Difference between revisions of "KTurtle/C3/Question-Glues/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 25: Line 25:
 
|-
 
|-
 
| | 00.51
 
| | 00.51
| | question glue wordsয়ে আমাক সৰু প্রশ্নৰ পৰা এটা ডাঙৰ প্রশ্নলৈ সংযোগ কৰাত সক্ষম কৰে .
+
| | question glue wordsয়ে আমাক সৰু প্ৰশ্নৰ পৰা এটা ডাঙৰ প্ৰশ্নলৈ সংযোগ কৰাত সক্ষম কৰে .
  
 
|-
 
|-
 
| | 01.00
 
| | 01.00
| |“and”, “or” and “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ '''if-else''' শর্ত '' সৈতে একেলগে ব্যবহাৰ কৰা হয় .
+
| |“and”, “or” আৰু “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ '''if-else''' শর্ত '' সৈতে একেলগে ব্যবহাৰ কৰা হয় .
 
|-
 
|-
 
| | 01.11
 
| | 01.11
Line 43: Line 43:
 
|-
 
|-
 
| | 01.22
 
| | 01.22
| |আৰয় অপশনত ক্লিক কৰক.
+
| |আৰু অপশনত ক্লিক কৰক.
 
|-
 
|-
 
| | 01.24
 
| | 01.24
Line 49: Line 49:
 
|-
 
|-
 
| | 01.28
 
| | 01.28
| | আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্রোগ্রাম আছে.
+
| | আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্ৰোগ্ৰাম আছে.
 
|-
 
|-
 
| | 01.33
 
| | 01.33
Line 56: Line 56:
 
|-
 
|-
 
| | 01.40
 
| | 01.40
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্রোগ্রাম টাইপ কৰক.
+
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ '' ' KTurtle ''' সম্পাদকত প্ৰোগ্ৰাম টাইপ কৰক.
  
 
|-
 
|-
 
| | 01.46
 
| | 01.46
| | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
+
| | প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
 
|-
 
|-
 
| | 01.50
 
| | 01.50
| | আমি প্রোগ্রাম টেকস্টত  জুম কৰো .
+
| | আমি প্ৰোগ্ৰাম টেকস্টত  জুম কৰো .
  
 
|-
 
|-
Line 78: Line 78:
 
|-
 
|-
 
| | 02.04
 
| | 02.04
| | '''message " " ''' কিৱৰ্দৰ পিছত এটা প্রোগ্রামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .
+
| | '''message " " ''' কিৱৰ্দৰ পিছত এটা প্ৰোগ্ৰামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .
  
 
|-
 
|-
 
| | 02.10
 
| | 02.10
| |  '“message”'''কমান্ডে ইনপুট হিসাবে '' ' " স্ট্রিং " ''' লয় .
+
| |  '“message”'''কমান্ডে ইনপুট হিসাবে '' ' " স্ট্ৰিং " ''' লয় .
  
 
|-
 
|-
 
| | 02.14
 
| | 02.14
| | ই এটা স্ট্রিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্রিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে .
+
| | ই এটা স্ট্ৰিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্ৰিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে .
 
|-
 
|-
 
| | 02.24
 
| | 02.24
Line 98: Line 98:
 
|-
 
|-
 
| | 02.49
 
| | 02.49
| | যেতিয়া দুটা  প্রশ্ন '''“and”''' ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় .
+
| | যেতিয়া দুটা  প্ৰশ্ন '''“and”''' ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় .
 
|-
 
|-
 
| | 02.55
 
| | 02.55
Line 109: Line 109:
 
|-
 
|-
 
| | 03.12
 
| | 03.12
| | ই ত্রিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে.
+
| | ই ত্ৰিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে.
 
|-
 
|-
 
| | 03.17
 
| | 03.17
Line 119: Line 119:
 
|-
 
|-
 
| | 03.35
 
| | 03.35
| | 'print''' কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্রিং প্রদর্শন কৰে .
+
| | 'print''' কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্ৰিং প্ৰৰ্দশন কৰে .
 
|-
 
|-
 
| | 03.41
 
| | 03.41
Line 125: Line 125:
 
|-
 
|-
 
| | 03.48
 
| | 03.48
| |''print''' কমান্ডে ''else''' condition প্ৰশিক্ষন কৰাৰ পিছত string প্রদর্শন কৰে
+
| |''print''' কমান্ডে ''else''' condition প্ৰশিক্ষন কৰাৰ পিছত string প্ৰৰ্দশন কৰে
 
|-
 
|-
 
| | 03.54
 
| | 03.54
Line 134: Line 134:
 
|-
 
|-
 
| | 04.03
 
| | 04.03
| | else condition প্ৰশিক্ষন কৰাৰ পিছত ''print''' কমান্ডে stringক প্রদর্শন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো.  
+
| | else condition প্ৰশিক্ষন কৰাৰ পিছত ''print''' কমান্ডে stringক প্ৰৰ্দশন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো.  
 
|-
 
|-
 
| | 04.12
 
| | 04.12
| | প্রোগ্রামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক.
+
| | প্ৰোগ্ৰামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক.
 
|-
 
|-
 
| | 04.15
 
| | 04.15
| | এটা বার্তা ডায়লগ বক্স উলায় (Pops - up). আমি ওকেত ক্লিক কৰু .
+
| | এটা বার্তা ডায়লগ বক্স উলায় (Pops-up). আমি ওকেত ক্লিক কৰু .
 
|-
 
|-
 
| | 04.20
 
| | 04.20
Line 153: Line 153:
 
|-
 
|-
 
| | 04.33
 
| | 04.33
| | '' ' "এটা scalene মানে বিষমভুজ ত্রিভুজ কেনভাচত প্রদর্শন কৰা হক. '
+
| | '' ' "এটা scalene মানে বিষমভুজ ত্ৰিভুজ কেনভাচত প্ৰৰ্দশন কৰা হক. '
 
|-
 
|-
 
| | 04.37
 
| | 04.37
Line 166: Line 166:
 
|-
 
|-
 
| | 04.58
 
| | 04.58
| | ক্যানভাসত “ Not a scalene triangle”'''প্রদর্শিত কৰা হয়.
+
| | ক্যানভাসত “ Not a scalene triangle”'''প্ৰৰ্দশিত কৰা হয়.
 
|-
 
|-
 
| | 05.02
 
| | 05.02
Line 185: Line 185:
 
|-
 
|-
 
| | 05.24
 
| | 05.24
| | 'ক্যানভাসত '''" Does not satisfy triangle's inequality "''' প্রদর্শিত হয়.
+
| | 'ক্যানভাসত '''" Does not satisfy triangle's inequality "'''প্ৰৰ্দশিত হয়.
  
 
|-
 
|-
 
| | 05.30
 
| | 05.30
| | এতিয়া এই প্রোগ্রামটো মুছি পেলোৱা যাওক. আমি '''clear''' কমান্ড লিখো আৰু '''clear''' কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .
+
| | এতিয়া এই প্ৰোগ্ৰামটো মুছি পেলোৱা যাওক. আমি '''clear''' কমান্ড লিখো আৰু '''clear''' কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .
  
 
|-
 
|-
Line 196: Line 196:
 
|-
 
|-
 
| | 05.43
 
| | 05.43
| | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু '' ' KTurtle ''' এডিটৰত পেস্ট কৰো  
+
| | আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটো কপি কৰো আৰু '' ' KTurtle ''' এডিটৰত পেস্ট কৰো  
  
 
|-
 
|-
 
| | 05.51
 
| | 05.51
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক.
+
| | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
  
 
|-
 
|-
 
| | 05.56
 
| | 05.56
| | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
+
| | প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
 
|-
 
|-
 
| | 06.01
 
| | 06.01
| | আমি প্রোগ্রাম টেকস্টটোলৈ জুম কৰো আৰু প্রোগ্রামটো ব্যাখ্যা কৰা যাওক.
+
| | আমি প্ৰোগ্ৰাম টেকস্টটোলৈ জুম কৰো আৰু প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক.
 
|-
 
|-
 
| | 06.05
 
| | 06.05
Line 224: Line 224:
 
|-
 
|-
 
| | 06.36
 
| | 06.36
| | উদাঃ যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে  
+
| | উদাহৰনস্ৱৰুপে যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে  
  
 
|-
 
|-
Line 231: Line 231:
 
|-
 
|-
 
| | 06.48
 
| | 06.48
| |'''print''' কমান্ডে '''if not''' শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে  .
+
| |'''print''' কমান্ডে '''if not''' শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে  .
 
|-
 
|-
 
| | 06.55
 
| | 06.55
| |যেতিয়া '''if''' শর্ত false হয় তেতিয়া '''else'' কমান্ড প্রদর্শন কৰা হয় .
+
| |যেতিয়া '''if''' শর্ত false হয় তেতিয়া '''else'' কমান্ড প্ৰৰ্দশন কৰা হয় .
  
 
|-
 
|-
 
| | 07.01
 
| | 07.01
| |  '''print''' কমান্ডে '''else''''' শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে 
+
| |  '''print''' কমান্ডে '''else''''' শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে 
  
 
|-
 
|-
Line 245: Line 245:
 
|-
 
|-
 
| | 07.20
 
| | 07.20
| |'''repeat 3{turnright 120 forward 100}''' য়ে turtleক কেনভাচত  এটা সমবাহু ত্রিভুজ আকিবলৈ কম্মান্দ কৰে  
+
| |'''repeat 3{turnright 120 forward 100}''' য়ে turtleক কেনভাচত  এটা সমবাহু ত্ৰিভুজ আকিবলৈ কম্মান্দ কৰে  
 
|-
 
|-
 
| | 07.32
 
| | 07.32
| | আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্রোগ্রামটো ৰান কৰা যাওক .
+
| | আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্ৰোগ্ৰামটো ৰান কৰা যাওক .
 
|-
 
|-
 
| | 07.36
 
| | 07.36
Line 266: Line 266:
 
|-
 
|-
 
| | 07.54
 
| | 07.54
| | ক্যানভাসত ''“Triangle is not equilateral”'''প্রদর্শিত হয়.
+
| | ক্যানভাসত ''“Triangle is not equilateral”'''প্ৰৰ্দশিত হয়.
 
|-
 
|-
 
| | 07.58
 
| | 07.58
Line 278: Line 278:
 
|-
 
|-
 
| | 08.13
 
| | 08.13
| |  ক্যানভাসত ''“Triangle is equilateral”''' বোলি প্রদর্শিত হয়. কেনভাচত এটা সমবাহু ত্রিভুজ অকা হয় .
+
| |  ক্যানভাসত ''“Triangle is equilateral”''' বোলি প্ৰৰ্দশিত হয়. কেনভাচত এটা সমবাহু ত্ৰিভুজ অকা হয় .
 
|-
 
|-
 
| | 08.21
 
| | 08.21
Line 292: Line 292:
 
|-
 
|-
 
| | 08.35
 
| | 08.35
| | এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্রোগ্রাম এটা লিখক  
+
| | এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্ৰোগ্ৰাম এটা লিখক  
 
|-
 
|-
 
| | 08.40
 
| | 08.40
| | question glue '''“or”'''ব্যবহাৰ কৰি  right angled  ত্রিভুজৰ বাবে এঙ্গেল ধাৰণা  
+
| | question glue '''“or”'''ব্যবহাৰ কৰি  right angled  ত্ৰিভুজ বাবে এঙ্গেল ধাৰণা  
 
|-
 
|-
 
| | 08.48
 
| | 08.48
| |''if or ''condition is: ৰ গঠন    
+
| |''if or ''condition" ৰ গঠন    
 
|-
 
|-
 
| | 08.51
 
| | 08.51
Line 349: Line 349:
 
|-
 
|-
 
||09.49
 
||09.49
|| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
+
|| আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
 
|-
 
|-

Revision as of 12:38, 22 May 2014

Visual Cue Narration
00.01 নমস্কাৰ আৰু ' KTurtle ত  ' Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00.08 এই টিউটোৰিয়েলত , আমি  নিম্নলিখিত question glues শিকিম and, not
00.16 আমি  এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04  KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো
00.29 আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে
00.39 যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00.46 আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো .
00.51 question glue wordsয়ে আমাক সৰু প্ৰশ্নৰ পৰা এটা ডাঙৰ প্ৰশ্নলৈ সংযোগ কৰাত সক্ষম কৰে .
01.00 “and”, “or” আৰু “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ if-else শর্ত সৈতে একেলগে ব্যবহাৰ কৰা হয় .
01.11 এটা নতুন ' KTurtle '  Application খুলক .
01.15 ' ড্যাশ হোম ত ' ক্লিক কৰক.
01.18 অনুসন্ধান বাৰত, KTurtle টাইপ কৰক.
01.22 আৰু অপশনত ক্লিক কৰক.
01.24 glue শব্দ andৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক.
01.28 আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্ৰোগ্ৰাম আছে.
01.33 আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু ' KTurtle 'ৰ এডিটৰত পেস্ট কৰো.
01.40 অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্ৰোগ্ৰাম টাইপ কৰক.
01.46 প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
01.50 আমি প্ৰোগ্ৰাম টেকস্টত  জুম কৰো .
01.52 ই সম্ভব অলপমান অস্পষ্ট হব পাৰে 
01.56 কোডটো চোৱা যাওক .
01.59 reset কমান্ডে Turtleক  ইয়াৰ ' ডিফল্ট অবস্থানলৈ চেট কৰে
02.04 message " " কিৱৰ্দৰ পিছত এটা প্ৰোগ্ৰামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে .
02.10   '“message”কমান্ডে ইনপুট হিসাবে ' " স্ট্ৰিং " লয় .
02.14 ই এটা স্ট্ৰিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্ৰিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে .
02.24 $a, $b' and $c বোৰ ভেৰিয়েবল হয়  যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
02.30 “ask” কমান্ডে ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয়
02.36 if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b), “if” condition প্ৰশিক্ষন কৰে .
02.49 যেতিয়া দুটা  প্ৰশ্ন “and” ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় .
02.55 if(($a !=$b) and ($b != $c) and ($c != $a)) if condition প্ৰশিক্ষন কৰে
03.05 যেতিয়া উপৰৰ ''if' condition সতয় হয়, নিয়ন্ত্রণে nested if ব্লকলৈ  যায়
03.12 ই ত্ৰিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে.
03.17 ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
03.22 go 10,100' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে  .
03.35 'print কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত  স্ট্ৰিং প্ৰৰ্দশন কৰে .
03.41 'elseকমান্ডে else condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয়
03.48 print কমান্ডে else condition প্ৰশিক্ষন কৰাৰ পিছত string প্ৰৰ্দশন কৰে
03.54 else'কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে .
03.57 ইয়াত else প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়.
04.03 else condition প্ৰশিক্ষন কৰাৰ পিছত print' কমান্ডে stringক প্ৰৰ্দশন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো.
04.12 প্ৰোগ্ৰামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক.
04.15 এটা বার্তা ডায়লগ বক্স উলায় (Pops-up). আমি ওকেত ক্লিক কৰু .
04.20   AB' দৈর্ঘ্য  বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04.25 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04.29 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক
04.33 ' "এটা scalene মানে বিষমভুজ ত্ৰিভুজ কেনভাচত প্ৰৰ্দশন কৰা হক. '
04.37 আৰু এবাৰ চলোৱা হক .
04.40 এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. .
04.44 'AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু  আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
04.58 ক্যানভাসত “ Not a scalene triangle”প্ৰৰ্দশিত কৰা হয়.
05.02 ডিফল্ট অবস্থা প্ৰশিক্ষন কৰিবলৈ আকৌ এবাৰ ৰান কৰা যাওক .
05.06 এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু. 
05.11 'AB  দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05.16 BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05.20 ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
05.24 'ক্যানভাসত " Does not satisfy triangle's inequality "প্ৰৰ্দশিত হয়.
05.30 এতিয়া এই প্ৰোগ্ৰামটো মুছি পেলোৱা যাওক. আমি clear কমান্ড লিখো আৰু clear কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয়  .
05.40 not শর্ত সৈতে কাম কৰা যাওক.
05.43 আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটো কপি কৰো আৰু ' KTurtle ' এডিটৰত পেস্ট কৰো
05.51 অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
05.56 প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক.
06.01 আমি প্ৰোগ্ৰাম টেকস্টটোলৈ জুম কৰো আৰু প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক.
06.05 'reset'  কমান্ডে  Turtleক ইয়াৰ ডিফল্ট অবস্থানলৈ চেট কৰে .
06.09 $a, $b and $c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে.
06.15   if not (($a==$b) and ($b==$c) and ($c==$a)) য়ে 'if not শর্ত  প্ৰশিক্ষন কৰে
06.27 'not এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে .
06.36 উদাহৰনস্ৱৰুপে যদি দিয়া শর্ত সত্য হয় ,  not য়ে ইয়াক false কৰি তোলে
06.42 আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব.
06.48 print কমান্ডে if not শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে  .
06.55 যেতিয়া if' শর্ত false হয় তেতিয়া else কমান্ড প্ৰৰ্দশন কৰা হয় .
07.01   print কমান্ডে else শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্ৰিং প্ৰৰ্দশন কৰে 
07.07 'go 100,100 য়ে  Turtleক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে
07.20 repeat 3{turnright 120 forward 100} য়ে turtleক কেনভাচত  এটা সমবাহু ত্ৰিভুজ আকিবলৈ কম্মান্দ কৰে
07.32 আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্ৰোগ্ৰামটো ৰান কৰা যাওক .
07.36 কোডটো ৰান কৰিবলৈ  F5 টিপক  .
07.40 AB  দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07.45 BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07.48 AC   দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
07.54 ক্যানভাসত “Triangle is not equilateral”'প্ৰৰ্দশিত হয়.
07.58 আকৌ এবাৰ চলোৱা যাওক. AB  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08.05   BC  দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08.09 AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক,
08.13   ক্যানভাসত “Triangle is equilateral”' বোলি প্ৰৰ্দশিত হয়. কেনভাচত এটা সমবাহু ত্ৰিভুজ অকা হয় .
08.21 ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
08.25 সংক্ষেপ কৰা যাওক
08.28 এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো
08.35 এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্ৰোগ্ৰাম এটা লিখক
08.40 question glue “or”ব্যবহাৰ কৰি  right angled  ত্ৰিভুজ বাবে এঙ্গেল ধাৰণা
08.48 if or condition" ৰ গঠন    
08.51 if বন্ধনীত condition or বন্ধনীত condition or বন্ধনীত condition.
08.59 কাৰ্লী  বন্ধনীত do something.
09.02 'elseকাৰ্লী  বন্ধনীত do something.
09.06 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
09.10 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09.13 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09.18 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
09.20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
09.23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
09.27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09.34 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09.38 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09.44 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09.49 আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble