Difference between revisions of "Java/C2/Default-constructor/Assamese"
From Script | Spoken-Tutorial
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | || ''Time''' | + | || '''Time''' |
|| '''Narration''' | || '''Narration''' | ||
|- | |- | ||
− | | | + | |00:02 |
| জাভাত '''default constructor''' ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম । | | জাভাত '''default constructor''' ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম । | ||
|- | |- | ||
− | | | + | |00:07 |
| এই টিউটোৰিয়েলত আমি শিকিম | | এই টিউটোৰিয়েলত আমি শিকিম | ||
|- | |- | ||
− | | | + | |00:10 |
| default constructor সম্পর্কে, | | default constructor সম্পর্কে, | ||
|- | |- | ||
− | | | + | |00:12 |
| আৰু এটা '''constructor''' তৈয়াৰ কৰা | | আৰু এটা '''constructor''' তৈয়াৰ কৰা | ||
|- | |- | ||
− | | | + | |00:15 |
| এই টিউটোৰিয়েলত আমি | | এই টিউটোৰিয়েলত আমি | ||
উবুন্টু 11.10, | উবুন্টু 11.10, | ||
Line 24: | Line 24: | ||
Eclipse 3.7 ব্যবহাৰ কৰিছো। | Eclipse 3.7 ব্যবহাৰ কৰিছো। | ||
|- | |- | ||
− | | | + | |00:26 |
| এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত | | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত | ||
|- | |- | ||
− | | | + | |00:29 |
| eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব। | | eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব। | ||
|- | |- | ||
− | | | + | |00:34 |
| যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org) | | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org) | ||
|- | |- | ||
− | | | + | |00:42 |
| Constructor ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়। | | Constructor ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়। | ||
|- | |- | ||
− | | | + | |00:46 |
| এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোরা হয়। | | এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোরা হয়। | ||
|- | |- | ||
− | | | + | |00:46 |
| এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়। | | এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়। | ||
|- | |- | ||
− | | | + | |00:50 |
| এতিয়া চাও যে constructor জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে। | | এতিয়া চাও যে constructor জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে। | ||
|- | |- | ||
− | | | + | |00:55 |
| সেয়ে এক্লীপ্সত, আমি ইতিমধ্যে '''Student.java''' নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো । | | সেয়ে এক্লীপ্সত, আমি ইতিমধ্যে '''Student.java''' নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো । | ||
|- | |- | ||
− | | 01:02 | + | |01:02 |
| Student ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম। | | Student ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম। | ||
|- | |- | ||
− | | | + | |01:07 |
| সেয়ে লিখক '''int roll_number''' সেমিকোলন আৰু '''String name''' সেমিকোলন। | | সেয়ে লিখক '''int roll_number''' সেমিকোলন আৰু '''String name''' সেমিকোলন। | ||
|- | |- | ||
− | | | + | |01:20 |
| এতিয়া এটা মেথড তৈয়াৰ কৰা হক । | | এতিয়া এটা মেথড তৈয়াৰ কৰা হক । | ||
|- | |- | ||
− | | | + | |01:22 |
| সেয়ে লিখক '''void studentDetail()''' | | সেয়ে লিখক '''void studentDetail()''' | ||
|- | |- | ||
− | | | + | |01:33 |
| কাৰ্ড়লী বন্ধনীত লিখক '''System dot out dot println roll_number''' | | কাৰ্ড়লী বন্ধনীত লিখক '''System dot out dot println roll_number''' | ||
|- | |- | ||
− | | | + | |01:50 |
| তাৰপিছত '''System dot out dot println name''' | | তাৰপিছত '''System dot out dot println name''' | ||
|- | |- | ||
Line 79: | Line 79: | ||
|- | |- | ||
− | | | + | |02:08 |
| সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো । | | সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো । | ||
|- | |- | ||
− | | | + | |02:14 |
| সেয়ে লিখক '''Student''' অবজেক্ট নেম '''stu''' ইকুয়েল টু '''new Student''' | | সেয়ে লিখক '''Student''' অবজেক্ট নেম '''stu''' ইকুয়েল টু '''new Student''' | ||
|- | |- | ||
− | | | + | |02:28 |
| তাৰপিছত '''stu''' ডট মেথড নেম '''studentDetail''' | | তাৰপিছত '''stu''' ডট মেথড নেম '''studentDetail''' | ||
|- | |- | ||
− | | | + | |02:41 |
|প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক । | |প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক । | ||
|- | |- | ||
− | | | + | |02:46 |
| আমি দেখো যে আউটপুট হল শূন্য আৰু null. | | আমি দেখো যে আউটপুট হল শূন্য আৰু null. | ||
|- | |- | ||
− | | | + | |02:49 |
| সেয়ে int ভ্যাৰিয়েবল '''roll_number''' তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে। | | সেয়ে int ভ্যাৰিয়েবল '''roll_number''' তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে। | ||
|- | |- | ||
− | | | + | |02:56 |
|আৰু স্ট্রিং নাম তাৰ ডিফল্ট মান '''null'''লৈ ইনিসিয়েলাইজ কৰা হৈছে। | |আৰু স্ট্রিং নাম তাৰ ডিফল্ট মান '''null'''লৈ ইনিসিয়েলাইজ কৰা হৈছে। | ||
|- | |- | ||
− | | | + | |03:02 |
| আমি যদি constructor সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হব। | | আমি যদি constructor সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হব। | ||
|- | |- | ||
− | | | + | |03:08 |
| ডিফল্ট কনস্ট্রাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে । | | ডিফল্ট কনস্ট্রাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে । | ||
|- | |- | ||
− | | | + | |03:11 |
| ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে। | | ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে। | ||
|- | |- | ||
− | | | + | |03:16 |
| এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো । | | এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো । | ||
|- | |- | ||
− | | | + | |03:18 |
| সেয়ে লিখক '''Student''' প্রথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী। | | সেয়ে লিখক '''Student''' প্রথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী। | ||
|- | |- | ||
− | | | + | |03:30 |
| মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ। | | মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ। | ||
|- | |- | ||
− | | 03:38 | + | |03:38 |
| কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত কিছু গুৰুত্বপূর্ণ তফাৎ আাছে। | | কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত কিছু গুৰুত্বপূর্ণ তফাৎ আাছে। | ||
|- | |- | ||
− | | | + | |03:44 |
| প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। | | প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। | ||
|- | |- | ||
− | | | + | |03:48 |
| আমি একেই আউটপুট দেখিব পাৰো। | | আমি একেই আউটপুট দেখিব পাৰো। | ||
|- | |- | ||
− | | | + | |03:51 |
| ইয়াৰ কাৰন হল কনস্ট্রাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্রাক্টৰ নাথাকাৰ নিচিনা হয়। | | ইয়াৰ কাৰন হল কনস্ট্রাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্রাক্টৰ নাথাকাৰ নিচিনা হয়। | ||
|- | |- | ||
− | | | + | |03:58 |
| কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰিছো । | | কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰিছো । | ||
|- | |- | ||
− | | | + | |04:06 |
| এতিয়া আমি ভ্যাৰিয়েবলৰ মান দিও। | | এতিয়া আমি ভ্যাৰিয়েবলৰ মান দিও। | ||
|- | |- | ||
− | | | + | |04:11 |
| সেয়ে কনস্ট্রাক্টৰৰ ভিতৰত লিখক '''roll_number''' ইকুয়েল টু '''10''' সেমিকোলন। | | সেয়ে কনস্ট্রাক্টৰৰ ভিতৰত লিখক '''roll_number''' ইকুয়েল টু '''10''' সেমিকোলন। | ||
|- | |- | ||
− | | | + | |04:25 |
| আৰু '''name''' ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত '''Raman''' | | আৰু '''name''' ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত '''Raman''' | ||
|- | |- | ||
− | | | + | |04:35 |
| এখন প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। | | এখন প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। | ||
|- | |- | ||
− | | 04:43 | + | |04:43 |
| আমি আউটপুটত দেখো যে '''roll_number''' হল '''10''' আৰু '''name''' হল''' Raman'''. | | আমি আউটপুটত দেখো যে '''roll_number''' হল '''10''' আৰু '''name''' হল''' Raman'''. | ||
|- | |- | ||
− | | | + | |04:50 |
| সেয়ে কনস্ট্রাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক । | | সেয়ে কনস্ট্রাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক । | ||
|- | |- | ||
− | | | + | |04:55 |
| এতিয়া মেথড আৰু কনস্ট্রাক্টৰৰ মাজত কিছো অন্তৰ দেখো । | | এতিয়া মেথড আৰু কনস্ট্রাক্টৰৰ মাজত কিছো অন্তৰ দেখো । | ||
|- | |- | ||
− | | | + | |05:01 |
| কনস্ট্রাক্টৰৰ ওচৰত কোনো ৰিটার্ন টাইপ নাই। | | কনস্ট্রাক্টৰৰ ওচৰত কোনো ৰিটার্ন টাইপ নাই। | ||
|- | |- | ||
− | | | + | |05:05 |
|যত মেথডৰ এটা ৰিটার্ন টাইপ আছে | |যত মেথডৰ এটা ৰিটার্ন টাইপ আছে | ||
|- | |- | ||
− | | | + | |05:10 |
| কনস্ট্রাক্টৰক '''new''' অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়। | | কনস্ট্রাক্টৰক '''new''' অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়। | ||
|- | |- | ||
− | | | + | |05:16 |
|যিনেকি মেথডক '''dot''' অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়। | |যিনেকি মেথডক '''dot''' অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়। | ||
|- | |- | ||
− | | | + | |05:21 |
| সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্রাক্টৰৰ কিছো অন্তৰ হয় । | | সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্রাক্টৰৰ কিছো অন্তৰ হয় । | ||
|- | |- | ||
− | | | + | |05:29 |
| সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো | | সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো | ||
|- | |- | ||
− | | | + | |05:32 |
| ডিফল্ট কনস্ট্রাক্টৰ সম্পর্কে, | | ডিফল্ট কনস্ট্রাক্টৰ সম্পর্কে, | ||
|- | |- | ||
− | | | + | |05:34 |
|কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰা। | |কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰা। | ||
|- | |- | ||
− | | | + | |05:36 |
| আৰু মেথড আৰু কনস্ট্রাক্টৰৰ অন্তৰৰ সম্পর্কে। | | আৰু মেথড আৰু কনস্ট্রাক্টৰৰ অন্তৰৰ সম্পর্কে। | ||
|- | |- | ||
− | | | + | |05:41 |
| আত্ম মূল্যায়নৰ বাবে , | | আত্ম মূল্যায়নৰ বাবে , | ||
|- | |- | ||
− | | | + | |05:42 |
| ভ্যাৰিয়েবলৰ সৈতে '''Employee''' ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক | | ভ্যাৰিয়েবলৰ সৈতে '''Employee''' ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক | ||
|- | |- | ||
− | | | + | |05:47 |
|আৰু '''Employee''' ক্লাসৰ বাবে এটা কনস্ট্রাক্টৰ তৈয়াৰ কৰক । | |আৰু '''Employee''' ক্লাসৰ বাবে এটা কনস্ট্রাক্টৰ তৈয়াৰ কৰক । | ||
|- | |- | ||
− | | | + | |05:52 |
| স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, | | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, | ||
|- | |- | ||
− | | | + | |05:54 |
| এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । | | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । | ||
|- | |- | ||
− | | | + | |06:00 |
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে | ||
|- | |- | ||
− | | | + | |06:03 |
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | |যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
|- | |- | ||
− | | | + | |06:06 |
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | ||
|- | |- | ||
− | | | + | |06:08 |
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. | ||
|- | |- | ||
− | | | + | |06:11 |
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. | ||
|- | |- | ||
− | | | + | |06:14 |
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। | ||
|- | |- | ||
− | | 06:20 | + | |06:20 |
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ||
|- | |- | ||
− | | | + | |06:24 |
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
|- | |- | ||
− | | | + | |06:29 |
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
|- | |- | ||
− | | | + | |06:38 |
|আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো । | |আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো । | ||
|- | |- | ||
− | | | + | |06:40 |
| যোগদানৰ বাবে ধন্যবাদ। | | যোগদানৰ বাবে ধন্যবাদ। | ||
|- | |- | ||
− | | | + | |06:42 |
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
Revision as of 11:52, 23 June 2014
Time | Narration
|
00:02 | জাভাত default constructor ৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম । |
00:07 | এই টিউটোৰিয়েলত আমি শিকিম |
00:10 | default constructor সম্পর্কে, |
00:12 | আৰু এটা constructor তৈয়াৰ কৰা |
00:15 | এই টিউটোৰিয়েলত আমি
উবুন্টু 11.10, JDK 1.6 আৰু Eclipse 3.7 ব্যবহাৰ কৰিছো। |
00:26 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি জাভাত |
00:29 | eclipse বয়ৱহাৰ কৰি কেনেকৈ ক্লাস আৰু ক্লাসৰ অবজেক্ট তৈয়াৰ কৰে তাৰ সম্পর্কে জানিবই লাগিব। |
00:34 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক (http://www.spoken-tutorial.org) |
00:42 | Constructor ইনস্ট্যান্স ভ্যাৰিয়েবলস ইনিসিয়েলাইজ কৰিবলৈ ব্যবহৃত হয়। |
00:46 | এইটোক নতুন অবজেক্ট তৈয়াৰ কৰা সময়ত কোরা হয়। |
00:46 | এইটোক নতুন অবজেক্টৰ তৈয়াৰ হোৱা সময়ত কল কৰা হয়। |
00:50 | এতিয়া চাও যে constructor জাভাত কিভাবে সংজ্ঞায় কৰা হৈছে। |
00:55 | সেয়ে এক্লীপ্সত, আমি ইতিমধ্যে Student.java নামৰ এটা জাভা ফাইল তৈয়াৰ কৰিছো । |
01:02 | Student ক্লাসত আমি দুটা ভ্যাৰিয়েবল ঘোষিত কৰিম। |
01:07 | সেয়ে লিখক int roll_number সেমিকোলন আৰু String name সেমিকোলন। |
01:20 | এতিয়া এটা মেথড তৈয়াৰ কৰা হক । |
01:22 | সেয়ে লিখক void studentDetail() |
01:33 | কাৰ্ড়লী বন্ধনীত লিখক System dot out dot println roll_number |
01:50 | তাৰপিছত System dot out dot println name |
02:03 | এতিয়া মেন মেথডত আমি এই মেথড কল কৰিম। |
02:08 | সেয়ে এটা অবজেক্ট তৈয়াৰ কৰো আৰু মেথড কল কৰো । |
02:14 | সেয়ে লিখক Student অবজেক্ট নেম stu ইকুয়েল টু new Student |
02:28 | তাৰপিছত stu ডট মেথড নেম studentDetail |
02:41 | প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক । |
02:46 | আমি দেখো যে আউটপুট হল শূন্য আৰু null. |
02:49 | সেয়ে int ভ্যাৰিয়েবল roll_number তাৰ ডিফল্ট মান শূন্যলৈ ইনিসিয়েলাইজ কৰা হৈছে। |
02:56 | আৰু স্ট্রিং নাম তাৰ ডিফল্ট মান nullলৈ ইনিসিয়েলাইজ কৰা হৈছে। |
03:02 | আমি যদি constructor সংজ্ঞায় নকৰো তেনেহলে ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হব। |
03:08 | ডিফল্ট কনস্ট্রাক্টৰৰ কোনো প্যাৰামিটাৰ নাথাকে । |
03:11 | ই ইনস্ট্যান্স ভ্যাৰিয়েবলক তাৰ ডিফল্ট মানলৈ ইনিসিয়েলাইজ কৰে। |
03:16 | এতিয়া এটা কনস্ট্রাক্টৰ সংজ্ঞায় কৰো । |
03:18 | সেয়ে লিখক Student প্রথম বন্ধনী আৰু কাৰ্ড়লী বন্ধনী। |
03:30 | মনত ৰাখক যে কনস্ট্রাক্টৰৰ নাম ক্লাস নামৰ মতে একে থকা দৰকাৰ। |
03:38 | কনস্ট্রাক্টৰও মেথডৰ অনুৰুপ হয় কিন্তু তাত কিছু গুৰুত্বপূর্ণ তফাৎ আাছে। |
03:44 | প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। |
03:48 | আমি একেই আউটপুট দেখিব পাৰো। |
03:51 | ইয়াৰ কাৰন হল কনস্ট্রাক্টৰ যি আমি সংজ্ঞায়িত কৰিছো তাৰ কনস্ট্রাক্টৰ নাথাকাৰ নিচিনা হয়। |
03:58 | কিন্তু ইয়াত কোনো ডিফল্ট কনস্ট্রাক্টৰ তৈয়াৰ কৰা হোৱা নাই কাৰণ আমি এটা কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰিছো । |
04:06 | এতিয়া আমি ভ্যাৰিয়েবলৰ মান দিও। |
04:11 | সেয়ে কনস্ট্রাক্টৰৰ ভিতৰত লিখক roll_number ইকুয়েল টু 10 সেমিকোলন। |
04:25 | আৰু name ইকুয়েল টু ডাবল উদ্ধৃতি চিনহত Raman |
04:35 | এখন প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক। |
04:43 | আমি আউটপুটত দেখো যে roll_number হল 10 আৰু name হল Raman. |
04:50 | সেয়ে কনস্ট্রাক্টৰ ইনস্ট্যান্স ফীল্ড ইনিসিয়েলাইজ কৰক । |
04:55 | এতিয়া মেথড আৰু কনস্ট্রাক্টৰৰ মাজত কিছো অন্তৰ দেখো । |
05:01 | কনস্ট্রাক্টৰৰ ওচৰত কোনো ৰিটার্ন টাইপ নাই। |
05:05 | যত মেথডৰ এটা ৰিটার্ন টাইপ আছে |
05:10 | কনস্ট্রাক্টৰক new অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়। |
05:16 | যিনেকি মেথডক dot অপাৰেটৰ ব্যবহাৰ কৰি কল কৰা হয়। |
05:21 | সেয়ে এইবিলাক হল মেথড আৰু কনস্ট্রাক্টৰৰ কিছো অন্তৰ হয় । |
05:29 | সেয়ে এই টিউটোৰিয়েলত আমি শিকিছো |
05:32 | ডিফল্ট কনস্ট্রাক্টৰ সম্পর্কে, |
05:34 | কনস্ট্রাক্টৰ সংজ্ঞায়িত কৰা। |
05:36 | আৰু মেথড আৰু কনস্ট্রাক্টৰৰ অন্তৰৰ সম্পর্কে। |
05:41 | আত্ম মূল্যায়নৰ বাবে , |
05:42 | ভ্যাৰিয়েবলৰ সৈতে Employee ক্লাস আৰু ভ্যাৰিয়েবলবোৰ চাবলৈ এটা মেথড তৈয়াৰ কৰক |
05:47 | আৰু Employee ক্লাসৰ বাবে এটা কনস্ট্রাক্টৰ তৈয়াৰ কৰক । |
05:52 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, |
05:54 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
06:00 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
06:03 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
06:06 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
06:08 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
06:11 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
06:14 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
06:20 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
06:24 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
06:29 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
06:38 | আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো । |
06:40 | যোগদানৰ বাবে ধন্যবাদ। |
06:42 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |