Difference between revisions of "KTurtle/C3/Special-Commands-in-KTurtle/Assamese"
From Script | Spoken-Tutorial
Line 5: | Line 5: | ||
|- | |- | ||
|| 00:01 | || 00:01 | ||
− | || “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷ | + | ||নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷ |
|- | |- | ||
||00:08 | ||00:08 | ||
Line 13: | Line 13: | ||
|- | |- | ||
||00:15 | ||00:15 | ||
− | || এই tutorialটো record কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8. | + | || এই tutorialটো record কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1 beta ৷ |
|- | |- | ||
||00:28 | ||00:28 | ||
Line 19: | Line 19: | ||
|- | |- | ||
||00:33 | ||00:33 | ||
− | || যদি নাই | + | || যদি নাই তেনেহ’লে প্রয়োজনীয় tutorial ৰ বাবে আমাৰ website “ http://spoken-tutorial.org” লৈ যাওঁক ৷ |
− | + | ||
|- | |- | ||
||00:39 | ||00:39 | ||
Line 38: | Line 37: | ||
|- | |- | ||
||00:53 | ||00:53 | ||
− | || “learn” এটা বিশেষ command, যিহেতু ইয়াক আপুনি নিজৰ commandবোৰ | + | || “learn” এটা বিশেষ command, যিহেতু ইয়াক আপুনি নিজৰ commandবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷ |
− | + | ||
− | + | ||
|- | |- | ||
|| 01:01 | || 01:01 | ||
Line 49: | Line 46: | ||
|- | |- | ||
||01:10 | ||01:10 | ||
− | || | + | ||এটা স্পষ্ট নিৰীক্ষণৰ বাবে, programme text ক zoom কৰি চাওঁ আহক ৷ |
|- | |- | ||
||01:14 | ||01:14 | ||
|| বৰ্গ এটা আকিঁবলৈ, editor ত code এটা type কৰো আহক ৷ | || বৰ্গ এটা আকিঁবলৈ, editor ত code এটা type কৰো আহক ৷ | ||
− | |||
|- | |- | ||
|| 01:19 | || 01:19 | ||
− | || curly bracket ৰ ভিতৰত লিখক | + | || লিখক “repeat 4” curly bracket ৰ ভিতৰত লিখক |
{ | { | ||
Line 92: | Line 88: | ||
|| 02:19 | || 02:19 | ||
||''' নতুনকৈ ব্যাখ্যা কৰা commandক “square” বোলা হয় ৷ | ||''' নতুনকৈ ব্যাখ্যা কৰা commandক “square” বোলা হয় ৷ | ||
− | |||
|- | |- | ||
|| 02:23 | || 02:23 | ||
Line 101: | Line 96: | ||
|- | |- | ||
|| 02:37 | || 02:37 | ||
− | ||Command “learn”টো অকল “learning” ৷ আনটো command “square” পিছত ব্যৱহাৰ হ’ব ৷ | + | ||Command “learn”টো অকল “learning” হয় ৷ আনটো command “square” পিছত ব্যৱহাৰ হ’ব ৷ |
|- | |- | ||
|| 02:43 | || 02:43 | ||
Line 151: | Line 146: | ||
|- | |- | ||
|| 03:57 | || 03:57 | ||
− | || য’ত X আৰু Y দুটা input ৷ | + | || য’ত X আৰু Y দুটা input হয় ৷ |
|- | |- | ||
|| 04:01 | || 04:01 | ||
Line 164: | Line 159: | ||
|| 04:18 | || 04:18 | ||
||Text editor ত মোৰ আগৰে পৰাই এটা code আছে ৷ | ||Text editor ত মোৰ আগৰে পৰাই এটা code আছে ৷ | ||
− | |||
|- | |- | ||
|| 04:22 | || 04:22 | ||
Line 170: | Line 164: | ||
|- | |- | ||
|| 04:24 | || 04:24 | ||
− | ||“reset” command এ “Turtle” ক default | + | ||“reset” command এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷ |
|- | |- | ||
|| 04:29 | || 04:29 | ||
Line 185: | Line 179: | ||
|- | |- | ||
|| 05:03 | || 05:03 | ||
− | || | + | ||Programmeটো type কৰাৰ পিছত tutorialটো পুনৰায় আৰম্ভ কৰক ৷ |
|- | |- | ||
|| 05:08 | || 05:08 | ||
Line 203: | Line 197: | ||
|- | |- | ||
||05:33 | ||05:33 | ||
− | ||আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা command | + | ||আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা command কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷ |
|- | |- | ||
|| 05:39 | || 05:39 | ||
Line 210: | Line 204: | ||
|| 05:48 | || 05:48 | ||
|| Text editor ত মোৰ আগৰে পৰাই এটা programme আছে ৷ | || Text editor ত মোৰ আগৰে পৰাই এটা programme আছে ৷ | ||
− | |||
− | |||
|- | |- | ||
|| 05:52 | || 05:52 | ||
Line 232: | Line 224: | ||
|- | |- | ||
|| 06:34 | || 06:34 | ||
− | ||এই commandটো কাৰ্য্যকৰী কৰোতে canvas ক যিকোনো এটা ৰংত | + | ||এই commandটো কাৰ্য্যকৰী কৰোতে canvas ক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷ |
|- | |- | ||
|| 06:41 | || 06:41 | ||
− | || '''$red, $blue, $green''' বোৰ হ’ল আন এক ধৰণৰ variable ৰ | + | || '''$red, $blue, $green''' বোৰ হ’ল আন এক ধৰণৰ variable ৰ চেট, |
|- | |- | ||
|| 06:45 | || 06:45 | ||
Line 247: | Line 239: | ||
|- | |- | ||
|| 07:10 | || 07:10 | ||
− | ||যেতিয়া commandটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং | + | ||যেতিয়া commandটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং চেট কৰা হয় ৷ |
|- | |- | ||
|| 07:18 | || 07:18 | ||
− | || '''penwidth 2'''এ কলমটোৰ প্রস্থ ২ pixel ত | + | || '''penwidth 2'''এ কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷ |
|- | |- | ||
||07:25 | ||07:25 | ||
Line 257: | Line 249: | ||
|| 07:30 | || 07:30 | ||
||ইয়াত '''$x'''এ বৃত্তটোৰ পৰিমানক সূচাব ৷ | ||ইয়াত '''$x'''এ বৃত্তটোৰ পৰিমানক সূচাব ৷ | ||
− | |||
|- | |- | ||
|| 07:35 | || 07:35 | ||
Line 309: | Line 300: | ||
||09:22 | ||09:22 | ||
||এই tutorialটোত আমি শিকিলো | ||এই tutorialটোত আমি শিকিলো | ||
− | |||
* “learn” command আৰু | * “learn” command আৰু | ||
* “random” command. | * “random” command. | ||
Line 361: | Line 351: | ||
|| 10:40 | || 10:40 | ||
|| '''http://spoken-tutorial.org/NMEICT-Intro ]''' এই link টোত এই Mission ৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷ | || '''http://spoken-tutorial.org/NMEICT-Intro ]''' এই link টোত এই Mission ৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷ | ||
− | |||
|- | |- | ||
|| 10:46 | || 10:46 | ||
− | || | + | ||এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে |
|- | |- | ||
|| 10:50 | || 10:50 | ||
− | || | + | || . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |
Revision as of 17:11, 26 June 2014
Time' | Narration |
00:01 | নমস্কাৰ দৰ্শকসকল. “KTurtle”ত “Special commands” ৰ এই tutorialটোলৈ আপোনালোক আটাইকে সম্ভাষণ জনালো ৷ |
00:08 | এই tutorial টোত আমি শিকিম
“learn” command আৰু “random” command ৷ |
00:15 | এই tutorialটো record কৰিবলৈ মই ব্যৱহাৰ কৰি আছো “Ubuntu Linux” OS version.12.04 “KTurtle” version 0.8.1 beta ৷ |
00:28 | আমি ধৰি লৈছো যে আপোনাৰ KTurtle ৰ সাধাৰণ কাৰ্য্যকৰী জ্ঞান আছে ৷ |
00:33 | যদি নাই তেনেহ’লে প্রয়োজনীয় tutorial ৰ বাবে আমাৰ website “ http://spoken-tutorial.org” লৈ যাওঁক ৷ |
00:39 | আহক, এটা নতুন KTurtle Application খোলো ৷ |
00:42 | “Dash home” ত click কৰক ৷ |
00:44 | “Search bar” ত “KTurtle” বুলি type কৰক ৷ |
00:47 | “KTurtle” ত click কৰক ৷ |
00:50 | আহক, প্রথমতে “learn” command চাঁও ৷ |
00:53 | “learn” এটা বিশেষ command, যিহেতু ইয়াক আপুনি নিজৰ commandবোৰ নিৰ্মান কৰাত ব্যৱহাৰ কৰিব পাৰে ৷ |
01:01 | 'learn' Command এ input ল’ব পাৰে আৰু output উভতাই দিব পাৰে ৷ |
01:05 | Command এটা কিদৰে নিৰ্মান কৰা হয় চাওঁ আহক ৷ |
01:10 | এটা স্পষ্ট নিৰীক্ষণৰ বাবে, programme text ক zoom কৰি চাওঁ আহক ৷ |
01:14 | বৰ্গ এটা আকিঁবলৈ, editor ত code এটা type কৰো আহক ৷ |
01:19 | লিখক “repeat 4” curly bracket ৰ ভিতৰত লিখক
{ forward 10 turnleft 90 } |
01:31 | ইয়াত “10” সংখ্যাটোৱে বৰ্গটোৰ বাহুকেইটাৰ দীৰ্ঘতা নিৰ্দিষ্ট কৰিছে ৷ |
01:37 | আহক এতিয়া “learn” command ব্যৱহাৰ কৰি, বৰ্গ এটা অংকণ কৰোতে লগা command ৰ বিষয়ে অধ্যয়ন কৰো ৷ |
01:45 | বৰ্গ অংকণ কৰোতে ব্যৱহাৰ হোৱা commandবোৰক আমি “square” নাম দিম ৷ |
01:50 | “learn” command ৰ পিছত শিকিব বিচৰা commandটোৰ নাম আহিব ৷ ইয়াত ইয়াৰ নাম হ’ব “square” ৷ |
01:59 | আহক, তলত উল্লেখিত code সমূহ type কৰো ৷ |
02:02 | learn space square space $x |
02:10 | curly bracket বোৰক অন্তৰ্ভূক্ত কৰো আহক ৷ |
02:13 | “10” ৰ ঠাইত “$x” ক সলনি কৰো আহক ৷ |
02:19 | নতুনকৈ ব্যাখ্যা কৰা commandক “square” বোলা হয় ৷ |
02:23 | “square”এ এটা input যুক্তি লয় , “$x” এ বৰ্গৰ পৰিমান নিৰ্ধাৰণ কৰে ৷ |
02:31 | টুকি লওঁক যে যেতিয়া আপুনি এই codeটো run কৰিব, “square”এ কোনো output উভতাই নিদিয়ে ৷ |
02:37 | Command “learn”টো অকল “learning” হয় ৷ আনটো command “square” পিছত ব্যৱহাৰ হ’ব ৷ |
02:43 | বাকী থকা codeত “square” commandটো সাধাৰণ code ৰ দৰেই ব্যৱহাৰ হ’ব ৷ |
02:51 | আৰু কেইশাৰীমান কথা মই ইয়াত যোগ কৰিব খুজিছো ৷ |
02:54 | আহক type কৰো
go 200,200 square 100 |
03:04 | Command “square100” ব্যৱহাৰ কৰি Turtleএ 100 আয়তনৰ এটা বৰ্গ অংকণ কৰিছে ৷ |
03:11 | এতিয়া codeটো run কৰো আহক ৷ |
03:13 | “Turtle” এ canvas ত বৰ্গ এটা অংকণ কৰিলে ৷ |
03:17 | আহক এতিয়া “100”ৰ ঠাইত “50” ক সলনি কৰো ৷ |
03:22 | আহক আকৌ run কৰো ৷ |
03:23 | “Turtle”এ আন এটা 50 আয়তনৰ বৰ্গ অংকণ কৰিলে ৷ |
03:28 | অনুগ্রহ কৰি টুকি ল’ব যে এই commandটো কেৱল এই programmeটোয়ে ঢুকি পোৱা ঠাইৰ ভিতৰতহে ব্যৱহাৰ কৰিব পৰা যাব ৷ |
03:35 | মই editor পৰা current codeটো clear কৰি দিম ৷ |
03:38 | Canvasখন চাফা কৰিবলৈ “clear” command type কৰি run কৰি দিয়ক ৷ |
03:44 | ইয়াৰ পিছত আমি “random” command ৰ বিষয়ে শিকিম ৷ |
03:48 | “random” command এ input লয় আৰু output উভতাই দিয়ে ৷ |
03:52 | “ random” commandৰ syntax হ’ল “random X,Y” |
03:57 | য’ত X আৰু Y দুটা input হয় ৷ |
04:01 | Xএ আটাইতকৈ কম সংখ্যক output আৰু Yএ আটাইতকৈ বেছি সংখ্যক output ধাৰ্য্য কৰে ৷ |
04:07 | Output হ’ল X আৰু Yৰ মাজৰ যিকোনো এটা বাছি লোৱা সংখ্যা ৷ |
04:13 | আহক আমি “random” commandক application ত ব্যৱহাৰ কৰো ৷ |
04:18 | Text editor ত মোৰ আগৰে পৰাই এটা code আছে ৷ |
04:22 | মই এই codeটো ব্যাখ্যা কৰিম ৷ |
04:24 | “reset” command এ “Turtle” ক দিফল্ট পজিছনত (default position) চেট কৰে ৷ |
04:29 | ইয়াত, “random1,20” command এ যিকোনো এটা সংখ্যা বাচি উলিয়ায়, যিটো ১ ৰ সমান বা তাতকৈ বেচি হয় আৰু ২০ ৰ সমান বা তাতকৈ কম হয়, আৰু ইয়াক X variable হিচাপে নিৰূপণ কৰে ৷ |
04:44 | ”repeat” command আৰু curly bracketবোৰৰ ভিতৰত থকা commandবোৰে এটা বৃত্ত অংকণ কৰে ৷ |
04:51 | মই text editor ৰ পৰা codeটো copy কৰি “KTurtle”ৰ editorত paste কৰিম ৷ |
04:58 | Tutorialটো pause কৰক আৰু আপোনাৰ “KTurtle” editor ত programmeটো type কৰক ৷ |
05:03 | Programmeটো type কৰাৰ পিছত tutorialটো পুনৰায় আৰম্ভ কৰক ৷ |
05:08 | যেতিয়া আমি এই codeটো চলাও, |
05:10 | “Turtle”এ canvas ত ১ আৰু ২০ ৰ মাজৰ ব্যাসাৰ্দ্ব্যৰ এটা বৃত্ত আকেঁ ৷ |
05:16 | আহক আমি এই codeটো কেইবাৰমান কাৰ্য্যত ব্যৱহাৰ কৰো ৷ |
05:20 | আপুনি দেখিব যে প্রত্যেকবাৰেই বেলেগ বেলেগ পৰিমানৰ এটা বৃত্ত উৎপন্ন হৈছে ৷ |
05:26 | প্রত্যকবাৰেই যেতিয়া আপুনি এই code টো কাৰ্য্যত ব্যৱহাৰ কৰিব, বেলেগ বেলেগ ব্যাসাৰ্দ্ধ্যৰ এটা বৃত্ত canvas ত অংকিত হ’ব ৷ |
05:33 | আহক এতিয়া আমি “learn” আৰু “random” দুয়োতা command কেইটা উদাহৰণত ব্যৱহাৰ কৰো ৷ |
05:39 | মই এতিয়া current codeটোক editor ৰ পৰা clear কৰি দিম ৷ Canvas খন চাফা কৰিবলৈ “clear” command আৰু “Run” type কৰক ৷ |
05:48 | Text editor ত মোৰ আগৰে পৰাই এটা programme আছে ৷ |
05:52 | মই এতিয়া এই codeটো ব্যাখ্যা কৰিম ৷ |
05:55 | “reset” command এ “Turtle” ক ইয়াৰ default positionত set কৰে ৷ |
06:00 | “canvassize 300,300”এ canvasখনৰ দীৰ্ঘ আৰু প্রস্থ প্রত্যেককেই 300 pixels ত set কৰে ৷ |
06:09 | $R, $G “ আৰু $B হ’ল তিনিটা variable য’ত মই ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য নিৰূপণ কৰি আছো ৷ |
06:19 | command canvascolor $R,$G, আৰু $B ত, |
06:23 | ৰঙা-সেউজীয়া-নীলা গোটক ইয়াৰ আগৰ পৰ্য্যায়ত নিৰূপণ কৰা R,G আৰু B variable ৰ মূল্যসমূহৰ লগত সলোৱা হ’ল ৷ |
06:34 | এই commandটো কাৰ্য্যকৰী কৰোতে canvas ক যিকোনো এটা ৰংত চেট কৰা হ’ল ৷ |
06:41 | $red, $blue, $green বোৰ হ’ল আন এক ধৰণৰ variable ৰ চেট, |
06:45 | য’ত ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো মূল্য যিকোনোধৰণে নিৰূপণ কৰা হ’ল ৷ |
06:53 | ৰঙা-নীলা-সেউজীয়া গোটৰ মূল্য pencolor $red, $blue আৰু $green ক |
07:02 | Variable $red, $green আৰু$blue ৰ লগত সলোৱা হ’ল, য’ত ইয়াৰ আগৰ পৰ্য্যায়ত কিছুমান মূল্য নিৰূপণ কৰা হৈছিল ৷ |
07:10 | যেতিয়া commandটো কাৰ্য্যকৰী কৰা হয়, তেতিয়া কলমটোত ও যিকোনো এটা ৰং চেট কৰা হয় ৷ |
07:18 | penwidth 2এ কলমটোৰ প্রস্থ ২ pixel ত চেট কৰে ৷ |
07:25 | পৰবৰ্তী পৰ্য্যায়ত, এটা বৃত্ত কেনেকৈ অংকণ কৰা হয় শিকিবলৈ, মই code টো enter কৰিলো ৷ |
07:30 | ইয়াত $xএ বৃত্তটোৰ পৰিমানক সূচাব ৷ |
07:35 | repeat command আৰু তাৰ পিছত curly bracket ৰ ভিতৰত অহা code টোৱে এটা বৃত্ত অংকণ কৰে ৷ |
07:43 | পৰবৰ্তী command ৰ set, অৰ্থাৎ “go” command আৰু তাৰ পিছত অহা “circle” command এ নিৰ্দিষ্ট পৰিমানৰ বৃত্তবোৰ অংকণ কৰে ৷ |
07:54 | উদাহৰণস্বৰূপে : পৰিমাণ ৫ ৰ এটা বৃত্তই পৰিমাণ ৫ ৰেই এটা বৃত্ত |
08:01 | ”go” command ত থকা co ordinate ৰ নিৰ্দিষ্ট X আৰু Y স্থানত আঁকিব ৷ |
08:09 | প্রত্যেকটো বৃত্তৰ বাবেই, মই canvasত বেলেগ বেলেগ স্থান নিৰ্দিষ্ট কৰিছো ৷ |
08:16 | Text editor ৰ পৰা codeটো মই copy কৰিম আৰু KTurtle ৰ editor ত paste কৰিম ৷ |
08:23 | ইয়াত tutorialটো pause কৰক আৰু KTurtle ৰ editor ত programme টো type কৰক ৷ |
08:29 | Programme টো type কৰাৰ পিছত tutorial টো আকৌ চলাওক ৷ |
08:33 | মই এই codeটো “Fullspeed” ত কাৰ্য্যকৰী কৰিম ৷ |
08:37 | আপুনি এই codeটো “run” option ত নিৰ্দিষ্টকৈ থকা যিকোনো বেগত কাৰ্য্যকৰী কৰিব পাৰে ৷ |
08:43 | মই এই code টো কেইবাৰমান run কৰিম ৷ |
08:46 | আপুনি যিকোনোধৰণে set কৰা কলমৰ ৰংৰ মূল্য আৰু canvas ৰ ৰংৰ মূল্যৰ মাজৰ পাৰ্থক্য দেখিবলৈ পাব ৷ |
08:54 | প্রত্যেকটো কাৰ্য্যতেই হোৱা কলমৰ ৰং আৰু canvas ৰ ৰংৰ সালসলনি মন কৰিব ৷ |
09:01 | আপুনি এই code টো যিমান বাৰ বিচাৰে সিমান বাৰ কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰে আৰু যিকোনোধৰণে set কৰা কলম আৰু canvas ৰ মূল্যৰ সালসলনি টুকি ল’ব পাৰে ৷ |
09:15 | ইয়াৰ লগতে আমি এই tutorialটোৰ শেষ পৰ্য্যায়ত উপনীত হৈছোহি ৷ |
09:20 | আহক সংক্ষিপ্ত ভাবে চাঁও |
09:22 | এই tutorialটোত আমি শিকিলো
|
09:30 | এটা assignment হিচাপে আপুনি সমাধান কৰিব লাগিব, |
09:32 | learn command ব্যৱহাৰ কৰি আপোনাৰ canvas ৰ চাৰিওটা কোণতেই অংকণ কৰক :
|
09:45 | Canvas খনৰ ঠিক সোঁমাজত এটা বৃত্ত অংকণ কৰক ৷ |
09:49 | “random” command ব্যৱহাৰ কৰি বিভিন্ন ৰং নিৰ্মান কৰক আৰু |
09:55 | আপোনাৰ জ্যামিতিক আকাৰ আৰু canvas customize কৰক ৷ |
10:00 | URL http://spoken-tutorial.org/What is a Spoken Tutorial ত উপলব্ধ video চাঁওক ৷ |
10:04 | ই Spoken Tutorial project ৰ সাৰাংশ বুজাই ৷ |
10:08 | যদিহে আপোনাৰ ভাল bandwidth নাই, তেন্তে আপুনি ইয়াক download কৰিও চাব পাৰে ৷ |
10:13 | Spoken Tutorial Project Team এ |
10:15 | spoken tutorial বোৰ ব্যৱহাৰ কৰি কিছুমান workshop পাতে ৷ |
10:19 | যিসকল লোক online test উত্তীৰ্ণ হয়,তেঁওলোকক প্রমানপত্র দিয়া হয় ৷ |
10:22 | অধিক জানিবলৈ, অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক ৷ |
10:29 | ”Spoken Tutorial Project” Talk to a Teacher project ৰ এটা অংশ ৷ |
10:33 | National Mission on Education through ICT, MHRD, Government of India এ ইয়াক সাহাৰ্য্য প্রদান কৰে ৷ |
10:40 | http://spoken-tutorial.org/NMEICT-Intro ] এই link টোত এই Mission ৰ বিষয়ে অধিক তথ্য জানিব পাৰিব ৷ |
10:46 | এই পাঠটি প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যোগদান কৰা হৈছে |
10:50 | . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ |