Difference between revisions of "Pending"
From Script | Spoken-Tutorial
(Replaced content with 'This is page is under construction') |
|||
Line 1: | Line 1: | ||
− | + | {| border=1 | |
+ | || ''Time''' | ||
+ | || '''Narration''' | ||
+ | |- | ||
+ | | 00:01 | ||
+ | | নমস্কাৰ ''Getting started with Eclipse''ৰ spoken tutorialলৈ আপোনাক স্ৱাগতম জনালো । | ||
+ | |||
+ | |- | ||
+ | | 00:06 | ||
+ | | এই tutorialত আমি শিকিম | ||
+ | |||
+ | |||
+ | |- | ||
+ | | 00:08 | ||
+ | | কেনেকৈ Eclipseত এটা project বনাব আৰু এটা class যোগ কৰিব পাৰি । | ||
+ | |- | ||
+ | | 00:12 | ||
+ | | কেনেকৈ java program লিখিব পাৰি আৰু | ||
+ | |- | ||
+ | | 00:14 | ||
+ | | Eclipseত কেনেকৈ java program এটা চলাব পাৰি । | ||
+ | |||
+ | |- | ||
+ | | 00:18 | ||
+ | | এই tutorialৰ বাবে আমি ব্যৱহাৰ কৰিম । | ||
+ | |||
+ | * Ubuntu 11.10, | ||
+ | * Eclipse 3.7 | ||
+ | |||
+ | |- | ||
+ | | 00:25 | ||
+ | | এই tutorialটো অণুসৰণ কৰিবলৈ | ||
+ | |||
+ | |- | ||
+ | | 00:28 | ||
+ | | আপোনাৰ systemত Eclipse install হৈ থকা হ‘ব লাগিব । | ||
+ | |- | ||
+ | | 00:30 | ||
+ | | যদি নাজানে, তেনেহ‘লে প্ৰাসংগিক tutorial আমাৰ websiteত পৰিদৰ্শন কৰক । | ||
+ | |||
+ | |- | ||
+ | | 00:39 | ||
+ | | '''Eclipse''' হৈছে এটা '''Integrated Development Environment ''' । | ||
+ | |||
+ | |- | ||
+ | | 00:42 | ||
+ | | এইটো এটা tool হয় য‘ত এজনে java programবোৰ অতি সহজে লিখা, debug কৰা আৰু চলাব (run) পাৰে । | ||
+ | |||
+ | |- | ||
+ | | 00:50 | ||
+ | | এতিয়া Eclipse খোলো আহক । | ||
+ | |||
+ | |- | ||
+ | | 00:55 | ||
+ | | '''Alt F2''' Press কৰক আৰু dialog boxত , '''eclipse''' লিখি enter মাৰক । | ||
+ | |||
+ | |- | ||
+ | | 01:08 | ||
+ | | আমি এটা '''Workspace Launcher''' dialog বক্স পাও । | ||
+ | |||
+ | |- | ||
+ | | 01:11 | ||
+ | |workspace এটা জেগা হয় য‘ত আপোনাৰ project সম্বন্দ্ধীয় সকলো data আৰু eclipse সম্বন্দ্ধীয় files বোৰ সংৰক্ষণ কৰা হয় । | ||
+ | |||
+ | |- | ||
+ | | 01:19 | ||
+ | | তাতে ইতিমধ্যে এটা জেগা আছে যিটো default location বুলি কোৱা হয় । | ||
+ | |||
+ | |- | ||
+ | | 01:24 | ||
+ | | browse feature ব্যৱহাৰ কৰি এটা বিভিন্ন directoryও বাচিব পাৰি । | ||
+ | |||
+ | |||
+ | |- | ||
+ | | 01:27 | ||
+ | | এতিয়াৰ বাবে default directoryৰ সৈতে আগবাঢ়ো । | ||
+ | |||
+ | |- | ||
+ | | 01:30 | ||
+ | | আগ বাঢ়িবলৈ '''OK '''ত ক্লিক কৰক । | ||
+ | |||
+ | |- | ||
+ | | 01:39 | ||
+ | |আপোনাৰ আগত '''Welcome to Eclipse''' pageখন আছে । | ||
+ | |||
+ | |- | ||
+ | | 01:46 | ||
+ | | পাত খনৰ ওপৰ ভাগৰ সোঁ কোনত ঠকা '''Workbench'''ত ক্লিক কৰক । | ||
+ | |- | ||
+ | | 01:52 | ||
+ | | আৰু ইয়াত এটা Eclipse IDE আছে । এতিয়া এটা project যোগ কৰো আহক । | ||
+ | |||
+ | |- | ||
+ | | 01:57 | ||
+ | | প্ৰথমে '''File''' যাওক তাৰ পাছত '''New''' আৰু '''Project''' select কৰক । | ||
+ | |||
+ | |- | ||
+ | | 02:05 | ||
+ | | projectৰ তালিকাত '''Java Project''' বাচক । | ||
+ | |||
+ | |- | ||
+ | | 02:10 | ||
+ | | আৰু মন কৰিব যে আমি প্ৰায়বোৰ tutorialৰ বাবে '''java project''' ব্যৱহাৰ কৰিম '''Next'''ত ক্লিক কৰক । | ||
+ | |||
+ | |- | ||
+ | | 02:19 | ||
+ | | projectৰ নামত '''EclipseDemo''' বুলি লিখক । | ||
+ | |||
+ | |- | ||
+ | | 02:30 | ||
+ | | এটা optionলৈ মন কৰক য‘ত লিখা থাকিব '''use default location''' । | ||
+ | |||
+ | |- | ||
+ | | 02:34 | ||
+ | | যদি এই optionটো select কৰা আছে, '''EclipseDemo''' projectৰ তথ্যবোৰ default workspaceত সংৰক্ষণ কৰা হয় । | ||
+ | |||
+ | |- | ||
+ | | 02:41 | ||
+ | | যদি এইটো select হোৱা নাই browse feature ব্যৱহাৰ কৰি, এটা বিভিন্ন জেগা বাচি ল‘ব পাৰি । | ||
+ | |- | ||
+ | | 02:47 | ||
+ | | এতিয়াৰ বাবে আমি default locationটো ব্যৱহাৰ কৰিম । | ||
+ | |||
+ | |- | ||
+ | | 02:52 | ||
+ | | Wizardৰ তলৰ সোঁ কোণত থকা '''Finish'''ত ক্লিক কৰক । | ||
+ | | 03:00 | ||
+ | | আমি ইয়াত এটা “Open Associated Perspective” নামৰ Dialog Box দেখাপাম। | ||
+ | |||
+ | |||
+ | |- | ||
+ | | 03:04 | ||
+ | | ইEclipse তথকা বস্তু বোৰক refer কৰে। | ||
+ | |||
+ | |- | ||
+ | | 03:09 | ||
+ | |Dialog Box এJava Development ৰউপযুক্তএটাPerspective কবুজাই। | ||
+ | |||
+ | |||
+ | |- | ||
+ | | 03:20 | ||
+ | |“remember my decision” select কৰকআৰু “Yes” ত click কৰক। | ||
+ | |||
+ | |- | ||
+ | | 03:2 | ||
+ | | Project ৰসৈতেআমাৰলগত “Eclipse IDE” আছেআৰুএতিয়া Project লৈএটা Class যোগকৰো। | ||
+ | |||
+ | |- | ||
+ | | 03:37 | ||
+ | |Project ত Right clickকৰক, “new” আৰু “class” তselect কৰক। | ||
+ | |||
+ | |- | ||
+ | | 03:46 | ||
+ | | Class Name ত “Demo Class” বুলিদিয়ক। | ||
+ | |||
+ | |- | ||
+ | | 03:55 | ||
+ | | মন কৰিব যে Modifier তআমাৰহাততদুটা Option আছে, যি কেইটা হ’ল “Public” আৰু “Default” । | ||
+ | |||
+ | |- | ||
+ | | 03:59 | ||
+ | | এতিয়াৰকাৰণেPublic হিছাপেলওক । | ||
+ | |||
+ | |- | ||
+ | | 04:01 | ||
+ | |দ্বিতীয় option বোৰপিছৰ Tutorial তআলোচনাকৰাহব। | ||
+ | |- | ||
+ | | 04:06 | ||
+ | | আৰুMethod Stubs ৰতালিকা Option টোৰপাছতযি হয় “public static void main”। | ||
+ | |||
+ | |- | ||
+ | | 04:15 | ||
+ | | পিছৰoption বোৰআহিবলগিয়া Tutorial তআলোচনাকৰাহব। | ||
+ | |||
+ | |- | ||
+ | | 04:19 | ||
+ | | Wizard ৰসো-কোণ ৰ তলত থকা “Finish” ত Click কৰক। | ||
+ | |||
+ | |- | ||
+ | |04:30 | ||
+ | |আৰু ইয়াত আমাৰ “Class File” আছে । | ||
+ | |||
+ | |- | ||
+ | | 04:35 | ||
+ | | মনকৰকযেতাতেবহুতোpartisionআছে, যাককোৱাহয় “Portlets” । | ||
+ | |||
+ | |- | ||
+ | | 04:41 | ||
+ | | আমাৰ ওচৰত “Package Explorer” আছেযিয়ে “File Browser” ৰনিচিনাদেখুৱাই। | ||
+ | |||
+ | |- | ||
+ | | 04:46 | ||
+ | | আমাৰ ওচৰত “Editor” portletআছেয’তআমি Code লিখো। | ||
+ | |||
+ | |- | ||
+ | | 04:50 | ||
+ | |আৰু Outlet Portletযিয়ে Project ৰ hierarchy দেখুৱাই। | ||
+ | |||
+ | |- | ||
+ | | 04:56 | ||
+ | | প্রতিতো “Portlet” resize কৰিব পৰা যায় । | ||
+ | |||
+ | |||
+ | |- | ||
+ | | 05:10 | ||
+ | | ইয়াক সৰু কৰিবলৈ minimize button ব্যৱহাৰ কৰা হয় । | ||
+ | |||
+ | |- | ||
+ | | 05:26 | ||
+ | | ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ restore button ব্যৱহাৰ কৰা হয় । | ||
+ | |||
+ | |- | ||
+ | | 05:37 | ||
+ | | এতিয়া বেলেগ portlets minimize কৰি Editor ত focus কৰা যাওক । | ||
+ | |||
+ | |- | ||
+ | | 05:49 | ||
+ | | আমি দেখি পাইছো যে Eclipse ত আগৰ পৰাই কিচোমান code তৈয়াৰ কৰা আছে । | ||
+ | |||
+ | |- | ||
+ | | 05:54 | ||
+ | | তৈয়াৰি code বিলাক নির্ভৰ কৰে options বিলাক select কৰাৰ ওপৰত, যেতিয়া class তো বনোৱা যায় । | ||
+ | |||
+ | |- | ||
+ | | 06:00 | ||
+ | | এতিয়া এটা print statement ইয়াত যোগ কৰক । | ||
+ | |||
+ | |- | ||
+ | | 06:08 | ||
+ | | লিখক '''System.out.println (“Hello Eclipse”).''' । | ||
+ | |||
+ | |- | ||
+ | | 06:26 | ||
+ | | Statement তৰ শেষত এটা semicolon ব্যৱহাৰ কৰক । | ||
+ | |||
+ | |- | ||
+ | | 06:31 | ||
+ | | File তো Save কৰক '''File ''' option তো click কৰি '''Save''' তিপক । | ||
+ | |||
+ | |- | ||
+ | | 06:37 | ||
+ | | আন এটা উপায় হৈছে shortcut '''Control S''' ব্যৱহাৰ কৰি । | ||
+ | |- | ||
+ | | 06:42 | ||
+ | | program তো run কৰিবলৈ , '''editor''' গৈ right click কৰক, তাৰ পৰা '''run as''' লৈ গৈ '''java application''' বাছি লওক । | ||
+ | |||
+ | |- | ||
+ | | 06:56 | ||
+ | | ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , '''Output''' console ত output তো দেখা পাই । | ||
+ | |||
+ | |-ূ | ||
+ | | আমৰ code ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ '''Problems''' portlet ত দখোৱা হয় । | ||
+ | |||
+ | |- | ||
+ | | 07:10 | ||
+ | | চোৱা যাওক কি দৰে Java program লিখা যায় আৰু run কৰা যায় Eclipse ত । | ||
+ | |||
+ | |- | ||
+ | | 07:18 | ||
+ | | ইয়াৰ জৰিয়তে tutorial ৰ আন্তিম প্রয্যায় পালোহি । | ||
+ | |||
+ | |- | ||
+ | | 07:20 | ||
+ | | এই tutorial ৰ পৰা আমি সিকিলো কি দৰে project আৰু এটা class তৈয়াৰ কৰা যায় eclipse ত । কি দৰে java source code লিখা যায় আৰু কি দৰে java program run কৰা যায় Eclipse ত । | ||
+ | |||
+ | |- | ||
+ | | 07:33 | ||
+ | | এই tutorial ৰ বাবে এটা কার্য্য, এটা নতুন project তৈয়াৰ কৰক '''Display''' নাম দি । | ||
+ | |||
+ | |- | ||
+ | | 07:38 | ||
+ | | আৰু '''Display''' project ত এটা class যোগ কৰক, '''Welcome ''' নামেৰে । | ||
+ | |||
+ | |- | ||
+ | | 07:44 | ||
+ | | Spoken Tutorial Project ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক । | ||
+ | |||
+ | |- | ||
+ | | 07:50 | ||
+ | | Spoken Tutorial project সাৰাংশ ইয়াতে আছে । | ||
+ | |||
+ | |- | ||
+ | | 07:53 | ||
+ | | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । | ||
+ | |||
+ | |||
+ | |- | ||
+ | | 07:58 | ||
+ | | Spoken Tutorial Project ৰ দলটিয়ে | ||
+ | |||
+ | |||
+ | |- | ||
+ | | 07:59 | ||
+ | | '''spoken tutorials'''ৰ সহায়েৰে কর্মশালা আদি অনোষ্টিত কৰে । | ||
+ | |- | ||
+ | | 08:02 | ||
+ | | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | ||
+ | |- | ||
+ | | 08:05 | ||
+ | | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org | ||
+ | |- | ||
+ | | 08:12 | ||
+ | | ''Spoken Tutorial ''' Project '''Talk to a Teacher''' projectৰ এটা অংগ । | ||
+ | |||
+ | |- | ||
+ | | 08:17 | ||
+ | | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় | ||
+ | |- | ||
+ | | 08:23 | ||
+ | | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যায় | ||
+ | |||
+ | |- | ||
+ | | 08:27 | ||
+ | | এই tutorialটো '''TalentSprint'''ৰ দ্ৱাৰা আগবঢ়োৱা হ‘ল। আমাৰ সৈতে যোগ দিয়াৰ বাবে ধন্যবাদ | ||
+ | |||
+ | |} |
Revision as of 12:08, 3 June 2014
Time' | Narration | ||
00:01 | নমস্কাৰ Getting started with Eclipseৰ spoken tutorialলৈ আপোনাক স্ৱাগতম জনালো । | ||
00:06 | এই tutorialত আমি শিকিম
| ||
00:08 | কেনেকৈ Eclipseত এটা project বনাব আৰু এটা class যোগ কৰিব পাৰি । | ||
00:12 | কেনেকৈ java program লিখিব পাৰি আৰু | ||
00:14 | Eclipseত কেনেকৈ java program এটা চলাব পাৰি । | ||
00:18 | এই tutorialৰ বাবে আমি ব্যৱহাৰ কৰিম ।
| ||
00:25 | এই tutorialটো অণুসৰণ কৰিবলৈ | ||
00:28 | আপোনাৰ systemত Eclipse install হৈ থকা হ‘ব লাগিব । | ||
00:30 | যদি নাজানে, তেনেহ‘লে প্ৰাসংগিক tutorial আমাৰ websiteত পৰিদৰ্শন কৰক । | ||
00:39 | Eclipse হৈছে এটা Integrated Development Environment । | ||
00:42 | এইটো এটা tool হয় য‘ত এজনে java programবোৰ অতি সহজে লিখা, debug কৰা আৰু চলাব (run) পাৰে । | ||
00:50 | এতিয়া Eclipse খোলো আহক । | ||
00:55 | Alt F2 Press কৰক আৰু dialog boxত , eclipse লিখি enter মাৰক । | ||
01:08 | আমি এটা Workspace Launcher dialog বক্স পাও । | ||
01:11 | workspace এটা জেগা হয় য‘ত আপোনাৰ project সম্বন্দ্ধীয় সকলো data আৰু eclipse সম্বন্দ্ধীয় files বোৰ সংৰক্ষণ কৰা হয় । | ||
01:19 | তাতে ইতিমধ্যে এটা জেগা আছে যিটো default location বুলি কোৱা হয় । | ||
01:24 | browse feature ব্যৱহাৰ কৰি এটা বিভিন্ন directoryও বাচিব পাৰি ।
| ||
01:27 | এতিয়াৰ বাবে default directoryৰ সৈতে আগবাঢ়ো । | ||
01:30 | আগ বাঢ়িবলৈ OK ত ক্লিক কৰক । | ||
01:39 | আপোনাৰ আগত Welcome to Eclipse pageখন আছে । | ||
01:46 | পাত খনৰ ওপৰ ভাগৰ সোঁ কোনত ঠকা Workbenchত ক্লিক কৰক । | ||
01:52 | আৰু ইয়াত এটা Eclipse IDE আছে । এতিয়া এটা project যোগ কৰো আহক । | ||
01:57 | প্ৰথমে File যাওক তাৰ পাছত New আৰু Project select কৰক । | ||
02:05 | projectৰ তালিকাত Java Project বাচক । | ||
02:10 | আৰু মন কৰিব যে আমি প্ৰায়বোৰ tutorialৰ বাবে java project ব্যৱহাৰ কৰিম Nextত ক্লিক কৰক । | ||
02:19 | projectৰ নামত EclipseDemo বুলি লিখক । | ||
02:30 | এটা optionলৈ মন কৰক য‘ত লিখা থাকিব use default location । | ||
02:34 | যদি এই optionটো select কৰা আছে, EclipseDemo projectৰ তথ্যবোৰ default workspaceত সংৰক্ষণ কৰা হয় । | ||
02:41 | যদি এইটো select হোৱা নাই browse feature ব্যৱহাৰ কৰি, এটা বিভিন্ন জেগা বাচি ল‘ব পাৰি । | ||
02:47 | এতিয়াৰ বাবে আমি default locationটো ব্যৱহাৰ কৰিম । | ||
02:52 | Wizardৰ তলৰ সোঁ কোণত থকা Finishত ক্লিক কৰক । | 03:00 | আমি ইয়াত এটা “Open Associated Perspective” নামৰ Dialog Box দেখাপাম।
|
03:04 | ইEclipse তথকা বস্তু বোৰক refer কৰে। | ||
03:09 | Dialog Box এJava Development ৰউপযুক্তএটাPerspective কবুজাই।
| ||
03:20 | “remember my decision” select কৰকআৰু “Yes” ত click কৰক। | ||
03:2 | Project ৰসৈতেআমাৰলগত “Eclipse IDE” আছেআৰুএতিয়া Project লৈএটা Class যোগকৰো। | ||
03:37 | Project ত Right clickকৰক, “new” আৰু “class” তselect কৰক। | ||
03:46 | Class Name ত “Demo Class” বুলিদিয়ক। | ||
03:55 | মন কৰিব যে Modifier তআমাৰহাততদুটা Option আছে, যি কেইটা হ’ল “Public” আৰু “Default” । | ||
03:59 | এতিয়াৰকাৰণেPublic হিছাপেলওক । | ||
04:01 | দ্বিতীয় option বোৰপিছৰ Tutorial তআলোচনাকৰাহব। | ||
04:06 | আৰুMethod Stubs ৰতালিকা Option টোৰপাছতযি হয় “public static void main”। | ||
04:15 | পিছৰoption বোৰআহিবলগিয়া Tutorial তআলোচনাকৰাহব। | ||
04:19 | Wizard ৰসো-কোণ ৰ তলত থকা “Finish” ত Click কৰক। | ||
04:30 | আৰু ইয়াত আমাৰ “Class File” আছে । | ||
04:35 | মনকৰকযেতাতেবহুতোpartisionআছে, যাককোৱাহয় “Portlets” । | ||
04:41 | আমাৰ ওচৰত “Package Explorer” আছেযিয়ে “File Browser” ৰনিচিনাদেখুৱাই। | ||
04:46 | আমাৰ ওচৰত “Editor” portletআছেয’তআমি Code লিখো। | ||
04:50 | আৰু Outlet Portletযিয়ে Project ৰ hierarchy দেখুৱাই। | ||
04:56 | প্রতিতো “Portlet” resize কৰিব পৰা যায় ।
| ||
05:10 | ইয়াক সৰু কৰিবলৈ minimize button ব্যৱহাৰ কৰা হয় । | ||
05:26 | ইয়াক পোনৰ অবস্তা লৈ অনিবলৈ restore button ব্যৱহাৰ কৰা হয় । | ||
05:37 | এতিয়া বেলেগ portlets minimize কৰি Editor ত focus কৰা যাওক । | ||
05:49 | আমি দেখি পাইছো যে Eclipse ত আগৰ পৰাই কিচোমান code তৈয়াৰ কৰা আছে । | ||
05:54 | তৈয়াৰি code বিলাক নির্ভৰ কৰে options বিলাক select কৰাৰ ওপৰত, যেতিয়া class তো বনোৱা যায় । | ||
06:00 | এতিয়া এটা print statement ইয়াত যোগ কৰক । | ||
06:08 | লিখক System.out.println (“Hello Eclipse”). । | ||
06:26 | Statement তৰ শেষত এটা semicolon ব্যৱহাৰ কৰক । | ||
06:31 | File তো Save কৰক File option তো click কৰি Save তিপক । | ||
06:37 | আন এটা উপায় হৈছে shortcut Control S ব্যৱহাৰ কৰি । | ||
06:42 | program তো run কৰিবলৈ , editor গৈ right click কৰক, তাৰ পৰা run as লৈ গৈ java application বাছি লওক । | ||
06:56 | ইয়াত দেখা পোৱা গৈছে যেতিয়া কিবা এটা লিখা যায় , Output console ত output তো দেখা পাই । | ||
আমৰ code ত কিবা অসোবিধা দেখা গলে এই অসোবিধা সমূহ Problems portlet ত দখোৱা হয় । | |||
07:10 | চোৱা যাওক কি দৰে Java program লিখা যায় আৰু run কৰা যায় Eclipse ত । | ||
07:18 | ইয়াৰ জৰিয়তে tutorial ৰ আন্তিম প্রয্যায় পালোহি । | ||
07:20 | এই tutorial ৰ পৰা আমি সিকিলো কি দৰে project আৰু এটা class তৈয়াৰ কৰা যায় eclipse ত । কি দৰে java source code লিখা যায় আৰু কি দৰে java program run কৰা যায় Eclipse ত । | ||
07:33 | এই tutorial ৰ বাবে এটা কার্য্য, এটা নতুন project তৈয়াৰ কৰক Display নাম দি । | ||
07:38 | আৰু Display project ত এটা class যোগ কৰক, Welcome নামেৰে । | ||
07:44 | Spoken Tutorial Project ৰ বিষয়ে অধিক জনিবলৈ তলৰ সংযোগত থকা ভিদিয়তো চাওক । | ||
07:50 | Spoken Tutorial project সাৰাংশ ইয়াতে আছে । | ||
07:53 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
| ||
07:58 | Spoken Tutorial Project ৰ দলটিয়ে
| ||
07:59 | spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনোষ্টিত কৰে । | ||
08:02 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । | ||
08:05 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org | ||
08:12 | Spoken Tutorial Project Talk to a Teacher' projectৰ এটা অংগ । | ||
08:17 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় | ||
08:23 | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যায় | ||
08:27 | এই tutorialটো TalentSprintৰ দ্ৱাৰা আগবঢ়োৱা হ‘ল। আমাৰ সৈতে যোগ দিয়াৰ বাবে ধন্যবাদ |