Difference between revisions of "Ruby/C2/Control-Statements/Assamese"
From Script | Spoken-Tutorial
(Created page with ' {| border=1 || ''Time''' || '''Narration''' |- | 00.01 |''Ruby''ৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল ল…') |
|||
Line 1: | Line 1: | ||
− | |||
{| border=1 | {| border=1 | ||
Line 383: | Line 382: | ||
|- | |- | ||
| 05.50 | | 05.50 | ||
− | | | + | |ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত এক্সেকিউত কৰো আহক । |
− | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত এক্সেকিউত কৰো আহক । | + | |
|- | |- | ||
| 05.55 | | 05.55 | ||
− | | | + | | এই ক্ষেত্ৰত ই ‘‘else'' কন্দিচন পৰিপূৰ্ণ কৰে আৰু ‘else' ব্লকৰ ভিতৰত থকা ‘‘puts'' বাক্য শাৰী এক্সেকিউত কৰে । |
− | এই ক্ষেত্ৰত ই ‘‘else'' কন্দিচন পৰিপূৰ্ণ কৰে আৰু ‘else' ব্লকৰ ভিতৰত থকা ‘‘puts'' বাক্য শাৰী এক্সেকিউত কৰে । | + | |
|- | |- | ||
| 06.03 | | 06.03 | ||
− | | | + | |এতিয়া ‘‘Ruby''ত আপুনি নিজেই ‘‘if- elsif'' ষ্টেটমেন্ট লিখিব পাৰিব । |
− | এতিয়া ‘‘Ruby''ত আপুনি নিজেই ‘‘if- elsif'' ষ্টেটমেন্ট লিখিব পাৰিব । | + | |
|- | |- | ||
| 06.08 | | 06.08 | ||
− | | | + | |ইয়াৰ পাছত ‘‘case statement'' চাওঁ আহক । |
− | ইয়াৰ পাছত ‘‘case statement'' চাওঁ আহক । | + | |
|- | |- | ||
| 06.12 | | 06.12 | ||
− | | | + | | এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি ‘‘case statement'' হৈছে এটা ‘‘control flow statement'' । |
− | এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি ‘‘case statement'' হৈছে এটা ‘‘control flow statement'' । | + | |
|- | |- | ||
| 06.17 | | 06.17 | ||
− | | | + | |ওপৰৰ বাক্য শাৰী বুজিবলৈ ‘‘case statement''ৰ চিনটেক্স চাওঁ আহক । |
− | ওপৰৰ বাক্য শাৰী বুজিবলৈ ‘‘case statement''ৰ চিনটেক্স চাওঁ আহক । | + | |
|- | |- | ||
| 06.22 | | 06.22 | ||
− | | | + | |‘‘case'' ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে |
− | ‘‘case'' ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে | + | |
|- | |- | ||
| 06.24 | | 06.24 | ||
|''' case variable''' | |''' case variable''' | ||
− | |||
|- | |- | ||
| 06.26 | | 06.26 | ||
|''' when “value 1” ''' | |''' when “value 1” ''' | ||
− | |||
|- | |- | ||
| 06.28 | | 06.28 | ||
|'''ruby code ''' | |'''ruby code ''' | ||
− | |||
|- | |- | ||
| 06.29 | | 06.29 | ||
|''' when “value 2” ''' | |''' when “value 2” ''' | ||
− | |||
|- | |- | ||
| 06.30 | | 06.30 | ||
| '''ruby code ''' | | '''ruby code ''' | ||
− | |||
− | |||
|- | |- | ||
| 06.31 | | 06.31 | ||
| '''else''' | | '''else''' | ||
− | |||
|- | |- | ||
| 06.32 | | 06.32 | ||
| ''' ruby code ''' | | ''' ruby code ''' | ||
− | |||
|- | |- | ||
| 06.34 | | 06.34 | ||
|'''end''' | |'''end''' | ||
− | |||
− | |||
|- | |- | ||
| 06.35 | | 06.35 | ||
− | | | + | |এটা উদাহৰণ চাওঁ আহক । |
− | এটা উদাহৰণ চাওঁ আহক । | + | |
|- | |- | ||
| 06.37 | | 06.37 | ||
− | | | + | |‘‘Ruby'' টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক । |
− | ‘‘Ruby'' টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক । | + | |
|- | |- | ||
| 06.41 | | 06.41 | ||
− | | | + | |‘‘case hyphen statement dot rb'' বুলি নামাকৰণ কৰক । |
− | ‘‘case hyphen statement dot rb'' বুলি নামাকৰণ কৰক । | + | |
|- | |- | ||
| 06.44 | | 06.44 | ||
− | | | + | |‘‘case statement''ৰ এটা উদাহৰণ আছে । |
− | ‘‘case statement''ৰ এটা উদাহৰণ আছে । | + | |
|- | |- | ||
| 06.48 | | 06.48 | ||
− | | | + | |এই টিউটৰিয়েল পজ কৰি ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে । |
− | এই টিউটৰিয়েল পজ কৰি ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে । | + | |
|- | |- | ||
| 06.52 | | 06.52 | ||
− | | | + | |এই উদাহৰণত মই এটা ‘‘case statement'' বৰ্ণনা কৰিছো । |
− | এই উদাহৰণত মই এটা ‘‘case statement'' বৰ্ণনা কৰিছো । | + | |
|- | |- | ||
| 06.55 | | 06.55 | ||
− | | | + | |ইয়াত মোৰ এটা ‘‘print statement'' আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব । |
− | ইয়াত মোৰ এটা ‘‘print statement'' আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব । | + | |
|- | |- | ||
| 07.01 | | 07.01 | ||
− | | | + | |এতিয়া মই এটা ‘‘gets'' কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব । |
− | এতিয়া মই এটা ‘‘gets'' কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব । | + | |
|- | |- | ||
| 07.09 | | 07.09 | ||
− | | | + | |‘‘chomp'' ব্যৱহাৰ কৰি যিকোনো ‘‘new line character''ত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ কৰি দিলো । |
− | ‘‘chomp'' ব্যৱহাৰ কৰি যিকোনো ‘‘new line character''ত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ কৰি দিলো । | + | |
|- | |- | ||
| 07.15 | | 07.15 | ||
− | | | + | |‘‘domain''বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো । |
− | ‘‘domain''বোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো । | + | |
|- | |- | ||
| 07.18 | | 07.18 | ||
− | | | + | |এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম । |
− | এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম । | + | |
|- | |- | ||
| 07.22 | | 07.22 | ||
− | | | + | |তাৰ ভিতৰত মই এটা ‘‘when statement'' বৰ্ণনা কৰিম । |
− | তাৰ ভিতৰত মই এটা ‘‘when statement'' বৰ্ণনা কৰিম । | + | |
|- | |- | ||
| 07.25 | | 07.25 | ||
− | | | + | |ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ ‘‘domain''ৰ মানৰ লগত মিল আছে নে নাই । |
− | ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ ‘‘domain''ৰ মানৰ লগত মিল আছে নে নাই । | + | |
|- | |- | ||
| 07.30 | | 07.30 | ||
− | | | + | |প্ৰথমে ই চেক কৰিব যদি ‘‘domain''ৰ মান “UP” হয় । |
− | প্ৰথমে ই চেক কৰিব যদি ‘‘domain''ৰ মান “UP” হয় । | + | |
|- | |- | ||
| 07.34 | | 07.34 | ||
− | | | + | |যদি বিচৰা ধৰণে পায়, ই “Uttar Pradesh” বুলি প্ৰীন্ট কৰিব আৰু ‘‘case statement''ৰ পৰা বাহিৰ হ'ব । |
− | যদি বিচৰা ধৰণে পায়, ই “Uttar Pradesh” বুলি প্ৰীন্ট কৰিব আৰু ‘‘case statement''ৰ পৰা বাহিৰ হ'ব । | + | |
|- | |- | ||
| 07.39 | | 07.39 | ||
− | | | + | |যদি “domain'', “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domain''ৰ মান “MP” হয় নে নহয় । |
− | যদি “domain'', “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domain''ৰ মান “MP” হয় নে নহয় । | + | |
|- | |- | ||
| 07.44 | | 07.44 | ||
− | | | + | |যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব । |
− | যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব । | + | |
|- | |- | ||
| 07.48 | | 07.48 | ||
− | | | + | |যদি কোনো মিল নাপায়, ই ‘‘domain''ৰ মান নিৰীক্ষণ কৰি থাকিব । |
− | যদি কোনো মিল নাপায়, ই ‘‘domain''ৰ মান নিৰীক্ষণ কৰি থাকিব । | + | |
|- | |- | ||
| 07.53 | | 07.53 | ||
− | | | + | |এই খিনিতে ই ‘‘else statement'' এনকাউন্টাৰ কৰিব । |
− | এই খিনিতে ই ‘‘else statement'' এনকাউন্টাৰ কৰিব । | + | |
|- | |- | ||
| 07.56 | | 07.56 | ||
− | | | + | |যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল । |
− | যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল । | + | |
|- | |- | ||
| 07.59 | | 07.59 | ||
− | | | + | |ই, ‘‘else'''ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code'' খিনি এক্সিকিউত কৰিব । |
− | ই, ‘‘else'''ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code'' খিনি এক্সিকিউত কৰিব । | + | |
|- | |- | ||
| 08.03 | | 08.03 | ||
− | | | + | |আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । |
− | আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । | + | |
|- | |- | ||
| 08.07 | | 08.07 | ||
− | | | + | |ফাইল সংৰক্ষণ কৰক, টাৰমিনেল যাওক আৰু টাইপ কৰক । |
− | ফাইল সংৰক্ষণ কৰক, টাৰমিনেল যাওক আৰু টাইপ কৰক । | + | |
Line 577: | Line 536: | ||
|- | |- | ||
| 08.18 | | 08.18 | ||
− | | | + | |টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:” |
− | টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:” | + | |
|- | |- | ||
| 08.22 | | 08.22 | ||
− | | | + | |“UP” বুলি টাইপ কৰক আৰু আওতপুত চাওক । |
− | “UP” বুলি টাইপ কৰক আৰু আওতপুত চাওক । | + | |
|- | |- | ||
| 08.25 | | 08.25 | ||
− | | | + | |আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব । |
− | আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব । | + | |
|- | |- | ||
| 08.28 | | 08.28 | ||
− | | | + | |এতিয়া আগৰ দৰে ‘‘Ruby'' ফাইল খন আকৌ এক্সিকিউত কৰক । |
− | এতিয়া আগৰ দৰে ‘‘Ruby'' ফাইল খন আকৌ এক্সিকিউত কৰক । | + | |
|- | |- | ||
| 08.31 | | 08.31 | ||
− | | | + | |এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুত চাওক । |
− | এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুত চাওক । | + | |
|- | |- | ||
| 08.36 | | 08.36 | ||
− | | | + | |ই “Kerala” প্ৰীন্ট কৰিব । |
− | ই “Kerala” প্ৰীন্ট কৰিব । | + | |
|- | |- | ||
| 08.38 | | 08.38 | ||
− | | | + | |আকৌ এবাৰ ফাইল খন এক্সিকিউত কৰক । |
− | আকৌ এবাৰ ফাইল খন এক্সিকিউত কৰক । | + | |
|- | |- | ||
| 08.41 | | 08.41 | ||
− | | | + | |এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুত চাওক । |
− | এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুত চাওক । | + | |
|- | |- | ||
| 08.47 | | 08.47 | ||
− | | | + | |ই “Unknown” প্ৰীন্ট কৰিব । |
− | ই “Unknown” প্ৰীন্ট কৰিব । | + | |
|- | |- | ||
| 08.50 | | 08.50 | ||
− | | | + | |ইয়াৰ কাৰণ হৈছে, কোনো এটা ‘‘cases'',,,,,,, । সেইবাবে দিফ'ল্ত ‘‘else statement'' এক্সিকিউত হয় । |
− | ইয়াৰ কাৰণ হৈছে, কোনো এটা ‘‘cases'',,,,,,, । সেইবাবে দিফ'ল্ত ‘‘else statement'' এক্সিকিউত হয় । | + | |
|- | |- | ||
| 08.58 | | 08.58 | ||
− | | | + | |‘‘Ruby ''ত নিজৰ ‘‘case-statements'' বোৰ লিখিব পাৰিব লাগে । |
− | ‘‘Ruby ''ত নিজৰ ‘‘case-statements'' বোৰ লিখিব পাৰিব লাগে । | + | |
|- | |- | ||
| 09.03 | | 09.03 | ||
− | | | + | |এইখিনিতে আমি এই স্পকেন টিউটৰিয়েল ৰ শেষ ভাগত উপনীত হৈছো । |
− | এইখিনিতে আমি এই স্পকেন টিউটৰিয়েল ৰ শেষ ভাগত উপনীত হৈছো । | + | |
|- | |- | ||
| 09.07 | | 09.07 | ||
− | | | + | |সাৰাংশ বৰ্ণনা কৰো আহক । |
− | সাৰাংশ বৰ্ণনা কৰো আহক । | + | |
|- | |- | ||
| 09.08 | | 09.08 | ||
− | | | + | |এই টিওটৰিয়েলত আমি শিকিলো- |
− | এই টিওটৰিয়েলত আমি শিকিলো- | + | |
|- | |- | ||
Line 659: | Line 604: | ||
|- | |- | ||
| 09.13 | | 09.13 | ||
− | | | + | |‘‘if-elsif'' আৰু |
− | ‘‘if-elsif'' আৰু | + | |
|- | |- | ||
Line 668: | Line 612: | ||
|- | |- | ||
| 09.17 | | 09.17 | ||
− | | | + | | এটা কাৰ্য্য হিচাপে : |
− | + | ||
|- | |- | ||
| 09.18 | | 09.18 | ||
− | | | + | |এটা ‘‘Ruby'' প্ৰগ্ৰেম লিখক : |
− | এটা ‘‘Ruby'' প্ৰগ্ৰেম লিখক : | + | |
|- | |- | ||
| 09.20 | | 09.20 | ||
− | | | + | |যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব |
− | যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব | + | |
|- | |- | ||
| 09.23 | | 09.23 | ||
− | | | + | |তাৰ পাছত সথিক ‘‘control-statement ব্যৱহাৰ |
− | তাৰ পাছত সথিক ‘‘control-statement ব্যৱহাৰ | + | |
|- | |- | ||
| 09.26 | | 09.26 | ||
− | | | + | |নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় । |
− | নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় । | + | |
|- | |- | ||
|09.29 | |09.29 | ||
− | | | + | |যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2” |
− | যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2” | + | |
|- | |- | ||
| 09.35 | | 09.35 | ||
− | | | + | |যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি |
− | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি | + | |
|- | |- | ||
| 09.38 | | 09.38 | ||
− | | | + | |যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” |
− | যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” | + | |
|- | |- | ||
| 09.43 | | 09.43 | ||
− | | | + | |যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি |
− | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি | + | |
|- | |- | ||
| 09.47 | | 09.47 | ||
− | | | + | |যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” |
− | যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” | + | |
|- | |- | ||
| 09.51 | | 09.51 | ||
− | | | + | |যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4” |
− | যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4” | + | |
|- | |- | ||
| 09.56 | | 09.56 | ||
− | | | + | | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
− | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । | + | |
|- | |- | ||
| 10.00 | | 10.00 | ||
− | | | + | |Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে । |
− | Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে । | + | |
|- | |- | ||
| 10.03 | | 10.03 | ||
− | | | + | |যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
− | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । | + | |
|- | |- | ||
| 10.07 | | 10.07 | ||
− | | | + | | Spoken Tutorial Project ৰ দলটিয়ে |
− | Spoken Tutorial Project ৰ দলটিয়ে | + | |
|- | |- | ||
| 10.09 | | 10.09 | ||
− | | | + | |‘‘spoken tutorials''ৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
− | ‘‘spoken tutorials''ৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | + | |
|- | |- | ||
|10.13 | |10.13 | ||
− | | | + | |এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
− | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | + | |
|- | |- | ||
| 10.16 | | 10.16 | ||
− | | | + | |অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব । |
− | অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব । | + | |
|- | |- | ||
| 10.21 | | 10.21 | ||
− | | | + | | ‘‘Spoken Tutorial ''' Project ‘‘‘Talk to a Teacher''' projectৰ এটা অংগ । |
− | ‘‘Spoken Tutorial ''' Project ‘‘‘Talk to a Teacher''' projectৰ এটা অংগ । | + | |
|- | |- | ||
| 10.26 | | 10.26 | ||
− | | | + | |ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
− | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । | + | |
|- | |- | ||
| 10.32 | | 10.32 | ||
− | | | + | |এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
− | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro | + | |
|- | |- | ||
| 10.41 | | 10.41 | ||
− | | | + | |এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
− | মই | + | |
|} | |} |
Revision as of 14:32, 10 July 2014
Time' | Narration |
00.01 | Rubyৰ কনট্ৰল ষ্টেটমেন্টৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
|
00.06 | এই টিউটৰিয়েলত আমি শিকিম |
00.08 | if statement |
00.09 | else if statement |
00.11 | else |
00.12 | case statements |
00.14 | ইয়াত আমি ব্যৱহাৰ কৰিছো |
00.15 | ‘‘উবুন্টু লিনাক্স 12.04 |
00.18 | Ruby 1.9.3 |
00.21 | এই টিউটৰিয়েল অনুকৰণ কৰিবলৈ আপোনাৰ “Internet” সংযোগ থাকিব লাগিব ।
|
00.24 | “Linux commands”, ”Terminal” আৰু “Text-editor” ৰ বিষয় আপুনাৰ জ্ঞান থকাতু দৰকাৰ ৷ |
00.30 | অন্যথা প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰিব ৷
|
00.34 | আমি আৰম্ভ কৰা আগেয়ে আগতে তৈয়াৰ কৰি থোৱা “ttt” নিৰ্দেশিকা বিষয়ে ৰোমন্থন কৰক । |
00.38 | এতিয়া আামি সেই নিৰ্দেশিকালৈ যাওঁ আহক । |
00.41 | তাৰ পাছত “ruby hyphen tutorial control hyphen statements”
|
00.47 | যিহেটো আমি এটিয়া সেই ফ`ল্ডাৰত আছো, আহক আমি আগ বাঢ়ো । |
00.52 | “Ruby”ত “if statement”ৰ পদান্বয় (বা চিন্টেক্স) এই দৰে হয় -
|
00.56 | if “condition” |
00.58 | ruby code |
00.59 | end |
01.01 | উদাহৰণ এটা চাওঁ আহক । |
01.03 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
01.08 | নাম ৰাখক if hyphen statement dot rb |
01.12 | মোৰ লগত if statementৰ উদাহৰণ এটা আছে ।
|
01.15 | আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে । |
01.19 | মই এই উদাহৰণত “if statement” এটা ঘোষণা কৰিছো । |
01.23 | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক 2345 মান দিম। |
01.31 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
01.34 | “if” ষ্টেটমেণ্ট ৰ ভিতৰত ঘোষণা কৰা “puts” মেথডে আওতপুত ডিচপ্লে কৰিব । |
01.39 | “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
01.43 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ specified “string” প্ৰীন্ট কৰাব । |
01.47 | টাৰমিনেল যাওক আৰু টাইপ কৰক |
01.51 | ruby space if hyphen statement dot rb
|
01.57 | আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is greater than 0” |
02.02 | এই আওতপুতে প্ৰমাণ কৰে যে “if” condition returned true অৰ্থাৎ চৰ্ত্তটো ধুৰু্প হল । |
02.07 | এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if statement” লিখিব পাৰিব লাগে । |
02.12 | এতিয়া if-else statement চাওঁ আহক । |
02.16 | “else”ৰ পদান্বয়(চিন্টেক্স) এই দৰে হয় -
|
02.18 | if “condition” |
02.19 | ruby code |
02.20 | else |
02.21 | ruby code |
02.22 | end |
02.24 | উদাহৰণ এটা চাওঁ আহক । |
02.26 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
02.30 | নাম ৰাখক if hyphen else hyphen statement dot rb |
02.37 | মোৰ লগত if-else statementৰ উদাহৰণ এটা আছে । |
02.40 | আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে । |
02.44 | মই এই উদাহৰণত “if-else statement” এটা ঘোষণা কৰিছো ।
|
02.48 | প্ৰথমে মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -১ মান দিম। |
02.55 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো ।
|
02.58 | “if ষ্টেটমেণ্টে” “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
03.03 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ specified “string” প্ৰীন্ট কৰাব । |
03.06 | অন্যথা ই “else” ষ্টেটমেণ্টলৈ সঞ্চলিত হব । |
03.10 | আৰু ই আমাৰ specified “string” প্ৰীন্ট কৰাব । |
03.13 | টাৰমিনেল যাওক আৰু টাইপ কৰক |
03.18 | ruby space if hyphen else hyphen statement dot rb
|
03.26 | আৰু আওতপুত চাওঁক । |
03.27 | আমি টাৰমিনেলত এই দৰে আওতপুত দেখা পাম ““The value of my_num is less than 0” |
03.32 | এই আওতপুতে প্ৰমাণ কৰে যে “else statement” সম্পাদন হল । |
03.35 | এতিয়া আপোনি “Ruby”ত আপোনাৰ নিজৰ “if-else statement” লিখিব পাৰিব লাগে । |
03.41 | এতিয়া if-else if statement চাওঁ আহক । |
03.45 | “else if”ৰ পদান্বয়(চিন্টেক্স) এই দৰে হয় - |
03.48 | if “condition” ruby code |
03.50 | elsif “condition” ruby code |
03.52 | else ruby code |
03.54 | end |
03.55 | উদাহৰণ এটা চাওঁ আহক । |
03.58 | “Ruby”ৰ প্ৰাথমিক পৰ্যায়ৰ টিওটৰিয়েলত দেখুৱা দৰে “gedit”ত নতুন ফাইল এটা উত্পন্ন কৰক । |
04.01 | নাম ৰাখক if hyphen elseif hyphen statement dot rb |
04.07 | মোৰ লগত if-elseif-statementৰ উদাহৰণ এটা আছে । |
04.10 | আপোনি টিওটৰিয়েল পজ কৰি লগতে ক’ড টাইপ কৰি যাব পাৰে । |
04.14 | মই এই উদাহৰণত “if-elseif statement” এটা ঘোষণা কৰিছো । |
04.19 | ইয়াটো মই “my_num” নামৰ স্থানীয় চলক বা ল’কেল ভেৰিয়েবল এটা ঘোষণা কৰি ইয়াক -১ মান দিছো। |
04.25 | তাৰ পাছত “if” ষ্টেটমেণ্ট এটা ঘোষণা কৰিছো । |
04.28 | “if” ষ্টেটমেণ্টে “my_num”ৰ মান শূন্যতকৈ(০) ডাঙৰ হয় নে নহয় অনুসন্ধান কৰিব । |
04.32 | যদি ডাঙৰ হয় তেতিয়া ই আমাৰ specified “string” প্ৰীন্ট কৰাব । |
04.35 | অন্যথা ই “elseif”ৰ অনুবিভাগলৈ সঞ্চলিত হব । |
04.39 | এটিয়া ই “my_num”ৰ মান -১’ৰ সমান হয় নে নহয় অনুসন্ধান কৰিব । |
04.43 | যদি ধুৰু্প হয় তেতিয়া ই আমাৰ specified “string” প্ৰীন্ট কৰাব । |
04.46 | যদি “my_num” শূন্যতকৈ(০) ডাঙৰ আৰু ১’ৰ সমান নহয় তেতিয়া ই “else”ৰ ভিতৰলৈ যাব। |
04.54 | কিন্তু যিহেটো “my_num=-1”, গতিকে ই “else” ব্লকলৈ আগুৱাই নাযায় । |
05.00 | আৰু ই conditional statementৰ পৰা প্ৰস্থান কৰিব । |
05.03 | এতিয়া টাৰমিনেল যাওঁ আহক । টাইপ কৰক |
05.07 | ruby space if hyphen elsif hyphen statement dot rb |
05.15 | আৰু আওতপুতলৈ লক্ষ কৰক । |
05.17 | আওতপুতে দেখাব ‘‘The value of my_num is -1 and is lesser than 0” |
05.23 | এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু ‘‘my_numৰ মান ৫লৈ সলনি কৰো আহক । |
05.29 | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত এক্সেকিউত কৰো আহক । |
05.35 | এতিয়া ই ‘‘if কন্দিচন পৰিপূৰ্ণ কৰে আৰু বাখ্যা কৰা স্ত্ৰীং প্ৰীন্ট কৰে । |
05.42 | ‘‘my_numৰ মান 0 টকৈ ডাঙৰ হয় । |
05.45 | এতিয়া আমাৰ ফাইল খনলৈ যাওঁ আৰু ‘‘my_numৰ মান -৫লৈ সলনি কৰো আহক ।
|
05.50 | ক'ড খিনি সংৰক্ষণ কৰি টাৰমিনেলত এক্সেকিউত কৰো আহক । |
05.55 | এই ক্ষেত্ৰত ই ‘‘else কন্দিচন পৰিপূৰ্ণ কৰে আৰু ‘else' ব্লকৰ ভিতৰত থকা ‘‘puts বাক্য শাৰী এক্সেকিউত কৰে । |
06.03 | এতিয়া ‘‘Rubyত আপুনি নিজেই ‘‘if- elsif ষ্টেটমেন্ট লিখিব পাৰিব । |
06.08 | ইয়াৰ পাছত ‘‘case statement চাওঁ আহক । |
06.12 | এটা বিশেষ চিলেকচনৰ ওপৰত ভিত্তি কৰি ‘‘case statement হৈছে এটা ‘‘control flow statement । |
06.17 | ওপৰৰ বাক্য শাৰী বুজিবলৈ ‘‘case statementৰ চিনটেক্স চাওঁ আহক । |
06.22 | ‘‘case ব্যৱহাৰ কৰিবলৈ চিনটেক্স হৈছে |
06.24 | case variable |
06.26 | when “value 1” |
06.28 | ruby code |
06.29 | when “value 2” |
06.30 | ruby code |
06.31 | else |
06.32 | ruby code |
06.34 | end |
06.35 | এটা উদাহৰণ চাওঁ আহক । |
06.37 | ‘‘Ruby টিউটৰিয়েলৰ প্ৰাথমিক পৰ্যায়ত দেখোৱাৰ দৰে যিএদিটত এখন নতুন ফাইল উৎপন্ন কৰক । |
06.41 | ‘‘case hyphen statement dot rb বুলি নামাকৰণ কৰক । |
06.44 | ‘‘case statementৰ এটা উদাহৰণ আছে । |
06.48 | এই টিউটৰিয়েল পজ কৰি ক'ড খিনি টাইপ কৰি গৈ থাকিব পাৰে । |
06.52 | এই উদাহৰণত মই এটা ‘‘case statement বৰ্ণনা কৰিছো । |
06.55 | ইয়াত মোৰ এটা ‘‘print statement আছে যিটোৱে টাৰমিনেলত এটা প্ৰশ্ন প্ৰীন্ট কৰিব । |
07.01 | এতিয়া মই এটা ‘‘gets কল কৰিম, যিটোৱে স্তেনদাৰ্দ ইনপুতৰ পৰা মাত্ৰ এক শাৰী দাতা গ্ৰহণ কৰিব । |
07.09 | ‘‘chomp ব্যৱহাৰ কৰি যিকোনো ‘‘new line characterত ইনপুত কৰা দাতা খিনি স্ত্ৰীপ কৰি দিলো । |
07.15 | ‘‘domainবোলা ভেৰিয়েব্লত ফলাফল সংৰক্ষণ কৰিলো । |
07.18 | এতিয়া মই এটা case স্তেটমেন্ট বৰ্ণনা কৰিম । |
07.22 | তাৰ ভিতৰত মই এটা ‘‘when statement বৰ্ণনা কৰিম । |
07.25 | ই ছেক কৰিব যে বাখ্যা কৰা স্ত্ৰীংগ ‘‘domainৰ মানৰ লগত মিল আছে নে নাই । |
07.30 | প্ৰথমে ই চেক কৰিব যদি ‘‘domainৰ মান “UP” হয় । |
07.34 | যদি বিচৰা ধৰণে পায়, ই “Uttar Pradesh” বুলি প্ৰীন্ট কৰিব আৰু ‘‘case statementৰ পৰা বাহিৰ হ'ব । |
07.39 | যদি “domain, “UP” নহয় , ই নিৰীক্ষণ কৰিব যে ‘‘domainৰ মান “MP” হয় নে নহয় । |
07.44 | যদি বিচৰা ধৰণে পায়, ই “Madhya Pradesh” প্ৰীন্ট কৰিব । |
07.48 | যদি কোনো মিল নাপায়, ই ‘‘domainৰ মান নিৰীক্ষণ কৰি থাকিব । |
07.53 | এই খিনিতে ই ‘‘else statement এনকাউন্টাৰ কৰিব । |
07.56 | যিহেতু ওপৰত দিয়া কোনো এটা চৰ্ত্ত সত্য নহ'ল । |
07.59 | ই, ‘‘else'ৰ পাছত বৰ্ণনা কৰি ৰখা ‘‘ruby code খিনি এক্সিকিউত কৰিব । |
08.03 | আমাৰ উদাহৰণ অনুযায়ী, ই “Unknown” প্ৰীন্ট কৰিব । |
08.07 | ফাইল সংৰক্ষণ কৰক, টাৰমিনেল যাওক আৰু টাইপ কৰক ।
|
08.11 | ruby space case hyphen statement dot rb.
|
08.18 | টাৰমিনেলত এইখিনি দেখা পাব “Enter the state you live in:” |
08.22 | “UP” বুলি টাইপ কৰক আৰু আওতপুত চাওক । |
08.25 | আওতপুতে “Uttar Pradesh” বুলি দেখুৱাব । |
08.28 | এতিয়া আগৰ দৰে ‘‘Ruby ফাইল খন আকৌ এক্সিকিউত কৰক । |
08.31 | এইবাৰ প্ৰম্পটত টাইপ কৰক “KL” আৰু আওতপুত চাওক । |
08.36 | ই “Kerala” প্ৰীন্ট কৰিব । |
08.38 | আকৌ এবাৰ ফাইল খন এক্সিকিউত কৰক । |
08.41 | এইবাৰ প্ৰম্পটত টাইপ কৰক “TN” আৰু আওতপুত চাওক ।
|
08.47 | ই “Unknown” প্ৰীন্ট কৰিব ।
|
08.50 | ইয়াৰ কাৰণ হৈছে, কোনো এটা ‘‘cases,,,,,,, । সেইবাবে দিফ'ল্ত ‘‘else statement এক্সিকিউত হয় । |
08.58 | ‘‘Ruby ত নিজৰ ‘‘case-statements বোৰ লিখিব পাৰিব লাগে । |
09.03 | এইখিনিতে আমি এই স্পকেন টিউটৰিয়েল ৰ শেষ ভাগত উপনীত হৈছো ।
|
09.07 | সাৰাংশ বৰ্ণনা কৰো আহক ।
|
09.08 | এই টিওটৰিয়েলত আমি শিকিলো- |
09.10 | if statement |
09.12 | else construct |
09.13 | ‘‘if-elsif আৰু |
09.15 | case statements |
09.17 | এটা কাৰ্য্য হিচাপে : |
09.18 | এটা ‘‘Ruby প্ৰগ্ৰেম লিখক :
|
09.20 | যি ব্যৱহাৰকাৰীক এটা নম্বৰ টাইপ কৰিবলৈ প্ৰম্পট কৰিব |
09.23 | তাৰ পাছত সথিক ‘‘control-statement ব্যৱহাৰ |
09.26 | নিৰীক্ষণ কৰিব যদি নম্বৰটি ২ৰ নেউটা হয় । |
09.29 | যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 2” |
09.35 | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৩ৰ নেউটা হয় নেকি |
09.38 | যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3”
|
09.43 | যদি নহয়, ই নিৰীক্ষণ কৰিব যে নম্বৰটি ৪ৰ নেউটা হয় নেকি |
09.47 | যদি বিচৰা ধৰণে পোৱা যায়, প্ৰীন্ট কৰিব “The number entered is a multiple of 3” |
09.51 | যদি নহয়, ই প্ৰীন্ট কৰিব “The number is not a multple of 2, 3 or 4” |
09.56 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
|
10.00 | Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে ।
|
10.03 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
|
10.07 | Spoken Tutorial Project ৰ দলটিয়ে |
10.09 | ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
|
10.13 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
|
10.16 | অধিক তঠ্যৰ বাবে contact@spoken-tutorial.org লৈ লিখিব । |
10.21 | ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ ।
|
10.26 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
|
10.32 | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
|
10.41 | এই পাঠ টি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
|