Difference between revisions of "Java/C2/Programming-features-Eclipse/Assamese"
From Script | Spoken-Tutorial
Line 4: | Line 4: | ||
|- | |- | ||
| 00:02 | | 00:02 | ||
− | | | + | | নমস্কাৰ Eclipse ৰ Programming Featuresৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
− | |- | + | |- |
| 00:07 | | 00:07 | ||
− | | এই টিউটোৰিয়েলত , আমি | + | | এই টিউটোৰিয়েলত , আমি |
|- | |- | ||
| 00:10 | | 00:10 | ||
Line 13: | Line 13: | ||
|- | |- | ||
| 00:15 | | 00:15 | ||
− | | এই টিউটোৰিয়েলত আমি Ubuntu 11. | + | | এই টিউটোৰিয়েলত আমি Ubuntu 11.10 , JDK 1.6 , আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিছো |
|- | |- | ||
| 00:23 | | 00:23 | ||
− | | এই টিউটোৰিয়াল অনুসৰণ কৰিবলৈ বাবে | + | | এই টিউটোৰিয়াল অনুসৰণ কৰিবলৈ বাবে আপোনাৰ উচৰত |
|- | |- | ||
|00:26 | |00:26 | ||
− | | | + | |ইক্লিপ্চ ইনস্টল, আৰু |
|- | |- | ||
| 00.28 | | 00.28 | ||
− | | | + | | আপোনি Eclipseত এটি সহজ জাভা প্রোগ্রাম লিখিবলৈ জানিব লাগিব. |
|- | |- | ||
| 00:32 | | 00:32 | ||
− | | | + | | নহলে প্ৰাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবচাইটত দৰ্শন কৰক |
|- | |- | ||
Line 35: | Line 35: | ||
|- | |- | ||
| 00:44 | | 00:44 | ||
− | |Auto completion, | + | |Auto completion, |
|- | |- | ||
| 00:45 | | 00:45 | ||
− | | Syntax highlighting, | + | | Syntax highlighting, |
|- | |- | ||
Line 47: | Line 47: | ||
|- | |- | ||
| 00:48 | | 00:48 | ||
− | | | + | | shortcut keys |
|- | |- | ||
Line 55: | Line 55: | ||
|- | |- | ||
| 00:59 | | 00:59 | ||
− | | আমি 'Features''' নামেৰে একটি শ্রেণী তৈয়াৰ | + | | আমি 'Features''' নামেৰে একটি শ্রেণী তৈয়াৰ কৰিছো আৰু প্রধান পদ্ধতি মানে main method যোগ কৰিছো. |
|- | |- | ||
Line 63: | Line 63: | ||
|- | |- | ||
| 01:10 | | 01:10 | ||
− | | '' ' | + | | '' 'main method ৰ' ভিতৰত' '' এটি খোলা বক্রবন্ধনী টাইপ কৰক আৰু এন্টাৰ টিপক |
|- | |- | ||
Line 79: | Line 79: | ||
|- | |- | ||
| 01:35 | | 01:35 | ||
− | | আমি চাব পাৰো যে আমি কেবল খোলা বন্ধনী টাইপ কৰিব লাগিব | + | | আমি চাব পাৰো যে আমি কেবল খোলা বন্ধনী টাইপ কৰিব লাগিব আৰু eclipseয়ে ক্লোজিং বন্ধনী স্বয়ংক্রিয়ভাবে যোগ কৰে. |
|- | |- | ||
| 01:42 | | 01:42 | ||
| আৰু মন কৰক যে আমি যদি বন্ধ বন্ধনী টাইপ কৰিবলৈ অভ্যস্ত হও, তেনেহলে ই ইয়াৰ যত্ন অতিৰিক্ত বন্ধ বন্ধনী যোগ নকৰি লয়. | | আৰু মন কৰক যে আমি যদি বন্ধ বন্ধনী টাইপ কৰিবলৈ অভ্যস্ত হও, তেনেহলে ই ইয়াৰ যত্ন অতিৰিক্ত বন্ধ বন্ধনী যোগ নকৰি লয়. | ||
− | |||
|- | |- | ||
| 01:52 | | 01:52 | ||
− | | আমি এতিয়া বন্ধ বন্ধনী টাইপ কৰো আৰু মন কৰক যে কাৰচাৰ ডাল সো ফালে যায় আৰু অতিৰিক্ত | + | | আমি এতিয়া বন্ধ বন্ধনী টাইপ কৰো আৰু মন কৰক যে কাৰচাৰ ডাল সো ফালে যায় আৰু অতিৰিক্ত বন্ধনী যোগ কৰা নহয় |
|- | |- | ||
| 02:02 | | 02:02 | ||
| ই দবল উদ্ধৃতি চিহ্নৰ সৈতেও অনুৰুপ ফ্যাশনত কাম কৰে. | | ই দবল উদ্ধৃতি চিহ্নৰ সৈতেও অনুৰুপ ফ্যাশনত কাম কৰে. | ||
− | |||
|- | |- | ||
| 02:06 | | 02:06 | ||
− | | | + | | কোট এটা খোলক আৰু ই এটি স্বয়ংক্রিয়ভাবে কোট বন্ধ কৰে. |
|- | |- | ||
| 02:12 | | 02:12 | ||
Line 100: | Line 98: | ||
|- | |- | ||
| 02.19 | | 02.19 | ||
− | | | + | | আমি যানো যে কোট টাইপ কৰা আৰু মন কৰক যে অতিৰিক্ত কোটৰ সৈতে সো ফালে যোৱা কার্সাৰ দাল যোগ হোৱা নাই |
− | + | ||
|- | |- | ||
− | |02:27 | + | |02:27 |
|Auto-completion এটা বহুমুখী বৈশিষ্ট্য হয় আৰু কোডৰ গঠন ভালকে ৰখাত অনেক সাহায্য কৰে | |Auto-completion এটা বহুমুখী বৈশিষ্ট্য হয় আৰু কোডৰ গঠন ভালকে ৰখাত অনেক সাহায্য কৰে | ||
|- | |- | ||
| 02:32 | | 02:32 | ||
| আৰু বন্ধ ধনুর্বন্ধনী অনুপস্থিতি, ক্লোজিং বন্ধনী অনুপস্থিতি আৰু বন্ধ কোট অনুপস্থিতি নিচিনা এৰৰ প্রতিৰোধ কৰে | | আৰু বন্ধ ধনুর্বন্ধনী অনুপস্থিতি, ক্লোজিং বন্ধনী অনুপস্থিতি আৰু বন্ধ কোট অনুপস্থিতি নিচিনা এৰৰ প্রতিৰোধ কৰে | ||
− | |||
|- | |- | ||
| 02:44 | | 02:44 | ||
− | | | + | | আমি পৰবর্তী প্রোগ্রামিং বৈশিষ্ট্য' suggestion চাম |
|- | |- | ||
| 02:48 | | 02:48 | ||
| আমি টাইপ কৰা সকলো খিনি চাম. | | আমি টাইপ কৰা সকলো খিনি চাম. | ||
|- | |- | ||
− | | 02:54 | + | | 02:54 |
− | | | + | | আমি “hello”' শবটো প্রিন্ট কৰিবলৈ আউটপুট স্তেটমেন্ট টাইপ কৰিম System dot |
− | + | ||
|- | |- | ||
| 03:07 | | 03:07 | ||
− | | লক্ষ্য কৰক যে Eclipseয়ে এটি ড্রপ ডাউন তালিকা প্রদর্শন কৰে | + | | লক্ষ্য কৰক যে Eclipseয়ে এটি ড্রপ ডাউন তালিকা প্রদর্শন কৰে |
|- | |- | ||
| 03:11 | | 03:11 | ||
− | | সূচীত সকলো সম্ভব সমাপ্তিৰ পৰামর্শ থাকে | + | | সূচীত সকলো সম্ভব সমাপ্তিৰ পৰামর্শ থাকে যেনে err, in,out,console |
|- | |- | ||
| 03:19 | | 03:19 | ||
− | | ''' আউটলৈ ''' স্ক্রোল ডাউন কৰক আৰু এন্টাৰ টিপক . আৰু এটি '' ডট ''' টাইপ কৰক | + | | ''' আউটলৈ ''' স্ক্রোল ডাউন কৰক আৰু এন্টাৰ টিপক . আৰু এটি '' ডট ''' টাইপ কৰক |
|- | |- | ||
| 03:28 | | 03:28 | ||
− | | | + | | এতিয়া Eclipseয়ে মডিউলৰ পৰা পৰামর্শ প্রদান কৰিব |
|- | |- | ||
| 03:33 | | 03:33 | ||
− | | '' printlnলৈ স্ক্রোল ডাউন কৰক''' আৰু এন্টাৰ টিপক আৰু paranthesis | + | | '' printlnলৈ স্ক্রোল ডাউন কৰক''' আৰু এন্টাৰ টিপক আৰু paranthesis ভিতৰত কটচত লিখক Hello |
|- | |- | ||
| 03:57 | | 03:57 | ||
Line 142: | Line 137: | ||
|- | |- | ||
| 04:02 | | 04:02 | ||
− | | মন কৰক যে ' public class, public static void সকলো ভিন্ন ৰঙত | + | | মন কৰক যে ' public class, public static void সকলো ভিন্ন ৰঙত আছে |
|- | |- | ||
| 04:09 | | 04:09 | ||
− | | আৰু মন কৰক যে শব্দ '' ' হ্যালো ''' নীলা ৰঙত আছে যি স্ট্ৰইঙ বোলি নির্দেশ কৰে | + | | আৰু মন কৰক যে শব্দ '' ' হ্যালো ''' নীলা ৰঙত আছে যি স্ট্ৰইঙ বোলি নির্দেশ কৰে |
|- | |- | ||
| 04:16 | | 04:16 | ||
Line 160: | Line 155: | ||
|- | |- | ||
| 04:36 | | 04:36 | ||
− | | এই | + | | এই প্রোগ্রামত আমি তাত এটা এ ৰৰ দেখা পাও আৰু এৰৰ টোত মাউচ লৈ যাওক |
|- | |- | ||
| 04:46 | | 04:46 | ||
− | | আমি দেখো যে এৰৰে কয় যে সেমিকোলন অনুপস্থিত হয় | + | | আমি দেখো যে এৰৰে কয় যে সেমিকোলন অনুপস্থিত হয় আৰু এৰৰ টো সমাধান কৰিবলৈ মীমাংসা প্রদর্শিত হয় |
|- | |- | ||
Line 171: | Line 166: | ||
|- | |- | ||
| 05:12 | | 05:12 | ||
− | | আমাৰ উচৰত একটি '' 'এৰৰ ডায়ালগ বক্স ''' যি কয় যে তাত ঐটা এৰৰ আছে আৰু সোধে যে যদি আমি আগলৈ যাব লাগে নে নাই | + | | আমাৰ উচৰত একটি '' 'এৰৰ ডায়ালগ বক্স ''' যি কয় যে তাত ঐটা এৰৰ আছে আৰু সোধে যে যদি আমি আগলৈ যাব লাগে নে নাই |
|- | |- | ||
Line 190: | Line 185: | ||
|- | |- | ||
| 06:01 | | 06:01 | ||
− | | কোনো প্রোগ্রামত সংৰক্ষণৰ বাবে সাধাৰণ শর্টকাট - কি '' | + | | কোনো প্রোগ্রামত সংৰক্ষণৰ বাবে সাধাৰণ শর্টকাট - কি ''হৈছে ' Ctrl + এস '''আৰু '' খোলাৰ বাবে ' Ctrl + ০ ''' হয় . |
|- | |- | ||
| 06:07 | | 06:07 | ||
− | | Eclipse | + | | Eclipse ত অনেক বেশি ব্যবহৃত কর্ম বাবে শর্টকাট কি আছে . |
|- | |- | ||
| 06:12 | | 06:12 | ||
− | | '' ' কন্ট্রোল ''' '' ' F11 ''' . কোড চালাবলৈ বাবে শর্টকাট হয় | + | | '' ' কন্ট্রোল ''' '' ' F11 ''' . কোড চালাবলৈ বাবে শর্টকাট হয় |
|- | |- | ||
| 06:16 | | 06:16 | ||
Line 205: | Line 200: | ||
|- | |- | ||
| 06:27 | | 06:27 | ||
− | | অন্যান্য বিকল্পৰ বাবে শর্টকাট কীবোৰ মেনুত দেখি চাব পাৰো. ৰান ত ক্লীক কৰক | + | | অন্যান্য বিকল্পৰ বাবে শর্টকাট কীবোৰ মেনুত দেখি চাব পাৰো. ৰান ত ক্লীক কৰক |
|- | |- | ||
Line 216: | Line 211: | ||
|- | |- | ||
| 06:45 | | 06:45 | ||
− | | এইটো এটা সৰু হয় কিন্তু Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ এটি ব্যবহৃত তালিকা হয়. | + | | এইটো এটা সৰু হয় কিন্তু Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ এটি ব্যবহৃত তালিকা হয়. আমি পৰবর্তী টিউটোৰিয়েলত ইয়াৰ বৈশিষ্ট্যবোৰ চাম |
|- | |- | ||
| 06:56 | | 06:56 | ||
− | | | + | | এইখিনিতে এই টিউটোৰিয়েললৈ শেষলৈ অহিলো. এই টিউটোৰিয়েলত , আমি Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ ব্যবহার পদ্ধতি জেনে |
|- | |- | ||
| 07:04 | | 07:04 | ||
− | |Auto completion, | + | |Auto completion, |
|- | |- | ||
Line 232: | Line 227: | ||
|- | |- | ||
| 07:06 | | 07:06 | ||
− | | | + | | Error ডায়লগ বক্স , আৰু |
|- | |- | ||
Line 240: | Line 235: | ||
|- | |- | ||
| 07:10 | | 07:10 | ||
− | | টিউটৰীয়েলৰ কাৰনে | + | | টিউটৰীয়েলৰ কাৰনে এটা কাৰ্য্, |
|- | |- | ||
| 07:12 | | 07:12 | ||
− | | "এটি বর্গ সৈতে এটি সহজ প্রোগ্রাম লিখক যি হ্যালো "হয় | + | | "এটি বর্গ সৈতে এটি সহজ প্রোগ্রাম লিখক যি হ্যালো "হয় |
|- | |- | ||
| 07:17 | | 07:17 | ||
Line 250: | Line 245: | ||
|- | |- | ||
| 07:22 | | 07:22 | ||
− | | তাৰ ফাংচনত লক্ষয় কৰক | + | | তাৰ ফাংচনত লক্ষয় কৰক |
|- | |- | ||
| 07:25 | | 07:25 | ||
− | | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ | + | | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
|- | |- | ||
| 07:28 | | 07:28 | ||
− | | তলৰ সংযোগত থকা ভিডিঅ’ | + | | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
|- | |- | ||
| 07:30 | | 07:30 | ||
Line 266: | Line 261: | ||
|- | |- | ||
| 07:37 | | 07:37 | ||
− | | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে | + | | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
|- | |- | ||
| 07:39 | | 07:39 |
Revision as of 17:35, 26 June 2014
Time | Narration |
00:02 | নমস্কাৰ Eclipse ৰ Programming Featuresৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম . |
00:07 | এই টিউটোৰিয়েলত , আমি |
00:10 | Eclipse ৰ ব্যবহাৰকাৰী অনুকূল প্রোগ্রামিং বৈশিষ্ট্যৰ সম্পর্কে জানিব লাগিব |
00:15 | এই টিউটোৰিয়েলত আমি Ubuntu 11.10 , JDK 1.6 , আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিছো |
00:23 | এই টিউটোৰিয়াল অনুসৰণ কৰিবলৈ বাবে আপোনাৰ উচৰত |
00:26 | ইক্লিপ্চ ইনস্টল, আৰু |
00.28 | আপোনি Eclipseত এটি সহজ জাভা প্রোগ্রাম লিখিবলৈ জানিব লাগিব. |
00:32 | নহলে প্ৰাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবচাইটত দৰ্শন কৰক |
00:40 | Eclipse আইডিইয়ে অনেক ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ বৈশিষ্ট্য সমর্থন কৰে |
00:44 | Auto completion, |
00:45 | Syntax highlighting, |
00:46 | Error dialog box, আৰু |
00:48 | shortcut keys |
00:49 | আমি ইয়াৰ প্রতিটি বৈশিষ্ট্যবোৰক বিস্তাৰিতভাবে চাম. |
00:59 | আমি 'Features নামেৰে একটি শ্রেণী তৈয়াৰ কৰিছো আৰু প্রধান পদ্ধতি মানে main method যোগ কৰিছো. |
01:05 | আমি প্রথমে Eclipseত ' auto completionৰ ' বৈশিষ্ট্য চাম. |
01:10 | 'main method ৰ' ভিতৰত' এটি খোলা বক্রবন্ধনী টাইপ কৰক আৰু এন্টাৰ টিপক |
01:17 | আমি চাব পাৰো যে এইটি স্বয়ংক্রিয়ভাবে সংশ্লিষ্ট বন্ধ ধনুর্বন্ধনী সেট কৰে আৰু কার্সাৰক অবস্থান দেখোৱাই. |
01:25 | ই জোড়াত কাম কৰা প্রত্যেক বৈশিষ্ট্যক সমাপ্ত কৰে. |
01:29 | যেনে বন্ধনী, টাইপ কৰক খোলা বন্ধনী |
01:35 | আমি চাব পাৰো যে আমি কেবল খোলা বন্ধনী টাইপ কৰিব লাগিব আৰু eclipseয়ে ক্লোজিং বন্ধনী স্বয়ংক্রিয়ভাবে যোগ কৰে. |
01:42 | আৰু মন কৰক যে আমি যদি বন্ধ বন্ধনী টাইপ কৰিবলৈ অভ্যস্ত হও, তেনেহলে ই ইয়াৰ যত্ন অতিৰিক্ত বন্ধ বন্ধনী যোগ নকৰি লয়. |
01:52 | আমি এতিয়া বন্ধ বন্ধনী টাইপ কৰো আৰু মন কৰক যে কাৰচাৰ ডাল সো ফালে যায় আৰু অতিৰিক্ত বন্ধনী যোগ কৰা নহয় |
02:02 | ই দবল উদ্ধৃতি চিহ্নৰ সৈতেও অনুৰুপ ফ্যাশনত কাম কৰে. |
02:06 | কোট এটা খোলক আৰু ই এটি স্বয়ংক্রিয়ভাবে কোট বন্ধ কৰে. |
02:12 | আমি যদি বন্ধ কোট টাইপ কৰিবলৈ অভ্যস্ত হয় , ই ইয়াৰ যত্ন এটা অতিৰিক্ত উদ্ধৃতি যোগ নকৰি লয়. |
02.19 | আমি যানো যে কোট টাইপ কৰা আৰু মন কৰক যে অতিৰিক্ত কোটৰ সৈতে সো ফালে যোৱা কার্সাৰ দাল যোগ হোৱা নাই |
02:27 | Auto-completion এটা বহুমুখী বৈশিষ্ট্য হয় আৰু কোডৰ গঠন ভালকে ৰখাত অনেক সাহায্য কৰে |
02:32 | আৰু বন্ধ ধনুর্বন্ধনী অনুপস্থিতি, ক্লোজিং বন্ধনী অনুপস্থিতি আৰু বন্ধ কোট অনুপস্থিতি নিচিনা এৰৰ প্রতিৰোধ কৰে |
02:44 | আমি পৰবর্তী প্রোগ্রামিং বৈশিষ্ট্য' suggestion চাম |
02:48 | আমি টাইপ কৰা সকলো খিনি চাম. |
02:54 | আমি “hello”' শবটো প্রিন্ট কৰিবলৈ আউটপুট স্তেটমেন্ট টাইপ কৰিম System dot |
03:07 | লক্ষ্য কৰক যে Eclipseয়ে এটি ড্রপ ডাউন তালিকা প্রদর্শন কৰে |
03:11 | সূচীত সকলো সম্ভব সমাপ্তিৰ পৰামর্শ থাকে যেনে err, in,out,console |
03:19 | ' আউটলৈ স্ক্রোল ডাউন কৰক আৰু এন্টাৰ টিপক . আৰু এটি ডট টাইপ কৰক |
03:28 | এতিয়া Eclipseয়ে মডিউলৰ পৰা পৰামর্শ প্রদান কৰিব |
03:33 | printlnলৈ স্ক্রোল ডাউন কৰক' আৰু এন্টাৰ টিপক আৰু paranthesis ভিতৰত কটচত লিখক Hello |
03:57 | আমি পৰবর্তী বৈশিষ্ট্য ' সিনট্যাক্স হাইলাইটিং ' বৈশিষ্ট্য চাম . |
04:02 | মন কৰক যে ' public class, public static void সকলো ভিন্ন ৰঙত আছে |
04:09 | আৰু মন কৰক যে শব্দ ' হ্যালো ' নীলা ৰঙত আছে যি স্ট্ৰইঙ বোলি নির্দেশ কৰে |
04:16 | এই সিনট্যাক্স হাইলাইটিং বৈশিষ্ট্য য়ে কীওয়ার্ড আৰু কোডৰ বিভিন্ন অংশত পার্থক্য কৰিবলৈ সাহায্য কৰে |
04:27 | Eclipseয়ে এৰৰ বিচৰাতো প্রোগ্রামাৰক সাহায্য কৰে. |
04:31 | একটি প্রোগ্রামত,বাও মার্জিনৰ উপৰত এৰৰক এটা ৰঙা ক্রস চিহ্ন দ্বাৰা দেখোৱা হয় . |
04:36 | এই প্রোগ্রামত আমি তাত এটা এ ৰৰ দেখা পাও আৰু এৰৰ টোত মাউচ লৈ যাওক |
04:46 | আমি দেখো যে এৰৰে কয় যে সেমিকোলন অনুপস্থিত হয় আৰু এৰৰ টো সমাধান কৰিবলৈ মীমাংসা প্রদর্শিত হয় |
04:57 | আমি যদি এৰৰ টো স্থাপন' নকৰাকৈ ৰান কৰো তেনেহলে সোক্লীক কৰি জাভা অ্যাপ্লিকেশন ' হিসাবে ৰান কৰক |
05:12 | আমাৰ উচৰত একটি 'এৰৰ ডায়ালগ বক্স ' যি কয় যে তাত ঐটা এৰৰ আছে আৰু সোধে যে যদি আমি আগলৈ যাব লাগে নে নাই |
05:13 | এতিয়াৰ বাবে আমি আগলৈ যাও. আমি মন কৰো যে তাত এটা আওটপুট আছে যি এৰৰ দেখোৱাই |
05:35 | আমি যেতিয়া সমস্যাৰ কনসোলত যাম তেতিয়া সম্ভব সমাধানৰ সৈতে সকলো সমস্যা তালিকাভুক্ত কৰা হয় |
05:43 | সেয়ে আমি একটি সেমিকোলন যুক্ত কৰি এৰ ৰ সমাধান কৰা যাওক. ' Ctrl , এস ' সংৰক্ষণ কৰিবলৈ |
05:53 | Eclipseৰ পৰবর্তী প্রোগ্রামাৰ বান্ধব বৈশিষ্ট্য - শর্টকাট - কি হয় . |
06:01 | কোনো প্রোগ্রামত সংৰক্ষণৰ বাবে সাধাৰণ শর্টকাট - কি হৈছে ' Ctrl + এস আৰু খোলাৰ বাবে ' Ctrl + ০ হয় . |
06:07 | Eclipse ত অনেক বেশি ব্যবহৃত কর্ম বাবে শর্টকাট কি আছে . |
06:12 | ' কন্ট্রোল ' F11 . কোড চালাবলৈ বাবে শর্টকাট হয় |
06:16 | এতিয়া এইটো চেস্টস কৰো. আমি Ctrl আৰু F11 কি ধৰি ৰাখক আৰু আমি দেখো যে কদটো ৰান কৰা হয় আৰু আউটপুট ' হ্যালো প্ৰীন্ট কৰা হয় |
06:27 | অন্যান্য বিকল্পৰ বাবে শর্টকাট কীবোৰ মেনুত দেখি চাব পাৰো. ৰান ত ক্লীক কৰক |
06:33 | আৰু মন কৰক যে বিকল্পৰ সোফালৰ শেষৰ ফালে , শর্টকাট দেখোৱা হৈছে . |
06:40 | সেয়ে ' ডিবাগ ৰ বাবে শর্টকাট কী ' F11 ' হয় |
06:45 | এইটো এটা সৰু হয় কিন্তু Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ এটি ব্যবহৃত তালিকা হয়. আমি পৰবর্তী টিউটোৰিয়েলত ইয়াৰ বৈশিষ্ট্যবোৰ চাম |
06:56 | এইখিনিতে এই টিউটোৰিয়েললৈ শেষলৈ অহিলো. এই টিউটোৰিয়েলত , আমি Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ ব্যবহার পদ্ধতি জেনে |
07:04 | Auto completion, |
07:05 | সিনট্যাক্স হাইলাইটিং , |
07:06 | Error ডায়লগ বক্স , আৰু |
07:07 | শর্টকাট কী . |
07:10 | টিউটৰীয়েলৰ কাৰনে এটা কাৰ্য্, |
07:12 | "এটি বর্গ সৈতে এটি সহজ প্রোগ্রাম লিখক যি হ্যালো "হয় |
07:17 | এই প্রক্রিয়াযত eclipsৰ সকলো প্রোগ্রামিং বৈশিষ্ট্যৰ প্রয়োগ কৰক. |
07:22 | তাৰ ফাংচনত লক্ষয় কৰক |
07:25 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
07:28 | তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
07:30 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:33 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:37 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
07:39 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
07:42 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
07:45 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:52 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
07:56 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:02 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:07 | এই পাঠটি অৰুন পাঠকে যোগদান কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |