Difference between revisions of "KTurtle/C3/Special-Commands-in-KTurtle/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
{| border=1
+
 
 +
 
 +
{| border=1
 +
 
 
|| ''Time'''
 
|| ''Time'''
 +
 
|| '''Narration'''
 
|| '''Narration'''
  
|-  
+
|-
|| 00:01  
+
 
||নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷
+
|| 00:01
|-  
+
 
 +
||নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই টিউটৰিয়েলটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷
 +
 
 +
|-
 +
 
 
||00:08
 
||00:08
|| এই tutorial টোত আমি শিকিম
+
 
“learn” command আৰু
+
|| এই টিউটৰিয়েল টোত আমি শিকিম
“random” command
+
 
|-  
+
“learn” কম্মান্দ আৰু
 +
 
 +
“random” কম্মান্দ
 +
 
 +
|-
 +
 
 
||00:15
 
||00:15
|| এই tutorialটো record কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1 beta ৷
+
 
|-  
+
|| এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1 beta ৷
 +
 
 +
|-
 +
 
 
||00:28
 
||00:28
 +
 
|| আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷
 
|| আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷
|-  
+
 
 +
|-
 +
 
 
||00:33
 
||00:33
|| যদি নাই তেনেহ’লে প্রয়োজনীয় tutorial ৰ বাবে আমাৰ website  “ http://spoken-tutorial.org” লৈ যাওঁক ৷
+
 
|-  
+
|| যদি নাই তেনেহ’লে প্রয়োজনীয় টিউটৰিয়েল ৰ বাবে আমাৰ ৱেবচাইট “ http://spoken-tutorial.org” লৈ যাওঁক ৷
 +
 
 +
|-
 +
 
 
||00:39
 
||00:39
|| আহক, এটা নতুন KTurtle Application খোলো ৷
+
 
|-  
+
|| আহক, এটা নতুন KTurtle এপলিকেছন খোলো ৷
 +
 
 +
|-
 +
 
 
||00:42
 
||00:42
|| “Dash home” ত click কৰক ৷
+
 
|-  
+
|| “Dash home” ত ক্লিক কৰক ৷
 +
 
 +
|-
 +
 
 
||00:44
 
||00:44
|| “Search bar” ত “KTurtle” বুলি type কৰক ৷
+
 
|-  
+
|| “Search bar” ত “KTurtle” বুলি টাইপ কৰক ৷
 +
 
 +
|-
 +
 
 
||00:47
 
||00:47
|| “KTurtle” ত click কৰক ৷
+
 
|-  
+
|| “KTurtle” ত ক্লিক কৰক ৷
 +
 
 +
|-
 +
 
 
||00:50
 
||00:50
|| আহক, প্রথমতে “learn” command চাঁও ৷
+
 
|-  
+
|| আহক, প্রথমতে “learn” কম্মান্দ চাঁও ৷
 +
 
 +
|-
 +
 
 
||00:53
 
||00:53
|| “learn” এটা বিশেষ command, যিহেতু ইয়াক আপুনি নিজৰ commandবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷
+
 
 +
|| “learn” এটা বিশেষ কম্মান্দ, যিহেতু ইয়াক আপুনি নিজৰ কম্মান্দবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷
 +
 
 
|-
 
|-
 +
 
|| 01:01
 
|| 01:01
||'learn' Command এ input ল’ব পাৰে আৰু output উভতাই দিব পাৰে ৷  
+
 
 +
||'learn' কম্মান্দ ইনপুট (input) ল’ব পাৰে আৰু আউটপুত উভতাই দিব পাৰে ৷
 +
 
 
|-
 
|-
 +
 
||01:05
 
||01:05
|| Command এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷
+
 
 +
|| কম্মান্দ এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷
 +
 
 
|-
 
|-
 +
 
||01:10
 
||01:10
||এটা স্পষ্ট নিৰীক্ষণৰ বাবে, programme text zoom কৰি চাওঁ আহক ৷
+
 
 +
||এটা স্পষ্ট নিৰীক্ষণৰ বাবে, প্ৰোগ্ৰাম টেক্সট জোম কৰি চাওঁ আহক ৷
 +
 
 
|-
 
|-
 +
 
||01:14
 
||01:14
|| বৰ্গ এটা আকিঁবলৈ, editor code এটা type কৰো আহক ৷
+
 
 +
|| বৰ্গ এটা আকিঁবলৈ, এডিটৰ কোডএটা টাইপ কৰো আহক ৷
 +
 
 
|-
 
|-
 +
 
|| 01:19
 
|| 01:19
||  লিখক “repeat 4”  curly bracket ৰ ভিতৰত লিখক
 
  
{  
+
|| লিখক “repeat 4” কাৰ্লী ব্ৰেকেট ৰ ভিতৰত লিখক
'''forward 10'''  
+
 
 +
{
 +
 
 +
'''forward 10'''
  
'''turnleft 90'''  
+
'''turnleft 90'''
  
 
}
 
}
  
 
|-
 
|-
 +
 
|| 01:31
 
|| 01:31
 +
 
|| ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷
 
|| ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷
 +
 
|-
 
|-
 +
 
|| 01:37
 
|| 01:37
||আহক এতিয়া “learn” command ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা command ৰ বিষয়ে অধ্যয়ন কৰো ৷
+
 
 +
||আহক এতিয়া “learn” কম্মান্দ ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা কম্মান্দ ৰ বিষয়ে অধ্যয়ন কৰো ৷
 +
 
 
|-
 
|-
 +
 
|| 01:45
 
|| 01:45
|| বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা commandবোৰক আমি “square” নাম দিম ৷
+
 
 +
|| বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা কম্মান্দবোৰক আমি “square” নাম দিম ৷
 +
 
 
|-
 
|-
 +
 
|| 01:50
 
|| 01:50
|| “learn” command ৰ পিছত শিকিব বিচৰা commandটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷
+
 
 +
|| “learn” কম্মান্দ ৰ পিছত শিকিব বিচৰা কম্মান্দটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷
 +
 
 
|-
 
|-
 +
 
|| 01:59
 
|| 01:59
|| আহক, তলত উল্লেখিত code সমূহ type কৰো ৷
+
 
 +
|| আহক, তলত উল্লেখিত কোডসমূহ টাইপ কৰো ৷
 +
 
 
|-
 
|-
 +
 
|| 02:02
 
|| 02:02
||'''learn''' space '''square''' space '''$x'''  
+
 
 +
||'''learn''' স্পেচ '''square''' স্পেচ'''$x'''
 +
 
 
|-
 
|-
 +
 
|| 02:10
 
|| 02:10
|| curly bracket বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷
+
 
 +
|| কাৰ্লী ব্ৰেকেট বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷
 +
 
 
|-
 
|-
 +
 
|| 02:13
 
|| 02:13
 +
 
|| “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷
 
|| “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷
 +
 
|-
 
|-
 +
 
|| 02:19
 
|| 02:19
||''' নতুনকৈ ব্যাখ্যা কৰা commandক “square” বোলা হয় ৷
+
 
 +
||''' নতুনকৈ ব্যাখ্যা কৰা কম্মান্দক “square” বোলা হয় ৷
 +
 
 
|-
 
|-
 +
 
|| 02:23
 
|| 02:23
||“square”এ এটা input যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷
+
 
 +
||“square”এ এটা ইনপুট যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷
 +
 
 
|-
 
|-
 +
 
|| 02:31
 
|| 02:31
|| টুকি লওঁক যে যেতিয়া আপুনি এই codeটো run কৰিব, “square”এ কোনো output উভতাই নিদিয়ে ৷
+
 
 +
|| টুকি লওঁক যে যেতিয়া আপুনি এই কোডটো run কৰিব, “square”এ কোনো আউটপুত উভতাই নিদিয়ে ৷
 +
 
 
|-
 
|-
 +
 
|| 02:37
 
|| 02:37
||Command “learn”টো অকল “learning” হয় ৷ আনটো command “square” পিছত ব্যৱহাৰ হ’ব ৷
+
 
 +
||কম্মান্দ “learn”টো অকল “learning” হয় ৷ আনটো কম্মান্দ “square” পিছত ব্যৱহাৰ হ’ব ৷
 +
 
 
|-
 
|-
 +
 
|| 02:43
 
|| 02:43
|| বাকী থকা codeত “square” commandটো সাধাৰণ code ৰ দৰেই ব্যৱহাৰ হ’ব ৷
+
 
 +
|| বাকী থকা কোডত “square” কম্মান্দটো সাধাৰণ কোডৰ দৰেই ব্যৱহাৰ হ’ব ৷
 +
 
 
|-
 
|-
 +
 
|| 02:51
 
|| 02:51
 +
 
||আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷
 
||আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷
 +
 
|-
 
|-
 +
 
|| 02:54
 
|| 02:54
||আহক type কৰো
+
 
'''go 200,200'''  
+
||আহক টাইপ কৰো
'''square 100'''  
+
 
 +
'''go 200,200'''
 +
 
 +
'''square 100'''
 +
 
 
|-
 
|-
 +
 
|| 03:04
 
|| 03:04
||Command “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷
+
 
 +
||কম্মান্দ “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷
 +
 
 
|-
 
|-
 +
 
|| 03:11
 
|| 03:11
|| এতিয়া codeটো run কৰো আহক ৷
+
 
 +
|| এতিয়া কোডটো ৰান কৰো আহক ৷
 +
 
 
|-
 
|-
 +
 
|| 03:13
 
|| 03:13
|| “Turtle” এ canvas ত বৰ্গ এটা অংকণ কৰিলে ৷
+
 
 +
|| “Turtle” এ কেনভাচত বৰ্গ এটা অংকণ কৰিলে ৷
 +
 
 
|-
 
|-
 +
 
|| 03:17
 
|| 03:17
 +
 
|| আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷
 
|| আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷
 +
 
|-
 
|-
 +
 
|| 03:22
 
|| 03:22
|| আহক আকৌ run কৰো ৷
+
 
 +
|| আহক আকৌ ৰান কৰো ৷
 +
 
 
|-
 
|-
 +
 
|| 03:23
 
|| 03:23
 +
 
|| “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷
 
|| “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷
 +
 
|-
 
|-
 +
 
|| 03:28
 
|| 03:28
|| অনুগ্রহ কৰি টুকি ল’ব যে এই commandটো কেৱল এই programmeটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷
+
 
 +
|| অনুগ্রহ কৰি টুকি ল’ব যে এই কম্মান্দটো কেৱল এই প্ৰোগ্ৰামটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷
 +
 
 
|-
 
|-
 +
 
|| 03:35
 
|| 03:35
|| মই editor পৰা current codeটো clear কৰি দিম ৷
+
 
 +
|| মই এডিটৰ পৰা current কোডটো clear কৰি দিম ৷
 +
 
 
|-
 
|-
 +
 
|| 03:38
 
|| 03:38
||Canvasখন চাফা কৰিবলৈ “clear” command type কৰি run কৰি দিয়ক ৷
+
 
 +
||কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ টাইপ কৰি ৰান কৰি দিয়ক ৷
 +
 
 
|-
 
|-
||03:44
+
 
|| ইয়াৰ পিছত আমি “random” command ৰ বিষয়ে শিকিম ৷
+
||03:44
 +
 
 +
|| ইয়াৰ পিছত আমি “random” কম্মান্দ ৰ বিষয়ে শিকিম ৷
 +
 
 
|-
 
|-
 +
 
|| 03:48
 
|| 03:48
||“random” command input লয় আৰু output উভতাই দিয়ে ৷
+
 
 +
||“random” কম্মান্দ ইনপুট লয় আৰু আউটপুত উভতাই দিয়ে ৷
 +
 
 
|-
 
|-
 +
 
|| 03:52
 
|| 03:52
||“ random” commandৰ syntax হ’ল “random X,Y”
+
 
 +
||“ random” কম্মান্দৰ চিনটেক্চ হ’ল “random X,Y”
 +
 
 
|-
 
|-
 +
 
|| 03:57
 
|| 03:57
|| য’ত X আৰু Y দুটা input হয় ৷                  
+
 
 +
|| য’ত X আৰু Y দুটা ইনপুট হয় ৷
 +
 
 
|-
 
|-
 +
 
|| 04:01
 
|| 04:01
|| Xএ আটাইতকৈ কম সংখ্যক output আৰু Yএ আটাইতকৈ বেছি সংখ্যক output ধাৰ্য্য কৰে ৷
+
 
 +
|| Xএ আটাইতকৈ কম সংখ্যক আউটপুত আৰু Yএ আটাইতকৈ বেছি সংখ্যক আউটপুত ধাৰ্য্য কৰে ৷
 +
 
 
|-
 
|-
 +
 
|| 04:07
 
|| 04:07
|| Output হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷
+
 
 +
|| আউটপুত হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷
 +
 
 
|-
 
|-
 +
 
||04:13
 
||04:13
|| আহক আমি “random” commandক application ত ব্যৱহাৰ কৰো ৷  
+
 
 +
|| আহক আমি “random” কম্মান্দক এপলিকেছন ত ব্যৱহাৰ কৰো ৷
 +
 
 
|-
 
|-
 +
 
|| 04:18
 
|| 04:18
||Text editor ত মোৰ আগৰে পৰাই এটা code আছে
+
 
 +
||টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা কোডআছে
 +
 
 
|-
 
|-
 +
 
|| 04:22
 
|| 04:22
|| মই এই codeটো ব্যাখ্যা কৰিম ৷
+
 
 +
|| মই এই কোডটো ব্যাখ্যা কৰিম ৷
 +
 
 
|-
 
|-
 +
 
|| 04:24
 
|| 04:24
||“reset” command  এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷
+
 
 +
||“reset” কম্মান্দ এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷
 +
 
 
|-
 
|-
 +
 
|| 04:29
 
|| 04:29
||ইয়াত, “random1,20” command এ যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X variable হিচাপে নিৰূপণ কৰে ৷
+
 
 +
||ইয়াত, “random1,20” কম্মান্দ এ যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X ভেৰিয়েবল হিচাপে নিৰূপণ কৰে ৷
 +
 
 
|-
 
|-
 +
 
|| 04:44
 
|| 04:44
||”repeat” command আৰু curly bracketবোৰৰ ভিতৰত থকা commandবোৰে এটা বৃত্ত অংকণ কৰে ৷
+
 
 +
||”repeat” কম্মান্দ আৰু কাৰ্লী ব্ৰেকেটবোৰৰ ভিতৰত থকা কম্মান্দবোৰে এটা বৃত্ত অংকণ কৰে ৷
 +
 
 
|-
 
|-
 +
 
|| 04:51
 
|| 04:51
||মই text editor ৰ পৰা codeটো copy কৰি “KTurtle”ৰ editorত paste কৰিম ৷
+
 
 +
||মই টেক্সট এডিটৰ ৰ পৰা কোডটো কপি কৰি “KTurtle”ৰ এডিটৰত পেচ্ট কৰিম ৷
 +
 
 
|-
 
|-
 +
 
|| 04:58
 
|| 04:58
||Tutorialটো pause কৰক আৰু আপোনাৰ “KTurtle” editor programmeটো type কৰক ৷
+
 
 +
||টিউটৰিয়েলটো পজ (pause) কৰক আৰু আপোনাৰ “KTurtle” এডিটৰ প্ৰোগ্ৰামটো টাইপ কৰক ৷
 +
 
 
|-
 
|-
 +
 
|| 05:03
 
|| 05:03
||Programmeটো type কৰাৰ পিছত tutorialটো পুনৰায় আৰম্ভ কৰক ৷
+
 
 +
||প্ৰোগ্ৰামটো টাইপ কৰাৰ পিছত টিউটৰিয়েলটো পুনৰায় আৰম্ভ কৰক ৷
 +
 
 
|-
 
|-
 +
 
|| 05:08
 
|| 05:08
|| যেতিয়া আমি এই codeটো চলাও,
+
 
 +
|| যেতিয়া আমি এই কোডটো চলাও,
 +
 
 
|-
 
|-
|| 05:10
+
 
||“Turtle”এ canvas ত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷
+
|| 05:10
 +
 
 +
||“Turtle”এ কেনভাচত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷
 +
 
 
|-
 
|-
 +
 
|| 05:16
 
|| 05:16
||আহক আমি এই codeটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷
+
 
 +
||আহক আমি এই কোডটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷
 +
 
 
|-
 
|-
 +
 
|| 05:20
 
|| 05:20
 +
 
|| আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷
 
|| আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷
 +
 
|-
 
|-
 +
 
|| 05:26
 
|| 05:26
||প্রত্যকবাৰেই যেতিয়া আপুনি এই code টো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত canvas ত অংকিত হ’ব ৷
+
 
 +
||প্রত্যকবাৰেই যেতিয়া আপুনি এই কোডটো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত কেনভাচত অংকিত হ’ব ৷
 +
 
 
|-
 
|-
 +
 
||05:33
 
||05:33
||আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা command কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷
+
 
 +
||আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা কম্মান্দ কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷
 +
 
 
|-
 
|-
 +
 
|| 05:39
 
|| 05:39
||মই এতিয়া current codeটোক editor ৰ পৰা clear কৰি দিম ৷ Canvas খন চাফা কৰিবলৈ “clear” command আৰু “Run” type কৰক ৷
+
 
 +
||মই এতিয়া কাৰেন্ট (current) কোডটোক এডিটৰ ৰ পৰা ক্লিয়াৰ (clear) কৰি দিম ৷ কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ আৰু “Run” টাইপ কৰক ৷
 +
 
 
|-
 
|-
 +
 
|| 05:48
 
|| 05:48
|| Text editor ত মোৰ আগৰে পৰাই এটা programme আছে ৷
+
 
 +
|| টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা প্ৰোগ্ৰাম আছে ৷
 +
 
 
|-
 
|-
 +
 
|| 05:52
 
|| 05:52
|| মই এতিয়া এই codeটো ব্যাখ্যা কৰিম ৷
+
 
 +
|| মই এতিয়া এই কোডটো ব্যাখ্যা কৰিম ৷
 +
 
 
|-
 
|-
 +
 
||05:55
 
||05:55
||“reset” command  এ “Turtle” ক ইয়াৰ default positionত set কৰে ৷
+
 
 +
||“reset” কম্মান্দ এ “Turtle” ক ইয়াৰ দিফল্ট পজিছনত (default position) চেট কৰে ৷
 +
 
 
|-
 
|-
|| 06:00  
+
 
||“canvassize 300,300”এ canvasখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixels ত set কৰে ৷
+
|| 06:00
 +
 
 +
||“canvassize 300,300”এ কেনভাচখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixels ত চেট কৰে ৷
 +
 
 
|-
 
|-
 +
 
|| 06:09
 
|| 06:09
||''$R, $G “ আৰু '''$B''' হ’ল তিনিটা variable য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷
+
 
 +
||''$R, $G “ আৰু '''$B''' হ’ল তিনিটা ভেৰিয়েবল য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷
 +
 
 
|-
 
|-
 +
 
|| 06:19
 
|| 06:19
|| command '''canvascolor $R,$G, আৰু $B''' ত,  
+
 
 +
|| কম্মান্দ '''canvascolor $R,$G, আৰু $B''' ত,
 +
 
 
|-
 
|-
 +
 
|| 06:23
 
|| 06:23
|| ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B variable ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷
+
 
 +
|| ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B ভেৰিয়েবল ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷
 +
 
 
|-
 
|-
 +
 
|| 06:34
 
|| 06:34
||এই commandটো কাৰ্য্যকৰী কৰোতে canvas ক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷
+
 
 +
||এই কম্মান্দটো কাৰ্য্যকৰী কৰোতে কেনভাচক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷
 +
 
 
|-
 
|-
 +
 
|| 06:41
 
|| 06:41
|| '''$red, $blue, $green''' বোৰ হ’ল আন এক ধৰণৰ variable ৰ চেট,
+
 
 +
|| '''$red, $blue, $green''' বোৰ হ’ল আন এক ধৰণৰ ভেৰিয়েবল ৰ চেট,
 +
 
 
|-
 
|-
 +
 
|| 06:45
 
|| 06:45
 +
 
||য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷
 
||য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷
 +
 
|-
 
|-
 +
 
|| 06:53
 
|| 06:53
||ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য '''pencolor $red, $blue আৰু $green''' ক  
+
 
 +
||ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য '''pencolor $red, $blue আৰু $green''' ক
 +
 
 
|-
 
|-
 +
 
|| 07:02
 
|| 07:02
|| Variable '''$red''', '''$green''' আৰু'''$blue''' ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷
+
 
 +
|| ভেৰিয়েবল '''$red''', '''$green''' আৰু'''$blue''' ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷
 +
 
 
|-
 
|-
 +
 
|| 07:10
 
|| 07:10
||যেতিয়া commandটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং চেট কৰা হয় ৷
+
 
 +
||যেতিয়া কম্মান্দটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং চেট কৰা হয় ৷
 +
 
 
|-
 
|-
 +
 
|| 07:18
 
|| 07:18
 +
 
|| '''penwidth 2'''এ কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷
 
|| '''penwidth 2'''এ কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷
 +
 
|-
 
|-
 +
 
||07:25
 
||07:25
|| পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই code টো enter কৰিলো ৷
+
 
 +
|| পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই কোডটো এন্টাৰ কৰিলো ৷
 +
 
 
|-
 
|-
 +
 
|| 07:30
 
|| 07:30
 +
 
||ইয়াত '''$x'''এ বৃত্তটোৰ পৰিমানক সূচাব ৷
 
||ইয়াত '''$x'''এ বৃত্তটোৰ পৰিমানক সূচাব ৷
 +
 
|-
 
|-
 +
 
|| 07:35
 
|| 07:35
||'''repeat''' command  আৰু তাৰ পিছত curly bracket ৰ ভিতৰত অহা code টোৱে এটা বৃত্ত অংকণ কৰে ৷
+
 
|-    
+
||'''repeat''' কম্মান্দ আৰু তাৰ পিছত কাৰ্লী ব্ৰেকেট ৰ ভিতৰত অহা কোডটোৱে এটা বৃত্ত অংকণ কৰে ৷
 +
 
 +
|-
 +
 
 
|| 07:43
 
|| 07:43
|| পৰবৰ্তী command set, অৰ্থাৎ “go” command আৰু তাৰ পিছত অহা “circle” command এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷
+
 
 +
|| পৰবৰ্তী কম্মান্দ চেট, অৰ্থাৎ “go” কম্মান্দ আৰু তাৰ পিছত অহা “circle” কম্মান্দ এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷
 +
 
 
|-
 
|-
 +
 
|| 07:54
 
|| 07:54
|| উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত  
+
 
 +
|| উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত
 +
 
 
|-
 
|-
 +
 
|| 08:01
 
|| 08:01
||”go” command ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷
+
 
 +
||”go” কম্মান্দ ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷
 +
 
 
|-
 
|-
 +
 
|| 08:09
 
|| 08:09
||প্রত্যেকটো বৃত্তৰ বাবেই, মই canvasত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷
+
 
 +
||প্রত্যেকটো বৃত্তৰ বাবেই, মই কেনভাচত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷
 +
 
 
|-
 
|-
 +
 
|| 08:16
 
|| 08:16
||Text editor ৰ পৰা codeটো মই copy কৰিম আৰু KTurtle ৰ editor paste কৰিম ৷
+
 
 +
||টেক্সট এডিটৰ ৰ পৰা কোডটো মই কপি কৰিম আৰু KTurtle ৰ এডিটৰ পে্সট কৰিম ৷
 +
 
 
|-
 
|-
 +
 
|| 08:23
 
|| 08:23
||ইয়াত tutorialটো pause কৰক আৰু KTurtle ৰ editor programme টো type কৰক ৷
+
 
 +
||ইয়াত টিউটৰিয়েলটো পজ (pause) কৰক আৰু KTurtle ৰ এডিটৰ প্ৰোগ্ৰাম টো টাইপ কৰক ৷
 +
 
 
|-
 
|-
 +
 
|| 08:29
 
|| 08:29
|| Programme টো type কৰাৰ পিছত tutorial টো আকৌ চলাওক ৷
+
 
 +
|| প্ৰোগ্ৰাম টো টাইপ কৰাৰ পিছত টিউটৰিয়েল টো আকৌ চলাওক ৷
 +
 
 
|-
 
|-
 +
 
|| 08:33
 
|| 08:33
||মই এই codeটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷
+
 
 +
||মই এই কোডটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷
 +
 
 
|-
 
|-
 +
 
|| 08:37
 
|| 08:37
|| আপুনি এই codeটো “run” option ত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷
+
 
 +
|| আপুনি এই কোডটো “run” অপছনত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷
 +
 
 
|-
 
|-
 +
 
|| 08:43
 
|| 08:43
|| মই এই code টো কেইবাৰমান run কৰিম ৷
+
 
 +
|| মই এই কোডটো কেইবাৰমান ৰান কৰিম ৷
 +
 
 
|-
 
|-
 +
 
|| 08:46
 
|| 08:46
||আপুনি যিকোনোধৰণে set কৰা কলমৰ ৰংৰ মূল্য আৰু canvas ৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷
+
 
 +
||আপুনি যিকোনোধৰণে চেট কৰা কলমৰ ৰংৰ মূল্য আৰু কেনভাচৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷
 +
 
 
|-
 
|-
 +
 
|| 08:54
 
|| 08:54
|| প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু canvas ৰ ৰংৰ সালসলনি মন কৰিব ৷
+
 
 +
|| প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু কেনভাচৰ ৰংৰ সালসলনি মন কৰিব ৷
 +
 
 
|-
 
|-
 +
 
|| 09:01
 
|| 09:01
||আপুনি এই code টো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনোধৰণে set কৰা কলম আৰু canvas ৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷
+
 
 +
||আপুনি এই কোডটো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনোধৰণে চেট কৰা কলম আৰু কেনভাচৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷
 +
 
 
|-
 
|-
 +
 
||09:15
 
||09:15
||ইয়াৰ লগতে আমি এই tutorialটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷
+
 
 +
||ইয়াৰ লগতে আমি এই টিউটৰিয়েলটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷
 +
 
 
|-
 
|-
 +
 
|| 09:20
 
|| 09:20
 +
 
||আহক সংক্ষিপ্ত ভাবে চাঁও
 
||আহক সংক্ষিপ্ত ভাবে চাঁও
 +
 
|-
 
|-
 +
 
||09:22
 
||09:22
||এই tutorialটোত আমি শিকিলো
+
 
* “learn” command  আৰু  
+
||এই টিউটৰিয়েলটোত আমি শিকিলো
* “random” command.
+
 
 +
* “learn” কম্মান্দ আৰু
 +
 
 +
* “random” কম্মান্দ.
 +
 
 
|-
 
|-
 +
 
||09:30
 
||09:30
 +
 
||এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব,
 
||এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব,
 +
 
|-
 
|-
 +
 
|| 09:32
 
|| 09:32
||'''learn''' command ব্যৱহাৰ কৰি   আপোনাৰ canvas ৰ চাৰিওটা কোণতেই অংকণ কৰক :
+
 
* pentagon  
+
||'''learn''' কম্মান্দ ব্যৱহাৰ কৰি আপোনাৰ কেনভাচৰ চাৰিওটা কোণতেই অংকণ কৰক :
 +
 
 +
* pentagon
 +
 
 
* square
 
* square
 +
 
* rectangle
 
* rectangle
* hexagon   আৰু  
+
 
 +
* hexagon আৰু
 +
 
 
|-
 
|-
 +
 
|| 09:45
 
|| 09:45
|| Canvas খনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷
+
 
 +
|| কেনভাচখনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷
 +
 
 
|-
 
|-
 +
 
|| 09:49
 
|| 09:49
|| “random” command ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু  
+
 
 +
|| “random” কম্মান্দ ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু
 +
 
 
|-
 
|-
 +
 
|| 09:55
 
|| 09:55
|| আপোনাৰ জ্যামিতিক আকাৰ আৰু canvas customize কৰক ৷
+
 
 +
|| আপোনাৰ জ্যামিতিক আকাৰ আৰু কেনভাচ কাচটমাইজ (customize) কৰক ৷
 +
 
 
|-
 
|-
|| 10:00  
+
 
||URL '''http://spoken-tutorial.org/What is a Spoken Tutorial''' ত উপলব্ধ video চাঁওক ৷
+
|| 10:00
 +
 
 +
||URL '''http://spoken-tutorial.org/What is a Spoken Tutorial''' ত উপলব্ধ ভিদিও চাঁওক ৷
 +
 
 
|-
 
|-
 +
 
|| 10:04
 
|| 10:04
|| ই Spoken Tutorial project ৰ সাৰাংশ বুজাই ৷
+
 
 +
|| ই স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ বুজাই ৷
 +
 
 
|-
 
|-
 +
 
|| 10:08
 
|| 10:08
||যদিহে আপোনাৰ ভাল bandwidth নাই, তেন্তে আপুনি ইয়াক download কৰিও চাব পাৰে ৷
+
 
 +
||যদিহে আপোনাৰ ভাল বেন্দৱিথ নাই, তেন্তে আপুনি ইয়াক ডাওনলোদ কৰিও চাব পাৰে ৷
 +
 
 
|-
 
|-
 +
 
|| 10:13
 
|| 10:13
||Spoken Tutorial Project Team এ
+
 
 +
||স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে
 +
 
 
|-
 
|-
 +
 
|| 10:15
 
|| 10:15
|| spoken tutorial বোৰ ব্যৱহাৰ কৰি কিছুমান workshop পাতে ৷
+
 
 +
|| স্পকেন টিউটৰিয়েল বোৰ ব্যৱহাৰ কৰি কিছুমান ৱৰ্কছপ পাতে ৷
 +
 
 
|-
 
|-
 +
 
|| 10:19
 
|| 10:19
||যিসকল লোক online test উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷
+
 
 +
||যিসকল লোক অনলাইন টেচ্ট  উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷
 +
 
 
|-
 
|-
 +
 
|| 10:22
 
|| 10:22
||অধিক জানিবলৈ, অনুগ্রহ কৰি   '''contact@spoken-tutorial.org''' লৈ লিখক ৷
+
 
 +
||অধিক জানিবলৈ, অনুগ্রহ কৰি '''contact@spoken-tutorial.org''' লৈ লিখক ৷
 +
 
 
|-
 
|-
 +
 
|| 10:29
 
|| 10:29
||”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷
+
 
 +
||”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷
 +
 
 
|-
 
|-
 +
 
|| 10:33
 
|| 10:33
 +
 
|| National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷
 
|| National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷
 +
 
|-
 
|-
 +
 
|| 10:40
 
|| 10:40
|| '''http://spoken-tutorial.org/NMEICT-Intro ]''' এই link টোত এই Mission ৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷
+
 
 +
|| '''http://spoken-tutorial.org/NMEICT-Intro ]''' এই লিংকটোত এই মিছনৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷
 +
 
 
|-
 
|-
 +
 
|| 10:46
 
|| 10:46
 +
 
||এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে
 
||এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে
 +
 
|-
 
|-
 +
 
|| 10:50
 
|| 10:50
 +
 
|| . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ
 
|| . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Revision as of 20:03, 13 July 2014


Time' Narration
00:01 নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই টিউটৰিয়েলটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷
00:08 এই টিউটৰিয়েল টোত আমি শিকিম

“learn” কম্মান্দ আৰু

“random” কম্মান্দ ৷

00:15 এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1 beta ৷
00:28 আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷
00:33 যদি নাই তেনেহ’লে প্রয়োজনীয় টিউটৰিয়েল ৰ বাবে আমাৰ ৱেবচাইট “ http://spoken-tutorial.org” লৈ যাওঁক ৷
00:39 আহক, এটা নতুন KTurtle এপলিকেছন খোলো ৷
00:42 “Dash home” ত ক্লিক কৰক ৷
00:44 “Search bar” ত “KTurtle” বুলি টাইপ কৰক ৷
00:47 “KTurtle” ত ক্লিক কৰক ৷
00:50 আহক, প্রথমতে “learn” কম্মান্দ চাঁও ৷
00:53 “learn” এটা বিশেষ কম্মান্দ, যিহেতু ইয়াক আপুনি নিজৰ কম্মান্দবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷
01:01 'learn' কম্মান্দ এ ইনপুট (input) ল’ব পাৰে আৰু আউটপুত উভতাই দিব পাৰে ৷
01:05 কম্মান্দ এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷
01:10 এটা স্পষ্ট নিৰীক্ষণৰ বাবে, প্ৰোগ্ৰাম টেক্সট ক জোম কৰি চাওঁ আহক ৷
01:14 বৰ্গ এটা আকিঁবলৈ, এডিটৰ ত কোডএটা টাইপ কৰো আহক ৷
01:19 লিখক “repeat 4” কাৰ্লী ব্ৰেকেট ৰ ভিতৰত লিখক

{

forward 10

turnleft 90

}

01:31 ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷
01:37 আহক এতিয়া “learn” কম্মান্দ ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা কম্মান্দ ৰ বিষয়ে অধ্যয়ন কৰো ৷
01:45 বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা কম্মান্দবোৰক আমি “square” নাম দিম ৷
01:50 “learn” কম্মান্দ ৰ পিছত শিকিব বিচৰা কম্মান্দটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷
01:59 আহক, তলত উল্লেখিত কোডসমূহ টাইপ কৰো ৷
02:02 learn স্পেচ square স্পেচ$x
02:10 কাৰ্লী ব্ৰেকেট বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷
02:13 “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷
02:19 নতুনকৈ ব্যাখ্যা কৰা কম্মান্দক “square” বোলা হয় ৷
02:23 “square”এ এটা ইনপুট যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷
02:31 টুকি লওঁক যে যেতিয়া আপুনি এই কোডটো run কৰিব, “square”এ কোনো আউটপুত উভতাই নিদিয়ে ৷
02:37 কম্মান্দ “learn”টো অকল “learning” হয় ৷ আনটো কম্মান্দ “square” পিছত ব্যৱহাৰ হ’ব ৷
02:43 বাকী থকা কোডত “square” কম্মান্দটো সাধাৰণ কোডৰ দৰেই ব্যৱহাৰ হ’ব ৷
02:51 আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷
02:54 আহক টাইপ কৰো

go 200,200

square 100

03:04 কম্মান্দ “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷
03:11 এতিয়া কোডটো ৰান কৰো আহক ৷
03:13 “Turtle” এ কেনভাচত বৰ্গ এটা অংকণ কৰিলে ৷
03:17 আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷
03:22 আহক আকৌ ৰান কৰো ৷
03:23 “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷
03:28 অনুগ্রহ কৰি টুকি ল’ব যে এই কম্মান্দটো কেৱল এই প্ৰোগ্ৰামটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷
03:35 মই এডিটৰ পৰা current কোডটো clear কৰি দিম ৷
03:38 কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ টাইপ কৰি ৰান কৰি দিয়ক ৷
03:44 ইয়াৰ পিছত আমি “random” কম্মান্দ ৰ বিষয়ে শিকিম ৷
03:48 “random” কম্মান্দ এ ইনপুট লয় আৰু আউটপুত উভতাই দিয়ে ৷
03:52 “ random” কম্মান্দৰ চিনটেক্চ হ’ল “random X,Y”
03:57 য’ত X আৰু Y দুটা ইনপুট হয় ৷
04:01 Xএ আটাইতকৈ কম সংখ্যক আউটপুত আৰু Yএ আটাইতকৈ বেছি সংখ্যক আউটপুত ধাৰ্য্য কৰে ৷
04:07 আউটপুত হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷
04:13 আহক আমি “random” কম্মান্দক এপলিকেছন ত ব্যৱহাৰ কৰো ৷
04:18 টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা কোডআছে ৷
04:22 মই এই কোডটো ব্যাখ্যা কৰিম ৷
04:24 “reset” কম্মান্দ এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷
04:29 ইয়াত, “random1,20” কম্মান্দ এ যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X ভেৰিয়েবল হিচাপে নিৰূপণ কৰে ৷
04:44 ”repeat” কম্মান্দ আৰু কাৰ্লী ব্ৰেকেটবোৰৰ ভিতৰত থকা কম্মান্দবোৰে এটা বৃত্ত অংকণ কৰে ৷
04:51 মই টেক্সট এডিটৰ ৰ পৰা কোডটো কপি কৰি “KTurtle”ৰ এডিটৰত পেচ্ট কৰিম ৷
04:58 টিউটৰিয়েলটো পজ (pause) কৰক আৰু আপোনাৰ “KTurtle” এডিটৰ ত প্ৰোগ্ৰামটো টাইপ কৰক ৷
05:03 প্ৰোগ্ৰামটো টাইপ কৰাৰ পিছত টিউটৰিয়েলটো পুনৰায় আৰম্ভ কৰক ৷
05:08 যেতিয়া আমি এই কোডটো চলাও,
05:10 “Turtle”এ কেনভাচত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷
05:16 আহক আমি এই কোডটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷
05:20 আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷
05:26 প্রত্যকবাৰেই যেতিয়া আপুনি এই কোডটো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত কেনভাচত অংকিত হ’ব ৷
05:33 আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা কম্মান্দ কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷
05:39 মই এতিয়া কাৰেন্ট (current) কোডটোক এডিটৰ ৰ পৰা ক্লিয়াৰ (clear) কৰি দিম ৷ কেনভাচখন চাফা কৰিবলৈ “clear” কম্মান্দ আৰু “Run” টাইপ কৰক ৷
05:48 টেক্সট এডিটৰ ত মোৰ আগৰে পৰাই এটা প্ৰোগ্ৰাম আছে ৷
05:52 মই এতিয়া এই কোডটো ব্যাখ্যা কৰিম ৷
05:55 “reset” কম্মান্দ এ “Turtle” ক ইয়াৰ দিফল্ট পজিছনত (default position) চেট কৰে ৷
06:00 “canvassize 300,300”এ কেনভাচখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixels ত চেট কৰে ৷
06:09 $R, $G “ আৰু $B হ’ল তিনিটা ভেৰিয়েবল য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷
06:19 কম্মান্দ canvascolor $R,$G, আৰু $B ত,
06:23 ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B ভেৰিয়েবল ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷
06:34 এই কম্মান্দটো কাৰ্য্যকৰী কৰোতে কেনভাচক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷
06:41 $red, $blue, $green বোৰ হ’ল আন এক ধৰণৰ ভেৰিয়েবল ৰ চেট,
06:45 য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷
06:53 ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য pencolor $red, $blue আৰু $green
07:02 ভেৰিয়েবল $red, $green আৰু$blue ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷
07:10 যেতিয়া কম্মান্দটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং চেট কৰা হয় ৷
07:18 penwidth 2এ কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷
07:25 পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই কোডটো এন্টাৰ কৰিলো ৷
07:30 ইয়াত $xএ বৃত্তটোৰ পৰিমানক সূচাব ৷
07:35 repeat কম্মান্দ আৰু তাৰ পিছত কাৰ্লী ব্ৰেকেট ৰ ভিতৰত অহা কোডটোৱে এটা বৃত্ত অংকণ কৰে ৷
07:43 পৰবৰ্তী কম্মান্দ ৰ চেট, অৰ্থাৎ “go” কম্মান্দ আৰু তাৰ পিছত অহা “circle” কম্মান্দ এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷
07:54 উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত
08:01 ”go” কম্মান্দ ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷
08:09 প্রত্যেকটো বৃত্তৰ বাবেই, মই কেনভাচত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷
08:16 টেক্সট এডিটৰ ৰ পৰা কোডটো মই কপি কৰিম আৰু KTurtle ৰ এডিটৰ ত পে্সট কৰিম ৷
08:23 ইয়াত টিউটৰিয়েলটো পজ (pause) কৰক আৰু KTurtle ৰ এডিটৰ ত প্ৰোগ্ৰাম টো টাইপ কৰক ৷
08:29 প্ৰোগ্ৰাম টো টাইপ কৰাৰ পিছত টিউটৰিয়েল টো আকৌ চলাওক ৷
08:33 মই এই কোডটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷
08:37 আপুনি এই কোডটো “run” অপছনত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷
08:43 মই এই কোডটো কেইবাৰমান ৰান কৰিম ৷
08:46 আপুনি যিকোনোধৰণে চেট কৰা কলমৰ ৰংৰ মূল্য আৰু কেনভাচৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷
08:54 প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু কেনভাচৰ ৰংৰ সালসলনি মন কৰিব ৷
09:01 আপুনি এই কোডটো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনোধৰণে চেট কৰা কলম আৰু কেনভাচৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷
09:15 ইয়াৰ লগতে আমি এই টিউটৰিয়েলটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷
09:20 আহক সংক্ষিপ্ত ভাবে চাঁও
09:22 এই টিউটৰিয়েলটোত আমি শিকিলো
  • “learn” কম্মান্দ আৰু
  • “random” কম্মান্দ.
09:30 এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব,
09:32 learn কম্মান্দ ব্যৱহাৰ কৰি আপোনাৰ কেনভাচৰ চাৰিওটা কোণতেই অংকণ কৰক :
  • pentagon
  • square
  • rectangle
  • hexagon আৰু
09:45 কেনভাচখনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷
09:49 “random” কম্মান্দ ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু
09:55 আপোনাৰ জ্যামিতিক আকাৰ আৰু কেনভাচ কাচটমাইজ (customize) কৰক ৷
10:00 URL http://spoken-tutorial.org/What is a Spoken Tutorial ত উপলব্ধ ভিদিও চাঁওক ৷
10:04 ই স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ বুজাই ৷
10:08 যদিহে আপোনাৰ ভাল বেন্দৱিথ নাই, তেন্তে আপুনি ইয়াক ডাওনলোদ কৰিও চাব পাৰে ৷
10:13 স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে
10:15 স্পকেন টিউটৰিয়েল বোৰ ব্যৱহাৰ কৰি কিছুমান ৱৰ্কছপ পাতে ৷
10:19 যিসকল লোক অনলাইন টেচ্ট উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷
10:22 অধিক জানিবলৈ, অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক ৷
10:29 ”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷
10:33 National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷
10:40 http://spoken-tutorial.org/NMEICT-Intro ] এই লিংকটোত এই মিছনৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷
10:46 এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে
10:50 . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, Pratik kamble