Difference between revisions of "Linux/C2/The-Linux-Environment/Assamese"
From Script | Spoken-Tutorial
Line 1: | Line 1: | ||
− | + | {| border=1 | |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|Time | |Time | ||
||Narration | ||Narration | ||
Line 30: | Line 25: | ||
|- | |- | ||
|0:36 | |0:36 | ||
− | || আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু এই টিতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো | + | || আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু এই টিতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো নজনায়৷ |
|- | |- | ||
Line 50: | Line 45: | ||
|- | |- | ||
|1:04 | |1:04 | ||
− | || দুই ধৰনৰ shell variables আছে: | + | || দুই ধৰনৰ shell variables আছে:এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু লোকেল ডেৰিয়েৱলচ |
− | এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু | + | |
− | লোকেল ডেৰিয়েৱলচ | + | |
|- | |- | ||
Line 80: | Line 73: | ||
|| বৰ্তমান চেলত থকা সকলো ডেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷ | || বৰ্তমান চেলত থকা সকলো ডেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷ | ||
− | |||
− | |||
|- | |- | ||
Line 87: | Line 78: | ||
|1:53 | |1:53 | ||
− | ||টাৰ্মিনেলত লিখক | + | ||টাৰ্মিনেলত লিখক "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক |
− | + | ||
− | "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক | + | |
− | + | ||
Line 100: | Line 88: | ||
− | |||
|- | |- | ||
Line 113: | Line 100: | ||
|2:15 | |2:15 | ||
− | || তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক | + | || তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক |
|- | |- | ||
Line 119: | Line 106: | ||
|2:21 | |2:21 | ||
− | || ইয়াত ভবেৰিয়াবল তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো pipelined কৰা হৈছে. | + | || ইয়াত ভবেৰিয়াবল তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো pipelined কৰা হৈছে. |
− | + | ||
Line 133: | Line 119: | ||
|2:45 | |2:45 | ||
− | ||টার্মিনেলত লিখক | + | ||টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' অধিক" আৰু Enter টিপক |
− | + | ||
− | "env স্পেচ 'ভৰ্টিকেল-বাৰ' অধিক" আৰু Enter টিপক | + | |
Line 142: | Line 126: | ||
|2:52 | |2:52 | ||
− | ||উদাহৰন স্ৱৰুপে , | + | ||উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash . |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 153: | Line 133: | ||
|| আকৌ আপনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক | || আকৌ আপনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক | ||
− | |||
− | |||
|- | |- | ||
Line 161: | Line 139: | ||
|| এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিশয়ে আলোচনা কৰো. | || এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিশয়ে আলোচনা কৰো. | ||
− | |||
− | |||
|- | |- | ||
Line 169: | Line 145: | ||
|| ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম. | || ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম. | ||
− | |||
− | |||
|- | |- | ||
Line 176: | Line 150: | ||
|3:15 | |3:15 | ||
− | || বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় | + | || বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয় |
− | + | ||
Line 184: | Line 157: | ||
|3:19 | |3:19 | ||
− | || প্রকৃততে এটি ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটি ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব | + | || প্রকৃততে এটি ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটি ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব |
− | + | ||
− | + | ||
|- | |- | ||
Line 193: | Line 164: | ||
|| প্রথম এনভায়ৰনমেন্ট ভেৰিয়েবল যি আমি চাওচ সেইটো হৈছে SHELL ভেৰিয়েবল . | || প্রথম এনভায়ৰনমেন্ট ভেৰিয়েবল যি আমি চাওচ সেইটো হৈছে SHELL ভেৰিয়েবল . | ||
− | |||
− | |||
|- | |- | ||
Line 202: | Line 171: | ||
|| ই বর্তমান শেলৰ নাম সঞ্চয় কৰে . | || ই বর্তমান শেলৰ নাম সঞ্চয় কৰে . | ||
− | |||
|- | |- | ||
Line 208: | Line 176: | ||
|3:37 | |3:37 | ||
− | ||SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক | + | ||SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক. |
− | + | ||
− | "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক. | + | |
− | + | ||
− | + | ||
|- | |- | ||
Line 219: | Line 183: | ||
|| ইয়াত স্ল্যাশ বিন স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো. | || ইয়াত স্ল্যাশ বিন স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো. | ||
− | |||
− | |||
|- | |- | ||
Line 227: | Line 189: | ||
|| পিছৰ ভেৰিয়েবল হল হোম. | || পিছৰ ভেৰিয়েবল হল হোম. | ||
− | |||
− | |||
|- | |- | ||
Line 236: | Line 196: | ||
|| ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়**৷ | || ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়**৷ | ||
− | |||
|- | |- | ||
Line 244: | Line 203: | ||
|| এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷ | || এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷ | ||
− | |||
|- | |- | ||
Line 251: | Line 209: | ||
|| ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller H-O-M-E in capital"আৰু এন্টাৰ টিপক৷ | || ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller H-O-M-E in capital"আৰু এন্টাৰ টিপক৷ | ||
− | |||
− | |||
|- | |- | ||
Line 259: | Line 215: | ||
|| ইয়াৰ পিছৰ এনভাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পাথ৷ | || ইয়াৰ পিছৰ এনভাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পাথ৷ | ||
− | |||
− | |||
|- | |- | ||
Line 266: | Line 220: | ||
|4:32 | |4:32 | ||
− | || পাথ ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকুটেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে | + | || পাথ ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকুটেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে |
− | + | ||
− | + | ||
|- | |- | ||
Line 275: | Line 227: | ||
|| এতিয়া পাথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ | || এতিয়া পাথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ | ||
− | |||
− | |||
|- | |- | ||
Line 283: | Line 233: | ||
|| আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller P-A-T-H"in capital আৰু এন্টাৰ প্ৰেছ কৰক৷ | || আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller P-A-T-H"in capital আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
− | |||
− | |||
|- | |- | ||
Line 290: | Line 238: | ||
|4:51 | |4:51 | ||
− | ||মোৰ কম্পিউটাৰত ও দিৰেকটৰিজ দেখাই আছে | + | ||মোৰ কম্পিউটাৰত ও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ বিন স্ল্যাশ ইউজাৰ স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ বিন ইত্যাদি |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 301: | Line 245: | ||
|| এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷ | || এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷ | ||
− | |||
− | |||
|- | |- | ||
Line 308: | Line 250: | ||
|5:07 | |5:07 | ||
− | || এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে | + | || এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷ |
− | |||
|- | |- | ||
Line 317: | Line 258: | ||
|| ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ | || ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ | ||
− | |||
− | |||
|- | |- | ||
Line 325: | Line 264: | ||
|| আমাৰ ডাইৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ | || আমাৰ ডাইৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ | ||
− | |||
− | |||
|- | |- | ||
Line 333: | Line 270: | ||
|| P-A-T-H in capital 'eqal to' doller P-A-T-H again in capital colon slash home slash নিজৰ home directory আৰু এন্টাৰ প্ৰেছ কৰক৷ | || P-A-T-H in capital 'eqal to' doller P-A-T-H again in capital colon slash home slash নিজৰ home directory আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
− | |||
− | |||
|- | |- | ||
Line 341: | Line 276: | ||
|| ঘদি আমি পথৰ মূল্য ইকো’ কৰো৷ | || ঘদি আমি পথৰ মূল্য ইকো’ কৰো৷ | ||
− | |||
− | |||
|- | |- | ||
Line 351: | Line 284: | ||
− | |||
|- | |- | ||
Line 365: | Line 297: | ||
|| আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME. | || আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME. | ||
− | |||
|- | |- | ||
Line 372: | Line 303: | ||
|| যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ | || যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ | ||
− | |||
Line 382: | Line 312: | ||
− | |||
|- | |- | ||
Line 390: | Line 319: | ||
− | |||
|- | |- | ||
Line 398: | Line 326: | ||
− | |||
|- | |- | ||
Line 404: | Line 331: | ||
|| ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷ | || ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷ | ||
− | |||
Line 414: | Line 340: | ||
− | |||
|- | |- | ||
Line 422: | Line 347: | ||
− | |||
|- | |- | ||
Line 430: | Line 354: | ||
− | |||
|- | |- | ||
|7:20 | |7:20 | ||
− | || আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt. | + | || আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt. |
Line 445: | Line 368: | ||
− | |||
টাইপ কৰক "PS1 'eqal to' এতিয়া quotesত 'at the rate' " আৰু এন্টাৰ প্ৰেছ কৰক৷ | টাইপ কৰক "PS1 'eqal to' এতিয়া quotesত 'at the rate' " আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
− | |||
|- | |- | ||
Line 457: | Line 378: | ||
− | |||
|- | |- | ||
Line 465: | Line 385: | ||
− | |||
|- | |- | ||
Line 473: | Line 392: | ||
− | |||
|- | |- | ||
Line 481: | Line 399: | ||
− | |||
|- | |- | ||
Line 487: | Line 404: | ||
|| পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ প্ৰেছ কৰক | || পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ প্ৰেছ কৰক | ||
− | |||
Line 504: | Line 420: | ||
− | |||
|- | |- | ||
Line 512: | Line 427: | ||
− | |||
|- | |- | ||
Line 518: | Line 432: | ||
|| ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক | || ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক | ||
− | |||
Line 528: | Line 441: | ||
− | |||
|- | |- | ||
Line 536: | Line 448: | ||
− | |||
|- | |- | ||
Line 550: | Line 461: | ||
− | |||
|- | |- | ||
Line 558: | Line 468: | ||
− | |||
|- | |- | ||
Line 566: | Line 475: | ||
− | |||
|- | |- | ||
Line 572: | Line 480: | ||
|| আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷ | || আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷ | ||
− | |||
Line 582: | Line 489: | ||
− | |||
|- | |- | ||
Line 588: | Line 494: | ||
|| পৰম্পত টাইপ কৰক হিস্টৰী৷ | || পৰম্পত টাইপ কৰক হিস্টৰী৷ | ||
− | |||
Line 598: | Line 503: | ||
− | |||
|- | |- | ||
Line 604: | Line 508: | ||
||ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ | ||ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷ | ||
− | |||
Line 612: | Line 515: | ||
|| টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ | || টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
− | |||
Line 622: | Line 524: | ||
− | |||
|- | |- | ||
Line 636: | Line 537: | ||
− | |||
|- | |- | ||
Line 643: | Line 543: | ||
|| ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ প্ৰেছ কৰক৷ | || ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ প্ৰেছ কৰক৷ | ||
− | |||
|- | |- | ||
Line 658: | Line 557: | ||
|| ধৰি লোৱা তোমাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, তুমি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰে৷ | || ধৰি লোৱা তোমাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, তুমি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰে৷ | ||
− | + | ||
|- | |- | ||
Line 667: | Line 566: | ||
cd 'tilde' minus বা মাত্ৰ cd minus | cd 'tilde' minus বা মাত্ৰ cd minus | ||
− | |||
Line 677: | Line 575: | ||
− | |||
|- | |- | ||
Line 683: | Line 580: | ||
|| সেয়া ঘদি আমি cd স্পেচ minus ৰান কৰো আৰু এন্টাৰ ডবাও, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ | || সেয়া ঘদি আমি cd স্পেচ minus ৰান কৰো আৰু এন্টাৰ ডবাও, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ | ||
− | |||
Line 693: | Line 589: | ||
− | |||
|- | |- | ||
Line 701: | Line 596: | ||
− | |||
|- | |- | ||
Line 719: | Line 613: | ||
− | |||
|- | |- | ||
|12:20 | |12:20 | ||
− | || | + | || আৰু এন্টাৰ ডবাওক৷ |
Line 735: | Line 628: | ||
− | |||
|- | |- | ||
Line 741: | Line 633: | ||
|| চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷ | || চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷ | ||
− | |||
Line 749: | Line 640: | ||
|| এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ | || এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ | ||
− | |||
Line 759: | Line 649: | ||
− | |||
|- | |- | ||
Line 767: | Line 656: | ||
− | |||
|- | |- | ||
Line 775: | Line 663: | ||
− | |||
|- | |- | ||
Line 781: | Line 668: | ||
|| ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷ | || ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷ | ||
− | |||
Line 789: | Line 675: | ||
|| আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ | || আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ | ||
− | |||
|- | |- | ||
Line 798: | Line 683: | ||
− | |||
|- | |- | ||
Line 806: | Line 690: | ||
− | |||
|- | |- | ||
Line 812: | Line 695: | ||
|| সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷**** | || সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷**** | ||
− | |||
Line 821: | Line 703: | ||
|| সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing. | || সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing. | ||
− | |||
− | |||
− | |||
|- | |- | ||
Line 830: | Line 709: | ||
|| এয়েই এই টিউটৰিয়েলৰ শেষ৷ | || এয়েই এই টিউটৰিয়েলৰ শেষ৷ | ||
− | |||
− | |||
|- | |- | ||
Line 838: | Line 715: | ||
|| স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ নেচ’নেল মিচন অন এডুকেচন থৰ্ ICT, Government of India. ৰ দ্বাৰা সমৰ্থিত৷ | || স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ নেচ’নেল মিচন অন এডুকেচন থৰ্ ICT, Government of India. ৰ দ্বাৰা সমৰ্থিত৷ | ||
− | |||
− | |||
|- | |- | ||
Line 848: | Line 723: | ||
− | |||
|- | |- | ||
Line 856: | Line 730: | ||
− | |||
|- | |- | ||
Revision as of 16:36, 13 August 2014
Time | Narration
| ||
0:00 | লিনাক্স এনডাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পদ্ধতিৰ উপৰত আপোনাক স্পকেন টইউটৰিয়েললৈ আপোনাক স্বাগতম৷
| ||
0:07 | এই টিউটৰিয়েলত উদাহৰনবোৰ দেখোৱাবলৈ এটা লিনাক্স চিষ্টেম বেছিভাগে ইউবানটু লাগতিয়াল হয়৷
| ||
0:13 | আমি ধৰি লৈছো যে আপোনাৰ এটা লিনাক্স অপাৰেটিং চিষ্টেমৰ সৈতে আৰম্ভ কৰা আৰু কামান্ডৰ, ফাইল চিষ্টেমৰ আৰু ছেলৰ প্ৰাথমিক জ্ঞান আছে৷
| ||
0:22 | যদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ উয়ে ৱচাইটত উপলব্ধ অনয় স্পকেন টিউটৰিয়েল চাওক.
| ||
0:32 | অনুগ্ৰহ কৰি এইটো মন কৰক যে, এই টিউটৰিয়েল ৰেকৰডিং কৰাৰ বাবে উবানটু ১০.১০ ব্যৱহাৰ কৰা হৈছে | ||
0:36 | আৰু এইটো মন কৰক যে লিনাক্স কেছ চেনজিতিভ হয় আৰু এই টিতৰিয়েলত বয়ৱহাৰ কৰা সকলো কম্মান্দ লোৱাৰ কেচত থাকে যদি আপোনাক অনয় একো নজনায়৷
| ||
0:46 | লিনাক্স এনভাইৰনমেন্ট নির্ধারণ করে কিভাবে অপারেটিং সিস্টেম আপনার সৈতে আচরণ কৰে, কিভাবে এটি আপনার কমান্ডক ৰেসপন্দ কৰে, কিভাবে ই আপনার কর্ম আদি ব্যাখ্যা কৰে
| ||
0:55 | শেলএর সেটিংক পরিবর্তন কৰিবলৈ লিনাক্সক অত্যন্ত অনুকূলিতকরণ কৰিব পাৰে.
| ||
0:58 | আহক আমি বোজো কিভাবে এই সকলো করা যায়
| ||
0:59 | শেলৰ ব্যবহার সাধারণতে শেল ভেরিয়েবলবোৰ দ্বারা নির্ধারিত কৰা যায়.
| ||
1:04 | দুই ধৰনৰ shell variables আছে:এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু লোকেল ডেৰিয়েৱলচ
| ||
1:12 | এইডাইৰনমেন্ট ডেৰিয়েৱলচ ৱুলি নামাকৰন কৰাৰ কাৰণ হ’ল এইবোৰ সকলো ইউজাৰৰ মোঠ এনভাইৰনমেন্টত পোৱা ঘায়৷
| ||
1:19 | এইবোৰ চলি থকা চেল স্ক্ৰিপ্টৰ দৰে কিছুমান চাৱচেলতো উপলব্দ হয়
| ||
1:24 | লোকেল ডেৰিয়াব্লজবোৰ কম পৰিমানে উপলব্দ হয়৷
| ||
1:31 | এইবোৰ চেলৰ চাৱ চেলবোৰত উপলব্দ নহয়
| ||
1:36 | ঘিহেতু এই টিউটৰিয়েলত আমি এনডাইৰনমেন্ট ডেৰিবেলচৰ বিষয়ে কথা পাতিম সেয়ে প্ৰথমে আমি চাম এই চেল ভেৰিয়াব্লেজবোৰৰ মানবোৰ কিদৰে চাব পাৰি৷
| ||
1:48 | বৰ্তমান চেলত থকা সকলো ডেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷ | ||
1:53 | টাৰ্মিনেলত লিখক "set space 'vertical-bar' more" আৰু এন্টাৰ টিপক
| ||
2:00 | আমি সকলো বর্তমানৰ শেল ভেৰিয়েবলবোৰ চাব পাৰো,
| ||
2:04 | উদাহৰণস্বৰুপে: হোম এনভায়ৰনমেন্ট ভেৰিয়েবলত চাওক আৰু ইয়ালৈ নিয়োগ কৰা মান টো মন কৰক.
| ||
2:15 | তালিকাখন চাবলৈ এন্টাৰ টিপক আৰু ওলাই আহিবলৈ q টিপক | ||
2:21 | ইয়াত ভবেৰিয়াবল তালিকাৰ অধিক পদ্ধতিগত multipage আউটপুট প্রদর্শন কৰিবলৈ চেতৰ আউটপুটতো pipelined কৰা হৈছে.
| ||
2:38 | এনভায়ৰনমেন্ট ভেৰিয়েবলৰ কমান্ড env ৰান কৰিবলৈ | ||
2:45 | টার্মিনেলত লিখক "env স্পেচ 'ভৰ্টিকেল-বাৰ' অধিক" আৰু Enter টিপক
| ||
2:52 | উদাহৰন স্ৱৰুপে , SHELL ভেৰিয়েবল টো মন কৰক যাৰ মান হৈছে slash bin slash bash . | ||
3:00 | আকৌ আপনি তালিকাৰ পৰা ওলাই আহিবলৈ q টিপক | ||
3:07 | এতিয়া Linuxত কিছো গুৰুত্বপূর্ণ এনভায়ৰনমেন্ট ভেৰিয়েবলবোৰৰ বিশয়ে আলোচনা কৰো. | ||
3:11 | ইয়াত আমি আমাৰ সকলো দেমনস্ত্ৰেছনৰ বাবে bash shellৰ ব্যবহাৰ কৰিম. | ||
3:15 | বিভিন্ন চেলবোৰ সামান্য ভিন্ন উপায়েৰে অনুকূলিতকৰণ কৰা হয়
| ||
3:19 | প্রকৃততে এটি ভেৰিয়েবলে কি কি সঞ্চয় কৰে তাকে চাবলৈ আমি ভেৰিয়েবলৰ নামক এটি ডলাৰ সাইন উপসর্গ আৰু তাৰ লগতে echo কমান্ডৰ ব্যবহাৰ কৰিব লাগিব | ||
3:30 | প্রথম এনভায়ৰনমেন্ট ভেৰিয়েবল যি আমি চাওচ সেইটো হৈছে SHELL ভেৰিয়েবল . | ||
3:35 | ই বর্তমান শেলৰ নাম সঞ্চয় কৰে .
| ||
3:37 | SHELLৰ ভেৰিয়েবলৰ মান চাবলৈ টার্মিনালত লিখক "echo স্পেচ ডলাৰ SHELL ডাঙৰ আখৰত" আৰু এন্টাৰ টিপক. | ||
3:55 | ইয়াত স্ল্যাশ বিন স্ল্যাশ bash হল শেল যত আমি বর্তমানে অপাৰেটিং কৰি আছো. | ||
4:02 | পিছৰ ভেৰিয়েবল হল হোম. | ||
4:05 | ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটোৱে আমাক ডাইৰেক্টৰীলৈ লৈ যায় যাৰ নাম আমাৰ ইউজাৰ নাম হয়**৷
| ||
4:11 | এই ডাইৰেক্টৰীক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ভেৰিয়েবলৰ ডিতৰত এইটো উপলব্ধ হয়৷
| ||
4:17 | ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller H-O-M-E in capital"আৰু এন্টাৰ টিপক৷ | ||
4:29 | ইয়াৰ পিছৰ এনভাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পাথ৷ | ||
4:32 | পাথ ভেৰিয়াবলৰ ডিতৰত ডাইৰেক্টৰীৰ সঠিক পথবোৰ থাকে যি ছেলে এক্সজিকুটেবুল কামাণ্ডৰ আৱস্হানটো বিছাৰিব লাগে | ||
4:40 | এতিয়া পাথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ | ||
4:43 | আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller P-A-T-H"in capital আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
4:51 | মোৰ কম্পিউটাৰত ও দিৰেকটৰিজ দেখাই আছে স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ লোকেল স্ল্যাশ বিন স্ল্যাশ ইউজাৰ স্ল্যাশ sbin স্ল্যাশ ইউজাৰ স্ল্যাশ বিন ইত্যাদি | ||
5:04 | এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হব পাৰে৷ | ||
5:07 | এইবোৰ আচলতে ডেলিমিটাৰৰ দ্বাৰা ভাগ হোৱা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) হয় যি এই ক্ৰমত এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেলে ব্যৱহাৰ কৰে ৷
| ||
5:18 | ইয়াৰ লগত আমি নিজৰ ডাইৰেক্টৰীবোৰো যোগ কৰিব পাৰো যাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰে৷ | ||
5:25 | আমাৰ ডাইৰেক্টৰী যোগ কৰিবলৈ টাৰমিনেলত টাইপ কৰক৷ | ||
5:29 | P-A-T-H in capital 'eqal to' doller P-A-T-H again in capital colon slash home slash নিজৰ home directory আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
5:54 | ঘদি আমি পথৰ মূল্য ইকো’ কৰো৷ | ||
6:04 | আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পাথ ডেৰিয়াব্লেৰ আংগ হব৷
| ||
6:10 | চাওক ডাইৰেক্টৰীটো এতিয়া ইয়াত উপলব্দ৷
| ||
6:16 | আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME.
| ||
6:20 | যি সদায়ে ব্যৱহাৰ কৰে সেই ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷
| ||
6:24 | ইয়াৰ মানবোৰ চাবলৈ টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ টিপক
| ||
6:35 | ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷
| ||
6:42 | এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ এ প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰিংবোৰ সূচায়৷
| ||
6:47 | ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷
| ||
6:50 | ঘদি আমাৰ কামাণ্ড বেছি দীঘল হয় আৰু ই এটা লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than signক ">" prompt হিচাপে দেখা পাওঁ৷
| ||
7:00 | এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 এ secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷
| ||
7:05 | চেকেণ্ডাৰী কামাণ্ড প্ৰমোতৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo space doller PS2 আৰু এন্টাৰ প্ৰেছ কৰক৷
| ||
7:20 | আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt.
| ||
7:28 | এইটো কৰিবলৈ
| ||
7:41 | এতিয়া ডলাৰ চাইনৰ সলনি আমি প্ৰমপ্টৰ ৰুপত at the rateক চাব পাৰো৷
| ||
7:50 | আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি পৰম্পত আমাৰ ইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷
| ||
7:56 | কেৱল টাইপ কৰক "PS1 in capital 'eqal to' quotesত dollar LOGNAME" আৰু এন্টাৰ প্ৰেছ কৰক৷
| ||
8:12 | এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হয়৷
| ||
8:16 | পিছলৈ ঘাবলৈ টাইপ কৰক "PS1' দাঙৰ আক্ষৰত eqal to dollar' quotesত আৰু এন্টাৰ প্ৰেছ কৰক
| ||
8:28 | আমি বহুত এনডাইৰমেন্ট ডেৰিয়েৱলৰবোৰক ডেলু এচাইন কৰিলো৷
| ||
8:32 | কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই সালসলিনিবোৰ কেবল বৰ্তমানৰ ছাচনৰ কাৰণেহে প্ৰয়োজ্য৷
| ||
8:37 | ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পাঠ ডেৰিয়েৱললৈ যোগ কৰিছিলো৷
| ||
8:40 | ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নহবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মান ইক’ইং কৰি পাঠ ডেৰিয়াবেল নিৰিক্ষণ কৰক
| ||
9:00 | আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷
| ||
9:05 | ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান আহিবলগিয়া টিউটিৰিয়েলত দেখোৱাব৷
| ||
9:13 | প্ৰয়ে ঘদি আমি এটা কামাণ্ড পূণৰ execute কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত execute কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ গোটেই কম্মান্দখিনি টাইপ কৰিব লাগিব নেকি?৷ | ||
9:22 | নহয়, ইয়াৰ বহুটো সমাধান আছে৷
| ||
9:26 | প্ৰথমে, যদি আপোনি আপোনাৰ কিবৰ্ডত থকা আপ কি টিপে তেতিয়া ই আপেনাক আপুনি টাইপ কৰা শেষৰ কামাণ্ডটো দেখুৱাব৷
| ||
9:33 | কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷
| ||
9:37 | আগৰ অৱস্থানলৈ ঘাবলৈ দাউন কি ডবাওক৷
| ||
9:42 | কিন্তু যেতিয়া আপোনি বহু কম্মন্দ বোৰে দি যায় এইটো আলপ সালমিলনি হৈ যায়. *** হিস্টৰী কম্মন্দ বিচৰাটো এটা ভাল পদ্ধতি হয়
| ||
9:52 | পৰম্পত টাইপ কৰক হিস্টৰী৷
| ||
9:58 | আৰু এন্টাৰ ডবাওক, আগতে এক্সজিকিউত কৰা কামাণ্ডৰ তালিকাখন প্ৰৰ্দশিত হয়৷
| ||
10:04 | ঘদি দীঘল তালিকাখনৰ সলনি আপুনি কেৱল, শেষৰ দহটা চাব বিচাৰে৷
| ||
10:08 | টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷
| ||
10:20 | এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷
| ||
10:27 | এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷ | ||
10:32 | কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark উদাহৰণ স্বৰুপে মোৰ কেচত ৪৪২ execute হব echo space dollar path ****
| ||
10:51 | ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ এক্সজিকিউত কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ প্ৰেছ কৰক৷ | ||
11:03 | পিছত আমি tilde substitution চাম
হোম দিৰেকটৰীৰ বাবে tilde(~) কেৰেক্টাৰ টো চৰ্ত হেণ্ড হয়. | ||
11:12 | ধৰি লোৱা তোমাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, তুমি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোভ কৰিব পাৰে৷
| ||
11:25 | এজমে বৰ্তমান ৱৰ্কিং দিৰেকটৰী আৰু শেষৰ দিৰেকটৰীৰ তগ্গল কৰিব পাৰে *** এই কম্মন্দ বয়ৱহাৰ কৰি
cd 'tilde' minus বা মাত্ৰ cd minus
| ||
11:35 | এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকাৰ দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷
| ||
11:41 | সেয়া ঘদি আমি cd স্পেচ minus ৰান কৰো আৰু এন্টাৰ ডবাও, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷
| ||
11:47 | আমি আকৌ ইয়াক চলাও আৰু ই আমাক পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰাই লৈ ঘাব
| ||
11:55 | এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডক চাম৷
| ||
11:59 | কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ | 12:04 | এই ক্ষেত্ৰত আমি ইয়াক সৰু এলিয়াচ নাম দি আৰু সেই নামটো বয়ৱহাৰ কৰিব পাৰো ***** |
12:11 | ধৰি ললো আপোনাৰ লগত ক্ৰম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘি আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷
| ||
12:20 | আৰু এন্টাৰ ডবাওক৷
| ||
12:47 | এতিয়াপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপুনি কেৱল চিডি মিউজিক লিখক আৰু এন্টাৰ ডবাওক৷
| ||
12:55 | চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷
| ||
12:58 | এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি যাবলৈ হ’লে আপুনি প্ৰম্পটত কেৱল টাইপ কৰক cd স্পেছ মাইনাচ
| ||
13:08 | এটি এলিয়াচ unset সহজভাবে কৰিবলৈ লিখক unalias স্থান cdMusic আৰু Enter টিপক
| ||
13:20 | এতিয়া আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷
| ||
13:30 | ধৰি ললো আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীত দুটা ফাইল আছে, টেষ্ট ১ আৰু টেষ্ট ২৷
| ||
13:38 | ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷
| ||
13:45 | আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচনে আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ | ||
13:52 | সেয়ে আমি alias rm equal-to, এতিয়া quotesত “rm space hyphen i” ৰ দৰে এটা alias সেত কৰিব পাৰো৷
| ||
14:03 | এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” ৰান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷
| ||
14:13 | সেয়ে দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷****
| ||
14:20 | সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing.
| ||
14:25 | এয়েই এই টিউটৰিয়েলৰ শেষ৷ | ||
14:28 | স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ নেচ’নেল মিচন অন এডুকেচন থৰ্ ICT, Government of India. ৰ দ্বাৰা সমৰ্থিত৷ | ||
14:36 | অধিক জানিবলৈ, লিখক আমাৰ ৱেব চাইটত লিখক৷
| ||
14:39 | এই টিউটৰিয়েলৰ স্ক্ৰিপ্টবোৰ অনিৰ্বান দ্বাৰা প্ৰস্তুত কৰা হৈছে৷
| ||
14:42 | এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷ |