Difference between revisions of "KTurtle/C3/Question-Glues/Assamese"
From Script | Spoken-Tutorial
Line 8: | Line 8: | ||
|- | |- | ||
| | 00.08 | | | 00.08 | ||
− | | | এই টিউটোৰিয়েলত , আমি নিম্নলিখিত question glues '''and, not''' | + | | | এই টিউটোৰিয়েলত , আমি নিম্নলিখিত question glues শিকিম '''and, not''' |
|- | |- | ||
| | 00.16 | | | 00.16 | ||
Line 46: | Line 46: | ||
|- | |- | ||
| | 01.24 | | | 01.24 | ||
− | | | glue | + | | | glue শব্দ '''and'''ৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক. |
|- | |- | ||
| | 01.28 | | | 01.28 |
Revision as of 10:37, 22 May 2014
Visual Cue | Narration |
---|---|
00.01 | নমস্কাৰ আৰু ' KTurtle ত ' Question Glues'ৰ ওপৰত স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
00.08 | এই টিউটোৰিয়েলত , আমি নিম্নলিখিত question glues শিকিম and, not |
00.16 | আমি এই টিউটোৰিয়েলত , উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম সংস্কৰণ 12.04 KTurtle সংস্কৰণ 0.8.1 বিটা বয়বহাৰ কৰিছো |
00.29 | আমি ধৰি লৈছো যে আপোনাৰ KTurtleৰ মৌলিক কামৰ জ্ঞান আৰু KTurtle ত “if-else” statement ৰ জ্ঞান আছে |
00.39 | যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক |
00.46 | আগলৈ যোৱাৰ আগত, আমি question glue wordsৰ সম্পর্কে ব্যাখ্যা কৰো . |
00.51 | question glue wordsয়ে আমাক সৰু প্রশ্নৰ পৰা এটা ডাঙৰ প্রশ্নলৈ সংযোগ কৰাত সক্ষম কৰে . |
01.00 | “and”, “or” and “not” বোৰ কিছু glue শব্দ হয়. Glue - শব্দ বোৰ if-else শর্ত সৈতে একেলগে ব্যবহাৰ কৰা হয় . |
01.11 | এটা নতুন ' KTurtle ' Application খুলক . |
01.15 | ' ড্যাশ হোম ত ' ক্লিক কৰক. |
01.18 | অনুসন্ধান বাৰত, KTurtle টাইপ কৰক. |
01.22 | আৰয় অপশনত ক্লিক কৰক. |
01.24 | glue শব্দ andৰ সৈতে টিউটোৰিয়েল আৰম্ভ কৰা যাওক. |
01.28 | আমাৰ ইতিমধ্যে এটা টেক্সট এডিটৰত এটা প্রোগ্রাম আছে. |
01.33 | আমি টেক্সট এডিটৰপৰা কোডটো কপি কৰো আৰু ' KTurtle 'ৰ এডিটৰত পেস্ট কৰো. |
01.40 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো ইয়াত বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্রোগ্রাম টাইপ কৰক. |
01.46 | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক. |
01.50 | আমি প্রোগ্রাম টেকস্টত জুম কৰো . |
01.52 | ই সম্ভব অলপমান অস্পষ্ট হব পাৰে |
01.56 | কোডটো চোৱা যাওক . |
01.59 | reset কমান্ডে Turtleক ইয়াৰ ' ডিফল্ট অবস্থানলৈ চেট কৰে |
02.04 | message " " কিৱৰ্দৰ পিছত এটা প্রোগ্রামত দবল উদ্ধৃতি চিহ্নত বাৰ্তা দিয়া হৈছে . |
02.10 | '“message”কমান্ডে ইনপুট হিসাবে ' " স্ট্রিং " লয় . |
02.14 | ই এটা স্ট্রিং ৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখোৱায় আৰু নন নাল স্ট্রিংৰ বাবে এটা beep মানে হুইসেল উত্পন্ন কৰে . |
02.24 | $a, $b' and $c বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে. |
02.30 | “ask” কমান্ডে ভেৰিয়েবলত সংৰক্ষণ কৰিবলগিয়া ব্যবহাৰকাৰীৰ ইনপুটৰ বাবে লিখিবলৈ কয় |
02.36 | if (($a+$b>$c) আৰু ($b+$c>$a) আৰু ($c+$a>$b), “if” condition প্ৰশিক্ষন কৰে . |
02.49 | যেতিয়া দুটা প্রশ্ন “and” ৰ সৈতে সংযোগ কৰা হয় , ফলাফলটো সত্য হয় . |
02.55 | if(($a !=$b) and ($b != $c) and ($c != $a)) if condition প্ৰশিক্ষন কৰে |
03.05 | যেতিয়া উপৰৰ ''if' condition সতয় হয়, নিয়ন্ত্রণে nested if ব্লকলৈ যায় |
03.12 | ই ত্রিভুজৰ পাশ বিলাক অসমানতা হয় নে নহয় প্ৰশিক্ষন কৰে. |
03.17 | ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে |
03.22 | go 10,100' য়ে Turtleক ' ক্যানভাসৰ বাও ফালৰ পৰা ১০ পিক্সেল আৰু ক্যানভাসৰ উপৰৰ পৰা 100 পিক্সেল লৈ যাবলৈ কমান্ড কৰে . |
03.35 | 'print কমান্ডে if condition প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে . |
03.41 | 'elseকমান্ডে else condition প্ৰশিক্ষন কৰে যেতিয়া if condition ব্লকত false হয় |
03.48 | print কমান্ডে else condition প্ৰশিক্ষন কৰাৰ পিছত string প্রদর্শন কৰে |
03.54 | else'কমান্ডে final মানে চূড়ান্ত condition প্ৰশিক্ষন কৰে . |
03.57 | ইয়াত else প্ৰশিক্ষন কৰা হয় যেতিয়া উপৰৰ conditions বোৰ false হয়. |
04.03 | else condition প্ৰশিক্ষন কৰাৰ পিছত print' কমান্ডে stringক প্রদর্শন কৰে. মই সকলো condition বোৰ প্ৰশিক্ষন কৰিবলৈ কোডটো ৰান কৰো. |
04.12 | প্রোগ্রামটো ৰান কৰিবলৈ ৰান বোতামত ক্লিক কৰক. |
04.15 | এটা বার্তা ডায়লগ বক্স উলায় (Pops - up). আমি ওকেত ক্লিক কৰু . |
04.20 | AB' দৈর্ঘ্য বাবে 5 লিখক আৰু ওকেত ক্লিক কৰা যাওক |
04.25 | 'BC দৈর্ঘ্য বাবে 8 লিখক আৰু ওকেত ক্লিক কৰা যাওক |
04.29 | 'AC' দৈর্ঘ্য 'বাবে 9 লিখক আৰু ওকেত ক্লিক কৰা যাওক |
04.33 | ' "এটা scalene মানে বিষমভুজ ত্রিভুজ কেনভাচত প্রদর্শন কৰা হক. ' |
04.37 | আৰু এবাৰ চলোৱা হক . |
04.40 | এটা বার্তা ডায়লগ বক্স পপ আপ হয়. আমি ওকেত ক্লিক কৰু. . |
04.44 | 'AB দৈর্ঘ্য 'বাবে ৫ লিখক আৰু 'আৰু ওকেত ক্লিক কৰা যাওক,BC' দৈর্ঘ্য 'বাবে ৬ লিখক আৰু আৰু ওকেত ক্লিক কৰা যাওক, 'AC দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
04.58 | ক্যানভাসত “ Not a scalene triangle”প্রদর্শিত কৰা হয়. |
05.02 | ডিফল্ট অবস্থা প্ৰশিক্ষন কৰিবলৈ আকৌ এবাৰ ৰান কৰা যাওক . |
05.06 | এটা বার্তা ডায়লগ বক্স পপ আপ হয় . আমি OKত ক্লিক কৰু. |
05.11 | 'AB দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
05.16 | BC' দৈর্ঘ্য 'বাবে ১ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
05.20 | ' AC' দৈর্ঘ্য 'বাবে ২ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
05.24 | 'ক্যানভাসত " Does not satisfy triangle's inequality " প্রদর্শিত হয়. |
05.30 | এতিয়া এই প্রোগ্রামটো মুছি পেলোৱা যাওক. আমি clear কমান্ড লিখো আৰু clear কমান্ড ৰান কৰাত ক্যানভাস পৰিষ্কাৰ হয় . |
05.40 | not শর্ত সৈতে কাম কৰা যাওক. |
05.43 | আমি টেক্সট এডিটৰৰ পৰা প্রোগ্রামটো কপি কৰো আৰু ' KTurtle ' এডিটৰত পেস্ট কৰো |
05.51 | অনুগ্ৰহ কৰি টিউটোৰিয়েলটো বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্রোগ্রামটো টাইপ কৰক. |
05.56 | প্রোগ্রামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰায় আৰম্ভ কৰক. |
06.01 | আমি প্রোগ্রাম টেকস্টটোলৈ জুম কৰো আৰু প্রোগ্রামটো ব্যাখ্যা কৰা যাওক. |
06.05 | 'reset' কমান্ডে Turtleক ইয়াৰ ডিফল্ট অবস্থানলৈ চেট কৰে . |
06.09 | $a, $b and $c' বোৰ ভেৰিয়েবল হয় যি ব্যবহাৰকাৰীৰ ইনপুট সংৰক্ষণ কৰে. |
06.15 | if not (($a==$b) and ($b==$c) and ($c==$a)) য়ে 'if not শর্ত প্ৰশিক্ষন কৰে |
06.27 | 'not এটা বিশেষ question glue-শব্দ হয়. ই তাৰ operandৰ লজিক্যাল অবস্থা বিপৰীত কৰে . |
06.36 | উদাঃ যদি দিয়া শর্ত সত্য হয় , not য়ে ইয়াক false কৰি তোলে |
06.42 | আৰু যেতিয়া শর্তটো false হয় আউটপুট true হব. |
06.48 | print কমান্ডে if not শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে . |
06.55 | যেতিয়া if' শর্ত false হয় তেতিয়া else কমান্ড প্রদর্শন কৰা হয় . |
07.01 | print কমান্ডে else শর্ত প্ৰশিক্ষন কৰাৰ পিছত স্ট্রিং প্রদর্শন কৰে |
07.07 | 'go 100,100 য়ে Turtleক কেনভাচৰ বাও ফালৰপৰা 100 pixels আৰু 100 pixels কানভাচৰ ওপৰৰ পৰা যাবলৈ কম্মান্দ কৰে |
07.20 | repeat 3{turnright 120 forward 100} য়ে turtleক কেনভাচত এটা সমবাহু ত্রিভুজ আকিবলৈ কম্মান্দ কৰে |
07.32 | আমি সকলো শর্ত প্ৰশিক্ষন কৰিবলৈ প্রোগ্রামটো ৰান কৰা যাওক . |
07.36 | কোডটো ৰান কৰিবলৈ F5 টিপক . |
07.40 | AB দৈর্ঘ্য 'বাবে ৬ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
07.45 | BC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
07.48 | AC দৈর্ঘ্য 'বাবে ৭ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
07.54 | ক্যানভাসত “Triangle is not equilateral”'প্রদর্শিত হয়. |
07.58 | আকৌ এবাৰ চলোৱা যাওক. AB দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
08.05 | BC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
08.09 | AC দৈর্ঘ্য 'বাবে ৫ লিখক আৰু ওকেত ক্লিক কৰা যাওক, |
08.13 | ক্যানভাসত “Triangle is equilateral”' বোলি প্রদর্শিত হয়. কেনভাচত এটা সমবাহু ত্রিভুজ অকা হয় . |
08.21 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে |
08.25 | সংক্ষেপ কৰা যাওক |
08.28 | এই টিউটোৰিয়েলত আমি , question glues আৰু not ৰ বিষয়ে শিকিলো |
08.35 | এটা নিয়োগ হিসাবে, নিৰ্ধাৰন কৰিবলৈ প্রোগ্রাম এটা লিখক |
08.40 | question glue “or”ব্যবহাৰ কৰি right angled ত্রিভুজৰ বাবে এঙ্গেল ধাৰণা |
08.48 | if or condition is: ৰ গঠন |
08.51 | if বন্ধনীত condition or বন্ধনীত condition or বন্ধনীত condition. |
08.59 | কাৰ্লী বন্ধনীত do something. |
09.02 | 'elseকাৰ্লী বন্ধনীত do something. |
09.06 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
09.10 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09.13 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09.18 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
09.20 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
09.23 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
09.27 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09.34 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09.38 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09.44 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09.49 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |