Java/C2/Nested-if/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 জাভাত Nested-If আৰু Ternary Operator ৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম।
00:07 এই টিউটোৰিয়ালটিৰ শেষত আপোনি Nested-If স্টেটমেন্ট আৰু Ternary operators সম্পর্কে,আৰু জাভা প্ৰোগ্ৰামত তাৰ ব্যবহাৰ কৰিবলৈ শিকিব।
00:17 এতিয়া আমি

উবুন্টু সংস্কৰণ 11.10 JDK 1.6 আৰু EclipseIDE 3.7.0 ব্যবহাৰ কৰছি।

00:27 টিউটোৰিয়ালটি অনুসৰণ কৰিবলৈ
00:29 ৰিলেশনাল আৰু লজিক্যাল অপাৰেটৰ সম্পর্কে জানিব লাগিব।
00:33 আৰু if...else কন্ট্ৰোল ফ্লো স্টেটমেন্ট।
00:36 যদি নাজানে তেনেহলে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00:41 Nested if স্টেটমেন্টবোৰ, আনয় এটা if স্টেটমেন্টেত আৰু এটা if স্টেটমেন্টক Nested if স্টেটমেন্ট বোলা হয়।
00:49 এতিয়া Nested if স্টেটমেন্ট লিখিবলৈ সিনট্যাক্স চাও।
00:53 এইক্ষেত্ৰত, condition 1 true হলে, প্ৰোগ্ৰামে condition 2ৰ বাবে প্ৰশিক্ষন কৰে ।
00:59 Condition 2 অন্য If স্টেটমেন্ট ব্যবহাৰ কৰি দিয়া হয়।
01:03 Condition 2 যদি true হয়, তেতিয়া প্ৰোগ্ৰামে স্টেটমেন্ট বা ব্লক 1 এক্সিকিউট কৰে।
01:09 অন্যথায় ই স্টেটমেন্ট বা ব্লক 2 এক্সিকিউট কৰে।
01:13 Condition 1 যদি false হয়, প্ৰোগ্ৰামে condition 2ক প্ৰশিক্ষন নকৰে।
01:18 ইয়াৰ পৰিবর্তে ই চিধা চিধি তাৰ else স্টেটমেন্টৰ লৈ যাব যি ব্লক 3 হয় .
01:24 এতিয়া তাক ভালকৈ বুঝিবলৈ, এটা উদাহৰণ দেখা যাওক।
01:28 ইয়াত বাকি কোডৰ বাবে eclipse IDE আৰু প্ৰয়োজনীয় skeleton আছে
01:32 আমি NesedIfDemo নামৰ ক্লাস তৈৰি কৰিছো আৰু ইয়াত মেন মেথড যুগ কৰিছো ।
01:37 আমি দিয়া সংখ্যাটো জোড় নে বিজোড় সংখ্যা তাক প্ৰশিক্ষন কৰিম ।
01:42 Nested-if ব্যবহাৰ কৰি ঋণাত্মক সংখ্যাও পৰিচালনা কৰিম।
01:46 সেয়ে মেন মেথডত লিখক
01:49 int n = minus 5;
01:54 ঋণাত্মক সংখ্যা সংৰক্ষণ কৰিবলৈ ভ্যাৰিয়েবল n তৈৰী কৰিছো ।
01:58 এতিয়া আমি if কন্ডিশন লিখিম।
02:01 পিছৰ লাইনত লিখক
02:02 if (n < 0)
02:07 কোঁকড়া বন্ধনী খুলক। enter টিপক ।
02:10 System.out.println বন্ধনী আৰু উদ্ধৃতিত Negative number সেমিকোলন।
02:22 প্ৰথমে আমি চাম সংখ্যাটি যদি ঋণাত্মক সংখ্যা হয়।
02:25 যদি হ্যাঁ হয়, তেনেহলে আমি জোড় আৰু বিজোড়ৰ বাবে প্ৰশিক্ষন নকৰো
02:29 সংখয়াটো ঋণাত্মক নহলে, আমি জোড় আৰু বিজোড্ৰ বাবে প্ৰশিক্ষন কৰিম ।
02:34 পিছৰ লাইনত লিখক

else {

} enter টিপক

02:42 এতিয়া এক্সিকিউশন যদি else অংশত আসে,
02:45 ইয়াৰ অর্থ হৈছে যে সেই সংখ্যাটি ঋণাত্মক নহয়।
02:48 সেয়ে আমি এই else অংশত জোড় বা বিজোড়ৰ বাবে প্ৰশিক্ষন কৰিম ।
02:52 লিখক
02:53 if (n modulus 2 double equal to 0) { enter টিপক ।
03:03 System.out.println(“Even number”);

}

else { enter টিপক

লিখক 

System.out.println(“Odd number”);

}

03:29 সেয়ে আমি নিশ্চিত কৰো যে ঋণাত্মক সংখ্যা জোড় বা বিজোড়ৰ বাবে বিবেচিত নহয়।
03:34 এতিয়া কর্মত কোড দেখো
03:37 ফাইল সংৰক্ষণ কৰক ৰান কৰক । আমি যেনে চাব পাৰো আউটপুট হল “negative number”.
03:43 এতিয়া একটি ধনাত্মক সংখ্যা চেষ্টা কৰো
03:46 n = - 5n = 5 লৈ সলনি কৰক।
03:53 ফাইল সংৰক্ষণ কৰক ৰান কৰক।
03:57 আমি দেখিব পাৰো যে আউটপুট আশানুৰুপে বিজোড় সংখ্যা হয়। এতিয়া এটি জোড় সংখ্যা চেষ্টা কৰো
04:04 n = 5n = 10লৈ সলনি কৰক।
04:09 ফাইল সংৰক্ষণ কৰক ৰান কৰক।
04:12 আমি যেনে চাব পাৰো যে আউটপুট আশানুৰুপে even number হয় .
04:17 এটা if স্টেটমেন্টে অনয় এটাত অন্তর্ভুক্ত কৰাৰ প্ৰক্ৰিয়াক nested-if কোৱা হয় .
04:22 নেস্টিং পৰিমাপেৰ কোনো সীমা নেই।
04:25 কিন্তু এটি নেস্টিং এৰ 3টি লেভেল অতিক্ৰম নকৰাৰ ভাল অভ্যাস।
04:31   এতিয়া আমাৰ টার্নাৰী অপাৰেটৰ চাওক ।
04:33 প্ৰথমে মেন মেথড মুছে পেলাওক ।
04:37 এটি প্ৰোগ্ৰাম লিখক  যি  2 দ্বাৰা সংখ্যা ভাগ কৰে।
04:40 এটি অত্যন্ত সহজ প্ৰোগ্ৰাম কিন্তু বিজোড় সংখ্যা ভাগ কৰিবলৈ সমস্যা আছে ।
04:45 7 2 দ্বাৰা ভাগ কৰলে, আমৰা 3 পাই।
04:48 কিন্তু তেতিয়া কি যদি আমাৰ ফলাফল সুসম্পন্ন কৰিবলৈ চাও ।
04:50 যাৰ অর্থ হৈছে , যেতিয়া 7ক 2 ৰে ভাগ কৰা হয়, আমি 3 ৰ সলনি 4 পাও।
04:56 সহজ ভাষাত, আমাক পিছৰ সংখ্যাটো লাগে।
04:59 এতিয়া এনেধৰনৰ এটি প্ৰোগ্ৰাম লেখা চাও।
05:01 তাই মেন মেথডত লিখক int n, nHalf ;
05:08 আমি সংখ্যাটোক n এত আৰু n ৰ আধা খিনিত সংখ্যা nHalf ত সংৰক্ষণ কৰিম।
05:13 পিছৰ লাইনত লিখক  n = 5;
05:18 পিছৰ লাইনত লিখক if (n % 2 == 0) { enter টিপক ।
05:28 লিখক  nHalf = n / 2;

}

else {

nHalf = (n + 1) / 2;

}

05:50 আমি সংখ্যাটি জোড় না বিজোড় আৰু সেইভাবে ভাগ কৰিছে নে নাই তাক প্ৰশিক্ষন কৰিম 
05:55 এতিয়া কর্মত কোড দেখিবলৈ এটি প্ৰিন্ট স্টেটমেন্ট যোগ কৰো।
05:59 সেয়ে লিখক  System.out.println(nHalf);
06:11 ফাইল সংৰক্ষণ কৰক ৰান কৰক।
06:14 আমি দেখিবলৈ পাৰো যে আমাৰ উদ্দেশ্য পূৰণ হৈছা । আমি 3 হিসাবে আউটপুট পাইছো 2 নহয়।
06:21 কিন্তু আমি যদি মন কৰো আমি ইয়াা কন্ডিশনৰ উপৰত নির্ভৰ কৰি ভ্যাৰিয়েবলৰ মান নির্ধাৰিত কৰছি।
06:27 প্ৰোগ্ৰামত যুক্তিৰ তুলাত সিনট্যাক্স অধিক আছে
06:31 এইটো হয় যেতিয়া টার্নাৰী অপাৰেটৰে কোড সহজ কৰি তোলে ।
06:35 টার্নাৰী অপাৰেটৰ এটা কন্ডিশনেল অপাৰেটৰা হয় যি nested-if এৰ নিচিনা  ফলাফল দিয়ে।
06:40 ই এটা ছোট সিনট্যাক্স দিয়ে আৰু প্ৰশ্নবোধক চিহ্ন দ্বাৰা বোঝায়।
06:45 ই একে সময়তে তিনটি অপাৰেন্ডস লয়।
06:48 টার্নাৰী অপাৰেটৰ সিনট্যাক্সৰ সম্পর্কে শিকা যাওক।
06:53 এক্সপ্ৰেশন এটি কন্ডিশন হয় যাক প্ৰশিক্ষন কৰা হয়
06:56 কন্ডিশন true হলে Result ভ্যাৰিয়েবলেৰ মান  Operand 1হয়
07:03 কন্ডিশন false হলে মান হয় Operand 2.
07:09 এতিয়া প্ৰোগ্ৰামত ইয়াক ব্যবহাৰ কৰা যাওক 
07:12 প্ৰথমে if-else স্টেটমেন্ট মুছি  পেলাওক ।
07:17 লিখক  nHalf = n % 2 == 0 ? n / 2 : (n + 1) / 2 সেমিকোলন
07:41 এই স্টেটমেন্টে কয়
07:43 যদি n জোড় হয়, nHalf হয় n ভাগ 2, অন্যথায় এইটি হয় n প্লাস 1 ভাগ 2.
07:50 ইয়াক এতিয়া কর্মত দেখো ।
07:52 ফাইল সংৰক্ষণ কৰক ৰান কৰক। Ctrl S আৰু Ctrl F11 কী টিপক ।
07:59 আমি আশানুৰুপে আউটপুট দেখিবলৈ পাৰো ।
08:02 এইভাবে, টার্নাৰী অপাৰেটৰে কোডত বিশৃঙ্খলা হ্ৰাস কৰে আৰু পঠনযোগ্যতা উন্নত কৰে।
08:09 আমি এই টিউটৰিয়েলে শেষলৈ আহিলো ।
08:11 এই টিউটোৰিয়েলত আমি শিকিছো :
08:13 *Nested-If স্টেটমেন্ট আৰু Ternary operators সম্পর্কে।
08:15 *জাভা প্ৰোগ্ৰামত Nested-If স্টেটমেন্ট আৰু Ternary operators এৰ ব্যবহাৰ।
08:22 নির্দেশিত কাৰ্যয়Nested-Ifআৰু Ternary operators এৰ বাবে জাভা প্ৰোগ্ৰাম লিখক ।
08:28 *nested-if ব্যবহাৰ কৰি চাওক যে সংখ্যাটি জোড় হয় নে নহয় আৰু 11 এৰ গুনিতক হয় নে নহয়
08:34 *Ternary operator ব্যবহাৰ কৰি চিহ্নিত কৰক যে দিয়া দুটি সংখ্যা কোনটি সংখ্যা বৃহত হয় ।
08:40 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক। 
08:45 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে। যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:52 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:54 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:57 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:07 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:11 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:17 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:26 এই পাঠটি অৰুন পাঠকে যোগদান কৰিছে . আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble