Pending

From Script | Spoken-Tutorial
Jump to: navigation, search
Time' Narration
00:01 নমস্কাৰ Getting started with Eclipseৰ spoken tutorialলৈ আপোনাক স্ৱাগতম জনালো ।
00:06 এই tutorialত আমি শিকিম


00:08 কেনেকৈ Eclipseত এটা project বনাব আৰু এটা class যোগ কৰিব পাৰি ।
00:12 কেনেকৈ java program লিখিব পাৰি আৰু
00:14 Eclipseত কেনেকৈ java program এটা চলাব পাৰি ।
00:18 এই tutorialৰ বাবে আমি ব্যৱহাৰ কৰিম ।
  • Ubuntu 11.10,
  • Eclipse 3.7
00:25 এই tutorialটো অণুসৰণ কৰিবলৈ
00:28 আপোনাৰ systemত Eclipse install হৈ থকা হ‘ব লাগিব ।
00:30 যদি নাজানে, তেনেহ‘লে প্ৰাসংগিক tutorial আমাৰ websiteত পৰিদৰ্শন কৰক ।
00:39 Eclipse হৈছে এটা Integrated Development Environment
00:42 এইটো এটা tool হয় য‘ত এজনে java programবোৰ অতি সহজে লিখা, debug কৰা আৰু চলাব (run) পাৰে ।
00:50 এতিয়া Eclipse খোলো আহক ।
00:55 Alt F2 Press কৰক আৰু dialog boxত , eclipse লিখি enter মাৰক ।
01:08 আমি এটা Workspace Launcher dialog বক্স পাও ।
01:11 workspace এটা জেগা হয় য‘ত আপোনাৰ project সম্বন্দ্ধীয় সকলো data আৰু eclipse সম্বন্দ্ধীয় files বোৰ সংৰক্ষণ কৰা হয় ।
01:19 তাতে ইতিমধ্যে এটা জেগা আছে যিটো default location বুলি কোৱা হয় ।
01:24 browse feature ব্যৱহাৰ কৰি এটা বিভিন্ন directoryও বাচিব পাৰি ।
01:27 এতিয়াৰ বাবে default directoryৰ সৈতে আগবাঢ়ো ।
01:30 আগ বাঢ়িবলৈ OK ত ক্লিক কৰক ।
01:39 আপোনাৰ আগত Welcome to Eclipse pageখন আছে ।
01:46 পাত খনৰ ওপৰ ভাগৰ সোঁ কোনত ঠকা Workbenchত ক্লিক কৰক ।
01:52 আৰু ইয়াত এটা Eclipse IDE আছে । এতিয়া এটা project যোগ কৰো আহক ।
01:57 প্ৰথমে File যাওক তাৰ পাছত New আৰু Project select কৰক ।
02:05 projectৰ তালিকাত Java Project বাচক ।
02:10 আৰু মন কৰিব যে আমি প্ৰায়বোৰ tutorialৰ বাবে java project ব্যৱহাৰ কৰিম Nextত ক্লিক কৰক ।
02:19 projectৰ নামত EclipseDemo বুলি লিখক ।
02:30 এটা optionলৈ মন কৰক য‘ত লিখা থাকিব use default location
02:34 যদি এই optionটো select কৰা আছে, EclipseDemo projectৰ তথ্যবোৰ default workspaceত সংৰক্ষণ কৰা হয় ।
02:41 যদি এইটো select হোৱা নাই browse feature ব্যৱহাৰ কৰি, এটা বিভিন্ন জেগা বাচি ল‘ব পাৰি ।
02:47 এতিয়াৰ বাবে আমি default locationটো ব্যৱহাৰ কৰিম ।
02:52 Wizardৰ তলৰ সোঁ কোণত থকা Finishত ক্লিক কৰক ।
03:00 আমি ইয়াত এটা “Open Associated Perspective” নামৰ Dialog Box দেখাপাম।
03:04 ইEclipse তথকা বস্তু বোৰক refer কৰে।
03:09 Dialog Box এJava Development ৰউপযুক্তএটাPerspective কবুজাই।
03:20 “remember my decision” select কৰকআৰু “Yes” ত click কৰক।
03:2 Project ৰসৈতেআমাৰলগত “Eclipse IDE” আছেআৰুএতিয়া Project লৈএটা Class যোগকৰো।
03:37 Project ত Right clickকৰক, “new” আৰু “class” তselect কৰক।
03:46 Class Name ত “Demo Class” বুলিদিয়ক।
03:55 মন কৰিব যে Modifier তআমাৰহাততদুটা Option আছে, যি কেইটা হ’ল “Public” আৰু “Default” ।
03:59 এতিয়াৰকাৰণেPublic হিছাপেলওক ।
04:01 দ্বিতীয় option বোৰপিছৰ Tutorial তআলোচনাকৰাহব।
04:06 আৰুMethod Stubs ৰতালিকা Option টোৰপাছতযি হয় “public static void main”।
04:15 পিছৰoption বোৰআহিবলগিয়া Tutorial তআলোচনাকৰাহব।
04:19 Wizard ৰসো-কোণ ৰ তলত থকা “Finish” ত Click কৰক।
04:30 আৰু ইয়াত আমাৰ “Class File” আছে ।
04:35 মনকৰকযেতাতেবহুতোpartisionআছে, যাককোৱাহয় “Portlets” ।
04:41 আমাৰ ওচৰত “Package Explorer” আছেযিয়ে “File Browser” ৰনিচিনাদেখুৱাই।
04:46 আমাৰ ওচৰত “Editor” portletআছেয’তআমি Code লিখো।
04:50 আৰু Outlet Portletযিয়ে Project ৰ hierarchy দেখুৱাই।
04:56 প্রতিতো “Portlet” resize কৰিব পৰা যায় ।
05:10 ইয়াক সৰু কৰিবলৈ minimize button ব্যৱহাৰ কৰা হয় ।
05:26 ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ restore button ব্যৱহাৰ কৰা হয় ।
05:37 এতিয়া বেলেগ portlets minimize কৰি Editor ত focus কৰা যাওক ।
05:49 আমি দেখি পাইছো যে Eclipse ত আগৰ পৰাই কিচোমান code তৈয়াৰ কৰা আছে ।
05:54 তৈয়াৰি code বিলাক নির্ভৰ কৰে options বিলাক select কৰাৰ ওপৰত, যেতিয়া class তো বনোৱা যায় ।
06:00 এতিয়া এটা print statement ইয়াত যোগ কৰক ।
06:08 লিখক System.out.println (“Hello Eclipse”).
06:26 Statement তৰ শেষত এটা semicolon ব্যৱহাৰ কৰক ।
06:31 File তো Save কৰক File option তো click কৰি Save তিপক ।
06:37 আন এটা উপায় হৈছে shortcut Control S ব্যৱহাৰ কৰি ।
06:42 program তো run কৰিবলৈ , editor গৈ right click কৰক, তাৰ পৰা run as লৈ গৈ java application বাছি লওক ।
06:56 ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , Output console ত output তো দেখা পাই ।
7:04 আমৰ code ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ Problems portlet ত দখোৱা হয় ।
07:10 চোৱা যাওক কি দৰে Java program লিখা যায় আৰু run কৰা যায় Eclipse ত ।
07:18 ইয়াৰ জৰিয়তে tutorial ৰ আন্তিম প্রয্যায় পালোহি ।
07:20 এই tutorial ৰ পৰা আমি সিকিলো কি দৰে project আৰু এটা class তৈয়াৰ কৰা যায় eclipse ত । কি দৰে java source code লিখা যায় আৰু কি দৰে java program run কৰা যায় Eclipse ত ।
07:33 এই tutorial ৰ বাবে এটা কার্য্য, এটা নতুন project তৈয়াৰ কৰক Display নাম দি ।
07:38 আৰু Display project ত এটা class যোগ কৰক, Welcome নামেৰে ।
07:44 Spoken Tutorial Project ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
07:50 Spoken Tutorial project সাৰাংশ ইয়াতে আছে ।
07:53 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
07:58 Spoken Tutorial Project ৰ দলটিয়ে
07:59 spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনোষ্টিত কৰে ।
08:02 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
08:05 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org
08:12 Spoken Tutorial Project Talk to a Teacher' projectৰ এটা অংগ ।
08:17 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
08:23 এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যায়
08:27 এই tutorialটো TalentSprintৰ দ্ৱাৰা আগবঢ়োৱা হ‘ল। আমাৰ সৈতে যোগ দিয়াৰ বাবে ধন্যবাদ

Contributors and Content Editors

Chaithaya, Krupali, Madhurig, Mousumi