Difference between revisions of "Linux/C2/The-Linux-Environment/Assamese"
From Script | Spoken-Tutorial
Line 2: | Line 2: | ||
|Time | |Time | ||
||Narration | ||Narration | ||
− | + | ||
|- | |- | ||
|0:00 | |0:00 | ||
− | || লিনাক্স এনডাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷ | + | || নমস্কাৰ দৰ্শক সকল. লিনাক্স এনডাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷ |
− | + | ||
|- | |- | ||
|0:07 | |0:07 | ||
− | || এই টিউটৰিয়েলত উদাহৰনবোৰ দেখোৱাবলৈ এটা লিনাক্স চিষ্টেম বেছিভাগে | + | || এই টিউটৰিয়েলত উদাহৰনবোৰ দেখোৱাবলৈ এটা লিনাক্স চিষ্টেম বেছিভাগে উবানটু লাগতিয়াল হয়৷ |
− | + | ||
|- | |- | ||
|0:13 | |0:13 | ||
|| আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং চিষ্টেমৰ সৈতে আৰম্ভ কৰা আৰু কামান্ডৰ, ফাইল চিষ্টেমৰ আৰু ছেলৰ প্ৰাথমিক জ্ঞান আছে৷ | || আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং চিষ্টেমৰ সৈতে আৰম্ভ কৰা আৰু কামান্ডৰ, ফাইল চিষ্টেমৰ আৰু ছেলৰ প্ৰাথমিক জ্ঞান আছে৷ | ||
− | |||
|- | |- | ||
|0:22 | |0:22 | ||
− | || যদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ | + | || যদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ উয়েৱচাইটত উপলব্ধ অনয় স্পকেন টিউটৰিয়েল চাওক. |
− | + | ||
|- | |- | ||
|0:32 | |0:32 | ||
− | || অনুগ্ৰহ কৰি এইটো মন কৰক যে, এই টিউটৰিয়েল | + | || অনুগ্ৰহ কৰি এইটো মন কৰক যে, এই টিউটৰিয়েল ৰেকৰডিংৰ বাবে উবানটু ১০.১০ ব্যৱহাৰ কৰা হৈছে |
− | + | ||
|- | |- | ||
|0:36 | |0:36 | ||
− | || আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় | + | || আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু এই টিউতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো নজনায়৷ |
− | + | ||
|- | |- | ||
|0:46 | |0:46 | ||
− | || লিনাক্স এনভাইৰনমেন্ট | + | || লিনাক্স এনভাইৰনমেন্ট নির্ধাৰণ কৰে কিভাবে অপাৰেটিং সিস্টেম আপোনাৰ সৈতে আচৰণ কৰে, আপোনাৰ কমান্ডক ৰেসপন্দ কৰে, আপোনাৰ কর্ম আদি ব্যাখ্যা কৰে |
− | + | ||
|- | |- | ||
|0:55 | |0:55 | ||
− | || | + | || শেলৰ সেটিংক পৰিবর্তন কৰিবলৈ লিনাক্সক অত্যন্ত অনুকূলিতকৰণ কৰিব পাৰে. |
− | + | ||
|- | |- | ||
|0:58 | |0:58 | ||
− | || | + | ||আমি বোজো কিভাবে এই সকলো কৰা যায় |
− | + | ||
|- | |- | ||
|0:59 | |0:59 | ||
− | || শেলৰ | + | || শেলৰ ব্যবহাৰ সাধাৰণতে শেল ভেৰিয়েবলবোৰ দ্বাৰা নির্ধাৰিত কৰা যায়. |
− | + | ||
|- | |- | ||
|1:04 | |1:04 | ||
− | || দুই ধৰনৰ shell variables আছে:এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু লোকেল ডেৰিয়েৱলচ | + | || দুই ধৰনৰ shell variables আছে: এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু লোকেল ডেৰিয়েৱলচ |
− | + | ||
|- | |- | ||
|1:12 | |1:12 | ||
− | || এইডাইৰনমেন্ট | + | || এইডাইৰনমেন্ট ডেৰিয়েৱলচবোৰ নামাকৰন কৰাৰ কাৰণ হ’ল এইবোৰ সকলো ইউজাৰৰ মোঠ এনভাইৰনমেন্টত পোৱা ঘায়৷ |
− | + | ||
|- | |- | ||
|1:19 | |1:19 | ||
− | || এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো | + | || এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্ধ হয় |
− | + | ||
|- | |- | ||
|1:24 | |1:24 | ||
− | || লোকেল | + | || লোকেল ভেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্ধ হয়৷ |
− | + | ||
|- | |- | ||
|1:31 | |1:31 | ||
− | || এইবোৰ চেলৰ চাৱ চেলবোৰত | + | || এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্ধ নহয় |
− | + | ||
|- | |- | ||
|1:36 | |1:36 | ||
− | || ঘিহেতু এই টিউটৰিয়েলত আমি | + | || ঘিহেতু এই টিউটৰিয়েলত আমি এনভেইৰনমেন্ট ভেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷ |
− | + | ||
|- | |- | ||
|1:48 | |1:48 | ||
− | || বৰ্তমান চেলত থকা সকলো | + | || বৰ্তমান চেলত থকা সকলো ভেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷ |
− | + | ||
|- | |- | ||
Line 78: | Line 66: | ||
||টাৰ্মিনেলত লিখক "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক | ||টাৰ্মিনেলত লিখক "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক | ||
− | |||
|- | |- | ||
|2:00 | |2:00 | ||
− | || আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো, | + | || আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো, |
− | + | ||
|- | |- | ||
|2:04 | |2:04 | ||
− | || উদাহৰণস্বৰুপে: হোম এনভায়ৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান | + | || উদাহৰণস্বৰুপে: হোম এনভায়ৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান মন কৰক. |
− | + | ||
|- | |- | ||
|2:15 | |2:15 | ||
− | || তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক | + | || তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক |
− | + | ||
|- | |- | ||
|2:21 | |2:21 | ||
− | || ইয়াত | + | || ইয়াত ভেৰিয়াবল তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো পাইপলাইন্দ কৰা হৈছে. |
− | + | ||
|- | |- | ||
Line 108: | Line 91: | ||
|| এনভায়ৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ | || এনভায়ৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ | ||
− | |||
|- | |- | ||
|2:45 | |2:45 | ||
− | ||টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' | + | ||টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' more" আৰু এন্টাৰ টিপক |
− | + | ||
|- | |- | ||
Line 120: | Line 101: | ||
||উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash . | ||উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash . | ||
− | |||
|- | |- | ||
|3:00 | |3:00 | ||
− | || আকৌ | + | || আকৌ আপোনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক |
− | + | ||
|- | |- | ||
Line 132: | Line 111: | ||
|| এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিশয়ে আলোচনা কৰো. | || এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিশয়ে আলোচনা কৰো. | ||
− | |||
|- | |- | ||
Line 138: | Line 116: | ||
|| ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম. | || ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম. | ||
− | |||
|- | |- | ||
|3:15 | |3:15 | ||
− | || বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় | + | || বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় |
− | + | ||
|- | |- | ||
|3:19 | |3:19 | ||
− | || প্রকৃততে | + | || প্রকৃততে এটা ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটা ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব |
− | + | ||
|- | |- | ||
|3:30 | |3:30 | ||
− | || প্রথম এনভায়ৰনমেন্ট ভেৰিয়েবল যি আমি | + | || প্রথম এনভায়ৰনমেন্ট ভেৰিয়েবল যি আমি চাও সেইটো হৈছে SHELL ভেৰিয়েবল . |
− | + | ||
|- | |- | ||
Line 162: | Line 136: | ||
|| ই বর্তমান শেলৰ নাম সঞ্চয় কৰে . | || ই বর্তমান শেলৰ নাম সঞ্চয় কৰে . | ||
− | |||
|- | |- | ||
Line 168: | Line 141: | ||
||SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক. | ||SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক. | ||
− | |||
|- | |- | ||
|3:55 | |3:55 | ||
− | || ইয়াত স্ল্যাশ | + | || ইয়াত স্ল্যাশ bin স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো. |
− | + | ||
|- | |- | ||
Line 180: | Line 151: | ||
|| পিছৰ ভেৰিয়েবল হল হোম. | || পিছৰ ভেৰিয়েবল হল হোম. | ||
− | |||
|- | |- | ||
|4:05 | |4:05 | ||
− | || ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম | + | || ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়৷ |
− | + | ||
|- | |- | ||
Line 192: | Line 161: | ||
|| এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷ | || এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷ | ||
− | |||
|- | |- | ||
|4:17 | |4:17 | ||
− | + | || ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller ডাঙৰ আখৰত H-O-M-E " আৰু এন্টাৰ টিপক৷ | |
− | || ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller H-O-M-E | + | |
|- | |- | ||
Line 204: | Line 171: | ||
|| ইয়াৰ পিছৰ এনভাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পাথ৷ | || ইয়াৰ পিছৰ এনভাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পাথ৷ | ||
− | |||
|- | |- | ||
|4:32 | |4:32 | ||
− | || পাথ ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে | + | || পাথ ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকু টেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে |
− | + | ||
|- | |- | ||
Line 216: | Line 181: | ||
|| এতিয়া পাথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ | || এতিয়া পাথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ | ||
− | |||
|- | |- | ||
|4:43 | |4:43 | ||
− | || আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller P-A-T-H" | + | || আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller ডাঙৰ আখৰত P-A-T-H" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
− | + | ||
|- | |- | ||
|4:51 | |4:51 | ||
− | ||মোৰ | + | ||মোৰ কম্পিউটাৰতও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ বিন স্ল্যাশ ইউজাৰ স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ বিন ইত্যাদি |
− | + | ||
|- | |- | ||
Line 234: | Line 196: | ||
|| এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷ | || এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷ | ||
− | |||
|- | |- | ||
Line 240: | Line 201: | ||
|| এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷ | || এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷ | ||
− | |||
|- | |- | ||
Line 246: | Line 206: | ||
|| ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ | || ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ | ||
− | |||
|- | |- | ||
Line 252: | Line 211: | ||
|| আমাৰ ডাইৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ | || আমাৰ ডাইৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ | ||
− | |||
|- | |- | ||
|5:29 | |5:29 | ||
− | || P-A-T-H | + | || ডাঙৰ আখৰত P-A-T-H 'eqal to' doller আকৌ এবাৰ ডাঙৰ আখৰত P-A-T-H colon slash home slash নিজৰ home directory আৰু এন্টাৰ টিপক ৷ |
− | + | ||
|- | |- | ||
|5:54 | |5:54 | ||
− | || ঘদি আমি | + | || ঘদি আমি পাথৰ মূল্য ইকো’ কৰো৷ |
− | + | ||
|- | |- | ||
|6:04 | |6:04 | ||
− | || আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পাথ ডেৰিয়াব্লেৰ | + | || আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পাথ ডেৰিয়াব্লেৰ অংগ হব৷ |
− | + | ||
|- | |- | ||
Line 276: | Line 231: | ||
|| চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷ | || চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷ | ||
− | |||
|- | |- | ||
Line 282: | Line 236: | ||
|| আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME. | || আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME. | ||
− | |||
|- | |- | ||
|6:20 | |6:20 | ||
− | || যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ | + | || যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ |
− | + | ||
|- | |- | ||
Line 294: | Line 246: | ||
|| ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ টিপক | || ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ টিপক | ||
− | |||
|- | |- | ||
|6:35 | |6:35 | ||
− | || ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷ | + | || ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷ |
− | + | ||
|- | |- | ||
|6:42 | |6:42 | ||
− | || এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ | + | || এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ ই প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷ |
− | + | ||
|- | |- | ||
Line 312: | Line 261: | ||
|| ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷ | || ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷ | ||
− | |||
|- | |- | ||
|6:50 | |6:50 | ||
− | || ঘদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷ | + | || ঘদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷ |
− | + | ||
|- | |- | ||
|7:00 | |7:00 | ||
− | || এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 এ secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷ | + | || এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 এ secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷ |
− | + | ||
|- | |- | ||
|7:05 | |7:05 | ||
− | || চেকেণ্ডাৰী কামাণ্ড | + | || চেকেণ্ডাৰী কামাণ্ড প্ৰমপ্টৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo space doller PS2 আৰু এন্টাৰ টিপক৷ |
− | + | ||
|- | |- | ||
Line 336: | Line 281: | ||
|| আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt. | || আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt. | ||
− | |||
|- | |- | ||
|7:28 | |7:28 | ||
− | ||এইটো কৰিবলৈ টাইপ কৰক "PS1 'eqal to' এতিয়া quotesত 'at the rate' " আৰু এন্টাৰ | + | ||এইটো কৰিবলৈ টাইপ কৰক "PS1 'eqal to' এতিয়া quotesত 'at the rate' " আৰু এন্টাৰ টিপক৷ |
− | + | ||
|- | |- | ||
Line 348: | Line 291: | ||
|| এতিয়া ডলাৰ চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷ | || এতিয়া ডলাৰ চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷ | ||
− | |||
|- | |- | ||
|7:50 | |7:50 | ||
− | || আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি | + | || আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি প্ৰমপ্টত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷ |
− | + | ||
|- | |- | ||
|7:56 | |7:56 | ||
− | || কেৱল টাইপ কৰক "PS1 | + | || কেৱল টাইপ কৰক "PS1 ডাঙৰ আখৰত 'eqal to' quotesত dollar LOGNAME" আৰু এন্টাৰ টিপক৷ |
− | + | ||
|- | |- | ||
Line 366: | Line 306: | ||
|| এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷ | || এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷ | ||
− | |||
|- | |- | ||
|8:16 | |8:16 | ||
− | || পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ | + | || পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ টিপক |
− | + | ||
|- | |- | ||
|8:28 | |8:28 | ||
− | || আমি বহুত | + | || আমি বহুত এনভাইৰমেন্ট ডেৰিয়েৱলৰবোৰক ভেলু এচাইন কৰিলো৷ |
− | + | ||
|- | |- | ||
|8:32 | |8:32 | ||
− | || কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছাচনৰ কাৰণেহে প্ৰয়োজ্য৷ | + | || কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছাচনৰ কাৰণেহে প্ৰয়োজ্য৷ |
− | + | ||
|- | |- | ||
|8:37 | |8:37 | ||
− | || ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ডেৰিয়েৱললৈ যোগ কৰিছিলো৷ | + | || ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ডেৰিয়েৱললৈ যোগ কৰিছিলো৷ |
− | + | ||
|- | |- | ||
Line 396: | Line 331: | ||
|| ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক | || ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক | ||
− | |||
|- | |- | ||
Line 402: | Line 336: | ||
|| আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷ | || আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷ | ||
− | |||
|- | |- | ||
Line 408: | Line 341: | ||
|| ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷ | || ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷ | ||
− | |||
|- | |- | ||
|9:13 | |9:13 | ||
− | || প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ | + | || প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ একজিকিউট কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত execute কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি?৷ |
− | + | ||
|- | |- | ||
|9:22 | |9:22 | ||
− | || নহয়, ইয়াৰ বহুটো সমাধান আছে৷ | + | || নহয়, ইয়াৰ বহুটো সমাধান আছে৷ |
− | + | ||
|- | |- | ||
|9:26 | |9:26 | ||
− | || প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷ | + | || প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷ |
− | + | ||
|- | |- | ||
|9:33 | |9:33 | ||
− | || কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ | + | || কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ |
− | + | ||
|- | |- | ||
|9:37 | |9:37 | ||
− | || আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷ | + | || আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷ |
− | + | ||
|- | |- | ||
|9:42 | |9:42 | ||
− | ||কিন্তু যেতিয়া আপোনি | + | ||কিন্তু যেতিয়া আপোনি কম্মন্দ বোৰ দ্ৱাৰা স্ক্ৰোল কৰে এইটো আলপ সালমিলনি হৈ যায়. হিস্টৰী কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি . |
− | + | ||
|- | |- | ||
|9:52 | |9:52 | ||
− | || পৰম্পত টাইপ কৰক হিস্টৰী৷ | + | || পৰম্পত টাইপ কৰক হিস্টৰী৷ |
− | + | ||
|- | |- | ||
|9:58 | |9:58 | ||
− | ||আৰু এন্টাৰ | + | ||আৰু এন্টাৰ টিপক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷ |
− | + | ||
|- | |- | ||
Line 462: | Line 386: | ||
||ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ | ||ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ | ||
− | |||
|- | |- | ||
Line 468: | Line 391: | ||
|| টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ | || টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
− | |||
|- | |- | ||
|10:20 | |10:20 | ||
− | || এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ | + | || এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ |
− | + | ||
|- | |- | ||
Line 480: | Line 401: | ||
|| এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷ | || এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷ | ||
− | |||
|- | |- | ||
|10:32 | |10:32 | ||
− | || কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark উদাহৰণ স্বৰুপে মোৰ কেচত | + | || কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark. উদাহৰণ স্বৰুপে মোৰ কেচত 442 একজিকিউট হব echo space dollar path |
− | + | ||
|- | |- | ||
|10:51 | |10:51 | ||
− | || ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ | + | || ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ টিপক৷ |
− | + | ||
|- | |- | ||
Line 498: | Line 416: | ||
||পিছত আমি tilde substitution চাম হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়. | ||পিছত আমি tilde substitution চাম হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়. | ||
− | |||
|- | |- | ||
|11:12 | |11:12 | ||
− | || ধৰি | + | || ধৰি লওক আপোনাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, আপোনি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰিব৷ |
− | + | ||
|- | |- | ||
|11:25 | |11:25 | ||
− | || | + | ||এই কম্মন্দ cd 'tilde' minus বা মাত্ৰ cd minus বয়ৱহাৰ কৰি এজনে বৰ্তমান ৱৰ্কিং দিৰেকটৰী আৰু শেষৰ দিৰেকটৰীৰ মাজত তগ্গল কৰিব পাৰে |
− | + | ||
− | cd 'tilde' minus বা মাত্ৰ cd minus | + | |
− | + | ||
|- | |- | ||
Line 518: | Line 431: | ||
|| এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷ | || এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷ | ||
− | |||
|- | |- | ||
|11:41 | |11:41 | ||
− | || সেয়া ঘদি আমি cd স্পেচ | + | || সেয়া ঘদি আমি cd স্পেচ মাইনাচ ৰান কৰো আৰু এন্টাৰ টিপো, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ |
− | + | ||
|- | |- | ||
Line 530: | Line 441: | ||
|| আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব | || আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব | ||
− | |||
|- | |- | ||
|11:55 | |11:55 | ||
− | || এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডক চাম৷ | + | || এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডক চাম৷ |
− | + | ||
|- | |- | ||
|11:59 | |11:59 | ||
− | || কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ | + | || কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ |
− | + | ||
|- | |- | ||
|12:04 | |12:04 | ||
− | || এই ক্ষেত্ৰত আমি ইয়াক সৰু এলিয়াচ নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো | + | || এই ক্ষেত্ৰত আমি ইয়াক সৰু এলিয়াচ নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো |
− | + | ||
|- | |- | ||
|12:11 | |12:11 | ||
− | || ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷ | + | || ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷ |
− | + | ||
|- | |- | ||
|12:20 | |12:20 | ||
− | || টাইপ কৰক" alias | + | || টাইপ কৰক" alias স্পেচ cdMusic 'equal-to' double quotesত cd স্পেচ slash home slash arc slash files slash entertainment slash music " আৰু এন্টাৰ ডবাওক৷|- |
|- | |- | ||
|12:47 | |12:47 | ||
− | || | + | || এতিয়াৰপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপোনি কেৱল চিডি মিউজিক লিখক আৰু এন্টাৰ ডবাওক৷ |
− | + | ||
|- | |- | ||
|12:55 | |12:55 | ||
− | || চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷ | + | || চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷ |
− | + | ||
|- | |- | ||
|12:58 | |12:58 | ||
− | || এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ | + | || এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ |
− | + | ||
|- | |- | ||
|13:08 | |13:08 | ||
− | || এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias | + | || এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্পেচ cdMusic আৰু এন্টাৰ টিপক |
− | + | ||
|- | |- | ||
Line 589: | Line 491: | ||
|| এতিয়া আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷ | || এতিয়া আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷ | ||
− | |||
|- | |- | ||
|13:30 | |13:30 | ||
− | || ধৰি | + | || ধৰি লওক আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে, টেষ্ট ১ আৰু টেষ্ট ২৷ |
− | + | ||
|- | |- | ||
|13:38 | |13:38 | ||
− | || ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷ | + | || ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷ |
− | + | ||
|- | |- | ||
Line 607: | Line 506: | ||
|| আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ | || আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ | ||
− | |||
|- | |- | ||
|13:52 | |13:52 | ||
− | || সেয়ে আমি alias rm equal-to, এতিয়া | + | || সেয়ে আমি alias rm equal-to, এতিয়া কোট্চত “rm space hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷ |
− | + | ||
|- | |- | ||
Line 619: | Line 516: | ||
|| এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷ | || এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷ | ||
− | |||
|- | |- | ||
|14:13 | |14:13 | ||
− | || সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷ | + | || সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷ |
− | + | ||
|- | |- | ||
Line 631: | Line 526: | ||
|| সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing. | || সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing. | ||
− | |||
|- | |- | ||
|14:25 | |14:25 | ||
− | || | + | || আমি এই টিউটৰিয়েলৰ শেষলৈ আহিলো৷ |
− | + | ||
|- | |- | ||
|14:28 | |14:28 | ||
− | || স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ | + | || স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
|- | |- | ||
Line 648: | Line 541: | ||
|14:36 | |14:36 | ||
− | || অধিক | + | ||অধিক জানিৰে বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক |
− | + | ||
|- | |- | ||
|14:39 | |14:39 | ||
− | || এই | + | || এই স্ক্ৰিপ্টখন অনামিকা মেধিৰ দ্বাৰা যোগদান কৰা হৈছে৷ |
− | + | ||
|- | |- | ||
|14:42 | |14:42 | ||
− | || | + | ||আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. |
+ | ধন্যবাদ . |
Revision as of 12:13, 27 August 2014
Time | Narration |
0:00 | নমস্কাৰ দৰ্শক সকল. লিনাক্স এনডাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷ |
0:07 | এই টিউটৰিয়েলত উদাহৰনবোৰ দেখোৱাবলৈ এটা লিনাক্স চিষ্টেম বেছিভাগে উবানটু লাগতিয়াল হয়৷ |
0:13 | আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং চিষ্টেমৰ সৈতে আৰম্ভ কৰা আৰু কামান্ডৰ, ফাইল চিষ্টেমৰ আৰু ছেলৰ প্ৰাথমিক জ্ঞান আছে৷ |
0:22 | যদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ উয়েৱচাইটত উপলব্ধ অনয় স্পকেন টিউটৰিয়েল চাওক. |
0:32 | অনুগ্ৰহ কৰি এইটো মন কৰক যে, এই টিউটৰিয়েল ৰেকৰডিংৰ বাবে উবানটু ১০.১০ ব্যৱহাৰ কৰা হৈছে |
0:36 | আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু এই টিউতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো নজনায়৷ |
0:46 | লিনাক্স এনভাইৰনমেন্ট নির্ধাৰণ কৰে কিভাবে অপাৰেটিং সিস্টেম আপোনাৰ সৈতে আচৰণ কৰে, আপোনাৰ কমান্ডক ৰেসপন্দ কৰে, আপোনাৰ কর্ম আদি ব্যাখ্যা কৰে |
0:55 | শেলৰ সেটিংক পৰিবর্তন কৰিবলৈ লিনাক্সক অত্যন্ত অনুকূলিতকৰণ কৰিব পাৰে. |
0:58 | আমি বোজো কিভাবে এই সকলো কৰা যায় |
0:59 | শেলৰ ব্যবহাৰ সাধাৰণতে শেল ভেৰিয়েবলবোৰ দ্বাৰা নির্ধাৰিত কৰা যায়. |
1:04 | দুই ধৰনৰ shell variables আছে: এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু লোকেল ডেৰিয়েৱলচ |
1:12 | এইডাইৰনমেন্ট ডেৰিয়েৱলচবোৰ নামাকৰন কৰাৰ কাৰণ হ’ল এইবোৰ সকলো ইউজাৰৰ মোঠ এনভাইৰনমেন্টত পোৱা ঘায়৷ |
1:19 | এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্ধ হয় |
1:24 | লোকেল ভেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্ধ হয়৷ |
1:31 | এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্ধ নহয় |
1:36 | ঘিহেতু এই টিউটৰিয়েলত আমি এনভেইৰনমেন্ট ভেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷ |
1:48 | বৰ্তমান চেলত থকা সকলো ভেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷ |
1:53 | টাৰ্মিনেলত লিখক "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক |
2:00 | আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো, |
2:04 | উদাহৰণস্বৰুপে: হোম এনভায়ৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান মন কৰক. |
2:15 | তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক |
2:21 | ইয়াত ভেৰিয়াবল তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো পাইপলাইন্দ কৰা হৈছে. |
2:38 | এনভায়ৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ |
2:45 | টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' more" আৰু এন্টাৰ টিপক |
2:52 | উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash . |
3:00 | আকৌ আপোনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক |
3:07 | এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিশয়ে আলোচনা কৰো. |
3:11 | ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম. |
3:15 | বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় |
3:19 | প্রকৃততে এটা ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটা ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব |
3:30 | প্রথম এনভায়ৰনমেন্ট ভেৰিয়েবল যি আমি চাও সেইটো হৈছে SHELL ভেৰিয়েবল . |
3:35 | ই বর্তমান শেলৰ নাম সঞ্চয় কৰে . |
3:37 | SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক. |
3:55 | ইয়াত স্ল্যাশ bin স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো. |
4:02 | পিছৰ ভেৰিয়েবল হল হোম. |
4:05 | ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়৷ |
4:11 | এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷ |
4:17 | ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller ডাঙৰ আখৰত H-O-M-E " আৰু এন্টাৰ টিপক৷ |
4:29 | ইয়াৰ পিছৰ এনভাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পাথ৷ |
4:32 | পাথ ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকু টেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে |
4:40 | এতিয়া পাথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ |
4:43 | আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller ডাঙৰ আখৰত P-A-T-H" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
4:51 | মোৰ কম্পিউটাৰতও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ বিন স্ল্যাশ ইউজাৰ স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ বিন ইত্যাদি |
5:04 | এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷ |
5:07 | এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷ |
5:18 | ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ |
5:25 | আমাৰ ডাইৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ |
5:29 | ডাঙৰ আখৰত P-A-T-H 'eqal to' doller আকৌ এবাৰ ডাঙৰ আখৰত P-A-T-H colon slash home slash নিজৰ home directory আৰু এন্টাৰ টিপক ৷ |
5:54 | ঘদি আমি পাথৰ মূল্য ইকো’ কৰো৷ |
6:04 | আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পাথ ডেৰিয়াব্লেৰ অংগ হব৷ |
6:10 | চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷ |
6:16 | আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME. |
6:20 | যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ |
6:24 | ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ টিপক |
6:35 | ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷ |
6:42 | এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ ই প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷ |
6:47 | ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷ |
6:50 | ঘদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷ |
7:00 | এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 এ secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷ |
7:05 | চেকেণ্ডাৰী কামাণ্ড প্ৰমপ্টৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo space doller PS2 আৰু এন্টাৰ টিপক৷ |
7:20 | আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt. |
7:28 | এইটো কৰিবলৈ টাইপ কৰক "PS1 'eqal to' এতিয়া quotesত 'at the rate' " আৰু এন্টাৰ টিপক৷ |
7:41 | এতিয়া ডলাৰ চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷ |
7:50 | আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি প্ৰমপ্টত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷ |
7:56 | কেৱল টাইপ কৰক "PS1 ডাঙৰ আখৰত 'eqal to' quotesত dollar LOGNAME" আৰু এন্টাৰ টিপক৷ |
8:12 | এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷ |
8:16 | পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ টিপক |
8:28 | আমি বহুত এনভাইৰমেন্ট ডেৰিয়েৱলৰবোৰক ভেলু এচাইন কৰিলো৷ |
8:32 | কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছাচনৰ কাৰণেহে প্ৰয়োজ্য৷ |
8:37 | ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ডেৰিয়েৱললৈ যোগ কৰিছিলো৷ |
8:40 | ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক |
9:00 | আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷ |
9:05 | ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷ |
9:13 | প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ একজিকিউট কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত execute কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি?৷ |
9:22 | নহয়, ইয়াৰ বহুটো সমাধান আছে৷ |
9:26 | প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷ |
9:33 | কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ |
9:37 | আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷ |
9:42 | কিন্তু যেতিয়া আপোনি কম্মন্দ বোৰ দ্ৱাৰা স্ক্ৰোল কৰে এইটো আলপ সালমিলনি হৈ যায়. হিস্টৰী কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি . |
9:52 | পৰম্পত টাইপ কৰক হিস্টৰী৷ |
9:58 | আৰু এন্টাৰ টিপক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷ |
10:04 | ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ |
10:08 | টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ |
10:20 | এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ |
10:27 | এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷ |
10:32 | কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark. উদাহৰণ স্বৰুপে মোৰ কেচত 442 একজিকিউট হব echo space dollar path |
10:51 | ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ টিপক৷ |
11:03 | পিছত আমি tilde substitution চাম হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়. |
11:12 | ধৰি লওক আপোনাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, আপোনি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰিব৷ |
11:25 | এই কম্মন্দ cd 'tilde' minus বা মাত্ৰ cd minus বয়ৱহাৰ কৰি এজনে বৰ্তমান ৱৰ্কিং দিৰেকটৰী আৰু শেষৰ দিৰেকটৰীৰ মাজত তগ্গল কৰিব পাৰে |
11:35 | এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷ |
11:41 | সেয়া ঘদি আমি cd স্পেচ মাইনাচ ৰান কৰো আৰু এন্টাৰ টিপো, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ |
11:47 | আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব |
11:55 | এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডক চাম৷ |
11:59 | কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ |
12:04 | এই ক্ষেত্ৰত আমি ইয়াক সৰু এলিয়াচ নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো |
12:11 | ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷ |
12:20 | টাইপ কৰক" alias স্পেচ cdMusic 'equal-to' double quotesত cd স্পেচ slash home slash arc slash files slash entertainment slash music " আৰু এন্টাৰ ডবাওক৷|- |
12:47 | এতিয়াৰপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপোনি কেৱল চিডি মিউজিক লিখক আৰু এন্টাৰ ডবাওক৷ |
12:55 | চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷ |
12:58 | এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ |
13:08 | এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্পেচ cdMusic আৰু এন্টাৰ টিপক |
13:20 | এতিয়া আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷ |
13:30 | ধৰি লওক আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে, টেষ্ট ১ আৰু টেষ্ট ২৷ |
13:38 | ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷ |
13:45 | আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ |
13:52 | সেয়ে আমি alias rm equal-to, এতিয়া কোট্চত “rm space hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷ |
14:03 | এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷ |
14:13 | সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷ |
14:20 | সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing. |
14:25 | আমি এই টিউটৰিয়েলৰ শেষলৈ আহিলো৷ |
14:28 | স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
14:36 | অধিক জানিৰে বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক |
14:39 | এই স্ক্ৰিপ্টখন অনামিকা মেধিৰ দ্বাৰা যোগদান কৰা হৈছে৷ |
14:42 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো.
ধন্যবাদ . |