Difference between revisions of "Pending"
From Script | Spoken-Tutorial
Line 125: | Line 125: | ||
| 02:52 | | 02:52 | ||
| Wizardৰ তলৰ সোঁ কোণত থকা '''Finish'''ত ক্লিক কৰক । | | Wizardৰ তলৰ সোঁ কোণত থকা '''Finish'''ত ক্লিক কৰক । | ||
+ | |- | ||
| 03:00 | | 03:00 | ||
| আমি ইয়াত এটা “Open Associated Perspective” নামৰ Dialog Box দেখাপাম। | | আমি ইয়াত এটা “Open Associated Perspective” নামৰ Dialog Box দেখাপাম। | ||
Line 249: | Line 250: | ||
| ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , '''Output''' console ত output তো দেখা পাই । | | ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , '''Output''' console ত output তো দেখা পাই । | ||
− | |- | + | |- |
+ | | 7:04 | ||
| আমৰ code ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ '''Problems''' portlet ত দখোৱা হয় । | | আমৰ code ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ '''Problems''' portlet ত দখোৱা হয় । | ||
Line 283: | Line 285: | ||
| 07:53 | | 07:53 | ||
| যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । | | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । | ||
− | |||
|- | |- | ||
| 07:58 | | 07:58 | ||
| Spoken Tutorial Project ৰ দলটিয়ে | | Spoken Tutorial Project ৰ দলটিয়ে | ||
− | |||
− | |||
|- | |- | ||
| 07:59 | | 07:59 |
Revision as of 12:11, 3 June 2014
Time' | Narration |
00:01 | নমস্কাৰ Getting started with Eclipseৰ spoken tutorialলৈ আপোনাক স্ৱাগতম জনালো । |
00:06 | এই tutorialত আমি শিকিম
|
00:08 | কেনেকৈ Eclipseত এটা project বনাব আৰু এটা class যোগ কৰিব পাৰি । |
00:12 | কেনেকৈ java program লিখিব পাৰি আৰু |
00:14 | Eclipseত কেনেকৈ java program এটা চলাব পাৰি । |
00:18 | এই tutorialৰ বাবে আমি ব্যৱহাৰ কৰিম ।
|
00:25 | এই tutorialটো অণুসৰণ কৰিবলৈ |
00:28 | আপোনাৰ systemত Eclipse install হৈ থকা হ‘ব লাগিব । |
00:30 | যদি নাজানে, তেনেহ‘লে প্ৰাসংগিক tutorial আমাৰ websiteত পৰিদৰ্শন কৰক । |
00:39 | Eclipse হৈছে এটা Integrated Development Environment । |
00:42 | এইটো এটা tool হয় য‘ত এজনে java programবোৰ অতি সহজে লিখা, debug কৰা আৰু চলাব (run) পাৰে । |
00:50 | এতিয়া Eclipse খোলো আহক । |
00:55 | Alt F2 Press কৰক আৰু dialog boxত , eclipse লিখি enter মাৰক । |
01:08 | আমি এটা Workspace Launcher dialog বক্স পাও । |
01:11 | workspace এটা জেগা হয় য‘ত আপোনাৰ project সম্বন্দ্ধীয় সকলো data আৰু eclipse সম্বন্দ্ধীয় files বোৰ সংৰক্ষণ কৰা হয় । |
01:19 | তাতে ইতিমধ্যে এটা জেগা আছে যিটো default location বুলি কোৱা হয় । |
01:24 | browse feature ব্যৱহাৰ কৰি এটা বিভিন্ন directoryও বাচিব পাৰি ।
|
01:27 | এতিয়াৰ বাবে default directoryৰ সৈতে আগবাঢ়ো । |
01:30 | আগ বাঢ়িবলৈ OK ত ক্লিক কৰক । |
01:39 | আপোনাৰ আগত Welcome to Eclipse pageখন আছে । |
01:46 | পাত খনৰ ওপৰ ভাগৰ সোঁ কোনত ঠকা Workbenchত ক্লিক কৰক । |
01:52 | আৰু ইয়াত এটা Eclipse IDE আছে । এতিয়া এটা project যোগ কৰো আহক । |
01:57 | প্ৰথমে File যাওক তাৰ পাছত New আৰু Project select কৰক । |
02:05 | projectৰ তালিকাত Java Project বাচক । |
02:10 | আৰু মন কৰিব যে আমি প্ৰায়বোৰ tutorialৰ বাবে java project ব্যৱহাৰ কৰিম Nextত ক্লিক কৰক । |
02:19 | projectৰ নামত EclipseDemo বুলি লিখক । |
02:30 | এটা optionলৈ মন কৰক য‘ত লিখা থাকিব use default location । |
02:34 | যদি এই optionটো select কৰা আছে, EclipseDemo projectৰ তথ্যবোৰ default workspaceত সংৰক্ষণ কৰা হয় । |
02:41 | যদি এইটো select হোৱা নাই browse feature ব্যৱহাৰ কৰি, এটা বিভিন্ন জেগা বাচি ল‘ব পাৰি । |
02:47 | এতিয়াৰ বাবে আমি default locationটো ব্যৱহাৰ কৰিম । |
02:52 | Wizardৰ তলৰ সোঁ কোণত থকা Finishত ক্লিক কৰক । |
03:00 | আমি ইয়াত এটা “Open Associated Perspective” নামৰ Dialog Box দেখাপাম।
|
03:04 | ইEclipse তথকা বস্তু বোৰক refer কৰে। |
03:09 | Dialog Box এJava Development ৰউপযুক্তএটাPerspective কবুজাই।
|
03:20 | “remember my decision” select কৰকআৰু “Yes” ত click কৰক। |
03:2 | Project ৰসৈতেআমাৰলগত “Eclipse IDE” আছেআৰুএতিয়া Project লৈএটা Class যোগকৰো। |
03:37 | Project ত Right clickকৰক, “new” আৰু “class” তselect কৰক। |
03:46 | Class Name ত “Demo Class” বুলিদিয়ক। |
03:55 | মন কৰিব যে Modifier তআমাৰহাততদুটা Option আছে, যি কেইটা হ’ল “Public” আৰু “Default” । |
03:59 | এতিয়াৰকাৰণেPublic হিছাপেলওক । |
04:01 | দ্বিতীয় option বোৰপিছৰ Tutorial তআলোচনাকৰাহব। |
04:06 | আৰুMethod Stubs ৰতালিকা Option টোৰপাছতযি হয় “public static void main”। |
04:15 | পিছৰoption বোৰআহিবলগিয়া Tutorial তআলোচনাকৰাহব। |
04:19 | Wizard ৰসো-কোণ ৰ তলত থকা “Finish” ত Click কৰক। |
04:30 | আৰু ইয়াত আমাৰ “Class File” আছে । |
04:35 | মনকৰকযেতাতেবহুতোpartisionআছে, যাককোৱাহয় “Portlets” । |
04:41 | আমাৰ ওচৰত “Package Explorer” আছেযিয়ে “File Browser” ৰনিচিনাদেখুৱাই। |
04:46 | আমাৰ ওচৰত “Editor” portletআছেয’তআমি Code লিখো। |
04:50 | আৰু Outlet Portletযিয়ে Project ৰ hierarchy দেখুৱাই। |
04:56 | প্রতিতো “Portlet” resize কৰিব পৰা যায় ।
|
05:10 | ইয়াক সৰু কৰিবলৈ minimize button ব্যৱহাৰ কৰা হয় । |
05:26 | ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ restore button ব্যৱহাৰ কৰা হয় । |
05:37 | এতিয়া বেলেগ portlets minimize কৰি Editor ত focus কৰা যাওক । |
05:49 | আমি দেখি পাইছো যে Eclipse ত আগৰ পৰাই কিচোমান code তৈয়াৰ কৰা আছে । |
05:54 | তৈয়াৰি code বিলাক নির্ভৰ কৰে options বিলাক select কৰাৰ ওপৰত, যেতিয়া class তো বনোৱা যায় । |
06:00 | এতিয়া এটা print statement ইয়াত যোগ কৰক । |
06:08 | লিখক System.out.println (“Hello Eclipse”). । |
06:26 | Statement তৰ শেষত এটা semicolon ব্যৱহাৰ কৰক । |
06:31 | File তো Save কৰক File option তো click কৰি Save তিপক । |
06:37 | আন এটা উপায় হৈছে shortcut Control S ব্যৱহাৰ কৰি । |
06:42 | program তো run কৰিবলৈ , editor গৈ right click কৰক, তাৰ পৰা run as লৈ গৈ java application বাছি লওক । |
06:56 | ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , Output console ত output তো দেখা পাই । |
7:04 | আমৰ code ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ Problems portlet ত দখোৱা হয় । |
07:10 | চোৱা যাওক কি দৰে Java program লিখা যায় আৰু run কৰা যায় Eclipse ত । |
07:18 | ইয়াৰ জৰিয়তে tutorial ৰ আন্তিম প্রয্যায় পালোহি । |
07:20 | এই tutorial ৰ পৰা আমি সিকিলো কি দৰে project আৰু এটা class তৈয়াৰ কৰা যায় eclipse ত । কি দৰে java source code লিখা যায় আৰু কি দৰে java program run কৰা যায় Eclipse ত । |
07:33 | এই tutorial ৰ বাবে এটা কার্য্য, এটা নতুন project তৈয়াৰ কৰক Display নাম দি । |
07:38 | আৰু Display project ত এটা class যোগ কৰক, Welcome নামেৰে । |
07:44 | Spoken Tutorial Project ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
07:50 | Spoken Tutorial project সাৰাংশ ইয়াতে আছে । |
07:53 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
07:58 | Spoken Tutorial Project ৰ দলটিয়ে |
07:59 | spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনোষ্টিত কৰে । |
08:02 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
08:05 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org |
08:12 | Spoken Tutorial Project Talk to a Teacher' projectৰ এটা অংগ । |
08:17 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় |
08:23 | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যায় |
08:27 | এই tutorialটো TalentSprintৰ দ্ৱাৰা আগবঢ়োৱা হ‘ল। আমাৰ সৈতে যোগ দিয়াৰ বাবে ধন্যবাদ |