Difference between revisions of "PERL/C2/Arrays/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 5: Line 5:
 
|-
 
|-
 
| 00.01
 
| 00.01
| নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰে স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম।
+
| নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম।
 
|-
 
|-
 
| 00.06
 
| 00.06
Line 12: Line 12:
 
|-
 
|-
 
|00.09
 
|00.09
|ইন্দেক্স অফ আন এৰে উপৰত
+
|এৰেৰ ইন্দেক্স
 
   
 
   
 
|-
 
|-
 
|00.11
 
|00.11
|লেংথ অফ আন এৰে
+
|এৰেৰ দৈৰ্ঘয়
 
   
 
   
 
|-
 
|-
 
|00.13
 
|00.13
|এৰেৰ পদার্থ অ্যাক্সেস কৰিবৰ বাবে
+
|এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা
 
   
 
   
 
|-
 
|-
 
| 00.16
 
| 00.16
| এৰেৰ উপৰত লুপিং
+
| এৰেৰ উপৰত লুপিং কৰা
  
 
|-
 
|-
 
| 00.18
 
| 00.18
|সেকুএন্তিয়াল এৰে
+
|সিকুএনচিয়েল এৰে
  
 
|-
 
|-
 
| 00.20
 
| 00.20
|আৰু এৰে স্লিচিং  
+
|আৰু এৰে স্লাইচিং  
  
 
|-
 
|-
 
|00.22
 
|00.22
|এয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04''' অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2''' ।  
+
|ইয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04''' অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2''' ।
 
   
 
   
 
|-
 
|-
 
|00.30
 
|00.30
|আৰু মই ব্যৱহাৰ কৰিম ''জিএদিত‌‌'' তেক্সত এডিটৰ
+
|আৰু মই ''জিএদিত‌‌'' তেক্সত এডিটৰও ব্যৱহাৰ কৰিম
 
   
 
   
 
|-
 
|-
 
| 00.34
 
| 00.34
| আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে ।  
+
| আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে ।
 
   
 
   
 
|-
 
|-
 
|00.37
 
|00.37
|পার্লৰ ""ভেৰিয়েবলৰ উপৰত, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত ।
+
|পার্লত ""ভেৰিয়েবল, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত ।
  
 
|-
 
|-
 
|00.43
 
|00.43
|""লুপ আৰু কন্দিচনেল স্তেতমেন্ত"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ ।
+
|""লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ ।
 
   
 
   
 
|-
 
|-
 
|00.48
 
|00.48
|প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল""  ওয়েবসাইট প্রত্যক্ষ কৰক ।
+
|প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল""  ওয়েবসাইট পৰিৰ্দশন কৰক ।
  
 
|-
 
|-
 
|00.54
 
|00.54
|""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত পদার্থ বিলাক যি কোনো ""দাতা টাইপ"" হব পাৰে ।
+
|""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত এলিমেন্টবোৰ যি কোনো ""দাতা টাইপৰ"" হব পাৰে ।
  
 
|-
 
|-
 
|00.59
 
|00.59
|""এৰে ইন্দেক্স"" সদায় আৰম্ভ হয় শূন্য হয় ।
+
|""এৰে ইন্দেক্সে"" সদায় শূন্য পৰা আৰম্ভ কৰে।
  
 
|-
 
|-
 
| 01.03
 
| 01.03
|পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় ।  
+
|পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় ।
  
 
|-
 
|-
 
|01.08
 
|01.08
|এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত পদার্থ যোগ বা আতৰোৱা হয় ।
+
|এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয় ।
 
|-
 
|-
 
|01.15
 
|01.15
|এৰেৰ স্যন্তেক্স বর্ণনা কৰা হয় এই দৰে-
+
|এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয়-
+
 
 
|-
 
|-
 
|01.18
 
|01.18
|'''@myArray  একুয়াল তু ওপেন ব্রাকেট 1 কমা 2 কমা 3 কমা সিংগল কুওত abc sসিংগল কুওত কমা 10.3 ক্লোজ ব্রাকেট সেমিকলন""
+
|'''@myArray  ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট abc একক কোট কমা 10.3 ব্রাকেট বন্ধ কৰক সেমিকলন""
  
 
|-
 
|-
Line 91: Line 91:
 
|-
 
|-
 
|01.38
 
|01.38
| এয়াক বোজিবলে আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম ।
+
|ইয়াক বোজিবলৈ আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম ।
 
   
 
   
 
|-
 
|-
Line 106: Line 106:
 
|-
 
|-
 
| 01.52
 
| 01.52
| তেতিয়া "'arrayIndex dot pl''' ফাইল তু খুল খাব ""জিএদিতৰ"'ত ।
+
| এইটোৱে "'arrayIndex dot pl''' ফাইল তু ""জিএদিতৰ"'ত খুল খাব
 
   
 
   
 
|-
 
|-
 
|01.57
 
|01.57
|স্ক্রীনত দেখুৱা কোড তু টাইপ কৰক
+
|স্ক্রীনত দেখুৱা কোডতু টাইপ কৰক
 
|-
 
|-
 
|02.02
 
|02.02
|ইয়াত আমি ৫টা পদাৰ্থৰ এটা এৰেয় (array)বাখ্যা আৰু বৰ্ণনা কৰিছো ।
+
|ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰ(array)বাখ্যা আৰু ঘোষনা কৰিছো ।
 
   
 
   
 
|-
 
|-
 
|02.07
 
|02.07
|এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ মান ৪ হব ।
+
|এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব ।
 
   
 
   
 
|-
 
|-
 
|02.14
 
|02.14
|তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক  
+
|তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক হব
 
   
 
   
 
|-
 
|-
 
|02.18
 
|02.18
|ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S প্ৰেছ কৰক
+
|ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S টিপক
  
 
|-
 
|-
 
|02.22
 
|02.22
|এতিয়া টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
+
|এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক-
  
 
|-
 
|-
 
|02.26
 
|02.26
| টাইপ কৰক ‘‘perl arrayIndex dot pl ''
+
| লিখক ‘‘perl arrayIndex dot pl ''
  
 
|-
 
|-
 
|02.30
 
|02.30
|আৰু এন্টাৰ প্ৰেছ কৰক
+
|আৰু এন্টাৰ টিপক
 
   
 
   
 
|-
 
|-
Line 149: Line 149:
 
|-
 
|-
 
|02.41
 
|02.41
|এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে
+
|এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক. এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে
 
+
 
|-
 
|-
 
|02.46
 
|02.46
|এৰেয়ৰ ইনদেক্স ‘‘array + 1 i.e. $#array + 1 ''
+
| ‘‘array + 1 ৰ ইনদেক্স মানে $#array + 1 ''
+
 
|-
 
|-
 
|02.53
 
|02.53
|পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ  ‘‘scalar'' ব্ৰেকেট খোলা ‘‘@array'' ব্ৰেকেট বন্ধ
+
|পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ  ‘‘scalar'' ব্ৰেকেট খোলক ‘‘@array'' ব্ৰেকেট বন্ধ কৰক
 
   
 
   
 
|-
 
|-
 
|03.02
 
|03.02
|এৰেয় এটাক এচাইন কৰা  এটা স্কেলাৰ ভেৰিয়েব্ল লৈ ‘‘scalar variable অৰ্থাৎ  $arrayLength = @array ''
+
|এৰেক ‘‘scalar variable"লৈ এচাইন কৰক  অৰ্থাৎ  $arrayLength = @array ''
  
 
|-
 
|-
 
|  03.09
 
|  03.09
|এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় এটাৰ দীৰ্ঘৰ বিষয়ে বুজো আহক  
+
|এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক
 
   
 
   
 
|-
 
|-
 
|  03.14
 
|  03.14
| টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-  
+
| টাৰমিনেল যাওক আৰু লিখক এইদৰে-
  
 
|-
 
|-
 
| 03.18
 
| 03.18
 
| '''gedit arrayLength dot pl space ampersand '''
 
| '''gedit arrayLength dot pl space ampersand '''
 
 
 
|-
 
|-
 
|03.24
 
|03.24
|আৰু এন্টাৰ প্ৰেছ কৰক
+
|আৰু এন্টাৰ টিপক
+
 
|-
 
|-
 
| 03.27
 
| 03.27
 
| স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
 
| স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
 
 
 
|-
 
|-
 
| 03.32
 
| 03.32
| ইয়াত আমি ৫টা পদাৰ্থৰ এটা এৰেয়  বাখ্যা আৰু বৰ্ণনা কৰিছো ।
+
| ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো ।
 
+
 
|-
 
|-
 
|03.38
 
|03.38
|তাৰ বাবে আওতপুতে ৫ দেখুৱাব ।  
+
|তাৰ বাবে আওতপুতে ৫ দেখুৱাব ।
  
 
|-
 
|-
 
|03.41
 
|03.41
|পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে  
+
|পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে
 
   
 
   
 
|-
 
|-
Line 203: Line 195:
 
|-
 
|-
 
|03.53
 
|03.53
|ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S'' টাইপ কৰক ।
+
|ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S'' টিপক।
 
+
 
|-
 
|-
 
|  03.57
 
|  03.57
Line 211: Line 203:
 
|-
 
|-
 
|  03.59
 
|  03.59
| টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-  
+
| টাৰমিনেল যাওক আৰু লিখক-
 
+
 
+
 
|-
 
|-
 
|  04.02
 
|  04.02
| ‘‘perl arrayLength dot pl'' আৰু এন্টাৰ প্ৰেছ কৰক
+
| ‘‘perl arrayLength dot pl'' আৰু এন্টাৰ টিপক
 
   
 
   
 
|-
 
|-
 
| 04.07
 
| 04.07
 
| টাৰমিনেলত আমি আওতপুত দেখা পাম ।   
 
| টাৰমিনেলত আমি আওতপুত দেখা পাম ।   
 
 
 
|-
 
|-
 
| 04.12
 
| 04.12
|
+
|এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক ।
এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থ একচেস কৰিবলৈ শিকো আহক ।
+
  
 
|-
 
|-
 
|04.18
 
|04.18
|এটা এৰেয়ৰ পদাৰ্থ সমূহ একচেস কৰিবলৈ ‘‘Indexing''' ব্যৱহাৰ কৰা হয়।
+
|এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ‘‘Indexing''' ব্যৱহাৰ কৰা হয়।
 
   
 
   
 
|-
 
|-
 
|04.22
 
|04.22
 
|এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক
 
|এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক
 
 
|-
 
|-
 
|04.27
 
|04.27
Line 243: Line 229:
 
|04.28
 
|04.28
 
|শেষ স্থান
 
|শেষ স্থান
 
 
 
|-
 
|-
 
|04.29
 
|04.29
Line 251: Line 235:
 
|-
 
|-
 
| 04.32
 
| 04.32
| টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-  
+
| টাৰমিনেললৈ যাওক আৰু লিখক-
 
+
  
 
|-
 
|-
Line 260: Line 243:
 
|-
 
|-
 
|04.42
 
|04.42
|আৰু এন্টাৰ প্ৰেছ কৰক
+
|আৰু এন্টাৰ টিপক
+
 
|-
 
|-
 
|04.45
 
|04.45
Line 276: Line 258:
 
|-
 
|-
 
|04.54
 
|04.54
|কিন্তু, এটা এৰেয়ৰ পদাৰ্থ একচেস কৰিবলৈ আমি ‘‘$ (dollar)'' চিহ্ন ব্যৱহাৰ কৰিব লাগিব
+
|কিন্তু, এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি ‘‘$ (dollar)'' চিহ্ন ব্যৱহাৰ কৰিব লাগিব
  
 
|-
 
|-
 
|04.59
 
|04.59
|যিকোনো স্থানত থকা এটা পদাৰ্থ একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index'' পাচ কৰিব লাগিব ।
+
|যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index'' পাচ কৰিব লাগিব ।
  
 
|-
 
|-
 
|05.07
 
|05.07
|ইয়াত ‘‘myArray''ৰ প্ৰথম পদাৰ্থ একচেস কৰিবলৈ
+
|ইয়াত ‘‘myArray''ৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ
  
 
|-
 
|-
 
|05.11
 
|05.11
|যিৰ 'ক ‘‘index'' হিচাপে পাচ কৰা হৈছে ।
+
|'ক ‘‘index'' হিচাপে পাচ কৰা হৈছে ।
  
 
|-
 
|-
Line 296: Line 278:
 
|-
 
|-
 
|  05.24
 
|  05.24
| মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো ।  
+
| মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো ।
 
   
 
   
 
|-
 
|-
 
|05.28
 
|05.28
|ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S প্ৰেছ কৰক
+
|ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক
  
 
|-
 
|-
Line 312: Line 294:
 
|-
 
|-
 
| 05.41
 
| 05.41
|আৰু এন্টাৰ প্ৰেছ কৰক
+
|আৰু এন্টাৰ টিপক
  
 
|-
 
|-
Line 320: Line 302:
 
|-
 
|-
 
|  05.47
 
|  05.47
|এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থ ‘‘loop over'' কৰিবলৈ শিকো আহক ।
+
|এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক ‘‘loop over'' কৰিবলৈ শিকো আহক ।
  
 
|-
 
|-
Line 336: Line 318:
 
|-
 
|-
 
|06.01
 
|06.01
|এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেয়ত আমি আইটাৰেত কৰিব পাৰো, discuss with your frns ।
+
|এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো
 
+
 
|-
 
|-
 
| 06.07
 
| 06.07
|টাৰমিনেল যাওক আৰু টাইপ কৰক
+
|টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
  
 
|-
 
|-
 
|06.11
 
|06.11
 
| '''gedit loopingOverArray dot pl space ampersand '''
 
| '''gedit loopingOverArray dot pl space ampersand '''
 
 
 
|-
 
|-
 
|06.17
 
|06.17
|আৰু এন্টাৰ প্ৰেছ কৰক
+
|আৰু এন্টাৰ টিপক
+
 
 
|-
 
|-
 
| 06.20
 
| 06.20
Line 357: Line 336:
 
|-
 
|-
 
| 06.24
 
| 06.24
| ইয়াত আমি এৰেয়ৰ ইনদেক্স আইটাৰেত কৰি প্ৰতিটো পদাৰ্থ প্ৰীন্ট কৰিছো ।
+
| ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো ।
  
 
|-
 
|-
 
|  06.31
 
|  06.31
| i ভেৰিয়েব্লটোৱে এৰেয়ৰ শেষ ‘‘index'' নোপোৱালৈকে, ‘‘for loop'' এক্সিকিউত হ'ব ।  
+
| i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ‘‘index'' নোপোৱালৈকে, ‘‘for loop'' এক্সিকিউত হ'ব ।
 
   
 
   
 
|-
 
|-
 
|  06.38
 
|  06.38
|এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop'' এক্সিকিউত হ'ব ।
+
|এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop'' এক্সিকিউত হ'ব ।
 
   
 
   
 
|-
 
|-
Line 377: Line 356:
 
|-
 
|-
 
|06.58
 
|06.58
|প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব
+
|প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক
+
   
 
|-
 
|-
 
|07.04
 
|07.04
| ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S প্ৰেছ কৰক
+
| ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক
 
+
 
+
 
|-
 
|-
 
|07.07
 
|07.07
|টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
+
|টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক-
 
+
 
+
 
|-
 
|-
 
|07.12
 
|07.12
 
| '''perl loopingOverArray dot pl'''
 
| '''perl loopingOverArray dot pl'''
 
 
 
|-
 
|-
 
|07.15
 
|07.15
|আৰু এন্টাৰ প্ৰেছ কৰক
+
|আৰু এন্টাৰ টিপক
 
   
 
   
 
|-
 
|-
Line 408: Line 381:
 
|-
 
|-
 
|07.28
 
|07.28
|‘‘@alphaArray''= ব্ৰেকেট খোলক ‘‘a'' দত দত ‘‘d'' ব্ৰেকেট বন্ধ চেমিকলন
+
|‘‘@alphaArray''= ব্ৰেকেট খোলক ‘‘a'' দত দত ‘‘d'' ব্ৰেকেট বন্ধ কৰক চেমিকলন
  
 
|-
 
|-
 
|07.37
 
|07.37
|অৰ্থাৎ ‘‘alphaArray''ত এই সমূহ পদাৰ্থ থাকিব  'a', 'b', 'c' আৰু 'd'
+
|অৰ্থাৎ ‘‘alphaArray''ত এই সমূহ পদাৰ্থবোৰ থাকিব  'a', 'b', 'c' আৰু 'd'
  
 
|-
 
|-
 
|07.44
 
|07.44
|একেধৰণে - ‘‘@numericArray ''=ব্ৰেকেট খোলক ১ দত দত ৫ ব্ৰেকেট বন্ধ চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray''=ব্ৰেকেট খোলক ১ কমা ২ কমা ৩ কমা ৪ কমা ৫
+
|একেধৰণে - ‘‘@numericArray ''=ব্ৰেকেট খোলক ১ দত দত ৫ ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray''=ব্ৰেকেট খোলক ১ কমা ২ কমা ৩ কমা ৪ কমা ৫
 
+
 
|-
 
|-
 
|08.03
 
|08.03
 
|পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো
 
|পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো
 
 
|-
 
|-
 
|08.06
 
|08.06
 
|ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা ।
 
|ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা ।
 
 
|-
 
|-
 
|08.13
 
|08.13
|‘‘@array=১৯ কমা ২৩ কমা ৫৬ কমা ৪৫ কমা ৮৭ কমা ৮৯ ব্ৰেকেট বন্ধ চেমিকলন''
+
|‘‘@array=১৯ কমা ২৩ কমা ৫৬ কমা ৪৫ কমা ৮৭ কমা ৮৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন''
 
+
 
|-
 
|-
 
|08.27
 
|08.27
|‘‘@newArray''=‘‘@array '' স্কৱেৰ ব্ৰেকেট খোলক ১ কমা ৪ স্কৱেৰ ব্ৰেকেট বন্ধ চেমিকলন
+
|‘‘@newArray''=‘‘@array '' স্কৱেৰ ব্ৰেকেট খোলক ১ কমা ৪ স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন
  
 
|-
 
|-
Line 440: Line 409:
 
|-
 
|-
 
|08.42
 
|08.42
|‘‘@newArray''=ব্ৰেকেট খোলক ২৩ কমা ৮৭ ব্ৰেকেট বন্ধ চেমিকলন
+
|‘‘@newArray''=ব্ৰেকেট খোলক ২৩ কমা ৮৭ ব্ৰেকেট বন্ধ কৰক চেমিকলন
  
 
|-
 
|-
 
|08.51
 
|08.51
 
|পৰ্য্যালোচনা কৰো আহক ।
 
|পৰ্য্যালোচনা কৰো আহক ।
 
 
|-
 
|-
 
|08.52
 
|08.52
 
|আমি এই টিউটৰিয়েলত শিকিলো
 
|আমি এই টিউটৰিয়েলত শিকিলো
 
 
|-
 
|-
 
|08.55
 
|08.55
|এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয়
+
|এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা
 
+
 
|-
 
|-
 
|08.57
 
|08.57
|এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয়
+
|এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা
 
+
 
|-
 
|-
 
|08.59
 
|08.59
|এটা এৰেয়ৰ পদাৰ্থ সমূহ একচেস কৰা
+
|এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা
 
+
  
 
|-
 
|-
 
|09.01
 
|09.01
|এটা এৰেয় লোপ কৰা
+
|এটা এৰেয় লোপ উভাৰ কৰা
  
 
|-
 
|-
Line 473: Line 437:
 
|-
 
|-
 
|09.05
 
|09.05
|চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং
+
|চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা
  
 
|-
 
|-
Line 481: Line 445:
 
|-
 
|-
 
|09.10
 
|09.10
|ৰামধেণুৰ ৰঙৰ এটা এৰেয় বাখ্যা কৰা ।
+
|ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা ।
  
 
|-
 
|-
 
|09.13
 
|09.13
|এই এৰেয়ৰ চতুৰ্থ পদাৰ্থ প্ৰীন্ট কৰা
+
|এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা
  
 
|-
 
|-
 
|09.16
 
|09.16
|এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘ প্ৰীন্ট কৰা
+
|এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা
 
+
 
|-
 
|-
 
|09.19
 
|09.19
|ফৰ আৰু ফৰইছ লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থ লোপ কৰা
+
|for আৰু for each লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা
 
+
 
|-
 
|-
 
|09.25
 
|09.25
|এটা এৰেয় বাখ্যা কৰা @myArray = ব্ৰেকেট খোলা ১.৯ ব্ৰেকেট বন্ধ চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি ।
+
|এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক ..৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি ।
 
+
 
|-
 
|-
 
|09.41
 
|09.41
 
|তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
 
|তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
+
 
+
 
|-
 
|-
 
|09.44
 
|09.44
 
|স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
 
|স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
 
+
 
+
 
|-
 
|-
 
|09.48
 
|09.48
|যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
+
|যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
 
+
+
 
|-
 
|-
 
| 09.53
 
| 09.53
 
| স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
 
| স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
+
 
 
|-
 
|-
 
|09.58
 
|09.58
|এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে  ।
+
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে  ।
  
 
 
|-
 
|-
 
|10.02
 
|10.02
 
|অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
 
|অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
  
 
 
|-
 
|-
 
| 10.09
 
| 10.09
 
|  স্পকেন টিওটৰিয়েলৰ প্ৰকল্প  “Talk to a Teacher”  প্ৰকল্পৰ এটা অংগ ।
 
|  স্পকেন টিওটৰিয়েলৰ প্ৰকল্প  “Talk to a Teacher”  প্ৰকল্পৰ এটা অংগ ।
  
 
 
 
|-
 
|-
 
|10.13
 
|10.13
 
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
 
|ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
 
 
   
 
   
 
|-
 
|-
 
|10.20
 
|10.20
|এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
+
|এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত spoken hyphen tutorial dot org slash NMEICT hyphen Intro ইয়াত পোৱা যাব
+
 
+
 
|-
 
|-
 
| 10.31
 
| 10.31
 
| আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব
 
| আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব
+
 
 
|-
 
|-
 
|10.35
 
|10.35
| এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
+
| এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
 
+
 
|-
 
|-
 
|10.37
 
|10.37

Revision as of 17:28, 22 July 2014

Time
Narration
00.01 নমস্কাৰ দৰ্শক সকল. পাৰ্লত এৰেচৰ স্পকেন তুতৰিয়াললৈ আপোনালোকক স্বাগতম।
00.06 এই তুতৰিয়ালত আমি শিকিম
00.09 এৰেৰ ইন্দেক্স
00.11 এৰেৰ দৈৰ্ঘয়
00.13 এৰেৰ এলিমেন্টবোৰক উপয়োগ কৰা
00.16 এৰেৰ উপৰত লুপিং কৰা
00.18 সিকুএনচিয়েল এৰে
00.20 আৰু এৰে স্লাইচিং
00.22 ইয়াত মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04 অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2
00.30 আৰু মই জিএদিত‌‌ তেক্সত এডিটৰও ব্যৱহাৰ কৰিম ।
00.34 আপুনি জিকুনু তেক্সত এডিটৰ ব্যৱহাৰ কৰিব পাৰে ।
00.37 পার্লত ""ভেৰিয়েবল, কমেন্তস আৰু দাতা স্ত্রাকছাৰ"" উপৰত সামান্য জ্ঞান থকা ঊচ্চিত ।
00.43 ""লুপ আৰু কন্দিচনেল স্তেতমেন্তৰ"" উপৰত জ্ঞান থকাতো এক প্রাকাৰৰ অতিৰিক্ত সোজোগ ।
00.48 প্রাসংগীক তুতৰিয়েলৰ বাবে আমাৰ ""স্পকেন তুতৰিয়েল"" ওয়েবসাইট পৰিৰ্দশন কৰক ।
00.54 ""এৰে"" এটা সৰল ""দাতা স্ত্রাকছাৰ"" যত এলিমেন্টবোৰ যি কোনো ""দাতা টাইপৰ"" হব পাৰে ।
00.59 ""এৰে ইন্দেক্সে"" সদায় শূন্য পৰা আৰম্ভ কৰে।
01.03 পার্লত এৰেৰ দীর্ঘ বর্ননা কৰাতো আবস্যক নহয় ।
01.08 এৰেৰ দীর্ঘ বার্হি যায় জেতিয়া তাত এলিমেন্টবোৰ যোগ বা আতৰোৱা হয় ।
01.15 এৰেক দিকক্লেয়াৰ কৰিবলৈ স্যন্তেক্স এই দৰে হয়-
01.18 @myArray = ব্রাকেট খোলক 1 কমা 2 কমা 3 কমা একক কোট abc একক কোট কমা 10.3 ব্রাকেট বন্ধ কৰক সেমিকলন""
01.31 এৰেৰ শেষৰ ইন্দেক্স এই কমান্দ অনোসৰি পোৱা যায়-
01.35 $#myArray
01.38 ইয়াক বোজিবলৈ আমি স্যাম্পল প্রোগ্রাম ব্যৱহাৰ কৰিম ।
01.42 তাৰমিনাল খুলক আৰু লিখক
01.44 gedit arrayIndex dot pl space ampersand
01.50 আৰু এন্টাৰ তিপক ।
01.52 এইটোৱে "'arrayIndex dot pl ফাইল তু ""জিএদিতৰ"'ত খুল খাব ।
01.57 স্ক্রীনত দেখুৱা কোডতু টাইপ কৰক
02.02 ইয়াত আমি ৫টা এলিমেন্টৰ এটা এৰেৰ(array)বাখ্যা আৰু ঘোষনা কৰিছো ।
02.07 এই এৰেয়ৰ ইনদেক্স শূন্যৰ পৰা আৰম্ভ হব আৰু শেষৰ ইন্দেক্সৰ মান ৪ হব ।
02.14 তাৰ মানে পদাৰ্থৰ সংখ্যা, অৰ্থাৎ ৫ বিয়োগ এক হব
02.18 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S টিপক ।
02.22 এতিয়া টাৰমিনেললৈ যাওক আৰু পাৰ্ল স্ক্ৰীপ্ট এইধৰণে এক্সিকিউত কৰক-
02.26 লিখক ‘‘perl arrayIndex dot pl
02.30 আৰু এন্টাৰ টিপক
02.32 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
02.37 পাৰ্লত এৰেয়ৰ দীৰ্ঘ কিদৰে পাব পাৰি চাও আহক
02.41 এতিয়া পাৰ্লত এৰেৰ দীৰ্ঘ কি দৰে পাব পাৰি চাও আহক. এৰেৰ দিৰ্ঘ নিৰ্ণয় কৰিবলৈ বহু উপায় আছে
02.46 ‘‘array + 1 ৰ ইনদেক্স মানে $#array + 1
02.53 পাৰ্লৰ ইনবিল্ত ‘‘scalar function; অৰ্থাৎ ‘‘scalar ব্ৰেকেট খোলক ‘‘@array ব্ৰেকেট বন্ধ কৰক
03.02 এৰেক ‘‘scalar variable"লৈ এচাইন কৰক অৰ্থাৎ $arrayLength = @array
03.09 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় দীৰ্ঘৰ বিষয়ে বুজো আহক
03.14 টাৰমিনেল যাওক আৰু লিখক এইদৰে-
03.18 gedit arrayLength dot pl space ampersand
03.24 আৰু এন্টাৰ টিপক
03.27 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
03.32 ইয়াত আমি ৫টা পদাৰ্থ থকা এৰেযক বাখ্যা আৰু ঘোষনা কৰিছো ।
03.38 তাৰ বাবে আওতপুতে ৫ দেখুৱাব ।
03.41 পাৰ্লত এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰাৰ বিভিন্ন উপায় আছে, তলত কিছুমান দিয়া আছে
03.47 মন কৰিব আমি প্ৰীন্ট স্টেটমেন্টত কমা ব্যৱহাৰ কৰি আওতপুতটো ‘‘concatenated কৰিছো ।
03.53 ফাইল সংৰক্ষণ কৰিবলৈ ‘‘Ctrl + S টিপক।
03.57 এতিয়া লিপি খন এক্সিকিউত কৰো আহক ।
03.59 টাৰমিনেল যাওক আৰু লিখক-
04.02 ‘‘perl arrayLength dot pl আৰু এন্টাৰ টিপক ।
04.07 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
04.12 এতিয়া, এটা এৰেয়ত প্ৰতিটো পদাৰ্থক একচেস কৰিবলৈ শিকো আহক ।
04.18 এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ ‘‘Indexing ব্যৱহাৰ কৰা হয়।
04.22 এটা এৰেয়ৰ বিভিন্ন স্থানত থকা পদাৰ্থ সমূহ, একচেস কৰিব পৰা এটা উদাহৰণ চাও আহক
04.27 প্ৰথম স্থান
04.28 শেষ স্থান
04.29 যিকোনো স্থান
04.32 টাৰমিনেললৈ যাওক আৰু লিখক-
04.35 gedit perlArray dot pl space ampersand
04.42 আৰু এন্টাৰ টিপক
04.45 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
04.49 মন কৰিব
04.50 ‘‘myArrayক বাখ্যা কৰা হৈছে ‘‘@ চিহ্নৰ সহায়ত ।
04.54 কিন্তু, এটা এৰেয়ৰ পদাৰ্থক একচেস কৰিবলৈ আমি ‘‘$ (dollar) চিহ্ন ব্যৱহাৰ কৰিব লাগিব
04.59 যিকোনো স্থানত থকা এটা পদাৰ্থক একচেস কৰিবলৈ, আমি সেই এৰেয়ৰ ‘‘index পাচ কৰিব লাগিব ।
05.07 ইয়াত ‘‘myArrayৰ প্ৰথম পদাৰ্থক একচেস কৰিবলৈ
05.11 ০ 'ক ‘‘index হিচাপে পাচ কৰা হৈছে ।
05.16 ‘‘myArrayৰ অন্তিম পদাৰ্থ একচেস কৰিবলৈ , আমি ‘‘myArrayৰ অন্তিম ‘‘index পাচ কৰিছো ।
05.24 মন কৰিব যে, এই বিষয়ত আমি আগতে শিকিলো ।
05.28 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক ।
05.30 টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
05.36 টাইপ কৰক ‘‘perl perlArray dot pl
05.41 আৰু এন্টাৰ টিপক ।
05.43 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
05.47 এটা এৰেয়ৰ প্ৰত্যেকটো পদাৰ্থক ‘‘loop over কৰিবলৈ শিকো আহক ।
05.52 এটা এৰেয়ত দুই ধৰণে ‘‘looping over কৰিব পাৰি -
05.56 ‘‘for loop ব্যৱহাৰ কৰি
05.58 ‘‘foreach loop ব্যৱহাৰ কৰি
06.01 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত, ওপৰত দিয়া লোপ সমূহৰ ব্যৱহাৰ শিকো আহক আৰু কিদৰে এটা এৰেক আমি ইটাৰেত কৰিব পাৰো
06.07 টাৰমিনেললৈ যাওক আৰু টাইপ কৰক
06.11 gedit loopingOverArray dot pl space ampersand
06.17 আৰু এন্টাৰ টিপক
06.20 স্ক্ৰীণত দেখোৱাৰ দৰে ক'দ খিনি টাইপ কৰক
06.24 ইয়াত আমি এৰেয়ৰ ইনদেক্স ইটাৰেত কৰি প্ৰতিটো পদাৰ্থক প্ৰীন্ট কৰিছো ।
06.31 i ভেৰিয়েবলটোৱে এৰেয়ৰ শেষ ‘‘index নোপোৱালৈকে, ‘‘for loop এক্সিকিউত হ'ব ।
06.38 এটা এৰেয়ক প্ৰতিটো পদাৰ্থৰ বাবে ‘‘foreach loop এক্সিকিউত হ'ব ।
06.46 যেতিয়া এটা এৰেয় শেষ পদাৰ্থত উপনীত হয়, ই ‘‘foreach লোপ ত্যাগ দিব ।
06.53 মন কৰিব: যদি আপুনি ‘‘for আৰু ‘‘foreach লোপৰ বিষয়ে অৱগত নহয়
06.58 প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰক ৷
07.04 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক ।
07.07 টাৰমিনেল যাওক আৰু স্ক্ৰীপ্টখন এইধৰণে এক্সিকিউত কৰক-
07.12 perl loopingOverArray dot pl
07.15 আৰু এন্টাৰ টিপক ।
07.19 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
07.24 পাৰ্লত আমি ‘‘sequential array এই ধৰণে বাখ্যা কৰিব পাৰো-
07.28 ‘‘@alphaArray= ব্ৰেকেট খোলক ‘‘a দত দত ‘‘d ব্ৰেকেট বন্ধ কৰক চেমিকলন
07.37 অৰ্থাৎ ‘‘alphaArrayত এই সমূহ পদাৰ্থবোৰ থাকিব 'a', 'b', 'c' আৰু 'd'
07.44 একেধৰণে - ‘‘@numericArray =ব্ৰেকেট খোলক ১ দত দত ৫ ব্ৰেকেট বন্ধ কৰক চেমিকলন- ইয়াৰ সৈতে একেয়-‘‘@numericArray=ব্ৰেকেট খোলক ১ কমা ২ কমা ৩ কমা ৪ কমা ৫
08.03 পাৰ্লত আমি এৰেয় স্লাইচিং কৰিব পাৰো
08.06 ইয়াৰ অৰ্থ হৈছে - এটা এৰেয়ৰ এটুকুৰা অংশ উদ্ধৃত কৰি এটা নতুন এৰেয়ত সন্নিৱিষ্ট কৰা ।
08.13 ‘‘@array=১৯ কমা ২৩ কমা ৫৬ কমা ৪৫ কমা ৮৭ কমা ৮৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন
08.27 ‘‘@newArray=‘‘@array স্কৱেৰ ব্ৰেকেট খোলক ১ কমা ৪ স্কৱেৰ ব্ৰেকেট বন্ধ কৰক চেমিকলন
08.38 স্লাইচিং কৰাৰ পাছত নতুন এৰেয়টো দেখাত এনে হ'ব
08.42 ‘‘@newArray=ব্ৰেকেট খোলক ২৩ কমা ৮৭ ব্ৰেকেট বন্ধ কৰক চেমিকলন
08.51 পৰ্য্যালোচনা কৰো আহক ।
08.52 আমি এই টিউটৰিয়েলত শিকিলো
08.55 এটা এৰেয়ৰ ইন্দেক্স নিৰ্ণয় কৰা
08.57 এটা এৰেয়ৰ দীৰ্ঘ নিৰ্ণয় কৰা
08.59 এটা এৰেয়ৰ পদাৰ্থ সমূহক একচেস কৰা
09.01 এটা এৰেয় লোপ উভাৰ কৰা
09.03 চিকৱেনচিয়েল এৰেয়
09.05 চেম্পল প্ৰগ্ৰেমৰ সহায়ত এৰেয় স্লাইচিং কৰা
09.07 ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে-
09.10 ৰামধেণুৰ ৰঙৰ এটা এৰেয় দিকক্লিয়াৰ কৰা ।
09.13 এই এৰেয়ৰ চতুৰ্থ পদাৰ্থক প্ৰীন্ট কৰা
09.16 এই এৰেয়ৰ শেষ ইনদেক্স আৰু দীৰ্ঘক প্ৰীন্ট কৰা
09.19 for আৰু for each লোপ ব্যৱহাৰ কৰি এটা এৰেয়ৰ প্ৰতিটো পদাৰ্থক লোপ উভাৰ কৰা
09.25 এটা এৰেক বাখ্যা কৰা @myArray = ব্ৰেকেট খোলক ১..৯ ব্ৰেকেট বন্ধ কৰক চেমিকলন আৰু তাৰ পাছত ওপৰৰ এৰেয়ৰ পৰা এটা অড নম্বৰৰ এৰেয় উৎপন্ন কৰা, এৰেয় স্লাইচিং ব্যৱহাৰ কৰি ।
09.41 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
09.44 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09.48 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
09.53 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
09.58 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10.02 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
10.09 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
10.13 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
10.20 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত spoken hyphen tutorial dot org slash NMEICT hyphen Intro ইয়াত পোৱা যাব
10.31 আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব
10.35 এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
10.37 যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble