Difference between revisions of "Java/C2/Nested-if/Assamese"
From Script | Spoken-Tutorial
(Created page with ' {| border=1 | '''Time''' |'''Narration''' |- | 00:02 | জাভাত '''Nested-If''' আৰু '''Ternary Operator''' ৰ স্পকেন টিউটোৰিয়েল…') |
|||
Line 1: | Line 1: | ||
− | |||
{| border=1 | {| border=1 | ||
| '''Time''' | | '''Time''' | ||
Line 8: | Line 7: | ||
|- | |- | ||
| 00:07 | | 00:07 | ||
− | | এই টিউটোৰিয়ালটিৰ শেষত আপোনি | + | | এই টিউটোৰিয়ালটিৰ শেষত আপোনি '''Nested-If''' স্টেটমেন্ট আৰু '''Ternary operators''' সম্পর্কে,আৰু জাভা প্ৰোগ্ৰামত তাৰ ব্যবহাৰ কৰিবলৈ শিকিব। |
− | + | ||
− | + | ||
|- | |- | ||
| 00:17 | | 00:17 | ||
− | + | | এতিয়া আমি | |
উবুন্টু সংস্কৰণ '''11.10''' | উবুন্টু সংস্কৰণ '''11.10''' | ||
'''JDK 1.6''' | '''JDK 1.6''' | ||
Line 30: | Line 27: | ||
|- | |- | ||
| 00:36 | | 00:36 | ||
− | | | + | | যদি নাজানে তেনেহলে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক |
− | যদি নাজানে তেনেহলে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক | + | |
Line 71: | Line 67: | ||
|- | |- | ||
| 01:28 | | 01:28 | ||
− | | ইয়াত বাকি কোডৰ বাবে '''eclipse IDE''' আৰু প্ৰয়োজনীয় | + | | ইয়াত বাকি কোডৰ বাবে '''eclipse IDE''' আৰু প্ৰয়োজনীয় skeleton আছে |
− | skeleton আছে | + | |
− | + | ||
− | + | ||
|- | |- | ||
| 01:32 | | 01:32 | ||
Line 122: | Line 115: | ||
| 02:22 | | 02:22 | ||
|প্ৰথমে আমি চাম সংখ্যাটি যদি ঋণাত্মক সংখ্যা হয়। | |প্ৰথমে আমি চাম সংখ্যাটি যদি ঋণাত্মক সংখ্যা হয়। | ||
− | |||
|- | |- | ||
Line 178: | Line 170: | ||
|- | |- | ||
| 03:34 | | 03:34 | ||
− | |এতিয়া কর্মত কোড | + | |এতিয়া কর্মত কোড দেখো |
− | + | ||
|- | |- | ||
| 03:37 | | 03:37 | ||
Line 414: | Line 405: | ||
| 08:45 | | 08:45 | ||
| কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। | ||
− | |||
− | |||
|- | |- | ||
| 08:52 | | 08:52 | ||
Line 434: | Line 423: | ||
| 09:17 | | 09:17 | ||
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | |এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। | ||
− | |||
− | |||
|- | |- | ||
| 09:26 | | 09:26 | ||
| এই পাঠটি অৰুন পাঠকে যোগদান কৰিছে . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | | এই পাঠটি অৰুন পাঠকে যোগদান কৰিছে . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |
Revision as of 11:18, 15 April 2014
Time | Narration |
00:02 | জাভাত Nested-If আৰু Ternary Operator ৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়ালটিৰ শেষত আপোনি Nested-If স্টেটমেন্ট আৰু Ternary operators সম্পর্কে,আৰু জাভা প্ৰোগ্ৰামত তাৰ ব্যবহাৰ কৰিবলৈ শিকিব। |
00:17 | এতিয়া আমি
উবুন্টু সংস্কৰণ 11.10 JDK 1.6 আৰু EclipseIDE 3.7.0 ব্যবহাৰ কৰছি। |
00:27 | টিউটোৰিয়ালটি অনুসৰণ কৰিবলৈ |
00:29 | ৰিলেশনাল আৰু লজিক্যাল অপাৰেটৰ সম্পর্কে জানিব লাগিব। |
00:33 | আৰু if...else কন্ট্ৰোল ফ্লো স্টেটমেন্ট। |
00:36 | যদি নাজানে তেনেহলে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
|
00:41 | Nested if স্টেটমেন্টবোৰ, আনয় এটা if স্টেটমেন্টেত আৰু এটা if স্টেটমেন্টক Nested if স্টেটমেন্ট বোলা হয়। |
00:49 | এতিয়া Nested if স্টেটমেন্ট লিখিবলৈ সিনট্যাক্স চাও। |
00:53 | এইক্ষেত্ৰত, condition 1 true হলে, প্ৰোগ্ৰামে condition 2ৰ বাবে প্ৰশিক্ষন কৰে । |
00:59 | Condition 2 অন্য If স্টেটমেন্ট ব্যবহাৰ কৰি দিয়া হয়। |
01:03 | Condition 2 যদি true হয়, তেতিয়া প্ৰোগ্ৰামে স্টেটমেন্ট বা ব্লক 1 এক্সিকিউট কৰে। |
01:09 | অন্যথায় ই স্টেটমেন্ট বা ব্লক 2 এক্সিকিউট কৰে। |
01:13 | Condition 1 যদি false হয়, প্ৰোগ্ৰামে condition 2ক প্ৰশিক্ষন নকৰে। |
01:18 | ইয়াৰ পৰিবর্তে ই চিধা চিধি তাৰ else স্টেটমেন্টৰ লৈ যাব যি ব্লক 3 হয় . |
01:24 | এতিয়া তাক ভালকৈ বুঝিবলৈ, এটা উদাহৰণ দেখা যাওক। |
01:28 | ইয়াত বাকি কোডৰ বাবে eclipse IDE আৰু প্ৰয়োজনীয় skeleton আছে |
01:32 | আমি NesedIfDemo নামৰ ক্লাস তৈৰি কৰিছো আৰু ইয়াত মেন মেথড যুগ কৰিছো । |
01:37 | আমি দিয়া সংখ্যাটো জোড় নে বিজোড় সংখ্যা তাক প্ৰশিক্ষন কৰিম । |
01:42 | Nested-if ব্যবহাৰ কৰি ঋণাত্মক সংখ্যাও পৰিচালনা কৰিম। |
01:46 | সেয়ে মেন মেথডত লিখক |
01:49 | int n = minus 5; |
01:54 | ঋণাত্মক সংখ্যা সংৰক্ষণ কৰিবলৈ ভ্যাৰিয়েবল n তৈৰী কৰিছো । |
01:58 | এতিয়া আমি if কন্ডিশন লিখিম। |
02:01 | পিছৰ লাইনত লিখক |
02:02 | if (n < 0) |
02:07 | কোঁকড়া বন্ধনী খুলক। enter টিপক । |
02:10 | System.out.println বন্ধনী আৰু উদ্ধৃতিত Negative number সেমিকোলন। |
02:22 | প্ৰথমে আমি চাম সংখ্যাটি যদি ঋণাত্মক সংখ্যা হয়। |
02:25 | যদি হ্যাঁ হয়, তেনেহলে আমি জোড় আৰু বিজোড়ৰ বাবে প্ৰশিক্ষন নকৰো |
02:29 | সংখয়াটো ঋণাত্মক নহলে, আমি জোড় আৰু বিজোড্ৰ বাবে প্ৰশিক্ষন কৰিম । |
02:34 | পিছৰ লাইনত লিখক
else { } enter টিপক |
02:42 | এতিয়া এক্সিকিউশন যদি else অংশত আসে, |
02:45 | ইয়াৰ অর্থ হৈছে যে সেই সংখ্যাটি ঋণাত্মক নহয়। |
02:48 | সেয়ে আমি এই else অংশত জোড় বা বিজোড়ৰ বাবে প্ৰশিক্ষন কৰিম । |
02:52 | লিখক |
02:53 | if (n modules 2 double equal to 0) { enter টিপক । |
03:03 | System.out.println(“Even number”);
} else { enter টিপক লিখক System.out.println(“Odd number”); } |
03:29 | সেয়ে আমি নিশ্চিত কৰো যে ঋণাত্মক সংখ্যা জোড় বা বিজোড়ৰ বাবে বিবেচিত নহয়। |
03:34 | এতিয়া কর্মত কোড দেখো |
03:37 | ফাইল সংৰক্ষণ কৰক ৰান কৰক । আমি যেনে চাব পাৰো আউটপুট হল “negative number”. |
03:43 | এতিয়া একটি ধনাত্মক সংখ্যা চেষ্টা কৰো |
03:46 | n = - 5 ক n = 5 লৈ সলনি কৰক। |
03:53 | ফাইল সংৰক্ষণ কৰক ৰান কৰক। |
03:57 | আমি দেখিব পাৰো যে আউটপুট আশানুৰুপে বিজোড় সংখ্যা হয়। এতিয়া এটি জোড় সংখ্যা চেষ্টা কৰো |
04:04 | n = 5 ক n = 10লৈ সলনি কৰক। |
04:09 | ফাইল সংৰক্ষণ কৰক ৰান কৰক। |
04:12 | আমি যেনে চাব পাৰো যে আউটপুট আশানুৰুপে even number হয় . |
04:17 | এটা if স্টেটমেন্টে অনয় এটাত অন্তর্ভুক্ত কৰাৰ প্ৰক্ৰিয়াক nested-if কোৱা হয় . |
04:17 | এটি if স্টেটমেন্টেত আৰুএটি অন্তর্ভুক্ত কৰাৰ প্ৰক্ৰিয়া হল nested-if. |
04:22 | নেস্টিং পৰিমাপেৰ কোনো সীমা নেই। |
04:25 | কিন্তু এটি নেস্টিং এৰ 3টি লেভেল অতিক্ৰম নকৰাৰ ভাল অভ্যাস। |
04:31 | এতিয়া আমাৰ টার্নাৰী অপাৰেটৰ চাওক । |
04:33 | প্ৰথমে মেন মেথড মুছে পেলাওক । |
04:37 | এটি প্ৰোগ্ৰাম লিখক যি 2 দ্বাৰা সংখ্যা ভাগ কৰে। |
04:40 | এটি অত্যন্ত সহজ প্ৰোগ্ৰাম কিন্তু বিজোড় সংখ্যা ভাগ কৰিবলৈ সমস্যা আছে । |
04:45 | 7 2 দ্বাৰা ভাগ কৰলে, আমৰা 3 পাই। |
04:48 | কিন্তু তেতিয়া কি যদি আমাৰ ফলাফল সুসম্পন্ন কৰিবলৈ চাও । |
04:50 | যাৰ অর্থ হৈছে , যেতিয়া 7ক 2 ৰে ভাগ কৰা হয়, আমি 3 ৰ সলনি 4 পাও। |
04:56 | সহজ ভাষাত, আমাক পিছৰ সংখ্যাটো লাগে। |
04:59 | এতিয়া এনেধৰনৰ এটি প্ৰোগ্ৰাম লেখা চাও। |
05:01 | তাই মেন মেথডত লিখক int n, nHalf ; |
05:08 | আমি সংখ্যাটোক n এত আৰু n ৰ আধা খিনিত সংখ্যা nHalf ত সংৰক্ষণ কৰিম। |
05:13 | পিছৰ লাইনত লিখক n = 5; |
05:18 | পিছৰ লাইনত লিখক if (n % 2 == 0) { enter টিপক । |
05:28 | লিখক nHalf = n / 2;
} else { nHalf = (n + 1) / 2; } |
05:50 | আমি সংখ্যাটি জোড় না বিজোড় আৰু সেইভাবে ভাগ কৰিছে নে নাই তাক প্ৰশিক্ষন কৰিম |
05:55 | এতিয়া কর্মত কোড দেখিবলৈ এটি প্ৰিন্ট স্টেটমেন্ট যোগ কৰো। |
05:59 | সেয়ে লিখক System.out.println(nHalf); |
06:11 | ফাইল সংৰক্ষণ কৰক ৰান কৰক। |
06:14 | আমি দেখিবলৈ পাৰো যে আমাৰ উদ্দেশ্য পূৰণ হৈছা । আমি 3 হিসাবে আউটপুট পাইছো 2 নহয়। |
06:21 | কিন্তু আমি যদি মন কৰো আমি ইয়াা কন্ডিশনৰ উপৰত নির্ভৰ কৰি ভ্যাৰিয়েবলৰ মান নির্ধাৰিত কৰছি। |
06:27 | প্ৰোগ্ৰামত যুক্তিৰ তুলাত সিনট্যাক্স অধিক আছে |
06:31 | এইটো হয় যেতিয়া টার্নাৰী অপাৰেটৰে কোড সহজ কৰি তোলে । |
06:35 | টার্নাৰী অপাৰেটৰ এটা কন্ডিশনেল অপাৰেটৰা হয় যি nested-if এৰ নিচিনা ফলাফল দিয়ে। |
06:40 | ই এটা ছোট সিনট্যাক্স দিয়ে আৰু প্ৰশ্নবোধক চিহ্ন দ্বাৰা বোঝায়। |
06:45 | ই একে সময়তে তিনটি অপাৰেন্ডস লয়। |
06:48 | টার্নাৰী অপাৰেটৰ সিনট্যাক্সৰ সম্পর্কে শিকা যাওক। |
06:53 | এক্সপ্ৰেশন এটি কন্ডিশন হয় যাক প্ৰশিক্ষন কৰা হয় |
06:56 | কন্ডিশন true হলে Result ভ্যাৰিয়েবলেৰ মান Operand 1হয় |
07:03 | কন্ডিশন false হলে মান হয় Operand 2. |
07:09 | এতিয়া প্ৰোগ্ৰামত ইয়াক ব্যবহাৰ কৰা যাওক |
07:12 | প্ৰথমে if-else স্টেটমেন্ট মুছি পেলাওক । |
07:17 | লিখক nHalf = n % 2 == 0 ? n / 2 : (n + 1) / 2 সেমিকোলন |
07:41 | এই স্টেটমেন্টে কয় |
07:43 | যদি n জোড় হয়, nHalf হয় n ভাগ 2, অন্যথায় এইটি হয় n প্লাস 1 ভাগ 2. |
07:50 | ইয়াক এতিয়া কর্মত দেখো । |
07:52 | ফাইল সংৰক্ষণ কৰক ৰান কৰক। Ctrl S আৰু Ctrl F11 কী টিপক । |
07:59 | আমি আশানুৰুপে আউটপুট দেখিবলৈ পাৰো । |
08:02 | এইভাবে, টার্নাৰী অপাৰেটৰে কোডত বিশৃঙ্খলা হ্ৰাস কৰে আৰু পঠনযোগ্যতা উন্নত কৰে। |
08:09 | আমি এই টিউটৰিয়েলে শেষলৈ আহিলো । |
08:11 | এই টিউটোৰিয়েলত আমি শিকিছো : |
08:13 | *Nested-If স্টেটমেন্ট আৰু Ternary operators সম্পর্কে। |
08:15 | *জাভা প্ৰোগ্ৰামত Nested-If স্টেটমেন্ট আৰু Ternary operators এৰ ব্যবহাৰ। |
08:22 | নির্দেশিত কাৰ্যয় |
08 :23 | Nested-Ifআৰু Ternary operators এৰ বাবে জাভা প্ৰোগ্ৰাম লিখক । |
08:28 | *nested-if ব্যবহাৰ কৰি চাওক যে সংখ্যাটি জোড় হয় নে নহয় আৰু 11 এৰ গুনিতক হয় নে নহয় |
08:34 | *Ternary operator ব্যবহাৰ কৰি চিহ্নিত কৰক যে দিয়া দুটি সংখ্যা কোনটি সংখ্যা বৃহত হয় । |
08:40 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। |
08:45 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:52 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে |
08:54 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
08:57 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09:07 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:11 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:17 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:26 | এই পাঠটি অৰুন পাঠকে যোগদান কৰিছে . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |