেচনৰ(documentation) বাবে উপযোগী
01.58 ই আমাক প্ৰোগ্ৰামটোৰ( program) বিষয়ে কয়
02.01 দুটা চ্লেচে( double slash) এটা শাৰীৰ কমেন্ত( comment) বুজায় ৷
02.07 এতিয়া Enter টিপক
02.09 “#include” স্পেছ( space) এৰি আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক
02.17 সদায় আগতিয়াকৈ বন্ধনী(bracket) দুটা লিখি পাচত সিহঁতৰ ভিতৰত লিখা এটা ভাল অভ্যাস হয়
02.24 এতিয়া বন্ধনীৰ(bracket) ভিতৰত “stdio” “(dot).” “h” লিখক
02.30 stdio.h হৈছে এটা হেদাৰ ফাইল(header file)
02.33 যেতিয়া এটা প্ৰোগ্ৰামত(program) নিৰ্দ্ধাৰিত input/output functions ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াত হেদাৰ ফাইল( header file) থাকিবই লাগিব
02.41 এতিয়া Enter টিপক
02.43 “int” লিখি স্পেছ( space)এৰি “main” লিখি আৰম্ভনি বন্ধনী(opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক
02.50 main' এটা বিশেষ( special) ফাংচন(function)হয়
02.52 ই এই শাৰীটোৰ পৰা এটা প্ৰোগ্ৰাম( program) কাৰ্যকৰী(execute) হোৱাটো বুজায়
02.58 আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনীক( closing bracket) পেৰেন্ঠেছিচ(parenthesis) বোলে৷
03.04 main ৰ পাচৰ পেৰেন্ঠেছিচ (Parenthesis)এ ই যে এটা main' ফাংচন(function) তাকে বুজায়
03.11 ইয়াত int' main functionয়ে কোনো আৰগুমেন্ত্চ(arguments) নলয়
03.15 ই ইন্তিজাৰ(integer) বিভাগৰ এটা মান(value) ঘুৰাই দিয়ে
03.18 আমি দাতা টাইপৰ('data types) বিষয়ে বেলেগ টিউটৰিয়েল( tutorial)ত শিকিম
03.23 এতিয়া“মেইন ফাংচন”(main function)ৰ বিষয়ে অধিক জানিবলৈ শ্লাইড বোৰলৈ( slides) যাওঁ, পাছৰ শ্লাইড (slide)খন চাওঁ আহক
03.29 সকলো প্ৰোগ্ৰাম( program)ৰ এটা মেইন ফাংচন( main function) থাকিব লাগিব
03.33 তাত এটাতকৈ অধিক মেইন ফাংচন( main function)থাকিব নোৱাৰিব
03.36 নহলে কম্পাইলাৰে(compiler) প্ৰোগ্ৰাম( program)টো কত আৰম্ভ হৈছে ধৰিব নোৱাৰিব
03.41 খালী পেৰেন্ঠেছিচ (Parenthesis) যোৰাই (pair) মেইন(main)ৰ কোনো আৰগুমেন্ত্চ (arguments) নোহোৱাটো বুজায়
03.46 আৰগুমেন্ত্চৰ(Arguments) ধাৰণাৰ( concept) বিষয়ে আমি আহিব লগীয়া টিউটৰিয়েলত( tutorials) বহলকৈ বুজিম
03.52 এতিয়া আমি আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ
03.55 এতিয়া এন্টাৰ(Enter) টিপক
03.58 আৰম্ভনি মাজু বন্ধনী( opening curly bracket)“{” লিখক
04.00 আৰম্ভনি মাজু বন্ধনীয়ে( opening curly bracket)'“{” mainfunctionটোৰ আৰম্ভণিক সূচায়
04.04 তাৰ পাছত সামৰণি মাজু বন্ধনী( closing curly bracket) “}”লিখক
04.08 সামৰনি মাজু বন্ধনীয়ে ( closing curly bracket) “}” mainfunction' টোৰ শেষলৈ সূচায়
04.13 এতিয়া বন্ধনীৰ( bracket) ভিতৰত এন্টাৰ(Enter) টো দুবাৰ টিপক
04.16 কাৰচাৰ( cursor) এটা শাৰীৰ ওপৰলৈ নিয়ক
04.20 অলংকৰণ(indentation)এ ক’ড( code) পঢ়া সহজ কৰি তোলে
04.23 ভুল (error)বোৰৰ অৱস্থান উলিওৱাতো ই সহায় কৰে
04.25 সেয়ে ইয়াত তিনিটা স্পেছ(space) দিওঁ
04.29 আৰু এতিয়া “printf” আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) “()” লিখক
04.34 প্রান্তত(terminal) আউতপুত( output)ছ্পা( print) কৰিবলৈ printf এটা নিৰ্দ্ধাৰীত C ফাংচন হয়
04.39 ইয়াত বন্ধনীৰ(bracket) মাজত,দ্বৈত উদ্ধ ক’মা( double quotes)ৰ ভিতৰত
04.43 'printf ষ্টেটমেন্তৰ( statement) দ্বৈত উদ্ধ ক’মাৰ( double quotes) ভিতৰত থকা যিকোনো বাক্য প্রান্তত(terminal)ছ্পা( print) হব
04.50 Talk To a Teacher বেক চ্লেচ(\) n” লিখক
04.59 বেক চ্লেচ n \n”এ নতুন শাৰী বুজায়
05.03 printf ফাংচনৰ কাৰ্যকৰনৰ( execution) পৰিণাম( result)ত কাৰচাৰ(cursor) দাল নতুন শাৰীলৈ গতি কৰে
05.10 প্রতিটো C ষ্টেটমেন্তৰ( statement) শেষত ছেমিকলন(semicolon)(;)থাকিবই লাগিব
05.15 গতিকে ইয়াক এই শাৰীটোৰ শেষত লিখক
05.19 ছেমিক’লনে('Semicolon) এটা ষ্টেটমেনতৰ( statement) সমাপ্তি সূচায়
05.24 এতিয়া ইয়াত এন্টাৰ(Enter) টিপক আৰু তিনিবাৰ স্পেছ(“space”)এৰক
05.27 আৰু return স্পেছ(“space”) “0” আৰু এটা ছেমিক’লন(semicolon) লিখক
05.34 এই ষ্টেটমেন্ত্টোৱে( statement) ইন্তিজাৰ শূণ্য ( integer zero) ঘুৰাই দিয়ে
05.38 ফাংচন( function)ৰ ধৰন int হোৱাৰ কাৰনে ফাংচনটোৱে এটা ইনতিজাৰ( integer)ঘুৰাই দিব লাগিব
05.45 return ষ্টেটমেন্তটোৱে( statement) কাৰ্যকৰণীয়( executable) ষ্টেটমেন্তটোৰ( statement) সমাপ্তি সূচায়
05.51 আমি ঘুৰাই(return) দিয়া মান(value)ৰ বিষয়ে অন্য টিউটৰিয়েল( tutorial)ত ভালকৈ শিকিম
05.55 এতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ(Save) বুটামটো টিপক(click)
06.00 ফাইলবোৰ মাজে মাজে সংৰক্ষণ কৰাটো এটা ভাল অভ্যাস হয়
06.03 ই আপোনাক আকস্মিক যান্ত্রিক বিজুতিৰ পৰাও ৰক্ষা কৰিব
06.05 ই প্রয়োগিক ছফটৱেৰটো( applications) বিকল( crash) হৈ পৰিলেও উপযোগী হৈ ৰব
06.10 আমি এতিয়া প্ৰোগ্ৰামটো( program) কম্পাইল( compile) কৰিম,এটা প্রান্তলৈ( terminal) ঘুৰি আহক
06.15 “gcc” স্পেছ(space) “talk.c”স্পেছ(space) হাইফফেন “-o” স্পেছ(space) “myoutput” লিখক
06.24 gccটো এটা কম্পাইলাৰ( compiler)
06.27 talk.cটো আমাৰ ফাইলৰ নাম
06.30 -o myoutputএ কয় যে কাৰ্যকৰণীয়টো( executable) myoutput ফাইলত যোৱা উচিত
06.37 এতিয়া এন্টাৰ(Enter') টিপক
06.39 আমি দেখিলো যে প্ৰোগ্ৰামটো( program) কম্পাইল( compile) হৈছে
06.42 ls space (hypen) -lrtলিখিলে আমি দেখিম যে শেষত নিৰ্মান কৰিবলগীয়া ফাইলটো myoutput হয়
06.54 প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী(execute) কৰিবলৈ ( দত চ্লেচ )“./myoutput” লিখক আৰু এন্টাৰ(Enter.) টিপক
07.01 ইয়াত আউতপুটটো( output) “Talk To a Teacher”.বুলি দৰ্শিত হৈছে
07.06 মই আগতে কোৱাৰ দৰে ৰিটাৰ্ণ(return) ষ্টেটমেন্ততো( statement) শেষত কাৰ্যকৰী হব
07.10 সেয়ে ৰিটাৰ্ণ(return) ষ্টেটমেন্ততোৰ( statement) আগত একো কাৰ্যকৰী(execute) ন্হব,আহ্ক চেষ্টা কৰি চাও
07.15 আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ
07.17 return ষ্টেটমেন্ততোৰ( statement) পাছত আমি আৰু এটা printf ষ্টেটমেন্ত( statement) সংযোগ কৰোঁ
07.22 ইয়াত স্পেছ( space) এৰি “printf” আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক
07.27 ইয়াত বন্ধনীৰ( bracket) মাজত,দ্বৈত উদ্ধ ক’মা( double quotes)ৰ ভিতৰত “Welcome” বেকচ্লেচ (backslash)n লিখক,শেষত ছেমিক’লন( semicolon.)লিখক
07.35 এতিয়া ছেভ(save)টিপক
07.37 এতিয়া আমি কম্পাইল( compile) আৰু কাৰ্যকৰণ( execute) কৰি প্রান্তলৈ( terminal) ঘূৰি আহোঁ
07.41 up arrow কী( key) ব্যৱহাৰ কৰি আপুনি আগতে সুমোৱা(entered) নিৰ্দেশনা(command)পুনৰ মাতিব(recall) পাৰে
07.46 এইটোৱেই যি মই এতিয়া কৰিছো
07.51 আমি দেখিবলৈ পাইছো যে দ্বিতীয় ষ্টেটমেন্তত( statements ) welcome টো এতিয়াও কাৰ্যকৰী(execute) হোৱা নাই
07.58 এতিয়া আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ
08.00 এতিয়া আমি 'Welcome' ষ্টেটমেন্ততো( statement) ৰিটাৰ্ণ ষ্টেটমেন্তৰ( return statement) ওপৰত লিখোঁ
08.06 ছেভ(Save) টিপক
08.09 কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰোঁ
08.15 আমি দেখিছো যে দ্বিতীয় printf ষ্টেটমেন্তত( statement) welcome টো এতিয়া কাৰ্যকাৰী(execute) হৈছে
08.23 এতিয়া আমি হৱ পৰা সাধাৰণ ভুল বিলাক লক্ষ্য কৰিম ৷এতিয়া প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহোঁ
08.29 ধৰাহওক মই ইয়াত “stdio.h”ৰ দতটো নিলিখি saveত ক্লিক কৰিলো
08.36 আমি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰোঁ
08.41 আমি দেখিম যে আমাৰ talk.c ফাইলৰ ২ নং শাৰীত এটা সাংঘাতিক ভুল হৈছে
08.48 কম্পাইলাৰটোৱে “stdioh”নামৰ হেডাৰ ফাইলটো(header file) বিচাৰি নোপোৱাৰ বাবে এটা ভুল দেখুৱাইছে যে “no such file or directory”
08.59 আৰু কম্পাইলেছনটো( compilation) শেষ হৈছে৷
09.03 আমি এতিয়া প্ৰোগ্ৰামটো( program)লৈ ঘুৰি আহি দতটো(“.”) লিখি ভুলটো শুধৰাই ছেভ(save)ত টিপক
09.11 কম্পাইল( compile) আৰু কাৰ্যকৰী ( execute) কৰোঁ৷হয় ই কাম কৰিছে
09.19 মই আপোনাক অন্য সাধাৰন ভুল দেখুওৱাম
09.22 পুনৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি যাওঁ৷
09.25 ধৰক ইয়াত মই ছেমিক’লনটো(semicolon ) শাৰীৰ অন্তত লিখিবলৈ পাহৰিলো
09.31 ছেভ(Save)ত টিপি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰিলো
09.41 আমি দেখিম যে,আমাৰ talk.c ফাইলৰ ৬ নং শাৰীত এটা ভুল হৈছে৷ printf ৰ আগত( before)ছেমিক’লন(semicolon)আশাকৰা( expected) বুলি দেখাইছে
09.51 প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ৷
09.54 মই আগেয়ে কোৱাৰ দৰে ছেমিক’লনে( semicolon) ষ্টেটমেন্ততোৰ( statement) সামৰণি সূচায়
09.58 সেইবাবে ইয়াক ৫ নং শাৰীৰ অন্তত( end) আৰু ৬ নং শাৰীৰ আৰম্ভনিত( beginning) বিচাৰিব
10.06 এইটো ৬নং শাৰী
10.09 এইটোৱে শেষ ঠাই হয় য’ত আপুনি ছেমিক’লনটো(semicolon') দিব৷
10.12 পুনৰ কম্পাইল(compile) কৰিলেও ৬ নং শাৰীত ভুলটো দেখুওৱাব
10.18 এতিয়া আমি ছেমিক’লনটো(semicolon) দি চেষ্টা কৰি চাম
10.23 ছেভ(Save)ত টিপক
10.26 আমি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute)কৰোঁ
10.30 হয় ই কাম কৰিছে ৷
10.32 প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ৷ এই শাৰীটোৰ অন্তত ছেমিক’লনটো(semicolon) লিখক
10.40 শাৰীৰ অন্তত ছেমিক’লন(semicolon) দিয়াটো এটা ৰীতিগত অনুশীলন ( conventional practice)
10.46 এতিয়া ছেভ(Save)ত টিপক
10.49 কম্পাইল( compile) আৰু কাৰ্যকৰী( execute)কৰোঁ৷হয় ই কাম কৰিছে ৷
10.54 এতিয়া আমি শ্লাইড( slides) বোৰলৈ ঘুৰি যাওঁ৷
10.57 অনুশিলনী হিচাপে
10.59 প্র্রিণ্ট কৰিবলৈ এটা প্ৰোগ্ৰাম( program) লিখক "Welcome to the World of C"
11.02 যদি printf ষ্টেটমেন্ততোত( statement) “\n” নাথাকে তেন্তে কি হয় চাওঁ
11.08 ইয়াৰ দ্বাৰাই আমাৰ টিউটৰিয়েলটো( tutorial) সামৰনি মাৰিম
11.12 তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব৷
11.15 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ
11.18 আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক ৷
11.22 স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে
11.24 স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও পাতে
11.28 অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে
11.31 অধিক জানিবলৈ অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক
11.38 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্পৰ( Talk to a Teacher project) অংশ হয়
11.42 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
11.47 ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷
11.51 মই ধ্ৰুৱজ্যোতি বৰুৱা ,

উপভোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi